text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
চীনত কনা ভাইৰাছৰ আতংক ভাৰতত সতৰ্কতা জাৰি স্বাস্থ্য বিভাগৰ | Assamese |
মেঘালয়ত ৩ ফেব্ৰুৱাৰিৰ পৰা নৱম সম্প্ৰিতি শীৰ্ষক ভাৰতবাংলাদেশৰ যুটীয়া সামৰিক অনুশীলন | Assamese |
দিল্লীক এন এছ চি এন আই এম সকীয়নিযুদ্ধ বিৰতি প্ৰত্যাহাৰহিংসাত্মক সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰাৰ ভাবুকি | Assamese |
তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোমবাৰৰ পৰা পাংচুপাচ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ২০২০ আৰম্ভ | Assamese |
ভাৰতে চীনা বি আৰ আই এৰিব নালাগেস্বামী | Assamese |
ৰ প্ৰভাৱ পাকিস্তানত আততায়ীৰ গুলীত নিহত শিখ যুৱক দুদিন পূৰ্বে হৈছিল গুৰুদ্বাৰত আক্ৰমণ | Assamese |
২২ জানুৱাৰিৰ পৰা বাংলাদেশত আৰম্ভ হব ইপাছপোৰ্ট সেৱা | Assamese |
নিলাম হব ভাৰতবাংলা সীমান্তত জব্দ ১৬ কোটি টকাৰ গৰু | Assamese |
কাৰ বিষয়ে দহটা বাক্য কওক ৰাহুল গান্ধীক প্ৰত্যাহ্বান জে পি নড্ডাৰ | Assamese |
ধন্যবাদ মন্ত্ৰী মহোদয় আপুনি ব্ৰহ্মপুত্ৰ জলপথক হত্যা কৰিলে | Assamese |
চীনত গৰ্ভস্থ কেঁচুৱাৰ জিনীয় সম্পাদনেৰে চাঞ্চল্য সৃষ্টি কৰা চিকিৎসাবিজ্ঞানীক কাৰাদণ্ড | Assamese |
আমেৰিকাক চীনৰ মোক্ষম আঘাত স্বদেশলৈ ওভটাই আনিলে ১৬০০০ বৈজ্ঞানিকক | Assamese |
ভাৰত সীমান্তত মোবাইল নেটৱৰ্ক বন্ধ কৰিলে বাংলাদেশে | Assamese |
অসমৰ বিৰোধিতাৰ তাৎপৰ্য্য তথ্যৰে ব্যাখ্যা জাহ্নু বৰুৱাৰ | Assamese |
মানৱীয় আইনপূৰ্ণ সমৰ্থনত বাংলাদেশী সংখ্যালঘু বিশ্ব সম্প্ৰদায় | Assamese |
পশ্চিম বংগৰ মন্ত্ৰীক ভিছা দিবলৈ অস্বীকাৰ বাংলাদেশৰ | Assamese |
পাকিস্তানৰ সৈতে নিৰপেক্ষ ভ্যেনুত টেষ্টত অংশ লোৱাৰ বাবে সাজু বাংলাদেশ | Assamese |
ভাৰতত থকা বাংলাদেশীসকলে বিচাৰিলে ঘূৰাই নিব দেশখনে কলে বাংলাদেশৰ মন্ত্ৰীয়ে | Assamese |
গ্ৰাহকৰ ধৰ্ম জানিব খুজিব পাৰে ভাৰতৰ বেংকে | Assamese |
ভাৰতৰ পৰা অনুপ্ৰৱেশ ৰুধিবলৈ বাংলাদেশে অধিক কটকটীয়া কৰিছে সীমান্তৰ পহৰা | Assamese |
অবৈধ বাংলাদেশীৰ তালিকা দিবলৈ ভাৰতক প্ৰত্যাহ্বান বাংলাদেশৰ | Assamese |
