text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
অসম চৰকাৰে বৃহৎ বিনিয়োগৰ বাবে মাধমাৰ শোধাইছে খুচুৰা ব্যৱসায়ক | Assamese |
টাটা গ্লবেল বিৱাৰেইজে অসমৰ চাহ উদ্যোগ নেৰে বুলি মন্ত্ৰী হিমন্তৰ দাবী | Assamese |
গণশিল্পী খগেন মহন্তৰ স্মৃতিত উদ্যান উদ্বোধন মুখ্য মন্ত্ৰী সোণোৱালৰ | Assamese |
আজি গণশিল্পী খগেন মহন্তৰ স্মৃতিত উদ্যান উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে | Assamese |
টেনিছৰ নতুন চাঞ্চল্য মাজনিশা ইতিহাস ৰচি ইউ এছ অপেনৰ খিতাপ জয় ব্ৰিটিছ তৰুণী এমা ৰাডুকানুৰ | Assamese |
উত্তৰপূৰ্বাঞ্চল এক্ট ইষ্ট নীতিৰ কেন্দ্ৰত অৱস্থিত কলে প্ৰধান মন্ত্ৰী মোদীয়ে | Assamese |
জনপ্ৰিয় কপিল শৰ্মা শ্বত জিলিকিল অসমৰ এগৰাকী যুৱতী | Assamese |
বৰপেটাৰ পাটবাউসী দামোদৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ গুৰুকৃষ্ণ দেৱ গোস্বামীৰ দেহাৱসান | Assamese |
ইউ এছ অপেনঅপূৰ্ণ হৈ ৰল জকভিচৰ ঐতিহাসিক জয়ৰ স্বপ্ন প্ৰথম গ্ৰেণ্ডশ্লাম জয় মেডভেদেভৰ | Assamese |
কৰনাৰ বাবে ভাৰতে দল নমাব নোৱাৰে খেলপথাৰত ইংলেণ্ডভাৰতৰ পঞ্চমখন টেষ্ট বাতিল | Assamese |
দুটা নতুন দল কেতিয়া হব নিলাম ফ্ৰেন্সাইজিৰ তালিকাত নাম সোমাল গুৱাহাটীৰ | Assamese |
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অকাডেমী ৰত্ন নৃত্যাচাৰ্য যতীন গোস্বামীক সম্বৰ্দ্ধনা জ্ঞাপন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ | Assamese |
মুছলমান সমাজৰ ঈদ বিশেষ খাদ্য সম্ভাৰ | Assamese |
গুবাহাটী ভিত্তিক এপ চিটি অাই সমগ্ৰ অসমকে সামৰি লব | Assamese |
স্থানীয় ভাষাৰ মাধ্যমৰ বিদ্যালয়ত ইংৰাজীত গণিত আৰু বিজ্ঞানৰ শিক্ষা আছুৰ মাহজোৰা আন্দোলন ঘোষণা | Assamese |
কি যে হব জলাশয়ত পৰিল বিষয়াৰ দামী ফোন উদ্ধাৰৰ বাবে সিঁচি পেলোৱা হল ২১ লাখ লিটাৰ পানী | Assamese |
নকল সোণৰ বিৰুদ্ধে অভিযান ডবকাত সোণালী যীচু খ্ৰীষ্টৰ সৈতে তিনিজনক গ্ৰেপ্তাৰ | Assamese |
মাজ আকাশত বিমানৰ জৰুৰীকালীন দুৱাৰ খুলি মাতি আনিছিল ভয়ংকৰ বিপদ গ্ৰেপ্তাৰ সেই যাত্ৰী | Assamese |
পুৰণিগুদামত দোভাগ নিশা পৰ্যন্ত উৎসৱমুখৰ পৰিবেশ নৃত্যাঞ্জলী নৃত্য কৰ্মশালাৰ সামৰণি | Assamese |
গুৱাহাটীত চিত্ৰশিল্পী অৰুণ চন্দ্ৰ নাথৰ ডিজিটেল শিল্প প্ৰদৰ্শনী | Assamese |
১ লাখ কোটি টকাতকৈ অধিক টকাৰ বিনিয়োগৰ বাবে ২০০ খনতকৈ অধিক চুক্তি স্বাক্ষৰিত | Assamese |
শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত সাঁচিপতীয়া পাণ্ডুলিপি আৰু পৰম্পৰাগত মুখা প্ৰস্তুতকৰণ কৰ্মশালাৰ সফল সামৰণি | Assamese |
চাণক্য নীতিপত্নী থকাৰ পিছতো এজন পুৰুষ কিয় আন মহিলাৰ প্ৰতি আকৰ্ষিত হয় আঁৰত ৫টা কাৰণ | Assamese |
বিশিষ্ট নাট্যশিল্পী দুলাল ৰয় আৰু আৰতী দাস বৈৰাগীলৈ নটসূৰ্য ফণী শৰ্মা বঁটা | Assamese |
খাৰঘুলিৰ জল বিষ্ফোৰণৰ তদন্তৰ দাবীৰে থানাত এজাহাৰ দাখিল ৰাইজৰ দলৰ | Assamese |
বগীবিল দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ যুৱকৰঅনুসন্ধান অভিযান অব্যাহত | Assamese |
দেশত্যাগত নিষেধাজ্ঞাৰ বাবে চৰকাৰক ধন্যবাদ জনালে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে | Assamese |
ফিকি সহযোগত গুৱাহাটীত উদ্যোগপতিৰে আলোচনাৰ পাতনি মেলিলে কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী প্ৰভুৱে | Assamese |
পেৰালিম্পিকত পদক বিজয়ীলৈ অভিলাষী ঘোষণা চৰকাৰৰ ধনসহ চৰকাৰী চাকৰি প্ৰদান | Assamese |
অহা বছৰ জুলাইত ভাৰতে ইংলেণ্ডত খেলিব ৩খনকৈ টী২০ আৰু এদিনীয়া মেচৰ ছিৰিজ | Assamese |
অভিৰুচি ক্ৰীড়া দিৱসত চৰকাৰী আঁচনিৰ পৰা উপেক্ষিত এছিয়ান গেমছত সোণৰ পদক বিজয়ী ফুটবলাৰ | Assamese |
অনন্য কৃতিত্ব অভেলত ইংলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ বিৰাট জয় ভাঙিলে ৫০ বছৰীয়া ৰেকৰ্ড | Assamese |
খাৰঘূলি জল বিস্ফোৰণতিনিজনীয়া তদন্ত সমিতি গঠন নিহতৰ পৰিয়াললৈ ২ লাখ টকাৰ সাহায্য | Assamese |
অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ গৃহ জিলা শিৱসাগৰতো আজি পালন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস | Assamese |
পেৰা অলিম্পিকৰ মিক্সড ৫০মিটাৰ পিষ্টলত ভাৰতৰ দুটা পদক দেশৰ তৃতীয়টো সোণৰ পদক জয় মনীশৰ | Assamese |
শুৱালকুছিৰ শ্ৰীশ্ৰী হাটী সত্ৰত খোলবাদ্যৰ গ্ৰীষ্মকালীন বিশেষ প্ৰশিক্ষণ শিৱিৰ | Assamese |
মাজুলীৰ সত্ৰত নিৰ্মাণ হব বৃন্দাৱনী বস্ত্ৰৰ নকল ৰূপ বয়ন কাৰ্যৰ শুভাৰম্ভ কৰিব মুখ্য মন্ত্ৰী সোণোৱালে | Assamese |
প্ৰতিভাবান সত্ৰীয়া শিল্পী মনোজ কুমাৰ দাসলৈ সংগীত নাটক অকাডেমিৰ ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ | Assamese |
অসম সাহিত্য সভাৰ উদ্যোগত বৰাক উপত্যকাত প্ৰদৰ্শিত হব অসমীয়া নাট কমলা কুৱঁৰীৰ সাধু | Assamese |
বিশ্ব বিনিয়োগ সন্মিলন এডভান্টেজ আছাম বাবে গুৱাহাটীত মিলিত হৈছে প্ৰধানমন্ত্ৰী মোডীকে ধৰি বিশিষ্ট ব্যক্তিসকল | Assamese |
