text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
১২৯ কোটি টকা ব্যয়েৰে গুৱাহাটীত হব প্ৰযুক্তি নগৰী | Assamese |
শুৱালকুছিৰ শিপিনীয়ে ২০ শতাংশ ৰেহাই মূল্যত পাব পাটসূতা | Assamese |
গীতিকবিৰ স্মৃতি দিৱসত গীতৰ মাজেৰে মৃত্যুক আকোৱালি ললে এগৰাকী শিল্পীয়ে | Assamese |
শিৱসাগৰত মহিলাই কৰিলে দক্ষ যজ্ঞ সতীৰ দেহত্যাগ ভাওনা | Assamese |
৮ জুনত বাদুংদুপ্পাত শুক্ৰচাৰ্য্য ৰাভাৰ প্রথম মৃত্যু বাৰ্ষিকী পালনৰ যোজা | Assamese |
শিৱসাগৰত ঈদৰ সুৰীয়া সন্ধ্যা সুৰ জাগৃতি মঞ্চৰ | Assamese |
অধ্যাপক বিৰিঞ্চি কুমাৰ বৰুৱা স্মৃতি বক্তৃতা দেওবাৰে গুৱাহাটীত | Assamese |
সত্ৰীয়া সংস্কৃতি সাধনা অটুট ৰাখি নাটকেৰে জীৱন গঢ়াৰ হেঁপাহ কুকিলৰ | Assamese |
অসমৰ ৰূপচন্দালৈ অভিনয়ৰ ৰাষ্ট্ৰীয় জলপানি | Assamese |
প্ৰস্তুতি পৰাশৰ আৰু বৰষাৰাণীলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা | Assamese |
মহানগৰীৰ তিনিখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ এজনো ছাত্ৰছাত্ৰীয়ে লাভ নকৰিলে শীৰ্ষৰ দহৰ ভিতৰত স্থান | Assamese |
পুৰণিগুদামৰ মুখা শিল্পী দেৱকান্ত হাজৰিকাক ৰাষ্ট্ৰীয় বঁটা গ্ৰহণৰ বাবে আমন্ত্ৰণ উৎফুল্লিত অঞ্চলবাসী | Assamese |
শিৱসাগৰত জুৱাৰ বেহাজুৱাকেন্দ্ৰিক কাজিয়াত আঘাতপ্ৰাপ্ত বিজেপি নেতা | Assamese |
হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰতাৰক প্ৰতিবাদত নামিল ডি ৱাই এফ আইএছ এফ আই | Assamese |
জ্বলিছে মণিপুৰগড়কাপ্তানি মন্ত্ৰীৰ বাসগৃহত আক্ৰমণ বৃদ্ধি পাইছে হিংসাত্মক ঘটনা | Assamese |
বিজেপি বাবে মণিপুৰৰ ভয়ংকৰ পৰিস্থিতিতকৈ ডাঙৰ জন সম্পৰ্ক অভিযান | Assamese |
এইবাৰ মল্লযুঁজত ব্ৰঞ্জৰ পদকেৰে দেশবাসীৰ প্ৰত্যাশা পূৰণ কৰিলে বজৰং পুনিয়াই | Assamese |
অসমত কেতিয়া আহি উপস্থিত হব অসম কন্যা লাভলীনা বৰগোহাঁই | Assamese |
আপলৈ ধাৱমান কংগ্ৰেছবিজেপিৰ সদস্য | Assamese |
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ফলাফল ঘোষণা পুনৰ পুৰুষৰ বিপৰীতে মহিলাৰ দপদপনি | Assamese |
ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা নাম সলনি কৰি কৰা হল মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা | Assamese |
