text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
ম্যানমাৰৰ কাম্বালু চহৰত সেনাৰ বিমান আক্ৰমণ বোমা বৰ্ষণত নিহত কেইবাটাও শিশুসহ শতাধিক লোক | Assamese |
পৃথিৱীৰ এই ৬ ঠাইত সূৰ্য কেতিয়াও ডুব নাযায় মানুহে কম টোপনি যায় ৰাতি ৰ দ থাকে | Assamese |
নেপালৰ নতুন ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত ৰাম চন্দ্ৰ পৌড়েল | Assamese |
ঢাকাৰ গুলিস্তানত ৫ মহলীয়া অট্টালিকাত ভয়ংকৰ বিস্ফোৰণ ১৫ জন লোক নিহত ১০০ জন লোক আহত | Assamese |
পুনৰ ডাউন টুইটাৰ এসপ্তাহতে দ্বিতীয়বাৰৰ বাবে টুইটাৰ ডাউনে ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ ব্যৱহাৰকাৰীক পেলালে সমস্যাত | Assamese |
৫০ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ ল আন্দামান নিকোবৰ দ্বীপপুঞ্জক | Assamese |
পেৰিছ ফেশ্বন উইক ২০২৩ত নুনী পাট ৰ চমক ব্যাপক সমাদৰ লাভ সংযুক্তা দত্তৰ নৱতম ফেশ্বন সম্ভাৰৰ শ্ব চিকিমিকি ৰ | Assamese |
ভয়ানক শব্দপোহৰ আজিও কোনো মানুহে এই পৰ্বত আৰোহণ কৰিবলৈ সক্ষম হোৱা নাই কাৰণ জানিলে আপুনি হতবাক হ ব | Assamese |
আজি বিশ্ব বন্যপ্ৰাণী দিৱস এই দিৱস পালন কৰাৰ উদ্দেশ্য তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক | Assamese |
এগৰাকী ৭৫ বছৰীয়া বৃদ্ধৰ প্ৰশংসনীয় পদক্ষেপ | Assamese |
বিশ্বজুৰি টুইটাৰ ডাউন চিন্তিত হাজাৰ হাজাৰ ব্যৱহাৰকাৰী ছ চিয়েল মিডিয়াত অভিযোগ | Assamese |
প্ৰায় ৫ মাহৰ মূৰত আন এক নতুন ৰূপত ৰাহুল গান্ধী এই ৰূপে দৃষ্টি আকৰ্ষণ কৰিছে নেটিজেনৰ | Assamese |
শোকাৱহ দুখন ৰেলৰ মুখামুখি সংঘৰ্ষত নিহত ২৬ জন আহত ৮৫ জনৰো অধিক লোক | Assamese |
প্ৰেমিকাৰ পৰা প্ৰেমিকে খালে এটুকুৰা ছিপচ খঙৰ ভমকত প্ৰেমিকাই তেওঁৰ ওপৰেৰে চলাবলৈ চেষ্টা কৰিলে গাড়ী আদালতৰ মজিয়া পালেগৈ সমগ্ৰ বিষয় | Assamese |
পাকিস্তানৰ বেলুচিস্তানত ভয়ংকৰ বিস্ফোৰণ চাৰিজনৰ মৃত্যু আহত ১৪জন | Assamese |
ইটালীত ভয়ংকৰ নাও দুৰ্ঘটনা কালাব্ৰিয়া উপকূলত অতি কমেও ৫৯ জন প্ৰব্ৰজনকাৰীৰ মৃত্যু | Assamese |
ৰাছিয়াইউক্ৰেইনৰ মাজৰ যুদ্ধৰ এটা বছৰ সম্পূৰ্ণ এবছৰেও অন্ত পৰা নাই ধ্বংস মৃত্যু আৰু শোকৰ পৰিৱেশৰ এই যুদ্ধৰ | Assamese |
তাজিকিস্তানত ৬৮ প্ৰাবল্যৰ ভূমিকম্প ইয়াৰ পিছতে আন দুটা ভূমিকম্পৰ জোকাৰণি | Assamese |
শুভ্ৰ হিমবাহৰ মাজত তেজৰঙা জলপ্ৰপাত ১০৬ বছৰৰ মূৰত ভেদ হল ৰহস্য | Assamese |