ভাৰতৰ পদক্ষেপে বাংলাদেশত সংখ্যালঘুৰ ওপৰত নিৰ্য্যাতন বৃদ্ধি কৰিব বাংলাদেশত সংবাদমেলত হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদ | Assamese |
নাগৰিকত্ব আইন অসমত কূটনীতিকৰ কনভয়ত আক্ৰমণৰ প্ৰতিবাদ বাংলাদেশৰ | Assamese |
ৰক্তৰ আৰাধনা দেৱী পূজাৰ নামত এটা মন্দিৰত ৪৮ ঘণ্টাত বলি দিয়া হল ৩০ হাজাৰ পশু | Assamese |
অভূতপূৰ্ব মেচ শূন্য ৰাণতে আউট ৯গৰাকী বেটছমেন দলৰ স্ক ৮ ৰাণ | Assamese |
বাংলাদেশ প্ৰিমিয়াৰ লীগ বি পি এল উদ্বোধনী অনুষ্ঠানত অংশ লব চলমান খান আৰু কেটৰিনা কাইফে | Assamese |
বি পি এলত চমক উদ্বোধনী অনুষ্ঠানত নৃত্য কৰিব ছালমানকেটৰিনাই | Assamese |
পুৰুষৰ ভয়াবহ বলাৰে নোৱাৰা ৰেকর্ড গঢ়িলে নেপালৰ এইগৰাকী মহিলা বলাৰে | Assamese |
শিক্ষয়িত্ৰীৰ হত্যাকাণ্ড মণিপুৰী বিদ্ৰোহীৰ শাস্তিৰ দাবীত উত্তাল ম্যানমাৰৰ ৰাজপথ | Assamese |
অচিৰেই ভুটানৰ নতুন পৰ্য্যটন নীতি ভাৰতীয় পৰ্য্যটকে দিব লাগিব দৈনিক কৰ | Assamese |
হিংসা বিয়পোৱাৰ অভিযোগত বাংলাদেশত দুগৰাকী বি এন পি নেতাক গ্ৰেপ্তাৰ | Assamese |
ঢাকাৰ হোলি আৰ্টিছেন কেফেত আক্ৰমণৰ ঘটনাত ৭জন ইছলামিক সন্ত্ৰাসবাদীক মৃত্যুদণ্ড | Assamese |
ভিছাৰ ম্যাদ উকলি যোৱাৰ পাছতো ভাৰতত জৰিমনাৰ সন্মুখীন এইগৰাকী বাংলাদেশী ক্ৰিকেটাৰ | Assamese |
ম্যানমাৰত ৭ বছৰে শিবিৰত সীমিত জীৱন কটাইছে ৰহিঙীয়া মুছলমানে | Assamese |
প্ৰথমখন পিংক বল টেষ্টত ভাৰতৰ বৃহৎ বিজয় গঢ়িলে ৰেকৰ্ড | Assamese |
ভাৰত এৰিছে বাংলাদেশীয়ে যোৱা ২০ দিনত ১৮০ গৰাকীক গ্ৰেপ্তাৰ | Assamese |
বাংলাদেশত আলফা স্বাধীনৰ বিশাল অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ | Assamese |
৬১ গৰাকী বাংলাদেশীক লৈ উপস্থিত ৰেল কলকাতাত প্ৰতিবাদ | Assamese |
পিংক বল টেষ্টত উত্তীৰ্ণ টীম ইণ্ডিয়া প্ৰথম ইনিংছত ৩৪৭ ৰান সংগ্ৰহ | Assamese |
সশস্ত্ৰ বাহিনী দিৱসত চহিদক শ্ৰদ্ধাজ্ঞাপন বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনা আৰু ৰাষ্ট্ৰপতি আব্দুল হামিদৰ | Assamese |
ভাৰতে ৰপ্তানি বন্ধ কৰাৰ পাছত বাংলাদেশত প্ৰতি কিলোগ্ৰাম পিয়াজৰ মূল্য ২৬০ টকালৈ বৃদ্ধি | Assamese |
