text stringlengths 0 188k |
|---|
অগপই ৰাষ্ট্ৰীয় পৰ্যায়ত বিধেয়কখনৰ বিৰুদ্ধে শক্তিশালী জনমত গঢ়াৰ বাবে প্ৰচেষ্টা চলাই যোৱাৰ কথা ব্যক্ত কৰি শিৱসেনাৰ নেতাগৰাকীৰ পৰাও এইক্ষেত্ৰত সঁহাৰি বিচাৰে। |
মুম্বাইত দীৰ্ঘ সময় ধৰি শিৱসেনাৰ নেতাগৰাকীৰ সৈতে অগপৰ নেতৃত্বই বৈঠকত মিলিত হয়। আলোচনা কালত শিৱসেনাৰ মুৰব্বীজনে সম্পূৰ্ণ ইতিবাচক সঁহাৰি জনোৱা বুলি প্ৰকাশ কৰিছে অগপৰ সভাপতি অতুল বৰাই। |
অগপৰ নেতাসকলে বৈঠকত সাম্প্ৰতিক পৰিস্থিতিত আঞ্চলিক ৰাজনীতিৰ গুৰুত্ব বৃদ্ধি আৰু প্ৰয়োজনীয়তা সম্পৰ্কতো আলোচনা কৰে। আঞ্চলিকতাবাদৰ সবলীকৰণ তথা ৰাইজৰ বৃহত্তৰ স্বাৰ্থত আগন্তুক সময়ত অগপ আৰু শিৱসেনাই মিলি কাম কৰিবলৈ সহমতত উপনীত হোৱা বুলি কয় অগপৰ সভাপতিগৰাকীয়ে ব্যক্ত কৰিছে। |
শিৱসেনাৰ নেতাগৰাকীৰ সৈতে আলোচনা কালত অগপৰ সভাপতি অতুল বৰাৰ লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, মন্ত্ৰী ফণীভূষণ চৌধুৰী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ডা০ কমলা কলিতা উপস্থিত আছিল। |
উল্লেখ্যোগ্য যে অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা ১২ জুনত এটা প্ৰতিনিধি দল দিল্লীলৈ গৈ নাগৰিকত্ব সংশধোনী বিধেয়ক সন্দৰ্ভত অগপৰ স্থিতি কেন্দ্ৰীয় চৰকাৰক অৱগত কৰে। প্ৰতিনিধি দলটোৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অগপৰ স্থিতি স্পষ্ট কৰে। |
অগপৰ দলটোৱে অসমৰ ৰাইজৰ মতামত গ্ৰহণ নকৰাকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নকৰিবলৈ ৰাষ্ট্ৰপতিকো সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। তেওঁলোকে বিধেয়ক খনে অসমৰ ভাষা, সংস্কৃতিৰ লগতে অসমৰ জনগাঁথনিত বিৰূপ প্ৰভাৱ পেলোৱাৰ কথাও ৰাষ্ট্ৰপতিৰ আগত উল্লেখ কৰে। |
Recent News |
বিজেপি সাংসদৰ বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে ন বৰ্ষীয় শিশুৱে: খুন্দা মৰাৰ পাছতো আহত শিশুক পথতে এৰি যোৱাৰ অভিযোগ |
ছত্তীশগড়ত মাওবাদীৰ গুলীচালনাত চি আৰ পি এফৰ কমাণ্ডো জোৱানৰ মৃত্যু |
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! |
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
Tags # অসম |
Share This |
About W7S News |
অসম |
By W7S News at August 18, 2021 |
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest |
Labels: অসম |
No comments: |
Post a Comment |
Newer Post Older Post Home |
Subscribe to: Post Comments (Atom) |
Post Bottom Ad |
Responsive Ads Here |
Author Details |
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. |
Facebook |
Powered by Blogger. |
Search |
শেহতীয়া |
জনপ্ৰিয় |
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ |
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে... |
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ... |
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ |
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক... |
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ |
