text
stringlengths
1
2.59k
language
stringclasses
10 values
ঘড়ীটোৰ ছবিখনত আছে ৩টা মাৰাত্মক ভুল ৯ ছেকেণ্ডত বিচাৰি উলিয়াব পাৰিলেই আপুনি জিনিয়াছ
Assamese
শনি দেৱক কৰক প্ৰসন্ন জন্মকুণ্ডলীত ৰাজযোগ সৃষ্টি কৰিবলৈ আজিৰ পৰাই এই মন্ত্ৰটি জপ কৰিবলৈ আৰম্ভ কৰক
Assamese
২০ মে ৰাশিফল চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব
Assamese
সাপ আৰু নেউলৰ মাজত ইমান শত্ৰুতা কিয় কাৰণ জানিলে আচৰিত হব লাগিব
Assamese
১৯ মে ৰাশিফল চাওক আজিৰ দিনটোত কি চমকে অপেক্ষা কৰিছে আপোনাৰ বাবে
Assamese
কণী উতলালে ভাঙি যায় নেকি এই সমস্যাটো সমাধানৰ বাবে ইয়াত কিছুমান পৰামৰ্শ দিয়া হৈছে
Assamese
১৮ মে ৰাশিফল চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো
Assamese
ত ভুলবশতঃ টকা গৈছে নেকি আপুনি ইয়াক কেনেকৈ ঘূৰাই পাব
Assamese
ৰ ৰং সকলোতে কিয় বগা ইয়াৰ আছে গুৰুত্বপূৰ্ণ কাৰণ জানি লওক
Assamese
এই ৰাশিৰ লোকসকলে আজি মনৰ মানুহক মনৰ কথা স্পষ্টভাৱে কৈ দিয়ক চাওক ১৭ মে ৰাশিফল
Assamese
শনি জয়ন্তীত ভুলতো নাখাব এইকেইটা বস্তু আৰম্ভ হৈ যাব বেয়া দিন কেতিয়া আছে শনি জয়ন্তী
Assamese
এই ফল খালেই বাঢ়িব ডায়েবেটিছ বিপদ এৰাই চলিবলৈ আজিৰে পৰা সাৱধান হওক
Assamese
১৬ মে ৰাশিফল চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব
Assamese
গ্ৰীষ্মকালৰ ৰ দ চকুৰ বাবে বিপদজনক বাহিৰলৈ গ লে এইকেইটা সাৱধানতা অৱলম্বন কৰক
Assamese
ভোলানাথৰ কৃপা লাভ কৰিবলৈ প্ৰতি সোমবাৰে কৰক এইকেইটা কাম আপোনাৰ সকলো মনোকামনা হ ব পূৰণ
Assamese
জানেনে বেলপাতৰ আধ্যাত্মিক তাৎপৰ্য্য আৰু ইয়াক কিয় ভগৱান শিৱক আগবঢ়োৱা হয়
Assamese
সপ্তাহৰ এই দিনত তুলসী পাত নিচিঙিব তুলসী গছত পানী নাঢালিব এই দেৱতাক তুলসী পাত নিবেদন নকৰিব সংসাৰলৈ আহিব ঘোৰ বিপদ
Assamese
১৫ মে ৰাশিফল চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো
Assamese
বাহিৰত বহি থকা কুকুৰটোৰ মালিক কোন মাত্ৰ ৯ ছেকেণ্ডত বিচাৰি উলিয়াব পাৰিবনে
Assamese
স্নান কৰি এই ৫ জোপা গছত ৰঙা সূতা বান্ধিলে হাতলৈ আহিব প্ৰচুৰ ধন বাধাবিঘিনিৰ পৰাও পাব পৰিত্ৰাণ
Assamese
১৪ মে ৰাশিফল চাওক আপোনাৰ আজিৰ দিনটো কিদৰে পাৰ হব
Assamese
৩০ বছৰৰ পিছত মিলিছে এই অশুভ যোগ এই ৪ ৰাশিৰ জাতকজাতিকাৰ জীৱনত পৰিব ইয়াৰ কুপ্ৰভাৱ
Assamese
১৩ মে ৰাশিফল চাওক আপোনাৰ আজিৰ দিনটো কিদৰে পাৰ হব
Assamese
