text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
এজনো গোৰ্খা বিদেশী ন্যায়াধিকৰণলৈ নাযায়গুৱাহাটীত ঘোষণা বিজিপিৰ | Assamese |
অচিৰেই বাংলাদেশ হৈ কলকাতাৰ পৰা অসমলৈ চলিব ৰেল | Assamese |
ধুনীয়া ছোৱালী পৰৱৰ্তী দালাই লামা হব ব্যস্ত চীন এমেৰিকা | Assamese |
২০২২ চনত মহাকাশলৈ মহাকাশচাৰী পঠোৱাৰ পৰিকল্পনা পাকিস্তানৰ চীনে কৰিব সহায় | Assamese |
৫৫ সংখ্যক জন্মদিনত নিজে প্ৰতিষ্ঠা কৰা আলিবাবা অধ্যক্ষ পদৰ পৰা ইস্তফা জেক মাৰ | Assamese |
বাংলাদেশে সীমান্তত নিচিহ্ন কৰিলে পাকিস্তানৰ নাম এফালৰ পৰা মছিলে পাকিস্তান শব্দ | Assamese |
অক্টোবৰত বাংলাদেশৰ প্ৰধান মন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত আলোচনাৰ মুখ্য বিষয় হব এন আৰ চি | Assamese |
অৰুণাচল প্ৰদেশত হিমবিজয়ত নামিব ১৫ হাজাৰ ভাৰতীয় সেনা | Assamese |
বাংলাদেশভাৰতভুটাননেপাল যানবাহন চুক্তিয়ে সমৃদ্ধ কৰিব অৰ্থনীতি | Assamese |
ঐতিহাসিক একমাত্ৰ টেষ্টত আফগানিস্তানৰ হাতত ২২৪ ৰাণৰ বিশাল ব্যৱধানত বিধ্বস্ত বাংলাদেশ | Assamese |
অৰুণাচল প্ৰদেশত চীনা সৈন্যগুৰুত্বপূৰ্ণ বিবৃতি জাৰি ভাৰতীয় সেনাৰ | Assamese |
ডিজেলতকৈ গাখীৰৰ দাম বেছি পাকিস্তানত | Assamese |
বাংলাদেশত ইছলামিক ষ্টেটৰ কূটাঘাতত দুগৰাকী আৰক্ষী জোৱান আঘাতপ্ৰাপ্ত | Assamese |
১৯ লাখৰ মাজত বাংলাদেশী নাই | Assamese |
নাগ্ৰীজুলিত টিঘিলঘিলাই থকা বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ | Assamese |
সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ দি ভাৰতৰ বিৰুদ্ধে ৰোহিংগ্যাক উচটাইছে পাকিস্তানে | Assamese |
মোদীক গালি পাৰোঁতেই গাত কাৰেণ্ট লাগিল পাক মন্ত্ৰীৰ | Assamese |
মংলা বন্দৰ ব্যৱহাৰ সন্দৰ্ভত ভাৰতবাংলাদেশৰ দ্বিপাক্ষিক সহযোগিতাৰ চুক্তি স্বাক্ষৰ | Assamese |
তিনিচুকীয়াৰ কাষৰীয়া অৰুণাচল প্ৰদেশত ধাৰাবাহিকভাৱে আটক ড্ৰাগ সৰবৰাহকাৰী | Assamese |
ভিডিঅ এপৰ সহায়েৰে চীনৰ অৱদমিত মুছলমানৰ অভিনৱ প্ৰতিবাদ | Assamese |
ভাৰতক পৰমাণু আক্ৰমণৰ হুংকাৰ দিয়া পাকিস্তানৰ ৰেইল মন্ত্ৰীয়ে লণ্ডনত খালে পিটন | Assamese |
চীনত চুৰিত লিপ্ত অসমৰ বিশিষ্ট শিক্ষাবিদডিব্ৰুগড় বিশ্ববি.ৰ উপাচাৰ্য্যৰ প্ৰতিক্ৰিয়া | Assamese |
স্মাৰ্ট পেট্ৰল নেপালৰ ৰাষ্ট্ৰীয় উদ্যানে গঁড় সংৰক্ষণৰ বাবে মুকলি কৰিলে নতুন এপ | Assamese |
এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া ভাৰতৰ আভ্যন্তৰীণ বিষয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ | Assamese |
