text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
ৰঙালী বিহু আয়োজক সমিতিসমূহলৈ বিহু সুৰক্ষা সমিতি অসমৰ বিশেষ গোহাৰি | Assamese |
গাৰো পাহাৰৰ ৰাভা ভাইভনীৰ মাজত ৰঙালীৰ উলাহ মাণিকগঞ্জত দিনেনিশাই বিহুৰ আখৰা | Assamese |
বিহুতলীত অসমীয়া ভাষা প্ৰয়োগ কৰাৰ আহ্বান সাহিত্য সভা আৰু বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিৰ | Assamese |
মাৰ্ঘেৰিটাত আছুৰ উদ্যোগত বিহু কৰ্মশালাৰ সামৰণি ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান | Assamese |
কোকৰাঝাৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে বাওখুংৰি উৎসৱ আৰম্ভ | Assamese |
ডিব্ৰুগড়ত আন্ত:ৰাষ্ট্ৰীয় কৃষিউদ্যান শস্য প্ৰদৰ্শনী উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ | Assamese |
চাইবাৰ জগতত অস্তিত্বহীন অসমৰ বিত্ত বিভাগ | Assamese |
কাজাখস্তানৰ ৰাষ্ট্ৰদূতে সাক্ষাৎ কৰিলে অসমৰ ৰাজ্যপালক | Assamese |
আজি ছিংগাপুৰত প্ৰৱাসী ভাৰতীয় সন্মিলনত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সোণোৱাল | Assamese |
আজি ১০ বজাত ঘোষণা হব মেট্ৰিকৰ ফলাফল জানি লওঁক কেনেদৰে চাব ফলাফল | Assamese |
গোলাঘাটত আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সম্পন্ন | Assamese |
অমিত শ্বাহক শান্তি দেখুৱাবলৈকে গুৱাহাটীত জাৰি কৰা হৈছে নেকি ১৪৪ ধাৰা | Assamese |
প্ৰতিবাদ ধৰ্ণাৰ মাজেৰে অসমৰ উন্নয়নৰ ফোপোলা স্বৰূপ প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে নেকি | Assamese |
অসমত নৱেম্বৰ মাহত চাহৰ উৎপাদন হ্ৰাস | Assamese |
ভয়ানক অগ্নিকাণ্ড জুইত জাহ গল ১৩০ বছৰীয়া বিদ্যালয় | Assamese |
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসমৰ সাঁতোৰবিদ আস্থা চৌধুৰী | Assamese |
কৃষিউদ্যান শস্য প্ৰদৰ্শনী মেলাই অসমৰ ব্যৱসায় বৃদ্ধি কৰিব | Assamese |
আগৰতলালৈকে সম্প্ৰসাৰিত হল কামাখ্যাবাংগালুৰ হমচফৰ এক্সপ্ৰেছৰ সেৱা | Assamese |
ৰোড শ্বত অংশ লবলৈ মুখ্য মন্ত্ৰী সোণোৱালে ভ্ৰমণ কৰিব ছিংগাপুৰ | Assamese |
প্ৰধানমন্ত্ৰীৰ হাতত উচ্চতম ন্যায়ালয়ৰ ক্ষমতা প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল লাখ লাখ লোক | Assamese |
অসমৰ এন আৰ চিৰ আঁৰৰ ব্যক্তি প্ৰদীপ কুমাৰ ভূঞাক জানো আহক | Assamese |
ডিপ্ৰেছন চহৰৰ ৰোগ গাঁৱৰ মানুহৰ বাবে এয়া অচিনাকিনৱাজুদ্দিন | Assamese |
টকিঅ অলিম্পিকত পদক বিজেতা মীৰাবাঈ চানু মণিপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সাজু কাৰ্যালয় | Assamese |
বেটেবলে উজলিল টীম ইণ্ডিয়া প্ৰথমখন টী২০ত শ্ৰীলংকাক পৰাস্ত কৰিলে ৩৮ৰাণত | Assamese |
টকিঅ অলিম্পিকত ক্ষুদ্ৰ দেশ বাৰ্মুদালৈ প্ৰথমবাৰৰ বাবে স্বৰ্ণ পদক কঢ়িয়াই আনিলে ফ্লা ডাফিয়ে | Assamese |
