text stringlengths 0 188k |
|---|
পোনপ্ৰথম ১৯৩৭চনত এই ভাইৰাচ চিনাক্ত হৈছিল এজনী ব্ৰংকাইটিচত আক্ৰান্ত পোহনীয়া চৰাইৰ দেহত, যাৰ দ্বাৰা মূৰ্গী ফাৰ্মখনৰ বৃহৎ ক্ষতি হৈছিল৷ তাৰ পিছত বিগত ৮টা দশকত বিজ্ঞানীসকল অৱগত হ’ল যে কৰোনা ভাইৰাচে আক্ৰান্ত কৰিব পৰা আন আন প্ৰাণীসমূহ হ’ল- এন্দুৰ, নিগনি, কুকুৰ, মেকুৰী, গৰু, গাহৰি, উট, ঘোঁৰা, গাধ, টাৰ্কী, বাদুলি, সৰীসৃপ আদি৷ ক... |
২০০২চনৰ নভেম্বৰ মাহত দক্ষিণ চীনৰ গুৱাংডং (Guangdong) প্ৰদেশত কৰোনা ভাইৰাচে মহামাৰী সৃষ্টি কৰে৷ তাৰ পৰা হংকং আৰু বিশ্বৰ ৩৭খন দেশলৈ এই জীৱন সংকটকাৰী নিউমোনিয়া (SARS-CoV) বিয়পি পৰে৷ এইবিধ কৰোনা ভাইৰাচে শ্বাসতন্ত্ৰৰ উপৰিও পাক প্ৰণালী, লিভাৰ, কিডনি, হৃদযন্ত্ৰ আদি অংগৰ ক্ষতিসাধন কৰিছিল৷ জুলাই ২০০৩চনলৈকে বিশ্বজুৰি চলা এই মহাম... |
আকৌ ২০১৫ চনত মধ্যপ্ৰাচ্য ভ্ৰমণ কৰি অহা এজন যাত্ৰীয়ে কঢ়িয়াই অনা কৰোনা ভাইৰাচৰ সংক্ৰমণৰ ফলত দক্ষিণ কোৰিয়াত ১৮৬জন লোক ৰোগাক্ৰান্ত হয় আৰু তাৰে ৩৬জন মৃত্যুমুখত পৰে৷ |
মানুহক আক্ৰান্ত কৰা কৰোনা ভাইৰাচৰ প্ৰকাৰ – |
৬প্ৰকাৰৰ কৰোনা ভাইৰাচে মানুহক আক্ৰান্ত কৰিব পাৰে৷ সেই কেইবিধৰ নাম হ’ল- 229E (alpha corona virus), NL63 (alpha corona virus), OC43 (beta corona virus), HKU1 (beta corona virus), MERS-CoV(Middle East Respiratory Syndrome), (SARS-CoV) Severe Acute Respiratory Syndrome . এই ভাইৰাচসমূহৰ বিশেষত্ব হ’ল যে ইহঁতক লেবৰেটৰীত উৎপন্... |
কেনেকৈ ৰোগ মানুহলৈ বিয়পে? – চীনদেশত বৰ্তমান আৰম্ভ হোৱা কৰোনা ভাইৰাচৰ মহামাৰী ৱুহান চহৰৰ (Wuhan হ’ল Hubei প্ৰদেশৰ ৰাজধানী) মাংসৰ বজাৰখনৰ (Non-veg market পৰাই বিয়পিব ধৰে বুলি সেই দেশৰ বিজ্ঞানী সকলে মত পোষণ কৰিছে৷ সেইখন বজাৰত সাপ, বেং, বাদুলি, সাগৰীয় মাছ, কুকুৰ, মেকুৰি, এন্দুৰ, নিগনি, পোক পতংগ সকলো বিক্ৰী হয়৷ ৱুহান বজাৰৰ ... |
ড্ৰপলেট ইনফেকচন- অৰ্থাৎ ভাইৰাচৰ কণিকা প্ৰদূষিত বায়ুমণ্ডলৰ মাধ্যমেৰে৷ ৰোগীয়ে কাহ মাৰিলে, হাঁচিয়ালে, হামিয়ালে, জোৰেৰে হাঁহিলে ওচৰৰ পৰিবেশ ভাইৰাচেৰে দূষিত হয়৷ |
হাতেৰে ৰোগীক স্পৰ্শ কৰিলে, কৰমৰ্দন, চুম্বন আদিৰ যোগেদি৷ |
ৰোগীৰ সংস্পৰ্শত অহা যি কোনো সামগ্ৰী (যেনে টাৱেল, ৰুমাল, অন্যান্য কাপোৰ, চচমা, কলম, বাচন আদি)ৰোগীৰ নাক মুখৰ জুলীয়া পদাৰ্থৰ দ্বাৰা দূষিতহৈ থাকিব পাৰে৷ তেনে সামগ্ৰীয়ে অসুখ বিয়পাব পাৰে৷ গতিকে তেনে সামগ্ৰী স্পৰ্শ কৰি কেতিয়াও নিজৰ চকু, মুখ, নাক নুচুব৷ |
ৰোগীৰ মল-মূত্ৰয়ো ৰোগ বিয়পাব পাৰে৷ |
