text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
সাৰ্বজনীন শৌচালয়ৰ প্ৰৱেশাধিকাৰৰ দিশতবহনক্ষম উন্নয়নৰ লক্ষ্য প্ৰাপ্তিৰ দিশত আৰু + অন্তৰ্ভুক্তিকৰণৰ প্ৰচাৰৰ বাবে সহযোগিতামূলক প্ৰচেষ্টা | Assamese |
দেশৰ ১০ খন ইলেক্ট্ৰনিক সামগ্ৰীৰ বৃহৎ মাৰ্কেটৰ ভিতৰত আছে অসমৰ এখন বৃহৎ মাৰ্কেট জানেনে ক ত আছে | Assamese |
মূল্য বৃদ্ধি হ ব নেকি ৰন্ধন গেছৰ আগষ্ট মাহত সলনি হ ব পাৰে এই ৩টা গুৰুত্বপূৰ্ণ নিয়ম | Assamese |
তৎকাল এজেন্ট একোৱেই নালাগে এই কোটা ত টিকেট কাটিলেই ৰ গেৰান্টী জানক সবিশেষ | Assamese |
নীলাক্ষিৰ হাতৰ চিৰাকোমল চাউলপিঠাৰ সোৱাদ লৈছেনে নীলাক্ষি এতিয়া বহুতৰ বাবে আদৰ্শ | Assamese |
শৌচালয় অন্তৰ্ভুক্তিকৰণ আৰু লিংগ সমতাৰ মাজৰ সম্পৰ্কৰ অন্বেষণঅন্তৰ্ভুক্তিকৃত শৌচালয়সমূহে সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায় | Assamese |
কেৱল বৃদ্ধিয়ে নহয় চৰকাৰী কৰ্মচাৰীপেঞ্চনাৰলৈ মোদী চৰকাৰৰ আৰু দুটা ডাঙৰ উপহাৰ | Assamese |
প্ৰশিক্ষণ আৰু সংবেদনশীলতা বৃদ্ধিৰ কাৰ্যসূচীঅন্তৰ্ভুক্তিকৃত স্থান সৃষ্টি কৰাৰ বাবে শৌচালয়ৰ পৰিচাৰকসকলক সজাগ কৰা | Assamese |
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ চতুৰ্দশ কিস্তিৰ ধন কেতিয়া একাউণ্টত সোমাব জানি লওক | Assamese |
ৰ বাম্পাৰ প্লেন আপুনি ১৫০ টকাতকৈ কম মূল্যত ডাটাৰ সৈতে ১৫ টা প্ৰৱেশাধিকাৰ প্ৰাপ্ত কৰিব | Assamese |
কেইবছৰমানৰ ভিতৰত টকা দুগুণ হয় আপুনি ডাকঘৰৰ এই আঁচনিবোৰ জানেনে | Assamese |
কেটলী ৰ জৰিয়তে গ্ৰাহকক ২০বিধতকৈ অধিক চাহৰ সোৱাদ দিছে দুই বন্ধুৱে লগতে দিলে ৰন্ধনৰ সুবিধাও | Assamese |
শিক্ষানুষ্ঠানসমূহত সামগ্ৰিক বিশ্ৰামগৃহ+ শিক্ষাৰ্থীৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰা | Assamese |
ৰাজহুৱা শৌচাগাৰত + অন্তৰ্ভুক্তিবিশ্বব্যাপী প্ৰচেষ্টাৰ শিক্ষা আৰু উত্তম অনুশীলন | Assamese |
সামগ্ৰিক শৌচাগাৰত মিত্ৰশক্তিৰ ভূমিকা+ ব্যক্তিৰ বাবে সহায়ক পৰিৱেশ গঢ়ি তোলা | Assamese |
আপুনি সোণ আৰু ৰূপ কিনিবলৈ গৈ আছে নেকি আজিৰ সোণৰূপৰ দাম জানক | Assamese |
ম বাইল লেপটপ টেবলেট দিব মোদী চৰকাৰে এইসকল চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব বহু আকৰ্ষণীয় উপহাৰ | Assamese |
