text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
বিবাহ বিচ্ছেদে সলনি কৰি দিলে মহিলাৰ ভাগ্য নিশাৰ ভিতৰতে হল ২৪০০০কোটি টকাৰ গৰাকী | Assamese |
হাস্পাতলত কিটৰ অভাৱত বাধাগ্ৰস্ত কোভিড১৯টেষ্ট সংকটত বাংলাদেশ | Assamese |
লাডাখৰ ভাৰতচীন সীমান্তত এতিয়াও শাম কটা নাই উত্তেজনা অব্যাহত আছে সেনাৰ বৈঠক | Assamese |
৮ কিলোমিটাৰ ভাৰতৰ ভিতৰত প্ৰৱেশ কৰিছে চীনা সৈন্যই অস্বীকাৰ কৰা নাই নতুন দিল্লীয়ে | Assamese |
ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰৰ শংকা গালৱানত ২ কিলোমিটাৰ পিছ হুহুকিল চীনা সৈন্য | Assamese |
জনপ্ৰিয়তাৰ শীৰ্ষত চীন বৰ্জন অভিযানৰ ডিজিটেল অস্ত্ৰ কেনেকৈ কৰে কাম | Assamese |
অসমীয়াৰ সৈতে লীন যোৱা এখন নগা গাঁৱৰ যুগান্তকাৰী যাত্ৰাৰ বিষয়ে | Assamese |
যুদ্ধ অনিবাৰ্য পূব লাডাখত কিয় ভাৰতচীনে মজুত কৰিছে বিশাল অস্ত্রভাণ্ডাৰ | Assamese |
ভাৰততে আছে মনোৰম এক বাংলাদেশ | Assamese |
দেশৰ মৰ্য্যাদাত আপোচ নকৰাকৈ চীনৰ সৈতে চলিছে আলোচনা ৰাজনাথ সিং | Assamese |
এসপ্তাহৰ ভিতৰত চীনা ছফ্টৱেৰ আৰু এবছৰৰ ভিতৰত হাৰ্ডৱেৰ বয়কট কৰক লাডাখৰ অভিযন্তা চনম ৱাংচুকৰ দেশবাসীলৈ আহ্বান | Assamese |
চীনে দিলে যুদ্ধৰ ভাবুকি টাইৱানে নামানিলে কৰিব আক্ৰমণ | Assamese |
ভাৰতচীন সীমা বিবাদ সমাধানৰ বাবে তৃতীয় পক্ষৰ প্ৰয়োজন নাই আমেৰিকাক চীনৰ উত্তৰ | Assamese |
ভাৰতৰ সৈতে সীমা বিবাদক লৈ ক্ষুব্ধ চীনে বন্ধ কৰিলে গাহৰিৰ আমদানি | Assamese |
লক্ষ্য চীন ভাৰতীয় বায়ুসেনাই অসমলৈ আনিছে হেলিকপ্টাৰ | Assamese |
দেশৰ সেনা বাহিনীক যুদ্ধৰ বাবে সাজু হোৱাৰ নিৰ্দেশ চীনা ৰাষ্ট্ৰপতি ঝিনপিঙৰ | Assamese |
প্ৰয়োজন হলে আমাৰ সেনাবাহিনীয়ে যুদ্ধ কৰিব সীমা বিবাদক লৈ ভাৰতক ভাবুকি নেপালৰ | Assamese |
ৰ সৈতে কি সম্পৰ্ক চীনৰ ৰাষ্ট্ৰপতিৰ পত্নীৰ প্ৰশ্নৰ সন্মুখীন হব পাৰে বিশ্ব স্বাস্থ্য সংস্থা | Assamese |
ভাৰতত সমস্যাৰ সন্মুখীন হোৱা চীনা লোকক নিজ দেশলৈ উভতাই নিব চীন চৰকাৰে | Assamese |
বিপদত দেউলীয়া অনিল আম্বানি চীনৰ বেংকৰ চাৰে পাঁচ হাজাৰ কোটি আদায়ৰ নিৰ্দেশ আদালতৰ | Assamese |
