text
stringlengths
0
188k
একাশী কেঁচা কলৰ মাজত গধূলি সময়ত মোবাইল ফোন এটা ৰাখি চলাই থৈ দিলে ৰাতিপুৱালৈ কলআশী হেনো পকি হালধীয়া বৰণ ধৰে৷ কেতিয়াবা মোবাইল ফোনত বেছি সময় কথা পাতি থাকিলে কাণখন গৰম হৈ উঠে৷ চাৰ্জ কম থকা অৱস্থাত মোবাইল ফোনত কথা পাতি থকাটো বিপদজনক, সেই সময়ত ফোনটোৱে আটাইতকৈ বেছি বিদ্যুত তৰংগ বিকিৰণ কৰে! ৰাতি শোঁতে মূৰৰ শিতানত মে...
এইয়া মোবাইল ফোন সম্পৰ্কে আমাৰ সকলোৰে মাজত প্ৰচলিত কেইটামান ধাৰণা৷ যোৱা দহবছৰত এনে বহু সত্য আৰু গুজৱৰ সৃষ্টি হৈছে৷ ২০১১ চনত “ইন্টাৰনেচনেল এজেঞ্চি ফৰ ৰিচাৰ্ছ অন কেনছাৰ” নামৰ প্ৰতিষ্ঠান এটাইও সন্দেহ কৰিছিল যে দীৰ্ঘদিন মোবাইল ফোন ব্যৱহাৰ কৰাৰ অন্তত মগজুত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷ ইয়াৰ পিচতেই বিভিন্ন প্ৰতিষ্ঠান...
যোৱা মাহত (২০১৮ চনৰ ফেব্ৰুৱাৰী) মোবাইল বিকিৰণৰ বিষয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত চলি থকা দুটা গৱেষণাৰ ফল ৰাজহুৱাকৈ প্ৰকাশ কৰা হৈছে৷ দুয়োটা গৱেষণায়েই বলিষ্ঠ ভাবে ঘোষণা কৰিছে যে মগজুৰ টিউমাৰ বা কৰ্কট ৰোগৰ লগত মোবাইৰ ব্যৱহাৰৰ প্ৰত্যক্ষ কোনো সম্পৰ্ক নাই! চৰকাৰী বিষয়া আৰু বৈজ্ঞানিকসকলে যুতীয়াভাবে ঘোষনা কৰিছে যে মোবাইল ব...
লছ্‌ এঞ্জেলছ্‌ৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা লিকা খেইপেটছে (Leeka Kheifets) এই গৱেষণাৰ ফলাফলক বৰ উচ্চ প্ৰশংসা কৰা নাই৷ তেওঁ বিশ্ব স্বাস্থ্য সন্থাৰ (World Health Organization) বিকিৰণ বিভাগৰ মূৰব্বী বিষয়া আছিল৷ নাকে মতা মাত আৰু সুৰেৰে তেওঁ কৈছে – এই সম্পৰ্কে বহুত চিন্তা চৰ্চা আৰু গৱেষণা এতিয়াও হৈয়েই আছে৷ এটা কথা ...
এলবেনিৰ নিউ ইয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিভাগৰ মূৰব্বী অধ্যাপক ডেভিদ কাৰপেন্টাৰে (David Carpenter) কথাটো মানি ল’ব খোজা নাই৷ তেখেতৰ মতে, এইদুটা গৱেষণা মানৱ শৰীৰৰ ওপৰত হোৱা গৱেষণা নহয়৷ ,সেয়ে এক সঠিক সিদ্ধান্তত উপনীত হ’ব পৰাকৈ এইয়া যথেষ্ট নহয়৷ মোবাইল তৰংগৰ বিকিৰণে সৃষ্টি কৰিব পৰা জটিল সমস্যা বা মগজুৰ টিউমাৰৰ সম্ভাৱনা ...
