text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
কোনে মাৰিব শেষ হাঁহি ফাইনেল মেচত টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত চেন্নাই চুপাৰ কিংছৰ | Assamese |
ৰাষ্ট্ৰীয় পাঞ্জাত নামৰূপৰ ৯ খেলুৱৈৰ সফলতা মালয়েছিয়াৰ বিশ্ব পাঞ্জা প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন | Assamese |
নৱপ্ৰজন্মক ক্ৰীড়াক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে ক্ৰীড়াসুলভ পৰিৱেশ গঢ়াৰ চেষ্টা ফিটনেছ প্লাছৰ | Assamese |
ইউৰোপৰ টুৰ্নামেণ্টৰ বাবে ভাৰতীয় দলত নয়ন কোঁৱৰ | Assamese |
আইপিএলৰ মেগা ফাইনেলত মহাচমক চেন্নাই আৰু গুজৰাটৰ মূল একাদশত কোন কোন খেলুৱৈ | Assamese |
ৰোহিতহাৰ্দিকগম্ভীৰ শিশু আই পি এলৰ ফাইনেলত ধোনীৰ এনে অভিলেখ আছে | Assamese |
শুভমন গীলৰ চেঞ্চুৰীৰ পিছত কোহলীৰ আজৱ প্ৰতিক্ৰিয়া তোলপাৰ নেট দুনিয়া | Assamese |
একেৰাহে দ্বিতীয় বছৰৰ বাবে ফাইনেলত উপনীত গুজৰাট টাইটানছ ৬২ ৰানত পৰাস্ত মুম্বাই ইণ্ডিয়ানছ | Assamese |
শিলচৰ জিলা ক্ৰীড়া সন্থাৰ আজি ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস | Assamese |
আজি ৰোহিত বনাম হাৰ্দিকৰ যুঁজ ফাইনেলত চেন্নাই চুপাৰ কিংছৰ মুখামুখি হ ব কোন | Assamese |
ত প্ৰথম ৭ সপ্তাহত ৰ ১৫০০ কোটিতকৈ অধিক সময়ৰ দৰ্শনেৰে অভিলেখ সৃষ্টি | Assamese |
সৰ্বভাৰতীয় পাঞ্জা প্ৰতিযোগিতাত উজলিল নাহৰকটীয়াৰ মহিলা | Assamese |
ৰ ফুল ফৰ্ম কি এই খেলক জেন্টলমেনছ গেম বুলি কিয় কোৱা হয় | Assamese |
ৰোণাল্ডোৰ এই সেউজীয়া ঘড়ীটোৰ দাম কিমান জানেনে শুনিলে চকু কপালত উঠিব আপোনাৰ | Assamese |
চেন্নাইত মুম্বাইৰ বেটছমেনৰ পিছত বলাৰৰো আধিপত্য গৌৰৱেৰে দ্বিতীয় কোৱালিফায়াৰত প্ৰৱেশ মুম্বাই ইণ্ডিয়ানছৰ | Assamese |
নিশাটোৰ ভিতৰতে কোটিপতি জিকিলে কিমান টকা পোৱা যায় জানিলে আচৰিত হব | Assamese |
উপযুক্ত স্বীকৃতিৰ পৰা বঞ্চিত প্ৰাক্তন ফুটবলাৰ প্ৰশিক্ষক দেৱজিৎ শৰ্মা | Assamese |
ৰিংকুৰ প্ৰেমত আফগান সুন্দৰী খেল চাবলৈ আহিল আঢ়ৈ হাজাৰ কিলোমিটাৰ পথ অতিক্ৰমি | Assamese |
ধৰ্ম আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত মটক জনগোষ্ঠীৰ পৰম্পৰাগত কড়ি খেল | Assamese |
আধৰুৱা হৈ ৰ ল কোহলীৰ বিৰাট সপোন গুজৰাট টাইটানছৰ গীলৰ প্ৰদৰ্শনত ধৰাশায়ী বেংগালুৰু প্লে অফত প্ৰৱেশ মুম্বাই ইণ্ডিয়ানছৰ | Assamese |
ফাউণ্ডেছন দে ভলীবল চেম্পিয়নশ্বিপত গুৱাহাটী ভলীবল কোচিং চেন্টাৰ দল চেম্পিয়ন | Assamese |
