text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
এখন বিশেষ ৰেষ্টুৰেণ্ট য ত মানুহে পানীত ওপঙি থকা শ শ মাছৰ মাজত খাদ্য খায় জানিলে আপুনিও আচৰিত হ ব | Assamese |
একেৰাহে ১০৭ দিন ধৰি মাৰাথনত দৌৰি আছে এইগৰাকী মহিলাই গঢ়িছে বিশ্ব অভিলেখ ভিডিঅ চাওক | Assamese |
কোট গাত পৰিধান কৰিলেই যাদু হৈ পৰিব পাৰে আপুনিও মিঃ ইণ্ডিয়া এদল চীনা ছাত্ৰৰ বিৰল উদ্ভাৱন | Assamese |
দালাই লামাই উদ্বেগ প্ৰকাশ কৰি কয় যে মানুহে অস্ত্ৰৰ ওপৰত অধিক ব্যয় কৰিছে ই সম্পূৰ্ণ ভুল | Assamese |
বজাৰত আহিছে হিটাৰ জেকেট আপুনি বুটাম টিপিলে প্ৰচণ্ড শীততো ঘাম ওলাব | Assamese |
ফুটবলৰ জ্বৰ নিজৰ অস্ত্ৰোপচাৰৰ সময়ত এজন ব্যক্তিয়ে উপভোগ কৰিলে ফিফা বিশ্বকাপৰ ৱেলছ আৰু ইৰাণৰ মাজৰ খেল | Assamese |
পৃথিৱীৰ একমাত্ৰ উতলা পানীৰ নদী যদি আপুনি এক মিনিটৰ বাবে আপোনাৰ আঙুলি ডুবাই ৰাখে তেন্তে আৰু ৰক্ষা নাই | Assamese |
গেছৰ বাবে ৰাছিয়াৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ ঋষি চুনাকে জো বাইডেনৰ সৈতে মিলালে হাত | Assamese |
হত্যাৰ আশংকাত ভুগিছে এলন মাস্ক তেওঁ কয় যে কোনোবাই তেওঁক গুলীয়াব পাৰে | Assamese |
জনপ্ৰিয় গ্ৰন্থ চিটী অৱ জয় ফ্ৰীডম এট মিডনাইট ৰ লেখক ডমিনিক লেপিয়েৰৰ ৯১ বছৰ বয়সত মৃত্যু | Assamese |
উত্তৰ কোৰিয়াৰ স্বৈৰাচাৰী শাসক কিম জঙে দেশত জাৰি কৰিলে অদ্ভুত নিয়ম সন্তানৰ নাম ৰাখিব লাগিব বোমা চেটেলাইট আৰু বন্দুক | Assamese |
পুনৰ চৰ্চাত ইলন মাস্ক এইবাৰ হাণ্টাৰ বাইডেন ষ্টৰী ৰ ওপৰত টুইটাৰৰ প্ৰাক্তন বিষয়াসকলৰ খুলিব মুখা | Assamese |
৯ মাহৰ যুদ্ধত ১৩ হাজাৰ ইউক্ৰেইনী সেনাৰ মৃত্যু বিপৰীতে কিমান ৰুছ সেনাই হেৰুৱালে প্ৰাণ | Assamese |
চীনত ক ৰোনা সংক্ৰমণৰ পৰা কোনো সকাহ নাই প্ৰতিবাদৰ মাজতে দিনটোত আক্ৰান্তৰ সংখ্যা প্ৰায় ৩৫ হাজাৰ | Assamese |
কৰোনাৰ পাছত এই জম্বি ভাইৰাছে পৰৱৰ্তী মহামাৰী আনিব নেকি ফৰাচী বিজ্ঞানীসকলৰ কৰা দাবী সম্পৰ্কে জানো আহক | Assamese |
জলবায়ু পৰিৱৰ্তনৰ বাবে শীতকালত সামান্য বা বৰফ নোহোৱাকৈ কটাব পৰ্বতবোৰে | Assamese |
কাটাৰত ফুটবল বিশ্বকাপৰ সৈতে অনুষ্ঠিত হৈছে আন এক বিশ্বকাপ জানো আহক | Assamese |
ফিফা বিশ্বকাপ ফুটবলৰ দৰ্শকক লৈ ইছলামিক দেশ কাটাৰৰ কঠোৰ নিয়মক প্ৰত্যাহ্বান জনাই মডেলে পিন্ধিলে চুটি সাজ বিকিনি | Assamese |
আমেৰিকাৰ পিছত এইবাৰ বেলজিয়ামৰ সহায়ত হাত ইউক্ৰেইনলৈ | Assamese |
বিজ্ঞানীসকলৰ ৪৮৫০০ বছৰ ধৰি বৰফৰ তলত পুতি থোৱা জম্বি ভাইৰাছ উদ্ধাৰ | Assamese |