আমেৰিকা যুক্তৰাষ্ট্ৰত মোবাইল ফোনৰ বিকিৰণ নিয়ন্ত্ৰণ কৰিব পৰা চৰকাৰী বিভাগটোৰ নাম এফ্‌-ডি-এ (ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচন)৷ তেওঁলোকে এই গৱেষণাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি মত পোষণ কৰিছে যে সম্প্ৰতি অনুমতি দিয়া বিকিৰণৰ পৰিমান সদ্যহতে সালসলনি কৰাৰ কোনো প্ৰয়োজন নাই৷ আমেৰিকাৰ দৰে প্ৰভাৱশালী দেশ এখনে লোৱা এই সিদ্ধান্তই স...
মোবাইলটো কাণত চেপা মাৰি ধৰি কথা পাতিম নে নাই, ৰাতি গাৰুৰ তলত মোবাইলটো থ’ম নে নাই সেই সিধান্ত নিৰ্ভৰযোগ্য ভাৱে ল’বৰ বাবে অন্ততঃ আৰু এটা বছৰ বিশ্ববাসীয়ে অপেক্ষা কৰিব লাগিব৷
(এই লেখাখিনি সাদিন, ৯ March, ২০১৮ সংখ্যাৰ কাকতৰ ৮ নং পৃষ্ঠাত নতুবা মোৰ ব্লগ http://utpalbaruah.blogspot.com-তো আছে৷)<eot>অসমত চলি থকা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন প্ৰকল্পসমূহৰ নিৰ্মাণৰ কাম লেহেমীয়া হৈ আছে। কেন্দ্ৰীয় পৰিসংখ্যা আৰু প্ৰকল্প কাৰ্য্যকৰীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী বিজয় গোৱেলৰ উপস্থিতিত গুৱাহাটীত আজি ২১ জুনত অনু...
মূলতঃ প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলাত ব্যৰ্থতা আৰু আইনী মেৰপেচৰ বাবে বিভিন্ন প্ৰকল্পসমূহৰ কাম আগবঢ়া নাই বুলি বৃহস্পতিবাৰৰ বৈঠকত প্ৰকাশ পাইছে।
‘নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ হোৱা নাই কিয়?’ বিষয়াক মন্ত্ৰী গোৱেলৰ প্ৰশ্ন।
গুৱাহাটীৰ নেডফি হাউচত উত্তৰ-পূব সীমান্ত ৰে’লৱে’, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়াৰ সৈতে এই পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল।
২০১৫ চনতে সম্পূৰ্ণ হ’বলগীয়া অসমৰ ডিমা হাচাও জিলাৰ নিৰ্মীয়মান ১৪১ কি.মি. ৰাষ্ট্ৰীয় ঘাইপথ আজিলৈকে সম্পূৰ্ণ নোহোৱাক লৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াই কয় যে ভূমিস্খলনৰ বাবে এই কাম লেহেমীয়া হৈ আছে। তাৰ বিপৰীতে ৰাজ্যৰ আন প্ৰান্তৰ ৬১৯ কি.মি. পথৰ ৬০৭ কি.মি সম্পূৰ্ণ হোৱা বুলি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বৈঠকত প্ৰকাশ কৰে।
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে লগতে জনাই যে অসমত ৰাইজৰ প্ৰতিবাদৰ বাবে তল গে’ট স্থাপন কৰিব নোৱৰাৰ ফলত চৰকাৰে প্ৰতিমাহে ২০-২৫ কোটি টকাৰ ৰাজহ হেৰুৱাব লগা হৈছে।
ইপিনে বিভিন্ন স্থানত অধিগ্ৰহণ কৰিব লগীয়া হোৱা ব্যক্তিগত ভূমিৰ ক্ষেত্ৰত অনুমতি লাভত দেখা দিয়া বিভিন্ন অসুবিধাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ ১৭৬ কি.মি. দৈৰ্ঘ্যৰ নিউ বঙাইগাওঁ-গোৱালপাৰা-কামাখ্যা দ্বৈত ৰেলপথ প্ৰকল্প নিৰ্মাণৰ কাম পিছপৰি থকা বুলি জনাই উত্তৰ-পূব সীমান্ত ৰে’লৱে’ কৰ্তৃপক্ষই। তাৰোপৰি বিভিন্ন স্থানত বনাঞ্চলৰ মা...
