text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
একে সময়তে চাৰিটা ফোনত হোৱাটছএপ একাউণ্ট খুলিব পাৰি সেয়াও ইণ্টাৰনেট অবিহনে | Assamese |
জুই লগা ঘটনা বৃদ্ধি হোৱাৰ পিছতে ডাঙৰ পদক্ষেপ ল লে ই ১৪৪১ খন বৈদ্যুতিক স্কুটাৰ উভতাই ল ব কোম্পানীটোৱে | Assamese |
এ পোষ্টপেইড ব্যৱহাৰকাৰীসকলৰ বাবে এণ্টাৰটেইনমেণ্ট বোনাজা মুকলি কৰিছে ছেটটপ বক্স ইণ্টাৰনেট হোম গেটৱে আৰু ইনষ্টলেশ্বন সকলোবোৰ বিনামূলীয়া | Assamese |
সাৱধান এই পাঁচটা কাৰণত আপোনাৰ স্মাৰ্টফোনৰ বেটাৰীৰ বিস্ফোৰণ হ ব পাৰে কি কৰা সমীচীন | Assamese |
আপোনাৰ কম্পিউটাৰত থকা এই এপটোৰে চীনে চলাই আছে চাইবাৰ আক্ৰমণ জানক সবিশেষ | Assamese |
ত শীঘ্ৰেই পাব এই নতুন আপডেট নম্বৰ ছেভ নকৰাকৈও কৰিব পাৰিব চাটিং জানি লওক সবিশেষ | Assamese |
মোবাইল ফোনৰ সোণালী জয়ন্তী প্ৰথমটো মোবাইল ফোন কেতিয়া হৈছিল ব্যৱহাৰ জানেনে | Assamese |
ব্যৱহাৰকাৰীসকলৰ বাবে ভাল খবৰ ২৫ নহয় ২ লৈকে ফাইল এতিয়া যোগে পঠিয়াব পাৰিব | Assamese |
এইখন স্কুটাৰৰ ৰূপ দেখিলে ক পাহৰি যাব আপুনি ইয়াৰ ফিচাৰো অতিশয় আকৰ্ষণীয় চাওক ফটো | Assamese |
কেৱল এইকেইটা সাধাৰণ কথা মনত ৰাখক কেতিয়াও চুৰি নহ ব আপোনাৰ বাহন | Assamese |
ভুৱা বাতৰি প্ৰতিৰোধ কৰিবলৈ কঠোৰ একেলগে একাধিক গ্ৰুপলৈ মেছেজ প্ৰেৰণ কৰাৰ উপায় বন্ধ হ ব | Assamese |
আপোনাৰ ম বাইল নম্বৰটো জিঅ লৈ পোৰ্ট কৰিব বিচাৰে ঘৰত বহিয়ে কৰক এনেদৰে | Assamese |
সুন্দৰ ছেলফি আৰু আৰ্কষণীয় ডিজাইন সমৃদ্ধ হৈছে এক অনন্য ফোন | Assamese |
স্মাৰ্টফোন দীঘলীয়া সময়ৰ বাবে ভালে ৰাখিবলৈ বিচাৰে নেকি তেন্তে সদায় মনত ৰাখিব এইকেইটা কথা | Assamese |
ভাৰতীয় যুৱকলৈ ৰ ৬৫ কোটি টকাৰ পুৰস্কাৰ কি কাম কৰিছিল অমন পাণ্ডেই | Assamese |
জিও প্লেটফৰ্ম এ যৌথভাবে সমগ্ৰ দেশত আৰম্ভ কৰিবলৈ আগবাঢ়িছে চেটেলাইট বেচড ব্ৰডবেণ্ড চাৰ্ভিছ | Assamese |
আৰু ৫০টা চীনা এপ নিষিদ্ধ কৰিলে চৰকাৰে এপো হব পাৰে বন্ধ ৰিপ্ট | Assamese |
স্মাৰ্টফোন আজিৰ পৰা বিক্ৰী আৰম্ভ ত ক্ৰয় কৰিলে পাব ১০ শতাংশ ডিছকাউণ্ট | Assamese |
আৰু ক তীব্ৰ সমালোচনা চৰকাৰৰ ভুৱা বাতৰিৰ বিৰুদ্ধে নিষ্ক্ৰিয় হৈ পৰিছে নেকি ছচিয়েল মিডিয়া | Assamese |