ইউক্ৰেইন কেতিয়াও ৰাছিয়াৰ বাবে এক বিজয় নহব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ বাইডেন | Assamese |
ৰাছিয়াৰ সংসদত পুটিন পশ্চিমীয়া দেশসমূহে ইউক্ৰেইন যুদ্ধ আৰম্ভ কৰিছিল কিন্তু ৰাছিয়াক পৰাস্ত কৰাটো অসম্ভৱ | Assamese |
১০০ বছৰ ধৰি বন্ধ হৈ থকা এটা ঘৰ এক মনোৰম স্থানত থকাৰ পিছতো ইয়াত কোনেও থাকিব নিবিচাৰে | Assamese |
পুনৰ ৬৪ প্ৰাবল্য়ৰ ভূমিকম্পই জোকাৰি গ ল দক্ষিণ তুৰস্ক | Assamese |
এই সপ্তাহত বিশাল উল্কাপিণ্ডই পৃথিৱীত আঘাত কৰিব পাৰে চিন্তা বাঢ়িছে এলন মাস্কৰো | Assamese |
ভাৰতীয় বিজ্ঞানীসকলে মঙ্গলগ্ৰহৰ বাবে বিশেষ ইটা নিৰ্মাণ কৰিছে ঘৰবোৰ সস্তীয়া প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ ব | Assamese |
সকলোকে আচৰিত কৰি ইউক্ৰেইন ভ্ৰমণ কৰিলে এঞ্জেলিনা জলীয়ে শৰণাৰ্থীসকলৰ সৈতে মধ্যাহ্ন ভোজন কৰে চিকিৎসালয়ত শিশুসকলৰ ল লে খবৰ | Assamese |
ইউক্ৰেইনৰ যুদ্ধ ৰুছ সেনাৰ নিদ্ৰা হৰণ কৰা ঘোষ্ট অব কীভ মৃত্যু মৃত্যুৰ পূৰ্বে ধ্বংস কৰিছিল ৪০খন বিমান | Assamese |
ত ৰ ছুনামি সংক্ৰমণ ইমান দ্ৰুতগতিত হৈছে যে কল্পনাও কৰিব নোৱাৰি | Assamese |
টুইটাৰৰ পিছত এইবাৰ এলন মাস্কৰ টাৰ্গেট কোকা কোলা | Assamese |
বেলুচিস্তানৰ প্ৰথম মহিলা আত্মঘাতী বোমাৰু যিয়ে কঁপাইছে পাকিস্তানচীনক | Assamese |
ৰ পৰা পৰাগ আগৰৱালে বিদায় ল ব নেকি টুইটাৰৰ ই কিয় কৈছে যে কোম্পানীটোৰ ভৱিষ্যত নাই | Assamese |
ভাৰতীয়সকলৰ পাছপোৰ্ট থাকিলে এই দেশলৈ যাত্ৰা কৰিবলৈ ট্ৰেঞ্জিট ভিছাৰ প্ৰয়োজন নাই | Assamese |
জল্পনাকল্পনাৰ অৱসান ৪৪ বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয় কৰিলে এলন মাস্কে | Assamese |
এলিয়েনৰ ভয়ত ঘৰৰ পৰা ওলাই নাহে মহিলা ভয় লাগে যদি অপহৰণ কৰি লৈ যায় | Assamese |
ৰ ক্ৰয়ৰ সপোন বাস্তৱায়িত হ বলৈ গৈ আছে ৪৩ বিলিয়ন ডলাৰৰ অফাৰত ব ৰ্ডৰ অনুমোদন লাভ | Assamese |
আহমেদাবাদত উপস্থিত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন ৰাছিয়াইউক্ৰেইনৰ যুদ্ধক লৈ ভাৰতৰ সঁহাৰি সন্দৰ্ভত ক লে এইদৰে | Assamese |
অমিক্ৰণৰ ফলত শিশুৰ মাজত শ্বাসতন্ত্ৰৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক গৱেষণাত প্ৰকাশ | Assamese |
সূৰ্যৰ পৰা ওলাইছে আলোক তৰংগ প্ৰচণ্ড গৰমৰ মাজতে এই সপ্তাহত ঘটিব পাৰে অঘটন | Assamese |
