text
stringlengths
1
2.59k
language
stringclasses
10 values
ৰোহিত শৰ্মাৰ শতকৰ পিছত বেটেৰে জিলিকিল জাদেজা আৰু অক্ষৰো ভাৰতে বৃহৎ অগ্ৰগতি লাভ কৰিলে সমস্যাত অষ্ট্ৰেলিয়া
Assamese
অষ্ট্ৰেলিয়াই অশ্বিনৰ বাবে প্ৰস্তুতি কৰিছিল ঘূৰ্ণীৰে বিধ্বস্ত কৰিলে জাদেজাই
Assamese
কোহলীপূজাৰাৰ অনন্য অভিলেখৰ সুযোগ শচীনদ্ৰাবিড়পন্টিঙক স্পৰ্শ কৰিব পাৰে
Assamese
অসম দলৰ বিদায় মহিলাৰ খেলত কেৰালা ৰাজস্থানৰ ছেমিফাইনেলত প্ৰৱেশ
Assamese
আইচিচি মহিলা বিশ্বকাপ ২০২৩ৰ বাবে সমাগত চাওক ২০২৩ৰ বিশ্বকাপৰ সকলো দল
Assamese
ক্ৰীড়াবিদক উদগনি যোগোৱাৰ উদ্দেশ্যেৰে ৰেলৱেৰ নৰ্থইষ্ট হাফ মাৰাথন প্ৰতিযোগিতা
Assamese
জাৰ্মানীৰ বিশ্ববিখ্যাত তাৰকা খেলুৱৈ আলেকজেণ্ডাৰ ৱাছকে গুৱাহাটীত গুৱাহাটীত হ ব অত্যাধুনিক টেনিছ চেন্টাৰ
Assamese
ৰোহিত শৰ্মাৰ সৈতে ত ট্ৰফী জিকিছিল বিৰাটৰ আৰচিবিৰ হৈও তেওঁ খেলিছিল ক্ৰিকেটক বিদায় জনাই কি ক লে অসমৰ এইগৰাকী ক্ৰিকেটাৰে
Assamese
সূৰ্যকুমাৰ যাদৱে টেষ্ট ক্ৰিকেটত আত্মপ্ৰকাশ কৰিবলৈ গৈ আছে নেকি কোনে কি ইংগিত দিছে
Assamese
সকলো পৰ্যায়ৰ ক্ৰিকেটৰ পৰা অৱসৰ ললে অসমৰ সফল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ আবু নেছিম আহমেদে
Assamese
শুভমন গীলৰ শতৰান নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয় নিউজিলেণ্ডৰ ইমান শোচনীয় অৱস্থা কিয়
Assamese
চিনেমাত দেখাৰ দৰেই বাস্তৱতো একেইনে ধোনী আৰু সাক্ষীৰ প্ৰেম জীৱনৰ সত্য জানেনে
Assamese
গুৱাহাটীত অনুষ্ঠিত হ ব ৭১সংখ্যক ৰাষ্ট্ৰীয় ভলীবল চেম্পিয়নশ্বিপ
Assamese
বন্ধুৰ পত্নীৰ সৈতে প্ৰেমৰ বদনাম এই ক্ৰিকেটাৰজনৰ কেৰিয়াৰ খলনায়ক হিচাপে সমাপ্ত
Assamese
শ্বেফালী বৰ্মাই ৰচিলে মহেন্দ্ৰ সিং ধোনীৰ দৰে ইতিহাস ১৬ বছৰৰ পিছত সেই একেই সংযোগ
Assamese
আৰ্যনা চাবালেঙ্কাৰ ইতিহাসৰ প্ৰথম নিৰপেক্ষ গ্ৰেণ্ড শ্লেম চেম্পিয়ন খিতাপ অৰ্জন
Assamese
বিয়াৰ অনুষ্ঠানত ৰোমাঞ্চৰ পৰা নৃত্য লৈকে অক্ষৰ পেটেলৰ ৱেডিং এলবাম চাওক
Assamese
নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টি২০ত পৰাস্ত ভাৰত শৃংখলাত নিউজিলেণ্ডৰ অগ্ৰগতি
Assamese
ৰঞ্জি ট্ৰফীত অসমৰ ক্ৰমাগত তৃতীয় পৰাজয় ইনিংছ ব্যৱধানত পৰাস্ত
Assamese
অন্ধ্ৰ প্ৰদেশৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীৰ খেলৰ দ্বিতীয় দিনটোত মহা সংকটত অসম