সুখবৰ বৃদ্ধি পালে এইসকল ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব বৰ্ধিত মাহিলী দৰমহা | Assamese |
বেচৰকাৰী খণ্ডৰ শ্ৰমিকৰ বাবে ভাল খবৰ বৃদ্ধি পালে ইপিএফৰ সুতৰ হাৰ সবিশেষ জানি লওক | Assamese |
ডাঙৰ ডাঙৰ উদ্যোগপতিও ফেইল এই সৰু পুতলা ব্যৱসায়েৰে বছৰি ১০ হাজাৰ কোটি টকা উপাৰ্জন | Assamese |
বৃদ্ধি হ ল দৰমহা বৃদ্ধিৰে চৰকাৰী কৰ্মচাৰীলৈ মোদী চৰকাৰৰ ডাঙৰ উপহাৰ | Assamese |
মাত্ৰ ২৫০ টকা জমা কৰিলে লাভ কৰিব ৫২ লাখ টকাৰ সুবিধা ৰ এই পলিচীৰ বিষয়ে জানি লওক | Assamese |
বেংকত ফিক্স ডিপোজিট আছে তেন্তে এই কামটো নকৰিলে মোটা অংকৰ ধন কটা যাব ৰেহাই পাবলৈ কি উপায় | Assamese |
অন্তৰ্ভুক্ত শৌচালয়ৰ বাবে অৰ্থনৈতিক গোচৰঃ সমান প্ৰৱেশাধিকাৰে সামাজিক প্ৰগতি আৰু অৰ্থনৈতিক বিকাশক কেনেদৰে চালিত কৰে | Assamese |
আপুনি জানেনে চেভিংছ একাউন্টত কিমান টকা ৰাখিব পাৰি বহুতেই কিন্তু নাজানে | Assamese |
নাৰ্চাৰীৰ ব্যৱসায়েৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহজনকো স্বাৱলম্বী কৰিছে চাবুৱাৰ ভাস্কৰ মৰাণে | Assamese |
সুখবৰ সুলভ মূল্যত উপলব্ধ হ ব বিলাহী কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত | Assamese |
মানসিক স্বাস্থ্য আৰু মংগলৰ প্ৰসাৰ+ সম্প্ৰদায়ৰ সদস্যসকলৰ ওপৰত অন্তৰ্ভুক্ত প্ৰস্ৰাৱগাৰৰ প্ৰভাৱ | Assamese |
যদি আপুনি মাত্ৰ ২ হাজাৰ টকা বিনিয়োগ কৰে আপুনি ডেৰ লাখ টকা পাব ডাকঘৰৰ কি আঁচনিয়ে এই সুবিধা দিয়ে | Assamese |
বাধা অতিক্ৰম ওলাই অহাৰাজহুৱা শৌচাগাৰত + সম্প্ৰদায়ে সন্মুখীন হোৱা কলংক আৰু বৈষম্যৰ সমাধান | Assamese |
এই ৬ ধৰণৰ আয়ৰ ওপৰত নাই কোনো কৰ আয়কৰৰ আওতাৰ বাহিৰত থকা এই আয়ৰ তালিকাখন চাইহে কৰক ৰিটাৰ্ণ দাখিল | Assamese |
সোণ আৰু ৰূপৰ দাম আজি বাঢ়িল নে কমিল আজিৰ মূল্য কিমান হৈছে জানি লওক | Assamese |
তামোলে বিপদ মাতিছে পাণৰ পাণৰ ব্যৱসায়ত পেলাইছে বিৰূপ প্ৰভাৱ | Assamese |
গ্ৰাহকলৈ সুখবৰ পুনৰ হ্ৰাস পালে সোণৰ দাম আজি বজাৰত সোণৰূপৰ দাম কিমান জানক | Assamese |
অনাময় ব্যৱস্থাৰ সামুহিক জয় যাত্ৰা ভাৰতৰ অটল প্ৰতিশ্ৰুতি সকলোৰে বাবে অনাময়ক প্ৰশংসা টয়লেট ৱেৰিয়ৰ মাৰ্ক বল্লাৰ | Assamese |
