text
stringlengths
1
2.59k
language
stringclasses
10 values
ক্ৰীড়া মন্ত্ৰালয়ে দিলে ৰেহাই ভাৰতীয় ফুটবল দলে আগন্তুক এছিয়ান গেমছত অংশগ্ৰহণ কৰিব
Assamese
ভাৰতপাকিস্তানৰ বিশ্বকাপৰ খেলৰ তাৰিখ সলনি হ ব পাৰে চিন্তিত অনুৰাগীসকল
Assamese
বিৰাট কোহলী মহা ৰেকৰ্ডৰ পৰা মাত্ৰ এখোজ আঁতৰত শচীন তেণ্ডুলকাৰজয়সূৰ্যলৈ এটা ষ্ট্ৰোকতে পিছ পৰিব বিৰাট হব নম্বৰ ১ ক্ৰিকেটাৰ
Assamese
জাতীয় সংগীত গোৱাৰ সময়ত খেলুৱৈৰ লগত শিশুসকল কিয় থাকে তেওঁলোকক কি বুলি কোৱা হয়
Assamese
ভাঙিলে শচীনৰ ৰেকৰ্ড স্পৰ্শ কৰিলে ব্ৰেডমেনক শতৰান কৰি ৫টা অভিলেখ গঢ়িলে বিৰাট কোহলীয়ে
Assamese
বিৰাট কোহলীয়ে শতক অৰ্জন কৰি স্মৰণীয় কৰি তুলিলে তেওঁৰ ৫০০ তম মেচ
Assamese
এছিয়া কাপ ২০২৩ৰ সময়সূচী ঘোষণা ভাৰতপাকিস্তান খেলৰ তাৰিখ প্ৰকাশ সম্পূৰ্ণ সময়সূচী চাওক
Assamese
ভাৰতৰ সুদৰ্শনৰ হাতত ধৰাশায়ী পাকিস্তানী বলাৰ ৮ উইকেটত পৰাস্ত পাকিস্তান
Assamese
ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অলেখ পদকেৰে ডিব্ৰুগড়লৈ গৌৰৱ কঢিয়াই আনিছে ডিব্ৰুগড়ৰ গ্লৰীয়ে
Assamese
টেঙা বল খেলিয়েই বিশ্ববাসীক দুভৰিৰ চমক দেখুওৱাৰ পণ গ থা কাপ ফুটবললৈ ভাৰতীয় দলৰ হৈ নয়নৰ কোঁৱৰৰ যাত্ৰা
Assamese
ভাৰতীয় দলত নতুন চমক প্ৰথম টেষ্টতে অভিষেক ঘটিব পাৰে ৩ ক্ৰিকেটাৰৰ
Assamese
কিংবদন্তি খেলুৱৈ সুনীল গাভাস্কাৰৰ আজি ৭৪ সংখ্যক জন্মদিন লিটিল মাষ্টাৰৰ ৫টা স্মৰণীয় অভিলেখৰ বিষয়ে জানেনে
Assamese
গুৱাহাটীত হব ভাৰত ইংলেণ্ড শ্ৰীলংকা বাংলাদেশ আৰু আফগানিস্তানৰ ক্ৰিকেট মেচ কেতিয়া
Assamese
টিহুৰ জলখানা যুৱ সংঘৰ উদ্যোগত নলবাৰী জিলা ভিত্তিত পাঞ্জা প্ৰতিযোগিতা
Assamese
অল আছাম মেজৰ ৰেংকিং টেবুল টেনিছত চেম্পিয়ন শিলচৰৰ কণমানি বিপ্ৰজিৎদিবিজা
Assamese
কোনকেইখন দেশ বিশ্বকাপৰ ছেমিফাইনেললৈ যাব সৌৰভ গাংগুলীৰ চাঞ্চল্যকৰ ভৱিষ্যদ্বাণী
Assamese
সৌৰভৰ মূৰত বন্দুক ৰাখিছিল এজন যুৱকে দাদাৰ মুখত ভয়ংকৰ ঘটনাৰ শিহৰণকাৰী বৰ্ণনা
Assamese
আজি সৌৰভ গাংগুলীৰ জন্মদিন তেওঁৰ ১০ টা অভিলেখ জানক বিশ্বৰ ৫ জন ক্ৰিকেটাৰৰ ভিতৰত অন্যতম
Assamese
জন্মদিনত জানক কি কি বিলাসী গাড়ীৰ গৰাকী এম এছ ধোনী
Assamese
ইয়াত মাহীৰ ১০ খন আপুনি নেদেখা ছবি আছে ধোনীক এনে অৱতাৰত আপুনি কেতিয়াও দেখা নাই