টকিঅত অসম কন্যা লাভলীনাৰ কোৱাৰ্টাৰত প্ৰৱেশ আৰু এটা বিজয়ে নিশ্চিত কৰিব পদক | Assamese |
বক্সিং ৰিঙত অপ্ৰতিৰোধ্য মেৰী কমপ্ৰতিপক্ষ গাৰ্চিয়াক পৰাভূত কৰি প্ৰিকোৱাৰ্টাৰত প্ৰৱেশ | Assamese |
টকিঅ অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক ভাৰোত্তলনত ৰূপ জিকিলে মীৰাবাই চানুৱে | Assamese |
অলিম্পিকত দেশলৈ প্ৰথমটো মেডেল কঢ়িয়াই অনা মীৰাবাই চানুলৈ ১ কোটি টকাৰ পুৰস্কাৰ মণিপুৰ চৰকাৰৰ | Assamese |
মাডাৰ অল্ড এজ হমৰ আইতা সকলক নতুন কাপোৰ পাপনৰ | Assamese |
ঘোঁৰাত উঠি মূলাগাভৰুৰ বেশত আহি মনোনয়ন দাখিল জোনমণি দেৱী খাউণ্ডৰ | Assamese |
অভিনেত্ৰী চেতনা দাসলৈ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ বৰপেটা বঁটা | Assamese |
বিহুটিক আদৰাৰ প্ৰস্তুতি গোলাঘাট আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত বিহু কৰ্মশালাৰ আয়োজন | Assamese |
মহাসতীৰ স্মৃতি বিজড়িত ফাকুৱা দলক চূড়ান্ত অৱহেলা কৰিছে পুৰাতত্ব বিভাগে এনামুদ্দিন আহমেদ | Assamese |
সুৱেৰী দিনটোত লোকে লোকাৰণ্য হল সত্ৰ নগৰী বৰপেটা | Assamese |
মুকাভিনয়েৰে গুৱাহাটীৰ ৰাজপথত উদযাপন কৰা হল বিশ্ব মুকাভিনয় দিৱস | Assamese |
এইবোৰ কি লাভলীনাক শুভেচ্ছা দিয়াৰ নামত নিজকে জহাবলৈ এয়া কি কৰিলে মন্ত্ৰীমুখ্যমন্ত্ৰীয়ে | Assamese |
ডিব্ৰুগড়ত মটক পৰম্পৰাৰে এক ইশ্বৰবাদৰ শৰণাপন্ন হল অৰ্ধ শতাধিক যুৱকযুৱতী | Assamese |
ৰাজনীতি এৰি হোলী খেলিলে মুখ্য মন্ত্ৰী সোণোৱালে | Assamese |
সুৰা মুক্ত হোলী ২১ মাৰ্চত বন্ধ থাকিব মহানগৰীৰ সুৰা বিপণি | Assamese |
নেতৃত্ব দিব বিচাৰে ভাল নেতা হিচাপে সফল হবলৈ অনুসৰণ কৰক এই চাণক্য নীতি | Assamese |
ডিব্ৰুগড়ত জঘণ্য কাণ্ড চিকিৎসালয়ৰ কৰ্মচাৰীয়ে মথাউৰিত পেলাই দিলে নৱজাতকক | Assamese |
অসহায় প্ৰাক্তন প্ৰধানমন্ত্ৰী আমেৰিকাৰ সাংসদৰ সৈতে ইমৰাণ খানৰ অডিঅ ক্লিপ ফাদিল | Assamese |
শিক্ষকে পিন্ধিব নোৱাৰিব জিন্সলেগিংছ শিক্ষকলৈ নতুন নিৰ্দেশনা অসম চৰকাৰৰ | Assamese |
ৰাজ্যিক অভ্যন্তৰীণ জল পৰিৱহণ বিভাগে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে গঢ়ি তুলিব বন্দৰ নগৰী | Assamese |
উজনি অসমত নতুন হাইড্ৰকাৰ্বন আৱিস্কাৰ অইল ইণ্ডিয়াৰ | Assamese |
কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ছিদ্দাৰামাইয়াৰ উপস্থিত ৰাহুলপ্ৰিয়ংকা | Assamese |
এএছপি ৰুণা নেওগৰ ভাইৰেল অডিঅ তদন্ত কৰিব আইজিপি প্ৰশান্ত কুমাৰ ভূঞাই | Assamese |
নেডাৰলেণ্ডৰ সৌৰশক্তি কোম্পানীয়ে অসমত ২০০ নিযুত ইউৰো বিনিয়োগ কৰিব | Assamese |
টকিঅ অলিম্পিকহকীত দুৰ্দান্ত আৰম্ভণিৰে নিউজিলেণ্ডক ৩২ ব্যৱধানত হৰুৱালে ভাৰতে | Assamese |
ভাৰতৰ বেটিং ব্যৰ্থতা অন্তিমখন এদিনীয়াত শ্ৰীলংকাৰ সান্ত্বনামূলক বিজয় | Assamese |