ক্ৰমাৎ বৃদ্ধি পাইছে ভূটানৰ পৰা বৈ অহা নৈৰ জলপৃষ্ঠ চিন্তিত নাগ্ৰীজুলি অঞ্চলৰ ৰাইজ | Assamese |
নেপালৰ সৈতে সীমা সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হব বৈদেশিক মন্ত্ৰ্যালয় | Assamese |
ম্যানমাৰৰ টানিনথায়ৰী প্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰীক ৩০ বছৰৰ কাৰাদণ্ড | Assamese |
অভিনেত্ৰী মনীষা কৈৰালাই ভাৰতনেপালৰ মাজত টানি আনিলে চীনক প্ৰত্যুত্তৰ স্বৰাজ কৌশলৰ | Assamese |
চীনৰ পৰা সামৰিলে ব্যৱসায় ভাৰতত ৮০০ কোটি টকাৰ বিনিয়োগ কৰিব ই | Assamese |
কৰনা ভাইৰাছৰ চৰিত্ৰগত পৰিৱৰ্তন চীনৰ নতুন সংক্ৰমণক লৈ চিন্তিত চিকিৎসক | Assamese |
তীব্ৰ গতিত অগ্ৰসৰ হৈছে ঘূৰ্ণীবতাহ আমফান যিকোনো সময়তে বিধ্বংসী ৰূপ লোৱাৰ সম্ভাৱনা | Assamese |
আন্তৰ্জাতিক হেচাত সেও মানিলে চীনে কৰনাৰ উৎসক লৈ তদন্তত অনুমতি জিনপিঙৰ | Assamese |
চীন আৰু ইটালীৰ তুলনাত ভাৰতীয় ভাইৰাছ অধিক মাৰাত্মক নেপালৰ প্ৰধান মন্ত্ৰী | Assamese |
নেপালত বিগত ২৪ ঘণ্টাত ৫৭ গৰাকী কনা আক্ৰান্ত মুঠ সংখ্যা বৃদ্ধি ১৯১ লৈ | Assamese |
উত্তৰপূব ভাৰতৰ ২২ মষ্ট ৱাণ্টেড উগ্ৰপন্থীক গতালে ম্যানমাৰে | Assamese |
ম্যানমাৰে ভাৰতক গতাই দিয়া ২২জন উগ্ৰপন্থীৰ ঘটনাই অসমৰ বাবে কি বাৰ্তা আনিছে | Assamese |
বাংলাদেশী চিকিৎসকে বিচাৰি পালে কৰনা ভাইৰাছৰ দৰৱ ৰোগী সুস্থ হৈ উঠাৰ দাবী | Assamese |
অপ্ৰতিৰোধ্য কৰনা বাংলাদেশত ৫২৩ গৰাকী চিকিৎসক কৰনাত আক্ৰান্ত | Assamese |
কনাতংকৰ পিছত আজি প্ৰথম বাৰলৈ বিদ্যালয়ত পাঠদান আৰম্ভ হৈছে কনাৰ উৎপত্তি কেন্দ্ৰ চীনৰ য়ুহানত | Assamese |
ভাৰতৰ পাছত বাংলাদেশত ১৬ মেলৈ বৃদ্ধি লকডাউন | Assamese |
নিজ কন্যাক চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে কিয় কনাতংকৰ আগতে আমেৰিকালৈ পঠিয়াইছিল | Assamese |
কিম জঙকলৈ ৰহস্য ঘণীভূত চীনে উত্তৰ কোৰিয়ালৈ পঠালে চিকিৎসকৰ দল | Assamese |
আমেৰিকা আঁতৰিল ক ৩কোটি ডলাৰৰ সাহায্য দিয়াৰ কথা ঘোষণা চীনৰ | Assamese |
