text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
গুৰুজাছ কৌৰ খালছাই মিষ্টিক মিৰ ৰত তেওঁৰ মন্ত্ৰৰ বাবে গ্ৰেমী বঁটা লাভ কৰিছে | Assamese |
পৃথিৱীলৈ বিপদজনক সৌৰ ধুমুহা আহি আছে নেকি পৃথিৱীৰ ফালে ঘূৰিছে বিশালকায় ছানস্পট নাছাৰ অধ্যয়নত প্ৰকাশ পাইছে | Assamese |
মা মা কত তুৰ্কীত ভূমিকম্পৰ কবলত পৰা কনমাণিয়ে উদ্ধাৰৰ পিছতেই বিচাৰিলে মাতৃক | Assamese |
চীনছৌদি আৰৱৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক ভাৰত আমেৰিকাকে ধৰি বহুকেইখন ৰাষ্ট্ৰৰ বাবে হৈ পৰিছে চিন্তাৰ কাৰণ | Assamese |
প্ৰকৃতিৰ ৰুদ্ৰৰূপ ৫৯ প্ৰাৱল্যৰ আন এক ভূমিকম্পই জোকাৰি গ ল তুৰ্কীক | Assamese |
এক মুহূৰ্তত সকলো ঘৰ ভাঙি তচনচ চাৰিওফালে মৃত্যুৰ শোভাযাত্ৰা তুৰস্কৰ ছবিয়ে আপোনাকো কন্দুৱাই পেলাব | Assamese |
তুৰস্কছিৰিয়াত বিপৰ্যয় পুনৰ এক ভূঁইকঁপত কপিল ক্ষতিগ্ৰস্ত অঞ্চল মৃত্যুৰ সংখ্যা ১২০০ লৈ বৃদ্ধি | Assamese |
তুৰস্কৰ ভূমিকম্পত ১৫০ জনতকৈ অধিক লোক নিহত চুবুৰীয়া দেশ ছিৰিয়াত মৃত্যুৰ সংখ্যা বৃদ্ধি ইটালীয়ে জাৰি কৰিলে চুনামীৰ সতৰ্কবাণী | Assamese |
তুৰস্কত ভয়ংকৰ ভূমিকম্পত ১৫জনৰ মৃত্যু বহু অট্টালিকা ক্ষতিগ্ৰস্ত | Assamese |
পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ ৭৯ বছৰ বয়সত ডুবাইত মৃত্যু দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল বিৰল ৰোগত | Assamese |
আমেৰিকাই কেৰোলিনা উপকূলত সন্দেহজনক চীনা স্পাই বেলুন গুলীবৰ্ষণ কৰে | Assamese |
বাংলাদেশৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি হিৰো আলমে লাভ কৰিলে ১৯ হাজাৰ ভোট কি হ ল নিৰ্বাচনৰ ফলাফল | Assamese |
ৱাশ্বিংটন ভ্ৰমণৰ বাবে প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ ৰাষ্ট্ৰপতি জো বাইডেনৰ | Assamese |
পাকিস্তানৰ দেউলীয়াপনা প্ৰতি কেজি পিঁয়াজত ৩২০ টকা পেট্ৰলত ২৬০ | Assamese |
পাকিস্তানৰ মছজিদত আত্মঘাতী বোমা বিস্ফোৰণত বহু লোক নিহত আহতসকলক চিকিৎসালয়ত ভৰ্তি | Assamese |
পাকিস্তানত ভয়ংকৰ আৰ্থিক সংকট প্ৰতি ডলাৰৰ বিপৰীতে পাকিস্তানী টকাৰ মূল্য ২৬২ টকা | Assamese |