Assamese
কোনোৱে কোনোদিনে ভাঙিব নোৱাৰিব ধোনীৰ হাতত আছে এনে ৫টা অভিলেখ
Assamese
আঢ়ৈ লাখ টকাৰ বাবেই থমকি ৰ ব নেকি উদয়ৰ দুভৰিৰ যাদু
Assamese
চুলি কাটিব নালাগে কৈছিল পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে সেই ধোনীৰ সাতটা হেয়াৰষ্টাইল চাওক
Assamese
কোঁচ ৰজা নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলৰ নামেৰে কঠালবাৰীত টাইকোৱাণ্ডো একাডেমী
Assamese
নিৰ্বাচনী সমিতিত ডাঙৰ পৰিৱৰ্তন বোৰ্ডে আজিলৈকে যি হোৱা নাই সেয়া কৰিছে
Assamese
ইংলিছ চেনেল সাঁতুৰি পাৰ হবলৈ পুনৰ সাগৰত নামিব জলকোঁৱৰ এলভিছ আলি হাজৰিকা
Assamese
চেম্পিয়নশ্বিপত নৱমবাৰৰ বাবে খিতাপ অৰ্জন ভাৰতৰ পেনাল্টি শ্বুটআউটত কুৱেইটক ৫৪ গ লত পৰাস্ত
Assamese
কান্ধুলিমাৰিবাসীৰ আশীৰ্বাদ লৈ উমা ওলাইছে বাংলাদেশলৈ
Assamese
২৯৩০ জুলাইত টীয়কত অনুষ্ঠিত হ ব জিলা ভিত্তিক ফেঞ্চিং প্ৰতিযোগিতা
Assamese
কোহলী হৈছে বিশ্বৰ একমাত্ৰ বলাৰ যাৰ বিৰাট ৰেকৰ্ড আছে যিটো কাৰোৱেই নাই
Assamese
অল ইণ্ডিয়া ৰেংকিঙত দুটাকৈ পদক লাভ শিলচৰৰ শ্বাটলাৰ সূৰজ গোৱালাৰ
Assamese
ক্ৰীড়াক আকোঁৱালি লৈছে কাৰ্বি আংলঙৰ নতুন প্ৰজন্মই
Assamese
দ্বিতীয় এছিয়া যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ ২০২৩ ত ডিব্ৰুগড়ৰ জগদীশ ভৰালীৰ স্বৰ্ণ জয়
Assamese
ভাৰতীয় মহিলা দলত স্থান লাভ কৰা অসমৰ উমা ছেত্ৰীক বৰ্ষাপাৰাত সম্বৰ্ধনা জনালে অসম ক্ৰিকেট সন্থাই
Assamese
জুনিয়ৰ ইণ্ডিয়া শৰীৰ চৰ্চা প্ৰতিযোগিতাত ব্ৰঞ্জ দখল ধীৰাজ গগৈৰ
Assamese
ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসম কন্যাৰ ৯ জুলাইৰ পৰা খেলিব বাংলাদেশৰ বিৰুদ্ধে
Assamese
ইমানতে শেষ নেকি আকাশৰ পৰা চিধাই মাটিত ৰ পিছতে অধঃপতন ৰিংকু সিঙৰ প্ৰদৰ্শনত
Assamese
ভাৰতীয় ফুটবল ১৯ অনূৰ্ধ্ব দলত স্থান লাভ কৰিলে গোসাঁইগাঁৱৰ মনবীৰ বসুমতাৰীয়ে
Assamese
ৱেষ্ট ইণ্ডিজে ৪৮ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিশ্বকাপ খেলিব নোৱাৰে
Assamese
দক্ষিণ কোৰিয়ালৈ টাইকোৱাণ্ডোৰ প্ৰশিক্ষণৰ বাবে যোৰহাটৰ কিশোৰীক নিমন্ত্ৰণ
Assamese
অসমৰ খেলজগতৰ বাবে সুখবৰ অপূৰ্ণা নাৰ্জাৰীৰ পিছত এইবাৰ ভাৰতীয় জুনিয়ৰ ফুটবল দলত স্থান লাভ কৰিছে অসমৰ মনবীৰ বসুমতাৰীয়ে
