text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
মহিলাসকলৰ অনলাইন সুৰক্ষাৰ বাবে আৰু ৰ বিশেষ অনুষ্ঠান উপস্থিত থাকিব দেশৰ কেইবাগৰাকীও বিশেষ ব্যক্তি | Assamese |
গাড়ী ক্ৰয় কৰা ব্যয়বহুল হ ব ১ এপ্ৰিলৰ পৰা বাঢ়িব বহু কোম্পানীৰ চাৰিচকীয়া বাহনৰ দাম | Assamese |
বিৰাট ধামাকা মাৰ্চৰ ভিতৰত এই আঁচনিখনত বিনিয়োগ কৰিলে প্ৰতি মাহে টকাৰ পেঞ্চন নিশ্চিত | Assamese |
আজিৰে পৰা একেৰাহে ৪ দিন বন্ধ থাকিব বেংক বেংকলৈ যোৱাৰ পূৰ্বে চাওক বন্ধৰ তালিকা | Assamese |
বিনিয়োগকাৰীসকলৰ বেদনা হ্ৰাস হোৱা নাই আজি ষ্টকে নিম্নতমৰ অভিলেখ গঢ়িছে | Assamese |
বেংকৰ কিবা জৰুৰী কাম থাকিলে সোনকালে কৰি লওক মাৰ্চৰ বাকী থকা দিনকেইটাৰ ৪ দিনেই বন্ধ থাকিব বেংক | Assamese |
সৰিয়হবাদামচয়াবিনকে ধৰি খোৱা তেলৰ মূল্যত বৃহৎ হ্ৰাস ১ লিটাৰৰ মূল্য কিমান তালিকাখন চাওক | Assamese |
১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব টাটা মটৰ্ছৰ গাড়ীৰ মূল্য কিমান শতাংশ মূল্যবৃদ্ধি কৰিব কোম্পানীটোৱে | Assamese |
মাত্ৰ ১০ মিনিটৰ ভিতৰত আপোনাৰ ঘৰলৈ খাদ্য পঠিয়াব এ খাদ্যৰ দামো হ্ৰাস কৰিব | Assamese |
একাউণ্ট ধাৰকসকলৰ বাবে ডাঙৰ খবৰ সলনি হ ল ৰ সূতৰ হাৰ | Assamese |
ফেশ্বন মানেই ৰিলায়েঞ্চ পোছাকৰ ব্ৰেণ্ড ক্লোভিয়াৰ ৮৯ শতাংশ শ্বেয়াৰ ক্ৰয় ৰিলায়েঞ্চৰ | Assamese |
ডিছপ্লে মেগাপিক্সেল কেমেৰাৰ সৈতে ৰ নতুন ফোন মুকলি কিনিলে পাব ১০০০ টকালৈকে ৰেহাই। | Assamese |
মোডী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত খোৱা তেলৰ মূল্য বৃ্দ্ধিৰ ওপৰত শেহতীয়া আপডেট কি | Assamese |
হোলীৰ সময়ত বেংকৰ ডাঙৰ ধামাকা ফিক্সড ডিপজিটৰ ওপৰত সুতৰ হাৰ বৃদ্ধি | Assamese |
এই কোম্পানীটোৱে বাম্পাৰ নিযুক্তি দিবলৈ গৈ আছে প্ৰায় ৬০০০০ কৰ্মচাৰী নিয়োগ কৰিবলৈ হৈছে সাজু | Assamese |
ৰ শ্বেয়াৰ ইমান নিম্ন মঙলবাৰেও নহ ল মংগল বিনিয়োগকাৰীসকলে সপোনতো ভবা নাছিল এনে হ ব বুলি | Assamese |
পঞ্জাৱ নেচনেল বেংকত আন এটা ঋণ জালিয়াতিৰ গোচৰ পোহৰলৈ আহিছে এইবাৰ ২০৬০ কোটি টকাৰ জালিয়াতি | Assamese |
এ বেটাৰী নিৰ্মাতা কোম্পানী অধিগ্ৰহণ কৰিছে ৬১ কোটি ডলাৰৰ চুক্তি | Assamese |
এবাৰ চাৰ্জত ১৫০ কিমি সৰ্বাধিক গতি ১০০ ভাৰতৰ ইবাইক বজাৰত ৰ কেতিয়াকেনেকৈ ক্ৰয় কৰিব | Assamese |