মাতৃ দিৱস কেতিয়া মাতৃ দিৱসৰ এই অজ্ঞাত ইতিহাসে আচৰিত কৰিব এই বিশেষ দিনটো কেতিয়াৰ পৰা উদযাপন কৰা হৈছে
Assamese
পাকিস্তানত ভয়ংকৰ ৰে ল দুৰ্ঘটনা লাইনচ্যুত হ ল কৰাচীৰ পৰা ৰাৱালপিণ্ডি অভিমুখী ৰে ল ২৫ জনৰ মৃত্যু ৮০ জনৰো অধিক আহত
Assamese
অন্তৰীক্ষলৈ প্ৰথমবাৰৰ বাবে একেলগে যাব মাতৃ আৰু জীয়ৰী সৃষ্টি হ ব ইতিহাস কোন তেওঁলোক
Assamese
অনলাইনত প্ৰেম প্ৰেমিকৰ সৈতে বিয়াত বহিবলৈ চীনৰ পৰা পাকিস্তান পালেহি প্ৰেমিকা
Assamese
আমেৰিকাত এলিয়েন আছে চৰকাৰে তথ্য লুকুৱাই ৰাখিছে শুনানিৰ সময়ত প্ৰাক্তন সেনা বিষয়াৰ দাবী
Assamese
শিলৰ তলত অৱস্থিত এখন চহৰ প্ৰতিটো ঋতুৰ বাবে উপযুক্ত স্থান ইয়াৰ বিশেষত্বৰ বিষয়ে জানো আহক
Assamese
টুইটাৰৰ নতুন লোগো উন্মোচন এতিয়াৰে পৰা দেখা নাপাব টুইটাৰৰ বিখ্যাত
Assamese
পৃথিৱীৰ এইখনেই একমাত্ৰ ঠাই য ত কেতিয়াও বৰষুণ নপৰে
Assamese
দুয়োখন দেশৰ মাজত এক গভীৰ সাগৰ কিন্তু আপুনি খোজ কাঢ়ি এই দেশৰ পৰা সেই দেশ ভ্ৰমণ কৰিব পাৰে
Assamese
জনছন এণ্ড জনছন বেবী পাউদাৰত ভয়ংকৰ বিপদ ১৫০ কোটি টকা জৰিমনা প্ৰতিষ্ঠানটোক
Assamese
পুনৰ ভ্লাদিমিৰ পুটিনৰ বিপদ সেনা বাহিনীয়ে নমনা হৈছে ৰাষ্ট্ৰপতিৰ নিৰ্দেশ কিহৰ বাবে পুটিনৰ ওপৰত খং ৰুছ সেনাৰ
Assamese
হত্যা কৰা হল নেকি ৰাছিয়াৰ বিদ্ৰোহী নেতা য়েভগেনি প্ৰিগঝিনক
Assamese
১৮ জুনৰ টাইটান ট্ৰেজেডীৰ পিছত টাইটান ছাবমাৰ্চিবল নিৰ্মাতা কোম্পানীয়ে কৰিলে এই কাণ্ড
Assamese
ত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰপতি শ্বেখ জায়েদৰ সৈতে বৈঠকত মিলিত আজি উভতিব ভাৰতলৈ
Assamese
বিশ্বসাহিত্য জগতত শোকৰ ছাঁ প্ৰখ্যাত সাহিত্যিক মিলান কুণ্ডেৰাৰ ৯৪ বছৰ বয়সত মৃত্যু
Assamese
কোন দেশত সাপৰ কামোৰত মানুহৰ মৃত্যু নহয় আছে পৌৰাণিক আৰু বৈজ্ঞানিক বাখ্যা
Assamese
নেপালৰ মাউণ্ট এভাৰেষ্টৰ ওচৰত ব্যক্তিগত হেলিকপ্টাৰত যাত্ৰা কৰা ৬ জন লোক সন্ধানহীন
Assamese
যোৱা সোমবাৰে কি হৈছিল আপুনি জানেনে সকলো গ্ৰীষ্মকালীন ৰেকৰ্ড ভংগ হৈছে বাৰিষাৰ সময়ত এনে ঘটনা প্ৰথমবাৰৰ বাবে ঘটিছে
Assamese
কোনখন দেশত সৰ্বাধিক সংখ্যক চৰকাৰী বন্ধ আছে ভাৰত কিমান নম্বৰত শীৰ্ষ ১০ৰ তালিকা চাওক
Assamese
বাংলাদেশৰ গৌৰৱ পদ্মা সেতুৱে দিলে চমক দেশখনে যি অভিলেখ গঢ়িলে সেয়া অবিশ্বাস্যতকৈ কম নহয়
Assamese
দ্ৰুতগতিত পৰিৱৰ্তিত জলবায়ুৰ বাবে সংকটত বিশ্বৰ ৯০% সাগৰীয় খাদ্য ইয়াৰ বাবে কোন দায়ী
Assamese