সোণ কিনাৰ পৰিকল্পনা কৰিছে নেকি কিমান দাম আজি সোণৰূপৰ | Assamese |
জাপিৰ আৰ্হিৰে অলংকাৰ প্ৰস্তুত কৰি চৰ্চাত নলবাৰীৰ জয়শ্ৰী | Assamese |
কৃষকৰ বাবে কেন্দ্ৰৰ সুখবৰ প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ চতুৰ্দশ কিস্তিৰ পুঁজি শীঘ্ৰেই কৰা হ ব মুকলি কিন্তু কেতিয়া | Assamese |
এবছৰৰ পিছত এলআইচি পলিচী ছাৰেণ্ডাৰ কৰিব বিচাৰে নেকি এইটো সঠিক সিদ্ধান্ত নেকি চাওক | Assamese |
আকৌ হ্ৰাস পালে নেকি দাম সোণ আৰু ৰূপৰ মূল্য আজি কিমান | Assamese |
পতঞ্জলি ফুডছে মুকলি কৰিব নতুন উন্নতমানৰ খাদ্য সামগ্ৰী আগন্তুক ৫ বছৰত ৫০০০ কোটি টকাৰ ব্যৱসায়ৰ পৰিকল্পনা | Assamese |
মোদী চৰকাৰে দিছে সুলভ দামত সোণ কিনাৰ সুযোগ চাৰিদিন পিছতে আৰম্ভ হব এই আঁচনি | Assamese |
চাকৰি নাপায় মাংসৰ আচাৰত হাত দিয়া উপাসনা এতিয়া স্বাৱলম্বী | Assamese |
নলবাৰীৰ দুই ভাতৃয়ে একেলগে বছৰেকত উপাৰ্জন কৰিছে কেইবা লক্ষাধিক টকা কেনেকৈ | Assamese |
আজিয়ে সোণ কিনিব নে আৰু কিছুদিন অপেক্ষা কৰিব চাওক সোণৰূপৰ শেহতীয়া বজাৰ মূল্য | Assamese |
৩০ বিঘা মাটিত তৰমুজৰ খেতি কৰি ১০ খেতিয়কে আৰ্জিলে ১৫ লাখ | Assamese |
কৰিমগঞ্জ মুখ্য ডাকঘৰত মুকলি হ ল ডাকঘৰ ৰপ্তানি কেন্দ্ৰ | Assamese |
পেঞ্চন সন্দৰ্ভত বৃহৎ পৰিকল্পনা কেন্দ্ৰৰ এ জনালে এই ভাল খবৰ | Assamese |
প্ৰধানমন্ত্ৰী সন্মান নিধি যোজনাত কৃষকে পাব ১০ হাজাৰ টকা কেনেকৈ জানি লওক | Assamese |
আপুনি ঘৰত বহিয়েই মাহে ৭০ হাজাৰ টকা পাব এই ব্যৱসায়টো কৰিলেই আপুনি ভাল উপাৰ্জন কৰিব পাৰিব | Assamese |
সতেজ শীতল বিশ্বাসযোগ্যতাৰ মন্ত্ৰ লৈ দুই সাংবাদিকৰ ব্যতিক্ৰমী প্ৰয়াস | Assamese |
চাকৰিয়ে আকৰ্ষণ কৰিব পৰা নাই উচ্চশিক্ষিত যুৱকক ভোট জলকীয়াই আনি দিয়ে মাহে লাখ টকাৰ ওচৰাউচৰি | Assamese |
চপ খাই ভালপোৱাসকলে যাব পাৰে এইখন দোকানলৈ ল ব পাৰে ভিন্ন সোৱাদৰ চপৰ জুতি | Assamese |
মাত্ৰ ৯ বিঘা মাটিত মীনপালন আৰম্ভ কৰা তপন দত্ত বৰুৱা এতিয়া দহজনৰ বাবে আদৰ্শ | Assamese |
অসমৰ যুৱকৰ আকৰ্ষণীয় উদ্ভাৱন ক প্ৰত্যাহ্বান জনাই আহি গ ল | Assamese |
লখিমপুৰত আৰম্ভ হল ফুডক ৰ্ট | Assamese |
কাছাৰত গঢ়ি উঠিব ষ্টাৰ চিমেণ্ট গ্ৰাইণ্ডিং ইউনিট | Assamese |