চীনৰ পৰা বিদায় লবলৈ সাজু ১০০০কোম্পানী ৩০০টা কোম্পানীৰ ভাৰতলৈ অহাৰ প্ৰস্তুতি | Assamese |
কনা আক্ৰান্ত সকলৰ কাৰণে অৰ্থ সংগ্ৰহৰ বাবে নিজৰ ক্ৰিকেট বেটৰ নিলাম কৰিব বাংলাদেশী ক্ৰিকেটাৰ মুছফিকুৰ ৰহিমে | Assamese |
কৰনা ভাইৰাছৰ বাবে বদনামী চীন কিন্তু চীনৰ মনোৰঞ্জনধৰ্মী টিকটকত ব্যস্ত কোটি কোটি ভাৰতীয় | Assamese |
বিশ্বকাপত ৰেকৰ্ড গঢ়া বেটখন নিলাম কৰিব অলৰাউণ্ডাৰ ছাকিব আল হাছানে | Assamese |
নগালেণ্ডত জুইত সেকি হাপা আৰু হৰিণাৰ মাংস ভক্ষণ | Assamese |
ভাৰতত চীনৰ আগ্ৰাসন প্ৰতিৰোধৰ পদক্ষেপ কেন্দ্ৰৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ নীতিত সালসলনি | Assamese |
ডোনাল্ড ট্রাম্পৰ সকীয়নিকৰনা বিয়পোৱাৰ প্ৰমাণ পালে শুদাই নেৰে চীনক | Assamese |
কনা ভাইৰাছৰ সংক্ৰমণৰ শংকা ম্যানমাৰে মুকলি কৰি দিব ২৪০০০ কাৰাবন্দীক | Assamese |
কনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু তবলিগী জামাতৰ অধ্যক্ষৰ | Assamese |
চীনৰ দৰে আন বহু দেশেই দিয়া নাই কৰনাৰ সঠিক তথ্য কি কলে বিশ্ব স্বাস্থ্য সংস্থাই | Assamese |
৫০০০০ পিপিই কিট আহিল চীনৰ পৰা নিজাকৈ আমদানি কৰা দেশৰ প্ৰথম ৰাজ্য অসম | Assamese |
বংগবন্ধুৰ এজন হত্যাকাৰী আব্দুল মাজেদক ফাঁচী উৎসৱমুখৰ বাংলাদেশ | Assamese |
দক্ষিণ চীন সাগৰলৈ যুদ্ধ জাহাজ পঠিয়াইছে আমেৰিকাই চীনৰ অভিযোগ | Assamese |
জানুৱাৰিৰ পিছত প্ৰথমবাৰৰ বাবে কনাৰ উৎপত্তিস্থল চীনৰ বাবে এটা ভাল খবৰ | Assamese |
কনা ভাইৰাছ সৃষ্টি কৰি চীনক বিক্ৰী কৰিছিল হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপকে | Assamese |
কৰনাৰ সংহাৰকেনে আছে বাংলাদেশ আমেৰিকাত কনাত মৃত্যু ৭৬জন বাংলাদেশীৰ | Assamese |
ঢাকাৰ মছজিদত কোৱাৰেন্টাইন কৰা হৈছে তবলিগী জামাতত অংশ লোৱা ৩২১জনক | Assamese |
কৰনা মহামাৰীৰ অভিকেন্দ্ৰ চীনৰ উহান চহৰত ক্ৰমাৎ স্বাভাৱিক হৈ আহিছে জীৱন যাত্ৰা | Assamese |
নিজামুদ্দিন মাৰ্কাজত অংশলোৱা ১৩ গৰাকী বাংলাদেশী দুগৰাকী অসমৰ লোকক মুম্বাইত উদ্ধাৰ | Assamese |
কৰনা টেষ্টিং কিট নলয় চীনৰ পৰা ভাৰতে আমদানি কৰিব ভেন্টিলেটৰ | Assamese |
