text stringlengths 0 188k |
|---|
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ শিক্ষা বিভাগটোত একাংশ শিক্ষকে অৰাজকতা চলাই থকাৰ ৰাজহুৱা অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে ৷ |
উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত পূব চেতুৱাই খাইতি বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী গৰাকীৰ বিৰূদ্ধে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ধন আত্মসাৎ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক স্থানীয় ৰাইজে কেইবাবাৰো অভিযোগ দাখিল কৰিছিল ৷ অভিযোগ অনুসৰি বিদ্যালয়খনত থকা তিনি গৰাকী শিক্ষক- শিক্ষয়িত্ৰীৰ ভিতৰত প্ৰধ... |
স্থানীয় ৰাইজ তথা অভিভাৱক সকলে দিয়া অভিযোগ অনুসৰি, গুৰু-গোসাঁই নমনা এইগৰাকী প্ৰধান শিক্ষয়ত্ৰীয়ে বিভাগীয় কৰ্তৃপক্ষৰ পৰা পোৱা কঠোৰ নিৰ্দেশনাৰ পিছতো ষড়যন্ত্ৰমূলকভাৱে মনেসজা বিদ্যালয় পৰিচালনা সমিতি গঠন কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ |
এই সন্দৰ্ভত একাংশ অভিভাৱক তথা স্থানীয় ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিও কোনো সুফল নোপোৱাত বিষয়টোক লা যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আশ্চৰ্য্যজনক বিষয় এয়ে যে মধ্যাহ্ন ভোজনৰ চাউলৰ পৰা আদি কৰি বিভাগীয় কাৰ্যালয়ৰ পৰা দিয়া সা-সামগ্ৰী সমূহ বিদ্যালয়ত নাৰাখি অবৈধভাৱে প্ৰধান শিক্ষয়ত্ৰীজনীৰ ঘৰত ৰখাৰ গু... |
আন এক অভিযোগ অনুসৰি বিদ্যালয় চৌহদত সুদীৰ্ঘ দিনৰ পৰা কৰি অহা খেতিৰ ফচলৰো নাই কোনো হিচাপ-নিকাচ। স্থানীয় ৰাইজ তথা অভিভাৱকসকলে শিক্ষয়ত্ৰীগৰাকীৰ এনে অনৈতিক কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দুৰ্নীতিৰ বিৰূদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা অসম চৰকাৰৰ শিক্ষা মন্ত্ৰীক অতি শীঘ্ৰে চেতুৱাই খাইতি বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধা... |
পৰিৱৰ্তনকামী চৰকাৰৰ নৱ নিযুক্ত শিক্ষা মন্ত্ৰীয়ে এইক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব। |
Recent News |
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে |
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক |
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও |
যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
আজি পুৱা ১১ বজাত নিমাতিঘাট হৈ মাজুলীত উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে ১২ বজাত গড়মূৰস্থিত গড়কাপ্তানী (পথ) উপ সংমণ্ডল চৌহদত আয়োজিত এক অনুষ্ঠানত ৰাজ্যিক গড়কাপ্তানী বিভাগৰ নৱতম সংমণ্ডল ‘মাজুলী পথ সংমণ্ডল’ৰ শুভ উদ্বোধন কৰে। |
ইয়াৰ পিছতে তেওঁ মাজুলীৰ স্বাস্থ্য খণ্ডৰ বুজ লোৱাৰ উদ্দেশ্যে গড়মূৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। ১০০খন বিছনাযুক্ত গড়মূৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শনৰ সময়ত তেওঁ তাত থকা ৰোগীসকলৰ সৈতেও কথা পাতে। |
তদুপৰি তেওঁ মাজুলীৰ দুই লক্ষ জনগণৰ সুবিধাৰ বাবে শীঘ্ৰেই মাজুলীত জিলা পৰ্যায়ৰ ২০০খন বিছনাযুক্ত এখন চিকিৎসালয় নিৰ্মাণ কৰা হব বুলি ঘোষণা কৰে । ইয়াৰ উপৰি অহা ১৫ আগষ্টত জেংৰাইমূখ মডেল চিকিৎসালয়খন মুকলি কৰা হ’ব বুলিও তেওঁ জনায় । |
আনহাতে, উক্ত পৰিদৰ্শন কালত তেওঁক চিকিৎসালয়খনত কাম কৰি থকা চাফাই কৰ্মীয়ে কেইবা মাহ ধৰি বেতন নোপোৱাৰ কথা অৱগত কৰাৰ লগতে এগৰাকী চাফাই কৰ্মীয়ে আহি আঁঠু কাঢ়ি মন্ত্ৰী গৰাকীৰ ভৰিত ধৰে। |