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স... |
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#... |
মন্তব্য |
Archive |
Archive November (51) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2) |
Sponsor |
AD BANNER |
সাহিত্য |
Tags |
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>আপুনি হয়তো সফল হ’ব ব... |
আমি কামবোৰ আৰম্ভ নকৰোঁ কিয়? |
বহু সময়ত আমি নানা ধৰণৰ কামৰ কথা ভাবো- এয়া কৰিম, সেয়া কৰিম৷ কিন্তু কেতিয়াও সেই কাম আৰম্ভই নকৰোঁ৷ কিয়? কাৰণ আমি দৰাচলতে নিজে মনৰ ভিতৰত বিশ্বাস নকৰোঁ যে সেয়া আমি কৰিব পাৰিম, সেয়া আমাৰ দ্বাৰা সম্ভৱ৷ আৰু যদি আৰম্ভই নকৰোঁ তাৰ ফলাফল কি হ’ব? |
একো ফলাফলেই নহ’ব৷ এনে হয়৷ আকৌ আমি নিজেই আচৰিত হও জীৱনটো আমি বিচৰাৰ দৰে নহ’ল কিয় বুলি৷ |
পাৰিব নে? |
যদি আপুনি যি কৰিম বুলি ভাবিছে সেয়া কৰিব বিচাৰে, যি সপোন আছে সেয়া পূৰণ কৰিব বিচাৰে, জীৱনটো নিজৰ মতে সজাই ল’বলৈ বিচাৰে, তেন্তে আপুনি সেয়া কৰিব পাৰিব৷ কিন্তু কেনেদৰে কৰিব? তাৰবাবে আপোনাক দুটা বস্তু লাগিব- |
প্ৰথমতে বিশ্বাস আৰু দ্বিতীয়তে চেষ্টা বা কাম কৰি যোৱাৰ অভ্যাস |
বিশ্বাস |
বিশ্বাস এইবাবেই লাগিব কাৰণ যদি আপুনি নিজেই বিশ্বাস নকৰে এই সপোনবোৰ পূৰণ হ’ব বুলি, আপুনি কামটো কৰিব পাৰিব বুলি, তেন্তে আপুনি কামটো কৰিব নোৱাৰে৷ কিয় হয় এনেকুৱা? কাৰণ, আপোনাৰ বিশ্বাসে থিৰাং কৰে চিন্তা আৰু ব্যৱহাৰ কেনে হ’ব৷ আপোনাৰ যদি মনৰ ভিতৰত বিশ্বাস এটা আছে যে আপোনাৰ কাম নাই, আপোনাৰ মনলৈ অহা চিন্তাবোৰো তেনেকুৱাই হ’ব৷ ... |
যদি আপোনাৰ চিন্তা আৰু ব্যৱহাৰ আপোনাৰ বিশ্বাসৰ কাৰণে নিগেটিভ হয় তেতিয়া আপুনি সফল হ’ব কেনেকৈ, কামবোৰ কৰিব কেনেকৈ, সপোনবোৰ পূৰণ কৰিব কেনেকৈ? আপোনাৰ যদি মনত বিশ্বাস আছে যে আপুনি ইমান যোগ্য নহয়, তেনেহ’লে আপুনি ইমান কাম কৰিব কেনেকৈ? |
আপুনি যদি বিশ্বাস কৰে যে “মই এই কামটো কৰিব নোৱাৰিম” তেন্তে আপুনি সেই কামটো কৰিবলৈ চেষ্টাও নকৰে কাৰণ যিটো নহ’ব বুলি আপুনি জানেই সেইটো কৰিবলৈ চেষ্টা কৰাৰ নিচিনা বুর্বকতো আপুনি নহয়হ্ল আৰু কেতিয়াবা সেই কামটো আৰম্ভ কৰিলেও আপুনি জানো নিজৰ সমগ্ৰ শক্তিৰে সেই কামটো কৰিবলৈ আগবাঢ়িব যি কামটো হোৱাৰ কোনো সম্ভাৱনা নাই বুলি আপুনি ব... |
কিছুমান মানুহৰ বিশ্বাস ঠিকে আছে কিন্তু তথাপিও তেওঁলোকৰ ভবা কামবোৰ নহয়গৈ, সপোনবোৰ তেনেদৰেই থাকি যায়৷ কিয়? তেনে হোৱাৰ কাৰণ হ’ল চেষ্টাৰ অভাৱ৷ |
চেষ্টা |
বিশ্বাস আপোনাক লাগিবই৷ কিন্তু অকল বিশ্বাস কৰি ঘৰত বহি থাকিলে কামবোৰ নিজে নিজে হৈ যাবনে? আপুনি যদি কাম নকৰে (একো এক্সন নলয়), তাৰ পৰা একো ফলাফলো নাপায়৷ আপোনাৰ কিতাপ এখন লিখিবলৈ বৰ মন কিন্তু লিখাহে হৈ উঠা নাই৷ কেতিয়াবা বাধা বা প্ৰতিৰোধৰ বাবে, কেতিয়াবা মনলৈ আইডিয়া নহাৰ বাবে, কেতিয়াবা লিখিবলৈ মন নোযোৱা বাবে, কেতিয়াবা... |
কামটো কৰি আপুনি ভবা ফলাফল পাওক বা নাপাওক, কামটো কৰিবলৈ যে আপুনি আগবাঢ়িছে সেয়া ডাঙৰ কথা, কাৰণ ই বুজায় যে আপুনি আজি নোৱাৰিলেও কামটো যে আপুনি এদিন নহয় এদিন কৰিব পাৰিব সেই লৈ আপোনাৰ মনত কোনোধৰণৰ সন্দেহ নাই, আপুনি বিশ্বাস কৰে যে আপুনি কামটো কৰিব পাৰিব৷ আৰু তেতিয়া সেই বিশ্বাসেৰে কামটো কৰি গৈ থাকিলে এদিন নহয় এদিন আপুনি ... |