ফেচবুক মেচেঞ্জাৰত আহিছে এই নতুন ফিচাৰ কি সুবিধা হ ব ব্যৱহাৰকাৰী সকলৰ | Assamese |
পুৰণি স্মাৰ্টফোনৰ বেটাৰীৰ জীৱন কাল কেনেদৰে বৃদ্ধি কৰিব চাওক কেইটামান সহজ টিপছ | Assamese |
ইণ্টাৰনেটত ক্ৰিপ্ট সম্পদৰ বিষয়ে সকলো শিকিবলৈ কি আৰু ক ত পঢ়িব লাগে | Assamese |
পূৰ্বতকৈ এতিয়া বেছি সুৰক্ষিত হব ৬টা সংখ্যাৰ পিন কোডৰ বাহিৰে কৰিব নোৱাৰিব লগইন | Assamese |
হঠাতে মোবাইল ডাটা শেষ হৈ গৈছে সমস্যাটো সমাধান কৰিবলৈ চাৰিটা গোপন কৌশল জানি লওক | Assamese |
এলিয়েনবোৰ বিচাৰি আৰু বেলেগ গ্ৰহলৈ যোৱাৰ প্ৰয়োজন নাই পৃথিৱীতে বাস কৰি আছে এলিয়েন | Assamese |
এ সকলো ব্যৱহাৰকাৰীৰ বাবে স্পেচ ৰেকৰ্ডিং সেৱা আৰম্ভ কৰিছে এই সুবিধাটো কি জানক | Assamese |
বজাৰত এইবাৰ স্মাৰ্ট চশমা স্মাৰ্টফোনৰ দৰে যিবোৰ সুবিধা পাব এই চশমাত মূল্যও তেনেই কম | Assamese |
শীঘ্ৰে এইসমূহ এনড্ৰইড স্মাৰ্টফোনত বন্ধ হব তালিকাত আছে কেইবাটাও ৰ মডেলো | Assamese |
ক্ৰ ম ব্ৰাউজাৰ ব্যৱহাৰকাৰীলৈ ৰ সতৰ্কবাণী অন্যথা হেকাৰে খালী কৰিব পাৰে পকেট | Assamese |
আজি বজাৰত মুকলি হ ব ফাষ্ট চাৰ্জিং ফিচাৰ থকা এই বিশেষ স্মাৰ্টফোন | Assamese |
হোৱাটছএপত যদি কোনোবাই আপোনাক ব্লক কৰিছে তেওঁলৈ আপুনি মেছেজ পঠিয়াব পাৰিব কিন্তু কেনেকৈ | Assamese |
এতিয়া সকলোৱে কিনিব পাৰিব কিমান কমিল দাম | Assamese |
আপুনি ৰ পৰা কোভিড ভেকছিন প্ৰমাণপত্ৰ ডাউনলোড কৰিব পাৰে কি উপায় আছে জানক | Assamese |
ত ভুলতো ছাৰ্চ নকৰিব এইবোৰ চিধাই যাব লাগিব জেললৈ | Assamese |
ইস্কুটাৰ বহুত হ ল এইবাৰ বজাৰ কঁপাই তুলিবলৈ আহি আছে বৈদ্যুতিক বাইক আপুনি ইয়াক দেখিলে আপোনাৰ চকু ঘূৰাব নোৱাৰে | Assamese |
ভাৰতত মুকলি মাত্ৰ ১৫ মিনিটতে হ ব সম্পূৰ্ণ চাৰ্জ ইয়াৰ বিষয়ে অধিক জানক | Assamese |
বন্ধুসকলক এই ষ্টাইলত প্ৰেৰণ কৰক নৱবৰ্ষৰ বিনামূলীয়াকৈ এনেদৰে ডাউনলোড কৰক | Assamese |
গ্ৰীন এনাৰ্জীৰ বিশ্বত ৰ বৃহৎ পদক্ষেপ অধিগ্ৰহণ কৰিব ফেৰাডিয়ন লিমিটেড অধিক শক্তিশালী হব ভাৰতৰ এনাৰ্জী ষ্টেজ ক্ষমতা | Assamese |
হাতত লগোৱা হ ব এটা সৰু মাইক্ৰ চিপ স্কেন কৰিলেই গম পোৱা যাব ব্যক্তিগৰাকীয়ে ভেকছিন লৈছে নে লোৱা নাই | Assamese |
