text
stringlengths
1
2.59k
language
stringclasses
10 values
৬ ঘণ্টাৰ পিছত পুনৰুদ্ধাৰ কি ক লে জুকাৰবাৰ্গে
Assamese
দুই আমেৰিকান বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ডেভিদ জুলিয়াছআৰ্ডেম পাটাপোটিয়ানে যুটীয়াভাৱে লাভ কৰে বঁটা
Assamese
মাত্ৰ ৮৯ টকাৰ এয়াৰটেলৰ ৰিচাৰ্জত পাব ইয়াৰ লগতে পাব ৬ ডাটা আৰু অন্য়ান্য সুবিধা
Assamese
গ্ৰাহকৰ বাবে ভাল খবৰ এতিয়া এই ৰিচাৰ্জৰ সৈতে পাব ২০ শতাংশ কেছবেক
Assamese
মবাইল নহয় এইবাৰ প্ৰচণ্ড শব্দৰে বিস্ফোৰণ ঘটিল ৱান প্লাছৰ চাৰ্জাৰ
Assamese
অতি কম মূল্যত লাভ কৰিব ৰ বেটাৰীৰ ফোন ইয়াত আছে ৬ লৈ কেমেৰাৰ সুবিধাও
Assamese
আজিৰে পৰা পুৰণি ফোনত নচলিব ইউটিউবৰ লগতে গুগলৰ কোনো এপ
Assamese
ব্যৱহাৰকাৰীৰ বাবে যদি আপুনি এনেকুৱা কৰে আপুনি অতিৰিক্ত টকা পৰিশোধ কৰিব লাগিব
Assamese
হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ বাবে ভাল খবৰ এতিয়াৰে পৰা আপুনি প্ৰাপ্ত কৰিব
Assamese
বাইক প্ৰেমীসকলৰ বাবে ডাঙৰ খবৰ পেট্ৰ ল নালাগে গেছ নালাগে কাৰণ বজাৰত ইস্কুটাৰ
Assamese
ব্যৱহাৰ কৰি ঘনে ঘনে কাপোৰ ধুলে পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে পৃথিৱীখন বচাবলৈ মেচিনত কাপোৰ কমকৈ ধোৱাৰ পৰামৰ্শ বিশেষজ্ঞৰ
Assamese
সাৱধান আপুনিও চিকাৰ হ ব পাৰে চীনা চাইবাৰ হেকাৰৰ আমেৰিকান চাইবাৰ সুৰক্ষা সংস্থাৰ উদ্বেগজনক তথ্য
Assamese
হোৱাটছএপ ব্যৱহাৰকাৰীৰ বাবে দুঃখবৰ এতিয়াৰে পৰা নাথাকিব এইটো সুবিধা নতুন কি ফিচাৰ আহিব জানি লওক
Assamese
ৰাজপথত নহয় এতিয়া আপুনি আকাশত চলাব পাৰিব গাড়ী ভাৰতত শীঘ্ৰেই আৰম্ভ হ ব হাইব্ৰীড ফ্লায়িং ট্ৰান্সপ্ট সেৱা
Assamese
দুদিনত ১১০০ কোটি টকা বজাৰত তোলপাৰ ৰ ৰেকৰ্ড আপুনিও কিনিব নেকি
Assamese
পূৰ্বতকৈ কিমান পৃথক আৰু জানক সবিশেষ
Assamese
টাইপ নকৰাকৈ ত প্ৰেৰণ কৰক মেছেজ জানি লওক সহজ পদ্ধতি
Assamese
ড্রাইভিং লাইচেন্স নালাগে মাত্র ৭ টকাত ১০০ কিঃমি যাব এইখন বাইক কিনিব নে কি
Assamese
৮ হাজাৰতকৈ কম মূল্যত ৰ বেটাৰী ফোন মেগাপিক্সেল কেমেৰা ক ত কেনেকৈ ক্ৰয় কৰিব
Assamese
আপোনাৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আন কোনোবাই চিম উলিয়াইছে নেকি এনেকৈ পৰীক্ষা কৰক
Assamese