ভাৰতক সমালোচনাতকৈ প্ৰশংসা কৰা উচিত বাৰাক ওবামাক কটাক্ষ আমেৰিকাৰ প্ৰাক্তন বিষয়াৰ
Assamese
১০০ বছৰ ধৰি ৰহস্যৰ আৱৰ্তত সাগৰৰ তলত কেনেদৰে আছে টাইটানিক চাওক ফটো
Assamese
ভাৰতৰ বিখ্যাত ৰেল কিন্তু পৃথিৱীৰ দ্ৰুততম ৰেল ৰ ভিতৰত কি স্থানত বন্দে ভাৰত শীৰ্ষ ১০ত আছেনে
Assamese
নৌকাবিহাৰৰ সময়ৰ ফটোশ্বুটত প্ৰাণ হেৰুৱালে হনীমুনত যোৱা নৱদম্পতীয়ে
Assamese
১১০ বছৰীয়া ইতিহাসত প্ৰথম প্ৰাচীন ফুলৰ মেলাত অগ্নিসাক্ষী বিবাহপাশত আবদ্ধ দুই ব্যক্তি
Assamese
আমাজন বৰ্ষাৰণ্যত ৪০ দিনৰ পিছত উদ্ধাৰ বিমান দুৰ্ঘটনাত হেৰুৱা কলম্বিয়াৰ ৪টা শিশু
Assamese
১২ পত্নী ১০২টি সন্তান আৰু ৫৭৮টি নাতিনাতিনী এই ব্যক্তিজনৰ বিষয়ে জানিলে আপোনাৰ মূৰ নুঘূৰাকৈ নাথাকে
Assamese
আজি বিশ্ব পৰিৱেশ দিৱস জানক ইতিহাস তাৎপৰ্য আৰু এইবৰ্ষৰ বিষয়বস্তু
Assamese
প্রতি কিলোগ্ৰাম আমৰ দাম ২৭ লাখ টকা বিশ্বৰ সবাতোকৈ দামী আমবিধৰ বিষয়ে জানেনে
Assamese
কাঁ চলচ্চিত্ৰ মহোৎসৱত অসমৰ ৰেচম মহোৎসৱৰ ৰেড কাৰ্পেটত বিশ্বৰ দুগৰাকী শ্ৰেষ্ঠ মডেলে পৰিধান কৰিলে ডিজাইনাৰ সংযুক্তা দত্তৰ পাট কাপোৰ
Assamese
হোৱাইট হাউছত ট্ৰাকেৰে আক্ৰমণ হাতত হিটলাৰৰ দলৰ পতাকা লোৱা চালকৰূপী ভাৰতীয় মূলৰ যুৱক গ্ৰেপ্তাৰ
Assamese
টি২০ মোডত অষ্ট্ৰেলিয়াৰ সৈতে সম্পৰ্ক প্ৰধানমন্ত্ৰী মোডীয়ে বিশ্বকাপ চাবলৈ আমন্ত্ৰণ জনালে এলবানিজক
Assamese
পাপুয়া নিউগিনিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি প্ৰধানমন্ত্ৰী মাৰাপে ভৰি স্পৰ্শ কৰি ললে আশীৰ্বাদ
Assamese
মাৰ্কিন ৰাষ্ট্ৰপতিৰ সৈতে অন্তৰংগ মুহূৰ্তত প্ৰধানমন্ত্ৰী মোদী জো বাইডেনে অটোগ্ৰাফ বিচাৰিলে নৰেন্দ্ৰ মোদীক
Assamese
জাপানৰ হিৰোশ্বিমা পাৰমাণৱিক বোমা গম্বুজৰ সমীপৰ পীচ পাৰ্কত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
Assamese
জি৭ সন্মিলনত অংশগ্ৰহণৰ বাবে জাপানৰ হিৰোশ্বিমাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
Assamese
ঘূৰ্ণীবতাহ মোচা ম্যানমাৰৰ চিটৱেত বিধ্বংসী ৰূপ ধাৰণ প্ৰতি ঘণ্টাত ১৩০ মাইল বেগেৰে বলিছে বতাহ
Assamese
আজি মাতৃ দিৱস গুগল ডুডলৰ মাতৃ দিৱস উদযাপনৰ বাবে এটা আকৰ্ষণীয় ডুডল প্ৰস্তুত
Assamese
এটা ৰেল ষ্টেচন কিন্তু কোনেও প্ৰৱেশ কৰিব বা বাহিৰলৈ ওলাই যাব নোৱাৰে নামটো শুনি আপুনি আচৰিত হ ব
Assamese
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ গ্ৰেপ্তাৰৰ পিছতে পালে জামিন কিন্তু কিয় গ্ৰেপ্তাৰ হল ট্ৰাম্প