সৌৰ ধুমুহাৰ বাবে ক্ষতিগ্ৰস্ত হ ব পাৰে পৃথিৱী ই দিছে সকীয়নি | Assamese |
দুচকুৰে পৃথিৱীখন নেদেখাকৈয়ে তেওঁ চলাই নিছে জীৱনৰ ৰথ লগত কৃষ্ণৰ দৰেই এগৰাকী সাৰথি | Assamese |
আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস কাজিৰঙাৰ এখন বিশেষ গাঁৱলৈ যাওঁ আহক তাঁতশালত সপোন ৰচিছে গাঁৱৰ জীয়ৰীবোৱাৰীয়ে | Assamese |
এতিয়াৰে পৰা নলবেইৰা আপীক জোকাই নল ব নাকত পৰিব পাৰে লাঠীৰ কোব | Assamese |
চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰি বিনামূলীয়াকৈ সামগ্ৰী যোগান ধৰা বাবেই খেতিৰ প্ৰতি আগ্ৰহ কমিছে নেকি গ্ৰামাঞ্চলৰ ৰাইজৰ | Assamese |
নিৰাপত্তাহীন মহানগৰী ভৰলুমুখৰিহাবাৰীত দুটাকৈ চেইন চুৰিৰ ঘটনা | Assamese |
গৌৰীপুৰ কাণ্ডৰে জড়িত আন এজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ এতিয়ালৈকে ৭ দুৰ্বৃত্তক গ্ৰেপ্তাৰ ধুবুৰী আৰক্ষীৰ | Assamese |
মহানগৰীত পুনৰ এনকাউণ্টাৰ আৰক্ষীৰ গুলীত বিদ্ধ হ ল চিলনী চোৰ | Assamese |
উৎপাদন কম হৈছে খোৱা মানুহ বাঢ়িছে মূল্যবৃদ্ধিৰ জুইত আপোনাক ভস্মীভূত কৰি আনিছে কোনে | Assamese |
এছিয়াৰ দ্বিতীয় বৃহত্তম জলাশয় শনবিলত এতিয়া পৰ্যটকৰ ভিৰ | Assamese |
মৰাপাগলাদিয়া নৈৰ পাৰত উদ্ধাৰ বিজেপি নেতাৰ মৃতদেহ | Assamese |
দুমাহ পূৰ্বে তেওঁৰ পৰিচয় আছিল চৰকাৰী চাকৰিয়াল আজি পদপথৰ ব্যৱসায়ী | Assamese |
আগন্তুক স্বাধীনতা দিৱসৰ অংশ ৰূপে ৮ আগষ্টত প্ৰতি পঞ্চায়তত স্থাপন হ ব বিশেষ শিলা ফলক মুখ্যমন্ত্ৰী | Assamese |
ৰঙিয়াত ২৪ ঘণ্টাৰ ভিতৰত তিনিটাকৈ মৃতদেহ উদ্ধাৰ | Assamese |
কলিয়াবৰৰ বুঢ়াপাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা যাত্ৰীবাহী টেম্পু আৰু বলেৰ পিক্আপ বাহনৰ মুখামুখি সংঘৰ্ষত আহত ৮ জন যাত্ৰী | Assamese |
কেতিয়া মুকলি হ ব বহুপ্ৰতীক্ষিত মালিগাঁও উৰণীয়া সেঁতু তাৰিখ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই | Assamese |
যোৰহাটৰ জিলা আয়ুক্ত পুলক মহন্তলৈ কৰ্মশ্ৰী বটাঁ আৰু আন দুগৰাকী কৰ্মচাৰীলৈ অসম চৰকাৰৰ লোকসেৱা বঁটা ২০২৩ | Assamese |
কাঞ্চনজুৰি এনিমেল কৰিডৰত ৰহস্যজনক কাৰণত নিষ্ক্ৰিয় চেন্সৰ কেমেৰা | Assamese |
কোকৰাঝাৰ ছেইন্ট কলেজৰ হোষ্টেলত অঘটন সহপাঠীৰ সৈতে গা ধূবলৈ গৈ প্ৰাণ হেৰুৱালে এজন ছাত্ৰই | Assamese |
মেৰাপানীত মুন্নাভাইৰ আৰ্বিভাৱ হাতত কেচিকটাৰী লৈ গাঁৱে গাঁৱে ঘূৰি ফুৰে মুন্নাভাই | Assamese |