আৰু ৰ নতুন স্মাৰ্টফোন দীপাৱলীৰ পূৰ্বেই গ্ৰাহকৰ হাতত
Assamese
আপোনাৰ ওচৰত ৰ আছে নেকি আপুনি বিনামূলীয়াকৈ ৪ লাখ টকাৰ সুবিধা পাব ইয়াৰ সুবিধা লওক
Assamese
আপোনাৰ ফোনটো এই তালিকাত আছে নেকি পৰীক্ষা কৰক ১ নৱেম্বৰৰ পৰা এইসমূহ ত বন্ধ হৈ পৰিব
Assamese
১০বছৰৰ ভিতৰত অসমৰ সকলো ৰাজহুৱা যান বাহন হব বিদ্যুৎ চালিত
Assamese
ত আপোনাৰ এনক্ৰিপ্ট কৰা বাৰ্তাও আনে পঢ়ে ৰ আপোনাৰ ব্যক্তিগত মেছেজবোৰ পঢ়ে আৰু শ্বেয়াৰ কৰে ফেচবুকে:
Assamese
এ মুকলি কৰিলে আকৰ্ষণীয় ইলেকট্ৰিক বাইক এবাৰ চাৰ্জ দিলে চলিব ৯০ কিলোমিটাৰ
Assamese
১ নৱেম্বৰৰ পৰা এইসমূহ ফোনত নচলিব আপোনাৰ ফোনটো আছে নেকি তালিকাত চাওক
Assamese
ৰিলায়েন্স জিঅ ৰ ৫ বছৰীয়া বাৰ্ষিকী আৰু ডাটা বিপ্লৱ সাফল্যৰ চমু খতিয়ান
Assamese
আপুনি মোবাইল কিনাৰ পৰিকল্পনা কৰিছে নেকি ৰ পৰা আৰম্ভ কৰি কি কি মোবাইলত কি অফাৰ চাওক
Assamese
আকৌ ৰ ধামাকা অফাৰ ৰ লগতে আন বহু সুবিধা
Assamese
আহি আছে ১০ শতাংশ মূল্যৰে এই সপ্তাহৰ পৰা কৰিব পাৰিব বুকিং
Assamese
ত এটা সাধাৰণ ভুলৰ বাবেই এগৰাকী মহিলাই হেৰুৱালে নিজৰ ৩ লাখ টকা আপুনিও হওক সাৱধান
Assamese
এ এক বিশেষ বস্তু বাদ দিছে যাৰ বাবে বুলেটবোৰ ইমান জনপ্ৰিয় আছিল তাহানিৰ বুলেট আৰু এতিয়াৰ বুলেটত কি পাৰ্থক্য
Assamese
ম বাইল ব্যৱহাৰকাৰীৰ বাবে এটা বিশেষ খবৰ আৰু ৬ দিনৰ পিছতে সলনি হ ব এই ৫টা নিয়ম
Assamese
ৰ বজাৰত প্ৰৱেশ কৰিয়েই চমক মহিন্দ্ৰাৰ বাহনৰ কি কি আছে ইয়াত
Assamese
ৰ এক বিশেষ সুবিধাক লৈ ভয় খালে চীনে ৰ নতুন ফোনত এই সুবিধা নাইকিয়া কৰিবলৈ নিৰ্দেশ
Assamese
একেবাৰে কম দামত লাভ কৰিব ৰ ৰ এই ইয়াত আছে বিশেষ আৰু ক ত কিমান কম মূল্যত লাভ কৰিব এই ফোনটো
Assamese
আপোনাৰ ওচৰত ৭ বছৰৰো অধিক পুৰণি বাহন আছে নেকি তেন্তে চৰকাৰক দিব লাগিব সেউজ কৰ
Assamese
আৰু অধিক উন্নত প্ৰযুক্তি দেশক দিশ দেখুৱাইছে মবিলিটী ছেক্টৰে
Assamese
বজাৰলৈ আহিব নতুন মটো ফোন ৰ সৈতে হ ল ফটোত চাওক ইয়াৰ আৰু
Assamese
ৰাজধানী দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ভাৰত আৰু মধ্য এছিয়াৰ শ্ৰেষ্ঠ বিমানবন্দৰ বিশ্ব ৰেংকিঙত সম্প্ৰতি ৪৫তম স্থানত
Assamese
ৰঙিয়াৰ এজন ছাত্ৰই কাঠেৰে নিৰ্মাণ কৰিছে ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰৰ উদ্ভাৱনী শক্তিৰ চমক
