text
stringlengths
1
2.59k
language
stringclasses
10 values
উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ বাবে চাকৰিৰ বৃহৎ সুযোগ ৮১ হাজাৰ টকা পৰ্যন্ত হ ব দৰমহা
Assamese
আপোনাৰ সন্তানৰ বাবে সুবৰ্ণ সুযোগ চতুৰ্থ উত্তীৰ্ণ কিশোৰসকলক ছুটিঙৰ প্ৰশিক্ষণ দিব ভাৰতীয় সেনাই জানক কেনেকৈ কৰিব আবেদন
Assamese
গুৱাহাটী ডিগবৈ বঙাইগাঁওসহ বিভিন্ন স্থানত ৰ চাকৰিৰ বিজ্ঞাপন সোনকালে কৰক
Assamese
ই ৩০%তকৈ অধিক নিয়োগ কৰিব কেনেদৰে কৰিব জানক
Assamese
ভাৰতীয় সেনাৰ হৈ কাম কৰাৰ একাধিক সুযোগ কিদৰে কৰিব আবেদন জানি লওক
Assamese
দিল্লী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিছে প্ৰথমখন কাট অফ তালিকা আগশাৰীৰ মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে নিম্নতম ১০০% নম্বৰৰ প্ৰয়োজন
Assamese
দীপাৱলীৰ পিছত খুলিব দিল্লীৰ নাৰ্ছাৰীৰ পৰা অষ্টম শ্ৰেণীলৈ বিদ্যালয়
Assamese
ত নিয়োগ প্ৰক্ৰিয়া আৰম্ভ যোগ্যতা দশম শ্ৰেণী উত্তীৰ্ণ
Assamese
সুখবৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ আকৰ্ষণীয় চাকৰি আজিয়েই আবেদন কৰক
Assamese
অংকলৈ কেৱল ছাত্ৰছাত্ৰীয়েই ভয় কৰে নেকি শিক্ষকেও হেনো ভয় কৰে অংকলৈ গৱেষকৰ দাবী শিক্ষকেও ভূগে গণিত ভীতিত
Assamese
অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ কন্যা ঐশ্বৰ্যৰ ত সফলতা
Assamese
ৰ মুখ্য পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে এনেকৈ চাওক
Assamese
জকাইচুকীয়া গাঁৱৰ এজন দ্ৰোণাচাৰ্য মহামাৰীৰ মাজতে অভিনৱ শিক্ষাৰে গঢ়িছে শিশুৰ ভৱিষ্যত
Assamese
আগন্তুক বৰ্ষৰ ভিতৰত ৩ হাজাৰ হাইস্কুলক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুললৈ উন্নীত কৰা হ ব বৃদ্ধি পাব বিশ্ববিদ্যালয়ৰ সংখ্যাও মুখ্যমন্ত্ৰীৰ ঘোষণা
Assamese
বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ত নামেৰে আৰম্ভ হিন্দু ধর্মৰ স্নাতকোত্তৰ পাঠ্যক্ৰম
Assamese
আছাম ৰাইফলছত চাকৰি ওলাইছে দশম শ্ৰেণী উত্তীৰ্ণৰ পৰা কৰিব পাৰিব আৱেদন
Assamese
শিক্ষাৰ্থীৰ মাজত নামভৰ্তিৰ সমস্যা বিজনী মহাবিদ্যালয়তো শিক্ষাৰ্থী অনুপাতে নাই আসন
Assamese
দেওবাৰে পৰীক্ষাগৃহলৈ কি কি আনিব নোৱাৰিব কি আনিব লাগিব যাতায়াতৰ ক্ষেত্ৰত বিশেষ বাহন কেনেকৈ পাব
Assamese
কেন্দ্ৰৰ ঐতিহাসিক পদক্ষেপ উচ্চতম ন্যায়ালয়ক কয় যে মহিলাসকলেও ত নামভৰ্তি কৰিব পাৰিব
Assamese
পৰীক্ষা ৰ এডমিট কাৰ্ড জাৰি কৰা হৈছে এনেদৰে ডাউনলোড কৰক
Assamese
ৰ প্ৰতিবেদনত চাকৰি বিচৰা সকলৰ বাবে ডাঙৰ খবৰ ৫০ লাখ নতুন চাকৰিৰ সম্ভাৱনা বিতং জানক