ত্রিপুৰাক সংযোগ কৰিব কামাখ্যা বাংগালুৰ হমছফৰ এক্সপ্ৰেছে | Assamese |
ট্ৰাইফেডে অসমত খুলিব এহেজাৰ ক্ৰয় কেন্দ্ৰঃ ১৫ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হব আদি মহোৎসৱ | Assamese |
অসমত বিনিয়োগ কৰিব য়ুৰোপৰ ৰাষ্ট্ৰ নেদাৰলেণ্ডে | Assamese |
ছিউলত অসমৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগপতিৰে মত বিনিময় | Assamese |
মণিপুৰ কমলা উৎসৱ ২০১৭ৰ আৰম্ভণি | Assamese |
মুম্বাইত বিনিয়োগকাৰীৰ সৈতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মত বিনিময় | Assamese |
সত্ৰীয়া সংস্কৃতিৰ গুৰু টংকেশ্বৰ হাজৰিকা বৰ বায়নলৈ ড° জগন্নাথ মহন্ত স্মাৰক বঁটা | Assamese |
চাউলখোৱা মহোৎসৱত জুবিনক পুৰুষোত্তম দাস বঁটা প্ৰদান | Assamese |
জন্ম শতবৰ্ষিকীত লোকসংস্কৃতিবিদ ড০ প্ৰফুল্লদত্ত গোস্বামীলৈ অসম সাহিত্য সভাৰ শ্ৰদ্ধাৰ্ঘ্য | Assamese |
অসমীয়া মেখেলাচাদৰ পৰিধান কৰি ৰেম্পত মোহময়ী কৰিশ্মা কাপুৰ | Assamese |
খিলঞ্জীয়া ভাষাৰ জ্ঞান নথকা প্ৰাৰ্থীক প্ৰশাসনীয় সেৱাত নিযুক্তি দিয়া বন্ধ কৰাৰ আহ্বান অসম সাহিত্য সভাৰ | Assamese |
মৰনৈত চাৰিদিনীয়া কাৰ্য্যসূচীৰে পালনাম মহোৎসৱ উদযাপন | Assamese |
ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত স্থাপন হল অসম সাহিত্য সভাৰ শাখা | Assamese |
গুহা মন্দিৰত ভক্তৰ ভিৰ শিৱৰাত্ৰিৰ চাৰিদিনৰ ভিতৰত গলে সিদ্ধি হয় মনোকামনা | Assamese |
অসমৰ শিল্পীয়ে সাজি উলিওৱা চাৰে তিনি ফুট উচ্চতাৰ পুলৱামাৰ চহিদ স্মাৰক প্ৰদান কৰিব প্ৰধান মন্ত্ৰীৰ হাতত | Assamese |
৫৮ বছৰ বয়সত অষ্টম সন্তানৰ পিতৃ হবলৈ ওলাইছে ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছন | Assamese |
ড্ৰাগছ আসক্ত বা সৰবৰাহকাৰীৰ মৃত্যু হলে কবৰ দিব নোৱাৰিব অসমৰে এক অঞ্চলৰ দৃষ্টান্তমূলক সিদ্ধান্ত | Assamese |
কি আছে ছচিয়েল মিডিয়াত ভাইৰেল ৰিজিজু আৰু মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ পুৰণি ভিডিঅ | Assamese |
চিআইডিৰ পৰা চিবিআইলৈ জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত নগাঁও লখিমপুৰৰ এছ পিক বদলি | Assamese |
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক উপেক্ষা কৰি দিল্লীৰ আমোলা নিযুক্তিৰ ক্ষমতা পুনৰ নিজৰ হাতলৈ নিলে কেন্দ্ৰই | Assamese |
জোনমণি ৰাভাৰ মৃত্যু ৰহস্যমুখ্য কাৰ্যালয়ত ক্লজ কৰা হল চাৰিজন আৰক্ষী বিষয়াক | Assamese |
চাণক্য নীতিপত্নীক সদায় সুখী আৰু সন্তুষ্ট কৰি ৰাখিব বিচাৰে মানি চলক কুকুৰৰ এই ৪টা গুণ | Assamese |
অসমৰ বিদ্যালয়ত শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলিত হব সাওঁতালী ভাষা | Assamese |
মদ নিষিদ্ধ মাজুলীৰ অতিৰিক্ত উপায়ুক্তৰ গাড়ীলৈ কেনেদৰে আহিল মদ | Assamese |
