uttid stringlengths 24 24 | audio audioduration (s) 2.81 10.4 | sentence stringlengths 9 94 |
|---|---|---|
common_voice_as_22074894 | দেখিলে যে অসমীয়া মানুহৰ জ্ঞান-উন্নতি পিনে অলপাে মনকাণ নাই | |
common_voice_as_22074896 | তেতিয়া বলো আৰু হৰই কথাটো ভালকৈ বুজি আহিবলৈ সূৰ্য্যক ধৰিলে, সূৰ্য্যও সন্মত হ'ল। | |
common_voice_as_22074928 | তাই বৰ যতনকৈ এজোপা ফুল-গছ ৰুইছিল। | |
common_voice_as_22074931 | দেশৰ মুনিহ, তিৰোতা, ডেকা, গাভৰু, আদহীয়া, বুঢ়া, ধনী, দুখীয়া সকলোৱেই আগবাঢ়িব লাগিব। | |
common_voice_as_22074935 | প্ৰায় তিনি মাহ মানৰ পিছৰ কথা। | |
common_voice_as_22074937 | ভাইও বোলোঁ মই ককাইও বোলো মই, গাঁৱৰে গৰখীয়া। | |
common_voice_as_22074939 | তৎক্ষণাৎ দেওধায়ে মনতে কোচ খাই ক'লে। | |
common_voice_as_22074941 | জন্মাষ্টমি উপলক্ষে সেইদিনা দহী হান্দি চাবলৈ গৈছিলোঁ। | |
common_voice_as_22074942 | ইয়াৰ ভিতৰত নৰায়ে কিমান যে কল্পনা কৰিছে তাৰ সীমা নাই। | |
common_voice_as_22074980 | মানুহৰ মুখে মুখে এটা কথা বাগৰিছিল। | |
common_voice_as_22074985 | সদায় মাছ খাওঁতে খাওঁতে শিলটোৰ চাৰিওফাল মাছৰ কাঁইটেৰে ভৰি পৰিল। | |
common_voice_as_22074987 | দৈত্যগুৰু শুক্ৰাচাৰ্য্য মদিৰা পানৰ প্ৰতি আসক্ত আছিল। | |
common_voice_as_22074989 | কোৱাৰ্টাৰটো বাহৰ জেউৰাৰে আবৰা। | |
common_voice_as_22074990 | এই বিলাক কামত যদি তোমাৰ সময়ৰ সৰহ ভাগ দিয়া পিন্ধা কাপোৰ কেতিয়া ব'বা? | |
common_voice_as_22075080 | নেৰিম কলেজখন জয়ানগৰ, চাৰিআলিত আছে। | |
common_voice_as_22075084 | অন্য স্থানীয় ভাষা, যেনে- বড়ো, কাৰ্বি আদিত নিৰ্মিত চলচ্চিত্ৰও ইয়াৰ অন্তৰ্গত। | |
common_voice_as_22075087 | নাভাগিলেও এতিয়া পলাই গ'লে কোনেও দোষ দিব নোৱাৰে। | |
common_voice_as_22075095 | বিয়াৰ পিচে কি হ'ল? | |
common_voice_as_22075101 | মাজুলীৰ সমতলভূমিৰ আকাৰ এটা শিলিখা ফলৰ দৰে। | |
common_voice_as_22075203 | সেই সেই ৰাজনৈতিক দলৰ কাৰ্য্যৰ ঘটনাৱলীৰ ইয়াত সমাৱেশ হৈছে। | |
common_voice_as_22075208 | ৰাতি সকলোবোৰৰে খোৱা হ'লত, মানুহ দুটাই শোৱাপাটীৰ পৰা বাগ দি গাবলৈ ধৰিলে। | |
common_voice_as_22075210 | গুড মৰ্ণিং, চাহ খালানে? | |
common_voice_as_22075211 | ফটা বাঁহ যিমান ভালকৈয়ে জোৰোৱা হওক জোৰা নালাগে। | |
common_voice_as_22075212 | গুজৰাটৰ মুচলমান শাসকসকলে এই অঞ্চল অধিকাৰ কৰে। | |
common_voice_as_22075291 | চকু ক'লৈ গৈছে আপোনাৰ? | |