টীয়কৰ লাহিং অঞ্চলক হস্ততাঁত বস্ত্ৰশিল্পৰ ক্লাষ্টাৰ হিচাপে গঢ়াৰ লক্ষ্যৰে ব্যতিক্ৰমী পদক্ষেপ | Assamese |
ডিব্ৰুগড়ৰ এগৰাকী মহিলাই দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন | Assamese |
একেখন ঘৰৰ তিনি উদ্যমী বোৱাৰীৰ ব্যতিক্ৰমী পদক্ষেপ | Assamese |
বহুজাতিক কোম্পানীৰ লগত ফেৰ মাৰি সফলতাৰ দিশত বিহপুৰীয়াৰ অপূৰ্ব বৰা | Assamese |
আমেৰিকাৰ পৰা উভতি আহি বৰাকৰ মাটিত লেমনগ্ৰাছৰ খেতি কৰিছে সমুজ্জ্বলে | Assamese |
স্বচ্ছতা কি পাঠশালা নাৰাউৰৰ পৰা হাইলাইট | Assamese |
মিছন স্বচ্ছতা ঔৰ পানী ৰ বিশ্ব স্বাস্থ্য দিৱসৰ বিশেষ অনুষ্ঠানত চেলিব্ৰিটি আৰু মন্ত্ৰীসকলে কি ক লে | Assamese |
বাঁহৰ বেৰ দুখন ৰুটীৰ প্লেটেৰে আৰম্ভ কৰা ডিব্ৰুগড়ৰ বাইদেউ হোটেল এতিয়া জাকত জিলিকা | Assamese |
নৰ্থইষ্ট মেগা ফুড পাৰ্কঃ কথা আছিল ২৮ টা উদ্যোগ স্থাপনৰ ৮ বছৰে উদ্যোগ বহিল মাত্ৰ ৩ টা | Assamese |
বৰাক উপত্যকাৰ প্ৰথমখন তাৰকাযুক্ত হোটেল মুুুুুকলিৰ বাবে সাজু | Assamese |
বিশ্বাস কৰিবনে ২০০ টকা মূলধনেৰে ব্যৱসায় আৰম্ভ কৰা মাধুৰিমাৰ এতিয়া মাহে আয় লাখৰো অধিক | Assamese |
স্বচ্ছতা কি পাঠশালা ক সমগ্ৰ দেশতে অনুকৰণ কৰিব লাগিব | Assamese |
হাৰ্পিকৰ ৱৰ্ল্ড টয়লেট কলেজৰ পৰা অনাময়ৰ পাঠ | Assamese |
শতদীপা জ বেক লজি সমগ্ৰ বৰাক উপত্যকাত এতিয়া এটা জনপ্ৰিয় নাম | Assamese |
বেংকৰ কৰ্মচাৰীয়ে সপ্তাহৰ ৫ দিনহে কৰিব লাগিব কাম বিত্ত বিভাগে শীঘ্ৰেই জাৰি কৰিব পাৰে অধিসূচনা | Assamese |
পিতৃৰ সম্পত্তিৰ অংশ কন্যাই কেতিয়া নাপায় কি কয় ভাৰতৰ আইনে | Assamese |
ডিজিটেলাইজেচনৰ গ্ৰাসঃ অস্তিত্বৰ সংকটত প্ৰিণ্টিং প্ৰেছ | Assamese |
মিছন স্বচ্ছতা আৰু পানীৰ ছিজন ৩শৌচাগাৰ পৰিস্কাৰ হৈ থাকিলেহে স্বাস্থ্যবান হৈ থাকিম আমি | Assamese |
এখন সুস্থ ভাৰতৰ বাবে শৌচাগাৰৰ পৰিষ্কাৰপৰিচ্ছন্নতাৰ সৈতে আচৰণৰ পৰিৱৰ্তন কিয় অতি প্ৰয়োজনীয় | Assamese |
লিংগ আৰু অনাময়ৰ উপলব্ধতাৰ এটা ব্যৱধান বিষয় আৰু সৱলীকৰণ | Assamese |
মঙলদৈত আৰম্ভ হ ল বিনামূলীয়া সেৱা | Assamese |
ভাৰতত শৌচাগাৰৰ পৰিষ্কাৰপৰিচ্ছন্নতা আৰু ঋতুস্ৰাৱৰ পৰিষ্কাৰপৰিচ্ছন্নতাঃ প্ৰত্যাহ্বান আৰু সমাধান | Assamese |
