text
stringlengths
1
2.59k
language
stringclasses
10 values
ৰ বাবে ত পঞ্জীয়ন আৰম্ভ এনেকৈ কৰক আবেদন
Assamese
অইল ইণ্ডিয়া লিমিটেডত চাকৰিৰ সুযোগ মুঠ ১৮৭ টা পদত প্ৰাৰ্থী নিয়োগ কৰিব প্ৰতিষ্ঠানটোৱে
Assamese
পৰীক্ষা অবিহনে হ ব পাৰিব ভাৰত চৰকাৰৰ বিষয়া কেৱল এই কামটো কৰিব লাগিব আপুনি ভাল দৰমহা পাব
Assamese
যোৰহাটৰ এগৰাকী উচ্চ শিক্ষিত যুৱতীৰ সপোনে পাইছে পূৰ্ণতা
Assamese
টীয়কৰ বালিজনীয়াত মহুৰা কৃষক উৎপাদক কোম্পানীৰ সামূহিক সুবিধা কেন্দ্ৰ মুকলি
Assamese
যোৰহাট দগাঁও অনাথ আশ্ৰমৰ এসময়ৰ এটি অনাথ শিশু আজি এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি
Assamese
অসমৰ ছাত্ৰছাত্ৰীলৈ পেট্ৰলিয়াম টেকন লজীৰ বিশেষ কাৰিকৰী প্ৰশিক্ষণ এই প্ৰশিক্ষণে সহায় কৰিব তৈল ক্ষেত্ৰত নিযুক্তি লাভ কৰাত
Assamese
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ২০২৩২৪ শিক্ষাবৰ্ষৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা ঘোষণা
Assamese
অসমৰ লোকনিৰ্মাণ বিভাগত ২৪৪টা পদ খালী কোনে আবেদন কৰিব পাৰিব জানক
Assamese
অভিযান্ত্ৰিক পাঠ্যক্ৰমে গুৰুত্ব হেৰুৱাইছে নেকি আই আই টি প্ৰৱেশ পৰীক্ষাৰ পৰা কিয় আঁতৰিছে ভাৰতৰ যুৱপ্ৰজন্ম
Assamese
ছাত্ৰছাত্ৰীৰ বাবে এক সুখবৰ মোদী চৰকাৰে দিছে ৫০ হাজাৰ টকা আবেদনৰ শেষ তাৰিখ ৩১ অক্টোবৰ
Assamese
আই আই টি বম্বেয়ে আজি ঘোষণা কৰিলে পৰীক্ষাৰ ফলাফল শীৰ্ষত আৰ কে শিশিৰ
Assamese
এতিয়া সকলো নিযুক্তি পৰীক্ষাৰ বাবে হ ব কেৱল ৱান টাইম ৰেজিষ্ট্ৰেচন
Assamese
বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে মুকলি কৰিলে এডভান্সিং নৰ্থ ইষ্ট কেৰিয়াৰ হেণ্ডবুক ২০২২
Assamese
নেচনেল টেষ্টিং এজেন্সিয়ে প্ৰকাশ কৰিলে ৰ সময়সূচী
Assamese
কাইলৈ অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত পৰীক্ষাৰ্থীৰ বাবে কি হ ব নিয়মাৱলী কি কি বিষয়ৰ পৰা আহিব প্ৰশ্ন
Assamese
চিকিৎসক হ বলৈ মন নাই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত নৱজ্যোত চিমি হ ল বিষয়া
Assamese
ইনষ্টাগ্ৰামত লাখ লাখ অনুসৰণকাৰী কোচিং অবিহনে বিষয়া পৰীক্ষাত সফলতাৰ কাহিনী
Assamese