ঐতিহাসিক টকিঅ অলিম্পিকত ভাৰতৰ প্ৰথমটো সোণৰ পদকেৰে নীৰজ চোপ্ৰাই গঢ়িলে অভিলেখ | Assamese |
দণ্ডাধীশক শিলসাঁকো উচ্ছেদৰ তদন্তৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ | Assamese |
মণিপুৰ হিংসাত্মক কাণ্ড হিংসা বিয়পাই গ্ৰেপ্তাৰ হল প্ৰাক্তন বিজেপি বিধায়ক | Assamese |
এছ পি আনন্দ মিশ্ৰৰ মিছন আৰম্ভ লখিমপুৰত প্ৰথম দিনাই তিনি দুষ্কৃতিকাৰীক কৰায়ত্ত | Assamese |
সাৱধান মৃত্যুৰ কাৰক হব পাৰে গোমূত্ৰ পান কোন বিজ্ঞানীয়ে দিলে সতৰ্ক বাণী | Assamese |
চৰকাৰে লব ঐতিহাসিক জোনবিল মেলাৰ আন্তঃগাঁথনি উন্নয়নৰ পদক্ষেপঃ জোনবিলত ঘোষণা মুখ্যমন্ত্ৰীৰ | Assamese |
প্ৰথম দিনা ১৮৩ ৰাণত অলআউট ৰুটবাহিনী এটাও উইকেট নেহেৰুৱাকৈ ভাৰতৰ ২১ ৰাণ | Assamese |
গ্ৰেট ব্ৰিটেইনৰ সৈতে যুঁজ দিও মহিলা হকীত ব্ৰঞ্জ হেৰুৱালে ভাৰতে টকিঅত হৃদয় জিনিলে দেশবাসীৰ | Assamese |
মল্লযুদ্ধজেভলীন থ্ৰঅলিম্পিকত উজলিল তিনি ক্ৰীড়া তাৰকা | Assamese |
অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত নভটেল গুৱাহাটীত বিহু উদযাপন | Assamese |
চিকিৎসা সামগ্ৰী ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণ অসমত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ে সংসদত দাখিল কৰিব প্ৰতিবেদন | Assamese |
ডিব্ৰুগড়ত আত্মসহায়ক গোটৰ সদস্যাসকলৰ সক্ষমতা বিকাশৰ বাবে প্ৰশিক্ষণৰ কাৰ্য্যসূচী | Assamese |
টকিঅ অলিম্পিকৰ চেমি ফাইনেলত মৰণপণ যুঁজ দিও পৰাস্ত অসম কন্যা লাভলীনা | Assamese |
বালিৰ অভাৱৰ সন্মুখীন হোৱা তামিলনাডুক সহায় কৰিব অসমে | Assamese |
জাগুনত তেলৰ টেংকাৰৰ ওপৰত হোৱা সন্দেহযুক্ত উগ্ৰপন্থী আক্ৰমণৰ বাবে ত্ৰুটিপূৰ্ণ নিৰাপত্তাক জগৰীয়া | Assamese |
সৌন্দৰ্য্য ব্ৰেণ্ড নাইকাই শীঘ্ৰেই গুৱাহাটীত মুকলি কৰিব বিপনী | Assamese |
নাগালেণ্ডৰ মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে কৃতজ্ঞতা প্ৰকাশ কৰিলে ৰামদেৱৰ প্ৰতি | Assamese |
কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰীক মুখ্য মন্ত্ৰীৰ সাক্ষাৎ বিশ্ব বিনিয়োগ সন্মিলনলৈ আমন্ত্ৰণ | Assamese |
টকিঅ অলিম্পিকৰ বক্সিং ৰিঙত আজি অসম কন্যা লাভলীনাৰ চেমি ফাইনেল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পূজাঅৰ্চনাপ্ৰাৰ্থনা | Assamese |