পেৰিছত বিদেশী লোকৰ কণ্ঠত লতা মংগেশকাৰৰ অজীব দাস্তান হ্যে য়েহ ৰাজপথৰ কাষত গীত শুনি মন্ত্ৰমুগ্ধ লোক | Assamese |
বেলুচিস্তানত ভয়ংকৰ বাছ দুৰ্ঘটনা খাদত পৰিল কৰাচী অভিমুখী বাছ ৪০ জন লোকৰ মৃত্যু | Assamese |
চীনে মৃত্যুৰ পৰিসংখ্যা লুকুৱাই ৰাখিছে নেকি চিকিৎসালয় আৰু চিকিৎসকসকলক কিয় ভাবুকি দিয়া হৈছে | Assamese |
মানুহৰ বাবে বয়স হ্ৰাস সম্ভৱ নেকি হয় যদিহে আপুনি প্ৰতি বছৰে ২ নিযুত ডলাৰ ব্যয় কৰে | Assamese |
আইতাকে নাতিনীৰ যত্ন লোৱাৰ বাবে প্ৰতি ঘণ্টাত ১৬০০ টকা মাচুল বিচাৰিলে জীয়ৰীক | Assamese |
চীনত অব্যাহত ক ৰোনাৰ সন্ত্ৰাস চীনত মাত্ৰ এসপ্তাহত ১৩ হাজাৰ লোকৰ মৃত্যু | Assamese |
বিশ্বৰ কোনখন দেশত সকলোতকৈ বেছি দৰমহা পায় কৰ্মচাৰীয়ে জানিবলৈ পঢ়ক এই প্ৰতিবেদন | Assamese |
মস্কোৰ পৰা গোৱা অভিমুখী বিমানত বোমাতংক ২৪০জন যাত্ৰী লৈ উজবেকিস্তানত জৰুৰী অৱতৰণ | Assamese |
প্ৰায় বিক্ৰীৰ মুখত পাকিস্তান অচিৰেই শ্ৰীলংকাৰ দৰে অৱস্থা হ ব হাৰ মনা নাই ইমৰান খানে | Assamese |
গাড়ীত ছীটবেল্ট নলগোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভৰিলে জৰিমনা মানি ললে নিজৰ ভুল | Assamese |
বিশ্বাস কৰক আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ ৩০ লাখ টকাৰ ঋণ আছে কিন্তু কেনেকৈ জানি আচৰিত হ ব আপুনি | Assamese |
ইউক্ৰেইনৰ ৰাজধানী কিয়েভত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত গৃহ মন্ত্ৰীসহ ১৬ জন নিহত | Assamese |
আফগানিস্তানত পুনৰ তালিবানী বিচাৰ মানুহভৰ্তি ষ্টেডিয়ামত নিৰ্মম অত্যাচাৰ কাটিলে চাৰিজনৰ হাত | Assamese |
পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা চহৰ তাপমাত্ৰা মাইনাছ ৫০ ডিগ্ৰী ছেলচিয়াছ | Assamese |
সক্ৰিয় পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আই ২৬ জানুৱাৰী আৰু জি২০ সন্মিলনক লৈ ষড়যন্ত্ৰ | Assamese |
১৬ বছৰ পূৰ্বে য়েটিৰ বিমান দুৰ্ঘটনাত হেৰুৱাইছিল স্বামীক একে পৰিণতি সহপাইলট পত্নী অঞ্জুৰো | Assamese |
নেপালত দুৰ্ঘটনাগ্ৰস্ত বিমানত ভাৰতীয় যাত্ৰীসহ ৬৮গৰাকীৰ মৃতদেহ উদ্ধাৰ | Assamese |
নেপালত সংঘটিত শোকাৱহ বিমান দুৰ্ঘটনাত অধিকাংশ যাত্ৰীৰ মৃত্যু নিহতসকলৰ ভিতৰ আছে ৪ গৰাকী ভাৰতীয় যাত্ৰী | Assamese |
