text stringlengths 0 188k |
|---|
AD BANNER |
সাহিত্য |
Tags |
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>বড়ো জনগোষ্ঠীৰ বাথৌ প... |
বাথৌ পূজাত শান্তি পানীৰ বাবে সোণ আৰু ৰূপ ব্যৱহাৰ কৰা হয়। অতীজতে এই পূজাত গাহৰি, কুকুৰা, হাঁহ, পাৰ আদি বলি দিয়া হৈছিল যদিও বৰ্তমান বলিপ্ৰথাৰ প্ৰভাৱ হ্রাস পাইছে। বাথৌ পূজাত বেদীৰ চাৰিওফালে দেওধনীয়ে হাতত ঢাল-তৰোৱাল লৈ নৃত্য কৰে। ইয়াক খেৰাই নৃত্য বোলে। |
পূৰ্বতে বড়ো জনগোষ্ঠীৰ মাজত খেৰাই পূজা প্রচলিত আছিল। বর্তমান প্রচলিত বাথৌ পূজা এই খেৰাই পূজাৰেই ৰূপান্তৰ। আৰম্ভণিতে বাথৌ পূজা ঘৰৰ মহলত বা মুকলি স্থানত অনুষ্ঠিত হৈছিল। কিন্তু বর্তমান এই পূজা যুগৰ পৰিৱৰ্তন সাপেক্ষে গঢ় লৈ উঠা বাথৌ মন্দিৰত অনুষ্ঠিত হয়। উল্লেখ্য যে বড়ো জনগোষ্ঠীৰ কিছুসংখ্যকে বাথৌ পূজাক বাথৌ ধৰ্মৰূপে মানি ... |
বাতৰি অনুসৰি, হাস্পাতালত ভৰ্তি কৰা আন পাঁচ জন লোকৰো মৃত্যু ঘটিছে। তদুপৰি, এই ঘটনাত আন ১৫জন লোক আহত হৈছে। |
শনিবাৰে পুৱাই ২০ মহলীয়া এই অট্টালিকাৰ ১৮নম্বৰ মহলাত অগ্নিকাণ্ড সংঘটিত হয়। পুৱা ৭বাজি ২৮ মিনিটত অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি কোৱা হৈছে। |
লগতে পঢ়ক: ভাৰত বিৰোধী ভুৱা প্ৰচাৰ চলোৱা ৩৫টা পাকিস্তানী ইউটিউব চেনেল বন্ধ কৰিলে মোদী চৰকাৰে |
জুঁই নিয়ন্ত্ৰণ কৰিবলৈ ১৩ খন অগ্নিনিৰ্বাপক গাড়ী তথা ৭খন জাম্বো টেংকাৰ ঘটনাস্থলীত উপস্থিত হয়। অগ্নিকাণ্ডত আহত লোকসকলক ওচৰৰে ভাটিয়া-নায়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হয়। |
Yet another fire broke out at a #Mumbai highrise this morning. 2 persons died & 15 are injured. |
As usual, excuses will be made, sketchy reasons given & life will go on. |
Strongest political will required if the city has to survive. As a Mumbaikar, the unaccountability pains!! pic.twitter.com/lx95sPqcg2 |
— Priti Gandhi – प्रीति गांधी (@MrsGandhi) January 22, 2022 |
বৰ্তমান জুঁই নিয়ন্ত্ৰণ হৈছে যদিও অট্টালিকাটোৰ পