text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
সুস্থ জীৱন যাপনৰ ৰহস্য উন্মোচন স্বচ্ছ ভাৰতে কেনেকৈ সুস্থ ভাৰতলৈ লৈ যাব পাৰে | Assamese |
অভিযন্তাৰ চাকৰি এৰি নামি পৰিল ব্যৱসায়ত ৰ জৰিয়তে লাভ কৰিলে সফলতা | Assamese |
শিলচৰৰ এতিয়া চাহপ্ৰেমীৰ প্ৰিয় স্থল | Assamese |
যোৰহাটত হঠাৎ বন্ধ হৈ পৰিল ৰেপিড সেৱা কিয় প্ৰতিবাদত নামিল ৰেপিড চালকসকল | Assamese |
ত্যাগৰ বাণী বিলাই পালন কৰা হ ব ঈদ মূল্যবৃদ্ধিয়ে হতাশ কৰিছে গ্ৰাহকব্যৱসায়ী উভয়কে | Assamese |
৫০০ টকা মূলধনেৰে আৰম্ভ কৰা ব্যৱসায়ে এতিয়া কনিকাৰ হাতত তুলি দিয়ে মাহে লাখ টকা | Assamese |
সতেজ মাছৰ নামত গুৱাহাটীৰ বজাৰত কি বিক্ৰী হৈছে জানেনে | Assamese |
নলবাৰীত ১০১১ টকীয়া ইটাৰ দাম উঠিল ১৮ টকালৈকে | Assamese |
বিপদত পৰিছে কাছাৰৰ বিখ্যাত বাঁহবেতৰ সামগ্ৰীৰ ব্যবসায়ী | Assamese |
বিহুৰ বজাৰত দুই থলুৱা দুগ্ধজাত সামগ্ৰী উৎপাদনকাৰী প্ৰতিষ্ঠানৰ দখল | Assamese |
তাহানিৰ অসমীয়া সমাজৰ ওজন জোখা আহিলা তুলাচনীখন দেখিছেনে | Assamese |
কোটিটকীয়া শ্বপিং মলেও টলাব পৰ নাই ফাঁচিবজাৰক | Assamese |
অপূৰ্ব সোৱাদ নলবাৰীত মানুহৰ ঘৰে ঘৰে আমেৰিকাৰ দৈৰ টেকেলি | Assamese |
আজিও হ্ৰাস পোৱা নাই যোৰহাট চ ক বজাৰৰ ভিৰ | Assamese |
মেচিউৰিটীৰ আগতে একাউণ্ট বন্ধ কৰিব পাৰিনে চৰ্ত কি আৰু কি কৰিব লাগে জানক | Assamese |
ৰ চেন্নাই ছুপাৰ কিংছ বনাম ৰাজস্থান ৰয়েলছৰ মেচখন জিঅ চিনেমাত চালে সৰ্বাধিক ২২ কোটি দৰ্শকে | Assamese |
গুৱাহাটীৰ পথৰ দাঁতি এতিয়া ৰঙালীৰ সামগ্ৰীৰে ভৰপূৰ | Assamese |
৬৬ বছৰে জিলিকি থকা যোৰহাটৰ এখন বিশেষ ব্যৱসায়িক প্ৰতিষ্ঠান | Assamese |
লক্ষ্য স্থিৰ হ লে বাধা অৰ্থহীন প্ৰমাণ কৰি দিলে চন্দ্ৰানীয়ে | Assamese |
আপুনি এই ডাকঘৰৰ আঁচনিৰ কথা জানেনে ইয়াত টকা দুগুণ হ ব | Assamese |
ৰঙালীক আদৰিবলৈ ৰাজ্যজুৰি চলিছে প্ৰস্তুতি ঢোল নিৰ্মাণত ব্যস্ত টিহুৰ কৃষ্ণ বাদ্যকৰৰ পৰিয়াল | Assamese |
ব্যস্ত অসমীয়াক বিহুৰ জলপান যোগান ধৰিব গহপুৰৰ মহিলাই | Assamese |
আচৰিত পোৱা অসমীয়া গামোচাৰ স্বকীয়তা পৰীক্ষা হয় কলকাতাত | Assamese |
চৰকাৰে লখিমপুৰৰ শিপিনীৰ পৰা ক্ৰয় কৰিলে ১৭ লক্ষাধিক টকাৰ গামোচা | Assamese |
প্ৰণামী হালৈৰ আচাৰ উদ্যোগ চালে লঘু উদ্যোগৰ অধ্যক্ষই | Assamese |
মৃত্যুঞ্জয় সেৱাৰ এগৰাকী চালকে উপাৰ্জন কৰিছে লাখেলাখে টকা কিন্তু কেনেকৈ | Assamese |