Assamese
ৰোহিতগিলৰ অপেনিং ধুমুহা উভতি অহাৰ সুযোগেই নাপালে কিৱি দলে শৃংখলা ভাৰতৰ দখলত
Assamese
মুম্বাই তামিলনাডুৰ হাতত পৰাজয়ৰ পিছত অন্ধ্ৰ প্ৰদেশৰ বিৰুদ্ধেও প্ৰথম দিনা নিৰাশজনক প্ৰদৰ্শন অসমৰ
Assamese
শুভমান গিল কমসংখ্যক মেচত ৪ টা শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে
Assamese
নিউজিলেণ্ডৰ বিৰুদ্ধে ৰোহিত শৰ্মাৰ বৃহৎ শতক ৩ বছৰৰ বিৰতিৰ অন্তত এদিনীয়া শৃংখলাত ৩০তম শতক অৰ্জন ৰোহিতৰ
Assamese
সৌৰভ গাংগুলীৰ বায়পিক ছবিৰ স্ক্ৰীপ্ট সাজু আজি কাহিনীৰ ওপৰত দাদাই লগাব মোহৰ
Assamese
মহিলা মল্লযুঁজাৰুসকলক ঘৰলৈ মাতিছিল অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী বজৰং পুনিয়াই উত্থাপন কৰিছে ভয়ংকৰ অভিযোগ
Assamese
পৰ্তুগালত নিজৰ সপোনৰ ৰাজপ্ৰাসাদ বনাইছে ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে চাওক ভিতৰৰ ফটো
Assamese
ৰোহিত শৰ্মাৰ ঠাইত কোনে ভাৰতৰ অধিনায়ক হিচাপে স্থান লাভ কৰিব
Assamese
হকী বিশ্বকাপত যাত্ৰা শেষ ভাৰতৰ নিউজিলেণ্ডৰ বিৰুদ্ধে ক্ৰছঅভাৰ মেচত পৰাজয় বৰণ কৰি আধৰুৱা হৈ ৰ ল বিশ্বকাপ জয়ৰ সপোন
Assamese
ভাৰতীয় দলৰ হাতত বিধ্বস্ত নিউজিলেণ্ড ৮ উইকেটত বৃহৎ জয় টীম ইণ্ডিয়াৰ
Assamese
ৰ পূৰ্বে পুনৰ ধোনীৰ নতুন লুক ৪১ বছৰীয়া মাহীয়ে জ্বৰ তুলিছে যুৱতীৰ হৃদয়ত
Assamese
সকলোৰে যেন এনে প্ৰতিদ্বন্দী বন্ধু থাকে মেছিৰোনাল্ডোৰ প্ৰেমত আৱেগত ভাহিল সমগ্ৰ বিশ্ব
Assamese
শৃংখলাৰ প্ৰথমখন টী২০ৰ পৰ্যবেক্ষকৰ দায়িত্বত অসমৰ পৰীক্ষিত দত্ত
Assamese
দ্বিতীয় এদিনীয়াৰ আগতে টীম ইণ্ডিয়াৰ বাবে বেয়া খবৰ দলৰ খেলুৱৈৰ ওপৰত গধুৰ জৰিমনা আৰোপ কৰা হৈছে
Assamese
মুম্বাইৰ পিছত তামিলনাডুৰ হাততো ইনিংছ ব্যৱধানত পৰাস্ত অসম দল
Assamese
বিশ্বজয়ৰ এমাহ পিছত মনৰ কথা জনালে মেছীয়ে কি কলে আৰ্জেণ্টিনাৰ মহাতাৰকাগৰাকীয়ে
Assamese
দ্বিতীয় এদিনীয়াত ৰোহিত শৰ্মাৰ সন্মুখত সোণালী সুযোগ এটা শতকেৰে পিছ পেলাব পাৰিব এইগৰাকী বেটছমেনক
Assamese
তামিলনাডুৰ প্ৰথম ইনিংছত ৫৪০ ৰানত প্ৰত্যুত্তৰত অসম ২৬৬ ৰানত অল আউট
Assamese
৩৪৯ ৰাণ সংগ্ৰহ কৰিও কঠিন জয় ভাৰতৰ ব্ৰেছবেলৰ ধুমুহাই তচনচ কৰিলে ভাৰতৰ বলিং লাইনআপ
Assamese
ৰঞ্জি ট্ৰফী খেলত তামিলনাডুৰ বিৰুদ্ধে অসমৰ বেটিং বিপৰ্যয়
Assamese