Assamese
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প হুছ মানি গোচৰত গ্ৰেপ্তাৰ ট্ৰাম্পৰ বিৰুদ্ধে ৩৪টা অপৰাধমূলক গোচৰত অভিযোগ আৰোপ
Assamese
অপৰাধমূলক অভিযোগৰ সন্মুখীন হৈ আদালতৰ কাঠগড়াত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড নাল্ড ট্ৰাম্প
Assamese
ইলন মাস্কে সলনি কৰিলে টুইটাৰৰ লোগো এতিয়াৰে পৰা টুইটাৰৰ ব্লুবাৰ্ড লোগোৰ সলনি দেখা পাব ৰ ফটো
Assamese
অৰুণাচল প্ৰদেশৰ ১১টা স্থানৰ নাম সলনি চীনৰ ৰাজ্যখনক দক্ষিণ তিব্বতৰ অংশ হিচাপে কৰিলে অভিহিত
Assamese
উত্তৰ কোৰিয়াত লকডাউন কৰোনা নে আন কাৰণত একনায়ক কিমৰ লকডাউন আৰোপ
Assamese
লটাৰীত লাভ কৰা ৩ কোটি টকা স্বামীৰ হাতত দি প্ৰেমিকৰ সৈতে বিবাহপাশত আৱদ্ধ হ ল এগৰাকী মহিলা
Assamese
আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিদ্যালয়ত গুলীচালনা তিনিটা শিশুসহ ছয়জন লোক নিহত
Assamese
ধাৰত পোত খাই থকা পাকিস্তানে সাহায্য প্ৰদান কৰিলে ইউক্ৰেইনক
Assamese
৭ দিন ৰেলত থাকিব লাগে পৃথিৱীৰ আটাইতকৈ দীঘল ৰেলপথটো দেখি আচৰিত হ ব আপুনি
Assamese
আজি বিশ্ব ঘৰচিৰিকা দিৱস জানক ইয়াৰ ইতিহাস থীম আৰু তাৎপৰ্য
Assamese
আজি আন্তৰ্জাতিক সুখ দিৱস আপোনাৰ বাবে সুখী থকাৰ ১০টা সহজ টিপচ্
Assamese
গ্ৰেপ্তাৰ হ ব নেকি প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প সমৰ্থকক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰিবলৈ আহ্বান ট্ৰাম্পৰ
Assamese
গ্ৰেপ্তাৰ হ ব নেকি ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে জাৰি কৰিলে গ্ৰেপ্তাৰ পৰোৱানা যুদ্ধ অপৰাধৰ অভিযোগ
Assamese
পুনৰ ছুনামিৰ সতৰ্কবাণী জাৰি ভয়ংকৰ ভূমিকম্পত কঁপিল নিউজিলেণ্ড আতংকিত বিশ্ব
Assamese
চিকেন দেখিলেই জিভাৰ পানী পৰে আপুনি ইয়াৰ সম্পূৰ্ণ নামটো জানে নেকি ৯০% লোকে নাজানে
Assamese
শিহৰণকাৰী তথ্য বিশ্বৰ ৫০ খন আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত ৩৯ খন চহৰ ভাৰতৰ অন্তৰ্ভুক্ত গুৱাহাটীৰ নাম
Assamese
যমজ সন্তানক লৈ বিভ্ৰান্ত মাতৃ চিনাক্ত কৰিবলৈ আৰক্ষীৰ কাষ চাপিল মাতৃ কিন্তু তথাপিও নোৱাৰিলে চিনাক্ত কৰিব
Assamese
২০৪৬ চনৰ ভেলেণ্টাইন ডে ত পৃথিৱীখন ধ্বংস হ ব নেকি নতুন বিপদৰ গোন্ধ পাইছে নাছাই
Assamese
নেডাৰলেণ্ডত আৱিষ্কাৰ ১০০০ বছৰ পুৰণি মধ্যযুগীয় সোণালী মুদ্ৰা গহণা
Assamese