Assamese
সোণৰ পদক জয়েৰে নীৰজ চোপ্ৰাৰ ইতিহাস সৃষ্টি ফাউলৰ সৈতে কৰিছিল আৰম্ভ চতুৰ্থ প্ৰচেষ্টাত সৰ্বশ্ৰেষ্ঠ প্ৰদান
Assamese
এই বছৰ ৫ বাৰ ভাৰতপাকিস্তান ক্ৰিকেট যুদ্ধ কেৱল এই সমীকৰণটো মিলিব লাগিব
Assamese
৫ অক্টোবৰৰ পৰা আৰম্ভ বিশ্বকাপ ক্ৰিকেট কাৰ ক ত কেতিয়া আছে মেচ চাওক সম্পূৰ্ণ তালিকা
Assamese
বিশ্বকাপত কেতিয়া ভাৰতপাকিস্তানৰ যুদ্ধ টীম ইণ্ডিয়াই প্ৰথমখন খেল কেতিয়া খেলিব
Assamese
মহিলা প্রাইজমানি ফুটবল প্রতিযোগিতাত জামিৰা প্রশিক্ষণ কেন্দ্র চেম্পিয়ন
Assamese
হংকঙত মহিলা এছিয়া কাপ ক্ৰিকেট খেলি নিজ অভিজ্ঞতা প্ৰকাশ কৰিলে অসম কন্যা উমা চেত্ৰীয়ে
Assamese
বহুতো ভাৰতীয় ক্ৰিকেটাৰে সোনকালেই অৱসৰ ল ব পাৰে তালিকাত কোন কোন তাৰকা ক্ৰিকেটাৰ
Assamese
মেছিৰ প্ৰকৃত উপনাম কি বহুতৰে জ্ঞাত নহয় এই নাম
Assamese
এক মিনিটত লাখ লাখ টকা খৰছ কৰে এইটো বিৰাট কোহলীৰ এটা ৰুচি খৰছৰ কোনো হিচাপ নাই
Assamese
আজি অলিম্পিক দিৱস ডিব্ৰুগড়ত দৌৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assamese
আমেজেই আচল কথা ৬৪ বছৰীয়া গাড়ী এখন চলাই ৰাস্তাত ধোনিৰ চফৰ সকলোৱে চালে ৰহ লাগি
Assamese
সুনীল ছেত্ৰীৰ হেট্ৰিক পাকিস্তানক হেলাৰঙে পৰাজিত কৰি ত অভিযান আৰম্ভ ভাৰতৰ
Assamese
শ্বেন ৱাৰ্ণৰ কোভিড ভেকছিনৰ ফলত মৃত্যু বিস্ফোৰক তথ্য আহিল পোহৰলৈ
Assamese
দুভৰিৰে যাদু দেখুওৱা চাবুৱাৰ দুই কিশোৰ ফুটবলাৰে পালে সুৱৰ্ণ সুযোগ
Assamese
বিৰাট কোহলীয়ে আজি টেষ্ট ক্ৰিকেটত ১২ বছৰ সম্পূৰ্ণ কৰিছে ভাৰতৰ সৰ্বকালৰ আটাইতকৈ সফল অধিনায়ক তেওঁ
Assamese
কাৰ প্ৰেমত পৰিছে ক্ৰিকেটাৰ ৰিংকু সিং অৱশেষত মুখ খুলিলে ৰ তাৰকাগৰাকীয়ে
Assamese
টাইব্ৰেকাৰত ক্ৰোৱেছিয়াক পৰাস্ত কৰি নেশ্যনছ লীগ জয় স্পেইনৰ কিছু পৰিমাণে লাঘৱ কৰিলে বিশ্বকাপৰ বিফলতাৰ মনোকষ্ট
Assamese
সাত নম্বৰটোৰ প্ৰতি ধোনিৰ কিয় ইমান টান সাতে সলনি কৰিলে জীৱন এয়া অন্ধবিশ্বাস নহয়
Assamese
ফুটবলে অটুট ৰাখিব পাৰে মণিপুৰত ভাতৃত্ববোধ ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন খেলুৱৈ থকচমে ক লে এইদৰে
Assamese
বাৰ্মিংহামত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট টুৰ্নামেণ্টত খেলিব অসমৰ দৃষ্টিহীন খেলুৱৈ চিমু দাসে