নেপালৰ য়েটি এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাগ্ৰস্ত বিমানত থকা ৭২ জন লোকৰ এতিয়ালৈকে ৩০টা মৃতদেহ উদ্ধাৰ কাঠমাণ্ডুৰ পৰা পোখৰালৈ কৰিছিল যাত্ৰা | Assamese |
আৰু এলন মাস্কে কিমান ঘৰভাড়া ৰাহি কৰিব ভাৰততো বন্ধ কৰি আছে দোকান টুইটাৰে কাৰ্যালয়সমূহ খালী কৰি আছে | Assamese |
বিশ্বৰ শীৰ্ষ ধনী অভিনেতাৰ তালিকাত শ্বাহৰুখ খানে চতুৰ্থ স্থান লাভ কৰিছে সম্পূৰ্ণ তালিকা পৰীক্ষা কৰক আৰু কোনে ক ত স্থান পাইছে জানক | Assamese |
বিশ্ব স্বাস্থ্য সংস্থাই ক ৰোনাৰ নতুন প্ৰকাৰৰ বিষয়ে সতৰ্ক কৰি দিছে এই দেশবোৰলৈ ভ্ৰমণ কৰা লোকসকলে মাস্ক পিন্ধিব লাগিব | Assamese |
অশান্ত ব্ৰাজিল দেশখনৰ উচ্চতম ন্যায়ালয়সংসদ ভৱনত প্ৰৱেশ কৰি প্ৰাক্তন ৰাষ্ট্ৰপতিৰ সমৰ্থকৰ তাণ্ডৱ | Assamese |
এহাল যমজ কন্যা সন্তানৰ এগৰাকীৰ জন্ম হ ল ২০২২ বৰ্ষত আৰু আনগৰাকী ২০২৩ বৰ্ষত ব্যৱধান মাত্ৰ ৬ মিনিটৰ | Assamese |
অৱশেষত চীনে স্বীকাৰ কৰিলে সত্যতা ক ৰোনাৰ বিধ্বংসী ৰূপত তচনচ ড্ৰেগনৰ দেশ চিকিৎসাদৰৱৰ ব্যাপক নাটনি | Assamese |
শেষ নেকি ২০২৩ত ধ্বংস হব পৃথিৱী নস্ত্ৰাদামুছৰ ভৱিষ্যদ্বাণীয়ে কঁপাইছে সমগ্ৰ বিশ্ব | Assamese |
হেলমেট নে পাগুৰি শিখ মহিলাই সন্তানৰ বাবে ডিজাইন কৰিছে এক বিশেষ শিখ হেলমেট | Assamese |
চীনত হ্ৰাস হোৱা নাই ৰ প্ৰকোপ ১ জানুৱাৰীলৈ এসপ্তাহত ২২০০০০ লোক আক্ৰান্ত চিন্তিত | Assamese |
উচ্চ শিক্ষাৰ বাবে প্ৰথম পচন্দ আমেৰিকা অভিলেখ সংখ্যক ১২৫ লাখ ভাৰতীয় শিক্ষাৰ্থীক ভিছা জাৰি দেশখনৰ | Assamese |
চীনৰ ওপৰত আমেৰিকাকে ধৰি বহুতো দেশৰ কোভিড নিষেধাজ্ঞা | Assamese |
চীনত ক ৰোনাত আক্ৰান্তৰ হাৰ বৃদ্ধিৰ অভিলেখ চিকিৎসালয় ভৰ্তি নতুন ৰ ভয়ত কম্পমান বিশ্ব | Assamese |
এলন মাস্কৰ পৰা এইটো আশা কৰা হোৱা নাছিল টুইটাৰ কাৰ্যালয়ৰ ভাড়া এতিয়াও পৰিশোধ কৰা নাই মাস্কে | Assamese |
১২ লক্ষ টকা ব্যয়ৰে নিজকে কুকুৰলৈ ৰূপান্তৰিত কৰিলে এজন ব্যক্তিয়ে ভিডিঅ টো চাই আপোনাৰো চকু কপালত উঠিব | Assamese |
বছৰৰ প্ৰথমটো দিনত বিশ্ব পৰিয়াল দিৱস হিচাপে কিয় উদযাপন কৰা হয় ইয়াৰ গুৰুত্বৰ বিষয়ে জানক | Assamese |