ভাৰতত ২০২২ চনত আৰম্ভ হ ব ইণ্টাৰনেট সেৱা ১৩খন চহৰত প্ৰথমে হ ব আৰম্ভ | Assamese |
মাত্ৰ ৫ হাজাৰ টকাত ডাঙৰ ডিচপ্লেৰ সৈতে এই স্মাৰ্টফোন ক্ৰয় কৰিব পাৰিব আৰু লগতে পাব বিভিন্ন সুবিধা | Assamese |
১ জানুৱাৰীৰ পৰা ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ সৈতে পৰিশোধ কেনেদৰে সলনি হ ব ৰ নতুন নিয়মবোৰ কি জানক | Assamese |
১০০০০তকৈ কম দামৰ কেইটামান শ্ৰেষ্ঠ স্মার্টফোন ৰ পৰা লৈ চাওক নাম আৰু ফিচাৰ | Assamese |
এতিয়া ভগৱান হৈ পৰিব ৰ এডমিন পাব বহু ক্ষমতা | Assamese |
মাত্ৰ ২৮ পইচাত ১ কিলোমিটাৰ ডেৰ লিটাৰ পেট্ৰলৰ দামত গোটেই মাহ ঘূৰাব এই স্কুটাৰে | Assamese |
শীঘ্ৰে বজাৰলৈ আহি আছে ৭ আসনৰ কাৰ বুকিং ডেট আৰু ফিচাৰৰ বিষয়ে জনালে কোম্পানীয়ে | Assamese |
ট্ৰেডিং হৈছে অতিৰিক্ত উপাৰ্জন কৰাৰ জনপ্ৰিয় উপায় | Assamese |
ৰ আটাইতকৈ সস্তা প্লান মাত্ৰ ১ টকাত ৩০ দিনৰ ভেলিডিটীৰ লগতে পাব ডাটাও | Assamese |
বজাৰলৈ আহি আছে কেনেকুৱা হব এপলৰ এই ফোনৰ কেমেৰা | Assamese |
ডাউনলোড গতিত পুনৰ শীৰ্ষত আৰু ৰ স্থান কি | Assamese |
ভাল খবৰ এ হ্ৰাস কৰিলে সকলো প্লানৰ ছাবস্ক্ৰিপশ্যন মূল্য এতিয়া দিব লাগিব কেৱল ১৪৯ টকা | Assamese |
ভাৰতত মুকলি হ ল ৰ বৈদ্যুতিক বাহন জানক ইয়াৰ দাম আৰু আকৰ্ষণীয় বৈশিষ্ট | Assamese |
কিমানখন ছীম কাৰ্ড ব্যৱহাৰ কৰে আপুনি এই কাম নকৰিলে শীঘ্ৰে বন্ধ হব সকলো | Assamese |
ত এই ৮টা ভুল কেতিয়াও নকৰিব চিৰকাললৈ বেন হৈ পৰিব আপোনাৰ একাউণ্ট | Assamese |
জি সেৱাক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ দিয়া উচিত ইণ্ডিয়া মবাইল কংগ্ৰেছত মুকেশ আম্বানীয়ে কলে | Assamese |
ভাৰতবৰ্ষ গ্লোৱেল লীডাৰ হোৱাৰ পথত গ্লোৱেল চচাইটিক দিছে নেতৃত্বঃ মুকেশ আম্বানী | Assamese |
ৰ পিছত এইবাৰ এই কোম্পানীৰ ফোন বিস্ফোৰিত কিয় বিস্ফোৰিত হয় ফোন | Assamese |
পেট্ৰ লডিজেলৰ দামৰ টেনচন লোৱা বাদ দিয়ক আহি আছে হাইড্ৰ জেন বাহন ১ কিলোত চলিব ৮০ কিলোমিটাৰ | Assamese |
বংশবৃদ্ধি কৰিবলৈ সক্ষমতা থকা ৰবট উদ্ভাৱন এই জীৱন্ত ৰবটক লৈ কৌতূহল বিশ্বজুৰি | Assamese |
এ এতিয়া সহজে আপোনাৰ যিকোনো ফটোৰ ষ্টিকাৰ সৃষ্টি কৰিব পাৰে কেনেকৈ এই নতুন সুবিধা লাভ কৰিব | Assamese |