ইয়াৰ লগতে দীপৰ বিলৰ মাজেৰে থকা প্ৰায় পাঁচ কি.মিজোৰা ৰেলপথছোৱাৰ বিভিন্ন ঠাইত এলিফেন্ট কৰিড’ৰ থকাৰ বাবে সেই স্থানত নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰ কথা জনাই ৰে’লৱে’ই। উত্তৰ-পূব সীমান্ত ৰে’লৱে’ই লগতে জনাই যে এই ক্ষেত্ৰত এক সিদ্ধান্ত গ্ৰহণৰ কাৰণে এখন বিশেষজ্ঞ সমিতি গঠন কৰা হৈছে।
বৈঠকত মন্ত্ৰী গোৱেলে অইল ইণ্ডিয়া লিমিটেডৰ অধীনৰ বাৰাউনি-বঙাইগাওঁৰ মাজত নিৰ্মীয়মান পাইপলাইনৰ কামৰ অগ্ৰগতিৰো বুজ লয়। ৫৭১.৬৬ কোটি টকা ব্যয়সাপেক্ষে এই পাইপলাইন ২০১৯ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি মন্ত্ৰীগৰাকীক জানিবলৈ দিয়ে অইলৰ বিষয়াসকলে। এই পাইপলাইন নিৰ্মাণ সম্পূৰ্ণ হ’লে গুৱাহাটী শোধানাগাৰলৈ খাৰুৱা তেল আনিব পৰা যাব বুলিও প্ৰ...
পৰ্যালোচনা বৈঠকৰ পাছত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী বিজয় গোৱেলে কয় যে অসমত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন খণ্ডত বৰ্তমান মুঠ ৪৪টা প্ৰকল্পৰ কাম চলি আছে আৰু তাৰ বাবে ৫০,০০০ কোটি টকা পুঁজি ধাৰ্য কৰা হৈছে। তেওঁ জনোৱা মতে বৰ্তমানলৈ এই পুঁজিৰ ২০,০০০ কোটি টকা ব্যৱহৃত হৈছে।
প্ৰকল্পসমূহৰ নিৰ্মাণত দেখা দিয়া সমস্যাসমূহ আঁতৰোৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সহায় আগবঢ়াব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অসুবিধাসমূহ দূৰ কৰাৰ বাবে গুৰুত্বসহকাৰে বিষয়টো লৈ ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ ৰাজ্য চৰকাৰক আহ্বান জনায়।
ইপিনে উত্তৰ-পূবলৈ বাহিৰৰ পৰা অভিযন্তাকে ধৰি আন বিষয়াসকল আহিব নিবিচাৰে বুলি বৃহস্পতিবাৰৰ পৰ্যালোচনা বৈঠকত কেইবাগৰাকীও বিষয়াই মন্ত্ৰীগৰাকীৰ আগত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। এই সন্দৰ্ভত বিশেষ নীতি তৈয়াৰ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰই ভূমিকা ল’ব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে।
লক্ষণীয়ভাৱে বিজেপিয়ে নিৰ্বাচনৰ আগত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা টল গে’ট উঠাই দিয়াৰ কথা কৈ এতিয়া পুনৰ টল গে’ট বহুৱাব খোজা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্ন মন্ত্ৰীগৰাকীয়ে এৰাই চলিব খোজা দেখা গ’ল।
Recent News
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও
যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
তাৰোপৰি নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াত নদীখনে আৰু অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ফলত ৰঙানদীৰ নামনিত ভয়াৱহ বানৰ আশংকা কৰা হৈছে।