হাজাৰ ধুমুহাৰে যুঁজিও ভাগৰি পৰা নাই নাৰায়ণপুৰৰ মুনু গগৈ | Assamese |
মাহৰ শেষত ধামাকা মোডী চৰকাৰে ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ওপৰত সুতৰ হাৰ বৃদ্ধি কৰিছে | Assamese |
গুৱাহাটীত লাভজনক হৈ উঠিছে লাড়ুপিঠাৰ ব্যৱসায় | Assamese |
পৰঠা ফেক্টৰীৰে আনৰ বাবে আদৰ্শ হৈ পৰিছে এসময়ত বহিঃৰাজ্যলৈ কাম বিচাৰি যোৱা দিগন্ত | Assamese |
পাভৈ গ্ৰীনত এতিয়া উপলব্ধ প্ৰায় ১৪০টা প্ৰজাতিৰ বিলাহী | Assamese |
চাকৰি এৰি কেঁচুসাৰ উৎপাদনেৰে স্বাৱলম্বী তপন ডেকা | Assamese |
চিন্তা নকৰিব ভৰিব নালাগে চাৰ্জ পেমেণ্টক লৈ অহা নিৰ্দেশনাৰ প্ৰতিটো কথা বুজি লওক | Assamese |
মন কৰিলেই ছন ষ্ট্ৰবেৰীৰ খেতিৰে লাভৱান বেলশৰৰ উৎপল বৰ্মন | Assamese |
ম্যানমাৰৰ মাছেৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ ব্যতিক্ৰম নহয় তেজপুৰো | Assamese |
এগৰাকী আদৰ্শ মহিলাৰ কাহিনী ২০২২ চনৰ পৰা ব্যৱসায় আৰম্ভ কৰি আজি তেওঁ প্ৰতিষ্ঠিত | Assamese |
অসম গৌৰৱ কাছাৰৰ মানথাং মাৰৰ বিষয়ে আপুনি জানেনে | Assamese |
সুস্বাদু ফলমূল খাদ্য সম্ভাৰেৰে ভৰি পৰিছে সুুৰাদীৰ বজাৰ | Assamese |
লক্ষ্মীসৰস্বতী দুয়োৱে সংগ দিছে নলবাৰীৰ প্ৰণামীক স্বাৱলম্বিতাৰ সৰল উদাহৰণ | Assamese |
দৃষ্টি থাকিলে লক্ষ্য নেহেৰাই প্ৰমাণ কৰিলে বৃষ্টিয়ে | Assamese |
সেউজীয়া আঙুৰৰ পৰিৱৰ্তে ক লা আঙুৰৰ মূল্য কিয় অধিক ইয়াৰ লাভালাভবোৰ কি চাওক | Assamese |
গুৱাহাটীত পদপথেই এতিয়া বহু নিবনুৱাৰ সংস্থাপনৰ বাট | Assamese |
এগৰাকী সাহসী আৰু স্বাভিমানী মহিলাৰ কাহিনী | Assamese |
চৰকাৰী চাকৰি কিয় গুৱাহাটীত এক অভিযন্তা দম্পতীয়ে আৰম্ভ কৰিলে এখন নাৰ্চাৰী | Assamese |
আইন সচেতনতাৰ অভাৱৰ বাবেই প্ৰতাৰিত হয় গ্ৰাহক | Assamese |
কিয় লাগে চৰকাৰী চাকৰি বহুতকে সংস্থাপন দিছে এগৰাকী অসমীয়া মহিলাই | Assamese |
আপোনাৰ ডাকঘৰত ধন আছে নেকি বিনিয়োগ কৰাৰ আগতে এই পাঁচটা তথ্য জানক | Assamese |
৩১ মাৰ্চৰ ভিতৰত কৰিবই লাগিব লিংক অন্য়থা হ ব এই অৱস্থা | Assamese |
অসমৰ বাঁহবেতৰ সামগ্ৰীৰে বিদেশত খলকনি তুলিছে এজন অসমীয়াই | Assamese |
বেলতলা বজাৰত চলিছে কাৰ ৰাজত্ব | Assamese |
বৈদ্যুতিক বাহনৰ বাবে বিশেষ হেঁচাৰে গতিশীলতা বিপ্লৱৰ সীমাত ভাৰত | Assamese |
কিমান জব্দ হ ল পাৱাৰলুমৰ গামোচা তথ্যই নাই হস্ততাঁত বস্ত্ৰ বিভাগত | Assamese |
টি পি বিহীন কাঠৰ গাড়ী বৰ্ণিহাটৰ পৰা কেনেকৈ প্ৰবেশ কৰে গুৱাহাটীত | Assamese |