· ২৫জানুৱাৰীত প্ৰকাশিত তথ্যমতে এই পৰ্য্যন্ত দেশখনত আক্ৰান্ত ৰোগীৰ সংখ্যা হ’ল ১৯৭৫জন আৰু তাৰে ৫৬জন মৃত্যুমুখত পৰিছে৷ |
ৱুহানৰ উপৰিও আন কেইখনমান ৰোগাক্ৰান্ত চহৰ হ’ল- হুৱাংগাং, ঝিজিয়াংগ, কিয়ানজিয়াংগ আৰু ইঝোও৷ এই ৫খন চহৰৰ সৈতে দেশখন সকলোধৰণৰ যোগাযোগ (পথ পৰিবহণ, জলপথ, ৰেলপথ, আকাশীপথ) বিচ্ছিন্ন কৰি দিয়া হৈছে৷ সকলো নাগৰিক হৈ পৰিছে গৃহবন্দী৷ বৰ্তমান এই চহৰসমূহৰ ব্যৱসায়-বাণিজ্য, চিনেমা-থিয়েটাৰ, মল-পাৰ্ক, স্কুল-কলেজ-অফিচ সকলো বন্ধ, জনশূন্য৷ এই ... |
ৰোগৰ লক্ষণসমূহ কি কি? |
সাধাৰণ পানীলগা, জ্বৰ-চৰ্দিৰ দৰে নাইবা কাহ, গাৰ বিষ, বুকুৰ বিষ, ভাগৰ লগা, হাপানীৰ দৰে উশাহত কষ্ট হোৱা৷ কেতিয়াবা ডায়েৰিয়াও হব পাৰে৷ আন অসুখত ভোগী থকা লোকসকল আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা সকলৰ ভাইৰাচত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক থাকে৷ |
ৰোগৰ চিনাক্তকৰণ – |
উপযুক্ত লেবৰটৰীত ভাইৰাচ চিনাক্তকৰণ, পিচিআৰ চেইন ৰিয়েকচন, এণ্টিবডি চিনাক্তকৰণৰ দ্বাৰা ৰোগ নিশ্চিত কৰা হয়৷ ৩সপ্তাহলৈকে তেজত এণ্টিবডি দেখা নাপালে ব্যক্তিজন ৰোগমুক্ত বুলি গণ্য কৰা হয়৷ ৰোগ চিনাক্ত কৰিবলৈ লওতে ৰোগীৰ ’ভ্ৰমণৰ হিষ্ট্ৰী’ লোৱাটো চিকিৎসকৰ বাবে এক অনিবাৰ্য্য বিষয়৷ |
সতৰ্কতামূলক ব্যৱস্থা – চাবুনৰে ভালদৰে ঘঁহি পিহি হাত ধুব৷ |
কাহ জ্বৰ আদিত ভোগালোকক পৰিচৰ্য্যা কৰোঁতে বিশেষ সতৰ্কতা লব৷ মাস্ক ব্যৱহাৰ কৰিব৷ নিৰামিষ খাদ্য পৰাপক্ষত গ্ৰহণ কৰিব৷ পানী বেচিকৈ খাব৷ উপযুক্ত বিশ্ৰাম লব আৰু টোপনি ক্ষতি নকৰিব৷ উটৰ মাংস আৰু উটৰ গাখীৰত কৰোনা ভাইৰাচ থাকিব পাৰে৷ গতিকে তাৰ প্ৰতি সতৰ্ক হব৷ চৰ্দি জাতীয় অসুখত আক্ৰান্ত হলেও নিয়মীয়া অসুখৰ দৰব (যেনে ডায়েবেটিজ, উচ্চ ... |
চিকিৎসা কিদৰে প্ৰদান কৰা হয়? |
কৰোনা ভাইৰচৰ কোনো ভেকচিন নাই আৰু কোনো নিৰ্দিষ্ট দৰব নাই৷ লক্ষণ হিচাবে যতনলৈ চিকিৎসা কৰিলে ৰোগ সময়ত আৰোগ্য হয়৷ তথাপিও প্ৰায় ১০শতাংশ মৃত্যুৰ হাৰ আতংকজনক৷ গুৰুতৰভাবে আক্ৰান্তজনক আইচিইউত জৰুৰীকালীন চিকিৎসা দিবলগীয়া হব পাৰে৷ |
মোখনিত দুটামান দৰকাৰী কথা: – |
৭০০জনৰো অধিক ভাৰতীয় ছাত্ৰই ৱুহানত ডাক্তৰী শিক্ষা গ্ৰহণ কৰি আছে৷ ভাৰত চৰকাৰে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে৷ |
বিবিচি, চিএনএন, অলজৰীয়া আদি চেনেলসমূহে এই জ্বলন্ত বিষয়টোৰ ওপৰত দৈনিক আলোকপাত কৰি আছে৷ |
আমেৰিকাই নিজৰ নাগৰিকসকলক চীন দেশৰ পৰা সুকলমে উভটাই আনিবলৈ ব্যৱস্থা লৈছে৷ |
চীনা চৰকাৰে সকলো নাগৰিকৰ বিদেশ ভ্ৰমণ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বাতিল কৰিছে৷ |