ৰাছিয়াৰ আক্ৰমণ আৰু শীতৰ প্ৰকোপ ইউক্ৰেইনত টৰ্চলাইটৰ পোহৰত ৰোগীৰ অস্ত্ৰোপচাৰ কৰা হৈছে | Assamese |
শিশু অৱস্থাত অপহৃত হৈছিল তেওঁ ৫১ বছৰৰ পিছত পৰিয়ালৰ সৈতে পুনৰ মিলন | Assamese |
পঞ্জাৱৰ চাহাৰপুৰত বিএছএফৰ গুলীবৰ্ষণত ভূপতিত পাকিস্তানী ড্ৰ ন পঞ্জাৱ সীমান্তত ড্ৰাগছৰ চোৰাং সৰবৰাহৰ প্ৰচেষ্টা বিফল | Assamese |
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ কন্যা অনুষ্কাৰ কুচিপুড়ী পৰিৱেশন লণ্ডনৰ নৃত্য মহোৎসৱত | Assamese |
অষ্ট্ৰেলিয়াৰ বণ্ডি সমুদ্ৰতীৰত এদিনৰ বাবে একেলগে নাঙঠ হ ল ২৫০০ লোক কিন্তু উদ্দেশ্য মহৎ জানক সবিশেষ | Assamese |
ৰাছিয়াৰ মিছাইল আক্ৰমণৰ দ্বাৰা বিদ্যুৎ কৰ্তনৰ পিছতো ইউক্ৰেইনৰ চিকিৎসকসকলে অব্যাহত ৰাখে অস্ত্ৰোপচাৰ ভিডিঅ ভাইৰেল | Assamese |
সৰ্বাধিক টেটু পিয়েচিং বডী মডিফিকেচনেৰে বিশ্ব অভিলেখৰ গৰাকী আৰ্জেণ্টিনাৰ গেব্ৰিয়েলা আৰু ভিক্টৰ হুগো পেৰাল্টা | Assamese |
বেইজিং চাংহাই বন্ধ লকডাউন ঘোষণা ঝেংঝোত চীনত পূৰ্বতকৈ দ্ৰুত হাৰত বৃদ্ধি পাইছে ক ৰোনা সংক্ৰমণ | Assamese |
কোন দেশত চৰকাৰে নিষিদ্ধ কৰিলে গোলগাপ্পা পঢ়ক সামাজিক মাধ্যমত মানুহৰ কেনে প্ৰতিক্ৰিয়া | Assamese |
আৰ্জেণ্টিনাৰ বিৰুদ্ধে জয়ৰ বৃহৎ উদযাপন বুধবাৰে চৌদি আৰৱত ৰাষ্ট্ৰীয় বন্ধ ঘোষণা | Assamese |
ৰিখটাৰ স্কেলত কম্পনৰ প্ৰাবল্য ৬ ভূমিকম্পই জোকাৰি গল তুৰস্ক | Assamese |
২৫ লাখ টকা লওক আৰু এই চহৰখনত থিতাপি লওক ইয়াত মানুহক থকাৰ বাবে এই প্ৰস্তাৱ দিয়া হৈছে | Assamese |
এলন মাস্কে ২০২২ চনত প্ৰতিদিনে ২৫০০ কোটি টকা হেৰুৱাইছে এতিয়ালৈকে প্ৰায় ৮ লাখ কোটি টকা হেৰুৱাইছে | Assamese |
এমাজনৰ প্ৰতিষ্ঠাপকৰ সাৱধানতাবাণী আহিব আৰ্থিক মণ্ডাৱস্থা ভাবিচিন্তি কৰিব এই কাম | Assamese |
এলন মাস্কৰ টুইটাৰৰ পৰা মহিলা সন্ধানহীন সামাজিক মাধ্যমত সৰৱ চৰ্চা বিভিন্নজনৰ প্ৰশ্ন | Assamese |
ইণ্ডোনেছিয়াত ভয়ংকৰ ভূমিকম্প ৫৬ প্ৰাবল্যৰ জোকাৰণিত প্ৰায় ২০ জনৰ মৃত্যু ৩০০ জন আহত | Assamese |
আজিৰে পৰা বহুপ্ৰতীক্ষিত কাটাৰ ফিফা বিশ্বকাপ ২০২২ গুগলে প্ৰস্তুত কৰিলে আকৰ্ষণীয় ডুডল | Assamese |
টুইটাৰত ইলন মাস্কৰ পুনৰ ছাঁটাই অভিযান সোমবাৰে আকৌ বৃহৎসংখ্যক কৰ্মচাৰীক চাকৰিৰ পৰা কৰা হ ব বৰ্খাস্ত | Assamese |
টুইটাৰত কৰ্মচাৰীসকলৰ পদত্যাগৰ বিশৃংখলতাৰ মাজতেই ইলন মাস্কৰ নতুন নীতিৰ প্ৰস্তাৱ | Assamese |
হঠাৎ বন্ধ হ ল টুইটাৰৰ কাৰ্যালয় কাৰ্যালয়ৰ বাহিৰত সকলো কৰ্মচাৰী | Assamese |
দিল্লীৰ শ্ৰদ্ধা কাণ্ডৰ দৰে ঘটনা প্ৰেমিকাক হত্যা কৰি শৰীৰৰ অংগ বিচ্ছিন্ন কৰাৰ চেষ্টা প্ৰেমিকৰ | Assamese |