ডোপিং টেষ্টত বিফল ভাৰতৰ ১ নম্বৰ স্প্ৰিণ্টাৰ দুতি চান্দ নিলম্বনৰ সন্মুখীন
Assamese
পঞ্জাৱৰ কৃষকৰ সন্তানৰ সফলতাই গৌৰৱান্বিত কৰিছে ভাৰতীয় ক্ৰিকেটক নেটৰ পৰা খেলপথাৰলৈকে যাৰ আছে আত্মবিশ্বাস
Assamese
ভুল সিদ্ধান্তৰ বলি হ ল হাৰ্দিক পাণ্ডিয়া হাৰ্দিক পাণ্ডিয়াৰ আউটৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক সামাজিক মাধ্যমত
Assamese
শুভমান গিলে অৰ্জন কৰিলে দ্বিশতক শচীন ছেহৱাগ ৰোহিত শৰ্মাৰ সৈতে তালিকাত গিল
Assamese
মাত্ৰ ১৯ টা ইনিংছ আৰু ১০০০ ৰান শুভমান গিলে ভংগ কৰিলে বিৰাট কোহলী আৰু শিখৰ ধাৱানৰ ৰেকৰ্ড
Assamese
শুভমান গিলৰ বেটত ৰানৰ জুই শ্ৰীলংকাৰ বিৰুদ্ধে অন্তিম এদিনীয়াৰ পিছত নিউজিলেণ্ডৰ বিৰুদ্ধেও গিলৰ শতক
Assamese
২০২৩২৭ বৰ্ষৰ বাবে ৯৫১ কোটি টকাত মহিলাৰ আইপিএলৰ মিডিয়া স্বত্ব লাভ ৰ ৰ
Assamese
বিৰাট কোহলীৰ বাবে মকৰ সংক্ৰান্তি কিয় শুভ ইয়াৰ অদ্ভুত সংযোগ আৰু পৰিসংখ্যা আছে
Assamese
ভাৰতৰ বিশ্ব অভিলেখ আজিলৈকে কোনো দেশে ইমান ৰাণত মেচ জিকিব পৰা নাই
Assamese
নতুন বছৰত ৩ খন মেচত দুটা শতক অৰ্জন কৰি একাধিক অভিলেখ গঢ়ি বিৰাটৰ বিৰাট বাৰ্তা তেওঁ কি ক লে
Assamese
শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া খেলত ভাৰতৰ অভিলেখ ভংগ কৰিলে নিউজিলেণ্ডৰ ৰেকৰ্ড
Assamese
মেছিৰ জাৰ্চি আপোনাৰো হ ব পাৰে পকেটত কিমান টকা ৰাখিব লাগে জানি লওক
Assamese
বিৰাট কোহলীয়ে পত্নীৰ সৈতে এনে কি ফটো উঠিলে যি মুহূৰ্ততে ভাইৰেল হৈ পৰিল
Assamese
বাবৰ আজমৰ অধিনায়কত্বত আন এক ডাঙৰ পৰাজয় নিউজিলেণ্ডে দখল কৰিলে এদিনীয়া শৃংখলা
Assamese
ৰ প্লেয়াৰ অফ দা ইয়েৰৰ দৌৰত মেছি আৰু এমবাপে ৰোনাল্ডো তালিকাত নাই
Assamese
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা সূৰ্যকুমাৰ যাদৱ আৰু ঈশান কিষাণক সুযোগ
Assamese
ভাৰতৰ হাতত ২০ গ লত পৰাজিত স্পেইন বিজয়েৰে হকী বিশ্বকাপত দুৰ্দান্ত আৰম্ভণি ভাৰতৰ
Assamese
কলকাতাত অসুস্থ ৰাহুল দ্ৰাবিড় মাজনিশা হোটেলত হুলস্থুল কাণ্ড
Assamese
কে এল ৰাহুল সংকটমোচক কুলদীপচিৰাজৰ আকৰ্ষণীয় বলিং কলকাতাত টীম ইণ্ডিয়াৰ জয়লাভ
Assamese
মুম্বাইৰ বিৰুদ্ধে শোচনীয় প্ৰদৰ্শন অসমৰ দ্বিতীয় ইনিংছত ৩৬ ৰানতে হেৰুৱালে ৫টাকৈ উইকেট
Assamese
কলকাতাত উপস্থিত হৈ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে লাভ কৰিলে ছাৰপ্ৰাইজ টীম ইণ্ডিয়াই উদযাপন কৰিলে দ্যা ৱাল ৰ ৫০তম জন্মদিন
