text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
এদিনত কিমান নিমখ খাব লাগে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা কি | Assamese |
খিংখিঙীয়া হৈ পৰিছে আপোনাৰ প্ৰিয়জন শান্ত কৰাৰ তেনেই সহজ উপায় কেইটামান | Assamese |
গম নোপোৱাকৈ হৈ থাকিব পাবে বৃক্কৰ সমস্যা আগতীয়া লক্ষণবোৰৰ বিষয়ে জানি লোৱা উচিত | Assamese |
অবিশ্বাস্য পাঁচ দিনীয়া জীয়েকৰ হল পিৰিয়ডছ হতভম্ব মাতৃক হাস্পতালত চিকিত্সকে যি কলে | Assamese |
হৃদৰোগৰ পৰা উচ্চ ৰক্তচাপৰ সমস্যাৰ বাবে কল হৈছে আটাইতকৈ সহজ সমাধান এই ফলটো প্ৰতিদিনে খাওক | Assamese |
পছন্দ কৰে নেকি ফ্ৰ জেন ফুড তেন্তে জানি লওক স্বাস্থ্যৰ বাবে কেনে ক্ষতিকাৰক এই খাদ্য | Assamese |
দ্ৰুততাৰে ওজন কমাবলৈ বৃদ্ধি কৰক এনেদৰে মেটাবলিজম ৰেট ৫টা সহজ উপায় | Assamese |
ঠাণ্ডাৰ দিনবোৰত অতিমাত্ৰা চলাই আছে ৰুম হিটাৰ সাৱধান হওক স্বাস্থ্যৰ ভয়ংকৰ বিপদ হ ব পাৰে | Assamese |
অ মিক্ৰনত আক্ৰান্তৰ লক্ষণবোৰ কেনেকুৱা ৯০ শতাংশ ৰোগীৰ ক্ষেত্ৰতে দেখা গৈছে এনে লক্ষণ | Assamese |
শোৱাৰ সময়ত এই বস্তুবোৰ আপোনাৰ মূৰৰ ওচৰত ৰাখে নেকি আপুনি ভুল কৰিছে প্ৰকৃত কাৰণটো জানক | Assamese |
ব্ৰইলাৰ মুৰ্গীৰ মাংস নৰম আৰু সুস্বাদু কিন্তু ইয়াৰ ক্ষতিকাৰক দিশৰ বিষয়ে অৱগতনে আপুনি | Assamese |
এলো ভেৰা কেৱল ছালৰ উপকাৰতে নহয় সোৱাদতো উৎকৃষ্ট ইয়াৰ পাচলি এনেদৰে বনাওক | Assamese |
ভুলতেও এনে লোকে খাব নালাগে অমিতা নহ লে বিপদ অনিবাৰ্য জানি লওক বিজ্ঞানসন্মত কাৰণ | Assamese |
শৰীৰকো ফলিক এচিডৰ প্ৰয়োজন এই বস্তুবোৰেৰে এই অভাৱ পূৰণ কৰক | Assamese |
বাহি ৰুটি খালে ডাঙৰ ডাঙৰ ৰোগ আৰু উপসৰ্গক একেলগে বিদায় দিব পাৰিব কিন্তু আপুনি এই খাদ্যৰ সৈতে খাব লাগিব | Assamese |
স্নায়ুৰোগৰ পৰা ৰক্ত সঞ্চালনলৈকে সহায়কাৰী যদি আপোনাৰ আহাৰত সেউজীয়া জলকীয়া থাকে তেনেহ লে এই সমস্যাসমূহ সমাধান হ ব | Assamese |
এসপ্তাহতে হিমোগ্লোবিনৰ লেভেল বৃদ্ধি কৰি আইৰনৰ অভাৱ দূৰ কৰে এই খাদ্যই ঔষধৰ নাথাকে প্ৰয়োজন | Assamese |
মাইনাফাগুণীয়েই এতিয়া শেষ ভৰসা | Assamese |
হাতীগাঁৱৰ জাভেদ আলী হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ হত্যাৰ আঁৰত সম্পৰ্কীয় ভাতৃ কিয় হত্যা কৰা হৈছিল জাভেদক | Assamese |
ৰিক্সা চলাই ৰামৰ জন্মভূমিলৈ অসমৰ এইজন ৰাম ভক্তই নিজৰ ৰিক্সাখনেৰেই ৰাওনা হল অযোধ্যালৈ | Assamese |
অসমৰ এইসমূহ স্থানত কনজাংটিভাইটিছৰ প্ৰাদুৰ্ভাৱ কেনেকৈ বাচি থাকিব এই ৰোগৰ পৰা জানি লওক | Assamese |
