text
stringlengths
1
2.59k
language
stringclasses
10 values
তেওঁ তেওঁৰ কেৰিয়াৰ ২৫০ টকাৰে আৰম্ভ কৰিছিল এতিয়া তেওঁ ছবিত মুখ দেখুৱাই কোটি কোটি টকা উপাৰ্জন কৰে এই অভিনেতাজন কোন
Assamese
নিজৰ বিমান ২৫ কোটিৰ গাড়ী প্ৰিয়ংকাৰ সম্পত্তিয়ে বহুতো তাৰকাক পিছ পেলাব
Assamese
প্রাক্তন আৰু বর্তমানৰ পত্নীৰ সৈতে বিদেশ ভ্ৰমণত জাভেদফাৰহান বিৰল ছবিয়ে লগাইছে তোলপাৰ
Assamese
উদীয়মান অভিনেতা বিজয় শংকৰ শইকীয়া আৰু নাই
Assamese
শ্বাহৰুখ খানক তেওঁৰ আঘাতৰ পিছত ছেটত কেনে দেখা গৈছিল
Assamese
তিনি দশক ধৰি বৰাক উপত্যকাৰ সংগীত জগতত ৰাজত্ব কৰা চেংকং কাবুই
Assamese
শংকুৰাজৰ অলকানন্দা কোন জানেনে
Assamese
অৱশেষত অলকানন্দাক নিজৰ কৰি ললে শংকুৰাজে
Assamese
অভিনয়ৰ পৰা বিৰতি হঠাৎ সামান্থাৰ কি হ ল ঘূৰাই দিলে পাৰিশ্ৰমিক
Assamese
ৰবি শৰ্মাই সামৰিব অভিনয় জীৱন কিহৰ বাবে ললে এই সিদ্ধান্ত
Assamese
বিৰাট কোহলীৰ জ্যেষ্ঠ ভগ্নীক দেখিছেনে আপুনি চাওক বিৰাটৰ সৈতে শৈশৱৰ পুৰণি ফটো
Assamese
আলিয়া কিন্তু আলিয়া নহয় কোন এইজনী ছোৱালী ৯৯ শতাংশ লোকে চিনিব পৰা নাই ভাইৰেল ছবি
Assamese
২০ বছৰ ধৰি জন আব্ৰাহামৰ কেৰিয়াৰ ডুবি থকাৰ সময়ত কেনেকৈ তেওঁ প্ৰত্যাৱৰ্তন কৰিছিল সেয়া আশ্চৰ্যজনক
Assamese
বিদেশত দুৰ্ঘটনাত আহত শ্বাহৰুখ খান ততাতৈয়াকৈ হাস্পতালত ভৰ্তি
Assamese
মানুহক হঁহুৱাই কোটি কোটি টকা উপাৰ্জন ভাৰতীৰ সম্পত্তিৰ পৰিমাণ কিমান জানেনে
Assamese
কাৰ্বি সমাজত আধুনিক গীতৰ ধাৰা সৃষ্টি কৰা শিল্পীগৰাকী
Assamese
নতুন দৰাকইনা কৰণদৃশা হানিমুনলৈ গল তাৰ পিছে পিছে পিতৃ ছানী দেওলো স্তম্ভিত অনুৰাগী
Assamese
বেহৰবাৰী আউটপোষ্ট তৰামাইৰ অভিনয় আপুনি নিশ্চয় দেখিছে এইবাৰ শুনক তৰামাইৰ কণ্ঠ সম্পূৰ্ণকৈ নুশুনাকৈ থাকিব নোৱাৰিব আপুনি
Assamese
অভিনেত্ৰী বৰষা ৰাণীৰ সৈতে থকা এইজন শিশুক চিনি পাইছে নে বৰ্তমান সংগীত জগতৰ এগৰাকী জনপ্ৰিয় শিল্পী
Assamese
উড় জা কালে কাৱান গীতটি মুকলি ২ ঘণ্টাত বহু দৰ্শন লাভ উদিত নাৰায়ণৰ কণ্ঠত ছানী দেউল
Assamese
ঈদৰ দিনা সপৰিয়ালে ছলমান চাওক খান পৰিয়ালৰ কিছু অদেখা ছবি
Assamese