common_voice_as_22075293 | বোম্বাই ৰাজ্যৰ গুজৰাটী-ভাষী অঞ্চলসমূহক লৈ গঠিত হয় গুজৰাট ৰাজ্য। | |
common_voice_as_22075294 | দুই-এটিকৈ বিহু ঢোল মিৰি গাঁৱত বাজিছে। | |
common_voice_as_22075297 | আজি যোৰহাটত দুজন বিশিষ্ট ব্যক্তিৰ লগত কিছু সময় কটালোঁ। | |
common_voice_as_22075301 | বাৰিষাৰ চাৰি মাহ কাম কৰি মাটিকেইডৰা পুতি দিবি। | |
common_voice_as_22075385 | তুমি একো কৰিব নালাগে। | |
common_voice_as_22075387 | ৰাজ্যখনত দুটাহে মাত্ৰ গভীৰ কুঁৱা আছিল। | |
common_voice_as_22075388 | চেষ্টাক বৰষুণ সৃষ্টি কৰি প্ৰতিহত কৰি আহিছিল দেৱৰাজ ইন্দ্ৰই। | |
common_voice_as_22075389 | তেখেত সকলে সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙনিয়ে নতুন চমক উদ্বুদ্ধ কৰে। | |
common_voice_as_22075390 | মানুহে ফেৰীৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হয়। | |
common_voice_as_22075509 | কিন্তু কোনেও কাছ ধৰিব নোৱাৰিলে। | |
common_voice_as_22075512 | পিঠি ঘঁহি দিয়াৰ পিছত লাগীয়ে এলাগীৰ পিঠি ঘঁহিবলৈ ধৰিলে। | |
common_voice_as_22075513 | যাৰদ্বাৰা অতি বেগত শৰ নিক্ষেপ কৰিব পৰা যাব। | |
common_voice_as_22075515 | সেই হাবি ভাঙি মিৰিহঁতে ভূঁই কৰে। | |
common_voice_as_22075517 | মই আকৌ বিয়া ঘৰত নেদেখি আচৰিত মানিছিলোঁ। | |
common_voice_as_22076579 | সাউদে ঘৰ পাই ঘৈণীয়েকক সুধিলে- "তেজীমলা ক'লৈ গ'ল?" | |
common_voice_as_22076582 | কেইবা দশক ধৰি দেশৰ প্ৰধান প্ৰধান অৰ্থনৈতিক সংস্থাসমূহৰ প্ৰধান কাৰ্যালয় এই চহৰত অবস্থিত। | |
common_voice_as_22076584 | আপুনি ভয় খাবৰ একো কাৰণ নাই। | |
common_voice_as_22076586 | তেওঁৰ লগত ফিনিএচ ফ্লেচাৰ বুলি আৰু এজন কুয়েকাৰ আছিল। | |
common_voice_as_22076589 | পুৰণিৰ পৰা বলেৰে মাটি কাঢ়ি নিবলৈকো নতুনৰ সংখ্যা নিচেই তাকৰ | |
common_voice_as_22076836 | সেই হাবিত এজোপা ডাঙৰ গছ আছিল। | |
common_voice_as_22076838 | সেইদেখি সকলোবোৰ বাঘে লৰালৰিকৈ মেল পাতিলে। | |
common_voice_as_22076840 | টকাখিনি সৰকালে, আন মানুহে টকাবোৰ কি হ'ল একো বুজিব নোৱাৰিলে। | |
common_voice_as_22076842 | বাণেশ্বৰ বৰুৱাৰ জীয়েকৰ নাম লভিতা। | |
common_voice_as_22076845 | সেই সখীয়েকৰ আগত তেওঁৰ মনৰ ভাব এতিয়া তেওঁ এডোখৰ এডোখৰহে প্ৰকাশ কৰিব পাৰে। | |
common_voice_as_22076933 | ধনৰ বলেৰেই তেওঁ সৰ্ব্বেশ্বৰ পণ্ডিতক ভালকৈ শিক্ষা দিব পাৰিব। | |
common_voice_as_22076939 | এইবিলাক কথা তবধ মনেৰে শুনিব ধৰিলে। | |