বুধবাৰে ১১ বজাত বিধানসভাৰ অধিৱেশন স্থগিত ৰাখি লাভলীনাক সমৰ্থন জনাব সদনে | Assamese |
পুৰণিগুদামৰ নামপানী গাঁৱত দিনজোৰা কাৰ্যসূচীৰে মুকলি বিহু উদযাপন | Assamese |
ঐতিহাসিক ফাট বিহু বিহু নামেৰে উদুলি মদুলি মহঘুলি চাপৰি | Assamese |
টাই নহয় ছাত্ৰছাত্ৰীয়ে ডিঙিত গামোচা লৈ অহা এখন ব্যতিক্ৰমী বিদ্যালয় | Assamese |
ৰংমন উদ্যোগত শিৱসাগৰ নাট্যমন্দিৰত বিহু গলে বিনাবা কাক | Assamese |
এক লাখ টকালৈকে বিহুৰ পুৰস্কাৰ যোগাযোগ নম্বৰ মুকলি লিডু বহাগী উৎসৱৰ | Assamese |
শিল্পীঅনুৰাগী সমাজৰ মাজত কিয় বৃদ্ধি পাইছে অসহিষ্ণুতা | Assamese |
সম্প্ৰীতিৰ অসমদামোদৰদেৱৰ তিথিত ছয়লাখ লাড়ু তৈয়াৰীত সহায় ছকুৰি মুছলমান পৰিয়ালৰ | Assamese |
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগানত ৰঙালী বিহুৰ সোণালী জয়ন্তী উদযাপন | Assamese |
দিল্লীত গুৰুজনাৰ অংকীয়া ভাওনা প্ৰদৰ্শনেৰে ইতিহাস শিৱসাগৰৰ শিল্পীৰ | Assamese |
জোনমণি ৰাভাৰ মৃত্যু প্ৰসংগ এগৰাকী প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়াৰ এটা চিন্তা উদ্ৰেককাৰী পোষ্ট | Assamese |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ গণনাৰ বিসংগতিক লৈ বৈঠক অনুষ্ঠিত কৰিব কেন্দ্ৰীয় বন মন্ত্ৰালয়ে | Assamese |
একেলগে ৫টা সন্তানৰ জন্ম দিলে এগৰাকী মহিলাই সুস্থ আছে আটাইকেইটা নৱজাতক | Assamese |
ঘোষণা হল ৰ ফলাফল ৫ম স্থানেৰে উজলিল অসমৰ ময়ুৰ হাজৰিকা | Assamese |
আদালতৰ নিৰ্দেশ আজি খড়গপুৰ আই আই টিৰ ছাত্ৰ ফাইজানৰ মৃতদেহৰ কবৰত চলোৱা হব খনন | Assamese |
চিমিলিপাল টাইগাৰ ৰিজাৰ্ভত চোৰাং চিকাৰীৰ গুলীত নিহত বনৰক্ষী অসম আৰ্হি গ্ৰহণৰ পোষকতা বন বিষয়াৰ | Assamese |
অসম মানেই অসমান কিয় যদি চৌপাশে শান্তি আৰু শান্তি তেন্তে আন্দোলনকাৰীৰ মুখ বন্ধ নীতি কিয় | Assamese |
চলিত বৰ্ষৰ নৱেম্বৰৰ ভিতৰত অসমৰ পৰা আফস্পা সম্পূৰ্ণৰূপে উঠাই লোৱাৰ সম্ভাৱনা আছেমুখ্যমন্ত্ৰী | Assamese |
মাৰাত্মক ড্ৰাগছৰ কবলত অভিনেতা আদিত্য সিং ৰাজপুতৰ মৃত্যু ৰহস্য বাথৰুমত উদ্ধাৰ মৃতদেহ | Assamese |
জন্ম মৃত্যুৰ তথ্য ভোটাৰ তালিকাৰ সৈতে সংযোগ কৰিবলৈ চৰকাৰে আনিব বিধেয়কগৃহমন্ত্ৰী শ্বাহ | Assamese |
ভাৰতক চাহ উৎপাদনত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান লোৱাত সহায় কৰিলে অসমে | Assamese |