Assamese
চাবুৱাত ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন মিডফিল্ডাৰ থকচম বাংগ সিং
Assamese
পূৰ্বশ্ৰীৰ সাফল্যত আনন্দিত লাহোৱালবাসী ঝাৰখণ্ডত বুটলিলে ব্ৰঞ্জৰ পদক
Assamese
আজি আৰম্ভ হ ব ইংলেণ্ডঅষ্ট্ৰেলিয়াৰ মাজৰ এছেজ শৃংখলা ভাৰতীয় অনুৰাগীয়ে কেইবজাত উপভোগ কৰিব পাৰিব মেচৰ লাইভ
Assamese
ৰোহিত শৰ্মাই বিশ্বকাপৰ আগতে টেষ্ট অধিনায়কত্ব হেৰুৱাব নেকি হিটমেনৰ ভৱিষ্যতক লৈ জল্পনাকল্পনা
Assamese
ফুটবল জগতৰ মন ভাঙিল মেছিয়ে সোনকালেই অৱসৰ ল ব নেকি কেৰিয়াৰক লৈ ডাঙৰ সিদ্ধান্তৰ ইংগিত লিঅ ৰ
Assamese
হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে হিমা দাসে এছিয়ান গেমছ ২০২৩ ৰ পৰা বঞ্চিত হ ব ভাৰতীয় এথলেটিকছ প্ৰশিক্ষকে নিশ্চিত কৰিছে এই কথা
Assamese
ৰাষ্ট্ৰীয় জুনিয়ৰ আৰু চাবজুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত স্বৰ্ণ জয় ভাস্বতী গগৈৰ
Assamese
ক্ৰীড়া প্ৰতিযোগিতাত উজলিছে বেতবাৰীৰ শংকৰদেৱ শিশু নিকেতনৰ দুই শিক্ষাৰ্থী
Assamese
ত লজ্জাজনক পৰাজয় সৌৰভ গাংগুলীয়ে ৰোহিতৰ বিষয়ে কি ক লে
Assamese
ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত টীয়ক টাইকোৱাণ্ডো ট্ৰেইনিং চেন্টাৰৰ সাফল্য
Assamese
ৰাষ্ট্ৰীয় জুনিয়ৰ ক্লাছিক পাৱাৰলিফ্টিং উজলিল শিলচৰৰ দুই খেলুৱৈ
Assamese
১৫ অক্টোবৰত ভাৰত বনাম পাকিস্তানৰ মেচ হোৱাৰ সম্ভাৱনা খচৰা সূচী অনুসৰি ভাৰতে নটা স্থানত খেলিব
Assamese
আকৌ এবাৰ ভাৰত ফাইনেলত প্ৰৱেশ কৰিব নেকি টীম ইণ্ডিয়াৰ আগন্তুক সূচীয়ে কি ইংগিত দিছে
Assamese
অষ্ট্ৰেলিয়াৰ শিৰত বিজয়ৰ মুকুট টীম ইণ্ডিয়াৰ লজ্জাজনক পৰাজয় দ্বিতীয়বাৰৰ বাবে ফাইনেলত ব্যৰ্থ ভাৰতীয় দল
Assamese
অ ভেলত কোহলীক লৈ মুখ খুলিলে সৌৰভ গাংগুলীয়ে বিৰাটক দিলে এটা ডাঙৰ দায়িত্ব
Assamese
ৰাহানেৰ প্ৰত্যাৱৰ্তনৰ ইনিংছ লৰ্ড শাৰ্দুলৰ অৰ্ধশতক অ ভেলত তৃতীয় দিনা সংগ্ৰাম ভাৰতৰ
Assamese
দ্বিতীয় দিনাৰ প্ৰথম চেছনতে ভাৰতে দখল কৰিলে অষ্ট্ৰেলিয়াৰ ৪টা উইকেট স্মিথৰ শতকেৰে অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত ৪৬৯ ৰান
Assamese
হেড আৰু স্মিথৰ অপৰাজিত ২৫১ ৰাণৰ পাৰ্টনাৰশ্বিপ অ ভেলত প্ৰথম দিনৰ শেষত চাপত ভাৰত
Assamese