common_voice_as_22076946 | আজি এই পৃথিৱীজোৰা মহাসমৰত পূবৰ পশ্চিমৰ সকলো দেশে, মহাদেশে জুই জ্বলিব লাগিছে | |
common_voice_as_22076952 | দেউতাই ল'ৰাজনক নিজৰ কোৱাৰ্টাৰলৈ লৈ আহিলে। | |
common_voice_as_22076957 | মোৰ দেশ মোৰ নিজৰ ক'বৰ হ'ব, মোৰ আন কোনো দেশ নাই। | |
common_voice_as_22077031 | জৰ্জে ক'লে- "তুমি নমৰা, তোমাক মৰিবলৈ নিদিওঁ আমি।" | |
common_voice_as_22077037 | কোৰআনৰ পাঠবোৰক 'ছূৰা' আৰু পদবোৰক 'আয়াত' বোলা হয়। | |
common_voice_as_22077045 | পানীত এৰি নিদি বিলৰ পাৰত থকা এটা শিলত থেকেচি মাৰি লাহেকৈ খাই থয়। | |
common_voice_as_22077053 | কোলাহল, মানুহৰ গণ্ডগোল তেনেই ওচৰ চাপি আহে। | |
common_voice_as_22077062 | সেই দিনাৰ পৰা সি কোনো খোৱা বস্তু মুখলৈ নিনিয়ে | |
common_voice_as_22077139 | এণ্ড্ৰইড, উইণ্ড'জ আৰু মেক প্লেটফৰ্মসমূহত উপলব্ধ। | |
common_voice_as_22077142 | মোৰ লগতো জনা-শুনা আছে। | |
common_voice_as_22077145 | তেওঁৰো কপাল ফুলে। | |
common_voice_as_22077149 | আৰু বহুসংখ্যক ছবিয়ে ৰাষ্ট্ৰীয়স্তৰত সন্মান লাভ কৰিছে। | |
common_voice_as_22077152 | ঘৰৰ পৰা মোৰ দৰে পানীৰ বটল এটানো লৈ নাহে কিয় হে'? | |
common_voice_as_22077280 | কাষৰ ফুলৰ বিপণিৰ পৰা এসোপামান নাৰ্জী ফুল কিনি আনি শ-দেহটোত দি দিছিলোঁ। | |
common_voice_as_22077284 | দক্ষিণ গুৱাহাটীৰ গণেশগুৰি, বেলতলা, পাঞ্জাবাৰী, জটীয়া, কাহিলীপাৰা আদি ঠায়। | |
common_voice_as_22077287 | শেষত এনে হ'ল, যে সি হাঁহ-ছাগলী এটাও ধৰিব নোৱাৰা হ'ল। | |
common_voice_as_22077291 | পিছদিনা পুৱা সিহঁতে নিয়মমতে গৰু ৰাখিবলৈ গ'ল। | |
common_voice_as_22077297 | বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ লগত আজৰি সময় উলিয়াই কিছু সময় কটাবলৈ পালে ভাল লাগে। | |
common_voice_as_22077416 | তই মোৰ লগত কেনেকৈ যুঁজ কৰিবি? | |
common_voice_as_22077418 | কেনেবাকৈ মটৰ নাপাব পাৰে বুলি তেওঁ সময়তকৈ আগতে গৈ বাটত খাপ লৈ থাকিল। | |
common_voice_as_22077419 | এই কাৰণেই তেওঁলোকৰ লগত সংগ দিব খোজোঁ। | |
common_voice_as_22078853 | মা দুৰ্গাদেৱীৰ অষ্টম শক্তিৰ নাম হ'ল মহাগৌৰী। | |
common_voice_as_22078858 | এই বাবাজীহঁতক দেখিলেই মোৰ খং উঠে। | |
common_voice_as_22078864 | কাকতখন জেপৰ পৰা উলিয়াই চাই দেখে যে তাত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে | |
common_voice_as_22078870 | মই আজি তোৰ আগতে কাৰ্চিং কাৰ্টানক সাখী কৰি শপত কৰিলোঁ তোকে তাইক দিম। | |