ন মানী ফৰ টেৰৰ সন্মিলনত পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদৰ ওপৰত মোডী আৰু শ্বাহৰ ডাবল পাঞ্চ | Assamese |
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী ২ মাহৰ ভিতৰত ভাৰতত হব পাৰে এই ডাঙৰ বিপদ | Assamese |
টুইটাৰ মেটাৰ পাছত এইবাৰ আমাজন বৃহৎ সংখ্যক কৰ্মচাৰী কমোৱাৰ প্ৰক্ৰিয়া আৰম্ভ | Assamese |
এতিয়া টুইটাৰক কম সময় দিব ইলন মাস্কে কোম্পানীটোৱে শীঘ্ৰেই লাভ কৰিব এজন নতুন নেতা | Assamese |
মোদীচুনাকৰ সাক্ষাতৰ পিছতে ভাল খবৰ ৩০০০ ভাৰতীয় যুৱকলৈ ব্ৰিটেইন ভিছা প্ৰদানৰ অনুমোদন ইউকেৰ | Assamese |
২০২৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ঘোষণা ডনাল্ড ট্ৰাম্পৰ | Assamese |
আমেৰিকাই টাটা গ্ৰুপৰ মালিকানাধীন এয়াৰ ইণ্ডিয়াৰ ওপৰত কিয় ১২১৫ নিযুত ডলাৰ জৰিমনা আৰোপ কৰিছে | Assamese |
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ছি জিনপিঙে ইণ্ডোনেছিয়াত হাত মিলাইছে কি হ ল জানেনে | Assamese |
আজি বিশ্ব মধুমেহ দিৱস জানক এই বৰ্ষৰ বিষয়বস্তু ইতিহাস আৰু তাৎপৰ্য্য | Assamese |
ইস্তানবুলৰ ব্যস্ত ৰাজপথত আত্মঘাতী বিস্ফোৰণ ৬জনৰ মৃত্যু | Assamese |
টুইটাৰে ৮ ডলাৰ চাবস্ক্ৰিপশ্বন প্ৰগ্ৰাম স্থগিত কৰিছে ভুৱা একাউণ্টৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে এই সিদ্ধান্ত | Assamese |
দিনত ১৬ ঘণ্টা কাম কোনো নাই বিনামূলীয়া খাদ্য নাই এলন মাস্কৰ কৰ্মচাৰীৰ কি দশা হৈছে | Assamese |
ইউক্ৰেইনৰ পৰা উভতি অহা ভাৰতীয় মেডিকেল শিক্ষাৰ্থীসকলক শিক্ষাগ্ৰহণ কৰিবলৈ সুযোগ দিলে ৰাছিয়াই | Assamese |
মালেত ভয়ংকৰ অগ্নিকাণ্ড নিহত ৯ জন ভাৰতীয় শ্ৰমিক মালদ্বীপৰ বৈদেশিক মন্ত্ৰীৰ শোক প্ৰকাশ | Assamese |
ইলন মাস্কৰ তীব্ৰ চাপ টুইটাৰৰ কৰ্মচাৰীসকলে কাৰ্যালয়তে শুব লগা হৈছে নেকি ফটো ভাইৰেল | Assamese |
ফেচবুকৰ মূল কোম্পানীয়ে ১১ হাজাৰ কৰ্মচাৰীক বৰ্খাস্ত কৰিছে ক্ষমা বিচাৰিছে জুকাৰবাৰ্গে | Assamese |
টেছলাৰ মালিক ইলন মাস্কৰ সম্পত্তিৰ ২০০ বিলিয়ন ডলাৰৰ তললৈ হ্ৰাস পাইছে | Assamese |
টুইটাৰৰ পিছত এইবাৰ মেটা আজিৰে পৰা কোম্পানীটোৰ হাজাৰ হাজাৰ কৰ্মচাৰীক কৰা হ ব বৰ্খাস্ত | Assamese |
পুৱতি নিশা নেপালত সংঘটিত ভূমিকম্পৰ পিছতেই দিল্লীউত্তৰ প্ৰদেশকে ধৰি বহু অঞ্চলত অনুভৱ কৰা হয় তীব্ৰ কম্পন | Assamese |
পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিজনে টুইটাৰ ক্ৰয় কৰাৰ পিছত শান্তিৰে শুব পৰা নাই | Assamese |
কোনো জেকপট বিজয়ী নোহোৱাকৈ $১৯ বিলিয়ন বিশ্ব ৰেকৰ্ড পুৰস্কাৰলৈ বৃদ্ধি হৈছে | Assamese |