Assamese
শীঘ্ৰেই প্ৰকাশ পাব ৯ হাজাৰ পদৰ বিজ্ঞাপন অসম চৰকাৰৰ স্বাস্থ্য খণ্ডত নিযুক্তিৰ প্ৰস্তুতি লগতে নিযুক্তি পাব ৩ শতাধিক চিকিৎসকে
Assamese
নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম ৪০ শতাংশ হ্ৰাস কৰিলে ছেবাই কোৰোণাৰ বাবেই এই সিদ্ধান্ত।
Assamese
দৈনিক ১০ টকা মজুৰী পোৱা শ্ৰমিকৰ পুত্ৰই কিদৰে থিয় কৰালে ২০০০ কোটি টকাৰ কোম্পানী মাত্ৰ ৫০০০০ টকাৰে আৰম্ভ কৰিছিল এই ব্যৱসায়
Assamese
৪বছৰীয়া হোৱাৰ দিশে সকলো স্নাতক পাঠ্যক্ৰম দিল্লী বিশ্ববিদ্যালয়ে আৰম্ভ কৰিব পৰৱৰ্তী শিক্ষাবৰ্ষত
Assamese
শিক্ষাৰ্থীৰ পৰিৱেশ সজাগতা চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বিদ্যালয় চৌহদক ৰূপান্তৰিত কৰিলে এখন ধুনীয়া বাগিছালৈ
Assamese
অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ ১ ছেপ্টেম্বৰৰ পৰা হ ব লগা বাছনি পৰীক্ষালৈ সাজু শ শ যুৱক যুৱতী।
Assamese
কলেজত নামভৰ্তিৰ সময়ত বৰ্ণগত তথ্য দিয়াটো নহয় বাধ্যতামূলক শিক্ষামন্ত্ৰীয়ে দিলে নিৰ্দেশ
Assamese
স্নাতক উত্তীৰ্ণৰ বাবে চাকৰিৰ সুযোগ আজিয়েই কৰক আবেদন
Assamese
পেলনীয়া সামগ্ৰীৰে বিভিন্ন বস্তু নিৰ্মাণ কৰি বিশ্বনাথৰ জয়শ্ৰীয়ে দেখুৱাইছে আদৰ্শ নিজৰ সৃষ্টিশীলতাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এইগৰাকী ছাত্ৰীয়ে লাভ কৰিছে ব্যাপক প্ৰশংসা
Assamese
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত এতিয়া মহিলাসকলেও দিব পাৰিব পৰীক্ষা
Assamese
চাকৰি এৰি ব্যৱসায় কৰিম বুলি ভাবিছে যদি কৰক এই ব্যৱসায় প্ৰতি মাহত ৩ লাখ টকালৈ হ ব উপাৰ্জন
Assamese
হুইল চেয়াৰত বহি মৰিয়নিৰ প্ৰিয়পল সন্দিকৈয়ে সপোন দেখিছে বিজ্ঞানী হোৱাৰ পিতৃৰ আৰ্থিক দুৰৱস্থাই হেঙাৰ সৃষ্টি কৰিছে
Assamese
ৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা কেনেকৈ পাব
Assamese
কলেজ উচ্চতৰ মাধ্যমিকৰ অনলাইন নামভৰ্তিত ল ব নোৱাৰিব কোনো মাছুল শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশ।
Assamese
অচিৰেই ৰে লৱেৰ ১ লাখ ৩ হাজাৰ ৰ পদত নিযুক্তি শীঘ্ৰেই পৰীক্ষাৰ তাৰিখ ঘোষণাৰ সম্ভাৱনা
Assamese
বিখ্যাত কোম্পানীৰ লোভনীয় চাকৰি প্ৰত্যাখ্যানৰ পৰা অলিম্পিকলৈ আমেৰিকাৰ ছেম মেটিছৰ অনুকৰণীয় জীৱন সংগ্ৰাম
Assamese
মেট্ৰিকৰ ফলাফলত অসন্তুষ্টসকলৰ বাবে বিশেষ পৰীক্ষা ক ত কেনেকৈ কৰিব আবেদন
Assamese
বৃত্তিমুখী শিক্ষাত উত্তীৰ্ণৰ হাৰ ৯৭৪১ শতাংশ পূৰ্বৰ তুলনাত উত্তীৰ্ণৰ হাৰত প্ৰায় ৬ শতাংশ বৃদ্ধি
Assamese
উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত ১৪ জিলাত ১০০ শতাংশ উত্তীৰ্ণ শীৰ্ষস্থানত কেইবাখনো পিছপৰা জিলা।