Assamese
১১ জানুৱাৰী বিৰাট কোহলীৰ জীৱনৰ এটা বিশেষ দিন অনুষ্কাই পোষ্ট কৰিলে এই বিশেষ ছবি
Assamese
বিৰাট কোহলীয়ে তেওঁৰ কেৰিয়াৰৰ ৭৩তম আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰে শচীন তেণ্ডুলকাৰৰ অভিলেখৰ সমতুল্য
Assamese
শক্তিপীঠ কামাখ্যাত শ্ৰীলংকা ক্ৰিকেট দলৰ অধিনায়ক দাচুন শানাকা
Assamese
বৰ্ষাপাৰা ষ্টেডিয়ামত সাপ নহয় এইবাৰ সোমাল দৰ্শক খেল চলি থকাৰ মাজতে খেলপথাৰলৈ দৌৰি আহিল এজন দৰ্শক
Assamese
সৰুসজাই ষ্টেডিয়ামত আৰম্ভ সীমান্ত ক্ৰীড়া মহোৎসৱ ২০২৩ ভিন্ন জিলাৰ ক্ৰীড়া প্ৰতিভাই লৈছে অংশ
Assamese
গুৱাহাটীত ভাৰতশ্ৰীলংকাৰ প্ৰথম এদিনীয়াত ভাৰতৰ সহজ জয় বেটছমেনৰ পিছত ভাৰতীয় বলাৰৰো দমনীয় প্ৰদৰ্শন
Assamese
মই ৰিচাৰ্ডছ শচীন কোহলীৰ দৰে মহান খেলুৱৈ দেখিছোঁ কিন্তু সূৰ্যকুমাৰৰ দৰে খেলুৱৈ শতিকাত এবাৰ আহে।
Assamese
বিৰাট কোহলীয়ে ১০৪৩ দিনৰ পিছত দেশৰ মাটিত অৰ্জন কৰিলে শতক ৮০ টা বলত ৭৩ তম শতক গঢ়িলে এই ৰেকৰ্ড
Assamese
কোহলীৰ বিৰাট শতকেৰে শ্ৰীলংকাৰ সন্মুখত টীম ইণ্ডিয়াই বান্ধিলে ৩৭৪ ৰাণৰ চূড়ান্ত লক্ষ্য
Assamese
বৰ্ষাপাৰাত বিৰাটৰ মেজিক ৰোহিত শৰ্মাশুভমন গীলেও দিলে চমক
Assamese
বৰ্ষাপাৰাত ৰানৰ বৰষুণ বিৰাট কোহলীৰ শতৰান ৰোহিতশুভমনৰ দৰ্শনীয় ইনিংছ
Assamese
সাজু বৰ্ষাপাৰা ১৩০ বজাৰ পৰা ভাৰত আৰু শ্ৰীলংকাৰ মাজত আৰম্ভ হব ক্ৰিকেটৰ মহাৰণ
Assamese
মেছিয়ে এমবাপেক পুনৰ পৰাস্ত কৰিলে শ্ৰেষ্ঠসকলৰ ভিতৰতো শ্ৰেষ্ঠ আৰ্জেণ্টিনাৰ এইগৰাকী চুপাৰষ্টাৰ
Assamese
টীম ইণ্ডিয়াৰ খেলুৱৈক হোটেল ৰেডিচন ব্লুত গামোচাৰে সম্ভাষণ জনোৱাৰ কেইটামান বিৰল দৃশ্য
Assamese
কাইলৈৰ ক্ৰিকেট খেলত অংশ লোৱাৰ পূৰ্বে ৰোহিত শৰ্মাৰ সংবাদমেল অধিনায়কগৰাকীয়ে দিলে এনে কিছু ইংগিত
Assamese
বিশ্ৰামৰ পিছত মহানগৰীত কোহলী বিৰাট কোহলীয়ে খেলা বেটখনৰ মূল্য কিমান জানেনে
Assamese
কাইলৈ গুৱাহাটীত ভাৰতশ্ৰীলংকাৰ খেল কোন হব গুৱাহাটীৰ খেলৰ আম্পায়াৰ
Assamese
কামাখ্যা ধামত তাৰকা ক্ৰিকেটাৰ ঈশান কিষাণ প্ৰিয় ক্ৰিকেটাৰজনক চাবলৈ অনুৰাগীৰ ভিৰ
Assamese
ক্ৰিকেটাৰ ৰোহিত শৰ্মাক গুৱাহাটীৰ এইজন যুৱকে দিলে বিশেষ উপহাৰ ৰেডিচন ব্লুত সাক্ষাৎ কৰিলে টীম ইণ্ডিয়াৰ অধিনায়কজনক
Assamese