ৰ নতুন ছিষ্টেম তকৈ ভাল হ ব ৪২ মিনিটৰ ভিডিঅ আপলোড কৰিব পাৰিব উপাৰ্জনো কৰিব পাৰিব | Assamese |
ব্ৰিটেইনে দাবী কৰে যে ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইন যুদ্ধৰ পৰা প্ৰত্যাহাৰ কৰা সৈনিকসকলক গুলীয়াই হত্যা কৰিবলৈ নিৰ্দেশ দিছে | Assamese |
বাংলাদেশৰ ঢাকাৰ শিল্পকলা একাডেমী আৰু ব্যতিক্ৰম মাছডোৰ যৌথ উদ্যোগত ড০ ভূপেন হাজৰিকাৰ একাদশ মৃত্যু বাৰ্ষিকী পালন | Assamese |
পুৰুষৰ আনুগত্য পৰীক্ষা কৰাৰ চাকৰি সুন্দৰী যুৱতীৰ বাবে ছ চিয়েল মিডিয়াত কৰ্মসংস্থাপনৰ ডাঙৰ অফাৰ | Assamese |
ইমৰাণ খানে ক লে কোন জড়িত থাকিব পাৰে এই আক্ৰমণত ল লে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ নামো | Assamese |
ইমৰাণ খানৰ আক্ৰমণকাৰীয়ে কি ক লে কেমেৰাৰ সন্মুখত কিয় হত্যাৰ চেষ্টা কৰিছিল ইমৰাণ খানক | Assamese |
ইমৰাণ খানলৈ গুলীচালনা কৰা সন্দেহজনক আক্ৰমণকাৰীক গুলিয়াই হত্যা প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ অৱস্থা বিপদমুক্ত ঘোষণা | Assamese |
ইমৰান খানৰ ঘনিষ্ঠ সহায়কে প্ৰকাশ কৰিছে যে আক্ৰমণকাৰীয়ে লৈ সমদললৈ আহিছিল | Assamese |
ইমৰাণ খানৰ সমাৱেশত গুলীচালনা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনলৈ লক্ষ্য কৰি চলাইছিল গুলি | Assamese |
পুটিন অসুস্থ নেকি ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ক লা হাতৰ ফটোৱে কি বাতৰি কঢ়িয়াই আনিছে | Assamese |
ৰ পিছত ইনষ্টাগ্ৰামত এতিয়া সমস্যা হৈছে ব্যৱহাৰকাৰীসকলে দাবী কৰিছে বহুতো একাউণ্ট একেলগে ছাচপেণ্ড কৰা হৈছে | Assamese |
টুইটাৰৰ নীলা ভেৰিফিকেচন বেজ ৰ বাবে এতিয়াৰ পৰা ভৰিব লাগিব ধন প্ৰতি মাহে আদায় দিব লাগিব ২০ ডলাৰ | Assamese |
ফিলিপাইনছত ধুমুহা নালগে ফলত প্ৰচণ্ড বৃষ্টিপাত ৪৭ জন নিহত বহু লোক সন্ধানহীন | Assamese |
পৃথিৱীৰ কাষেৰে পাৰ হ ব এটা উল্কাপিণ্ড আকাৰ বুৰ্জ খলিফাৰ সমান কিমান বিপদজনক হ ব এই গ্ৰহাণু | Assamese |
ছোমালিয়াৰ ৰাজধানী মোগাদিশুত দুটাকৈ বোমা বিস্ফোৰণ ১০০ জন নিহত ৩০০ ৰো অধিক আহত | Assamese |
দক্ষিণ কোৰিয়াৰ হেলোইন পাৰ্টিত দৌৰাদৰিৰ ফলত হৃদৰোগত আক্ৰান্ত হৈ শতাধিক লোকৰ মৃত্যু | Assamese |
পৰাগ আগৰৱালাক টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া পদৰ পৰা কিয় অপসাৰণ কৰা হৈছে ৫ টা মুখ্য কাৰণ জানক | Assamese |
টুইটাৰ অধিগ্ৰহণ সম্পূৰ্ণ ইলন মাস্কৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালসহ অন্যান্য শীৰ্ষ বিষয়াসকলক চাকৰিৰ পৰা বৰ্খাস্তৰ তথ্য | Assamese |
ঋষি সুনকে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত নাথাকে এটা সৰু ফ্লেটলৈ স্থানান্তৰিত হ ব কাৰণটো কি | Assamese |