আজিও ৰাজ্যৰ ভিন্ন ঠাইত বৰষুণৰ সম্ভাৱনা গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী | Assamese |
চাকৰি নহয় চেলুনৰ ব্যৱসায়েৰে আন দহজনক স্বনিয়োজনৰ বাট দেখুৱাইছে এইজন উচ্চশিক্ষিত যুৱকে | Assamese |
হৃদয়বিদাৰক ঘটনা পোৱালিসহ তিনিটা বন্যহস্তীৰ কৰুণ মৃত্যু | Assamese |
ধুবুৰীত ৰ আৰু কৰ্মচাৰীক গুৰুলাগুৰুলকৈ প্ৰহাৰ অবৈধ বিদ্যুৎ সংযোগৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে ফলা খৰিৰে প্ৰহাৰ | Assamese |
ধেমাজিত কনজাংটিভাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি সজাগতা অৱলম্বন কৰিবলৈ স্বাস্থ্য বিভাগৰ আহ্বান | Assamese |
কাৰ্বি আংলঙৰ প্ৰভাত টেৰণৰ হাতত প্ৰাণ পাই উঠে কাৰ্বি জনজাতীয় সাজপোছাকে | Assamese |
শনিবাৰে বিজেপিৰ গুৰুত্বপূৰ্ণ বিষয়ববীয়া বৈঠক শুকুৰবাৰে গুৱাহাটীলৈ আহিব ৰবীন্দ্ৰ ৰাজু | Assamese |
সুৰাৰ ৰাগীত মত্ত হৈ ৭ বছৰীয়া ভাগিনীয়েকক ত্ৰিশূলেৰে হানিখুচি হত্যা মোমায়েকৰ | Assamese |
কাজিৰঙাত হাতী নে পদুম সমষ্টি পুনৰ নিৰ্ধাৰণত কলিয়াবৰ হ ব কাজিৰঙা | Assamese |
গুলী খায়ো ৰ মোবাইল ক ত বিক্ৰী কৰিলে স্বীকাৰ কৰা নাই অভিজিতে | Assamese |
ৰে লৰ এ চি দবাত যান্ত্ৰিক বিজুতি অসমৰ এটা ৰে লপথত ঘটে সঘনাই এই ঘটনা | Assamese |
ভৰত দাসক আপুনি হয়তো চিনি নাপায় নিজৰ ভৰিত নিজে থিয় দিয়া ভৰতৰো আছে আন এক কাহিনী | Assamese |
হাতৰ অনুমানত দোকান চলোৱা বিশেষভাৱে সক্ষম এজন যুৱক তেওঁৰ জীৱন সংগ্ৰাম হৈ পৰিছে বহুজনৰ বাবে আদৰ্শ আৰু প্ৰেৰণা | Assamese |
শিলচৰত অল আছাম মেজৰ প্ৰাইজ মানি ৰেংকিং টেবুল টেনিছ চেম্পিয়নশ্বিপ আৰম্ভ | Assamese |
মাতৃপুত্ৰৰ সংগীত চৰ্চামাতৃৰ সান্নিধ্যতেই সৰুতে সংগীত চৰ্চা কৰা আশীষ এতিয়া জিলিকিছে | Assamese |
৮ লাখ টকাৰ বিনিময়ত গুৱাহাটীত অভিযন্তাক হত্যা চাৰি অভিযুক্ত আৰক্ষীৰ জালত | Assamese |
ৰাজ্যত দিন দুপৰতে দুটাকৈ ভয়ংকৰ ডকাইতি কাণ্ড গাড়ীৰ গ্লাছ ভাঙি লুটি নিলে ১৯ লাখ টকা | Assamese |
কি বিচাৰে ত্ৰিপুৰাৰ জনজাতীয় ৰাইজে কাৰ হাতলৈ যাব ত্ৰিপুৰাৰ ক্ষমতাৰ বাঘজৰী বিজেপিয়ে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিবনে জনজাতীয় অঞ্চলত | Assamese |
৫ বছৰ আগত চকুৰ কুটা দাঁতৰ শাল ৫ বছৰ পিছত আকৌ বুকুৰ কুটুম বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত ত্ৰিপুৰাত কংগ্ৰেছচিপিএমৰ মিত্ৰতা | Assamese |