এদিন ভূটানৰ বিজ্ঞানীয়েও ছেটেলাইট বনাব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী | Assamese |
প্ৰধান মন্ত্ৰী মোদীৰ ভূটান ভ্ৰমণ ১০ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ | Assamese |
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী | Assamese |
ভুৱা আধাৰ কাৰ্ডৰ সহায়ত ভাৰতত প্ৰৱেশ কৰা ছয়গৰাকী ৰহিংগিয়াক আটক | Assamese |
সন্মুখত স্বাধীনতা দিৱস ভাৰতবাংলা সীমান্তত সষ্টম বি এছ এফ | Assamese |
বাংলাদেশী অবৈধ অনুপ্ৰৱেশক লৈ উদ্বিগ্ন ভাৰত গৃহ মন্ত্ৰী পৰ্য্যায়ৰ বৈঠকত উত্থাপন | Assamese |
অহা সপ্তাহৰ পৰা পুনৰ আৰম্ভ হব বাংলাদেশৰ পৰা ৰোহিংগ্যাৰ প্ৰত্যাৱৰ্তন | Assamese |
এন এছ চি এনৰ অধ্যক্ষই কি কৈছিল নাগাই ভাৰতক ভয় নকৰে উত্তৰপূব নৃগোষ্ঠীয় লোকৰ আৰু সদায়ে তেওঁলোকৰে হৈ থাকিব | Assamese |
লাডাখক পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল কৰাকলৈ চীনৰ আপত্তি কলে লাডাখ আমাৰহে | Assamese |
তচলিমা নাচৰিনৰ স্তনকেইটা ডাঙৰ বুলি মন্তব্য কৰিছিল জমেটকাণ্ড চৰ্চিত যুৱকে | Assamese |
চীনত মানুহ আৰু বান্দৰৰ খচ্চৰ | Assamese |
যন্ত্ৰণাহীন আত্মহত্যাৰ উপায় দি সমালোচিত বাংলা লেখিকা তচলিমা নাচৰিন | Assamese |
ম্যানমাৰত আৰাকান আৰ্মিৰ গাঁৱবাসীক মুক্তিৰ বিতৰ্কিত প্ৰসংগ | Assamese |
কাৰাগাৰত বন্দী হৈ থকা ৩০ জন বাংলাদেশীক আজি স্বদেশলৈ প্ৰত্যৰ্পণ | Assamese |
ভাৰতবাংলা সীমান্ত বেৰাৰ দুঃশ্চিন্তা এৰি ভোট দিব পাৰিব ২১ৰ নিৰ্বাচনত | Assamese |
সাৱধান আজি ৩.৩০ বজাত পুনৰ এৰা হব ভূটানৰ কুৰিশ্বু বান্ধৰ পানী | Assamese |
আলফাস্বাঃলৈ বিপদ সংকেত প্ৰথমবাৰৰ বাবে স্বাক্ষৰ ভাৰতম্যানমাৰ প্ৰতিৰক্ষা চুক্তি | Assamese |
৬৫০০০০০ টকা এবটলৰ দাম পৃথিৱীৰ আটাইতকৈ দামী পানীবোৰৰ বিষয়ে | Assamese |
ভাৰতবাংলা সীমান্ত এৰিবলৈ অস্বীকাৰ ১২ জন ৰোহিংগ্যা শৰণাৰ্থীৰ | Assamese |
দেশৰ মৰ্যাদা হানি দেশদ্ৰোহৰ গোচৰৰ সন্মুখীন বাংলাদেশৰ হিন্দু মহিলা কৰ্মী | Assamese |
দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰাৰ লক্ষ্যৰে ভূটান ভ্ৰমণ কৰিব প্ৰধান মন্ত্ৰী মোডীয়ে | Assamese |
মেঘালয়ৰ উমৰৈত অনুষ্ঠিত হব ভাৰত আৰু চীনৰ যৌথ সামৰিক অনুশীলন | Assamese |
প্রথমবাৰৰ বাবে অসমত এন আৰ চি প্ৰকাশকলৈ আশংকা ব্যক্ত কৰিছে বাংলাদেশে | Assamese |
টিক টক হেললৈ জাননী প্ৰেৰণ বন্ধ কৰাৰ সকীয়নি ভাৰত চৰকাৰৰ | Assamese |
বদৌচা কাপ২২ ছেপ্তেম্বৰৰ পৰা অসমতে চাওক বিদেশী ক্লাবৰ ফুটবল | Assamese |