জনপ্ৰিয় ধাৰাবাহিক বৰলা কাই চিত্ৰ নাট্যকাৰ বিপুল বশিষ্ঠ গোস্বামীৰ দেহাৱসান | Assamese |
সত্ৰীয়া সংস্কৃতিৰ সাধক সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তলৈ ২০১৮ বৰ্ষৰ কালিচৰণ বঁটা | Assamese |
বৰদৈচিলাই চুক্তি ভংগ কৰা অভিনেত্ৰী প্ৰাঞ্জনা দত্তক চুক্তিবদ্ধ কৰাৰ বাবে আগবাঢ়ি আহিল ৰাজমুকুট থিয়েটাৰ | Assamese |
বিশ্ব বিনিয়োগকাৰী সন্মিলনলৈ টুইটাৰযোগে শুভেচ্ছা অসম পৰ্য্যটনৰ ব্ৰেণ্ড এম্বেচাদৰ প্ৰিয়ংকা চোপ্ৰাৰ | Assamese |
সম্প্ৰীতিৰ অনন্য নিদৰ্শন ইছলামধৰ্মী লোকে আগবঢ়ালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ ভাগৱত যাত্ৰাৰ স্থায়ী ৰথ | Assamese |
ছনি টিভিৰ ৰিয়েলিটি শ্ব চুপাৰ ষ্টাৰ চিংগাৰ টপ ১৫ ত প্ৰৱেশ হৰ্ষিত নাথৰ | Assamese |
জনপ্ৰিয় অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ চুক্তি বাতিল কৰিলে বৰদৈচিলা থিয়েটাৰ কৰ্তৃপক্ষই | Assamese |
বিশ্ব বিনিয়োগ সন্মিলনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বিদ্যালয়সমূহ ৰহস্যজনকভাৱে বন্ধ ৰাখিবলৈ নিৰ্দেশ | Assamese |
বিশ্ব বিনিয়োগ সন্মিলন চলি থকাৰ সময়তে আৰ্টফেডৰ গামোচা বিক্ৰীৰ অভিলেখ | Assamese |
কৃষি আৰু চিকিৎসালয়ক লৈ ৩ ফেব্ৰুৱাৰিত য়ু কেভাৰতৰ মাজত স্বাক্ষৰিত হব দুখন বুজাবুজি চুক্তি | Assamese |
এডভান্টেজ আছামে প্রদূষণমুক্ত ঔদোগীকৰণৰ বাবে প্ৰয়াস চলাব | Assamese |
কংগ্ৰেছৰ দিনত স্থাপিত উদ্যোগৰ নাম লৈছে বিজেপিয়ে ৰাজহুৱা কৰক ঔদ্যোগিক স্মাৰকপত্ৰ দাবী প্ৰদ্যুৎ বৰদলৈৰ | Assamese |
হাস্পাতালত সংকটজনক অৱস্থাত দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন অন্তৰ্ৱতী জামিন উচ্চতম ন্যায়ালয়ৰ | Assamese |
কেনেদৰে উদ্বোধন কৰা হব নতুন সংসদ ভৱন চাওক সম্পূৰ্ণ সূচী | Assamese |
শিক্ষাৰ অধিকাৰ আইনআৰ্থিক অনগ্ৰসৰ শিক্ষাৰ্থীৰ মাচুলক লৈ শিক্ষা বিভাগক ককৰ্থনা আদালতৰ | Assamese |
মুক্তি পালে দ্য ডায়েৰী অফ ওৱেষ্ট বেংগল ছবিৰ ট্ৰেইলাৰ পৰিচালকলৈ আইনী জাননী | Assamese |
আলৱাৰৰ ৰাকবৰ খান হত্যাৰ গোচৰত দোষী সাব্যস্ত ৪জন গোৰক্ষকক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড | Assamese |
ঋষি সুনাকৰ বাসগৃহত আক্ৰমণ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ ১০ ডাউনিং ষ্ট্ৰীটৰ দুৱাৰত খুন্দা মাৰি সোমাই গল গাড়ী | Assamese |
বৈবাহিক জীৱনত দীৰ্ঘদিন ধৰি সংগীক যৌন সংগমৰ পৰা বঞ্চিত কৰাটো মানসিক নিষ্ঠুৰতাআদালত | Assamese |