Assamese
উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ফলাফলত অভিলেখ কলাত উত্তীৰ্ণ ৯৮৯৩ শতাংশ বিজ্ঞানত ৯৯০৬ শতাংশ বাণিজ্যত ৯৯৫৭ শতাংশ
Assamese
ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ইয়াতেই চাব পাৰিব এইকেইটা ত চাব পাৰিব ফলাফল
Assamese
মেঘালয়ত টেক্সী চালকৰ পুত্ৰই দখল কৰিলে শীৰ্ষ স্থান এটা কোঠাৰ ভাৰাঘৰত থাকে পৰিয়াল।
Assamese
কৃষি শ্ৰমিকৰ কন্যা উজলিল দেশৰ ভিতৰত ৰ দ্বাদশ শ্ৰেণীৰ ফলাফলত লাভ কৰিলে ১০০ শতাংশ নম্বৰ।
Assamese
এইবাৰৰ মেট্রিকৰ ৰিজাল্টৰ বৰ বিশেষ ভেল্যু নাই ৰ ফলাফলৰ পিছতে তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Assamese
এ ঘোষণা কৰিলে দ্বাদশ শ্ৰেণীৰ ফলাফল ৯৯৩৭ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ
Assamese
গুৱাহাটী মহানগৰীত উত্তীৰ্ণৰ হাৰ ৯১ শতাংশ উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত ২৩তম স্থানত কামৰূপ মহানগৰ জিলা
Assamese
আজি দিনৰ ২ বজাত ঘোষণা হ ব ৰ দ্বাদশৰ ফলাফল ক ত কেনেকৈ পাব ফলাফল
Assamese
আজি হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ ফলাফল এইসমূহ ত চাব পাৰিব
Assamese
অসমৰ হাবিবননিত পোৱা কাঠফুলা কেনেকৈ চিনাক্ত কৰিব বিষাক্ত কোনবিধ
Assamese
চৰকাৰী তথ্য অনুসৰি বিগত বৰ্ষত ১ লাখ জালিয়াতিৰ খবৰ কেনেকৈ মানুহ এই প্ৰবঞ্চনাৰ চিকাৰ হয়
Assamese
পৰম্পৰাগত ৰীতিনীতিৰে আৰম্ভ হ ল ইবাঁকু বিচু
Assamese
ঢোলৰ ৰজা মঘাই ওজাৰ কথা আপোনাৰ মনত পৰেনে
Assamese
ভ্ৰান্ত ধাৰণাৰ বাবেই সুগন্ধি কেতেকীৰ স্থান নাই আটোমটোকাৰি বাগিচা বা ঘৰৰ কাষত
Assamese
অসমৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়ৰ পুনৰুত্থানৰ কাহিনী
Assamese
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আজি দিনৰ ১১ বজাত ২০২৩২৪ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন
Assamese
অষ্ট্ৰেলিয়ান অপেনৰ মিক্সড ডাবলছৰ ফাইনেলত পৰাজয়ৰ পাছতেই গ্ৰেণ্ড শ্লেম কেৰিয়াৰৰ সমাপ্তি ঘটালে ভাৰতৰ মহিলা টেনিছ তাৰকা ছানিয়া মিৰ্জাই
Assamese
জনসংখ্যাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু খিলঞ্জীয়াক সুৰক্ষা প্ৰদান কৰাৰ ধাৰণা অলীক কল্পনা
Assamese
কেৱল ভাৰততে নহয় পৃথিৱীৰ বহুতো দেশত স্কুল বাছৰ ৰং কিয় হালধীয়া ইয়াৰ আঁৰত আছে বৈজ্ঞানিক কাৰণ
Assamese
ড্ৰাগছৰ সৰবৰাহ যিকোনো সমাজৰ বাবে অতি মাৰাত্মক সন্ত্ৰাসবাদী ঘটনাৰ ক্ষতি সীমিত কিন্তু সমাজত ড্ৰাগছৰ বিস্তাৰে প্ৰজন্মৰ পিছত প্ৰজন্ম ধ্বংস কৰে গুৱাহাটীত গৃহমন্ত্ৰী অমিত শ্বাহ