টুইটাৰ ইঙ্কৰ বিৰুদ্ধে গোচৰ ৰুজু ১৩৬২৫০ ডলাৰ ভাড়া পৰিশোধ কৰাত ব্যৰ্থ টুইটাৰ | Assamese |
গুগলে এই এনিমেটেড ডুডলৰ সৈতে উদযাপন কৰিছে নৱবৰ্ষৰ সন্ধিয়া ২০২২ | Assamese |
ই পৃথিৱীখনক দুফালৰ পৰা আঘাত কৰিব নেকি য়ে চীনত ধ্বংসযজ্ঞ চলাইছে আমেৰিকা যুক্তৰাষ্ট্ৰত মাৰাত্মক ভাৰতত প্ৰথম ঘটনা পোৱা গৈছে | Assamese |
নতুন ভেৰিয়েন্টটো তকৈ অধিক বিপদজনক য়ে বিশ্বত ধ্বংসৰ সৃষ্টি কৰিব নেকি | Assamese |
পুনৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ বেঞ্জামিন নেতান্যাহুৰ ইজৰাইল অধিকৃত পশ্চিম তীৰত ইহুদী বসতি সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি | Assamese |
বৰফেৰে ঢাক খাই গৈছিল হৰিণাৰ মুখ কাণ আৰু চকু হৈ পৰিছিল বিচলিত তাৰ পিছত পৰ্বতাৰোহীসকলে কৰিলে সহায় | Assamese |
চীনত ক ৰোনা বিস্ফোৰণ বহুতো নতুন বিপদজনক ভেৰিয়েণ্ট সৃষ্টি হোৱাৰ আশংকা | Assamese |
চীনৰ পৰা অহা দুখন বিমানৰ ৫০% যাত্ৰী ক ৰোনা পজিটিভ ইটালীয়ে বাধ্যতামূলক কৰিলে কোভিড টেষ্ট | Assamese |
ফিলিপাইনছত প্ৰকৃতিৰ ধ্বংসযজ্ঞ ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনত হোৱা বানপানীত নিহতৰ সংখ্যা ২৫ জনলৈ বৃদ্ধিৰ লগতে ২৬ জন সন্ধানহীন | Assamese |
ইতিহাসৰ আটাইতকৈ ভয়ানক তুষাৰপাত ৫৯ জনৰ মৃত্যু নিম্ন তাপমাত্ৰা প্ৰতি মুহূৰ্তত মৃত্যুৰ ভয় | Assamese |
১২ বছৰৰ পিছত মাতৃয়ে মৃত বুলি ভবা পুত্ৰৰ খবৰ পালে তেওঁ জীয়াই আছে কাহিনীটোৱে আপোনাকো আৱেগিক কৰি তুলিব | Assamese |
পাকিস্তানত বিধ্বংসী ৰূপত টিটিপি শংকিত আমেৰিকা যুক্তৰাষ্ট্ৰ চৌদি | Assamese |
ইউক্ৰেইন দখল কৰিব পোলেণ্ডহাংগেৰীয়ে ২০২৩ৰ ভৱিষ্যদ্বাণী কৰিলে ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ উপাধ্যক্ষ ডিমিট্ৰী মেডভেডেভে | Assamese |
ক ৰোনাৰ বিধ্বংসী ৰূপ চীনৰ ভৰসা এতিয়া বিদেশী কোভিড১৯ ঔষধ পেক্সলোভিড | Assamese |
ফুটবল কিংবদন্তি পেলেৰ স্বাস্থ্যৰ অৱনতি এলবাৰ্ট আইনষ্টাইন হস্পিতালত খ্ৰীষ্টমাছ উদযাপন কৰিলে পৰিয়ালৰ লোকে | Assamese |
চীনত ক ৰোনা সংক্ৰমিত ৰোগীৰ সংখ্যা ২৫ কোটি ফাদিল হোৱা নথিপত্ৰত প্ৰকাশ চাঞ্চল্যকৰ তথ্য | Assamese |