ভোট জলকীয়াৰ খেতিৰে লাখপতি হোৱা এজন যুৱক | Assamese |
ছোৱাইন ফিভাৰগাহৰিব্ৰয়লাৰ আমদানীত চৰকাৰৰ নিষেধাজ্ঞা | Assamese |
এইবাৰ গৰম আপুনি ঠাণ্ডাত কটাব পাৰিব এটাৰ পিছত আনটো পানীয় লৈ হাজিৰ ৰ | Assamese |
হোলীত গুৱাহাটীত সুৰা বিক্ৰীৰ অভিলেখ | Assamese |
টীয়কৰ গৃহিণী ৰঞ্জিতাৰ বাবে আশীৰ্বাদ হ ল লকডাউন | Assamese |
৫ টকাৰে ব্যৱসায় আৰম্ভ কৰি বৰ্তমান লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হোৱা যোৰহাটৰ এগৰাকী মহিলা | Assamese |
ওৰেটো দিন বন্ধ তেল ডিপো বিয়লি খোলাৰ লগে লগে লাগিল হাহাকাৰ | Assamese |
মন কৰিছেনে বজাৰৰ পৰা কমি গৈছে পুৰণি ৫ টকীয়া মুদ্ৰা কিয় জানেনে | Assamese |
পাৱাৰলুমৰ গামোচা চিনাক্তকৰণৰ বাবে এপ উদ্ভাৱন | Assamese |
ৰ উদ্যোগত তেজপুৰত ক্ৰেতাবিক্ৰেতা সন্মিলন | Assamese |
লাহদৈগড়ত সৰুজ মিনি মাৰ্টৰ শুভাৰম্ভ | Assamese |
টীয়কৰ এগৰাকী ছাত্ৰীৰ প্ৰশংসনীয় প্ৰচেষ্টা | Assamese |
মাত্ৰ ৫ মিনিটতে বনাওক আপোনাৰ নতুন জানি লওক সহজ টিপছ | Assamese |
ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বী কাছাৰৰ তিনি যুৱক | Assamese |
মন কৰিলেই ছন বাকৰি মাটিতো ধন | Assamese |
মাংসকণী উৎপাদনত স্বাৱলম্বী হ ব অসম ৩৩ৰ পৰা ৫০ শতাংশ পর্যন্ত ৰাজসাহায্য প্ৰদানৰ লক্ষ্য | Assamese |
শিলচৰৰ ৬ মহিলাৰ ব্যতিক্ৰমী পদক্ষেপ | Assamese |
২৩ বছৰ পূৰ্বে প্ৰায় ধ্বংস হোৱা চটাই চাহ বাগিচাৰ এক নতুন ৰূপ প্ৰায় ধ্বংসৰ হোৱাৰ পৰা উদ্ধাৰ চটাই এতিয়া জাকত জিলিকা | Assamese |
চৰম বিত্তীয় সংকটত যোৰহাটৰ টোকোলাই চাহ গৱেষণাগাৰ | Assamese |
যোৰহাটৰ কাছাৰী মৈদানত আৰম্ভ আনন্দ মেলা লাভ কৰিছে দৰ্শকৰ সমাদৰ | Assamese |
অসমৰ শিৱসাগৰ বঙাইগাঁৱৰ লগতে আৰু ২খন চহৰত আজি মুকলি হ ল সেৱা এতিয়া দেশজুৰি মুঠ ২৭৭ খন চহৰে লাভ কৰিব এই সেৱা | Assamese |
ভাৰতৰ ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰক ইন্ধন যোগোৱাগুণৱত্তা ছে আত্মনিৰ্ভৰতা এক চালিকা শক্তি | Assamese |
সকলো পথ ভাৰতৰ উজ্জল আৰ্থক ভৱিষ্যতৰ দিশে | Assamese |
ছেমচাঙে মুকলি কৰিলে মূল্য জানো আহক | Assamese |
মাত্ৰ ২৫ টকাত ইলিচ মাছ কোন ঠাইত পোৱা গৈছে এই অফাৰ জানিবলৈ পঢ়ক এই প্ৰতিবেদন | Assamese |
ৰ অভিলেখ আৰু ৰ যুগ্ম বজাৰ শ্বেয়াৰতকৈও অধিক শ্বেয়াৰ দখল চেনেলটোৰ | Assamese |
ভাৰতবৰ্ষৰ মাতৃসকলৰ বাবে দেশজুৰি আৰু অনুষ্কা শৰ্মাৰ ৰেলী | Assamese |