এতিয়াও চলি আছে তদন্ত সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ হঠাৎ বিস্ফোৰক তথ্য বিটাউনত হুলস্থুল
Assamese
আকৌ টিভিৰ পৰ্দাত দেখিব ৰামানন্দ সাগৰৰ ৰামায়ণ কেতিয়াৰ পৰা সম্প্ৰচাৰ হব এই জনপ্ৰিয় ধাৰাবাহিক
Assamese
বলীউডৰ এইগৰাকী ফ্লপ অভিনেতাই ছবি নকৰিলেও উপাৰ্জন কৰে কোটি টকা সুন্দৰী পত্নীৰ সৈতে কটায় বিলাসী জীৱন
Assamese
চিনিব পাৰিছেনে এই কণমানি পাইলটগৰাকীক এতিয়া বলীউদৰ ক্ৰাছ কোন কওকচোন
Assamese
দুঘণ্টা ধৰি আদালতৰ জিম্মাত স্বপ্না চৌধুৰী ২০ হাজাৰ টকা ভৰি ওলাল আদালতৰ পৰা গোচৰ কি
Assamese
নায়কৰ ৰূপত কমেডিয়ান কপিল শৰ্মা নন্দিতা দাসৰ কথাছবি জ্বিগাটো ৰ ট্ৰেইলাৰ মুকলি
Assamese
অনিল কাপুৰৰ অবিকল আমেৰিকাৰ শৰীৰচৰ্চাবিদ জন ইফাৰৰ ফটো ভাইৰেল ফটো শ্বেয়াৰ কৰি ক লে বলিউডে আমন্ত্ৰণ জনোৱালৈ অপেক্ষা কৰি আছো
Assamese
৫০ বছৰীয়া হল জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা
Assamese
মানসিক প্ৰশান্তি আৰু স্থিৰতা বিচাৰি চৌদি আৰৱৰ এজন ব্যক্তিয়ে ৪৩ বছৰত বিবাহপাশত আৱদ্ধ হ ল ৫৩ বাৰ
Assamese
ক্ৰয় কৰিবলৈ ডুবাই পালেগৈ কেৰালাৰ এজন ব্যক্তি টিকট আৰু ভিজাত ব্যয় কৰিলে ৪০ হাজাৰ টকা
Assamese
৬৬ বছৰীয়া এগৰাকী মহিলাৰ পেটৰ পৰা চিকিৎসকে উদ্ধাৰ কৰিলে ৫৫ টা বেটাৰী
Assamese
পদপথৰ গহণাৰ দোকানীৰ ৰূপত অভিনেতা সুনীল গ্ৰোভাৰ ছচিয়েল মিডিয়াত ভাইৰেল এই ভিডিঅ
Assamese
আৰু বেছি পৰ নাই ৰাণু মণ্ডলৰ বায়োপিক আহি আছে প্ৰথম লুক চাওঁক
Assamese
মালাইকা আৰোৰা অমৃতা আৰোৰাই ক ব নিজৰ ডাৰ্টী ছিক্ৰেটছ আৰু ব্যক্তিগত জীৱনৰ গোপন কথা আৰোৰা ছিষ্টাৰ্ছ ত মুখ খুলিব দুই ভনীয়ে।
Assamese
স্বামী চুৰি কৰিছিল ঐশ্বৰ্য্য ৰায়ে অভিষেক বচ্চনৰ বাবে আত্মহত্যাৰ চেষ্টা জাহ্নৱী কাপুৰৰ
Assamese
শ্বাহৰুখ খান অজয় দেৱগনৰ পৰা আলিয়ালৈকে বলীউডৰ তাৰকাসকলে প্ৰধানমন্ত্ৰী মোডীক জনালে তেওঁৰ জন্মদিনৰ শুভেচ্ছা
Assamese
শ্ৰীলংকাৰ জনপ্ৰিয় গায়িকা য়ুহানী এইবাৰ বলিউডত কি গানত কণ্ঠদান কৰিব য়ুহানীয়ে
Assamese
ব্ৰহ্মাস্ত্ৰ ৰ প্ৰথম সপ্তাহৰ বক্স অফিচ সংগ্ৰহ ৰণবীৰ কাপুৰ অভিনীত ছবিখনে বিশ্বব্যাপী উপাৰ্জনেৰে ৩০০ কোটিৰ ক্লাৱত প্ৰৱেশ
Assamese