আজি বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলাব ভাৰত আৰু শ্ৰীলংকাৰ ক্ৰিকেট দলে কোন সময়ত ষ্টেডিয়ামলৈ আহিব ৰোহিত বাহিনী
Assamese
কলিয়াবৰত অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপত চূড়ান্ত বিজয়ী নিউ ষ্টাৰ ক্লাব
Assamese
হোটেল ৰেডিছন ব্লু ত উপস্থিত টীম ইণ্ডিয়াৰ আন এক তাৰকা খেলুৱৈ মহম্মদ ছামী
Assamese
জানক কেতিয়া হ ব নিলাম কোনগৰাকী খেলুৱৈয়ে পাব কিমান টকা সলনি হ ব পাৰে লীগৰ নাম
Assamese
হোটেল ৰেডিছন ব্লু ত উপস্থিত টীম ইণ্ডিয়াৰ তিনি তাৰকা বিৰাট কোহলী শ্ৰেয়াছ আয়াৰ আৰু কে এল ৰাহুল
Assamese
কিছু সময়ৰ পাছতেই গুৱাহাটীত উপস্থিত হ ব টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলী সন্ধিয়া পৰ্যন্ত উপস্থিত হ ব ভাৰতশ্ৰীলংকাৰ দুয়োটা দল
Assamese
ৰেইন্ড্ৰপছ গুৱাহাটীৰ উদ্যোগত গ্ৰন্থমেলাৰ বাকৰিৰ পৰা পঢ়িব গুৱাহাটী দৌৰিব গুৱাহাটী মাৰাথন সম্পন্ন
Assamese
অন্তিম টি২০ত ভাৰতৰ সহজ জয় হাৰ্দিক বাহিনীয়ে ২১ ব্যৱধানত দখল কৰিলে শৃংখলা
Assamese
সূৰ্যকুমাৰৰ শতকৰ সহায়ত ভাৰতৰ বিশাল স্ক ৰ শ্ৰীলংকাৰ আগত ২২৯ ৰানৰ লক্ষ্য
Assamese
মঙলবাৰে বৰ্ষাপাৰাত ভাৰতশ্ৰীলংকাৰ প্ৰথমখম এদিনীয়া মেচ কিমান টিকট বিক্ৰী হ ল যানবাহনক লৈ কি নিৰ্দেশনা
Assamese
অক্ষৰ পেটেলে ৰবীন্দ্ৰ জাদেজাৰ স্থান লৈছে নেকি ভাৰতীয় কিংবদন্তী ক্ৰিকেটাৰে কি ক লে
Assamese
ডাঙৰ খবৰ কেৱল নহয় মেগা ইভেণ্টতো খেলিব নোৱাৰিব ঋষভ পন্তে
Assamese
১০ জানুৱাৰীত গুৱাহাটীত ভাৰতশ্ৰীলংকাৰ খেল আজি সন্ধিয়া গুৱাহাটী পাবহি দুয়োটা দল
Assamese
মাজত মাত্ৰ ৩টা দিন ১০ জানুৱাৰীত গুৱাহাটীত ভাৰতশ্ৰীলংকাৰ মাজত প্ৰথমখন এদিনীয়া
Assamese
মুম্বাইৰ পৰা লণ্ডনলৈ লৈ যোৱা হব দুৰ্ঘটনাত আহত ক্ৰিকেটাৰ ঋষভ পন্তক হব দুটাকৈ অস্ত্ৰোপচাৰ
Assamese
হাৰ্দিক পাণ্ডিয়াৰ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত ভুল প্ৰমাণিত হ ল নেকি যুঁজি যুঁজি হাৰিল ভাৰত
Assamese
হাৰ্দিক পাণ্ডিয়াই শৃংখলা জয়ৰ হেট্ৰিক অৰ্জন কৰিব নে শ্ৰীলংকাই উভতি ধৰিব
Assamese
২০২৩ চনত ভাৰত আৰু পাকিস্তানৰ মাজত কেইবাখনো মেচ আনন্দিত হব ক্ৰিকেট প্ৰেমীসকল
Assamese
এজন সমৰ্পিত সাংবাদিক থকা ইতিহাসৰ প্ৰথম ফুটবলাৰত পৰিণত হব ক্ৰিষ্টিয়ানো ৰোনাল্ডো
Assamese
বৃন্দাবনত বিৰাট কোহলী নতুন বছৰৰ আৰম্ভণিতে খেলুৱৈগৰাকী ভগৱানৰ দৰবাৰত উপস্থিত
Assamese