ধৰি লওক আপুনি ইংৰাজীত কথা ক’ব নাজানে, কিন্তু আপোনাৰ খুব মন আছে এদিন নহয় এদিন আপুনি সলসলীয়াকৈ ইংৰাজীত কথা ক’বই৷ নিজৰ ওপৰত আপোনাৰ বিশ্বাস আছে৷ আপুনি উপায় বিচাৰিলে আৰু সেই উপায়টো পোৱাৰ পিছত প্ৰতিদিনে মাত্ৰ আধা ঘন্টা সময় ইংৰাজীত কথা কোৱা অভ্যাস আৰম্ভ কৰিলে সেই টেকনিক বা উপায়টো অৱলম্বন কৰি৷ এনেদৰে যদি মাত্ৰ ছমাহ কৰি গ... |
হয়তো আপুনি এটা কাম এশবাৰ বা এহাজাৰ বাৰ অভ্যাস কৰিব লাগিব সেই কামটোত ভাল হোৱাৰ বাবে, বিচৰা ফলাফল লাভ কৰাৰ বাবে৷ যদি আপোনাৰ নিজৰ ওপৰত বিশ্বাস আছে, তেতিয়াহে আপুনি ইমান কষ্ট কৰিব৷ নহ’লে কিয় আপুনি বিচৰা ফলাফল নোপোৱালৈকে ইমানবাৰ একেটা কামকে অভ্যাস কৰি থাকিব? কিহে আপোনাক প্ৰতিকূল অৱস্থাতো কাম কৰি থকাৰ, আগুৱাই গৈ থকাৰ অনুপ্... |
অকণমান সাৱধান হ’ব |
যিকোনো কথাকে সহজে বিশ্বাস কৰি নল’ব৷ আন কোনোবাই নোৱাৰে বুলি ক’লেই লগে লগে সেয়া বিশ্বাস কৰি নল’ব৷ লাগিলে তেওঁ আপোনাতকৈ বয়সত বা স্থানত ডাঙৰেই হওক৷ বিশেষকৈ কোনোবাই কিবা নিগেটিভ কথা ক’লে এই কথাটো মনত ৰাখিব৷ প্ৰশ্ন সুধিব, অকণমান বিচাৰ-খোচাৰ, অকণমান গৱেষণা কৰি চাব কথাটো হয়নে নহয়৷ সুধিব তেওঁ কেনেকৈ সেই নিগেতিভ কথাটো জানিলে... |
আপুনি কাম এটা কৰিব পাৰিব নে নাই সেয়া আপোনৰ স্কিলতকৈ আপোনাৰ বিশ্বাসৰ ওপৰত নির্ভৰ কৰে কাৰণ নজনা স্কিল এটা শিকি ল’ব পাৰি, কিন্তু বিশ্বাসবোৰ সলনি কৰাটো বৰ টান কাম৷ |
আপুনি কি বুলি ভাবে? |
Post Views: 2,529 |
assamese motivational speaker |
assamese motivational video |
assamese speaker |
best motivational speaker in Assam |
best motivational speaker in Guwahati |
bikash kalita |
i can |
inspiration |
motivation |
motivational speaker in Assam |
motivational speaker in Guwahati |
motivator in Assam |
motivator in Guwahati |
অসমত মটিভেচনেল স্পিকাৰ |
অসমীয়া মটিভেচনেল স্পীকাৰ |
গুৱাহাটীত মটিভেচনেল স্পীকাৰ |
পাৰিব নে নোৱাৰে? |
বিকাশ কলিতা |
মই নোৱাৰোঁ |
মই পাৰিম |
মটিভেচন |
মটিভেচনেল লিখনি |
মটিভেচনেল স্পীকাৰ |
মটিভেট |
BIKASH KALITA |
বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টি... |
উল্লেখ্যে যে হৃদৰোগত আক্ৰান্ত হৈ থকা বাবুল দাস হাস্পতালত ভৰ্তি হৈছিল। বিশিষ্ট জীৱনীকাৰগৰাকীয়ে 'শিল্পী সৈনিক বিষ্ণু ৰাভা', 'অ' মোৰ অসমী আই', 'যাযাবৰ' আদি গ্ৰন্থ সম্পাদনা কৰাৰ লগতে ৰচনা কৰি থৈ গৈছে। |
বিশেষ শিল্পী সৈনিক বিষ্ণু ৰাভা গ্ৰন্থ সম্পাদনা কৰাৰ ক্ষেত্ৰত বাবুল দাসে বহু দিন ধৰি অসমৰ ভিন্ন জিলাৰ উপৰিও কলিকতা আদি ভ্ৰমণ কৰি সমল সংগ্ৰহ কৰিছিল। যিয়ে বাবুল দাসক সাহিত্য আৰু সাংস্কৃতিক কৰ্মী হিচাপে এক বিশেষ মাত্ৰা প্ৰদান কৰিছিল। তেওঁৰ মৃত্যুত বিভিন্নজনে শোক প্ৰকাশ কৰিছে।<eot>আজিৰ জেট যুগত বিশ্বৰ যিকোনো ঠাইলৈ কম সময়তে ... |
কৰোনা ভাইৰাচনো কি? |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.