ৰাজকুমাৰীৰ চৰিত্ৰত বলীউডৰ প্ৰথমখন চলচ্চিত্ৰত অভিনয় কৰিব সামান্থা ৰুথ প্ৰভুৱে ভেম্পায়াৰৰ চৰিত্ৰত অভিনয় কৰিব আয়ুষ্মান খুৰানাই
Assamese
মুকুল আনন্দৰ ১৯৯৭ চনৰ ছবি দচ্ ত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ চৰিত্ৰত অভিনয় কৰিবলৈ সন্মত হৈছিল ইমৰাণ খান ভাতৃ ৰাহুল আনন্দে কৰিলে প্ৰকাশ
Assamese
সামাজিক মাধ্যমত বিয়পি পৰা শিক্ষয়িত্ৰীছাত্ৰৰ ভাইৰেল ভিডিঅ টিৰ উৎস কি ভাইৰেলৰ পিছত কেনে প্ৰতিক্ৰিয়া শিক্ষয়িত্ৰী আৰু ছাত্ৰজনৰ অভিভাৱকৰ
Assamese
অমিতাভ বচ্চনে নাজানে মোমো কি চাটপানী পুৰী নহয় এই ফাষ্ট ফুডৰ অনুৰাগী হৈছে শ্বাহেনশ্বাহ
Assamese
ৰশ্মিকা মন্দান্নাক পাৰ্টনাৰ বুলি কৈ ফটো শ্বেয়াৰ কৰিলে কাৰ্তিক আৰিয়ানে অনুৰাগীয়ে কিউট যুটি বুলি দিলে মৰম
Assamese
অভিনেত্ৰী নোৰা ফাতেহীক মানি লণ্ডাৰিং গোচৰত ৫ ঘণ্টা ধৰি সোধাপোছা দিল্লী আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক সুধিলে কেইবাটাও প্ৰশ্ন
Assamese
আইপেডৰ মূল্যৰ বিৰোদ্ধে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক দিলে অভিযোগ মন্ত্ৰালয়ৰ আমোদজনক প্ৰত্যুত্তৰ ব্যক্তিজনক
Assamese
উৰ্বশী ৰৌটেলাই ঋষভ পন্তক খোজা নাছিল ক্ষমা ক লে কাৰ বাবে কৈছিল
Assamese
দ্বাদশ উত্তীৰ্ণসকললৈ বায়ুসেনাত অগ্নিবীৰ হোৱাৰ সুযোগ ১৭ মাৰ্চৰ পৰা আৰম্ভ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া
Assamese
অসম বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহৰ সামৰণি
Assamese
গাউনৰ পৰিবৰ্তে পৰম্পৰাগত পোছাক পিন্ধি শিক্ষাৰ্থীয়ে গ্ৰহণ কৰিলে ডিগ্ৰী
Assamese
সলনি হ ল অগ্নিবীৰ ৰ নিযুক্তি প্ৰক্ৰিয়া
Assamese
ভাৰতীয় সেনা বাহিনীত নিযুক্তিৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ ১৭ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈকে অনুষ্ঠিত কৰাৰ পৰিকল্পনা
Assamese
অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগত চাকৰি স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ ৯২৫৮টা পদ
Assamese
আয়কৰ বিভাগত কে ধৰি পৰিদৰ্শক হোৱাৰ সুযোগ দশম শ্ৰেণী স্নাতকসকলে আবেদন কৰক ১৪২ লাখ টকা পৰ্যন্ত দৰমহা
Assamese
দ্বাদশ উত্তীৰ্ণৰ বাবে বিদেশত পঢ়াৰ সুযোগ চৰকাৰে প্ৰদান কৰা বৃত্তিৰ বাবে আজিৰে পৰা আৰম্ভ হৈছে আবেদন
