text stringlengths 0 188k |
|---|
চাঞ্চল্যকৰ প্ৰতিবেদন! ছয় লাখ ভাৰতীয়ৰ ব্যক্তিগত তথ্য ‘চুৰি’; বৃহৎ মূল্যৰ বিনিময়ত বিক্ৰী |
FIFA World Cup 2022: তীব্ৰ উত্তেজনামূলক যুঁজত নেদাৰলেণ্ডক হৰুৱাই ফুটবল বিশ্বকাপৰ ছেমি ফাইনেলত আৰ্জেণ্টিনা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
Online business ideas |
15+ অনলাইন ধন উপাৰ্জনৰ ধাৰণা ||15 Easy Online earning Business ideas 2022 in Assamese |
ByTrinetro Desk August 23, 2021 April 25, 2022 Write a Comment on 15+ অনলাইন ধন উপাৰ্জনৰ ধাৰণা ||15 Easy Online earning Business ideas 2022 in Assamese3 min read |
15 Online earning Business ideas 2022 in Assamese |
Online business আৰম্ভ কৰিম বুলি চিন্তা চৰ্চা কৰিছে নেকি? তেন্তে এই লেখাটো আপোনাৰ বাবে। অনলাইন ব্যৱসায় (online business) এনে নহয় যে আজি আৰম্ভ কৰি এদিন বা এমাহতেই সফল হব। এই ব্যৱসায়ো (online business) আন অফলাইন ব্যৱসায়ৰ (offline business) দৰে সফল হবলৈ, প্ৰতিষ্ঠিত হবলৈ কিছু দিনৰ প্ৰয়োজন হয়। ইয়াৰ উপৰিও আন অফলাইন ব্য... |
এই ক্ষেত্ৰত আপোনাৰ সুবিধা হবলৈ কেইটা মান অনলাইন ধন উপাৰ্জনৰ ধাৰণা (online business ideas) দিবলৈ চেষ্টা কৰা হৈছে। অনলাইন ধন উপাৰ্জন (online business ideas) কৰিবলৈ তলত দিয়া তালিকাখনৰ ওপৰিও অান বহুতো উপায় আছে। আমি কেৱল কেইটামান সহজ, নিৰাপদ, ঘৰৰ পৰা কৰিব পৰা (business ideas from home) আৰু জনপ্ৰিয় ব্যৱসায়িক (online busi... |
1) সৰু অনলাইন ষ্টোৰ Small eCommerce store |
বৰ্তমান সময়ত অনলাইন eCommerce store এক জোৱাৰ চলি আছে। এই ক্ষেত্ৰত বৃহৎ প্ৰতিষ্ঠান সমূহে তেওঁলোকৰ উৎপাদিত সামগ্ৰী সমূহ online তেওঁলোকৰ নিজা ৱেবছাইট বা অান বৃহৎ eCommerce ৱেবছাইট জৰিয়তে বিক্ৰী কৰি আহিছে। এটা বৃহৎ online e-commerce Store খুলিবলৈ বৃহৎ অৰ্থৰ প্ৰয়োজন কাৰণ বিভিন্ন দিশ চোৱা চিতা কৰিবলৈ কৰ্মচাৰীৰ প্ৰয়োজন হয... |
2) ব্লগাৰ ( Blogger) |
Blogger বিষয়টো বহু লোকৰ বাবে এক চিনাকি নাম যদিও বহু লোক ইয়াৰ বিষয়ে অৱগত নহয়। ব্লগাৰ ( blogger) হৈছে অনলাইনত লিখা লেখক। অৰ্থাৎ আপোনাৰ এটা ৱেবছাইট থাকিব লাগিব যত আপোনাৰ লিখনি সমূহ প্ৰকাশ কৰিব পাৰে। ব্লগিং (blogging) বিষয়টো আপুনি নিজে ঠিক কৰি এটা বা ততোধিক ৱেবছাইট আৰম্ভ কৰক। লিখনি সমূহ অসমীয়া বা ইংৰাজী বা যিকোনো অন্... |
ব্লগাৰ (blogger) বিষয়ে অধিক জানিবলৈ তলত দিয়া লিংকৰ জৰিয়তে বিস্তৃত ভাৱে জানিব পাৰিব। |