গৌৰীপুৰ শক্তি বিভাগৰ কৰ্মচাৰীক আক্ৰমণ কৰা আন এক দুৰ্বৃত্তক গ্ৰেপ্তাৰ বৰ্তমানলৈকে ৬ দুৰ্বৃত্তক গ্ৰেপ্তাৰ ধুবুৰী আৰক্ষীৰ | Assamese |
বৈদ্যনাথ ধামত ভক্তৰ আগমন অসমৰ পৰা বৈদ্যনাথ ধামলৈ যোৱা ভক্তৰ হৰিনামে মুগ্ধ কৰিব আপোনাকো | Assamese |
যোৰহাটৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ সন্দৰ্ভত কি কলে মুখ্যমন্ত্ৰীয়ে | Assamese |
অসমমিঞা ভাই ভাই মিঞা নাথাকিলে অসম নাথাকে ধুবুৰীত এই মন্তব্য বদৰুদ্দিন আজমলৰ | Assamese |
যোৰহাটত অস্ত্ৰশস্ত্ৰসহ বাহৰ পাতিছে ৩০ জনতকৈও অধিক উগ্ৰপন্থী সদস্যই ম্যানমাৰৰ পৰা আহি আশ্ৰয় লৈছে গোপন স্থানত | Assamese |
পাকৈত শিপিনী ৰূপত পঞ্চম শ্ৰেণীৰ ছাত্ৰ | Assamese |
ৰাজ্যত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী অসমৰ কোন ঠাইত বতৰ কি হব | Assamese |
ভয়ংকৰ পথ দুৰ্ঘটনা মাছ কঢ়িওৱা মহিন্দ্ৰা জিত বাহনে মহতিয়ালে বাইক | Assamese |
ৰ ওপৰত নাৰাজ বিগব্ৰাদাৰ বিজেপি মুখ্যমন্ত্ৰীসভাপতিক সাক্ষাৎ কৰিলে কোনে | Assamese |
চন্দ্ৰযান৩ৰ উৎক্ষেপণ পৰিচালনাৰ বিশেষ দায়িত্বত এগৰাকী অসম সন্তান | Assamese |
সমষ্টি পুনঃনিৰ্ধাৰণঃ অসমৰ ৰাজনীতিত এলাগী হ ব নেকি চাহ জনগোষ্ঠী | Assamese |
কৰিমগঞ্জৰ সুতাৰকান্দি ভাৰতবাংলাদেশ সীমান্তত জিলিকিব আই লাভ ইণ্ডিয়া | Assamese |
হিমাচল প্ৰদেশৰ ভয়ংকৰ দুৰ্যোগত আবদ্ধ অসমৰ এগৰাকী তবলা বাদক | Assamese |
নিচা এৰাবলৈ থোৱা নিচামুক্তি কেন্দ্ৰত কিদৰে মৃত্যু হ ল নৱজিত কলিতাৰ কোনে খুৱাইছিল কি টেবলেট | Assamese |
বনৰীয়া হাতীয়ে তহিলং কৰিলে ঘৰদুৱাৰ দুপেকেট ফটকাৰে দায়িত্ব সামৰিলে বন বিভাগে | Assamese |
প্ৰাক্তন বিধায়কৰ বাহনে মহটিয়াই নিলে দুই চাইকেলসহ কিশোৰক | Assamese |
ৰাহুল গান্ধীৰ সমৰ্থনত শিলচৰ জিলা কংগ্ৰেছৰ মৌন সত্যাগ্ৰহ পালন | Assamese |
চলন্ত বাহনত হঠাতে বন্যহস্তীৰ আক্ৰমণ কৰুণ পৰিণতিৰ সন্মুখীন শিশুসহ যাত্ৰা কৰা পৰিয়ালটো | Assamese |
কাজিৰঙাৰ ডুমজান গাঁৱত জলজীৱন মিচনৰ মৰণফান্দ | Assamese |
চৰকাৰজনপ্ৰতিনিধি কাৰো চকু নপৰা শিৱসাগৰৰ এখন গাঁও | Assamese |
হাবিবননিৰে ভৰি থকা গড় দৌললৈ বাৰিষা ভুলতো নাহিব চাওক এই প্ৰতিবেদন | Assamese |
২৬ বিৰোধী দলৰ উমৈহতীয়া মঞ্চ হ ব বিলুপ্তি ঘটিল ৰ | Assamese |
কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম্মেন চাণ্ডীৰ ৭৯ বছৰ বয়সত মৃত্যু | Assamese |