টুৱেণ্টি২০ত পৰিণত পিংক বল টেষ্ট মেচ ৩০ অভাৰত ১০৬ ৰানতে শেষ বাংলাদেশৰ প্ৰথম ইনিংছ | Assamese |
শিলিগুৰিত বনৰৌ সহ পাঁচগৰাকী ভূটীয়া নাগৰিক গ্ৰেপ্তাৰ | Assamese |
নেপালত চীনা ৰাষ্ট্ৰপতিৰ প্ৰতিমুৰ্তি দাহেৰে তীব্ৰ প্ৰতিবাদ | Assamese |
ভাৰতীয় বেগী বলাৰৰ তাণ্ডৱত বাংলাদেশৰ ছত্ৰভংগ মাত্ৰ ১৫০ ৰাণত প্ৰথম ইনিংছৰ অন্ত | Assamese |
কৰিমগঞ্জত বি এছ এফৰ হাতত সন্দেহযুক্ত বাংলাদেশী নাগৰিক আটক | Assamese |
১৬টা মৃতদেহ উদ্ধাৰ বাংলাদেশত ভয়ংকৰ ট্ৰেইন ট্ৰাজিদি | Assamese |
বেয়া দিনে লগ এৰা নাই ছাকিব উলৰ বুলবুলত বিধ্বস্ত তেওঁৰ হেঁপাহৰ কেঁকোৰাৰ পাম | Assamese |
চীনত কালী উপাসনা | Assamese |
সংকট বাঢ়িল অনিল আম্বানিৰ চীনৰ তিনিটা বেংকে কাষ চাপিছে আদালতৰ | Assamese |
অসমৰ গোৰ্খাসকলৰ বিষয়ত মূৰ নঘমাবলৈ প্ৰৱাসী নেপালী সমাজক সকীয়নি ভাৰতীয় গোৰ্খা পৰিসংঘৰ | Assamese |
কাণৰ বিষত ৰব পৰা নাছিল মানুহজন ওলাল কাণৰ ভিতৰত বাস কৰা প্ৰকাণ্ড পঁইতাচোৰা | Assamese |
বৰ্ধিত শক্তিৰে ক্ৰমশ পশ্চিমবংগ অভিমুখে ঘূৰ্ণিবতাহ বুলবুল অসমতো প্ৰভাৱ পৰাৰ আশংকা | Assamese |
ৰাজকোটত ইতিহাস সৃষ্টিৰ লক্ষ্যৰে আজি টীম ইণ্ডিয়াৰ সন্মুখত আত্মবিশ্বাসী বাংলাদেশ | Assamese |
অষ্টম মৃত্যু বাৰ্ষিকীত সুধাকণ্ঠৰ স্মৃতিত বাংলাদেশত বৰ্ণাঢ্য অনুষ্ঠান | Assamese |
দাম কমিল ৰ দুটা স্মাৰ্টফোনৰ নতুন দাম কিমান চাওক | Assamese |
পাকিস্তানৰ পাছত ভাৰতৰ নতুন মানচিত্ৰক লৈ নেপালৰ বিৰোধিতা | Assamese |
ভাৰতবাংলাদেশ সীমান্তত আৰক্ষী আৰু বি এছ এফৰ পৃথক অভিযানত ৪৯ টা গৰু উদ্ধাৰ | Assamese |
ভূটীয়া চাঙত বিস্কুট চাহ খাই জীৱনৰ সঁচা অৰ্থ বিচাৰি পালে বিৰাট কোহলি আৰু অনুষ্কা শৰ্মাই | Assamese |
ভাৰতৰ বিৰুদ্ধে খেলৰ পূৰ্বে দিল্লীৰ প্ৰদূষণক লৈ চিন্তিত বাংলাদেশী প্ৰশিক্ষক ডোমিংগো | Assamese |
বাংলাদেশৰ চমকটী২০ত প্ৰথমবাৰৰ বাবে পৰাস্ত কৰিলে টীম ইণ্ডিয়াক | Assamese |
৫০ খন চহৰত ৫ জি সেৱা আৰম্ভ ১.৭ জিবিৰ চলচ্চিত্ৰ ডাউনলোড হব মাত্ৰ ২ ছেকেণ্ডত | Assamese |
