text
stringlengths
0
188k
অহা ১২ ৰ পৰা ১৪ ডিচেম্বৰলৈকে যোৰহাটৰ ‘ভিজন আৰ্ট অসম’ত
December 5, 2022
সন্তানৰ মাচুল আদায় দিবলৈ শাক-পাচলিৰ ব্যৱসায়ীৰ বাবে ধন ধাৰলৈ লৈছিল প্ৰখ্যাত সংগীতশিল্পী মুকেশে, কিদৰে তেওঁ যুঁজিছিল দাৰিদ্ৰ্যৰে ?<eot>W7s News. ষ্টাফৰিপোৰ্টাৰ :'বিৰ্তক কলাৰ জগত খনেই মোৰ জীৱনৰ ভিত্তি। মই দৰিদ্ৰতাকো ভয় নকৰো বিলাসিকতাকো ভয় নকৰোঁ। এইদৰে কয় ' সাহিত্য অকাডেমী অনুবাদ বঁটা বিজয়ী, বিশিষ্ট তাৰ্কিক দিগন্ত বিশ্ব শৰ...
Tags # গুৱাহাটী
Share This
About W7S News
গুৱাহাটী
By W7S News at September 23, 2021
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
Labels: গুৱাহাটী
No comments:
Post a Comment
Newer Post Older Post Home
Subscribe to: Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
Facebook
Powered by Blogger.
Search
শেহতীয়া
জনপ্ৰিয়
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে...
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ...
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক...
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#...
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স...
মন্তব্য
Archive
Archive December (15) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
Sponsor
AD BANNER
সাহিত্য
Tags
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>বাংলাদেশ দক্ষিণ এছিয়...
১৯৪৭ চনৰ ভাৰত বিভাজনৰ সময়ত পাকিস্তানৰ পূৰ্ব অংশ (পূৰ্ব পাকিস্তান) হিচাপে বাংলাদেশৰ সীমা নিৰ্ধাৰিত হয়। পূৰ্ব আৰু পশ্চিম পাকিস্তানৰ মধ্যবৰ্তী দূৰত্ব আছিল প্ৰায় ১৬০০ কিঃমিঃ (১০০০ মাইল)। দুই পাকিস্তানৰ মানুহৰ ধৰ্ম (ইছলাম) একেটা হ'লেও জাতিগত আৰু ভাষাগত ব্যৱধান আছিল বিৰাট। তাতে পশ্চিম পাকিস্তানত অৱস্থিত চৰকাৰৰ অনিহাৰ ফলস্...
জনবহুল ৰাষ্ট্ৰৰ মাজত বিশ্বৰ ভিতৰতে অষ্টম স্থানত অৱস্থিত বাংলাদেশ মাটি কালিৰ হিচাপত ৯৩তম স্থানত। ফলত বাংলাদেশ বিশ্বৰ ঘনবসতি পূৰ্ণ দেশসমূহৰ এখন। মুছলমান-সংখ্যাগৰিষ্ঠ দেশৰ মাজত বাংলাদেশৰ অৱস্থান ৪ৰ্থ যদিও বাংলাদেশত মুছলমানৰ সংখ্যা ভাৰতৰ সংখ্যালঘু মুচলন্ততকৈ কম। গঙ্গা-ব্ৰহ্মপুত্ৰৰ উৰ্বৰ অৱবাহিকাত অৱস্থিত এই দেশখনত প্ৰতি বছ...
ইতিহাস[সম্পাদনা কৰক]
উৱাৰী বটেশ্বৰ অঞ্চলত ২০০৬ চনত আৱিষ্কৃত পুৰাতাত্ত্বিক নিদৰ্শন অনুযায়ী বাংলাদেশ অঞ্চলত জনবসতি গঢ়ি উঠিছিল প্ৰায় ৪ হাজাৰ বছৰ আগতে। ধাৰণা কৰা হয় যে দ্ৰাবিড় আৰু তিব্বতীয়-বাৰ্মী জনগোষ্ঠীয়ে এই ঠাইত সেই সময়ত বসতি স্থাপন কৰিছিল। পাছলৈ এই অঞ্চলটো ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যত বিভক্ত হয় আৰু স্থানীয় তথা বিদেশী শাসকৰ দ্বাৰা শাসিত...