Blogging in Assamese |
ইয়াৰ বিষয়ে অধিক জানিবলৈ তলত comment কৰিব পাৰে। |
3) ৱেবছাইট বেচা কিনা (website sell and buy) |
ৱেবছাইট বা ব্লগ বিক্ৰী কৰিও আপুনি ভাল অৰ্থ উপাৰ্জন (online earning) কৰিব পাৰে। ইয়াৰ বাবে আপোনাৰ ৱেবছাইট আৰম্ভ কৰা, ব্লগ লিখা আদিৰ অলপ জ্ঞান থকাটো সুবিধাজনক হয়। আপোনাৰ যদি ৱেবছাইট আছে বা ৱেবছাইট চলায় আছে তেন্তে সেই ৱেবছাইট আপুনি ৱেবছাইট বেচা কিনা (website sell and buy) কৰা ৱেবচাইটৰ জৰিয়তে ভাল অৰ্থৰ বিনিময়ত বিক্ৰী ক... |
Website buy and sell ৰ বিষয়ে অধিক জানিবলৈ তলত comment কৰিলে অধিক তথ্য জনাবলৈ চেষ্টা কৰা হব। |
4) সামাজিক মাধ্যমৰ সৰু প্ৰভাৱক Social media Micro influencer |
Influencer মানে হল প্ৰভাৱক। আমি ইউটিউব, ইনষ্টাগ্ৰাম বা ফেচবুক আদিত বহুতো celebrity বা জনপ্ৰিয় লোকক অনুসৰণ কৰো। তেওঁলোকে বিভিন্ন ধৰণৰ পোষ্ট তেওঁলোকৰ social media একাউণ্ট ত প্ৰকাশ কৰে। আমি সেইবোৰ পোষ্ট ত like, comment, share কৰোঁ আৰু তাৰ পৰা প্ৰভাৱিত হয় সেই পোষ্ট টোত উল্লেখিত সামগ্ৰী বা সেৱা প্রতি আকৰ্ষিত হওঁ। এনেদৰেই এ... |
আপুনি ভাবিব পাৰে ইয়াৰ পৰা কেনেদৰে উপাৰ্জন কৰিব পাৰিম? প্ৰথম কথা আপুনি এটা নিদিষ্ট বিষয় বাচি লব লাগিব, যি বিষয়ত আপোনাৰ আগ্ৰহ আৰু জ্ঞান থকা অত্যন্ত জৰুৰী। কেৱল সেই নিদিষ্ট বিষয়তহে আপুনি পোষ্ট বা আলোচনা কৰা উচিত আৰু আপোনাৰ followers ক বিশ্বাস দিব পাৰিব লাগিব যে সেই নিৰ্দিষ্ট বিষয়ত যথেষ্ঠ জ্ঞান আৰু অভিজ্ঞতা আছে। আপোনা... |
ইয়াৰ বিষয়ে অধিক জানিব বিচাৰিলে তলত comment কৰক যাতে আমি বিতং ভাৱে আপোনাৰ লগত আলোচনা কৰিব পাৰোঁ। |
5) অধিভুক্ত বিপণন Affiliate marketing |
Affiliate marketing বৰ্তমান সকলো social media influencer সকলে ব্যৱহাৰ কৰা এক সফল আৰু সহজ উপাৰ্জনৰ মাধ্যম। Affiliate marketing জৰিয়তে উপাৰ্জন কৰিবলৈ অৱশ্যে প্ৰথম অৱস্থাত অলপ কষ্টকৰ হব পাৰে কিন্তু ভৱিষ্যতলৈ ইয়াৰ জৰিয়তে উপাৰ্জন হৈ থাকিব। Marketing বা অসমীয়াত বিপণনৰ অৰ্থ হৈছে যিকোনো সামগ্ৰী গ্ৰাহকৰ লগত পৰিচয় কৰি দিয়া... |
এতিয়া আহিছোঁ কেনেদৰে আপুনি affiliate marketing কৰিব? প্ৰথম আপোনাক গ্ৰাহকৰ কাষ চাপিবলৈ এটা প্লেটফৰ্মৰ প্ৰয়োজন হব। তেনেধৰণৰ প্লেটফৰ্ম যেনে ইউটিউব চেনেল, ৱেবছাইট, ফেচবুক পেজ, ফেচবুক গ্ৰুপ, ইনষ্টাগ্রাম একাউণ্ট আদি থকাটো অতিকৈ প্ৰয়োজন। তাৰ পাছত আপোনাৰ যিকোনো e commerce website ৰ affiliate marketing account খুলি লওক। Affi... |