ঋতুৰাজ আৰু কনৱেৰ বিস্ফোৰক ইনিংছ চেন্নাই চুপাৰ কিংছে দিল্লী কেপিটেলছক পৰাস্ত কৰি প্ৰৱেশ কৰিলে প্লে অফত | Assamese |
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল জাগীৰোডৰ জিতুমণি দাস | Assamese |
কোহলীৰ জাৰ্চী নম্বৰ কিয় ১৮ ইয়াৰ আঁৰত ডাঙৰ কাৰণ আছে ডাঙৰ ৰহস্যটো কি জানক | Assamese |
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল ক্লাবৰ মাজত এতিয়া জনপ্ৰিয় নামৰূপৰ চিৰঞ্জীত গগৈ | Assamese |
কুংফু প্ৰতিযোগিতাত শিৱসাগৰ দলৰ ১৪ টা সোণৰ পদক | Assamese |
আই পি এলত শতক আৰু হেট্ৰিক দুয়োটাই আছে ভাৰতৰ সেই একমাত্ৰ ক্ৰিকেটাৰজন কোন জানেনে | Assamese |
চাবুৱাত চাহ জনগোষ্ঠীয় প্ৰাইজমানী মহিলা ফুটবল প্ৰতিযোগিতা | Assamese |
নিষিদ্ধ ষ্টাৰ স্প ৰ্টছ ৰ মেচৰ সৈতে কমেডিয়ান মুনাৱাৰ ফাৰুকীৰ কি সম্পৰ্ক | Assamese |
বিশ্বকাপত ৰূপৰ পদক বিজয়ী হৃদয় হাজৰিকাৰ লক্ষ্য হ ল ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ স্বৰ্ণ পদক | Assamese |
প্ৰভচিমৰণ সিঙৰ অনবদ্য শতক ১৬৮ ৰাণৰ বিজয়লক্ষ্য আগত লৈ পৰাজিত দিল্লী কেপিটেলছ | Assamese |
সাত ফুট এক ইঞ্চি ওখ আপুনি পৃথিৱীৰ আটাইতকৈ ওখ ক্ৰিকেটাৰজনক জানেনে চাওক | Assamese |
প্ৰেৰাক মানকাডৰ অৰ্ধশতক পুৰাণৰ ধুমুহা ইনিংছ শীৰ্ষ ৪ লৈ উভতি আহিছে লক্ষ্ণৌ | Assamese |
আজেৰবাইজানত ১০ মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষৰ শাখাত অসমৰ শ্বুটাৰ হৃদয় হাজৰিকাৰ ৰূপৰ পদক অৰ্জন | Assamese |
যুজবেন্দ্ৰ চাহাল এতিয়া আই পি এলৰ এজন কিংবদন্তি সকলোকে অতিক্ৰম কৰি অকলেই ১৮৬ | Assamese |
শ্বুটিং বিশ্বকাপত ৰূপৰ পদক লাভ কৰি পুনৰ গৌৰৱ কঢ়িয়াই আনিলে হৃদয় হাজৰিকাই | Assamese |
১৩টা বলত অৰ্ধশতৰান দ্ৰুততম ৫০ৰ লগতে আৰু কি কি অভিলেখ গঢ়িলে যশস্বীয়ে | Assamese |
দক্ষিণ কোৰিয়াৰ জিয়নবাকত এছিয়ান পেছিফিক গেমভাৰতৰ হৈ খেলিব নাহৰকটীয়াৰ দুই মহিলাই | Assamese |
যশস্বী জয়ছোৱালৰ অভিলেখ ভংগকাৰী ইনিংছেৰে ৰাজস্থান ৰয়েলছৰ বিশাল জয় শীৰ্ষ ৩ ত প্ৰৱেশ ৰ | Assamese |
ৰ বাবে এই ভাৰতীয় খেলুৱৈসকলৰ ভাগ্য ৰাতিটোৰ ভিতৰতে মুকলি হৈছে তেওঁলোকৰ জীৱনত ধনৰ জোৱাৰ আহিছে | Assamese |
ত ৰ অভিলেখ প্ৰথম ৫টা সপ্তাহতে লাভ কৰিলে ১৩০০ কোটিতকৈও অধিক ভিডিঅ দৰ্শনী | Assamese |
বিৰাট কোহলীক কন্দুৱালে সূৰ্যকুমাৰ যাদৱে দিশহাৰা ৰ বলাৰ আৰচিবিক পৰাস্ত কৰি ৩ নম্বৰ স্থানত মুম্বাই | Assamese |
