text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
ৰ বিল পৰিশোধ কৰি উপাৰ্জন কৰিলে ২ কোটিৰো অধিক আপুনিও জানি লওক কেনেকৈ হ ব কোটিপতি | Assamese |
ৰ গ্ৰাহকৰ বাবে সুখবৰ হাইস্পীড ডাটাৰ বাবে সাজু হওক আপুনিও ভাৰতত অচিৰেই সংযোজিত হ ব সেৱা | Assamese |
ৰ বাম্পাৰ অফাৰ ৯৮ টকাৰ প্ৰিপেইড প্লেনত ১০ গুণ অধিক ডাটা ৩৮৯৯ টকাত স্মাৰ্টফোন | Assamese |
ৰ এই সময়ত প্ৰয়োজন হৈ পৰা অক্সিমিটাৰ ক্ৰয়ৰ পূৰ্বে জানি লওক কিছুমান বিশেষ কথা কি মোহৰ থাকে ত কেনেকৈ শুদ্ধতা পৰীক্ষা কৰিব | Assamese |
দেশত নেটৱৰ্ক ব্যৱহাৰৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ ল অভিনেত্ৰী জুহি চাওলাদিলে কি কি কাৰণ | Assamese |
নতুন ডিজিটেল নিয়ম অনুসৰি নিজৰ বেৱছাইট আপডেট গুগলফেচবুকৰ | Assamese |
আকোৰগোজ গুগল ফেচবুক হোৱাটছএপে মানি লোৱা নিয়মত কিয় সন্মত হোৱা নাই টুইটাৰ | Assamese |
এতিয়াৰে পৰা অসমীয়া ভাষাত উপলব্ধ হ ব নিজৰ ভাষাতে ৰাজ্যবাসীয়ে উপভোগ কৰিব পাৰিব ৰ সুবিধা | Assamese |
আপোনাৰ নাই নেকি ঘৰত বহিয়েই মোবাইলৰ ফ্লেছলাইটৰ সৈতে তেজৰ অক্সিজেন লেভেল আৰু পালচ ৰেট পৰীক্ষা কৰিব পাৰিব কিন্তু কেনেকৈ | Assamese |
পৰৱৰ্তী দুটা দিনত ব্যাহত হৈ পৰিব ভাৰতীয় ষ্টেট বেংকৰ নেট বেংকিং সেৱাৰ লগতে এপসমূহ জানি লওক সবিশেষ | Assamese |
বহুতকে নষ্টালজিয়াৰ মাজত ডুবাই দিয়া মাইক্ৰ ছফটৰ এটা ঘোষণা বন্ধ কৰিব | Assamese |
অৱশেষত পোহৰলৈ আহিল লাখ লাখ মানুহে বছৰ বছৰ ধৰি শুনা ৰ কণ্ঠস্বৰৰ আঁৰৰ মহিলাগৰাকীৰ পৰিচয় | Assamese |
অনুৰাগীসকলৰ অপেক্ষাৰ অন্ত আজিৰে পৰা আৰম্ভ হ ব ৰ জানক কেনেকৈ পঞ্জীয়ন কৰিব | Assamese |
গৰমৰ দিনত আপোনাৰ গাড়ীখন কেনেকৈ ৰাখিব কি কৰিলে মাইলেজ বেছি পাব | Assamese |
এ প্ৰৱৰ্তন কৰিছে নতুন প্ৰাইভেচী পলিচী আজিৰ পৰা অচল হৈ পৰিব ৰ ভিন্ন সুবিধা তেনে পৰিস্থিতিত কি কৰিব | Assamese |
জিঅ ফোন ব্যৱহাৰকাৰীৰ বাবে সুখবৰ ফ্ৰী কলিঙৰ উপৰি দিছে আন অ ফাৰ | Assamese |
মাত্ৰ হাজাৰ টকীয়া এটা ফোন যিয়ে আপোনাৰ শৰীৰৰ উষ্ণতাও জুখিব পাৰে এদিন চাৰ্জ কৰিলে ৪ দিন চলিব জানক সবিশেষ | Assamese |