ক্ৰিপ্ট এক্সচেঞ্জত কেনেদৰে কেৱাইচিৰ সত্যাপন কৰিব পাৰি | Assamese |
ব্যৱহাৰকাৰীসকলে নতুন সুবিধা লাভ কৰিব যিকোনো বাৰ্তা ৭ দিনত কৰিব পাৰিব | Assamese |
ৰ কথা ভাবি আছে নেকি ভাৰতত লাঞ্চ হ ব টেকনোলজী কেন্দ্ৰীয়ে মন্ত্ৰীয়ে কৈছে | Assamese |
গ্ৰাহকসকলৰ বাবে বেয়া খবৰ আজিৰ পৰা ব্যয়বহুল হ ল পেক কোনটো পেকৰ দাম কিমান বাঢ়িল বিতং জানক | Assamese |
২০২৩২৪ৰ ভিতৰত দেশত আৰম্ভ হব ব্যৱহাৰ হব নিজা প্ৰযুক্তি | Assamese |
১৩ ডিচেম্বৰৰ পূৰ্বেই লওক মেম্বাৰশ্বিপ ৰ বাবে ৫০ % অধিক ধন পৰিশোধ কৰিব লাগিব নতুন তালিকা চাওক | Assamese |
ৰ এই বিশেষ সুবিধাটোৱে আপোনাৰ সময় ৰাহি কৰিব ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব লাগে শিকক | Assamese |
ভাৰতৰ আটাইতকৈ বেছি মানুহে তেওঁলোকৰ পাছৱৰ্ড কি ৰাখে জানেনে | Assamese |
এতিয়া গৰুৰ গোবৰৰ পৰাও পাব বিদ্যুৎ গোটেই বছৰটোত এটা গৰুৰ গোবৰৰ পৰা ৩ টা ঘৰ পোহৰেৰে জিলিকিব | Assamese |
আপোনাৰ পাছৱৰ্ড কি নে ভাৰতত সৰ্বাধিক ব্যৱহাৰ কৰা কি জানেনে | Assamese |
বিশাল সুযোগ ১৫ দিন ব্যৱহাৰ কৰি চাওক ৰ প্রীমিয়াম স্মার্টফোন পচন্দ নহলে ঘূৰাই দিব পাৰিব টকাও সম্পূৰ্ণ ওভোটাই পাব | Assamese |
নিশাৰ আকাশত উজ্জ্বলি উঠিছে বৃহস্পতি আৰু শনি গ্ৰহ যোৰহাটত এই মনোৰম দৃশ্য সুন্দৰকৈ ক ৰ পৰা চাব পাৰিব আপুনি | Assamese |
এইবাৰ মটৰচাইকেলত থাকিব এয়াৰবেগ দুচকীয়াক লৈ থকা ভয়ৰ দিন শেষ | Assamese |
আজিৰ পৰাই বজাৰত সকলোতকৈ সস্তাৰ স্মাৰ্টফোন মাত্ৰ ১৯৯৯ টকাত কেনেকৈ কিনিব জানক | Assamese |
১৫১ টা বিপদজনক ৰ সম্পূৰ্ণ তালিকা যদি আপুনি ইয়াৰে এটাও ইনষ্টল কৰিছে তেন্তে লগে লগে ডিলিট কৰক | Assamese |
দেৱালীৰ পৰা মাত্ৰ ১৯৯৯ টকাতে পাব জিঅ ফোন নেক্সট স্মাৰ্টফোন ইয়াৰ প্লেন আৰু বুকিঙৰ বিষয়ে জানি লওক | Assamese |
মাত্ৰ দুটা দিন পিছত আপোনাৰ ফোনত বন্ধ হৈ পৰিব কি কৰিব ১ নৱেম্বৰৰ পৰা কেনেকৈ ইয়াক চলাব | Assamese |
দীপাৱলীত বজাৰলৈ আহিব জিও ফোন নেক্সট ক্ৰয় কৰাত থাকিব বিশেষ সুবিধা | Assamese |
সলনি হ ল ফেচবুকৰ পৰিচয় সংস্থাৰ নতুন নাম দিলে জন্মদাতা জুকাৰবাৰ্গে | Assamese |
ই লঞ্চ কৰিলে ফোন ৰেডমীক দিব টক্কৰ | Assamese |