Assamese
যদি আপোনাৰ ওচৰত আছে তেন্তে ডাঙৰ সুখবৰ ৰিচাৰ্জৰ পিছতেই লাভ কৰিব ৪ লাখ টকাৰ সুবিধা
Assamese
ইকমাৰ্চ প্লেটফৰ্মলৈ প্ৰত্য়াহ্ৱান বিক্ৰী কৰাৰ লক্ষ্যৰে দেশত হ ব ৮ সহস্ৰাধিক
Assamese
ধোনীয়ে ত তেওঁৰ নীলা টিক ঘূৰাই পালে অনুৰাগীয়ে দিলে এই বছ নিকল গয়ি হাৱা
Assamese
কোনোবাই আপোনাৰ একাউণ্ট হেক কৰিছে নেকি কেনেকৈ জানিব এই কথা
Assamese
এই পদ্ধতিৰে সহজেই হাইড কৰি ৰাখক প্ৰাইভেট চ্যাট কোনেও নাপাই বিচাৰি
Assamese
ত আজিয়েই সলনি কৰক এই যিকোনো ত কোনেও আপোনাক কৰিব নোৱাৰিব
Assamese
বাইকেৰে গৈ থাকোতে হঠাৎ বিস্ফোৰণ ঘটিল বেগত ৰখা ৰ নতুন স্মাৰ্টফোন তাৰ পিছত
Assamese
প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিলে সম্প্ৰতি কেৱল কেৱল স্বাস্থ্য সেৱাত ব্যৱহাৰ কৰা হ ব
Assamese
আপোনাৰ খন হেৰাইছে নেকি চিন্তা নকৰিব আপুনি এইদৰে ইয়াক সহজে উলিয়াই ল ব পাৰিব
Assamese
য়ে মুকলি কৰিব এই মাস্কত মাইক স্পীকাৰ আৰু কি থাকিব
Assamese
যদি আপোনাৰ ফোনত দেখিছে এই ১০টা লক্ষণ বুজি লব যে হেক হৈছে আপোনাৰ স্মাৰ্টফোন
Assamese
গেছ চিলিণ্ডাৰ বুকিঙত ৯০০ টকাৰ ৰেহাই লাভ কৰক এই ৩১ জুলাইলৈকে আছে পলম নকৰিব
Assamese
সোনকালেই ভাৰতলৈ উভতি আহিব এইবাৰ কি নামেৰে প্ৰৱেশৰ বাবে প্ৰস্তুতি চলাই আছে টিকটকে
Assamese
আচিৰত নহ ব ১৭ পইচাত আপুনি এইখন বাইকত যাব পাৰিব ৪০ কিঃমিঃ দুয়োটা সুবিধাই আছে ইয়াত
Assamese
আপুনি আপোনাৰ ফোনত পাবলগীয়া নতুন ইমোজিৰ প্ৰথম লুকটো ইয়াতেই চাই লওক লগতে কেতিয়া ব্যৱহাৰ কৰিব পাৰিব সেয়াও জানি লওক
Assamese
শিক্ষাৰ্থীসকলৰ বাবে ৰ বিশেষ অফাৰ ক্ৰয় কৰিলে বিনামূলীয়াকৈ পাব
Assamese
এ দাখিল কৰিলে ৩০ দিনত ২০ লাখৰো অধিক ভাৰতীয়ৰ একাউণ্ট নিষিদ্ধ
Assamese
ব্যৱহাৰকাৰী সকলৰ বাবে ভাল খবৰ আপোনাৰ বাবে এতিয়া ফেচবুকত উপাৰ্জনৰ সুবিধাও দিছে জানক কি কৰিব লাগিব
Assamese
সহ ৩ টা বেংকে আৰম্ভ কৰিছে বিশেষ সেৱা কেৱল মোবাইল নম্বৰৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰিব প্ৰতিদিনে ১ লাখ টকা জানক কেনেকৈ
Assamese
ৰ সময়ত শিক্ষাৰ্থীসকলে এইসমূহ সাৱধানতা সদায় অৱলম্বন কৰিব অন্যথা আপোনাৰ কেৰিয়াৰত পৰিব পাৰে ইয়াৰ প্ৰভাৱ
Assamese