common_voice_as_22078876 | মক্কা হৈছে দেশৰ মাকাহ অঞ্চলৰ ৰাজধানী। | |
common_voice_as_22079044 | কিন্তু চকুৰে দেখা পোৱা লৈকে বাবাজীক ৰোৱা নেদেখিলে। | |
common_voice_as_22079046 | সেইটো বিদ্যাহে তোমাৰ আগেয়ে শিকা উচিত। | |
common_voice_as_22079049 | কোমল চাউল, গুৰ, তামোল, পাণ গোটোৱাৰ ভাৰ দি তেওঁ সেই দিনা ঘৰলৈ উলটিছিল। | |
common_voice_as_22079056 | দেশৰ প্ৰায় আটাইকেইটা বিমান বন্দৰৰ সৈতে গুৱাহাটী সংযোগিত। | |
common_voice_as_22079062 | তেজাই বাপেকৰ ঘৰলৈ যাওঁতে এখন পাটৰ কাপোৰ লগাই অলপ বৈ তাঁততে এৰি গৈছিল। | |
common_voice_as_22079160 | চাৰি হাজাৰ খ্ৰীষ্টপূৰ্ব। | |
common_voice_as_22079163 | দুধনৈ গোৱালপাৰা জিলাৰ পূব প্ৰান্তত অৱস্থিত। | |
common_voice_as_22079168 | কাষৰ ঘৰৰ খুৰাৰ লগত লগ হৈ তলাটো ভাঙিলে। | |
common_voice_as_22079170 | মাকে মেৰিক চাহৰ পানী তপতাবলৈ ক'লে। | |
common_voice_as_22079175 | নিতৌ গৰু চৰাবলৈ গৈ সেই গছ দুজোপাৰ তলতে বহি জিৰাই সৈতে কথা পাতি থাকে। | |
common_voice_as_22079293 | আকাশত দুই-এটা তৰাই মাথোন ভুমুকি মাৰিছে। | |
common_voice_as_22079300 | তিৰোতা মানুহৰ কথা, ইজনী সিজনীৰ কাণত পৰি বহল হৈ গ'ল। | |
common_voice_as_22079304 | তোৰ ভালৰ নিমিত্তে মই তোক কিনিছিলোঁ। | |
common_voice_as_22079308 | সেইটো ভাল যে নহয় তাক জানোঁ। | |
common_voice_as_22079311 | তদুপৰি মই যিহেতু তোমাৰ পিতৃদেৱৰ উদৰৰ পৰা পুনৰ্জনম পাইছোঁ। | |
common_voice_as_22079433 | ইলাইজাৰ মিঠা মাত শুনি ৰন্ধা এৰি ইলাইজাৰ ফালে চালে। | |
common_voice_as_22079437 | বৃহত্তৰ বোম্বাই ৰাজস্ব জিলা আৰু বৃহত্তৰ বোম্বাই পৌৰসংস্থাৰ ভৌগোলিক সীমা এই সময়ত একেই আছিল। | |
common_voice_as_22079442 | দেউতাই অলপ ৰাতি হলে এখন বগা ধুতি খিৰিকীৰ নেটত লগাই দিয়ে। | |
common_voice_as_22079450 | বৰকৈ আতৌ-পুতৌ কৰি খুৱাই-বুৱাই ৰাখিছিল কিন্তু দিনে-ৰাতিয়েই চেলু নিবিচাৰি নাছিল। | |
common_voice_as_22079459 | সেই কাৰণে আজি আমিও ওলাইছো দেশক জগাবলৈ, দেশক উদ্বুদ্ধ কৰিবলৈ। | |
common_voice_as_22079577 | ওপৰৰ পৰা তিনিশাৰীমান মতাৰ পিছত ভালদৰে নেদেখাৰ ফলশ্ৰুতিত তলৰ শাৰীকেইটা পঢ়িব পৰা নাই। | |
common_voice_as_22079579 | তেওঁৰ দেউতাকে তেওঁক সহায় কৰিছিল যি এজন বৈজ্ঞানিক। | |
common_voice_as_22079581 | তেওঁৰ কুয়েকাৰ হোৱাৰো ইতিহাস বৰ মিঠা। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.