এণ্ড টু এণ্ড এনক্ৰিপচন থকাৰ পিচতো এইবোৰ পদ্ধতিৰে লিক হয় হোৱাটছএপ চাট | Assamese |
কোৱালকম চিপৰ সৈতে উন্নত প্ৰযুক্তিৰ ৰিলায়েঞ্চৰ স্মাৰ্টফোন সবিশেষ বিৱৰণ জানি লওক | Assamese |
ৰিলায়েন্সৰ বহু প্ৰতীক্ষিত স্মাৰ্টফোন শীঘ্ৰেই বজাৰলৈ সুলভ মূল্যৰ জিঅ ফোন নেক্সটত পাব এনে সুবিধা | Assamese |
কি স্মাৰ্টফোন ব্যৱহাৰ কৰে আপুনি ১ নৱেম্বৰৰ পৰা এইসমূহ ফোনত নচলিব চাওক তালিকা | Assamese |
১ নৱেম্বৰৰ পৰা এইসমূহ ত বন্ধ হৈ পৰিব আপোনাৰ ফোনটো এই তালিকাত আছে নেকি পৰীক্ষা কৰক | Assamese |
ত নতুন আপডেটইমেইল লিখা সহজ হ ব জিমেইলে নিজেই সহায় কৰিব | Assamese |
আপোনাৰ গতানুগতিক জীৱনক ৰঙীণ কৰি তোলাৰ উপায় হৈছে সম্পূৰ্ণ নতুন | Assamese |
বৰ্তমানৰ আকাশলংঘী মূল্যৰ আৰু ৰ কোনো মূল্য নাথাকিব ২০৩০ চনৰ ভিতৰত পানী ৰে চলিব বাছট্ৰাক | Assamese |
ব্লকৰ সলনি ৰিমভ এ আনিলে নতুন ফিচাৰ | Assamese |
কলেই কৰক বা বাৰ্তাই পঠিয়াওক প্ৰাপকে দেখা নাপায় আপোনাৰ সঁচা মোবাইল নম্বৰ কি এই টিপছ জানি লওক | Assamese |
নাম সলনি কৰা হব নেকি ফেচবুকৰ সবিশেষ জানক | Assamese |
দীপান্বিতা উপলক্ষে আৰু ত পাওক হেভী ডিছকাউণ্ট | Assamese |
চীনত এতিয়া গুগল ফেচবুকৰ পিছত হব বন্ধ মাইক্ৰছফ্টে কৰিলে ডাঙৰ ঘোষণা | Assamese |
জৰুৰী খবৰ আপোনাৰ ফোনৰ পৰা শীঘ্ৰে ডিলিট কৰক এই এপ গুগলেও কৰিছে নিষিদ্ধ | Assamese |
বিশ্বৰ সবাতোকৈ কম দামৰ এনড্ৰইড স্মাৰ্টফোন দিপাৱলীৰ পূৰ্বে হব পাৰে মুকলি | Assamese |
ডিজিটেল দুনীয়াত আপোনাৰ একাউণ্ট হেক হ লে গুগলৰ সহায়ত পুনৰুদ্ধাৰ সম্ভৱ শিকি লওক কেনেকৈ কৰিব এই কাম | Assamese |
যদি আপুনি কিনিম বুলি ভাবিছে জানি লওক এতিয়া ক ত কি চলি আছে ক ত কি সুবিধা দিয়া হৈছে | Assamese |
কেন্দ্ৰই উদঙালে অসমৰ শিক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ ৪৪শতাংশ স্কুলীয়া শিক্ষাৰ্থীৰ হাতত নাছিল অনলাইন ক্লাছ কৰিবলৈ | Assamese |
মাত্ৰ হাজাৰ টকাত উত্তম ডিজাইন ট্ৰিপল কেমেৰা আৰু বেটেৰী এইটো ফোন আপুনি পচন্দ নকৰাকৈ নোৱাৰে | Assamese |
আপোনাৰ ৰ পৰা ওলাব কেমেৰা উৰি উৰি গৈ ফটো তুলিব আপোনাৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.