6) স্বাধীন বা স্বনিৰ্ভৰ লেখক (Freelance writing) |
স্বাধীন বা স্বনিৰ্ভৰ লেখক যিসকল কোনো এক নিৰ্দিষ্ট প্ৰতিষ্ঠানৰ লগত জড়িত নহয়, বেলেগ বেলেগ প্ৰতিষ্ঠানৰ প্ৰয়োজন অনুসৰি নিজৰ লেখা যোগান ধৰে। এক কথাত কোনো ধৰণৰ চাকৰি নকৰি কেৱল চুক্তি অনুসৰি নিৰ্দিষ্ট প্ৰতিষ্ঠানক বা ব্যক্তিক লিখনি যোগান ধৰা। বৰ্তমান এই ধৰণৰ Freelance writing কামত বহুতো ৱেবছাইট আছে। যাৰ জৰিয়তে আপুনিও সহজে ... |
7) ই বুক লেখক (Ebook Writer) |
ই বুক (ebook) বৰ্তমান এক জনপ্ৰিয় মাধ্যম কিতাপ প্ৰকাশ কৰাৰ বাবে। বহু লেখকে সাধাৰণতে কাগজত কিতাপ প্ৰকাশ কৰাৰ সলনি ebook মাধ্যমত প্ৰকাশ কৰাত অধিক গুৰুত্ব কৰিছে। এনে কৰিলে কিতাপ প্ৰকাশ কৰাৰ খৰচ একেবাৰে নিম্নতম হয় আৰু সমগ্ৰ বিশ্বতে মূহুৰ্তত উপলব্ধ হয়। কিতাপ প্রকাশনত (book publishing) কম ধনৰ বিনিয়োগ (ideas for a small bu... |
8) পদকাষ্ট (Podcast) |
পদকাষ্ট (Podcast) বিষয়ে নিশ্চয় অলপ হলেও আপুনি জ্ঞাত বা এই বিষয়ে নজনাটো কোনো আচৰিত কথা নহয়। Podcast বুলি কলে চমু অৰ্থত অনলাইন ৰেডিঅ। অনলাইন ৰেডিঅ বিষয় টো বিদেশত বেছ জনপ্ৰিয়। বৰ্তমান ভাৰততো Podcast বিষয়টো লাহে লাহে গতি লাভ কৰিছে আৰু বহু লোকে এই ক্ষেত্ৰত সুন্দৰ কাম কৰি আছে। আপোনাৰ যদি এটা সুন্দৰ কন্ঠ আছে, কথা পাতি ভ... |
9) ইউটিউবাৰ YouTuber |
বৰ্তমান সময়ত এই বিষয়ে নজনা ব্যক্তি হয়টো নোলাব। তথাপিও জনাই থওঁ যে আপুনি ইউটিউবত আপোনাৰ Video আপলোড কৰি ধন উপাৰ্জন কৰিব পাৰে। বহু লোকে বৰ্তমান ইউটিউবক নিজৰ পেছা হিচাপে গ্ৰহণ কৰিছে আৰু লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ইউটিউবত বিভিন্ন ধৰণৰ Video যেনে lifestyle, খেতি, নিউজ, সামগ্ৰী review, ভ্ৰমণ, music video, short... |
Youtube Earnig Tips in Assamese |
10) অনলাইন টিউচন বা কোচিং Online tution or Coaching |
বৰ্তমান সময়ত আটাইটকৈ জনপ্ৰিয় আৰু চৰ্চিত অনলাইন উপাৰ্জনৰ মাধ্যম হৈছে অনলাইন টিউছন বা কোচিং (online coaching or tution)। আপুনি যদি শিশুক পঢ়াই ভাল পায় বা শিক্ষকতাৰ লগত জড়িত তেন্তে অনলাইন টিউশন বা কোচিঙৰ লগত জড়িত হব পাৰে। অনলাইন টিউছন বাবে আপুনি নিজকে বিভিন্ন শিক্ষাৰ লগত জড়িত ৱেবছাইটত অন্তৰ্ভুক্ত কৰিব পাৰে। আনহাতে নি... |
Online tution বা online Coaching ৰ বিষয়ে অধিক জানিবলৈ তলত comment কৰিলে নিশ্চয় অধিক তথ্য জনাবলৈ চেষ্টা কৰা হব। |
11) ফটো আৰু video বিক্ৰেতা |