ইতিমধ্যে লখিমপুৰ জিলা প্ৰশাসনে নৈপৰীয়া লোকসকললৈ এই সন্দৰ্ভত সতৰ্কবাণী প্ৰেৰণ কৰি এক জাননী প্ৰেৰণ কৰিছে। নৈপৰীয়া লোকসকলক ৰঙানদীত নাও বোৱা, মাছধৰা আৰু সাঁতোৰাৰ পৰা বিৰত থকাৰ বাবে লখিমপুৰ জিলা প্ৰশাসনে আহ্বান জনাইছে।
অৱশ্যে লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে প্ৰেৰণ কৰা জাননীৰ জৰিয়তে লখিমপুৰবাসীক এই সন্দৰ্ভত আতংকিত নহ’বলৈও আহ্বান জনাইছে।
প্ৰাপ্ত তথ্য মতে বুধবাৰৰ নিশাৰ পৰা বৰ্তমানলৈকে ৰঙানদীৰ প্ৰকল্পৰ গে’ট ৪ বাৰকৈ খুলিছে। পুৱা ১০.৩০ বজাত ১৫০০ মিঃ মিঃ পানী খুলি দিয়াৰ পিছত সন্ধিয়া পুনৰ ৫.৪৫ বজাত ১৮০০ মি. মি. পানী নীপকোৱে এৰিছে বুলি জানিব পৰা গৈছে।
Recent News
কৰ্তব্যৰত অৱস্থাতে সহকৰ্মীৰ গুলীত নিহত দুই অৰ্ধসামৰিক বাহিনীৰ জোৱান
যাত্ৰাপথতে ইন্ধন শেষ হ’ল চিকিৎসালয় অভিমুখী এম্বুলেন্সত: শোকাৱহভাৱে মৃত্যুক সাবটিলে ৰোগীয়ে
হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে চৰম প্ৰতিবাদ: তামিলনাডুত আত্মজাহ ৮৫ বছৰীয়া কৃষকৰ
শ্ৰদ্ধা ৱালকাৰ হত্যাকাণ্ডৰ অভিযুক্ত আফতাব আমিন পুনাৱালাক ১৩ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
জনপ্ৰিয়
হিন্দুৰ প্ৰতি বিদ্বেষ !
বিদ্যুত বিভাগৰ অস্থায়ী কৰ্মীক নিৰ্যাতন
সীমান্তত উলংঘা মানৱাধিকাৰ !
বিজেপিৰ বিপদ !
২টা হাতীয়ে জ্বলাকলা খুৱাইছে চিচিবৰগাঁওবাসীক
সেউজ বিপ্লৱ খুচুলুপাৰাত
- Advertisement -
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>অহা ১ৰ পৰা ৪ মাৰ্চলৈকে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পকামূৰা পথাৰত বিভিন্ন জাতি-জনগোষ্ঠী, ধৰ্ম আৰু সম্প্ৰদ...
Read more
অৰুণাচল
মুম্বাই আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত উৎপল বৰপূজাৰীৰ যুদ্ধ বিষয়ক তথ্যচিত্ৰৰ বিশেষ প্ৰদৰ্শনী
দিল্লীস্থিত অসমৰ চলচ্চিত্ৰ সমালোচক তথা চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীৰ তথ্যচিত্ৰ ‘মেম’ৰিজ অফ এ ফৰগ’টেন ৱাৰ’ ১৫ তম মুম্বাই আন্তৰ্জাতিক চলচ্চিত্ৰ...
Read more
Popular Stories
কাৰ্বি আংলঙৰ ডকমকাৰ পৰা উদ্ধাৰ হিমালয়ান ভালুকৰ পোৱালী
কাৰ্বি আংলং জিলাৰ ডকমকা বনাঞ্চলৰ মানুহ এঘৰৰ পৰা জিলাখনৰ বনকৰ্মীয়ে আজি এহাল বিৰল প্ৰজাতিৰ হিমালয়ান ভালুকৰ পোৱালী উদ্ধাৰ কৰে ৷ উল্লেখযোগ্য...
Read more
অৰুণাচল
ছাত্ৰসকল সমাজৰ গুৰুত্বপূৰ্ণ সম্পদ : অৰুণাচলৰ ৰাজ্যপাল
অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেদিয়াৰ (অৱসৰপ্ৰাপ্ত) বি ডি মিশ্ৰই সোমবাৰে ৰাজ্যখনৰ তিনিখন আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান –দৈমুখৰ ৰণো হিলছৰ ৰাজীৱ গান্ধী...