অকাৰ্যকৰী থলুৱা ভেকছিন চীনে এতিয়া ইয়াৰ নাগৰিকসকলক প্ৰদান কৰিব জাৰ্মান ভেকছিন | Assamese |
আমেৰিকাত বৰফৰ ধুমুহাৰ বিধ্বংসী ৰূপ বহু ৰাজ্যত পাৰাস্তম্ভ ৪৫° চেলছিয়াছলৈ নিম্নগামী নিউয়ৰ্কত জৰুৰীকালীন অৱস্থা ঘোষণা | Assamese |
ক ৰোনাৰ কালৰূপত নিয়ন্ত্ৰণহীন চীন মছজিদ আৰু শীতল ভঁৰালত ৰখা হৈছে মৃতদেহ | Assamese |
পাকিস্তানতো শ্ৰীলংকা ৰ দৰে সময় আহিছে শ্বৰীফ চৰকাৰক আটা ৰ মূল্য বৃদ্ধিৰ বাবে সমালোচনা চেন্ট্ৰেল বেংকৰ | Assamese |
দক্ষিণ আফ্ৰিকাত এলপিজি ভৰ্তি ট্ৰাকত ভয়ংকৰ অগ্নিকাণ্ড কেইবাজনো লোকৰ মৃত্য়ু | Assamese |
চীনৰ লগতে এই ৫ খন দেশৰ পৰা অহা যাত্ৰীৰ বাবে বাধ্যতামূলক হ ব টেষ্ট | Assamese |
মৃতদেহেৰে ভৰ্তি চিকিৎসালয় ৰাস্তাত ৰোগীৰ চিকিৎসা শ্মশানত ৩ দিন ধৰি অপেক্ষা | Assamese |
ৰুছইউক্ৰেইন যুদ্ধপেট্ৰিয় ট এয়াৰ ডিফেন্স চিষ্টেম ধ্বংসৰ সিদ্ধান্ত ভ্লাদিমিৰ পুটিনৰ | Assamese |
চীনত ক ৰোনাই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ এদিনতে ওলাল ৩ কোটি ৭০ লাখ ৰোগী | Assamese |
ডুবাইস্থিত ভাৰতীয় চালকৰ ভাগ্যত ৩৩ কোটি টকাৰ জেকপট | Assamese |
২০১৯ চনত প্ৰথমবাৰৰ বাবে ক ভিডে ভুমুকি মাৰিছিল আমি এতিয়া ক ত আছো বিশেষজ্ঞসকলৰ ব্যাখ্যাত কি তথ্য | Assamese |
চীনত ক ৰোনাৰ ভয়ংকৰ সংক্ৰমণ প্ৰতি দিনে ১০ লাখ নতুন ক ৰোনা ৰোগী মৃত্যুৰ সংখ্যা প্ৰকাশ কৰাতো কঠিন | Assamese |
চিৰিয়েল কিলাৰ চাৰ্লছ সোভৰাজক ৭৫ শতাংশ কাৰাবাস সম্পূৰ্ণ হোৱাৰ বাবে কাৰাগাৰৰ পৰা মুক্ত কৰাৰ নিৰ্দেশ জাৰি | Assamese |
জাৰ্মান ৰিটেইলাৰ মেট্ৰ এজিৰ ইণ্ডিয়া ব্যৱসায় ২৮৫০ কোটি টকাত অধিগ্ৰহণ ৰিলায়েন্সৰ ৰিটেইল আৰ্মৰ | Assamese |
ৰ ভেৰিয়েণ্ট চীনত বিয়পি পৰিছে এই নতুন প্ৰকাৰটোৰ লক্ষণবোৰ কি জানক | Assamese |
অভিলেখৰ ওপৰত অভিলেখ এইবাৰ ছচিয়েল মিডিয়াত অভিলেখ লিঅনেল মেছিৰ | Assamese |
এলন মাস্কে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ ত্যাগ কৰিব নেকি মানুহে তেওঁৰ নিজৰ জৰীপত ক ত ভোট দিছে চাওক | Assamese |
টাৱাং সংঘৰ্ষচীনা সামগ্ৰী বৰ্জন ব্যৱসায়ী সংস্থাৰ চৰকাৰক প্ৰতিটো বস্তুৰ ওপৰত মূল দেশৰ নাম লিখাটো বাধ্যতামূলক কৰিবলৈ আহ্বান | Assamese |