Assamese
আৰম্ভ জানক কি আৰু ইয়াৰ পৰা কি লাভ হব ব্যৱহাৰকাৰীৰ
Assamese
সুদীৰ্ঘ ৭টা দশকৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনটোত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অনা হ ব ৮ টা চিতা
Assamese
আজিৰ দিনটো কিয় বিশেষ জানেনে আজিৰ দিনটোত সমগ্ৰ বিশ্বতেই পালন কৰা হয় বিশ্ব আলোকচিত্ৰ দিৱস
Assamese
শংখধ্বনিৰে আৰম্ভ হৈছিল স্বাধীনতাৰ যাত্ৰা নেহৰুৰ ভাষণৰ পূৰ্বে ত বাজিছিল শংখ
Assamese
ৰাজসাহায্য শিক্ষা স্বাস্থ্য সেৱাৰ লুণ্ঠন বন্ধ কৰা ভাৰতৰ দৰিদ্ৰৰ প্ৰয়োজনীয়তা
Assamese
আমেৰিকাৰ ৰাজনীতিক পেলোচী টাইৱানলৈ অহাত চীনৰ অসুবিধা কি চীন আৰু টাইৱান উত্তেজনাৰ মাজত এই ভ্ৰমণে কি ইংগিত দিছে পঢ়ক সবিশেষ
Assamese
উন্নয়নৰ নামত পাহাৰত প্ৰহসন মানৱ সৃষ্ট বিনাশৰ কুচকাৱাজ
Assamese
মহাসংকটত মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে চৰকাৰ বিজেপিয়ে এনেদৰে মেজিক নম্বৰ লৈ গঠন কৰিব পাৰে চৰকাৰ জানক সমীকৰণ
Assamese
নাগৰিকত্ব পাবলৈ চহকী ভাৰতীয় মুছলমানে তুৰস্কত বিনিয়োগ কৰিবলৈ লৈছে নেকি
Assamese
নেচনেল হেৰাল্ড গোচৰ কি ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰে ইয়াৰ কি সম্পৰ্ক পঢ়ক সবিশেষ
Assamese
কোৱাড কেতিয়া কিয় আৰু কেনেকৈ গঠন হৈছিল চীনৰ কিয় টোপনি হৰিছে কোৱাডে
Assamese
কুতুব মিনাৰ নে বিষ্ণু স্তম্ভ সঁচাকৈ ২৭টা মন্দিৰ ভাঙি এই ঐতিহাসিক স্মাৰক নিৰ্মাণ কৰা হৈছিল নে কি খননৰ দাবীক লৈ তোলপাৰ দেশ
Assamese
মূল্যবৃদ্ধি খুচুৰা ব্যৱসায়ীৰ ওপৰত যোগান বিভাগৰ নিয়ন্ত্ৰণ নথকাৰ অভিযোগ প্ৰায় ৮ লাখ কোটি টকাৰ ঋণ মাফ কৰি দিয়াটোও মূল্যবৃদ্ধিৰ অন্যতম কাৰণ নেকি
Assamese
পানীত থকা মানে কি চীনৰ বাবে কিয় অৰুণাচলৰ কামেং নদীৰ বৰণ হৈছে ক লা সবিশেষ জানি লওক
Assamese
এই সহজ কৌশলবোৰ প্ৰয়োগ কৰক আপোনাৰ শিশুটিয়ে সোনকালেই কথা ক বলৈ ল ব
Assamese
এইবিধ কোভিড ভেকচিনৰ বাবে ৰ বিপদাশংকা এতিয়া নামিবিয়ায়ো আৰোপ কৰিছে নিষেধাজ্ঞা সত্যাসত্য কি
Assamese
ভাৰতৰ হাতত আছে পাকিস্তানক পৰাস্ত কৰাৰ অব্যৰ্থ ফৰ্মূলা আজি মুখামুখি হ ব দুই চিৰবৈৰী
Assamese
৩২ৰ পৰা ৮ শতাংশলৈ অৱনমিত বাংলাদেশত হিন্দুৰ জনসংখ্যা হিন্দু নিৰ্যাতনৰ আঁৰত মৌলবাদেইনে আন কি‍বা
Assamese
গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীলৈ মাত্ৰ এটা বিশেষ গুণ যাৰ বাবেই সকলোতকৈ ব্যতিক্ৰম নৰেন্দ্ৰ মোদী
Assamese
শিশু সন্তানৰ জ্বৰ হৈছে নে কি এই তিনিটা লক্ষণ দেখিলে পলম নকৰি লৈ যাওক হাস্পতাললৈ জানক চিকিৎসকে কি কয়