নিযুক্তিৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে ২৪ মেত ডি ৱাই এফ আই এছ এফ আইৰ অৱস্থান ধৰ্মঘট | Assamese |
জাপানৰ বিনিয়োগকাৰীৰ সৈতে মত বিনিময় বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ | Assamese |
অসমৰ চতুৰ্দিশে গ ফৰ গ্লী লাভলীনা কিন্তু গোলাঘাটৰ ক্ৰীড়া মহলত নাই কিয় কোনো উৎসুকতা | Assamese |
কৰনাৰ সংক্ৰমণত উদ্বিগ্ন টকিঅ অলিম্পিকত আক্ৰান্তৰ সংখ্যা ৮৭জনলৈ বৃদ্ধি | Assamese |
অলিম্পিকত প্ৰিকোৱাৰ্টাৰলৈ লাভলীনা এইবাৰ প্ৰতিপক্ষ হব জাৰ্মানীৰ নাদিন এপেজ | Assamese |
গ ফ গ্লী লাভলীনা শুভেচ্ছামূলক বাৰ্তা লিখি বঙাইগাঁৱত বক্সাৰগৰাকীৰ ছবি অংকন | Assamese |
টকিঅ অলিম্পিকত কৰনাতংক গেমছ ভিলেজত পজিটিভ ২ এথলেট উদ্বিগ্ন আয়োজক কমিটি | Assamese |
তাৰুণ্যৰ দমনীয় প্ৰদৰ্শন শ্ৰীলংকাক ৭ উইকেটত পৰাস্ত কৰিলে ধাৱান ব্ৰিগেডে | Assamese |
শেষ মুহূর্তত বাতিল হব পাৰে অলিম্পিক গেমছ কি কলে আয়োজক কমিটিৰ মুৰব্বীয়ে | Assamese |
টকিঅ অলিম্পিকলৈ যোৱা লাভলিনা বৰগোঁহাইলৈ শুভেচ্ছামূলক বাৰ্তা শুৱালকুছি একাডেমীৰ | Assamese |
টকিঅ অলিম্পিকত কৰনা গেমছ ভিলেজত প্ৰথমটো সংক্ৰমণৰ ঘটনা | Assamese |
লতাশিলৰ প্ৰথম শ্ৰেষ্ঠ ঢুলীয়া সন্মানপ্ৰাপক শিৱসাগৰৰ উপেন দাসৰ দেহাৱসান | Assamese |
সত্ৰনগৰী বৰপেটাত অনুষ্ঠিত ভাওনা সমাৰোহ মহিলাৰ ভাওনাই মুহিলে দৰ্শকক | Assamese |
১ ফেব্ৰুৱাৰিৰ পৰা অৰুণাচল প্ৰদেশত অনুষ্ঠিত হব য়মগ নদী মহোৎসৱ | Assamese |
অসম৪৫ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ আৰম্ভ | Assamese |
সত্ৰনগৰী বৰপেটাত ভাওনা সমাৰোহৰ শুভাৰম্ভআজি প্ৰদৰ্শিত হব মহিলাৰ ভাওনা | Assamese |
সাংস্কৃতিক মহাসভাৰ উপাধি আৰু বঁটা প্ৰদান অনুষ্ঠানউত্তৰ পূব সাংস্কৃতিক সমাৰোহ আৰম্ভ | Assamese |
বিদায় ২০১৮ অসমে হেৰুৱালে সাংস্কৃতিক জগতৰ কেইবাগৰাকীও স্বনামধন্য ব্যক্তিত্ব | Assamese |
দৈজিঙৰ মঞ্চত গ্ৰেট খালিক আদৰণি সোণোৱালৰ আৰম্ভ হিমেশ ৰেশমিয়াৰ শ্ব | Assamese |
লোকসংগীতৰ খ্যাতনামা শিল্পী খগেন গগৈলৈ ক্ৰান্তিকাল সন্মান২০১৮ | Assamese |
অসম মহিলা বিশ্ববিদ্যালয়ত চুটি ছবি প্ৰদৰ্শন | Assamese |
জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আই তদন্ত বিচাৰি সচিবালয়ৰ সন্মুখত আপৰ প্ৰতিবাদ | Assamese |
এতিয়াও নাই তেওঁৰ নিজৰ মোবাইল জনতাই শক্তি কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ | Assamese |
জোনমণি ৰাভাৰ লগতে অসম আৰক্ষীৰ হাতত অভিযুক্তৰ মৃত্যুৰো চিবিআই তদন্ত হওকৰাইজৰ দল | Assamese |
২৮ মেত সাভাৰকাৰ জয়ন্তীত নতুন সংসদ ভৱন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে প্ৰচাৰত ব্যস্ত বিজেপি | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.