নাগালেণ্ডত কোনে মাৰিব শেষ হাঁহি নিৰ্বাচনী প্ৰচাৰত নামিব প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ লগতে ৰ নেতৃত্ব | Assamese |
পিতৃ জি পি সিঙক ছ্যেলুট কন্যা ঐশ্বৰ্য্যৰ পিতৃয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ভিডিঅ | Assamese |
অসমৰ নতুন ৰাজ্যপাল হব গোলাব চান্দ কাটাৰিয়া ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অসমকে ধৰি মুঠ ১৩ খন ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি | Assamese |
মেঘালয় বিধানসভা নিৰ্বাচনত কাৰ হ ব চৰকাৰ | Assamese |
মাৰাঠী ভাষাত ড° ভূপেন হাজৰিকাৰ গীত মুম্বাই অসম এছ চিয়েচনৰ উদ্যোগত ভূপেন দাৰ ১০টা কালজয়ী গীত মুকলি | Assamese |
ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে সম্ভেদ পোৱা গৈছে লিথিয়াম খনিৰ জম্মু কাশ্মীৰত আৱিস্কাৰ হৈছে ৫৯ লাখ টনৰ বিশাল লিথিয়াম ভাণ্ডাৰ | Assamese |
কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব দিল্লীমুম্বাই এক্সপ্ৰেছৱে | Assamese |
হিংসা এতিয়া ত্ৰিপুৰাৰ পৰিচয় নহয় বিজেপিয়ে ভয় আৰু হিংসামুক্ত কৰিলে ত্ৰিপুৰাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী | Assamese |
আজি ত্ৰিপুৰালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ১১ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত দুখন ৰেলী সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে | Assamese |
দুই মাণিকৰ পিছত এইবাৰ মাণিক্যৰ পাল তেওঁলোকেই দখল কৰিব ত্ৰিপুৰা দাবী মহাৰাজাৰ | Assamese |
এজন প্ৰেমিকে প্ৰেমিকাৰ বাবে নিৰ্মাণ কৰিলে এখন গোলাপ ফুলৰ বাগিচা প্ৰেমৰ এই আকৰ্ষণীয় কাহিনীটো পঢ়ক | Assamese |
অৱশেষত বিতৰ্কৰ অৱসান ৰ দিনা উদযাপনৰ অনুৰোধ প্ৰত্যাহাৰ কৰিলে কেন্দ্ৰীয় পশু কল্যাণ বৰ্ডে | Assamese |
দুখন বন্দে ভাৰত ট্ৰেইন মহাৰাষ্ট্ৰক উপহাৰ প্ৰধানমন্ত্ৰী মোদীৰ | Assamese |
১৬ প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিলে মনোনয়ন যুঁজত নামিব ১৮৪ প্ৰাৰ্থীয়ে | Assamese |
কৃষকৰ আত্মহত্যাৰ শীৰ্ষত মহাৰাষ্ট্ৰ কৃষকৰ আত্মহত্যাৰ ক্ষেত্ৰত ষষ্ঠ স্থানত অসম | Assamese |
য়ে গঢ়িলে ইতিহাস শ্ৰীহৰিকোটাৰ পৰা ৰকেটৰ সফল উৎক্ষেপণ ৩টাকৈ ক্ষুদ্ৰ কৃত্ৰিম উপগ্ৰহ কক্ষপথত সফলতাৰে স্থাপন | Assamese |
এইবাৰ ৮ প্ৰাক্তন ছাত্ৰ নেতাই নাগালেণ্ড নিৰ্বাচনত কৰিছে প্ৰতিদ্বন্দ্বিতা | Assamese |
কেতিয়া সুলভ হ ব ৰন্ধন গেছৰ মূল্য পেট্ৰলিয়াম মন্ত্ৰীয়ে সংসদত ক লে এনেদৰে | Assamese |