Read more
Popular Stories
প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে যোগ দিলে বিজেপিত, অন্য ৰাজ্যৰ দৰেই নাগালেণ্ডতো বিজেপিৰ ‘মুক্ত দুৱাৰ নীতি’
নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা কে এল চিচিয়ে আজি বিজেপিত যোগদান কৰে। উত্তৰ-পূবৰ দায়িত্বত থকা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ...
Read more
অসম
জখলাবন্ধাত ৬ খনকৈ অবৈধ শিলভৰ্তি ডাম্পাৰ জব্দ
জখলাবন্ধাত আৰক্ষী আৰু বন বিভাগৰ অভিযানত সোমবাৰে ৬ খনকৈ অবৈধ শিলভৰ্তি ডাম্পাৰ জব্দ। কাৰ্বি পাহাৰৰ পৰা চালানবিহীন ভাৱে আনি থকা অৱস্থাত...
Read more
অসম
ছয়গাঁৱৰ ৰে’লপথত ১৬ টা শগুণৰ মৃতদেহ উদ্ধাৰ
ছয়গাঁৱৰ পাচ আমতলাত ১৬ টা শগুণৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। একে সময়তে এনেদৰে শগুণৰ মৃত্যুৱে প্ৰকৃতি প্ৰেমীৰ বাবে...
Read more
অসম
অধিক কাৰ্যকৰী বিষনাশক ঔষধ আৱিষ্কাৰ কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকে
তেজপুৰ বিশ্ববিদ্যালয় তথা সমগ্ৰ ৰাজ্যখনলৈকে সুসংবাদ কঢ়িয়াই বিশ্ববিদ্যালয়খনৰ এজন অধ্যাপক-গৱেষকে সাপৰ বিষ নাশ কৰিব পৰা অধিক কাৰ্য্যকৰী ঔষধ আৱিষ্কাৰ কৰিছে।...
Read more
অসম
চিকিৎসা সামগ্ৰী ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণ, অসমত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ে সংসদত দাখিল কৰিব প্ৰতিবেদন
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ এখন স্থায়ী সমিতিয়ে দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক লগ কৰে। সমিতিখনৰ অধ্যক্ষ তথা লোকসভা...
Read more
Popular Stories
খচৰা নাগা চুক্তিৰ ব্যাপক প্ৰতিবাদ হাফলঙত, আৰ এছ এছ নেতাক গ্ৰেপ্তাৰৰ দাবী
আৰএছএছ নেতা জগদম্বা মালে প্ৰকাশ কৰা খচৰা নাগা চুক্তিক লৈ উত্তপ্ত হৈ পৰিছে ডিমা হাচাও জিলা। খচৰা চুক্তিৰ প্ৰতিবাদত ডিমা...
Read more
Page 4577 of 4710 Prev 1 … 4,576 4,577 4,578 … 4,710 Next
Recent News
অস্কাৰলৈ ৰাজামৌলীৰ ‘আৰআৰআৰ’! ভিজুৱেল ইফেক্ট শাখাত মনোনয়ন?
গুজৰাটত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ: ভোট দিলে প্ৰধানমন্ত্ৰী মোদীয়ে; ৯৩ খন আসনৰ বাবে প্ৰাৰ্থী ৮৩৩ জন
অধিকৃত মাৰিঅ’পোলত নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিছে ৰাছিয়াই; ডনবাছ ভ্ৰমণৰ বাবে সাজু পুটিন!
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ আত্মসমৰ্পণ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
বিলাসীপাৰাত ৰাস মহোৎসৱৰ প্ৰস্তুতি
Asomiya Pratidin
Published on :
6 Nov, 2022, 8:23 am
ডিজিটেল সংবাদ,ধুবুৰীঃ বিগত বৰ্ষসমূহৰ দৰে এইবেলিও ধুবুৰী জিলাৰ বিলাসীপাৰাত ৭ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈকে ১৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬৪ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। ৰাস মহোৎসৱৰ কাৰ্যসূচী অনুসৰি অহা ৭ নৱেম্বৰ প্ৰথম দিনা পূজা,ভাগবৎ পাঠ,নাম কীৰ্তন,পিছদিনাৰ পৰা মেলা আৰু বি...