উমা চেত্ৰী বোকাখাতৰ এখন অখ্যাত গাঁৱৰ পৰা সুদূৰ হংকঙলৈ
Assamese
গুৱাহাটীৰ ৰ পাঁচগৰাকী টেবুল টেনিছ খেলুৱৈ নিৰ্বাচিত হৈছে গোৱা খেলো ইন্ডিয়া চেন্টাৰৰ বাবে
Assamese
ৰত্না ৰংহাংপীকমলা তেৰাংপীয়ে জয় কৰিলে পাঁচটাকৈ স্বৰ্ণপদক
Assamese
দুৰ্বলতা দূৰ কৰিবলৈ বিনম্ৰ প্ৰয়াস বিৰাট কোহলীৰ লণ্ডনত বিশেষ অনুশীলন
Assamese
ডিব্ৰুগড় জিলাৰ অন্যতম ক্ৰীড়া সংগঠক নিতুল কোঁচৰ অকাল মৃত্যু ট্ৰেক্টৰে কাঢ়িলে প্ৰাণ
Assamese
নেছনেল স্কুল গেমছত অংশগ্ৰহণ কৰিব শিলচৰৰ দুই দবা খেলুৱৈয়ে
Assamese
চেপন শল গুৰি গাঁৱৰ প্ৰাৰ্থনা গগৈয়ে স্থান পালে ভাৰতীয় ভলীবল দলত
Assamese
এইবাৰ আই পি এলত সৰ্বাধিক ছয় কোনে মাৰিছে আপুনি প্ৰতিযোগিতাখনত মুঠ ছয়ৰ সংখ্যা জানি আচৰিত হ ব
Assamese
মণিপুৰৰ এঘাৰগৰাকী ক্ৰীড়াবিদে ঘূৰাই দিব ৰাষ্ট্ৰীয় বঁটা প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ
Assamese
দক্ষিণ কোৰিয়াত অনুষ্ঠিত এছিয়া পেচিফিক মেম্বাৰচ গেমচত গীতাঞ্জলী বৰাৰ স্বৰ্ণ জয়
Assamese
ধোনীৰ হাতত অটুট থাকিল কোহলীৰ সিংহাসন গিলে অৰেঞ্জ কেপ জয় কৰাৰ পিছতো নোৱাৰিলে বিৰাট অভিলেখ ভংগ কৰিব
Assamese
ৰ অন্তিমখন খেলত গ ল্ডেন ডাক তথাপিও ধোনী আই পি এল ইতিহাসত এগৰাকী অমৰ অধিনায়ক
Assamese
জিকাৰ পিছতে হাস্পতালত ভৰ্তি ধোনী কি হল কেপ্টেইন কুলৰ
Assamese
ডাঙৰ খবৰ দেশৰ বাবে আঁজুৰি অনা পদক গংগাত উটুৱাই দিব মল্লযোদ্ধাসকলে
Assamese
চেন্নাই ছুপাৰ কিংছে ৰ খিতাপ জিকাৰ পিছতে খেলপথাৰত আবেগৰ ঢল চাওক সেই মেজিক মমেণ্টৰ ফটো
Assamese
আইপিএল চেম্পিয়ন চেন্নাইৰ ওপৰত টকাৰ বৰষুণ গুজৰাটেও পালে কোটি কোটি চাওক পুৰস্কাৰৰ সম্পূৰ্ণ তালিকা
Assamese
ৰোমাঞ্চকৰ ফাইনেলত চেন্নাইৰ জয় এই ৫টা কাৰণত ৰ ফাইনেলত জিকি চেম্পিয়ন
Assamese
চেন্নাই চুপাৰ কিংছৰ পঞ্চমবাৰৰ বাবে খিতাপ জয় ফাইনেলত এ পৰাস্ত কৰে ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছক
Assamese
ফাইনেলত হোৱা নেৰানেপেৰা বৰষুণৰ কাৰণ শ্ৰদ্ধা কাপুৰ অনুৰাগীৰ মন্তব্যত অভিনেত্ৰীগৰাকীয়ে এইদৰে কৰিলে প্ৰতিক্ৰিয়া
Assamese
শুভমান গিল নহয় ২১ বছৰীয়া এই বেটছমেনগৰাকী হৈ পৰিল ফাইনেলৰ বাজিগৰ
Assamese
আজিও ৰ ফাইনেলৰ মাজতে আহিব নেকি বৰষুণ বতৰৰ আগজাননী কি আছিল
Assamese