দ্বিতীয়জন ভাল বেগী বলাৰৰ অভাৱে বাংলাদেশৰ বিশ্বকাপত পৰাজয়ৰ মূল কাৰণ আখ্যা দিলে ছোৱেইব আখতাৰে | Assamese |
বাংলাদেশী চোৰাং গৰু বেপাৰীৰ দলবদ্ধ আক্ৰমণত হাত ছিগিল বি এছ এফ জোৱানৰ | Assamese |
বাংলাদেশৰ বিৰুদ্ধে এটাও বল নেখেলাকৈয়ে বিশ্বকাপৰ পৰা বাহিৰ হৈ যাব পাকিস্তান কেনেকৈ | Assamese |
ছেমিফাইনেল প্ৰৱেশত ব্যৰ্থ হলেও বাংলাদেশী চাকিবে গঢ়িলে এক অনবদ্য ৰেকৰ্ড | Assamese |
কবিগুৰু ৰবীন্দ্ৰনাথক সুঁৱৰি ক্ৰিকেটৰ মহাৰণত ভাৰতবাংলাদেশ | Assamese |
ৰোহিত শৰ্মাৰ শতৰাণ বাংলাদেশৰ সন্মুখত জয়ৰ বাবে ৩১৫ ৰাণৰ লক্ষ্য | Assamese |
গুৱাহাটী আৰু ঢাকাৰ মাজত আৰম্ভ হল আন্তৰ্জাতিক বিমান সেৱা ফ্লেগ অফ কৰিলে মুখ্য মন্ত্ৰী সোণোৱালে | Assamese |
ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়ে উজ্জ্বীৱিত কৰিছে বাংলাদেশক | Assamese |
৫ জুলাইত দেশৰ লগতে অসমৰ ছবিগৃহত মুক্তি পাব নেপালী চলচ্চিত্ৰ আপ্পা | Assamese |
ব্যৱসায়বাণিজ্য সম্প্ৰসাৰণৰ উদ্দেশ্যে বাংলাদেশম্যানমাৰ ভ্ৰমণ কৰিব অসমৰ ৩০ জনীয়া প্ৰতিনিধি দলে | Assamese |
আজি বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ বিজয় কামনা কৰিছে পাকিস্তানীবাংলাদেশীয়ে কিন্তু কিয় | Assamese |
টপ ফৰ্মত থকা চাকিবৰ মন্তব্য ভাৰতক পৰাস্ত কৰিব পৰা ক্ষমতা আছে বাংলাদেশৰ | Assamese |
অপ্ৰতিৰোধ্য বাংলাদেশী চাকিব অদমনীয় প্ৰদৰ্শনেৰে বিশ্বকাপত ৰচিলে অনন্য অভিলেখ | Assamese |
চিকিৎসাৰ বাবে মাতি আনি বাংলাদেশী যুৱতীক ধৰ্ষণৰ অপচেষ্টা যুৱকৰ লুটিলে ধনসোণ আঅলংকাৰ | Assamese |
গুৱাহাটীৰ পৰা চীনলৈ চলিছে দুষ্প্ৰাপ্য বনৰৌৰ চোৰাং বেহা | Assamese |
ভাৰত নহয় ভূটানৰ মুদ্ৰা আৰু মোবাইল নেটৱৰ্কেৰে চলে অসমৰ দুখন গাঁও | Assamese |
চীনত সংকটৰ সন্ধিক্ষণত ইছলাম ভাঙি পেলোৱা হৈছে মছজিদ | Assamese |
চাৰি বছৰ আগতে মৃত বুলি শেষকৃত্য সম্পন্ন কৰা অসমৰ মহিলা উদ্ধাৰ বাংলাদেশৰ ৰাজপথত | Assamese |
সলনি হল বাংলাদেশী কয়দীৰ ব্ৰেকফাষ্টৰ মেনু | Assamese |
অভিনেতা দিলীপ কুমাৰ দাসলৈ ড০ এ পি জে আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা | Assamese |
বৃহৎ স্ক কৰিও বাংলাদেশৰ সন্মুখত আত্মসমৰ্পণ ৱেষ্ট ইণ্ডিজৰ | Assamese |
বাংলাদেশৰ প্ৰথমটো মহিলা পপ বেণ্ড লেইজফিটাই তুলিছে খলকনি | Assamese |
ভূটীয়া প্ৰধান মন্ত্ৰীৰ আমন্ত্ৰণত অতি সোনকালে ভূটান ভ্ৰমণলৈ যাব নৰেন্দ্ৰ মোদী | Assamese |
ভূটানৰ ৰাণীৰ জন্মদিনত শুভেচ্ছাৰে উপচাই দিলে কোনে | Assamese |
দেউতাকে নেপালত বন্ধকত থৈ অহা অসমৰ শিশু ঘৰ ওলালহি | Assamese |