ৰাজনীতি নহয় ভাৰোত্তোলনত ব্ৰঞ্জৰ পদক আনিলে চাবুৱাৰ উপপৌৰপতিয়ে | Assamese |
এছিয়া কাপৰ স্বৰ্ণজয়ী জয়ন্ত তালুকদাৰক গুৱাহাটীত সম্বৰ্ধনা পৰৱৰ্তী লক্ষ্য ২০২৪ চনৰ পেৰিছ অলিম্পিক | Assamese |
চেন্নাইয়ে ১৩ বছৰৰ পিছত মুম্বাইক মুম্বাইত পৰাস্ত কৰে চলিত ছিজনত ৰ বিৰুদ্ধে দ্বিতীয় জয় ধোনীয়ে খেলিলে বিজয়ী শ্বট | Assamese |
ত ধাৰাবাহিক দুৰ্বল প্ৰদৰ্শনক লৈ তীব্ৰ সমালোচনাৰ মাজতে ৰিয়ান পৰাগৰ টুইট সময় ভাল হওক বা বেয়া | Assamese |
ভাৰতপাকিস্তানৰ মহাৰণৰ বাবে সাজু নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ৫ অক্টোবৰৰ পৰা আৰম্ভ হ ব এদিনীয়া ক্ৰিকেট বিশ্বকাপ | Assamese |
জয়ন্ত তালুকদাৰ নেতৃত্বাধীন ভাৰতীয় দলৰ স্বৰ্ণপদক লাভ ফাইনেলত ভাৰতে পৰাস্ত কৰে চীনক | Assamese |
এক অভাৰত ৪৬ ৰাণঃ কুৱেইটত টী২০ ফ্ৰেঞ্চাইজি লীগত ঘটিল ক্ৰিকেট ইতিহাসৰ কল্পনাতীত ঘটনা | Assamese |
যদি আপুনি গৌতম গম্ভীৰৰ সম্পত্তিৰ পৰিমাণ শুনে আচৰিত হ ব তেওঁৰ পত্নীও ডাঙৰ ব্যৱসায়ী | Assamese |
ভৰসা মাথোঁ বাওঁ হাতখন এখন হাত অবিহনেই টেবুল টেনিচৰ জগতলৈ আহিছে ন বছৰীয়া বিপ্ৰজিৎ | Assamese |
এছিয়া কাপ আৰ্চাৰীত উজলিল ভাৰতীয় দল ৫ মেত চীনৰ বিৰুদ্ধে স্বৰ্ণপদকৰ বাবে যুঁজ দিব ভাৰতে | Assamese |
২০১৩ ৰ পৰা ২০২৩ লৈ ১০ বছৰে আঁতৰা নাই নেকি ক্ষোভ এয়া কেনে ধৰণৰ শত্ৰুতা | Assamese |
দেশৰ চুকেকোণে বিয়পি পৰিব ৰ উন্মাদনা ৰ উদ্যোগত বিভিন্ন চহৰত ফেন পাৰ্কৰ ব্যৱস্থা | Assamese |
আইপিএলৰ মঞ্চত বিৰাট কোহলী আৰু গৌতম গম্ভীৰৰ দ্বন্দ্ব দুই দলৰ ক্ৰিকেটাৰৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণ | Assamese |
আই পি এল কেৰিয়াৰত ফ ৰতকৈ কোবাইছে বেছি ছিক্স কেৱল ৫জন এনে হিটাৰৰ মাজত আছে এগৰাকী ভাৰতীয়ও | Assamese |
বিচাৰি পোৱা গ ল নতুন এম এছ ধোনি কিংবদন্তি ভাৰতীয় ক্ৰিকেট তাৰকাই পালে তেওঁৰ সন্ধান | Assamese |
৩০ কোটি টকাৰ বিলাসী ফ্লেট একাধিক দামী গাড়ী আৰু অন্যান্য এবছৰত ৰোহিত শৰ্মাই কিমান টকা উপাৰ্জন কৰে | Assamese |
ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ জুনিয়ৰ ২০ অনুৰ্ধ এথলেটিকচ চেম্পিয়নশ্বিপত জিলিকিল অসম সন্তান মেহদী হাচান লাভ কৰিলে স্বৰ্ণ পদক | Assamese |
বিশেষ সুযোগ নোপোৱাকৈ বাদ পৰিল বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে ভাৰতৰ দলৰ পৰা বাদ পৰিছে ৩ তাৰকা | Assamese |