ৰ দশম শ্ৰেণীৰ চূড়ান্ত ফলাফলত ৯৯৮০% লাভ কৰি দেশৰ ভিতৰতে জিলিকি উঠিল বিশ্বনাথৰ লোচনা বাচটোলা
Assamese
জিঅ ইনষ্টিটিউটত ২১ জুলাইৰ পৰা আৰম্ভ বিশেষ স্নাতকোত্তৰ পাঠ্যক্ৰম ৪খন দেশৰ পৰা অহা ছাত্ৰছাত্ৰীৰ প্ৰথম বেচক আদৰণি
Assamese
১৩৮০টা পদৰ বাবে আবেদনৰ অন্তিম দিন আজি আবেদন কৰিবলৈ ক্লিক কৰক
Assamese
ইউজিচিয়ে এই বিশ্ববিদ্যালয়খনক অবৈধ ঘোষণা কৰিছে শিক্ষাৰ্থীসকলক নামভৰ্তি নকৰিবলৈ আহ্বান
Assamese
বহী পুনৰীক্ষণৰ পিছতে মেট্ৰিকত ষষ্ঠ স্থান লাভ প্ৰাৰ্থনা দত্তৰ ছেবাৰ ভুলৰ বাবে হৈছিল বঞ্চিত
Assamese
হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণৰ পিছত ক ত পঢ়িব বাংগালুৰুৰ কেইখনমান বিশেষ শিক্ষানুষ্ঠান
Assamese
ব্যক্তিগত প্ৰতিষ্ঠানত ভাল দৰমহাৰ চাকৰি বিচাৰি আছে নেকি বাউন্স কোম্পানীত ওলাইছে কেইবাটাও চাকৰি
Assamese
কলাত উত্তীৰ্ণৰ শীৰ্ষত ধেমাজি বাণিজ্যৰ শীৰ্ষত মাজুলী আৰু বিজ্ঞানৰ শীৰ্ষত বাক্সা জিলা
Assamese
এবছৰত ৩০ দিনৰ ছুটি মৃত্যুত ১ কোটি টকা কি কি সুবিধা আছে অগ্নিপথত
Assamese
মন গ লেই ছবি আঁকেগান গায় মোবাইলত ছয়সাত ঘণ্টা পাৰ কৰিছিল অষ্টম স্থানপ্ৰাপ্ত অলিভিয়াই
Assamese
দাদাগিৰিৰ মঞ্চত দাদাৰ গুগলি ধৰিব নোৱাৰিলে কোনেও এক নতুন অধ্যায় আৰম্ভ কৰিলে সৌৰভ গাংগুলীয়ে
Assamese
মে মাহৰ এইসমূহ ঘটনা প্ৰৱাহৰ বিষয়ে জানেনে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও গুৰুত্বপূৰ্ণ
Assamese
টপাৰ শ্ৰুতি শৰ্মাই এই বিষয়ত অধ্যয়ন কৰিছিল এনেদৰে তেওঁ হোৱাত সহায় লাভ কৰিছিল
Assamese
ডাক বিভাগত ৩৯ হাজাৰ পদ খালী সোনকালে আবেদন কৰক
Assamese
৫ বছৰত ২০ মিলিয়ন ভাৰতীয় মহিলাই কাম ত্যাগ কৰিছে এয়া হৈছে
Assamese
মাহে ৩৫ৰ পৰা ৫০ হাজাৰ টকা দৰমহাৰ চৰকাৰী চাকৰি জানক আবেদনৰ সম্পূৰ্ণ প্ৰক্ৰিয়া
Assamese
ভাৰতীয় ষ্টেট বেংকত চাকৰি ওলাইছে আজিয়ে আবেদন কৰক
Assamese
ইণ্ডিয়ান অইল কৰ্পেচনত বিভিন্ন পদত নিয়োগ আবেদনৰ শেষ দিন ২২ মে
Assamese
টাটা কনছালটেন্সী ছাৰ্ভিচেছত প্ৰচূৰ চাকৰি কিদৰে কৰিব আবেদন জানি লওক
Assamese
এ ডাটা চাইন্স ডিজিটেল মিডিয়া আৰু এআইৰ পাঠ্যক্ৰমত নামভৰ্তি আৰম্ভ কৰিছে ২০ মে হৈছে অন্তিম তাৰিখ
Assamese