Assamese
অসম আৰক্ষীৰ পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি কেনেকৈ কৰিব ডাউনলোড
Assamese
নিয়োগ সংবাদ আয়কৰ বিভাগৰ ৭২ টা খালী পদৰ বাবে বিজ্ঞাপন
Assamese
৪৫১ টা কনিষ্টবলড্ৰাইভাৰ কাম পাম্প অপাৰেটৰৰ খালী পদৰ বিষয়ে জাননী জাৰি
Assamese
ভাৰতীয় সেনাত নিয়োগৰ বিজ্ঞপ্তি প্ৰকাশ কেনেকৈ কৰিব আবেদন এতিয়াই জানি লওক
Assamese
বিশ্ববিদ্যালয় অনুদান আয়োগৰ নতুন গাইডলাইন অনুসৰি পি এইচ ডিত নামভৰ্তি কেনেকৈ কৰিব
Assamese
ইউপিএছচিৰ চিভিল চাৰ্ভিছ মেইনছ পৰীক্ষা ২০২২ ৰ ফলাফল প্ৰকাশ কৰা হৈছে এনেদৰে চাওক আপোনাৰ ফলাফল
Assamese
অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বৃহৎ নিযুক্তি জানক কোন পদৰ বাবে কি যোগ্যতাৰ প্ৰয়োজন
Assamese
২০২৩ চনৰ শেষলৈকে কেন্দ্ৰীয় চৰকাৰৰ ১০ লাখ চাকৰি পাঁচ দফা অভিলাষী পৰিকল্পনা ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ
Assamese
প্ৰত্যক্ষ নিযুক্তিৰ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ ব এই তাৰিখে মুখ্যমন্ত্ৰীয়ে কৰিলে ঘোষণা
Assamese
কেন্দ্ৰীয় শিক্ষক যোগ্যতা পৰীক্ষাৰ বাবে আজিৰ পৰা আৰম্ভ হ ল আবেদন প্ৰক্ৰিয়া জানক যোগ্যতা আৰু আবেদন মাচুল
Assamese
ৰ প্ৰথম মেধা তালিকা ১৮ অক্টোবৰত প্ৰকাশ পাব সম্পূৰ্ণ নামভৰ্তি প্ৰক্ৰিয়াটো জানক
Assamese
৯ লাখ ৯৩ হাজাৰ যোগ্য ছাত্ৰছাত্ৰী আসন মাত্ৰ ৮৩ হাজাৰখন ভাৰতৰ মেডিকেল কলেজৰ আসনৰ অভাৱ কেতিয়া দূৰ হ ব
Assamese
আজি ঘোষিত হ ল ইনষ্টিটিউট অৱ বেংকিং পাৰ্চনেল চিলেকচন ২০২২ৰ ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল
Assamese
মেডিকেল কলেজত নামভৰ্তিৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত আৰু শিক্ষাৰ্থীসকলৰ বাবে সংৰক্ষণৰ অনুমোদন
Assamese
দশমদ্বাদশস্নাতক উত্তীৰ্ণৰ বাবে চাকৰিৰ সুন্দৰ সুযোগ মাহিলী দৰমহা ৩৫ হাজাৰ টকা পলম নকৰি সোনকালেই কৰক
Assamese
সর্বভাৰতীয় পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিলে অসমৰ মেধাৱী ছাত্রী অস্মিতা কাকতিয়ে
Assamese
বিএডত ৰূপায়ণ কৰা হ ব য়ে কৰি আছে পৰিৱৰ্তন
Assamese
দশম উত্তীৰ্ণৰ বাবে চাকৰি পলম নকৰিব আজি আবেদনৰ অন্তিম তাৰিখ