ইয়াৰ পিছতে তেওঁ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মাজুলীৰ স্বাস্থ্য বিভাগ আৰু গড়কাপ্তানী বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত ভাগ লয়। |
Recent News |
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে |
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক |
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও |
যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
লালডিনপুই হৈছে দক্ষিণ মিজোৰামৰ লাংলেইৰ বাসিন্দাৰ এহাল শিক্ষক পিতৃ-মাতৃ লাহমাংগাইয়া আৰু পিচি লাহমাংগাইয়াৰ কন্যা। জ’ৱান লালডিনপুই হৈছে লুংলেই জিলাৰ চৰকাৰী লুংলেই মহাবিদ্যালয়ৰ ছাত্ৰী। |
নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত জ’ৱান লালডিনপুয়ে কয়, ‘‘এই কৃতকাৰ্যতা মোৰ বাবে অবিশ্বাসনীয়। ঠিক সপোন দিঠক হোৱাৰ দৰে।‘’ জ’ৱানৰ মাতৃ এগৰাকী শিক্ষয়িত্ৰী। নিজৰ লৰচৰ কৰিবলৈ অপাৰগ কন্যাক বিদ্যালয়লৈ পঠিয়াবলৈ তেওঁ বহুতো কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল। |
জ’ৱানৰ মাতৃ পিচি লাহমাংগাইয়ে কৈছে, ‘‘তাইৰ শাৰীৰিক অৱস্থাৰ বাবে তাইক ঘৰৰ একেবাৰে ওচৰৰ বিদ্যালয়খনলৈ প্ৰেৰণ কৰাত বাবে আমাৰ বাবে গত্যন্তৰ নাছিল। তাইক হুইল চেয়াৰতেই বিদ্যালয়লৈ পঠিয়াব লগীয়া হৈছিল। তাইক টয়লেটলৈ যোৱাত সহায় কৰি দিবলৈ মই শ্ৰেণীৰ মাজৰ সময়খিনিত তাইৰ বিদ্যালয়লৈ দৌৰ দিবলগীয়া হৈছিল। মাজে মাজে এয়া যথেষ্ট বুলি মোৰ ধাৰণ... |
১৯৯৮ চনত জন্মগ্ৰহণ কৰা জ’ৱানে প্ৰৱেশিকা আৰু দ্বাদশ শ্ৰণীৰ পৰিক্ষা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। তাৰ পাছত তিনি বছৰ পূৰ্বে তেওঁ উচ্চ শিক্ষা লাভ কৰাৰ বাবে চৰকাৰী লাংলেই মহাবিদ্যালয়ত ভৰ্তি হৈছিল। |
জ’ৱানে কয়, ‘‘বিদ্যালয়ত এটা শ্ৰেণীতেই বহি থাকিছিলোঁ। কিন্তু মহাবিদ্যালয়ত বিষয় অনুসৰি এটাৰ পৰা আনটো শ্ৰেণীলৈ গৈ থাকিবলগীয়া হৈছিল। মোক মোৰ সহপাঠী আৰু অধ্যাপকসকলে লৈ গৈছিল। এয়া তেওঁলোকৰ বাবে এটা বৰ অসুবিধাজনক কাম আছিল। মই মোৰ শিক্ষক আৰু সহপাঠীসকলক মোৰ এই কৃতকাৰ্যতাৰ বাবে ধন্যবাদ জনাওঁ, ড়ি সকলৰ সহায়তা অবিহনে মই এই কৃতকাৰ্যত... |
১৯৯৪চনত যেতিয়া বিদ্যালয় শিক্ষা বিভাগৰ তদানিন্তন সংসদীয় সচিব জোছেফ লালহিমপুইয়াই জ’ৱানে পঢ়া বিদ্যালয়খনলৈ আহিছিল, তেওঁ জ’ৱানৰ মনৰ দৃঢ়তা লক্ষ্য কৰি আচৰিত হৈ গৈছিল। তেওঁ বিদ্যালয়খনত এটা হুইল চেয়াৰ ৰেম্প নিৰ্মাণ কৰোৱাইছিল। |
জ’ৱানক প্ৰথম দেখাৰ স্মৃতি সোৱঁৰণ কৰি লাংলেইৰ সাংসদ,বৰ্তমানৰ মিজোৰাম যুৱ আয়োগৰ সভাপতি জোছেফ লালহিমপুইয়াই কয়,”মোক কোৱা হৈছিল যে জ’ৱানে সদায় হুইল চেয়াৰত বিদ্যালয়লৈ আহে। ৰেম্প নোহোৱা বাবে তেওঁ যথেষ্ট কষ্ট কৰিবলগীয়া হোৱা কথাটোও বিদ্যালয় কৰ্তৃপক্ষই মোৰ আগত প্ৰকাশ কৰিছিল। ছোৱালীজনীৰ মনত দৃঢ়তা আছিল, একাগ্ৰতা আছিল সেয়েহে ৰেম্প ... |
বৰ্তমান জ’ৱানৰ গণিতত উচ্চ শিক্ষা লাভৰ পথত এটা ডাঙৰ প্ৰত্যাহ্বান ঠিয় হৈছে। তাৰবাবে তেওঁৰ গৃহচহৰ লাংলেইৰ পৰা ২০০ কি:মি: দূৰৰ আইজলস্থিত মিজোৰাম বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব লাগিব। সেয়েহে তেওঁ প্ৰশাসনিক সেৱাৰ পৰীক্ষা দিয়াৰ বিকল্পটোকে বাছি লৈছে। |