পৰীক্ষা ৩ জুলাইত নহয় আগষ্টত অনুষ্ঠিত হ ব এয়া সম্পূৰ্ণ ডেটশ্বীট
Assamese
এতিয়াৰ পৰা একেলগে দুটা ডিগ্ৰী পঢ়িব পাৰিব শিক্ষাৰ্থীয়ে য়ে দিলে অনুমতি দুখন বেলেগ কলেজত ল ব পাৰিব এডমিছন
Assamese
কেতিয়া ঘোষণা হ ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ক লে ৰ বিষয়াই
Assamese
এতিয়া যুৱকযুৱতীসকলে ৩ ৰ পৰা ৫ বছৰৰ বাবে সেনাত যোগদান কৰিব পাৰে শীঘ্ৰেই ঘোষণা কৰা হ বসূত্ৰ
Assamese
মেট্ৰিক টপাৰ ৰামায়ণীয়ে ভবাতকৈ পালে কম নম্বৰ ভৱিষ্য়তে লক্ষ্য সাংবাদিক হোৱাৰ
Assamese
কি এই পৰীক্ষা পে চৰ্চা ১ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ বহু প্ৰত্যাশিত অনুষ্ঠান
Assamese
ত দ্বাদশ উত্তীৰ্ণ আৰু স্নাতকসকলৰ বাবে পৰীক্ষা অবিহনে চাকৰিৰ সুযোগ আজিৰ পৰা কৰিব পাৰিব আৱেদন সবিশেষ জানক
Assamese
কেনেকৈ ডাউনলোড কৰিব এডমিট কাৰ্ড সবিশেষ জানক
Assamese
ডাক বিভাগত চাকৰিৰ সুযোগ শীঘ্ৰে আবেদন কৰক যোগ্য প্ৰাৰ্থীয়ে
Assamese
ব ৰ্ডে ৰ ফলাফল মুকলি কৰিছে ইয়াতে চাওক আপোনাৰ
Assamese
চিকিৎসক হ ব বিচৰাসকলৰ বাবে এটা ভাল খবৰ পৰীক্ষাৰ্থীৰ উৰ্ধতম বয়সৰ সীমা শিথিল কৰা হৈছে
Assamese
২০২১ বৰ্ষৰ প্ৰশ্নকাকতেৰে অনুষ্ঠিত হ ব এই বৰ্ষৰ মেট্ৰিক পৰীক্ষা
Assamese
ৰ এই সপ্তাহৰ খণ্ডটোত সৌৰশক্তি আৰু চেতাৰৰ বিশাৰদ দুই মেধাৱীৰ বিষয়ে মুখ্যভাৱে প্ৰদৰ্শিত হৈছে
Assamese
কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্তব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ আধা আসনত চৰকাৰী মহাবিদ্যালয়ৰ সমান মাচুল লোৱা হ ব
Assamese
ইউক্ৰেইনত অধ্যয়নৰত ভাৰতৰ চিকিৎসা বিদ্যাৰ্থীসকলৰ বাবে সুখবৰ কি ভাল খবৰ দিলে নেচনেল মেডিকেল কমিছনে
Assamese
ছীজন ২ৰ এই নতুন খণ্ডটোত ভাৰতৰ দুটা কোণৰ দুজন কিশোৰৰ সফলতা দেখুওৱা হৈছে
Assamese
ব্যক্তিগত খণ্ডৰ মেডিকেল কলেজৰ ৫০ শতাংশ আসনৰ বাবে মাচুলৰ চৰ্ত সলনি চাওক ৰ নতুন নিৰ্দেশনাসমূহ
Assamese
এইবাৰ দুবাৰ অনুষ্ঠিত হ ব পৰীক্ষা ৰ প্ৰথমটো ছীজন এপ্ৰিলত আৰু দ্বিতীয়টো মে ত সবিশেষ চাওক
Assamese
কেন্দ্ৰীয় বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ নামভৰ্তিৰ বাবে পঞ্জীয়ন আৰম্ভ কিদৰে কৰিব আবেদন
Assamese