ভূটানত বিৰাট কোহলীৰ জন্মদিন পালন কৰিব পত্নী অনুষ্কাই মুকলি মনেৰে সময় কটাইছে দুই তাৰকাই | Assamese |
জম্মুকাশ্মীৰ প্ৰসংগত মন্তব্যৰ পাছতে চীনক চোকা প্ৰত্যুত্তৰ ভাৰতৰ | Assamese |
চাকিবৰ নেতৃত্বতে ২০২৩ বিশ্বকাপৰ ফাইনেল খেলিব বাংলাদেশে আশাবাদী মোৰ্তাজা | Assamese |
বাঙালীৰ মৃত্যু নমাইছে নাগৰিকত্ব বিধেয়কে বিৰুদ্ধে বাংলাদেশৰ হিন্দু মহাজোঁট | Assamese |
দুবছৰলৈ নিষিদ্ধ বিশ্বৰ এক নম্বৰ অল ৰাউণ্ডাৰ চাকিব আল হাছান | Assamese |
পৰ্য্যটনৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ দহখন দেশৰ ভিতৰত শীৰ্ষত ভুটান | Assamese |
নোবেল বিজয়ী ড০ য়ুনিছক ৭ নৱেম্বৰৰ ভিতৰত আত্মসমৰ্পনৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ | Assamese |
ছৰি ভুটান স্মাৰক স্তূপত উঠা ভাৰতীয়ৰ হৈ ক্ষমা বিচাৰিলে কেৰালাৰ বাইকাৰে | Assamese |
ফুটবল চাম্বাৰ দেশ ব্ৰাজিল ফুৰিবলৈ এতিয়া আৰু ভিজাৰ প্ৰয়োজন নাই | Assamese |
বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ ৰোষত চাকিব উল হাছান আইনী ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ | Assamese |
গ্ৰেপ্তাৰ হোৱা হুজিৰ নেতা আটিকুল্লাহ বাংলাদেশলৈ আহিছিল পৃষ্ঠপোষক বিচাৰি বাংলাদেশ আৰক্ষী | Assamese |
মহম্মদৰ বিৰুদ্ধে অশ্লীল মেছেজ দিয়া বিপ্লৱ কুমাৰ শুভ নামৰ একাউণ্টটো হেকড হৈছিল আৰক্ষী | Assamese |
এটা ফেচবুক পষ্টক কেন্দ্ৰ কৰি বাংলাদেশত আৰক্ষীজনতাৰ সংঘৰ্ষ চাৰিজন লোক নিহত | Assamese |
পৰ্য্যটকৰ অপেক্ষাত বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেন | Assamese |
বাংলা টাইগাৰ্ছৰ ধৰ্মঘট সংকটত ভাৰতবাংলাদেশৰ ক্ৰিকেট শৃংখলা | Assamese |
চীনৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হল অসমীয়া পৰিচালক ৰীমা দাসৰ চুটি ছবি | Assamese |
ফ্লেগ মিটিঙলৈ মাটি বাংলাদেশ ব্ডাৰ গাৰ্ডৰ গুলীচালনা চহিদ বি এছ এফৰ এজন জোৱান | Assamese |
বিকাশৰ গতিত ভাৰতক পিছত এৰি থৈ যাব বাংলাদেশ নেপালেবিশ্ব বেংক | Assamese |
বাংলাদেশৰ বিপক্ষে ভাৰতীয় ষ্ট্ৰাইকাৰক আক্ৰমণাত্মক খেল খেলাৰ পৰামৰ্শ বাইচুঙৰ | Assamese |
মুছলমানৰ সাংস্কৃতিক ইতিহাস নিৰ্মূল কৰিবলৈ চীনে ধ্বংস কৰিছে উইঘুৰসকলৰ সমাধি | Assamese |