ডনাৰ মন্ত্ৰ্যালয়ৰ আজৱ কাণ্ড ৱেবছাইটত ৰাখিছে তামিল ভক্তিমূলক গীতনাট | Assamese |
ফেশ্বন ডিজাইনিঙত নিজৰ সৃষ্টিৰাজিৰে নাৰীৰ সৌন্দৰ্য্যক দাঙি ধৰাৰ প্ৰয়াস অসমৰ শিক্ষা আগৰৱালৰ | Assamese |
দক্ষিণপূব এছিয়ালৈ ৰেহাই হাৰত বিমানসেৱা আগবঢ়োৱাৰ পৰিকল্পনা অসম চৰকাৰৰ | Assamese |
উৰ্জা গংগা গেছ পাইপলাইন প্ৰকল্প গুৱাহাটীলৈকে সম্প্ৰসাৰণৰ পৰিকল্পনা গেইলৰ | Assamese |
শিল্পী বিপুল চেতিয়া ফুকনলৈ চলিত বৰ্ষৰ ধনশিৰি উপত্যকা বঁটা | Assamese |
চেলফিৰ বাবে বিহু মেলালৈ ভয় বৰষাৰাণীৰ | Assamese |
গুৱাহাটীৰ এপল চিকিৎসালয়ত অসমৰ প্ৰথমটো একক দাতাৰ প্লেটিলেট সংগ্ৰহ্কাৰী অত্যাধুনিক যন্ত্ৰৰ সেৱা মুকলি | Assamese |
নিউ জাৰ্ছিত বিহুহিয়া উজাৰি নাচি আই অসমী স্মৰণ প্ৰবাসী অসমীয়াৰ | Assamese |
তেজপুৰস্থিত জি আই এম টিত গোমচেং ২০১৯ অনুষ্ঠানৰ আয়োজন | Assamese |
ৰাজ্যৰ কাঁহপিতল শিল্পৰ পুনৰ উজ্জীৱিতকৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ | Assamese |
অদৃষ্টৰ দোষত গণ্ডগোল লতাশিল বিহুত ঘোষণা বিচাৰক অমৰেন্দ্ৰ গগৈৰ | Assamese |
বৃটিছে নিষিদ্ধ কৰিব বিচৰা বিহুক সুৰক্ষা দিছিল পুৰণিগুদামৰ আনন্দ মইমৎ চেনিমাইয়ে | Assamese |
তামিলনাডুৰ বিনিয়োগকাৰীক অসমত বিনিয়োগ কৰাৰ বাবে আহ্বান মুখ্য মন্ত্ৰীৰ | Assamese |
অতুল বৰাজেঠত বিহু পতাসকলক চান্দা নিদিব অসমীয়াৰ কাম নাচি থকাটোৱেই নহয় | Assamese |
কৃষ্ণাইৰ পাৰ্বতী ওয়েল চাৰ্ভিছৰ ব্যতিক্ৰমী বিহু জাতীয় সাজ পৰিধান কৰি কৰ্তব্যত ব্যস্ত কৰ্মচাৰী | Assamese |
টকিঅত ইতিহাস ৰচি তিনিবাৰৰ স্বৰ্ণ বিজয়ী অষ্ট্ৰেলিয়াক হৰুৱাই ছেমিফাইনেলত ভাৰতীয় মহিলা হকী দল | Assamese |
পুনেত বাস কৰা অসমীয়াই প্ৰাণ খুলি উদযাপন কৰিলে ৰঙালী বিহু | Assamese |
ৰেম্পত আৰ্কষণীয় বেশভূষাৰে কজলা পখৰা গৰু বিহুৰ দিনা গোবিন্দপুৰ সত্ৰত গৰুৰ ফেশ্যন শ্বো | Assamese |
ব্রহ্মপুত্রত অস্বাভাৱিক হাৰত মাছৰ উৎপাদন হ্ৰাস ভোগালীৰ বজাৰত থলুৱা মাছৰ নাটনিৰ সম্ভাৱনা | Assamese |
এক মিনিটত ১১০ বাৰ বুক ডানইণ্ডিয়ান বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত মাৰ্ঘেৰিটাৰ যুৱক বিকান্তৰ | Assamese |