বাংলালৈ ইউৰোপীয় ব্যৱসায়ীৰ আগমন ঘটে পঞ্চদশ শতিকাৰ শেষভাগত। লাহে লাহে তেওঁলোকৰ প্ৰভাৱ বাঢ়িবলৈ লয়। ১৭৫৭ খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পলাশীৰ যুদ্ধত জয়লাভৰ সুযোগ লৈ বাংলাৰ শাসনক্ষমতা দখল কৰে। (Baxter [7] , pp. 23—28)। ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহৰ পাছত বাংলাৰ শাসনভাৰ কোম্পানীৰ হাতৰপৰা ব্ৰিটিছ সাম্...
১৯০৫ চনৰপৰা ১৯১১ খ্ৰীষ্টাব্দ পৰ্য্যন্ত বঙ্গভঙ্গৰ ফলশ্ৰুতিত পূৰ্ববঙ্গ আৰু অসমক সাঙুৰি এখন নতুন প্ৰদেশ গঠিত হৈছিল, যাৰ ৰাজধানী আছিল ঢাকা। (Baxter[7], pp. 39—40) কিন্তু কলিকতা-কেন্দ্ৰিক ৰাজনীতিবিদ আৰু বুদ্ধিজীবীৰ চৰম বিৰোধিতাৰ ফলত বঙ্গভঙ্গ ৰদ কৰা হয় ১৯১১ চনত। ভাৰত উপমহাদেশৰ দেশ বিভাজনৰ সময় ১৯৪৭ চনত ধৰ্মৰ ভিত্তিত আকৌ বাং...
১৯৫০ চনত ভূমি সংস্কাৰৰ অধীনত জমিদাৰী ব্যবস্থা তুলি দিয়া হয়। (Baxter[7], p. 72) কিন্তু পূব পাকিস্তানৰ অৰ্থনৈতিক আৰু জনসংখ্যাগত গুৰুত্ব সত্ত্বেও পাকিস্তান চৰকাৰ আৰু সেনাবাহিনী সম্পূৰ্ণৰূপে পশ্চিম পাকিস্তানীসকলৰ নিয়ন্ত্ৰণাধীন আছিল। ১৯৫২চনৰ ভাষা আন্দোলনত পাকিস্তানৰ দুই অংশৰ মাজৰ সংঘাত প্ৰথমে প্ৰকাশ পায়। (Baxter[7], pp....
১৯৭০ চনৰ ডিচেম্বৰ মাহত এক ভয়াবহ ঘূৰ্ণিবতাহত পূৰ্ব পাকিস্তানৰ উপকূলীয় অঞ্চলত প্ৰায় ৫ লাখ লোকৰ মৃত্যু ঘটে। কিন্তু পাকিস্তানৰ কেন্দ্ৰীয় চৰকাৰে অসহযোগিতা অব্যাহত ৰাখে। ১৯৭০ চনৰ সংসদীয় নিৰ্বাচনত আৱামী লীগে সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও সামৰিক জান্তাই ক্ষমতা হস্তান্তৰত অমান্তি হয়। (Baxter[7], pp. 78—79) মুজিবৰ সৈতে ঘূৰণীয়...
স্বাধীনতাৰ পাছৰ সময়ত বাংলাদেশত প্ৰথমে সংসদীয় গণতন্ত্ৰ ব্যৱস্থা প্ৰচলন হয় আৰু শেখ মুজিব দেশখনৰ প্ৰধানমন্ত্ৰী হয়। ১৯৭৩ চনৰ সংসদীয় নিৰ্বাচনত আৱামী লীগে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। ১৯৭৩ আৰু ১৯৭৪ চনত দেশব্যাপী দুৰ্ভিক্ষই দেখা দিয়ে।[8] ১৯৭৫ চনৰ আৰম্ভণিতে শেখ মুজিবে দেশখনত বাকশালৰ অধীনত একদলীয় শাসন ব্যৱস্থা প্ৰবৰ্ত...