অসমীয়া ভাতসাঁজৰ জনপ্ৰিয়তা বাঢ়িছে অসমৰ বাহিৰৰ লোকেও ভাল পোৱা হৈছে অসমীয়া খাদ্য | Assamese |
চোলেভাটুৰেৰ বাবে জনপ্ৰিয় যোৰহাটৰ এখন বিশেষ ৰেষ্টুৰেণ্ট | Assamese |
নেপালৰ বজাৰত নলবাৰীৰ ৰঙালাও নলবাৰী জিলা কৃষি বিভাগৰ উদ্যোগত কৃষকৰ পথাৰৰ পৰাই ৰঙালাউ নেপালৰ বজাৰলৈ ৰপ্তানি | Assamese |
দৰমহাৰ জমা ধনেৰে এখন কাপোৰৰ দোকান আৰম্ভ কৰা মহিলাগৰাকী এতিয়া তিনিখন দোকানৰ গৰাকী | Assamese |
আমদানিৰপ্তানিত অসুবিধা বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰে কৰিমগঞ্জত বৈঠক | Assamese |
বাচন লুটিয়াই দিলেও ওলাই নপৰে সুৰেশ ভাণ্ডাৰৰ দৈ | Assamese |
ফৰ্মেলিনৰ পাৰ্শ্বক্ৰিয়া তেজপুৰত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে থলুৱা মাছৰ দাম | Assamese |
ক্লাউড কিটচেনৰ পৰা কেফে ইঞ্জিনিয়াৰিঙৰ চাকৰি এৰি দ্বৈপায়নৰ নিজা ষ্টাৰ্টআপ | Assamese |
ৰে ল কৰ্তৃপক্ষ ৰ টনা আজোৰা মাজত বন্দী বামুনীমৈদাম কলনী বজাৰৰ ব্যৱসায়ী | Assamese |
এটি কলি দুটি পাত চাবলৈ এতিয়া আৰু উজনিলৈ যাব নালাগে নলবাৰীত সেউজ হৈছে প্ৰথমখন চাহ বাগিচা | Assamese |
গুৱাহাটীত জনপ্ৰিয় হৈছে ইউ টিউবাৰ চাহ আপুনিও জুতি লওঁক | Assamese |
অনাময় ব্যৱস্থাৰ গুৰুত্ব আমাৰ জীৱনত অনাময় ব্যৱস্থাৰ প্ৰভাৱ | Assamese |
শিলচৰৰ ৮০ বছৰ পুৰণি ৰাধামাধৱ মিষ্টান্ন ভাণ্ডাৰত জলকীয়া নেমুটেঙা কমলাৰ ৰসগোল্লা | Assamese |
বাথৰুমৰ দুৱাৰৰ আঁৰত অনাময় আৰু স্বাস্থ্যৰ মাজৰ সম্পৰ্ক বুজি পোৱা | Assamese |
নিমুৱা গাঁৱৰ পিঠাখনেৰে কটনিয়ানৰ চাহ একাপৰ সোৱাদ লওক | Assamese |
একাপ গৰম চাহগৰম পকোৰা আৰু সন্ধিয়াৰ আড্ডাৰেই জীপাল হয় নলবাৰীৰ বৰজাৰ | Assamese |
চল্লিশ বছৰ পূৰ্বে কচুথোৰকণবিলাহীৰে ৰন্ধা মৌচুমীৰ ভাতসাঁজৰ সোৱাদ আজিও একেই আছে | Assamese |
মনোবল নেহেৰুৱা যোৰহাটৰ এগৰাকী মহিলাৰ ব্যৱসায়িক যাত্ৰা | Assamese |
ভাৰতত জনস্বাস্থ্যৰ পৰিৱৰ্তনপৰিষ্কাৰ শৌচাগাৰৰ উপলব্ধতা কিয় মূল কথা | Assamese |
জয়চৰণ শীলৰ বাঁহবেতৰ সামগ্ৰীয়ে মন মুহিছে আমেৰিকাৰ লোকৰো | Assamese |
ভাৰতত অনাময় সাক্ষৰতাত বৈপ্লৱিক পৰিৱৰ্তন আনিছে | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.