আপোনাৰ যদি এটা ভাল কেমেৰা আছে বা ভাল কেমেৰা থকা ফোন আছে তেন্তে ফটো আৰু video বিক্ৰেতা হব পাৰে। আপুনি যিকোনো ধৰণৰ ফটো বা video record কৰি অনলাইন বিক্ৰি কৰিব পাৰে। ফটো আৰু video মানদণ্ড (quality) ভাল হোৱা উচিত। Video বোৰ ১০ ছেকেণ্ডৰ পৰা ৩০ ছেকেণ্ডৰ ভিতৰত হলে বেচি ভাল। Video বা ফটোবোৰ raw হলে বেচি ভাল। কোনোধৰণৰ editing ৰ ... |
12) Video বা audiobook ৰ বাবে কন্ঠ দিয়া Online voice over service |
প্ৰতিটো video বা audiobook ত এটা কণ্ঠই background ত কোনো বিষয়ত কন্ঠ নিগৰাই থাকে। ভাল কন্ঠ হলে আমি শুনি ভাল পাওঁ। আপুনিও যদি এক ভাল কণ্ঠৰ গৰাকী তেন্তে online voice over সেৱা প্ৰদান কৰিব পাৰে। বহু লোকে বা কোম্পানী সমূহে তেওঁলোকৰ video বাবে voice over দিব পৰা সুন্দৰ কণ্ঠৰ লোকক নিৰ্বাচন কৰে। তেনে দৰে বহু লোকে ইউটিউবত vide... |
13) Cryptocurrency ত বিনিয়োগ (invest in cryptocurrency) |
cryptocurrency ৰ বিষয়ে নজনা ব্যক্তি নিশ্চয় বৰ্তমান কম সংখ্যক লোকহে আছে। আমি ইয়াত cryptocurrency কি হয় তাৰ বিষয়ে আলোচনা নকৰোঁ। বহু লোকে cryptocurrency ৰ শুনিছে বা বহুতে আলোচনা কৰা দেখিছে কিন্তু বিনিয়োগ কৰা নাই। বহু লোকে cryptocurrency ত বিনিয়োগ কৰি লাভৱান হোৱা দেখিছে। cryptocurrency ত বিনিয়োগ বৰ্তমান সময়ত এক লা... |
14) Facebook ৰ পৰা উপাৰ্জন |
a) ফেচবুক বিজ্ঞাপন Facebook advertising campaigns |
ফেচবুক এক আটাইটকৈ জনপ্ৰিয় সামাজিক মাধ্যম। প্ৰতিদিনে নতুন নতুন লোকে ফেচবুকত একাউণ্ট খুলি আছে অাৰু প্ৰতিদিনে প্ৰতিজন লোকে এবাৰ হলেও নিজৰ ফেচবুক একাউণ্ট চেক কৰে। বহু লোকে প্ৰায় প্ৰতিদিনে নিজৰ লেখা, ফটো, video আপলোড কৰে। অৰ্থাৎ ফেচবুকত বহু লোকে active হৈ থাকে। যত মানু্হ থাকিব তাত ব্যৱসায়ো থাকিব। কোম্পানী বা ব্যৱসায়িক প... |
এই বিষয়ে অধিক তথ্য জানিবলৈ তলত comment কৰিব পাৰে। |
b) ফেচবুক মাৰ্কেটপ্লেচ Facebook marketplace |
Facebook ৰ নতুনকৈ আৰম্ভ হোৱা এক সেৱা হল Facebook marketplace । Facebook marketplace ত আপুনি আপোনাৰ যিকোনো সামগ্ৰী নতুন বা পুৰণা বিক্ৰী কৰিব পাৰে। ইয়াৰ বাবে Facebook ক কোনোধৰণৰ ad campaign চলোৱাৰ প্ৰয়োজন নহয়। কেৱল marketplace ত গৈ বিক্ৰী কৰিব লগা সামগ্ৰী বিধ listing কৰি মূল্য উল্লেখ কৰিলেই হল। বহু লোকে Facebook marke... |
এই বিষয়ে অধিক জানিবলৈ তলত comment কৰিব পাৰে। |
Facebook Earning tips |