পৰেশ বৰুৱাৰ নতুন অৱস্থান চীনৰ দিহং আৰু ৰুইলিৰ মাজত | Assamese |
বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তীত অংশগ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ভাৰতে | Assamese |
কাৰাগাৰত বন্দী দুজন ভাৰতীয়ক মুকলি কৰি দিলে বাংলাদেশে | Assamese |
আলফাস্বাধীনৰ মূল অস্ত্ৰ যোগনিয়াৰ বাৰ্মিজ ইউ দব্লিউ এচ এ | Assamese |
মোদীৰ শপতগ্ৰহণ ভাৰতীয় মিদিয়াৰ মূঢ়তাক ককৰ্থনা ভূতপূৰ্ব ভুটীয়া প্ৰধান মন্ত্ৰীৰ | Assamese |
মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত এইবাৰো উপস্থিত নাথকিব বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনা | Assamese |
আৰক্ষীৰ কৱলৰ পৰা পলাল বাংলাদেশী নাগৰিক | Assamese |
ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিল কাঠমাণ্ডু ৪জন নিহত | Assamese |
বাংলাদেশৰ কক্স বজাৰত চীনা চাবমেিন ঘাটি | Assamese |
নাগৰিকত্ব বিধেয়কক লৈ আগবাঢ়িব বিজেপিবিজয়ৰ পিছতে দৃঢ় মন্তব্য হিমন্ত বিশ্বৰ | Assamese |
বিদেশে আৰ্হি গ্ৰহণ কৰিবলৈ ওলাইছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ | Assamese |
ইছলামাবাদঢাকাৰ মাজত তুংগত কূটনৈতিক উত্তেজনা ভিজা বন্ধ পাকিস্তানীৰ | Assamese |
নিৰুদ্দিষ্ট বাংলাদেশীৰ ঠিকনা অসমৰ কাৰাগাৰ | Assamese |
খিলঞ্জীয়া বিৰোধী ভাইৰাচ ৰমিঅ লিংদক হত্যা এইচ এন এল চিৰ | Assamese |
মাছ ধৰাত নিষেধাজ্ঞা বাংলাদেশ কঠোৰ হোৱাৰ বিপৰীতে অসমত ফাইলতে সীমাবদ্ধ নিৰ্দেশনা | Assamese |
অনলাইন খাপ পতাৰ দিন গল এতিয়া মবাইল কিনক এম আই কিয়স্কত | Assamese |
খৰধৰ কৰক দিনে ১ লাখকৈ টকাৰ অফাৰ টিক টকৰ অসমৰ বাবেও মুকলি | Assamese |
একেৰাহে ১২৬ ঘণ্টা নৃত্য কৰি নেপালৰ কিশোৰীৰ বিশ্ব অভিলেখ | Assamese |
বাংলাদেশীতকৈ আগতে ভাৰত আগমন বি টিভিৰ | Assamese |
দৰিদ্ৰ অসমীয়াক বাংলাদেশী জেলত পচিবলৈ কিয় দিছে চৰকাৰে | Assamese |
অসমৰ বাবে সম্ভাৱনা কঢ়িয়াই সামৰণি পৰিল নৱম বাংলাদেশ ভ্ৰমণ আৰু পৰ্যটন সমাৰোহ২০১৯ | Assamese |
বাংলাদেশৰ শীৰ্ষ মানৱাধিকাৰ কৰ্মীক মৃত্যুৰ ভাবুকি | Assamese |
নেপালে এভাৰেষ্টত পৰিস্কাৰ কৰিলে ৩০০০ কেজি আবৰ্জনা | Assamese |
ভয়াৱহ গতিত অসম অভিমুখী ফেনি বংগোপ সাগৰত শক্তিবৃদ্ধি শনিবাৰে হব প্ৰচণ্ড বৰষুণ | Assamese |
ৰাখাইন প্ৰদেশত ম্যানমাৰ সেনাই গুলীয়াই নিহত কৰিলে ৬ জন নিৰস্ত্ৰ কাৰাবন্দীক | Assamese |
শান্তি আলোচনা অগ্ৰাহ্য মেগেনৰ গণভোটৰ দাবী | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.