Assamese
মেট্ৰিকৰ মূল্যায়নক লৈ পুনৰ অথন্তৰ সাময়িকভাৱে মূল্যায়ন স্থগিত ৰাখিলে ছেবাই।
Assamese
দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতকৰ নামভৰ্তিৰ বাবে আবেদন কেতিয়া কৰিব পাৰিব কেতিয়া হ ব স্নাতকোত্তৰ আৰু ডক্টৰেট পাঠ্যক্ৰমৰ পঞ্জীয়ন বাতিল হ ব নেকি পৰীক্ষা
Assamese
দশম উত্তীৰ্ণৰ বাবে চাকৰিৰ সুন্দৰ সুযোগ অসম ৰাইফলছত চাকৰিৰ বাবে কৰিব পাৰিব আবেদন কেনেকৈ কৰিব জানি লওক
Assamese
জেইই মেইন পৰীক্ষাৰ চতুৰ্থ ছেচনৰ নতুন সময়সূচী ঘোষণা কৰিলে শিক্ষা মন্ত্ৰীয়ে
Assamese
দ্বাদশৰ পিছত শিক্ষাৰ্থীসকলে আয়ুৰ্বেদিক চিকিৎসক হ বলৈ কেনেদৰে আগবাঢ়িব লাগিব
Assamese
৩১ জুলাইৰ ভিতৰত প্ৰকাশ হ বনে ফলাফল য়ে ২২ জুলাইৰ ভিতৰত দ্বাদশৰ মূল্য়াংকন প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে বিদ্যালয়সমূহক
Assamese
কলা শাখাৰ শিক্ষাৰ্থীসকলে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত এই ১০ টা ৰ কথা চিন্তা কৰিব পাৰে
Assamese
কালিয়াকৈরে টিফিন খেয়ে ৫০০ শ্রমিক অসুস্থ, বিক্ষোভ
Bengali
সেমিফাইনাল বাধাও পেরিয়ে গেলেন লিসিকি
Bengali
সংসদে খালেদার অভিযোগের জবাব দিয়েছে ভারত
Bengali
পাসওয়ার্ড ভুলে যান!
Bengali
চলে গেলেন মাউস উদ্ভাবক
Bengali
অ্যান্ড্রয়েডের বড় ত্রুটির খোঁজ
Bengali
খালেদা দুষ্টু কথা বলেছেন: স্বরাষ্ট্রমন্ত্রী
Bengali
আরও ১১টি বিমা কোম্পানি অনুমোদন পেল
Bengali
সিএনজি স্টেশনে কাল থেকে অনির্দিষ্টকালের ধর্মঘট
Bengali
ওয়েবসাইটে মমতাজ-বাপ্পার গান (অডিও)
Bengali
পুনর্মিলনের আশায় কেটিকে ক্রুজের চিঠি
Bengali
ইলুলিয়ার থাকার ব্যবস্থা করলেন সালমান
Bengali
দুর্ঘটনায় আহত সাঈদ বাবু
Bengali
জীবনের সেরা সময় পার করছি: নেইমার
Bengali
মাউশির কর্মচারী নিয়োগে অনিয়মের অভিযোগ নিয়ে তদন্ত কমিটি
Bengali
‘নামকরা সংস্থার জরিপে জনপ্রিয় নেতা খালেদা-হাসিনা-তারেক’
Bengali
গাজীপুরে সেনা মোতায়েনের দরকার নেই: তোফায়েল
Bengali
থাইল্যান্ডের কাছে বাংলাদেশি জাহাজডুবি, নিখোঁজ ১০
Bengali
পরিমলের বিরুদ্ধে নির্যাতিত ছাত্রীর মায়ের সাক্ষ্য
Bengali
শীর্ষ দশে ফিরল ব্রাজিল
Bengali