15) শ্বেয়াৰ ষ্টকৰ অনলাইন বিনিয়োগ share stock Online trading investment শ্বেয়াৰ ষ্টক ব্যৱসায় এক পুৰণা ব্যৱসায়। কিন্তু বৰ্তমান সময়ত technology ৰ ন ন উন্নতিৰ ফলত আমি ঘৰত বহিয়েই (online business from home) শ্বেয়াৰ ষ্টকৰ ব্যৱসায় কৰিব পাৰোঁ। কোনোধৰণৰ দালাল বা এজেন্টৰ সহায় অবিহনে এই ক্ষেত্ৰত আগবাঢ়িব পাৰোঁ। শ্বেয়াৰ... |
ধন্যবাদ। |
Related |
Post Navigation |
150+ অসমীয়া সংলাপ, বাণী, ৰোমান্টিক, প্ৰেমৰ কবিতা, হাঁহি, শায়েৰী || 150+ Best Assamese status, Shayeri, Travelling, Romantic, sad |
Previous |
20+ অসমীয়া শিশু গীত || ওমলা গীত || নিচুকণি গীত ||20+ Popular Assamese Rhymes for child lyrics |
Next |
Related Posts |
5 বিনামূলীয়া আৰু আটাইটকৈ জনপ্ৰিয় Blogging প্লেটফৰ্ম || 5 Best Free Blogging Platform for make money |
Leave a Reply Cancel reply |
Your email address will not be published. Required fields are marked * |
Comment * |
Name * |
Email * |
Website |
Save my name, email, and website in this browser for the next time I comment. |
Recent Posts |
30+ অসমীয়া মহৎ লোকৰ বাণী assamese quotes |
অসমীয়া Best Assamese Attitude Status for girls and boys |
5G কি || What is 5G in Assamese? |
উপন্যাস বা গল্প লিখিবলৈ কেনেকৈ আৰম্ভ কৰিব How to start Writing a Novel or Story |
All Assamese Film name list with director name |
Recent Comments |
Ibomma on 50+ দুখৰ, প্ৰেমৰ অসমীয়া শায়েৰী || 50+ Best Assamese Shayari on sad, love status |
Online Puthivoral on অসমীয়া ভাষাৰ ৱেবচাইটৰ তালিকা || 20+ Best Assamese Language Website List available on Internet |
Online Puthivoral on তিনিটা সম্পূৰ্ণ বিনামূলীয়া Crypto উপাৰ্জন কৰা App || 3 Free Crypto currency Earning App in Assamese |
Online Puthivoral on অসমীয়া ভাষাৰ ৱেবচাইটৰ তালিকা || 20+ Best Assamese Language Website List available on Internet |
Anmol Gohain on অসমীয়া ভাষাৰ ৱেবচাইটৰ তালিকা || 20+ Best Assamese Language Website List available on Internet<eot>ভাৰত-বাংলাদেশ সীমান্তত চলি থকা বেৰ নিৰ্মাণৰ কামৰ অগ্ৰগতি আৰু অঞ্চলটোত থকা উন্মুক্ত নদীসমূহৰ ক্ষেত্ৰত “প্ৰযুক্তি”গত উপায় অৱলম্বন কৰা সন্দৰ্ভত কেন্দ্ৰীয়... |
দেশৰ প্ৰাণকেন্দ্ৰত সূচনা নাগৰিকত্ব বিধেয়ক বিৰোধী ১মটো প্ৰতিবাদ, যন্তৰ মন্তৰত অসমৰ ৭০টা সংগঠন |