আপুনি ছাহাৰাত ধন বিনিয়োগ কৰিছিল যদি আপোনাৰ বাবে সুখবৰ ঘূৰাই পাব আপোনাৰ জমা ধন গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘোষণা | Assamese |
মাত্ৰ ২ মাহৰ প্ৰস্তুতিতে তনু জৈনৰ কাহিনী জানিলে আপুনিও অনুপ্ৰাণিত হ ব | Assamese |
টাৱাঙৰ চৰণীয়া পথাৰ মহোৎসৱ ভৰি পৰিল চাৰি শতাধিক য়াকেৰে | Assamese |
হিমাচলৰ কুল্লুত পুৱতি নিশাই ভয়ংকৰ ডাৱৰ বিস্ফোৰণ এজন নিহত ৩ জন আহত চাওক ফটো | Assamese |
জম্মুকাশ্মীৰত সেনাৰ এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী | Assamese |
পুনৰ বন্দে ভাৰত এক্সপ্ৰেছত আতংক পুৱাই ৰে লৰ দবাত হঠাৎ দাউদাউকৈ জ্বলিল জুই | Assamese |
বন্ধুৰ সৈতে ম ম খোৱাৰ চেলেঞ্জ কৰিবলৈ গৈ মৃত্যু যুৱকৰ | Assamese |
আনৰ ঘৰত কাম কৰি যোগান ধৰিছিল স্বামীৰ চাকৰিৰ পৰীক্ষাৰ প্ৰস্তুতিৰ খৰচ দামী চৰকাৰী চাকৰি পায়েই নতুন সংসাৰ স্বামীৰ | Assamese |
জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে যুঁজিবলৈ কৃষকক সক্ষম কৰাৰ পোষকতা | Assamese |
মন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ খুন্দাত উফৰি পৰিল এম্বুলেন্স ভয়ংকৰ দুৰ্ঘটনাৰ ভিডিঅ ভাইৰেল | Assamese |
চন্দ্ৰমাৰ দেশলৈ চন্দ্ৰযান৩ চন্দ্ৰযান নামৰ নেপথ্যত আছে বিশেষ কাৰণ জানেনে আপুনি | Assamese |
প্ৰেমৰ জোৰত বাংলাদেশৰ পৰা পলাই ভাৰত পালেহি প্ৰেমিকা তাৰ পিছত প্ৰেমি যি কৰিলে শুনিলে গাৰ নোম শিয়ৰি উঠিব | Assamese |
চন্দ্ৰৰ দেশলৈ ৰাওনা চন্দ্ৰযান৩ গৌৰৱৰ মুহূৰ্তৰ সাক্ষী হল কোটি কোটি ভাৰতবাসী | Assamese |
আকৌ জোনবাইৰ দেশলৈ যাবলৈ সাজু ভাৰত ঐতিহাসিক মুহূৰ্তৰ বাবে সাজু দেশ জানো আহক গৌৰৱময় চন্দ্ৰযানৰ বিষয়ে | Assamese |
২ লক্ষাধিক টকাৰ বিলাহীভৰ্তি বাহন দুৰ্ঘটনাত গাড়ীখন আবদ্ধ হৈ পৰাৰ পিছতে ভয়ংকৰ ঘটনা | Assamese |
প্ৰধানমন্ত্ৰী মোডীয়ে ১৩ জুলাইত মুখ্য অতিথি হিচাপে ফ্ৰান্স ভ্ৰমণ কৰিব তাৰ পিছতে কৰিব ভ্ৰমণ | Assamese |
অভিন্ন নাগৰিক সংহিতাক লৈ কোন পক্ষত মতামত দিলে অধিকাংশ মুছলমান মহিলাই ৰ বৃহৎ সমীক্ষা | Assamese |
হিন্দু ৰীতিনীতিক ভাল পাওঁ এতিয়া নিৰামিষভোজী পাকিস্তানী মহিলাৰ ভাৰতীয় জীৱনশৈলী | Assamese |
যদি বনভোজ বা নিশাৰ পাৰ্টীত অত্যাধিক খোৱাৰ ফলত হজমৰ সমস্যা হয় তেনেহ লে তাৰ পৰা এনেকৈ পৰিত্ৰাণ পাব | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.