আয়োজক সমিতিয়ে জনোৱা অনুসৰি, অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহীয়ে মেলাৰ মূল দ্বাৰ আৰু জিলাখনৰ উপায়ুক্ত দিবাকৰ নাথে প্ৰদৰ্শনীৰ তোৰণ উদ্বোধন কৰিব।সেয়েহে জিলাখনৰ উপায়ুক্ত দিবাকৰ নাথকে ধৰি আন আন বহুতো বিশিষ্ট ব্যক্তিয়ে উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি বিলাসীপাৰা ৰাস উদযাপন সমিতিৰ সম্পাদক...
উল্লেখ্য যে, কোভিডৰ নীতি নিয়মৰ বাবে বিগত দুটা বছৰে ৰাসমেলা উদযাপনৰ ক্ষেত্ৰত বিধি নিষেধ আৰোপ কৰা হৈছিল যদিও এই বেলি বিলাসীপাৰাবাসী ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দিপনা পৰিলক্ষিত হৈছে।
জিলাখনৰ বিলাসীপাৰাৰ ইন্দ্ৰ নাৰায়ণ একাডেমী খেল পথাৰত অনুষ্ঠিত হ'বলগীয়া বিলাসীপাৰা ৰাস মহোৎসৱ যোৱা ছয় দশক ধৰি জাতি,বৰ্ণ,ধৰ্ম,নিৰ্বিশেষে এক জাতি এক প্ৰাণ হিচাপে পৰিগণিত হৈ আহিছে।<eot>এগৰাকী ব্ৰিটিছ বৃদ্ধ ব্যক্তিয়ে নিজকে বয়সৰ তলত দেখুৱাবলৈ প্ৰসাধনৰ চিকিৎসা লৈছিল। তেওঁৰ ভাগ্য এনে বেয়া আছিল যেতিয়া তেওঁৰ অস্ত্ৰোপচাৰ বেয়া...
ইংলেণ্ডৰ ৭৯ বছৰীয়া বৃদ্ধগৰাকীয়ে ২০১৯ চনত তেওঁৰ প্ৰসাধন অস্ত্ৰোপচাৰ (Cosmetic Surgery Gone Wrong) সম্পন্ন কৰিছিল। তেওঁ দুটা সন্তানৰ মাতৃ পেট ব্ৰডহাৰ্ষ্ট (Pete Broadhurst) যাক দেখিবলৈ ভাল নহয় বুলি কৈ স্বামী এৰি গৈছিল । তেনে ক্ষেত্ৰত, তেওঁ দেণ্টেল প্ৰক্ৰিয়াৰে তেওঁৰ গাল লিফ্ট কৰিছিল। লগতে তেওঁ তেওঁৰ মুখত কিছু কোঁচ হ্ৰাস...
বহুত বেছি প্লাষ্টিক চাৰ্জাৰীয়ে এই দশা কৰিছিল
পেট ব্ৰডহাৰ্ষ্টয়ে নিজকে সৰু আৰু ভাল দেখুৱাবলৈ প্ৰায় ১১ লাখ টকা ব্যয় কৰি বহুতো অস্ত্ৰোপচাৰ কৰিছিল। ডিঙিৰ লিফ্টৰ দৰে ৯ ঘণ্টাৰ অস্ত্ৰোপচাৰৰ পিছত, চকুৰ ব্লেফেৰোপ্লাষ্টি আৰু ৰাইনোপ্লাষ্টিৰ তলত, তেওঁ চিকিৎসালয়ত থাকিছিল আৰু তাৰ পিছত ঘৰলৈ গৈছিল। কিন্তু তেওঁ লগে লগে অনুভৱ কৰিলে যে কিবা ভুল হৈছে। অস্ত্ৰোপচাৰৰ ঠিক এদিন পিছত, ...