টকিঅ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰি অলিম্পিকত দুটা পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত পি ভি সিন্ধু | Assamese |
টীয়ক ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি মুকুল দত্তৰ মৃত্যু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন | Assamese |
ষ্টেইট বেংক অৱ ইণ্ডিয়াই হ্ৰাস কৰিব চেইভিংছ একাউণ্টৰ নিম্নতম মাহিলী জমাৰাশি | Assamese |
আহিছে আহিছে ধোনী আহিছে নতুন বতৰা লৈ কিয় এনে লুক কেপ্টেইন কুলৰ | Assamese |
ৰাজ্যসভাৰ সদস্যসকলৰ নামত খৰচ কোটি কোটি টকা ভ্ৰমণ খৰচৰ কথা শুনিলে চকু কপালত উঠিব | Assamese |
গুৱাহাটী মহানগৰীৰ হোষ্টেলত ১৯ বছৰীয়া ছোৱালীৰ মৃতদেহ উদ্ধাৰ | Assamese |
কৰ্ণাটকত শপত লৈয়েই শুদ্ধিকৰণ সিদ্দাৰামাইয়াশিৱকুমাৰৰ গোমূত্ৰৰে ধুই পেলোৱা হল বিধানসভা | Assamese |
আকৌ মণিপুৰত হিংসা ইম্ফলৰ বজাৰত অগ্নিসংযোগ সেনাক তলব পুনৰ সান্ধ্য আইন জাৰি | Assamese |
চাণক্য নীতিএই তিনিটা বস্তুৰ মূল্য টকাতকৈও বেছি এবাৰ হেৰাই গলে ঘূৰাই পোৱা কঠিন | Assamese |
হঠাতে মেট্ৰিকৰ ফলাফল ঘোষণা জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ পৰা দৃষ্টি আঁতৰোৱাৰ কৌশল নেকি | Assamese |
জানি থওক অলিম্পিকত ভাৰতৰ হৈ দ্বিতীয়টো পদক নিশ্চিত কৰা লাভলীনাৰ কিছু নজনা তথ্য | Assamese |
অলিম্পিকত অসম জীয়ৰী লাভলীনাৰ ইতিহাস সৃষ্টিৰ সময়ত কি ঘটিছে গৃহভূমি বাৰমুখীয়াত | Assamese |
কোৱাৰ্টাৰত চাইনীজ টাইপে নিয়েন চিন চেনক পৰাস্ত কৰি অলিম্পিকত পদক নিশ্চিত কৰিলে লাভলীনাই | Assamese |
স্বপ্নভংগ প্ৰি কোৱাৰ্টাৰত পৰাজিত হৈ টকিঅ অলিম্পিকৰ পৰা বিদায় ললে মেৰীকমে | Assamese |
চক ডে ইণ্ডিয়া টকিঅত ৫৭বছৰ পুৰণি ইতিহাসৰ পুনৰাবৃত্তি ঘটালে ভাৰতীয় হকী দলে | Assamese |
সমূহীয়া মাছ ধৰা উৎসৱ উৰুকাৰ দিনা নগাঁৱৰ দীঘলী বিলত বিৰল দৃশ্য | Assamese |
নিৰ্বাচনী উত্তাপে ম্লান পেলাইছে নেকি হেঁপাহৰ ৰঙালী বিহুৰ উলাহ | Assamese |
কাইলৈ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে জজ খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ মুকলি বিহু | Assamese |
মাজুলীত উলহ মালহেৰে পালন কৰা হল পৰম্পৰাগত গৰু বিহু | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.