চৰকাৰ ব্যবস্থা[সম্পাদনা কৰক]
ঢাকাৰ শেৰ-এ-বাংলা নগৰত অৱস্থিত বাংলাদেশৰ জাতীয় সংসদ ভৱন
বাংলাদেশত সংসদীয় গণতন্ত্ৰ ব্যৱস্থাৰ চৰকাৰ পদ্ধতি প্ৰচলিত। ৰাষ্ট্ৰপতি এই দেশৰ ৰাষ্ট্ৰপ্ৰধান, কিন্তু তেওঁৰ ক্ষমতা সীমিত। মূল ক্ষমতাৰ অধিকাৰী হৈছে প্ৰধানমন্ত্ৰী, যিয়ে চৰকাৰ প্ৰধান হিচাপে দায়িত্ব পালন কৰে। জাতীয় সংসদৰ সদস্যৰ ভোটত প্ৰতি পাঁচ বছৰৰ মূৰত ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰা হয়। সংসদ নিৰ্বাচনৰ সময়ত কেয়াৰটেকাৰ চৰকাৰৰ...
প্ৰধানমন্ত্ৰী সংসদৰ সদস্য হোৱাটো বাধ্যতামূলক। মন্ত্ৰীসভাৰ মন্ত্ৰীসকলক প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচন কৰে আৰু ৰাষ্ট্ৰপতিয়ে তেওঁলোকক নিযুক্তি দিয়ে। মন্ত্ৰীসকলৰ মন্ত্ৰণালয়ত স্থায়ী সচিব থাকে। সচিবসকল দেশৰ স্থায়ী কৰ্মচাৰী। বাংলাদেশৰ ৩০০খন আসনৰ জাতীয় সংসদ এক কক্ষ বিশিষ্ট; ইয়াৰ সদস্য সকল জনগণৰ প্ৰত্যক্ষ ভোটৰ দ্বাৰা নিৰ্বাচি...
বাংলাদেশৰ সংবিধান ১৯৭২ চনত প্ৰণীত হয়। পাছলৈ ইয়াত ১৩-টা সংশোধন কৰা হৈছে।[17] ছুপ্ৰিম কোৰ্ট বাংলাদেশৰ সৰ্বোচ্চ আদালত। ইয়াৰ প্ৰধান বিচাৰপতি আৰু অন্যান্য বিচাৰকসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। দেশৰ আইনকানুন বহু পৰিমাণে প্ৰচলিত ইংৰাজ আইনৰ নিচিনা, কিন্তু বিবাহ আৰু উত্তৰাধিকাৰ সংক্ৰান্ত আইন ধৰ্মভিত্তিক।
বাংলাদেশৰ দুটা প্ৰধান ৰাজনৈতিক দল হ'ল আৱামী লীগ আৰু বাংলাদেশ জাতীয়তাবাদী দল (বিএনপি)। ইয়াৰ বাহিৰেও জাতীয় পাৰ্টি আৰু জামায়াতে ইছলামী- য়ে দেশৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
ভূগোল আৰু জলবায়ু[সম্পাদনা কৰক]
উপগ্ৰহৰ পৰা তোলা বাংলাদেশৰ আলোকচিত্ৰ
দক্ষিণ এচিয়াৰ দীৰ্ঘতম দুখন নদী - গঙ্গা আৰু ব্ৰহ্মপুত্ৰ য’ত বঙ্গোপসাগৰত মিলিছে, তাত কাল পৰিক্ৰমাত গঢ় লৈ উঠিছে বঙ্গীয় ব-দ্বীপ। এই গঙ্গা-ব্ৰহ্মপুত্ৰ মোহনা অঞ্চলত প্ৰায় ৩০০০ বছৰ বা তাৰ পূৰ্বৰে পৰা যে জনগোষ্ঠীৰ বসবাস কৰি আহিছে আৰু বৰ্তমানৰ স্বাধীন ৰাষ্ট্ৰ বাংলাদেশ ৰূপ লৈছে। ভৌগোলিক দিশৰ পৰা বাংলাদেশৰ অৱস্থান দক্ষিণ এছিয...
বাংলাদেশৰ অধিকাংশ এলেকা সমুদ্ৰ পৃষ্ঠৰ পৰা মাত্ৰ ১০ মিটাৰ উচ্চতাত অৱস্থিত। সমুদ্ৰ পৃষ্ঠ মাত্ৰ ১ মিটাৰ বৃদ্ধি পালেই এই দেশৰ ১০% এলেকা জল নিমজ্জিত হ'ব বুলি ধাৰণা কৰা হয়। [18] বাংলাদেশৰ উচ্চতম স্থান দেশৰ দক্ষিণ-পূৰ্বাঞ্চল পাৰ্বত্য চট্টগ্ৰামৰ মোডক পৰ্বত, যাৰ উচ্চতা ১,০৫২ মিটাৰ (৩,৪৫১ ফুট)।[19] বঙ্গোপসাগৰ উপকূলৰ বহু অংশ জুৰ...