মেগি আৰু কফি ভালপোৱাসকলৰ বাবে দুঃখবৰ দাম বাঢ়িল আৰু ৰ জানক ক ত কিমান দাম বাঢ়িল | Assamese |
ডাকঘৰৰ একাউণ্ট থকাসকলৰ বাবে ডাঙৰ খবৰ ১ এপ্ৰিলৰ পৰা সলনি হ ব নিয়ম | Assamese |
মাইলেজ আৰু পাৰ্ফৰমেন্সৰ ক্ষেত্ৰত দেশৰ সৰ্বশ্ৰেষ্ঠ স্কুটাৰ ফটো চালেই বুজি পাব ইয়াৰ বিশেষত্ববোৰ | Assamese |
এ হোলীৰ পূৰ্বে গ্ৰাহকসকলক দিছে উপহাৰ জানক ত কিমান সূত পাব | Assamese |
মহিলাসকলে বিচাৰিলে ঘৰতে কৰিব পাৰে এই ৫টা সৰু ব্যৱসায় কম বিনিয়োগেৰে আয় কৰিব পাৰে অধিক টকা | Assamese |
মহিলা সৱলীকৰণৰ উদ্দেশ্যে হিন্দীত আহি আছে হাৰ চাৰ্কল ডিজিটেল মাধ্যমৰ শুভাৰম্ভ কৰিলে নীতা আম্বানীয়ে | Assamese |
এতিয়া সকলো চহৰত উত্তৰপূৰ্বাঞ্চলৰ ৩ হাজাৰতকৈ অধিক ৰিটেইল আউটলেটত উপলব্ধ | Assamese |
ৰাছিয়াইউক্ৰেইনৰ যুদ্ধৰ প্ৰভাৱ অস্বাভাৱিক হাৰত বাঢ়িছে তেলৰ দাম কিয় বাঢ়িছে ইমান দাম বিতং জানক | Assamese |
অৱসৰৰ সময়ত প্ৰায় ১৫ কোটি টকা কেনেকৈ ৰাহি কৰিব পাৰি তাৰ ওপৰত এবাৰ চকু ফুৰাও আহক | Assamese |
আজি নিৰ্বাচন শেষ হোৱাৰ লগে লগে পেট্ৰ ল আৰু ডিজেলৰ দাম বৃদ্ধি হ ব পাৰে জানি লওক ই কিমান ব্যয়বহুল হ ব | Assamese |
এই ব্যৱসায় মাত্ৰ ১ লাখ টকাত আৰম্ভ কৰক ই ন্যূনতম ৬০ লাখ টকালৈকে উপাৰ্জন নিশ্চিত কৰিব | Assamese |
আমূলৰ পিছত এইবাৰ এ গাখীৰৰ মূল্য বৃদ্ধি কৰিছে প্ৰতি লিটাৰত বাঢ়িল ২টকা | Assamese |
ৰিলায়েন্সে লন্স কৰিলে দেশৰ সৰ্ববৃহৎ আৰু সবাতোকৈ সুন্দৰ কনভেনচন চেণ্টাৰ দেখিলেই চাট মাৰি ধৰিব চকু | Assamese |
শুকান মৰাপাটত জীপাল জীৱনৰ অপূৰ্ব সৃষ্টি সুমিতাৰ হাতৰ পৰশত প্ৰাণ পাইছে নিৰ্জীৱ মৰাপাটেও | Assamese |
পেট্ৰ লৰ খৰছ নাই চলাবলৈ নালাগে লাইচেঞ্চ নিশ্চিন্তমনে চলাব পাৰিব এই বিশেষ স্কুটাৰখন দামো বেছি নহয় | Assamese |
হোলীত কেন্দ্ৰীয় কৰ্মচাৰীসকলে পাব ডাঙৰ উপহাৰ প্ৰায় ৪০ হাজাৰ অতিৰিক্ত দৰমহা সোমাব একাউণ্টত কেনেকৈ চাওক | Assamese |
চাকৰিৰ লগতে এই চুপাৰহিট ব্যৱসায় কৰক কোটিপতি হোৱাৰ সুন্দৰ সুযোগ পাব | Assamese |
ফিউচাৰ গ্ৰুপৰ ষ্টোৰসমূহৰ দায়িত্ব ল লে ৰিলায়েন্সে আনন্দিত হৈ পৰিল কৰ্মচাৰীৰসকলৰ লগতে সমগ্ৰ ইণ্ডাষ্ট্ৰী | Assamese |
যিসকলে গৰু বা ম হ পালন কৰে তেওঁলোকক চৰকাৰে ৬০ হাজাৰ টকা দিব জানি লওক ইয়াৰ বাবে ক ত কেনেকৈ আৱেদন কৰিব | Assamese |
ৰিলায়েন্স ৰিটেইলৰ আন এটা চুক্তি বিলাসী ফেশ্বন ব্ৰেণ্ড আব্ৰাহাম এণ্ড ঠাকোৰত বিনিয়োগ | Assamese |