চীনত ক ৰোনা পৰিস্থিতি বেয়াৰ পৰা বেয়ালৈ গতি কৰিছে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে শ্মশানত সংঘৰ্ষ ক্লিনিকত ৰোগীৰ ভিৰ | Assamese |
এগৰাকী মহিলাই একেলগে জন্ম দিলে ৯টি সন্তান সুস্থ হৈ আছে গোটেইকেইটি শিশু | Assamese |
এক অলৌকিক ঘটনা উগাণ্ডাত জলহস্তীয়ে গিলি পেলোৱা ২ বছৰীয়া শিশু কিছু সময়ৰ পিছতেই জীৱিত অৱস্থাত ওলাই আহিল | Assamese |
আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা ব্লেকলিষ্ট কৰা হ ল ৩৬ টা চীনা কোম্পানী জানক কিয় বাইডেন প্ৰশাসনে এইবোৰ বিপদ বুলি কৈছে | Assamese |
ফিফা বিশ্বকাপ ফাইনেলৰ বাবে কিয় ট্ৰেণ্ডত আছে এছবিআই পাছবুক নেটিজেনে আগবঢ়াইছে এইসমূহ যুক্তি | Assamese |
মালয়েছিয়াৰ কুৱালালামপুৰত প্ৰকৃতিৰ কালৰূপ ভূমিস্খলনত ২ জন নিহত ৫০ৰো অধিক সন্ধানহীন | Assamese |
পৃথিৱীৰ আটাইতকৈ চাপৰ ব্যক্তি কোন জানেনে তেওঁৰ উচ্চতাই আপোনাকো কৰিব আচৰিত | Assamese |
আমেৰিকাই ইউক্ৰেইনক স্মাৰ্ট বম্ব কিট দিব ই মিনিটত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে | Assamese |
এজন ১৬ বছৰীয়া ভাৰতীয়আমেৰিকান লাৰ গোল্ডেন গেট ব্ৰীজৰ পৰা জঁপিয়াই মৃত্যু | Assamese |
সন্ত্ৰাসবাদক ৰক্ষণাবেক্ষণ দিয়াক লৈ ত চীনক সমালোচনাৰে থকাসৰকা ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ | Assamese |
পুৰুষ আৰু মহিলাৰ সংজ্ঞা সলনি কেমব্ৰিজ অভিধানে এনে হব নতুন ভাষা প্ৰয়োগ | Assamese |
লিঅনেল মেছিয়ে অৱসৰ নিশ্চিত কৰিছে ফিফা বিশ্বকাপ ২০২২ৰ ফাইনেল খেলখন আৰ্জেণ্টিনাৰ বাবে তেওঁৰ অন্তিম খন খেল হব | Assamese |
কংগোৰ ৰাজধানী কিঞ্চাচাত ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ ফলত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি ১২০ জন নিহত | Assamese |
টাৱাং সীমান্তত ভাৰতচীন সেনাৰ খণ্ডযুদ্ধক লৈ চীনৰ প্ৰতিক্ৰিয়া | Assamese |
৭১ বছৰ আগতে নামভৰ্তি কৰিছিল আইতাই ৯০ বছৰ বয়সত স্নাতক ডিগ্ৰী লাভ কৰিলে | Assamese |
এপল ব্যৱহাৰকাৰীসকলৰ বাবে অধিক মূল্যত পুনৰ মুকলি কৰা হ ব টুইটাৰ ব্লু | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.