য়ে মুকলি কৰিলে ১০৮০ ঘণ্টালৈকে চলিব পৰা মহ প্ৰতিৰোধী যন্ত্ৰ স্মাৰ্টফোনেৰেও সংযোগ কৰিব পাৰি অতি কম মূল্যৰ এই যন্ত্ৰটো | Assamese |
১৫ মে ৰ পিছতেই অচল হৈ পৰিব ৰ ভিন্ন সুবিধা তেনে পৰিস্থিতিত কি এপ ব্যৱহাৰ কৰিব জানি লওক সকলো | Assamese |
এতিয়া আপোনাৰ স্মাৰ্টফোনত ইণ্টাৰনেট নোহোৱাকৈ ব্যৱহাৰ কৰিব পাৰিব কেনেকৈ সম্ভৱ হ ব এয়া | Assamese |
ৰ ঠাই পূৰাবলৈ আহি আছে গেম ১৮ বছৰ বয়সৰ অনুৰ্ধ্বৰ বাবে ৰখা হৈছে কি বিশেষ নিয়ম | Assamese |
ৰ পিছত এতিয়া এ ডাটা গোপনীয়তাৰ দিশত লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ | Assamese |
পেট্ৰ লডিজেলগেছ নালাগে চাৰ্জ দিলে চলিব মাৰুতি এবাৰ চাৰ্জ দিলে চলিব ২৫০ কিলোমিটাৰ পৰ্যন্ত | Assamese |
মহাকাশত সেউজীয়া সপোন ৰ মহাকাশচাৰীয়ে সফলভাৱে মহাকাশত উৎপাদন কৰিলে দুবিধ উদ্ভিদ | Assamese |
হেৰালে কেনেদৰে ঘৰত বহিয়েই সহজে লক বা আনলক কৰিব | Assamese |
আৰু ৰ আজি প্ৰথমবাৰৰ বাবে ৩০০০ টকালৈকে ৰেহাইপাব ৰ ডিছপ্লেৰ সুবিধা। | Assamese |
সামান্য ডিজাইনৰ আসোঁৱাহ থকা বিক্ৰী হল প্ৰায় ২ লাখ টকাত | Assamese |
ত উপলব্ধ হব নতুন আপোনাৰ পোষ্টত সকলোৱে কৰিব নোৱাৰিব | Assamese |
শীঘ্ৰেই অসমত চলিব বিদ্যুৎ চালিত যাত্ৰীবাহী ৰে ল প্ৰথমবাৰৰ বাবে চলিল ইলেকট্ৰিক মালবাহী বাণিজ্যিক ৰে ল | Assamese |
জেক লগাই ৩ফুট ৩ইঞ্চি ওখ কৰিলে এটি বৃটিছৰ যুগৰ বাংলোবিদেশত নহয় অসমতে সম্ভৱ হ ল এয়া কেনেকৈ | Assamese |
মাত্ৰ ১৫০০ টকাৰ ভিতৰত ৰ কি কি পাৱাৰবেংক বজাৰত উপলব্ধ | Assamese |
আৰু কেতিয়া ভাৰতলৈ আহিব | Assamese |
৭০০০ টকা সস্তা হ ল ৰ বেটেৰীৰ স্মাৰ্ট ফোন লগত পাব কেমেৰা | Assamese |
৫ হাজাৰ টকা কমত লাভ কৰক ৰ ৬৪ মেগাপিক্সেল কেমেৰাৰ সুন্দৰ স্মাৰ্টফোন | Assamese |
৩০ হাজাৰ টকাৰ ভিতৰত কিনিব পৰা আটাইতকৈ ভাল স্মাৰ্টফোন কি কি চাওক এই প্ৰতিবেদন | Assamese |
আজি আকৌ হ্ৰাস পালে সোণৰ মূল্য ৰেকৰ্ড গঢ়া সৰ্বাধিক মূল্যৰ পৰা ৯০০০ টকা হ্ৰাস জানক আজিৰ ৰেটছ | Assamese |