ভাৰততকৈ ২০ গুণ কম মূল্যত কনা টেষ্টটিং কিট উপলব্ধ হব বাংলাদেশত | Assamese |
সমগ্ৰ বিশ্ব কনাত আক্ৰান্ত হোৱাৰ সময়ত চীনে আৰম্ভ কৰিছে যুদ্ধ অভ্যাস শংকিত জাপান আৰু টাইৱান | Assamese |
কনা ভাইৰাছৰ আতংক চৰকাৰলৈ সাহায্য বিচাৰি আবেদন যৌনকৰ্মীৰ | Assamese |
সাংবাদিকৰ বহিস্কৰণ উঠাই লবলৈ চীনক মিনতি আমেৰিকাৰ ৩ বাতৰি কাকতৰ | Assamese |
অসমৰ সমীপতে আৱিষ্কৃত হৈছে ঘৰচিৰিকাতকৈয়ো সৰু ডাইনচৰ | Assamese |
বাংলাদেশত ভয়ংকৰ পথ দুৰ্ঘটনাত ১৫জন লোকৰ মৃত্যু | Assamese |
কনা ভাইৰাছক লৈ দুটা পক্ষৰ মাজত সংৰ্ঘষ নিহত ১ জন আহত ১০ জন | Assamese |
কৰনাভাইৰাছৰ পূৰ্বে বিশ্বত দেখা দিয়া ১১টা মহামাৰীৰ বিষয়ে জানো আহক | Assamese |
আতংকৰ মাজতে পঢ়ক কৰনাভাইৰাছ সম্পৰ্কীয় এইকেইটা ভাল খবৰ | Assamese |
ভাৰতৰ প্ৰাক্তন বেটিং প্ৰশিক্ষক সঞ্জয় বাংগাৰক বিচাৰিছে বাংলাদেশ ক্ৰিকেট ব্ডে | Assamese |
গুৰুতৰ অভিযোগ বিহাৰৰ আদালতত চীনা ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে এজাহাৰ দাখিল | Assamese |
মুকেশ আম্বানিক চেৰ পেলাই ধনীৰ শীৰ্ষত এইজন ব্যক্তি | Assamese |
কনা ভাইৰাছ বিদেশী পৰ্যটকলৈ ভিছা প্ৰদান ৰদ কৰিছে নেপাল চৰকাৰে | Assamese |
কৰনাভাইৰাছৰ বিৰুদ্ধে ফেচবুকে আগবঢ়াব ২০ মিলিয়ন মাৰ্কিন ডলাৰ সাহায্য | Assamese |
ত ঋণাত্মক দিশ দেখিছে অসমৰ বিজেপি বিধায়কে বাংলাদেশৰ জনজাতিৰ বাবে বিশেষ ব্যৱস্থা দাবী | Assamese |
গুৱাহাটীৰ পৰা ভূটানলৈ যোৱা মাৰ্কিন পৰ্যটকৰ শৰীৰত ধৰা পৰিল কনা ভাইৰাছ | Assamese |
কনা ভাইৰাছৰ পৰীক্ষা কৰিহে ভূটানত প্ৰৱেশৰ অনুমতি দেশীবিদেশী নাগৰিকক | Assamese |
কুকুৰমেকুৰী নাখাব চীনত আহি আছে নতুন নিৰ্দেশ কিয় এই নিৰ্দেশ | Assamese |
বংগবন্ধু মুজিবুৰ ৰহমানৰ শতবাৰ্ষিকীত বিশেষ অতিথি হিচাপে আমন্ত্ৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী | Assamese |
অৱশেষত ঘোষণা কৰা হল এছিয়া বনাম বিশ্ব একাদশৰ মাজৰ খেলৰ দল দুটা | Assamese |
চীনলৈ সকলো বিমান সেৱা ২০ জুন পৰ্য্যন্ত বাতিল কৰিলে এয়াৰ ইণ্ডিয়াই | Assamese |