১ লাখ কোটি টকা বিনিয়োগ কৰিলেও অসমত অনুমতি দিয়া নহব প্ৰদূষণকাৰী উদ্যোগক ঘোষণা উদ্যোগ মন্ত্ৰীৰ | Assamese |
ৰাছিয়াৰ নিয়ন্ত্ৰণত ইউক্ৰেইনৰ চহৰ বাখমুটৰ পৰা আঁতৰি আহিবলৈ আৰম্ভ কৰিলে ৱেগনাৰ সেনা | Assamese |
নিলামত অভিলেখ মূল্যত বিক্ৰী হল টিপু চুলতানৰ তৰোৱাল কিমান উঠিল দাম | Assamese |
জীৱনত অত্যধিক সৎ হলে ঘোৰ বিপদত পৰিব চাণক্য নীতিয়ে দেখুৱাইছে ভালে থকাৰ বাট | Assamese |
যমুনা বড়ো আৰু সঞ্জয় বড়োক আবকাৰী পৰিদৰ্শকৰ চাকৰি আৰু কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ | Assamese |
টেষ্ট বেটছমেনৰ শীৰ্ষত ইংলেণ্ডৰ অধিনায়ক জো ৰুট কোহলিক অতিক্ৰমি ৫নম্বৰ স্থানত ৰোহিত | Assamese |
দেশৰ বাবে মেডেল কঢ়িয়াই আনি মোৰ ডিউটি মই কৰি যামলাভলীনা বৰগোঁহাই | Assamese |
দৈনিক ৩০ মিনিটৰ শাৰীৰিক গতিবিধিৰে সক্ৰিয়সুস্থ আৰু ফিট হোৱাৰ সংকল্পেৰে শিৱসাগৰত ফ্ৰীদম দৌৰ | Assamese |
আজি গুৱাহাটীত ঈদ মেহফিলত অংশ লব প্ৰতিযশা সংস্কৃত পণ্ডিত হানিফ শাস্ত্ৰীয়ে | Assamese |
কাইলৈ ৰংজুলিত ৰেৱ কান্ত মহন্ত আৰু কুমাৰী লাইতোনজম ইবেমপিশক দেৱীক মুখ্য মন্ত্ৰীয়ে প্ৰদান কৰিব বিষ্ণু ৰাভা বঁটা | Assamese |
মাজুলীত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিব সতী ৰাধিকা স্মৃতি ক্ষেত্ৰ | Assamese |
শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি বৃন্দাৱনী বস্ত্ৰ দ্বিতীয়খন হব নোৱাৰে বৰপেটা সত্ৰৰ ঘোষণা | Assamese |
লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত টীম ইণ্ডিয়াৰ দুৰ্দান্ত আৰম্ভণি ৰাহুলৰ অনবদ্য শতক | Assamese |
পেৰিচত লিঅনেল মেছি প্ৰতি নিশা হোটেলত থকাৰ খৰচ ১৪ লাখ টকা | Assamese |
বদলা পদ্ম আতাৰ জয়ন্তী সাংস্কৃতিক আদান প্ৰদানেৰে ঐক্যবদ্ধ বৰ অসম গঢ়াৰ প্ৰস্তাৱ | Assamese |
ৰেৱকান্ত মহন্ত কুমাৰী লাইতোনজম ইবেমপিশক দেৱীলৈ ৰাজ্য চৰকাৰৰ বিষ্ণু ৰাভা বঁটা | Assamese |
শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ জন্ম জয়ন্তী আৰু সত্ৰীয়া সংস্কৃতি সমাৰোহৰ শুভাৰম্ভণি | Assamese |
প্ৰেম নিবেদনৰ বিতৰ্কত সোমাই পৰা নৱ নিযুক্ত উপাচাৰ্য্যলৈ মাজুলীবাসীৰ ইমান আদৰ কিয় | Assamese |
লাভলীনালৈ অসম আৰক্ষীৰ ডি এছ পি পদ লাভলীনাৰ নামেৰে সৰুপথাৰত ষ্টেডিয়াম গুৱাহাটীত পথ | Assamese |
আজি মাতৃভূমি অসমত ভৰি থব লাভলিনা বৰগোঁহাইয়ে সজাই তোলা হৈছে মহানগৰীসাজু আটক ধুনীয়া বাছ | Assamese |
সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্যক মাজুলীত গায়নবায়নেৰে বিপুল আদৰণি | Assamese |
আপত্তিজনক প্রস্তাৱ শুনিয়েই ছবি এৰি থৈ আহিছিল প্ৰিয়ংকাই কি চাব খুজিছিল পৰিচালকে | Assamese |
মহানগৰীৰ খাৰঘূলিৰ পানীৰ পাইপ বিস্ফোৰণৰ ঘটনাত ২ জনৰ মৃত্যু বিধ্বস্ত ৪০ টাৰো অধিক ঘৰ | Assamese |
পৰৱৰ্তী অলিম্পিকত সোণৰ পদক জয়ৰ সপোন লৈ স্বদেশত আহি উপস্থিত লাভলীনা বৰগোঁহাই | Assamese |
কান্দোনত ভাগি পৰিল লিঅনেল মেছি বাৰ্ছিলোনাৰ পৰা অসহনীয় এই বিদায় | Assamese |
বন্দুক নিষিদ্ধ জাপানত আততায়ীৰ গুলীচালনা আৰু ছুৰীকাঘাতৰ ঘটনাত তিনিজন লোক নিহত | Assamese |
আজি পুনৰ দুটিৰ মৃত্যু দুদিনৰ ভিতৰতে কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু তিনিটা চিতা পোৱালিৰ | Assamese |
মহানগৰীৰ খাৰঘূলিত জাইকাৰ পানীৰ পাইপ বিস্ফোৰণ ঘটি আহত বহুকেইজন লোক | Assamese |
মাত্ৰ ৭ বছৰতে ৩০ নাবালিকাক ধৰ্ষণ কৰি হত্যা যুৱকক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিল্লীৰ আদালতৰ | Assamese |
অসমৰ ফেশ্বন উদ্যোগী ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হল অভিনেতা আশীষ বিদ্যাৰ্থী | Assamese |
শিলচৰগুৱাহাটীৰ মাজত আজিৰেপৰা ভলভ বাছ সেৱা আৰম্ভ | Assamese |
ৰক এন ৰোলৰ ৰাণী কিংবদন্তি গায়িকা টিনা টাৰ্নাৰৰ ৮৩ বছৰ বয়সত মৃত্যু | Assamese |
সৰিয়হৰ ডুলিত ভূত চাকৰিৰ প্ৰলোভনেৰে ধন সংগ্ৰহৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপি নেত্ৰী | Assamese |
২১৮ ফেব্ৰুৱাৰিত মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা | Assamese |
নতুন সংসদ ভৱনত ঐতিহাসিক ছেংগল বা ৰাজদণ্ড প্ৰতিষ্ঠা কৰিব প্ৰধানমন্ত্ৰীয়ে কি এই | Assamese |
গুৱাহাটীত নিৰ্মাণ হব ৬৫ মহলীয়া যুৰীয়া অট্টালিকাৰ বাণিজ্য কেন্দ্ৰ | Assamese |
বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ত অংশগ্ৰহণ কৰিব ১৭ খন দেশৰ প্ৰতিনিধিয়ে | Assamese |
এমেৰিকান যুটীয়া প্ৰযোজনাত জাহ্নু বৰুৱাই পৰিচালনা কৰিব | Assamese |
জৈৱিকভাৱে উৎপাদিত দুগ্ধজাত সামগ্ৰী প্ৰকল্পত বিনিয়োগ লাভৰ আশা | Assamese |
প্ৰধান মন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব গুৱাহাটীত অনুষ্ঠিত হব লগা বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ | Assamese |
নিৰ্মাণ নিষিদ্ধ অঞ্চলত অৱস্থিত ইটা শিল উদ্যোগ বন্ধৰ নিৰ্দেশ গোলাঘাট প্ৰশাসনৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.