ভাল খবৰ পিএফ একাউণ্টৰ গৰাকীয়ে এতিয়া ঘৰতে বহি তেওঁলোকৰ বেঙ্কৰ বিৱৰণ আপডেট কৰিব পাৰিব প্ৰক্ৰিয়াটো কি বিশদ জানি লওঁক
Assamese
মহাবিদ্যালয়ৰ স্নাতকসকলৰ বাবে ভাল খবৰ চলিত বিত্তীয় বৰ্ষত এ ৩৫ হাজাৰ স্নাতক এ ৪০ হাজাৰ স্নাতকক চাকৰি প্ৰদান কৰিব
Assamese
কিনিব বিচাৰিছে নেকি এই প্ৰতিবেদন চাওক চলি আছে কৰি লাভ কৰক বিশেষ ৰেহাই
Assamese
মাৰুতিয়ে গাড়ী বিক্ৰীৰ ক্ষেত্ৰত দখল কৰিলে শীৰ্ষস্থান আহকচোন জানি লও কি কোম্পানীৰ কোনখন গাড়ী চলিত বৰ্ষত কিমান বিক্ৰী হ ল
Assamese
ব্যৱহাৰৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত ভাৰত কোনখন দেশে কিয় লাভ কৰিলে প্ৰথম স্থান
Assamese
এ লৈ আহিছে সুন্দৰ অফাৰ কোনো ধৰণৰ টকা পৰিশোধ নকৰাকৈ কৰিব পাৰিব ৫ বাৰ ৰিচাৰ্জ জানক কেনেকৈ
Assamese
পৃথিৱীলৈ এলিয়েনবোৰ সঁচাকৈয়ে আহেনে নে এয়া কিবা যাদু ৰ কি
Assamese
এ ৫০ কোটি টকাৰ দিব জানক এই সিদ্ধান্ত কিয় লোৱা হৈছে আৰু কোনে লাভ কৰিব
Assamese
ভাৰতলৈ আহিছে এখন এনেকুৱা বাইক যাক দেখিলে আপুনিও প্ৰেমত পৰিব পাৰে কিমান দাম কেতিয়া বুকিং কৰিব জানক সবিশেষ
Assamese
শীঘ্ৰে অসমৰ গঞাই পাব ভাৰতনেট আঁচনিত কেন্দ্ৰীয় কেবিনেটৰ অতিৰিক্ত পুঁজিৰ অনুমোদন
Assamese
প্ৰতিবাদৰ পিছতে টুইটাৰে আঁতৰ কৰিলে ভাৰতৰ ভুল মানচিত্ৰ ভাৰতৰ ২ অংশক আঁতৰ কৰিছিল ভাৰতৰ পৰা
Assamese
ভেকছিনৰ বেলেগ বেলেগ ড জৰ মিশ্ৰণক লৈ কি কয় বিজ্ঞানীসকলে জানক সবিশেষ
Assamese
ৰ সৈতে লিংক কৰাৰ সময়সীমা পুনৰ বৃদ্ধি ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে অন্তিম তাৰিখ
Assamese
আন এখন পৃথিৱী আৰু এলিয়েনৰ ৰহস্য মুকলি হ ব এয়া নে গুপ্তচৰ বাহন আমেৰিকাই ৰ ওপৰত প্ৰকাশ কৰিব তথ্য
Assamese
১০ ছেপ্টেম্বৰত আহিব ৰিলায়েঞ্চৰ কি আছে এই ফোনত কিয় গুৰুত্বপূৰ্ণ এই ফোন
Assamese
কম মূল্যতে ঘৰ বা ব্যৱসায়িক প্ৰতিষ্ঠান ক্ৰয় কৰাৰ সুযোগ এইটো চৰকাৰী বেংকৰ এইক্ষেত্ৰত আপুনি কেনেদৰে আগবাঢ়িব জানক
Assamese
মানুহৰ সহায় অবিহনে ৰবটে জন্ম দিব সন্তান ৬খন ভৰি থাকিব বেবী ৰবটৰ আপোনাৰ ৰজনীকান্তৰ চিনেমাৰ চিট্টিক মনত আছে সেয়া চিনেমা আছিল কিন্তু বাস্তৱত তেনেকুৱাই কিবা হ ব নেকি
Assamese
এই ছবিখনে মানুহৰ চকুক প্ৰতাৰণা কৰিছে আনকি ১০ ছেকেণ্ডো সাৱধানে চাই থকা কঠিন
Assamese