১ জানুৱাৰী ২০২১ৰ পৰা মবাইল নম্বৰৰ আগত লগাব লাগিব এই সংখ্যা নহলে পাতিব নোৱাৰিব কথা | Assamese |
৬৪ এমপি কেমেৰা আৰু শক্তিশালী বেটাৰী সহ মুকলি হল | Assamese |
এতিয়াৰ পৰা বিনামূলীয়া হৈ নাথাকিব ব্যৱহাৰৰ বাবদ ভৰিব লাগিব ধন | Assamese |
এপলে সংযোগৰ সৈতে মুকলি কৰিলে চিৰিজৰ চাৰিটা মবাইল ফোন চাওক মূল্য | Assamese |
চুপাৰস্মাৰ্ট পাঠ্যক্ৰমৰ সহায়ত অধ্যয়নক কৰি তোলক সহজ আছে সহায়ৰ বাবে | Assamese |
বিশ্ব অনুবাদ দিৱসৰ দিনাই এ নিজৰ অনুবাদ প্ৰযুক্তিত অন্তৰ্ভুক্ত কৰিলে অসমীয়া ভাষা | Assamese |
লক ডাউনৰ ডিজিটেল পৃথিৱীৰ পৰা প্ৰকৃতিলৈঃ মণিপুৰৰ যুৱকে বাঁহেৰে নিৰ্মাণ কৰিলে মবাইল ট্ৰাইপড | Assamese |
নিষিদ্ধ হোৱাৰ পিছতে অক্ষয় কুমাৰে ঘোষণা কৰিলে নতুন এক্সন গেম | Assamese |
ডাঙৰ খবৰঃ আৰু ৰ ব্যৱহাৰ কৰিলে দিব লাগিব পাৰে চাৰ্জ | Assamese |
জিঅই মুকলি কৰিলে ভিডিঅ কলিং এপ একেলগে ১০০জন থাকিব পাৰিব ভিডিঅ কনফাৰেন্সত | Assamese |
গুৱাহাটীত কোৰোণাত আক্ৰান্ত ৰোগীৰ সেৱাৰ বাবে আহি আছে ৰবট দুৱৰী লগত থাকিব ৰবট কাকলি | Assamese |
এই ফটোখনে বেয়া কৰিছে কেইবাটাও এনড্ৰইড স্মাৰ্ট ফোন ফটোগ্ৰাফাৰৰ পৰা জানিব পৰা গল ইয়াৰ কাৰণ | Assamese |
যিমানেই পুৰণি মেছেজ নহওক কিয় মিনিটতে লাভ কৰিব সকলো অতিশীঘ্ৰে ত নতুন ফিচাৰ | Assamese |
মোবাইল ফোন নিৰ্মাণত আত্মনিৰ্ভৰশীল ভাৰত হৈছেগৈ বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ নির্মাণকাৰী দেশ | Assamese |
১০ নহয়এতিয়াৰ পৰা আপোনাৰ মবাইল নম্বৰ হব ইমান সংখ্যাৰ ট্ৰাইয়ে লৈছে বিশেষ সিদ্ধান্ত | Assamese |
চাৰি সপ্তাহৰ ভিতৰত চতুৰ্থটো বিদেশী বিনিয়োগ জিঅত ৬৫৯৮৩৮ কোটি বিনিয়োগ কৰাৰ কথা ঘোষণা ৰ | Assamese |
ক স্বাগতম ভাৰতীয় ডিজিটেল ব্যৱস্থা লাভৱান হব এই চুক্তিৰ জৰিয়তে কলে মুকেশ আম্বানীয়ে | Assamese |
ৰ ৫৬৫৫ কোটি টকাৰ চুক্তিৰ পৰা কি লাভ হব গ্ৰাহকৰ | Assamese |
ৰ পিছত এতিয়া প্লেটফৰ্মত এ কৰিব ৫৬৫৫ কোটি টকা বিনিয়োগ | Assamese |
লক ডাউনৰ সময়ত ডঃ উদ্ধৱ ভৰালীয়ে দৰিদ্ৰ লোকৰ সহায় হোৱাকৈ উদ্ভাৱন কৰিছে দুটা বিশেষ যন্ত্ৰ | Assamese |