শেহতীয়া বাতৰি অনুসৰি ২৬জানুৱাৰীত চীনা প্ৰশাসনে কৰা ঘোষণা অনুসৰি সকলো ধৰণৰ বনৰীয়া জীৱ জন্তুৰ বিক্ৰী বা অইন ঠাইলৈ অনা-নিয়া এই মহামাৰী সম্পূৰ্ণ নিৰাময় নোহোৱালৈকে বন্ধ থাকিব৷ |
← চুঙা পিঠা – মনীষা বড়া |
শেষ নোহোৱা তেজীমলাৰ সাধুটো – যামিনী গগৈ → |
You May Also Like |
কম্পিউটাৰ এটা কিনাৰ আগতে (আফতাৰ হোছেইন চৌধুৰী) |
December 14, 2012 0 |
বাতৰিৰ বতৰা: বিলাসিনীৰ সময় আৰু এতিয়াৰ বিলাসিতা: ভাস্কৰজ্যোতি দাস |
October 19, 2017 March 10, 2021 0 |
★জোনবিল মেলা★ –মুংচাজ’ বৰ্ণালী আম্ফি মান্তা |
November 30, 2016 1 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>জাৰ্মানীৰ মিত্ৰজোঁট চৰকাৰে প্ৰাপ্তবয়স্কসকলৰ মাজত মনোৰঞ্জনমূলক গাঁজাৰ ব্যৱহাৰ বৈধ কৰাৰ পৰিকল্পনাত সন্মতি দিছে। |
এতিয়াৰে পৰা দেশ খনত ব্যক্তিগত ব্যৱহাৰৰ বাবে ৩০ গ্ৰাম (১ অ’জ) পৰ্যন্ত ভাং লগত ৰখাৰ অনুমতি দিয়া হ’ব। অনুজ্ঞাপ্ৰাপ্ত দোকান আৰু ফাৰ্মাচীবোৰে ভাং বিক্ৰী কৰিব পাৰিব। |
অৱশ্যে এই সিদ্ধান্তটো এতিয়াও সংসদত গৃহীত হোৱা নাই। স্বাস্থ্য মন্ত্ৰী কাৰ্ল লটাৰবাকে কয় যে পৰিকল্পনাটো ২০২৪ চনত আইনত পৰিণত হ’ব পাৰে। |
ইউৰোপীয় ইউনিয়নত কেৱল মাল্টাই মনোৰঞ্জনমূলক গাঁজাক বৈধতা প্ৰদান কৰিছে। |
নেডাৰলেণ্ডত ডাচ্চ আইনৰ অধীনত, “কফি শ্বপ”ত কম পৰিমাণৰ গাঁজা বিক্ৰী কৰা হয়। |
জাৰ্মানীয়ে প্ৰতিজন প্ৰাপ্তবয়স্ক লোককঘৰত গাঁজা গছৰ খেতিৰ অনুমতি দিব। |
উল্লেখ্য যোৱা বছৰ ঘোষণা কৰা মিত্ৰজোঁট চৰকাৰৰ ইস্তাহাৰত এই পদক্ষেপৰ কথা উল্লেখ কৰা হৈছিল। |
কেইবাখনো দেশে ঔষধি গাঁজাৰ সীমিত ব্যৱহাৰক বৈধতা দিছে। কানাডা আৰু উৰুগুৱেও মনোৰঞ্জনমূলক গাঁজাক বৈধতা প্ৰদান কৰিছে। |
আমেৰিকা যুক্তৰাষ্ট্ৰত, ৩৭ খন ৰাজ্য আৰু ৱাশ্বিংটন ডিচিয়ে চিকিৎসা সেৱাত গাঁজাৰ ব্যৱহাৰত বৈধতা প্ৰদান কৰিছে, আনহাতে ১৯ খন ৰাজ্যই ইয়াক মনোৰঞ্জনমূলক ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে। |
Recent News |
Gujarat Election: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ; ভোটদানৰ হাৰ ৬০ শতাংশ অতিক্ৰম |
শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে; কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী? |
দেশৰ পৰাজয় উদযাপন! ইৰাণত যুৱকক মুকলিকৈ গুলীয়াই হত্যা আৰক্ষীৰ |
Gujarat Election 2022: মুচ নেহী তো কুচ নেহী! গোঁফেৰেই নিৰ্বাচনত ওলট-পালট কৰিব বিচাৰে হিচাপ-নিকাচ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
মুঠ ভোটাৰৰ সংখ্যা ১২,৯৭,৬৭১জন |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.