বিজেপি চৰকাৰ উত্থাপিত বিতৰ্কিত নাগৰিকত্ব বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে দেশৰ ৰাজধানীত ১মটো প্ৰতিবাদৰ সূচনা কৰি দেওবাৰে পুৱাৰ পৰা সংসদৰ ৩ কি.মি.... |
উত্তৰ-পূবৰ মহিলাৰ বাবে লোৱা আঁচনিবোৰলৈ সমৰ্থন আগ বঢ়াব ৰাষ্ট্ৰীয় মহিলা আয়োগে |
উত্তৰ-পূবৰ মহিলাসকলৰ শিক্ষা আৰু জীৱিকাৰ বাবে থকা বিভিন্ন আঁচনিৰ প্ৰতি সমৰ্থন আগ বঢ়াবলৈ সন্মত হৈছে ৰাষ্ট্ৰীয় মহিলা আয়োগ। বিশেষকৈ কম... |
আঞ্চলিক পাৰপত্ৰ কৰ্মচাৰীক ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড, ১০ হাজাৰ টকা জৰিমনা বিশেষ আদালতৰ |
যোৱা ২৭ নৱেম্বৰে গুৱাহাটীৰ আঞ্চলিক পাৰপত্ৰ বিষয়াৰ ব্যক্তিগত সহায়িকা হিচাপে কৰ্মৰত নিম্নবৰ্গৰ সহায়িকা অঞ্জলি দাস ঠাকুৰীয়াক চিবিআই, গুৱাহাটীৰ বিশেষ ন্যায়াধীশে... |
বড়োসকলৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰ সাজু; ডিচেম্বৰত হ’ব গুৰুত্বপূৰ্ণ ত্ৰিপাক্ষিক বৈঠক |
কেন্দ্ৰীয় চৰকাৰে দীৰ্ঘদিন ধৰি সজোৰে উত্থাপিত হৈ অহা বড়োসকলৰ সমস্যাবোৰৰ স্থায়ী সমাধান কৰাৰ আশ্বাস প্ৰদান কৰিছে। ১৯ নৱেম্বৰত নতুন দিল্লীত... |
কাইলৈ যুটীয়া সংসদীয় কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক : প্ৰতিজন সদস্যৰ মত ল’ব অধ্যক্ষ ৰাজেন্দ্ৰ আগ্ৰৱালে |
কাইলৈ হ’ল লগীয়া নাগৰিকত্ব বিধেয়ক সম্পৰ্কীয় যুটীয়া সংসদীয় কমিটীৰ বৈঠকৰ কেইঘণ্টামান পূৰ্বে কমিটীখনৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগ্ৰৱালে ইয়াৰ প্ৰতিজন সদস্যৰ মত... |
২০১৯ৰ জানুৱাৰি বৃহত্তৰ নইডাত অনুষ্ঠিত হ’ব ভাৰত-বাংলা খাদ্য মহোৎসৱ |
আগন্তুক বৰ্ষৰ জানুৱাৰিত বৃহত্তৰ নইডাত অনুষ্ঠিত হ’বলগীয়া ইণ্ডাছ ফুড-২ খাদ্য মহোৎসৱত যোগদান কৰিবলৈ বাংলাদেশে এটা শক্তিশালী ক্ৰেতা সঁজাতী দল প্ৰেৰণ... |
Recent News |
লাচিতলৈ সন্মান, নে অপমান? |
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ! |
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান |
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
“… সৃষ্টিকৰ্তা তাকমানপ্ৰি ৰিচিয়ে দিব্য দৃষ্টিৰে মৰ্তলৈ চায়। দুখ-দুৰ্দশাত ভাৰাক্ৰান্ত মানৱ প্ৰজাতি। ৰোগ-ব্যাধি-মৃত্যুৰ হাহাকাৰ চৌদিশে। মানুহে হাঁহিবলৈ পাহৰি যায়। বলিয়াৰ দৰে খেদি ফুৰে সুখৰ মৰীচিকা। ৰিচিয়ে চাই থাকিব নোৱাৰিলে নিজ সন্তানসকলৰ দুৰ্দশা। অন্তৰ ভাঙি গ’ল তেওঁৰ। সেয়ে দুখ-দুৰ্দশা মোচন কৰিবলৈ চাৰিজন দেৱ-কিন্নৰক মাতি... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.