লক ডাউনৰ সময়ছোৱাত অসমত হাইস্পীড ব্ৰডবেণ্ড কানেক্টিভিটি সেৱা জিঅ ফাইবাৰৰ | Assamese |
কোণা ভাইৰাছ প্ৰতিহত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ মবাইল এপ | Assamese |
ৰ সময়ত গ্ৰাহকৰ কাৰণে ই আগবঢ়াইছে এই সুবিধা | Assamese |
ভাৰতৰ বিজ্ঞানীৰ সাফল্য প্ৰথমবাৰলৈ প্ৰকাশ কৰিলে কোণা ভাইৰাছৰ ইলেক্ট্ৰন মাইক্ৰস্কোপিক ছবি | Assamese |
সোনকালে মবাইলৰ ডাটা শেষ হৈছে নেকি বন্ধ কৰক ফেচবুকৰ এই ছেটিংছ | Assamese |
নেটৱৰ্ক দুৰ্বল হলে আন অপাৰেটৰৰ পৰা হব সংযোগ ইণ্টাৰনেট সেৱাত নাহিব বাধা | Assamese |
স্পীডৰ শীৰ্ষত জিঅ | Assamese |
এতিয়া বিমানযাত্ৰাৰ সময়ত যাত্ৰীয়ে লাভ কৰিব ৰ সুবিধা চলাব পাৰিব ফোনলেপটপ | Assamese |
ৰ আকৰ্ষণীয় অফাৰ ১৯৯ টকাৰ ৰিচাৰ্জতে আপুনি পাব এইসমূহ সুবিধা | Assamese |
সৰ্বাধিক মাৰ্কেট শ্বেয়াৰেৰে অসমত শীৰ্ষস্থান অক্ষুণ্ণ জিঅ বিগত বৰ্ষত অন্তৰ্ভুক্ত ২৩ লাখ গ্ৰাহক | Assamese |
এ বন্ধ কৰিব সেৱা কত কত উপলব্ধ নহব এই সেৱা | Assamese |
মৃত্যুৰ খেল ভুলতো গ্ৰহণ নকৰিব ৰ এই চেলেঞ্জ চাওক | Assamese |
চাৰি বছৰ পূৰ্বে মৃত্যু হোৱা ৭ বছৰীয়া কন্যাৰ সৈতে মাতৃৰ মিলন চাওক | Assamese |
৯৯টা স্মাৰ্টফোনেৰে এইজন লোকে খালী ৰাজপথত লগালে ট্ৰাফিক জাম চাওক | Assamese |
সুন্দৰী ৰবট এ মহাকাশলৈ পঠিয়াব মানৱ ৰবট | Assamese |
ইণ্টাৰনেটৰ বিশ্বত উৰিব ভাৰতৰ ধ্বজা ট্ৰান্সমিশ্যন আৰু সেৱাও হব উন্নত | Assamese |
ত হব পাৰে ভাইৰাছ ১৪ জানুৱাৰীৰ পিছত কৰিব নোৱাৰিব আপডেট | Assamese |
২০২০ ত দেশত সেৱাটেলিকম কোম্পানী আৰু দূৰ সংযোগ বিভাগৰ মাজত সহমত | Assamese |
বেয়া খবৰ ৩১ ডিচেম্বৰৰ পিছত এই কেইটা স্মাৰ্টফোন ব্যৱহাৰ কৰা সকলে চলাব নোৱাৰিব | Assamese |
ৰ ব্যৱহাৰকাৰীসকল সতৰ্ক হওক ডিলিট হৈ যাব পাৰে আপোনাৰ প্ৰাইভেট মেছেজ | Assamese |
মাত্ৰ তিনি টকা খৰচ কৰি অনলাইন ৰ পৰা ৰক্ষা কৰক আপোনাৰ বেংক একাউণ্ট | Assamese |
ভোডাফোনৰ পিছত এয়াৰটেলেও বৃদ্ধি কৰিলে কল ৰেট কিমান খৰচ হব গ্ৰাহকৰ | Assamese |
মবাইল ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ ডিচেম্বৰৰ পৰা ফোন কৰিবলৈ নালাগে | Assamese |
ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰক কিন্তু ভুলতো নকৰিব এই কাম নহলে খালী হব আপোনাৰ একাউণ্টৰ ধন | Assamese |
বেংকে আৰম্ভ কৰিছে নতুন নিয়ম চাকৰিৰ বাবে এতিয়া মানুহৰ পৰিৱৰ্তে ৰবটে লব সাক্ষাৎকাৰ | Assamese |
এ বন্ধ কৰি দিব বুজন পৰিমাণৰ একাউণ্ট বিপদত পৰিব নেকি | Assamese |
ভয়ংকৰ ভাইৰাছৰ কবলত আপোনাৰ ফোনটো শীঘ্ৰে ডিলিট কৰক এইকেইটা | Assamese |
গ্ৰুপৰ নাম ৰাখোতে সাৱধান এ নিষিদ্ধ কৰিব পাৰে আপোনাক ৰিপ্ট | Assamese |
ৰ নতুন কম টকাতে পাব আনলিমিটেড কল আৰু প্ৰতিদিনে ডাটা | Assamese |
তিনিচুকীয়াত কথা পাতি থকাৰ সময়তে মবাইল বিস্ফোৰণ কথমপি প্ৰাণৰক্ষা যুৱকৰ | Assamese |
ক প্ৰত্যাহ্বান জনাবলৈ আহি আছে ৰ কেতিয়ালৈ ত বনাব পাৰিব ভিডিঅ | Assamese |
সোনকালে ৰিচিভ কৰক আপোনাৰ ফোনকল এতিয়া ৪৫ ছেকেণ্ড ধৰি বাজি নাথাকিব ৰিং টন | Assamese |
আপোনাৰ ত আহিছে নেকি এইটো মেছেজ সাৱধান | Assamese |
ত আকৰ্ষণীয় অফাৰ ৰেহাই মূল্যত কিনক পছন্দৰ স্মাৰ্টফোন | Assamese |
১০ হাজাৰতকৈ কম মূল্যৰ শ্ৰেষ্ঠ ফোনৰ পুৰস্কাৰ পাইছে এ কিন্তু কিয় | Assamese |
মুকলি হল স্মাৰ্টফোন দাম ৭ হাজাৰতকৈ কম | Assamese |
শীঘ্ৰে আপোনাৰ মবাইলৰ পৰা ডিলিট কৰক এই দুটা জনপ্ৰিয় এপ ধন ঘটাৰ লগতে শুনি আছে আপোনাৰ গোপন কথা | Assamese |
শীঘ্ৰে সলনি হব সকলো মোবাইল নম্বৰ ১০টাৰ সলনি হব ১১টা সংখ্যা | Assamese |
ভুলতো ত নকৰিব এইকেইটা কথা বিপদত পৰিব পাৰে আপুনি | Assamese |
এতিয়া সহজেই পাব আপোনাৰ হেৰুৱা বা চুৰি হোৱা মবাইল ফোন কৰিব লাগিব এই কাম | Assamese |
লেণ্ডাৰ বিক্ৰমৰ বাবে আজি গুৰুত্বপূৰ্ণ দিন ৰ আলোকচিত্ৰই খুলিব ৰহস্য | Assamese |
ভাৰতৰ প্ৰথম কেমেৰাযুক্ত ফোন ৰ বিক্ৰী আজিৰে পৰা আৰম্ভ কি আছে অফাৰ | Assamese |
ডিলিট হলেও সুৰক্ষিত হৈ থাকিব সকলো এইদৰে সলনি কৰি লওক | Assamese |
চন্দ্ৰযান২ৰ লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ স্থাপন কৰাৰ শেষ আশা কি | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.