বাংলাদেশৰ জলবায়ু নাতিশীতোষ্ণ। জলবায়ুৰ ওপৰত ভিত্তি কৰি ৬টি ঋতুত ভাগ কৰা হৈছে-গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। বছৰেকীয়া বৃষ্টিপাতৰ মাত্ৰা ১৫০০-২৫০০মি.মি./৬০-১০০ইঞ্চি; পূৰ্ব সীমান্তত এই মাত্ৰা ৩৭৫০ মি.মি./১৫০ইঞ্চিৰ বেছি। বাংলাদেশৰ গড় তাপমাত্ৰা ২৫o চেলচিয়াচ। বাংলাদেশৰ মাজেদি কৰ্কটক্ৰান্তি অতিক্ৰম কৰিছে। সেই...
প্ৰশাসনিক বিভাজন[সম্পাদনা কৰক]
বাংলাদেশৰ বিভাগীয় মানচিত্ৰ
বাংলাদশ ৮-টা প্ৰশাসনিক ভাগত বিভক্ত[21]- ঢাকা বিভাগ, চট্টগ্ৰাম বিভাগ, ৰাজশাহী বিভাগ, বৰিশাল বিভাগ, খুলনা বিভাগ, ছিলেট বিভাগ, ময়মনসিংহ বিভাগ আৰু ৰংপুৰ বিভাগ। প্ৰতিটো ভাগতে কেইবাখনকৈ জিলা আছে। বাংলাদেশৰ মুঠ জিলাৰ ৬৪-খন। জিলাৰ ক্ষুদ্ৰতৰ প্ৰশাসনিক অঞ্চলক উপজিলা বা থানা বোলা হয়। দেশখনত উপজিলা আৰু থানা আছে ৫০৭-খন। এই থানা ক...
প্ৰশাসনিক অঞ্চল
প্ৰধান চহৰ
কালি
(বৰ্গ কি.মি.)
জনসংখ্যা (২০০৫)
ঢাকা বিভাগ ঢাকা ৩১১১৯.৯৭ ৩,৮৬৭,৭৮৭
চট্টগ্ৰাম বিভাগ চট্টগ্ৰাম ৩৩৭৭১.১৩ ২৩,৯৯৯,৩৪৫
ৰাজশাহী বিভাগ ৰাজশাহী ৩৪৫১৩ ২৯,৯৯২,৯৫৫
বৰিশাল বিভাগ বৰিশাল ১৩২৯৫.৫৫ ৮,১১২,৪৩৫
খুলনা বিভাগ খুলনা ২২২৭৩.২১ ১৪,৪৬৮,৮১৯
ছিলেট বিভাগ ছিলেট ১২৫৯৫.৯৫ ৭,৮৯৯,৮১৬
ৰংপুৰ বিভাগ ৰংপুৰ ১৬৩১৭ ১৫,৭৮,৭৭৫৮
ময়মনসিংহ বিভাগ ময়মনসিংহ ১০৫৮৪ ১১,৩৭০,০০০
জনসংখ্যাৰ অনুপাত[সম্পাদনা কৰক]
National symbols of Bangla-Desh (Official)
জাতীয় প্ৰাণী
জাতীয় পাখি
জাতীয় গাছ
জাতীয় ফুল
জাতীয় জলজ সামুদ্ৰিক স্তন্যপায়ী
জাতীয় সৰীসৃপ
জাতীয় ফল
জাতীয় মাছ
জাতীয় মসজিদ
চিত্ৰ:Baitul Mukarram (Arabic, بيت المكرّم; Bengali, বায়তুল মুকাৰৰম; The Holy House).jpg
জাতীয় মন্দিৰ
জাতীয় নদী
জাতীয় পৰ্বত
উপজিলা অনুসৰি বাংলাদেশত মুছলমানৰ শতাংশ (২০১১ চনৰ লোকপিয়ল)
বাংলাদেশৰ জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি ১৪ কোটি ৯০লাখ। [23] জনমূৰি হিচাপত বাংলাদেশ বিশ্বৰ ৮-ম বৃহত্তম দেশ। জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় ১০৫৫ জন, যিটো পৃথিৱীৰ ভিতৰতে সৰ্বাধিক (কিছু দ্বীপ আৰু নগৰ ৰাষ্ট্ৰ বাদে)। জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৩৭%[23] (২০১১ চনৰ হিচাপ)। বাংলাদেশত নাৰী আৰু পুৰুষৰ ১০০:১০২। দেশৰ অধ...