২০২২ত আপুনি কেনেকৈ অতিৰিক্ত উপাৰ্জন ধাৰাৰ জৰিয়তে আপোনাৰ বিনিয়োগ বৈচিত্ৰ্যপূৰ্ণ কৰিব | Assamese |
আৰু সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্ট আছে যদি এই গুৰুত্বপূৰ্ণ বাতৰিটো পঢ়ক অন্যথা পিছত সমস্যাত পৰিব | Assamese |
মূল্য বৃদ্ধি হ ল গাখীৰৰআজিৰ পৰা প্ৰতি লিটাৰ গাখীৰত ২ টকাকৈ বৃদ্ধি | Assamese |
আজিৰ পৰা সলনি হৈছে এইসমূহ নিয়ম আপোনাৰ পকেটতো পৰিব ইয়াৰ প্ৰভাৱ সবিশেষ জানক | Assamese |
আজিৰে পৰা দাম বাঢ়িল গেছ চিলিণ্ডাৰৰ জানি লওক কিমান হ ল এই চিলিণ্ডাৰৰ দাম | Assamese |
দাম বাঢ়িল আমুল গাখীৰৰ মঙলবাৰৰ পৰা প্ৰতি লিটাৰত মূল্য ২ টকা বৃদ্ধি | Assamese |
২০২২ চনত আপুনি জানিব লগা ১০টা উন্নত ক্ৰিপ্ট শব্দাৱলী | Assamese |
সোণ আৰু ৰূপৰ দাম বাঢ়িল নেকি জানক আজি ১০ গ্ৰাম সোণৰ দাম কিমান | Assamese |
সকাহ এবছৰত মাটি মাহৰ দাইলৰ মূল্য হ্ৰাস হৈছে এতিয়া দাম কিমান জানক | Assamese |
গ্ৰাহকসকলে অনুগ্ৰহ কৰি মন দিয়ক এই সেৱাবোৰ আজি ৰাতি ৭ ঘণ্টাৰ বাবে বন্ধ থাকিব | Assamese |
মাৰ্চ মাহত প্ৰায় আধা দিন বন্ধ থাকিব বেংক জৰুৰী কামৰ ক্ষতি নহ বলৈ চাওক বন্ধৰ তালিকা | Assamese |
আজি পেট্ৰ লডিজেলৰ দাম ক ত বাঢ়িল ক ত কমিল জানক আপোনাৰ চহৰৰ দাম | Assamese |
যুদ্ধৰ বাবে বৃদ্ধি সোণৰ মূল্যও ১০ গ্ৰামত ৬০০০০ পাৰ কৰিব পাৰে সোণৰ মূল্যই আজি কিমান পালে বৃদ্ধি | Assamese |
আজি পেট্ৰ লডিজেলৰ দাম বাঢ়িল নে কমিল জানক আপোনাৰ চহৰৰ দাম | Assamese |
দেশৰ এইকেইখন চহৰত পেট্ৰ ল সস্তা হ ল আজি গুৱাহাটীত ৰ কিমান দাম | Assamese |
যুদ্ধৰ ভয়ত থৰকবৰক শ্বেয়াৰ বজাৰ তললৈ নামিল ছেনছেক্সনিফটি আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি | Assamese |
অধিক ইণ্টাৰনেট ব্যৱহাৰ কৰাসকলৰ বাবে বিশেষ প্লেন লগতে পাব চাবস্ক্ৰিপশ্বন | Assamese |
এপ্ৰিলৰ পৰা আপোনাৰ পাকঘৰত লাগিব জুই দুগুণ বাঢ়িব পাৰে ৰন্ধন গেছৰ দাম। | Assamese |
আকৌ সমস্যাত পৰিছে ছানী লিয়নী কোনোবাই অজ্ঞাতে তেওঁৰ কি বিপদ কৰিলে | Assamese |
ব্যয়বহুল হ ব বিমান ভ্ৰমণ বিমান ইন্ধনৰ মূল্য ৰেকৰ্ড স্তৰত ৰ মূল্য ৫২% বৃদ্ধি হৈছে | Assamese |
পেট্ৰ লডিজেলৰ মূল্যই সাধাৰণ মানুহক আচৰিত কৰি তুলিব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পিছত ইন্ধন প্ৰতি লিটাৰত ৫৬ টকা ব্যয়বহুল হ ব | Assamese |