চিত্ৰাং ৰ সংহাৰী ৰূপ বাংলাদেশত ৯ জনৰ মৃত্যু আহত বহুজন ৬০ খন বিমান বাতিল | Assamese |
ৰজা তৃতীয় চাৰ্লছে ঋষি সুনকক ব্ৰিটিছ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত কৰে | Assamese |
৫৬ বছৰীয়া মহিলাৰ সৈতে এংগেজমেণ্ট ১৯ বছৰীয়া লাৰ ইণ্টাৰনেটত হুলস্থুল | Assamese |
বিশ্বৰ আটাইতকৈ অপৰিস্কাৰ ব্যক্তি গৰাকীৰ ৯৪ বছৰ বয়সত মৃত্যু অসুস্থ হোৱাৰ ভয়ত স্নান কৰা নাছিল বিগত ৫০ বছৰ | Assamese |
ইউকেৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী ঋষি চুনাকক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন | Assamese |
হোৱাইট হাউচত পত্নীসহ দেৱালী উদযাপন আমেৰিকাৰ ৰাষ্ট্ৰপতি জ বাইডেনৰ | Assamese |
আহি আছে ছিত্ৰাং উত্তৰপূবত সাগৰীয় ধুমুহা প্ৰভাৱ জোঁকাৰি যাব নেকি অসমকো | Assamese |
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত ঋষি সুনক ব্ৰিটেইনৰ প্ৰথমজন ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী ঋষি | Assamese |
আমেৰিকাৰ উপৰাষ্ট্ৰপতি কমলা হেৰিছে ৱাশ্বিংটনত উদযাপন কৰিলে দীপাৱলী | Assamese |
অসাৰ আত্মনিৰ্ভৰ ভাৰতদীপাৱলীত ভাৰতত চীনে বিক্ৰী কৰিলে ২৬৪৩৮৫কোটি টকাৰ সামগ্ৰী | Assamese |
আজি ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হব পাৰে ভাৰতীয় মূলৰ ঋষি চুনক | Assamese |
অভিলেখ সৃষ্টি কৰি তৃতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত জি জিনপিঙ পাকিস্তানৰ প্ৰধানমন্ত্ৰী পুটিন আৰু কিম জং উনে জনালে শুভেচ্ছা | Assamese |
প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত দামী ঘড়ী অলংকাৰ হৰলুকী কৰাৰ অভিযোগত পাকিস্তানৰ নিৰ্বাচন আয়োগে নিষিদ্ধ কৰিলে ইমৰাণ খানক | Assamese |
পুটিনে এতিয়া ইণ্টাৰনেটৰ তাঁৰ কাটিব নেকি ৰাছিয়াৰ গুপ্তচৰ জাহাজখন ইউকে উপকূলত দেখা গৈছে | Assamese |
বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ ২৫ অক্টোবৰত ৪ ঘন্টা ৩ মিনিটলৈ এই মহাজাগতিক পৰিঘটনা | Assamese |
দুদিনীয়া কাৰ্যসূচীৰে উত্তৰাখণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী | Assamese |
৪৫ দিনৰ পাছতেই পদত্যাগেৰে কম সময়ৰ প্ৰধানমন্ত্ৰী হিচাপে বিবেচিত লিজ ট্ৰাছ | Assamese |
গাম্বিয়াৰ পিছত ইণ্ডোনেছিয়াত কফ চিৰাপে বিধ্বংসী ৰূপ ধাৰণ কৰিছে ৯৯ টা শিশুৰ মৃত্যু | Assamese |
ব্ৰিটেইনৰ ৰাজনৈতিক সংকটৰ মাজতে গৃহ মন্ত্ৰী চুৱেলা ব্ৰেভাৰমেনে পদত্যাগ কৰে | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.