বাংলাদেশৰ নোবেল বঁটাবিজয়ী অৰ্থনীতিবিদ মুহাম্মদ য়ুনুচৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা | Assamese |
ফিফা বিশ্বকাপ আৰু এছিয়া কাপৰ কোৱালিফায়িং ভাৰত আৰু বাংলাদেশৰ খেল ড্ৰ ৰূপে সামৰণি | Assamese |
ম্যানমাৰৰ য়াংগোন বিশ্ববিদ্যালয়ত হিন্দী ভাষা শিক্ষাৰ আনুষ্ঠানিক আৰম্ভণি | Assamese |
সৃষ্ট ৰাষ্ট্ৰহীনতাৰ শংকা অতি শীঘ্ৰে দূৰ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ আহ্বান | Assamese |
বাংলাদেশত দুৰ্গা পূজাৰ সংখ্যাই অতিক্ৰম কৰিলে যোৱা বছৰৰ অভিলেখ | Assamese |
শাৰদীয় দুৰ্গা পূজাৰ বতৰত বাংলাদেশৰ পৰা আহিছে ৫০০ টনৰো অধিক ইলিছ মাছ | Assamese |
মোদীহাছিনাৰ বৈঠক এন আৰ চি প্ৰসংগ তুলিলে হাছিনাইহে প্ৰক্ৰিয়াটো চলিহে আছে বুলি ভাৰতৰ উত্তৰ | Assamese |
ভাৰতবাংলাদেশৰ মাজত সম্পৰ্ক বৃদ্ধিৰ লক্ষ্যৰে মোদীহাছিনাই উদ্বোধন কৰিব তিনিটা প্ৰকল্প | Assamese |
এন আৰ চিক লৈ শংকিত নহব মোদীৰ সৈতে আলোচনা কৰক বাংলাদেশৰ প্ৰধান মন্ত্ৰী | Assamese |
লাদেন ঘনিষ্ঠকে ধৰি হুজিৰ তিনি শীৰ্ষ নেতা জালত ঢাকা | Assamese |
গুৱাহাটীৰ বিমান বন্দৰত প্ৰীপেইদ টেক্সি সেৱা আৰম্ভ উ.পূবৰ লগতে ভুটানকো সামৰিব | Assamese |
মুছলমানসকলৰ কিডনিলিভাৰ কাঢ়ি নিছে চীনে ৰাষ্ট্ৰসংঘত অভিযোগ স্বেচ্ছাসেৱী সংস্থাৰ | Assamese |
চীনৰ হাতত বিশ্বৰ আটাইতকৈ শক্তিশালী মিছাইল ৩০ মিনিটতে আঘাত হানিব আমেৰিকাত | Assamese |
টি২০ ক্ৰিকেটত নেপালৰ অধিনায়কে গঢ়িলে নতুন বিশ্ব ৰেকৰ্ড | Assamese |
ভুটানত ভাৰতীয় সেনাৰ হেলিকপ্তাৰ দুৰ্ঘটনা দুজন থিতাতে নিহত | Assamese |
যোৰহাটত অলক্ষিত বাংলাদেশৰ জন্মদাত্ৰী ৰণপক্ষী | Assamese |
ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয়ত বাংলাদেশৰ প্ৰধান মন্ত্ৰীকে ধৰি ভালেকেইখন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ মহাত্মা গান্ধীলৈ শ্ৰদ্ধা অৰ্পন | Assamese |
নোবেল বিজয়ী অৰ্থনীতিবিদে কলেভাৰতৰ অৱস্থা অস্থিৰ বিনিয়োগকাৰীক ভৰসা দিয়াটো জৰুৰী | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.