এইবছৰ আপোনাৰ ৰ জমাধনত অধিক সূত লাভ কৰিব নেকি গুৱাহাটীত হ ব জৰুৰী বৈঠক জানক সবিশেষ | Assamese |
লাখ লাখ টকা নহয় মাত্ৰ ১০০০০ টকাৰে আৰম্ভ কৰা এই ব্যৱসায়ে দিব পাৰে লাখলৈ উপাৰ্জন | Assamese |
ই ত বিনিয়োগ কৰিব ২০০ নিযুত ডলাৰ এছিয়াৰ বাহিৰতো হ ব বিস্তাৰ | Assamese |
আপুনি এই আঁচনিখনত ১৩০ টকা জমা কৰিলে আপুনি ২৭ লাখ টকা লাভ কৰিব কেনেকৈ জানেনে | Assamese |
যদি আপুনিও এই ৫টা লেনদেন নগদ ধনেৰে কৰি আছে তেন্তে আয়কৰৰ জাননী ঘৰলৈ অহাটো খাটাং জানি লওক নিয়মবোৰ | Assamese |
আৰু ৰ সৈতে ফেৰ মাৰিবলৈ বজাৰলৈ আহি আছে এইখন জবৰদস্ত বৈদ্যুতিক স্কুটাৰ দামো বহু কম | Assamese |
কম ৰিস্ক অধিক লাভ এই চৰকাৰী স্কীমত ১৫০০ টকাকৈ বিনিয়োগ কৰি লাভ কৰিব পাৰে ৩৫ লাখ টকা | Assamese |
ভাৰতীয় ষ্টেট বেংকে দেখিছে লাভৰ মুখ মাত্ৰ তিনি মাহতে ৮৪৩১ কোটি টকাৰ লাভ অৰ্জন ভাৰতীয় ষ্টেট বেংকৰ | Assamese |
কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ এতিয়াৰ পৰা হিতাধিকাৰীয়ে আয়ুষ্মান ভাৰত ৱালেটৰ টপআপৰ দ্বাৰা সম্পূৰ্ণ পৰিমাণৰ ধন খৰচ কৰিব পাৰিব | Assamese |
জিঅ ই টু প্লেটফৰ্মত বিনিয়োগ কৰিছে ১৫ নিযুত আমেৰিকান ডলাৰ | Assamese |
ফেচবুকে দিয়ে ৫০ লাখ টকাৰ লোণ সেয়াও বিনা গেৰাণ্টীত জানক কেনেকৈ কৰিব অনলাইন আবেদন | Assamese |
আপুনি এবাৰ এই ব্যৱসায় আৰম্ভ কৰক উপাৰ্জন হব লাখ লাখ টকা | Assamese |
এটকাও নিদিয়াকৈ আপুনি পাব এটা গেছ চিলিণ্ডাৰ বিনামূলীয়া চিলিণ্ডাৰৰ বাবে জানক আপুনি কি কৰিব লাগিব | Assamese |
গৰ্ভৱতী মহিলাৰ নিযুক্তিত নিষেধাজ্ঞা অৱশেষত সেও মানিলে য়ে | Assamese |
কোৰোণা কালত সুৰা বিক্ৰীৰ সৰ্বকালৰ অভিলেখ ভংগ লকডাউন সান্ধ্য আইন সত্বেও অভিলেখ হাৰত সুৰা বিক্ৰী | Assamese |
মধ্যবিত্ত শ্ৰেণীৰ বাবে যথেষ্ট সকাহ সৰিয়হৰ তেলৰ মূল্যত ব্যাপক হ্ৰাস | Assamese |
বেংগালুৰুৰ লোভনীয় দৰমহাৰ চাকৰি এৰি নিজ গাঁৱত বাঁহবেতৰ সামগ্ৰীৰে জিলিকি উঠিছে এইজন যুৱক | Assamese |
আজিৰে পৰা টাটা গ্ৰুপৰ অধীনলৈ আহিব এয়াৰ ইণ্ডিয়া | Assamese |
শিলচৰৰ কন্যা জাৰিনা লস্কৰৰ ব্ৰেণ্ড বিয়পি পৰিছে বিশ্বজুৰি | Assamese |
চাকৰি পাবলৈ হ লে সাক্ষাৎকাৰৰ বিকল্প নাই কিন্তু সাক্ষাৎকাৰত কি বা প্ৰশ্ন আহে অকণমান আভাস লওক | Assamese |