সন্ত্ৰাসবাদী শামিমাক দিয়া নহয় নাগৰিকত্ব স্পষ্ট কৰিলে বাংলাদেশৰ বিদেশ মন্ত্ৰীয়ে | Assamese |
পৰাগ কুমাৰ দাসৰ জন্মদিনত শ্ৰদ্ধা নিবেদন আম আদমি পাৰ্টীৰ | Assamese |
এছিয়া বনাম বিশ্ব একাদশ ছিৰিজৰ সূচী ঘোষণা খেলিব পাঁচ গৰাকী ভাৰতীয় ক্ৰিকেটাৰে | Assamese |
কনাৰ পৰা বাচিবলৈ চীনৰ লোকে খাবলৈ লৈছে এইবিধ জন্তুৰ মাংস | Assamese |
চীনত কনা ভাইৰাছত আক্ৰান্তক চিকিৎসা কৰি থকা এগৰাকী নাৰ্ছ আৰু জীয়েকৰ আৱেগিক দৃশ্য | Assamese |
১৯ অনুৰ্দ্ধৰ বিশ্বকাপ ক্ৰিকেটৰ মুকুট বাংলাদেশৰ শিৰত স্তব্ধ ভাৰতৰ বিজয় ৰথ | Assamese |
খেলপথাৰত অভদ্ৰ আচৰণ ভাৰতবাংলাদেশৰ পাঁচগৰাকী খেলুৱৈক আই চি চিৰ শাস্তি | Assamese |
কনা ভাইৰাছ আতংক চীন ভ্ৰমণ বাতিল ভাৰতীয় মহিলা হকী দলৰ | Assamese |
১৯ অনুৰ্দ্ধৰ বিশ্বকাপ ছেমিত নিউজিলেণ্ডক হৰুৱাই ফাইনেলত ভাৰতৰ বিৰুদ্ধে বাংলাদেশ | Assamese |
ভাৰতৰ বজাৰলৈ আহিল স্মার্টফোন চাওক কি আছে ইয়াত | Assamese |
কোনা ভাইৰাছৰ পৰা বিশ্বক প্ৰথম সতৰ্ক কৰি দিয়া চীনৰ চিকিৎসকগৰাকীৰ মৃত্যু | Assamese |
নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত বাংলাদেশত মৃত্যু কুখ্যাত ৰোহিংগা দস্যুৰ | Assamese |
মন গলেই ভূটানলৈ গুচি যোৱাৰ দিন উকলিল প্ৰথমবাৰৰ বাবে ভাৰতীয়ৰ ওপৰত প্ৰৱেশ কৰ | Assamese |
কনা ভাইৰাছ আতংক চীনৰ সৈতে বিমান সেৱা বন্ধ কৰিলে ভাৰতে | Assamese |
কনা আতংক চীনে বন্ধ কৰিলে সুন্দৰবনৰ কেঁকোৰাৰ আমদানি দৈনিক বহু কোটি টকাৰ ক্ষতি | Assamese |
কনা ভাইৰাছৰ ঔষধ আৱিষ্কাৰ দাবী থাইলেণ্ডৰ চিকিৎসকৰ | Assamese |
আজিৰ পৰা ভাৰতবাংলাদেশৰ মাজত নৱম সম্প্ৰীতি যুটীয়া সামৰিক অনুশীলন | Assamese |
অর্নব গোস্বামীক বিজেপিৰ এগৰাকী সহযোগী আখ্যা চীনৰ সংবাদ মাধ্যমৰ | Assamese |
কনা আতংক চীনত আবদ্ধ ৪২৩ গৰাকী ভাৰতীয়ক লৈ দিল্লীত উপস্থিত এয়াৰ ইণ্ডিয়াৰ বিমান | Assamese |
কনা ভাইৰাছেৰে যুঁজ মাত্ৰ ৬ দিনতে চিকিৎসালয় নিৰ্মাণ কৰিবলৈ যুদ্ধকালীন গতিত কাম চীনৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.