জাতিগতভাবে বাংলাদেশৰ ৯৯% মানুহ বঙালী। বাকী ১% মানুহ বিহাৰী বংশোদ্ভুত, অথবা বিভিন্ন উপজাতিৰ সদস্য। পাৰ্বত্য চট্টগ্ৰাম এলেকাত ১৩-টা বিভিন্ন উপজাতি আছে। তেওঁলোকৰ মাজত চাকমা উপজাতি প্ৰধান। পাৰ্বত্য চট্টগ্ৰামৰ বাহিৰৰ উপজাতি সমূহৰ মাজত গাৰো আৰু চাওঁতাল উল্লেখযোগ্য।
দেশখনৰ ৯৯% মানুহৰ মাতৃভাষা বাংলা, ই বাংলাদেশৰ ৰাষ্ট্ৰভাষা। চৰকাৰী কামকাজত ইংৰাজীও ব্যৱহৃত হয়। ১৯৮৭ চনৰপৰা কেৱল বৈদেশিক যোগাযোগৰ বাহিৰে আন সকলো চৰকাৰী কামতে বঙালী ভাষাক প্ৰাধান্য দিয়াৰ প্ৰয়াস কৰা হৈছে।
বাংলাদেশৰ জনগোষ্ঠীৰ প্ৰধান ধৰ্মবিশ্বাস ইছলাম (৯১.০৪%)। ইয়াৰ পাছতেই আছে হিন্দু ধৰ্ম(৭.৯৫%)। বাকী ১.১% মানুহ বৌদ্ধ, খ্ৰীষ্টান, অথবা অগ্নিপূজক ধৰ্মত বিশ্বাসী। মুঠ জনগোষ্ঠীৰ ৩৫-ই চহৰত বাস কৰে, বাকী ৬৫% গ্ৰামাঞ্চলৰ অধিবাসী।
চৰকাৰী তথা বেচৰকাৰী উন্নয়ন কৰ্মৰ ফল স্বৰূপে দাৰিদ্ৰ বিমোচন আৰু জনস্বাস্থ্যৰ বহতু অগ্ৰগতি হৈছে। কিন্তু এতিয়াও বাংলাদেশৰ জনসংখ্যাৰ এক-পঞ্চমাংশ দৰিদ্ৰ সীমাৰ তলত। মুঠ জনগোষ্ঠীৰ প্ৰায় ২০%ৰ দৈনিক মাত্ৰ ১ আমেৰিকান ডলাৰ আয় কৰে (২০১৯)। [24] আৰ্ছেনিক জনিত বিষক্ৰিয়া বাংলাদেশৰ এটা গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যা। [25] ইয়াৰ বাহ...
২০১৮ চনৰ অভিলেখ অনুসৰি বাংলাদেশত স্বাক্ষৰতাৰ হাৰ প্ৰায় ৭৪%। [26] ইউনিছেফৰ ২০১৮চনৰ গণনা অনুসৰি পুৰুষৰ মাজত স্বাক্ষৰতাৰ হাৰ ৭৮% আৰু মহিলাৰ মাজত ৭০%। [27] বৰ্তমান চৰকাৰে হাতত লোৱা নানান কৰ্মসূচীৰ ফলত দেশত শিক্ষাৰ হাৰ বাঢ়িছে। ১৯৯৩ চনত আৰম্ভ হোৱা শিক্ষাৰ বিনিময়ত খাদ্য কৰ্মসূচীয়ে আটাইতকৈ বেছি সাফল্য অৰ্জন কৰিছে। [28] মহি...
অৰ্থনীতি[সম্পাদনা কৰক]