আপোনাৰ সন্তান চাপত আছে নেকি ব ৰ্ড পৰীক্ষাৰ আগতে চাপৰ লক্ষণবোৰ কেনেদৰে বুজিব আৰু কেনেদৰে দূৰ কৰিব
Assamese
আইএএছ আইএফএছ পৰীক্ষাৰ বাবে আবেদন প্ৰক্ৰিয়া আজি সমাপ্ত হ ব অনলাইন আবেদনৰ লিংক চাওক
Assamese
মেট্ৰিক উচ্চতৰ মাধ্যমিকত শীর্ষ স্থান প্ৰদানৰ ব্যৱস্থা বন্ধ কৰাৰ পৰামৰ্শ কমিটীৰ বিদ্যালয়ৰ সামগ্ৰীক ফলাফলৰ ভিত্তিত মুল্যাংকনৰ পোষকতা
Assamese
ত চাকৰি কৰাৰ সুবৰ্ণ সুযোগ মুঠ খালী পদ ২৭৮৮টা অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ
Assamese
ক্ৰীড়াৰ প্ৰতি দুনিৰ্বাৰ আগ্ৰহ ৰখা দুগৰাকী পেৰা এথলীটৰ কাহিনী চাওক ৰ নতুন এপিছডত
Assamese
দৰমহা ২ লাখ ৮০ হাজাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত চাকৰিৰ সুযোগ
Assamese
ইণ্ডিয়ান অইলত ৬২৬টা পদ খালী ৩১ জানুৱাৰীৰ ভিতৰত কৰক আবেদন চাওক সকলো বিৱৰণ
Assamese
কৰ্ণাটকী মিউজিক জিনিয়াছৰ পৰা পাৰ্কিনছন ৰোগীৰ বাবে যন্ত্ৰ উদ্ভাৱকলৈকে ৰ খণ্ড আপুনি নোচোৱাকৈ থাকিব নোৱাৰে
Assamese
ৰ প্ৰথমটো খণ্ড ধামাকাৰ সৈতে আৰম্ভ হৈছে
Assamese
জানুৱাৰীটো এক বিশেষ মাহ কিয়নো অধিক শিহৰণ আৰু উত্তেজনাৰ সৈতে উভতি আহিছে
Assamese
আৰক্ষী বিভাগত ৩০০ৰো অধিক উপপৰিদৰ্শক পদ আবেদনৰ অন্তিম নিচেই ওচৰত
Assamese
সহ কেইবাটাও বেংকত চাকৰিৰ সুযোগ কেনেকৈ কৰিব আবেদন
Assamese
অইল ইণ্ডিয়া লিমিটেডৰ অধীনত বহু পদ খালী শীঘ্ৰ আবেদন কৰক
Assamese
ইণ্ডিয়ান অইল কৰ্পেচনত সুন্দৰ চাকৰিৰ সুযোগ ৩০০টা পদ খালী আজিয়েই আবেদন কৰক
Assamese
ত পদ খালী চাকৰিৰ বাবে কেতিয়া আৱেদন কৰিব বয়সৰ সীমা কি বিতং জানক
Assamese
অসম আৰক্ষীত নিযুক্তি ২ সহস্ৰাধিক পদৰ বাবে বিজ্ঞাপন এনেদৰে কৰিব পাৰিব আৱেদন
Assamese
স্বাস্থ্য সঞ্চালকালয়ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৭২০টা পদৰ চাকৰি
Assamese
অসম আৰক্ষীত বৃহৎ নিযুক্তি ২১৩৪টা পদৰ বাবে বিজ্ঞাপন আৰু উত্তীৰ্ণই কৰিব পাৰিব আবেদন
Assamese
চেন্ট্ৰেল ৰেলৱেৰ অধীনত বিভিন্ন খালী পদত নিয়োগৰ বিজ্ঞপ্তি প্ৰকাশ আজিয়ে আবেদন কৰক
Assamese
বেংকত মেনেজাৰসহ বিভিন্ন খালী পদ আজিয়ে কৰক আবেদন
Assamese
ভাৰতীয় ডাক বিভাগত চৰকাৰী চাকৰিৰ সুযোগ আবেদন কৰক
Assamese