চাব্বাছ অংকিত উত্তীৰ্ণ হোৱা তিনিচুকীয়া জিলাৰ একমাত্ৰ চাহ জনগোষ্ঠীয় ছাত্ৰজন | Assamese |
তেজপুৰত কেৰিয়াৰ গঢ়াৰ প্ৰশিক্ষণ ল লে দুশ শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ দিলে আগশাৰী বিশ্ববিদ্যালয়ৰ প্ৰৱক্তাই | Assamese |
গুৱাহাটীয়ে ঘোষণা কৰিলে পৰীক্ষাৰ ফলাফল ইয়াত চাওক ফলাফল এনেকৈ ডাউনলোড কৰক স্ক ৰকাৰ্ড | Assamese |
বিশেষভাৱে সক্ষম কাজিৰঙাৰ বিকি ৰজকে দিলে মেধাৰ পৰিচয় | Assamese |
তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যাপক সহযোগী অধ্যাপক আৰু সহকাৰী অধ্যাপকে ধৰি মুঠ ৪৬ টা পদ মুকলি | Assamese |
এজন ব্যক্তিৰ একক সংগ্ৰামৰ ফচল ৩৪ বছৰীয়া এখন বৃত্তিমুখী প্ৰতিষ্ঠান | Assamese |
যোৰহাটৰ দশম শ্ৰেণীৰ ছাত্ৰৰ চমক যুভিকা ২০২৩ ত উৎক্ষেপণ কৰিলে ৰকেট | Assamese |
চিত্ৰকলাৰ জৰিয়তে আৰ্থিক স্বাৱলম্বিতাৰ পথ মোকলাই লোৱা চাবুৱাৰ সূৰ্য কোঁৱৰ | Assamese |
অসম চৰকাৰৰ বৃহৎ নিযুক্তি সমাৰোহ প্ৰায় ৪৫ হাজাৰ নিৰ্বাচিত প্ৰাৰ্থীয়ে লাভ কৰিব নিযুক্তি পত্ৰ | Assamese |
অসমীয়া মাধ্যমতে পঢ়ি পৰীক্ষাত সাফল্য কঢ়িয়ালে নামৰূপৰ মানসজ্যোতি দাসে | Assamese |
শিলচৰৰ একমাত্ৰ দিব্যাংগ কেন্দ্ৰ দুকুৰিৰো অধিক বিশেষভাৱে সক্ষম যুৱতীয়ে লৈছে হস্তশিল্পৰ প্ৰশিক্ষণ | Assamese |
দশম উত্তীৰ্ণৰ বাবে চাকৰিৰ সুযোগ গ্ৰামীণ ডাক সেৱকৰ ১২০০০ তকৈও অধিক পদত হব নিযুক্তি | Assamese |
গুৱাহাটী উচ্চ ন্যায়ালয়ত ১৪টা পদত চাকৰিৰ সুযোগ ২ জুনৰ ভিতৰত কৰক আবেদন জানক সবিশেষ | Assamese |
তিনিচুকীয়াৰ জয়ন্তৰ জৰিয়তে বিশ্বৰ পক্ষীপ্ৰেমীয়ে চিনিছে মটাপুং মাগুৰি বিলক | Assamese |
২৩ মে ৰ পৰা অসম বিশ্ববিদ্যালয়ত নিয়োগ মেলা | Assamese |
ৰ দশম শ্ৰেণীৰ পৰীক্ষাত উজলিল চাবুৱাৰ যুৱ অলিম্পিক খেলুৱৈ যুথিকা গোঁহাই | Assamese |
জেৰাই গাঁৱৰ সুৰেশ গগৈৰ ঘৰখনত এতিয়া আনন্দই আনন্দ | Assamese |
আনন্দৰ ঢল নামিছে একেটা চুবুৰীৰে ১৪ গৰাকী মেধাৱী প্ৰাৰ্থীয়ে পালে চাকৰি | Assamese |
হেণ্ডিমেন ছুইপাৰ ধুবী আদি ৩১টা পৰ্যন্ত পদলৈ উত্তীৰ্ণ এজন প্ৰাৰ্থী স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ ফলাফলত হতভম্ব চাকৰি প্ৰত্যাশী | Assamese |
আজি ঘোষণা হব অসম স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ ফলাফল কেনেকৈ চাব পৰীক্ষাৰ ফলাফল জানক | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.