ৰ পৰা পুনৰ নবীকৰণযোগ্য শক্তিলৈ ইউ পি ইনভেষ্টৰ ছামিটত মুকেশ আম্বানীয়ে জনালে এই পৰিকল্পনাৰ কথা | Assamese |
নগা পাহাৰত তুংগত নিৰ্বাচনী বতাহ কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন | Assamese |
ক্লিক কৰি থাকক পৰিষ্কাৰ কৰি থাকক হাতত ঝাড়ু লৈ নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলং | Assamese |
ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা বোকাজানত চাবোনৰ বাকচত উদ্ধাৰ হেৰ ইন | Assamese |
কামৰূপ আৰক্ষীৰ ৰ অভিযানত গুৱাহাটীত উচ্ছেদ এক বৃহৎ ড্ৰাগছৰ ঘাটি | Assamese |
গাড়ীৰ স্পেয়াৰ টায়াৰত ওলাল ৫ কোটি ৫০ লাখ টকাৰ মূল্যৰ হেৰোইন | Assamese |
ৰঙাঘৰৰ আলহী হল ৰাজহুৱা সম্পত্তি বিনষ্ট কৰা কাচেম আলী | Assamese |
বিয়া পাতি ৰঙাঘৰৰ আলহী হল এজন যুৱক বিয়াৰ পিছতে পলাই আছিল যুৱকজন কিন্তু কিয় | Assamese |
তিনিচুকীয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড স্বামীয়ে দা ৰে ঘপিয়াই হত্যা কৰিলে পত্নীক | Assamese |
শুকান মাছ বিক্ৰীৰ বাবে মাতি আনি জাগীৰোডত অপহৰণ মেঘালয়ৰ তিনি যুৱকক | Assamese |
মাজনিশা মূৰত স্বামীৰ কুঠাৰৰ আঘাত পেটত সন্তান লৈ মৃত্যুক সাবটিলে পত্নীয়ে | Assamese |
ৰঙাপৰাত স্বামীৰ হাতত প্ৰাণ গল পত্নীৰ হত্যাৰ পিছত দুখ প্ৰকাশ কৰিলে অভিযুক্ত স্বামীয়ে | Assamese |
কৰিমগঞ্জত দুটাকৈ বিদেশী পিষ্টলসহ তিনি যুৱকক আটক আৰক্ষীৰ | Assamese |
মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ জালত চাইবাৰ অপৰাধী মুস্তাকিন আলী | Assamese |
সৰস্বতী বৈদ্যৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য মীৰা ৰোড মাৰ্ডাৰৰ অভিযুক্ত মনোজ ছানে পজিটিভ আৰক্ষীৰ আগত দিলে স্বীকাৰোক্তি | Assamese |
বিজেপি নেতাৰ হত্যাত অভিযুক্ত কুখ্যাত গেংষ্টাৰক আদালতত গুলীয়াই হত্যা | Assamese |
কাজিৰঙাত ৰক্ষকেই ভক্ষকৰ ৰূপত অৱতীৰ্ণ বনকৰ্মী ৭টাকৈ কাছ ধৰি আটক ৩ | Assamese |
উৎকট গৰমত মাটিত শুই থাকোতেই ট্ৰাকৰ চেপাত প্ৰাণ গ ল দুজন লোকৰ | Assamese |
মহানগৰীৰ লালুংগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড পত্নীক হত্যা কৰি স্বামীয়ে বাকচত সুমুৱাই থ লে মৃতদেহ | Assamese |
নাগালেণ্ডত ৰ চেয়াৰমেনক হত্যা উত্তেজিত জনতাই জ্বলালে হত্যাকাৰীৰ ঘৰ | Assamese |
নাজিৰাত নৰবলিৰ চেষ্টা গুপ্তধনৰ সন্ধানত যুৱতীক বলি দিয়াৰ চেষ্টাৰ অভিযোগ | Assamese |