শিলচৰৰ বিভিন্ন অঞ্চলত বিনা বাধাই চলিছে ৰ অবৈধ জুৱা | Assamese |
জীৱনৰ ২২ গজত তেওঁ অৰ্ধশতক অৰ্জন কৰিছে তেওঁৰ ৫০ তম জন্মদিন কেৱল দেশতে নহয় ২৪ এপ্ৰিলত সমগ্ৰ বিশ্বতে উদযাপন কৰা হৈছে | Assamese |
৪১৫ ৰাণৰ এখন খেল ৱাংখেড়েত আগতীয়াকৈ উদযাপন শচীন তেণ্ডুলকাৰৰ জন্মদিন | Assamese |
এজাক যুৱতীক মহিলা হকীবিদ বনোৱাৰ লক্ষ্য ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ | Assamese |
অৱসৰৰ সিদ্ধান্ত লৈছিল বিৰাট কোহলীয়ে কেনেকৈ নিজকে ঘূৰাই পাইছিল বিৰাটে জানক বিৰাট কোহলীৰ অজানা কথা | Assamese |
হেণ্ডবলৰ জৰিয়তে দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে জাগীৰোডৰ সাগৰ হাজৰিকাই | Assamese |
ত দৰ্শকে ভংগ কৰিলে অভিলেখ ২৪ কোটি দৰ্শকে উপভোগ কৰিলে ৰ মেচ | Assamese |
এই আই পি এলৰ পিছত অৱসৰ নেকি এম এছ ধোনীয়ে অৱশেষত মুখ খুলিলে | Assamese |
হয়তো আজি এগৰাকী ঝুলন বা হৰমন ষ্টেণ্ডত বহি আছে নীতা আম্বানী | Assamese |
ৰিয়ান পৰাগৰ বিহু নাচৰ ফটোৰ সৈতে ৰাজস্থান ৰয়েলছে অসমবাসীক জনালে ৰঙালী বিহুৰ শুভেচ্ছা | Assamese |
সুখবৰ ভাৰতবৰ্ষৰ দ্ৰুততম মানৱ অসমৰ অম্লান বৰগোহাঁইৰ ইণ্ডিয়ান গ্ৰাঁ প্ৰি ৪ত স্বৰ্ণপদক অৰ্জন | Assamese |
তেওঁৰ মূল্য কিয় ১৩২৫ কোটি টকা ২০২৩ৰ আই পি এলত ইতিহাস ৰচনা কৰি হেৰী ব্ৰুকে প্ৰমাণ কৰিলে | Assamese |
উপায়ুক্তআৰক্ষী অধীক্ষকৰ মাজত যুঁজ মাজত বিশিষ্ট চিকিৎসক | Assamese |
ৰাজ্যৰ একমাত্ৰ অসমীয়া থলুৱা ক্ৰীড়াৰ সংগ্ৰহালয়টোৰ বিষয়ে আপুনি জানেনে | Assamese |
অপৰূপ সৌন্দৰ্যৰ অধিকাৰী তেওঁলোক হওঁ বুলিলেই হব পাৰিনে আই পি এল চিয়েৰলীডাৰ্ছ জানি লওক এই তথ্য | Assamese |
ৰিংকু সিং এতিয়া কিমান টকাৰ মালিক ৰ তাৰকাগৰাকীৰ মাহিলী উপাৰ্জন কিমান | Assamese |
অপেক্ষা বহুত হল কন্যা ভামিকাৰ সৈতে ফটো পোষ্ট কৰিলে বিৰাট কোহলীয়ে | Assamese |
ৰাজ্যিক এথলেটিকছত সোণৰ পদকেৰে জিলিকিল টীয়কৰ সন্দীপ | Assamese |
পৰিয়াল চলাবলৈ এটা সময়ত ৰাস্তাত ঝাড়ু মাৰিছিল সেই ৰিংকু সিঙে ৫টা বলত পাঁচটা ছয় কোবাই গঢ়িলে ডাঙৰ অভিলেখ | Assamese |
প্ৰতিটো ছয় দেউতাৰ বাবে ভৰা অনুষ্ঠানতে কান্দি পেলালে ৰিংকু সিঙে | Assamese |
ৰ যুৱ বেটছমেন ৰিংকু সিঙৰ কৃতিত্ব ৰ এক অভাৰত ৫টা ছয়েৰে জয়লাভ কৰি গঢ়িলে ইতিহাস | Assamese |
ত ইতিহাস ৰচিলে ৰিংকু সিঙে এটা অভাৰত পাঁচটা ছয় মাৰি জয়ী কৰালে কলকাতাক শ্বাহৰুখ খানে লিখিলে এই কথা | Assamese |
বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ হাতত ধৰাশায়ী দিল্লী কেপিটেলছ ৫৮ ৰানত ৰাজস্থান ৰয়েলছৰ বৃহৎ জয় | Assamese |
বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলচৰ মাজৰ মেচ উপভোগ কৰিলে মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই | Assamese |
আন্তঃৰাষ্ট্ৰীয় চুইচ মাচাজ চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰিব প্ৰথম অসমীয়া এমটিভি ৰ ডি অনামিকা বৰ্মন দাসে | Assamese |
গুৱাহাটীত যশস্বী আৰু বাটলাৰৰ দৰ্শনীয় অৰ্ধশতক ৰাজস্থানৰ ৰানৰ পাহাৰ | Assamese |
দুধৰ্ষ প্ৰদৰ্শনেৰে আৰম্ভ ৰাজস্থান ৰয়েলছৰ বেটিং ৰিয়ান পৰাগে আজি গৃহ চহৰত খেলিব তেওঁৰ কেৰিয়াৰৰ ৫০ সংখ্যক মেচ | Assamese |
জছ বাটলাৰ বাহিৰ হ ব পাৰে সঞ্জু চেমছনৰ চিন্তা বৃদ্ধি পাইছে ৫ টা দ্বিশতক অৰ্জন কৰা এইজন খেলুৱৈয়ে সুযোগ পাব নেকি গুৱাহাটীত | Assamese |
আজি গুৱাহাটীত ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ খেল আজি পূৰণ হবনে ৰিয়ান পৰাগৰ সেই আশা | Assamese |
আজি গুৱাহাটীত ৰ দ্বিতীয়খন মেচ বিয়লি ৩ বাজি ৩০ মিনিটত আৰম্ভ হব দিবানৈশ খেলখন | Assamese |
১৪ বছৰ বয়সত অসমলৈ অহা সৌৰভ গাংগুলীয়ে নগাঁৱত খেলিছিল প্ৰথম ক্ৰিকেট মেচ | Assamese |
অসমৰ তথা উত্তৰপূৰ্বাঞ্চলৰ উদীয়মান ক্ৰিকটাৰসকললৈ সুখবৰ আজি আনুষ্ঠানিকভাৱে মুকলি হল দিল্লী কেপিটেলচ ক্ৰিকেট একাডেমী | Assamese |
৮ এপ্ৰিলত গুৱাহাটীত দ্বিতীয়খন খেল ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ মাজত হব খেলখন | Assamese |
গুৱাহাটীত উপস্থিত হ ল আই পি এলৰ দিল্লী কেপিটেলছৰ দল | Assamese |
গুৱাহাটীত শেষ হাঁহি মাৰিলে পঞ্জাৱ কিংছে অন্তিম অভাৰলৈ যুঁজ দি হাৰিল ৰাজস্থান ৰয়েলছ | Assamese |
গুৱাহাটীত পঞ্জাৱৰ ৰানৰ পাহাৰ ৰাজস্থানৰ সন্মুখত বিশাল লক্ষ্য | Assamese |
শুভমান গিলে অৰ্জন কৰিছে শ্ৰেষ্ঠ ৰেংকিং পিছ পৰিল বিৰাটৰোহিত শীৰ্ষ ১০ ত ভাৰতৰ ৩ জন বেটছমেন | Assamese |
গুৱাহাটীত ক্ৰিকেটৰ মহাৰণ টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত ৰাজস্থান ৰয়েলছৰ | Assamese |
লজ্জা নিবাৰণ লেতেৰা ভৰলুৰ ওপৰত পাৰি দিলে সেউজীয়া আৱৰণ | Assamese |
এজন কণমানি ক্ৰিকেট অনুৰাগী গুৱাহাটীত খেল হলেই ৰৈ থাকে ষ্টেডিয়ামৰ বাহিৰত ৰিয়ান পৰাগশিখৰ ধৱনৰ লগতে এইসকল ক্ৰিকেটাৰৰ পৰা ললে অটোগ্ৰাফ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.