Assamese
চৰকাৰে আৰম্ভ কৰা নতুন ছিৰিজৰ নম্বৰ প্লেটৰ বাবে যানবাহন বীমা প্ৰিমিয়াম কিদৰে প্ৰভাৱিত হ ব জানি লওক সবিশেষ
Assamese
অভিশপ্ত ৮ ছেপ্টেম্বৰ আৰু মাজুলীবাসীৰ দুখ মাজুলীবাসীয়ে কি পালে কি হেৰুৱালে
Assamese
চীনপাকিস্তানৰ বাবে বিপজ্জনক হ ব পিছে কি এই জানি লওক সবিশেষ
Assamese
ৰ পিছত গুৱাহাটীৰ সৰুসজাই ক ভিড চিকিৎসালয়ত পোৱা কি এই ইয়াৰ লক্ষণ কি ঔষধ কি সকলো বিতংভাৱে জানক
Assamese
ছেপ্টেম্বৰৰ শেষত অক্টোবৰ বা নৱেম্বৰ ৰ তৃতীয় ঢৌ কেতিয়া শীৰ্ষত থাকিব দেশত বিশেষজ্ঞসকলে কি কয়
Assamese
যদি এই লক্ষণবোৰ ক ৰোনাৰ পিছত দেখা দিয়ে লগে লগে আপোনাৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰক
Assamese
ৰ পৰা আৰোগ্য হোৱাৰ পিছত কিয় ১০১৫ শতাংশ লোক ত আক্ৰান্ত হৈছে দেশত যক্ষ্মা ৰোগৰ নতুন ঘটনা সঁচাকৈয়ে বৃদ্ধি পাইছে নেকি কি কয় বিশেষজ্ঞই
Assamese
মাৰাথনতকৈ কম নহয় ৰ পিছত নিজকে পুনৰ প্ৰস্তুত কৰা ৰ পৰা আৰোগ্য হোৱাৰ পিছত অস্বস্তি ভাগৰ আৰু চুলি সৰাৰ সমস্যা
Assamese
ছোভিয়েট ৰাছিয়া আমেৰিকা আনকি তালিবানে দখল কৰিব নোৱাৰা এটা আফগান অঞ্চল কি তাৰ ৰহস্য কি ইয়াৰ ইতিহাস
Assamese
তালিবানে অধিকাৰ ৰক্ষাৰ আশ্বাস দিলেও আফগান মহিলাসকলে সকলো হেৰুৱাবলৈ গৈ আছে
Assamese
ভাৰতীয় মিডিয়াত সুস্থ ৰিপোৰ্টিং নহয় যৌন নিৰ্যাতনৰ ঘটনাৰ ৰ অধ্যয়নত নৃশংস ঘটনা ধৰ্ষণৰ ভুক্তভোগীৰ বাতৰি প্ৰচাৰত অসাৱধানতাৰ প্ৰমাণ।
Assamese
দেশৰ ৪০ কোটি লোক কোভিডৰ আৱৰ্তত শিশুসকল ভবাতকৈ শক্তিশালী ৰ জৰীপত গুৰুত্বপূৰ্ণ তথ্য
Assamese
ফোনত নিজে নিজেই হৈ যায় ও হেক কৰি পেলায় আপোনাৰ বাহিৰ কৰে
Assamese
আপোনাৰ ঘঁড়ীত কেতিয়াবা ১১:১১ বজা দেখিছেনে যদি কেতিয়াবা দেখে বুজিব এয়া এক বিশেষ ইংগিত
Assamese
ৰ বিৰুদ্ধে অতি কাৰ্যকৰী ভেকছিন মাত্ৰ ১০% লোক যাব লগা হয় চিকিৎসালয়লৈ :
Assamese
টিকাকৰণৰ পিছতো কিয় সংক্ৰমণ হৈছে লোৱাসকল আক্ৰান্ত হ লে কি কি লক্ষণে দেখা দিয়ে অধ্যয়নত প্ৰকাশ ন ন তথ্য
Assamese
পুনৰ ৰূপ সলালে কোৰোণা ভাইৰাছে এইবাৰ ডেল্টা প্ৰকাৰে উৎপৰিৱৰ্তন কৰি হ লগৈ ডেল্টা প্লাছ চিন্তিত হৈ পৰিছে সকলো
Assamese
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে পৰ্যটন ক্ষেত্ৰত সূচনা কৰিব নতুন দিগন্তৰৰাইমনাৰ বিষয়ে পূৰ্বে নজনা নুশুনা বহু কথা জানি লওক
Assamese
ৰ দ্বিতীয় ঢৌৰ সময়ত গৰ্ভৱতী প্ৰসৱোত্তৰ মহিলাসকল কিদৰে প্ৰভাৱিত হৈছে এ এই সন্দৰ্ভত কি বাখ্যা দিছে
Assamese
ৰ বিষয়ে জানিবলৈ আগ্ৰহী নেকি জানক ইয়াৰ বাবে অতি প্ৰয়োজনীয় আৰু বিষয়ে
Assamese