কামাখ্যা ৰে ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ সোণ | Assamese |
প্ৰেমিকাৰ অশ্লীল ফটো ভাইৰেল কৰি তামুলপুৰত ৰঙাঘৰৰ আলহী প্ৰেমিক | Assamese |
দুৰ্নীতি নিবাৰক শাখাৰ জালত সহকাৰী কৰ আয়ুক্ত বাসগৃহত উদ্ধাৰ ৬৫ লক্ষাধিক টকা | Assamese |
কম সময়তে অধিক টকা ঘটাৰ সপোন দেখুৱাই কেইবাশতাধিকক প্ৰৱঞ্চনাৰে লুটিলে বহু কোটি কৰিমগঞ্জ আৰক্ষীৰ জালত এহাল পিতাপুত্ৰ | Assamese |
কাৰ ভুলৰ বাবে প্ৰাণ হেৰুৱালে সাহসী আৰক্ষী বিষয়া জোনমণি ৰাভাই | Assamese |
বৃহৎ পৰিমাণৰ গাঞ্জাসহ চাৰি মহিলাক গ্ৰেপ্তাৰ বদৰপুৰ ৰে ল আৰক্ষীৰ | Assamese |
যোৰহাটত চোৰৰ ঘাটিত হঠাৎ আৰক্ষীয়ে চলালে অভিযান ছটা অভিযুক্তক গ্ৰেপ্তাৰ | Assamese |
বোকাজানৰ ডিলাইত জব্দ হেৰ ইন ডুমডুমাত ব্ৰাউন ছুগাৰসহ ৬ যুৱকক আটক | Assamese |
কাৰাগাৰৰ পৰাই হত্যাকাৰী পলাল সিন্ধি খান্দি তিনি নিষ্কৰ্মা বিষয়াই হেৰুৱালে চাকৰি | Assamese |
জালুকবাৰী আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান সন্দেহজনক হেৰ ইনভৰ্তি ৩০ টা কন্টেইনাৰ স্কুটী নগদ ধনসহ আটক এটা সৰবৰাহকাৰী | Assamese |
দামপুৰত হাজো আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান সন্দেহজনক হেৰ ইনসহ এজনক গ্ৰেপ্তাৰ | Assamese |
যেন চিনেমাহে অপহৃতক বন্দী কৰি ৰাখিলে অ চি ছাৰৰ ঘৰত অ চিৰ পত্নীয়ে ধৰিলে খোৱাৰ যোগাৰ | Assamese |
বদৰপুৰত টু এম এম পিষ্টল সতেজ গুলীসহ তিনি অস্ত্ৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ | Assamese |
চৰাইদেউ জিলাৰ মাহমৰাৰ টিমনত নাৰকীয় ঘটনা পিতৃৰ হাতত প্ৰাণ গল ১০ বছৰীয়া কন্যাৰ | Assamese |
প্ৰথম সমীক্ষাত আলিয়াৰণবীৰৰ চলচ্চিত্ৰখনক চুপাৰহিট পাৰিবাৰিক চিনেমা আখ্যা | Assamese |
আপুনি জানেনে স্কুলত গণিতত ৰণবীৰে কিমান নম্বৰ লাভ কৰিছিল ৰকি য়ে নিজেই লিক কৰিলে এই কথা | Assamese |
আহি আছে বেবী ৰানাৱট পৰিয়ালত নতুন সদস্যৰ অপেক্ষাত কংগনা ৰানাৱট | Assamese |
শ্ৰীদেৱী মাধুৰীৰ পৰা কাজললৈ কোনে ৯০ ৰ দশকত কোটি টকাতকৈ অধিক টকা পাইছিল আপুনি জানি আচৰিত হ ব | Assamese |
চকুৰ পলকতে নাইকীয়া হল কোটি কোটি টকা প্ৰতাৰণাৰ চিকাৰ বলীউদ অভিনেতা বিবেক অবেৰয় | Assamese |
১৯৯০ চনৰ পৰা ১৯৯৯ চনলৈ কোন আছিল বলীউডত শ্বাহৰুখঅজয় দেৱগন নহয় এইগৰাকী অভিনেতাই লৈছিল সৰ্বাধিক মাচুল | Assamese |
কোলাত মৃত সন্তান ডেলিভাৰীৰ পিছতে মৃত্যু পুত্ৰৰ বুকু ফাটি যোৱা যন্ত্ৰণা বলীউদৰ নায়িকাৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.