অত্যন্ত দৃঢ় বিশ্বাসী জ’ৱান লালডিনপুইয়ে কয়, ‘‘মই মোৰ মাক বিশ্ববিদ্যালয়লৈ লৈ যাব নোৱাৰোঁ। সেয়েহে মোৰ সৈতে খাপ খোৱা প্ৰশাসনিকসেৱাৰ পৰীক্ষাৰ বাবে নিজকে সাজু কৰিম। এখন স্থানীয় কোচিং চেণ্টাৰত মই নাম লগাইছোঁ আৰু মই কৃতকাৰ্য হোৱাৰ বাবে যথাসাধ্য প্ৰচেষ্টা কৰিম।” |
উল্লেখ্য যে মিজোৰাম বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা বিজ্ঞানৰ স্নাতক পৰীক্ষাত (গণিত) জ’ৱান লালডিনপুইয়ে শীৰ্ষস্থান দখল কৰিছে। তেওঁ ১২০০ নম্বৰৰ ভিতৰত ১০২৫ লাভ কৰিছে। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীগৰাকীয়ে মিজোৰামৰ এখন বিখ্যাত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীগৰাকীতকৈ ৭৮ নম্বৰ অধিক লাভ কৰিছে। |
Recent News |
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে |
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক |
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও |
যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান |
— ৰাষ্ট্ৰীয় উদ্যান — |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ এক পথত এটি এশিঙীয়া গঁড় |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান |
অসম আৰু ভাৰত |
স্থানাঙ্ক 26°40′00″N 93°21′00″E / 26.6666667°N 93.35°E / 26.6666667; 93.35 |
দেশ ভাৰত |
ৰাজ্য অসম |
জিলা গোলাঘাট, নগাওঁ |
স্থাপিত ১৯৭৪ |
নিকটৱৰ্তী চহৰ যোৰহাট |
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
মাটিকালি |
• উচ্চতা |
• 80 m (262 ft) |
জলবায়ু |
• অধঃক্ষেপন |
উষ্ণতা |
• গ্ৰীষ্মকালিন |
• শীতকালিন |
• 2,220 mm (87.4 in) |
• ৩৭°ছে (৯৮.৬°ফা) |
• ৫°ছে (৪১°ফা) |
দৰ্শনাৰ্থী ৫,২২৮ |
প্ৰশাসক ভাৰত চৰকাৰ, অসম চৰকাৰ |
ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান |
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম |
দেশ |
ভাৰত |
ধৰণ |
প্ৰাকৃতিক |
মাপকাঠি |
ix, x |
উদ্ধৃতি |
৩৩৭ |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল |
দক্ষিণ এছিয়া |
অভিলিখনৰ ইতিহাস |
অভিলিখন |
১৯৮৫ (৯ম অধিবেশন) |
কাজিৰঙা ওখ ঘাঁহ (Elephant grass (Miscanthus sinensis)) আৰু ঘন 'গ্ৰীষ্মপ্ৰধান সেমেকা পৰ্ণপাতী অৰণ্য' (tropical moist broadleaf forest)। ইয়াৰে মাজেৰে ব্ৰহ্মপুত্ৰকে ধৰি চাৰিখন গুৰুত্বপূৰ্ণ নৈ বৈ গৈছে। অৰণ্যৰ মাজত আন কেবাটাও বিল আছে। কাজিৰঙাক লৈ কেইবাখনো কিতাপ, গান ৰচনা কৰা হোৱাৰ উপৰিও কেবাখনো তথ্য-চিত্ৰ নিৰ্মাণ কৰা হৈছে।... |
সূচী |
1 ইতিহাস |
2 নামৰ উৎপত্তি |
3 ভৌগোলিক বিৱৰণ |
4 জলবায়ু |
5 প্ৰাণীকুল |
6 উদ্ভিদকুল |
7 প্ৰশাসন |
8 সংৰক্ষণ ব্যৱস্থা |
9 পৰ্যটকৰ বাবে কৰ্ম |
10 পৰিবহণ |
11 জনপ্ৰিয় মাধ্যমত |
12 তথ্য-সংগ্ৰহ |
13 অধিক তথ্যৰ বাবে |
14 বাহ্যিক সংযোগ |
ইতিহাসসম্পাদনা কৰক |
মেৰী কাৰ্জন, ভাৰতৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ (১৮৭০-১৯০৬) পত্নী। এই মহিলাই ভাৰতত গঁড় সংৰক্ষণৰ দাবী তুলিছিল। |
১৯০৪ চনত কাজিৰঙা অঞ্চলত গঁড় চাবলৈ আহিছিল তদানীন্তন ভাৰতবৰ্ষৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জন।[2] এই যাত্ৰাত তেখেতে অকল গঁড়ৰ খুৰাৰ ছাপ দেখা পায়, এটাও গঁড় দেখিবলৈ নাপালে। তেখেতৰ লগত যোৱা 'পশু সন্ধানক' (animal tracker) 'বলোৰাম হাজৰিকা'ই (নিগনা চিকাৰী[3]) গঁড় সংৰক্ষণৰ আৱশ্যকতা সম্পৰ্কে মেৰী কাৰ্জনৰ আগত দাঙি ধৰে... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.