৫০ লাখৰো অধিক লোকে কৰিলে ডাউনলোড প্ৰতিজন খেলুৱৈয়ে পাব ক্ৰাফ্টনৰ বিশেষ উপহাৰ
Assamese
ত ধন বিনিয়োগ কৰি কোটিপতি হ ব পাৰে ভাৰতীয় মহিলাসকল জানক ইয়াৰ কাৰণ
Assamese
বিশ্বাস কৰিবনে এতিয়া পুৰুষো হ ব পাৰে চীনৰ বিজ্ঞানীসকলে মতা নিগনিৰ জৰিয়তে সফল হ ল পৰীক্ষাত এইবাৰ মানুহৰ পাল
Assamese
অসমৰ যুৱকৰ চমক এখন বিলাসী স্প ৰ্টছ কাৰ চলোৱাৰ সপোন আছিল নুৰুলৰ সেয়ে পুৰণি এখনৰ পৰাই বনালে কোটিটকীয়া
Assamese
৩ জন মহাকাশচাৰীক ৯০ দিনৰ বাবে মহাকাশলৈ প্ৰেৰণ কি উদ্দেশ্যত চীনে মহাকাশলৈ পঠিয়ালে ৩ মহাকাশচাৰীক
Assamese
আৰু লিংক কৰাত অসুবিধা হৈছে নেকি এই প্ৰক্ৰিয়াৰ জৰিয়তে আজিয়েই সম্পূৰ্ণ কৰক এই কাম
Assamese
ত পুনৰ শীৰ্ষত আপলোডত শীৰ্ষত আছে ভোডাফোন আইডিয়া
Assamese
গোপনীয়তা নীতিৰ পিছতে জনপ্ৰিয় হৈছে এই প্লেটফৰ্মত আছে মেছেজ একাধিক প্ৰফাইল ফটোৰ দৰে বিশেষ সুবিধা জানক সবিশেষ।
Assamese
কোনোধৰণৰ পলম নোহোৱাকৈ ৰ বিৰুদ্ধে আৰম্ভ কৰক তদন্ত কেন্দ্ৰীয় চৰকাৰক আহ্বান ৰ
Assamese
বন্ধ হৈ পৰিব পাৰে এ ক লে কেতিয়ালৈ আপুনি ব্যৱহাৰ কৰিব পাৰিব
Assamese
আপুনিও হ ব সংস্থাপিত অতি কম টকাৰ এই ব্যৱসায়ে দিব ৯ লাখলৈকে উপাৰ্জন কেন্দ্ৰীয় চৰকাৰেও আগবঢ়াব সাহায্য জানক সবিশেষ
Assamese
ত আৰম্ভ হৈছে ৩টা নতুন আকৰ্ষণীয় এতিয়া মেছেঞ্জাৰতে কৰিব পাৰিব
Assamese
মাত্ৰ ৭ টকা খৰছ কৰক আৰু লওক প্ৰতিমাহে ৫ হাজাৰ টকা কেনেকৈ এই ধন আপুনি লাভ কৰিব জানো আহক
Assamese
ভাল খবৰআপুনি ৰ জৰিয়তে ঘৰ আৰু দোকানৰ ভাড়া পৰিশোধ কৰিলে পাব ১০ হাজাৰ টকা পৰ্যন্ত
Assamese
ত দিয়াসকলৰ বাবে নতুন জানক কেনেকৈ ই আপোনাক সহায় কৰিব
Assamese
ৰ বাবে ত আপলোড কৰিলে ভিডিঅ ভাইৰেল হোৱাৰ পিছত লাভ কৰিলে
Assamese
গ্ৰাহকলৈ বিশেষ বাৰ্তা বেংকৰ সেৱাসমূহ বজাই ৰাখিবলৈ জুন মাহতেই কৰক এইসমূহ নথি পত্ৰ
Assamese
ক ভাৰত চৰকাৰৰ অন্তিম সতৰ্কবাণী নিয়ম মানক অন্যথা পৰিণামৰ বাবে সাজু হওক
Assamese
ৰ টুইটাৰে উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৰ একাউণ্টত পুনৰ দিলে বিপৰীতে সংঘৰ কেইবাজনো নেতাৰ পৃষ্ঠাৰ পৰা আঁতৰিল
Assamese
এ উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৰ ব্যক্তিগত টুইটাৰ হেণ্ডেলৰ পৰা আঁতৰাই দিছেউপ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়
Assamese