জাৰ্মানীৰ হামবুৰ্গৰ এটা গীৰ্জাত ভয়ংকৰ গণ গুলীচালনাৰ ঘটনা সাতজন লোক নিহত হোৱাৰ বিপৰীতে ডজনৰো অধিক আহতৰ তথ্য
Assamese
পৃথিৱীৰ এই ৫ জন লোক তেওঁলোকৰ ওচৰত যি আছে আমাৰ কাৰো ওচৰত নাই তেওঁলোকৰ কথা শুনিলে আপুনিও আচৰিত হ ব
Assamese
পাকিস্তানৰ কৰাচীত আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ১০ জনীয়া সন্ত্ৰাসবাদীৰ দলৰ আক্ৰমণ এনকাউণ্টাৰত কেইবাজনো সন্ত্ৰাসবাদী নিহত
Assamese
পাকিস্তানত ৰে লত ভয়ংকৰ বিস্ফোৰণ কুৱেটা অভিমুখী জাফৰ এক্সপ্ৰেছত বিস্ফোৰণ ২ জন নিহত
Assamese
পাকিস্তানত কেনেডীয়ান কফি ৰ সন্মুখত অভিজাতৰ লানি নিচিঙা শাৰী আনফালে খাদ্য়ৰ বাবে হাঁহাকাৰ সাধাৰণ জনতাৰ
Assamese
ওছামা বিনলাডেনৰ এসময়ৰ ঘনিষ্ঠ তথা ৯১১ ৰ অন্যতম মাষ্টাৰমাইণ্ড ছেইফ আলআদেল আলকায়দাৰ নতুন মুৰব্বী
Assamese
খাদ্য সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিয়ে জুৰুলা কৰি পেলাইছে পাকিস্তানৰ সাধাৰণ ৰাইজক
Assamese
এই গ্ৰহাণুটো পৃথিৱীৰ ওচৰৰ পৰা পাৰ হ বলৈ গৈ আছে ধ্বংস হ ব নেকি পৃথিৱী নাছাই কি কৈছে
Assamese
ৰ মূৰব্বী প্ৰভাকৰণ এতিয়াও জীয়াই আছে নেকি তামিলসকলৰ বাবে প্ৰস্তুত কৰা হৈছে এই পৰিকল্পনা শীঘ্ৰেই বিশ্বৰ আগত প্ৰকাশ হ ব এই নেতাজনৰ বক্তব্যই সৃষ্টি কৰিছে আলোড়নৰ
Assamese
আজি বিশ্ব ৰেডিঅ দিৱস জানক ইয়াৰ থীম গুৰুত্ব ইতিহাস তাৎপৰ্য্য আৰু উদযাপন
Assamese
তুৰ্কীত অলৌকিক উদ্ধাৰ ভূমিকম্পৰ ১২৮ ঘণ্টাৰ পিছত ধ্বংসস্তূপত জীৱিত অৱস্থাত উদ্ধাৰ এটি দুমহীয়া কেঁচুৱা
Assamese
অলৌকিক ভূমিকম্পৰ ৮০ ঘণ্টা পিছত ধ্বংসস্তুপৰ মাজৰ পৰা ৬ বছৰীয়া শিশুক উদ্ধাৰ কৰিলে ৰোমিঅ আৰু জুলিয়ে কিন্তু কোনো মানুহ নহয় এই ৰোমিঅ আৰু জুলি
Assamese
ভূমিকম্পৰ ভগ্নস্তূপত আৱদ্ধ ভাতৃক ১৭ ঘণ্টা সুৰক্ষা ৭ বছৰীয়া ছিৰিয়ান কিশোৰীৰ দিলে সাহসিকতাৰ নিদৰ্শন চাওক ভিডিঅ
Assamese
ভূমিকম্পত তুৰস্কছিৰিয়াত মৃতকৰ সংখ্যাই অতিক্ৰম কৰিলে ১৯০০০ প্ৰচণ্ড শীতত খাদ্যপানীৰ বাবে হাঁহাকাৰ আশ্ৰয় শিবিৰত
Assamese
দেৱীক উপাসনা কৰা হয় কিন্তু মহিলাৰ আগমনত নিষেধাজ্ঞা ক ত এই পুৰুষৰ দ্বীপ
Assamese
এইয়াই হৈছে নিউ ইণ্ডিয়া ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ ক্ষেত্ৰত ভাৰতৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে আমেৰিকাই
Assamese
তুৰস্কছিৰিয়াত ভূমিকম্পত ৯৫০০ৰ মৃত্যু বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমান ২০০০০লৈ বৃদ্ধি পাব পাৰে মৃতকৰ সংখ্যা
Assamese