গুণৱত্তা ছে আত্মনিৰ্ভৰতাভাৰতৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ মানদণ্ড ভাৰতৰ ভৱিষ্যতৰ সফলতাৰ মূল চাবিকাঠি হ ব | Assamese |
ভাৰতৰ $ ট্ৰিলিয়্ন ডলাৰৰ অৰ্থনীতি বহনক্ষমতাক চালিকাশক্তি যোগান | Assamese |
৩৮০ গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে চুইগিয়ে ক্ষমা বিচাৰিলে এ | Assamese |
নতুন বছৰত ডাঙৰ ধামাকা নতুন বাজেটতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল হব মালামাল ৯০ হাজাৰ টকা বাঢ়িব দৰমহা | Assamese |
কন্যাৰ ভৱিষ্যতৰ বাবে এই আঁচনিখনত প্ৰতিমাহে মাত্ৰ ইমানখিনি বিনিয়োগ কৰক এনেদৰে পাব ৫ লাখ টকা | Assamese |
গ্ৰাহকৰ বাবে বেয়া খবৰ বেঙ্কে ঋণ বৃদ্ধি কৰিব গৃহ আৰু অটো ঋণত অধিক পৰিশোধ কৰিব লাগিব | Assamese |
বেংকৰ পৰা ধন উলিওৱা হ ব কঠিন কাৰ্যকৰী হ ব কঠোৰ নিয়ম কেৱল পাছবুক নহয় আৰু প্ৰয়োজন হ ব এইবোৰ | Assamese |
হিমাচল প্ৰদেশৰ এইখন গাঁৱত হয় টকাৰ বৰষুণ কোটিপতি প্ৰতিটো পৰিয়াল কি কৰে এছিয়াৰ আটাইতকৈ চহকী এইখন গাঁৱৰ লোকে | Assamese |
ভাৰতৰ দ্ৰুত বৰ্ধিত ফিনটেক খণ্ড আত্মনিৰ্ভৰতাৰ মূল চাবিকাঠি হৈ পৰিবনে | Assamese |
ভাৰতৰ বৃদ্ধিৰ কাহিনীৰ মূলৰ অনুসন্ধানআধুনিক ভাৰত গঢ়ি তোলা বলিষ্ঠ কোম্পানী | Assamese |
এছ বি আই আৰু পি এন বিৰ দৰে ডাঙৰ বেংকবোৰো ব্যক্তিগত হ বনে নীতি আয়োগে তালিকাখন মুকলি কৰিলে | Assamese |
নতুন বছৰত ডাঙৰ ধামাকা এই কেন্দ্ৰীয় আঁচনিৰ সুতৰ হাৰ বৃদ্ধি হৈছে জমা টকা পূৰ্বতকৈ ৩ মাহ পূৰ্বেই দুগুণ হ ব | Assamese |
নতুন বছৰ হ ব বিনিয়োগৰ বিশেষ আপুনি কৰৰ ক্ষেত্ৰতো এক ডাঙৰ লাভালাভ পাব তেন্তে পলম কিয় | Assamese |
নতুন বছৰৰ বাবে ভাল খবৰ কে ধৰি এই সঞ্চয় আঁচনিবোৰৰ সুতৰ হাৰ বৃদ্ধি হৈছে | Assamese |
ভাৰতৰ ষষ্ঠ অনুসূচীৰ আওঁতাত গঠিত বিটিআৰত জনজাতিৰ অধিকাৰ সুৰক্ষিত হবই | Assamese |
নাৰায়ণ মূৰ্তি প্ৰতিদিনে পুৱা ৬:২০ বজাত ইনফ ছিছৰ কাৰ্যালয়ত উপস্থিত হৈছিল কাৰণ | Assamese |
ধীৰুভাই আম্বানী কেনেকৈ হ ল দেশৰ অন্যতম সফল উদ্যোগপতি জানক কিছু আমোদজনক তথ্য | Assamese |
প্ৰত্যায়ন আঁচনিভাৰতবৰ্ষৰ পৰিস্থিতিতন্ত্ৰক শক্ৰিশালী কৰি আহিছে | Assamese |
এই বেঙ্কে ৭ দিনত তৃতীয়বাৰৰ বাবে ত সুতৰ হাৰ বৃদ্ধি কৰিছে বিনিয়োগকাৰীসকলৰ বাবে ভাল ৰিটাৰ্ণ পোৱাৰ সুযোগ | Assamese |
ৰ উপহাৰ বছৰ শেষ হোৱাৰ পূৰ্বে বেংকে বৃদ্ধি কৰিলে ৰ সুতৰ হাৰ চাওক এতিয়া কিমান ঘূৰাই পাব | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.