নৌসেনাত বহু খালী পদত নিয়োগৰ বিজ্ঞপ্তি প্ৰকাশ আজিয়ে কৰক আবেদন
Assamese
শেষ তাৰিখ ৩০ নৱেম্বৰ এই সময়ৰ ভিতৰতে কৰি লওক এনে গুৰুত্বপূৰ্ণ কাম পাহৰিলে হ ব পাৰে সমস্যা
Assamese
ৰেল বিভাগত ১৭৮৫টা পদ খালী আজিয়ে কৰক আবেদন
Assamese
ৰেলৱেত ১৪৬৪টা খালী পদত নিয়োগৰ বিজ্ঞপ্তি প্ৰকাশ কিদৰে কৰিব আবেদন
Assamese
চাকৰি এৰাৰ দৰকাৰ নাই ঘৰৰ পৰাই আৰম্ভ কৰক এই ব্যবসায় ইনকাম কৰক লাখ লাখ টকা
Assamese
দিনৰাতি চায় নেটফ্লিক্স পঢ়ে মাত্ৰ ৪ ঘণ্টামান তাৰ পিছতো ৰ পৰীক্ষাত ৭২০ৰ ভিতৰত পালে ৭২০
Assamese
ভাৰতীয় ৰেলত নিয়োগৰ সুযোগ কেনেদৰে কৰিব আবেদন
Assamese
ভাৰতীয় ডাক বিভাগত বহু পদত শীঘ্ৰেই হব নিযুক্তি কিদৰে কৰিব আবেদন জানক
Assamese
ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনত চাকৰিৰ সুযোগ অৰ্হতা স্নাতক
Assamese
চাকৰিৰ সুযোগ ত খালী হৈছে বিভিন্ন পদ আজিয়ে কৰক আবেদন
Assamese
টাটা কনচালটেন্সী ছাৰ্ভিচত বিভিন্ন পদ খালী কিদৰে কৰিব আবেদন
Assamese
আৰু মাত্ৰ ১০ দিন সময় ইউজিচিৰ অধীনত বিভিন্ন পদ খালী আজিয়েই আবেদন কৰক
Assamese
মাহিলি ৬৫০০০৮৫০০০ টকা বেতন হিন্দুস্তান পেট্ৰলিয়ামত শীঘ্ৰেই হব নিয়োগ আজিয়েই আ‍বেদন কৰক
Assamese
ত কাম কৰাৰ সুযোগ প্ৰায় ১০০০০ কৰ্মী নিয়োগ কৰিব ফেচবুকে
Assamese
মেলেৰিয়া ৰিছাৰ্চ চেণ্টাৰত বিভিন্ন পদত হব নিযুক্তি কিদৰে কৰিব আৱেদন
Assamese
ৰ এই প্ৰজেক্টৰ সৈতে আৰম্ভ কৰক কাম প্ৰতি মাহত হব ৮০ হাজাৰ টকালৈ উপাৰ্জন
Assamese
ভাৰতীয় সেনা বাহিনীত গুৰুত্বপূৰ্ণ পদত নিয়োগ যোগ্যতা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ
Assamese
পৰীক্ষা নিদিয়াকৈ ভাৰতীয় ৰে লৱেত ভাল দৰমহাৰ চাকৰি জানি লওক সবিশেষ
Assamese
ভাৰতীয় ৰেলৱেত ২২২৬টা পদ খালী দশম শ্ৰেণী উত্তীৰ্ণসকলে কৰিব পাৰে আবেদন
Assamese
ডাক বিভাগত বাম্পাৰ দশম আৰু দ্বাদশ উত্তীৰ্ণই পৰীক্ষা নিদিয়াকৈ লাভ কৰিব চাকৰি
Assamese
ভাৰত চৰকাৰৰ কেইবাটাও জ্যেষ্ঠ পদবীত লেটাৰেল নিযুক্তি ৩১ গৰাকী প্ৰাৰ্থীক নিয়োগৰ পৰামৰ্শ ৰ
Assamese
দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ বাবে চাকৰিৰ সুযোগ ভাৰতীয় ৰে ল বিভাগত ৪ হাজাৰ পদ খালী কৰক আবেদন
Assamese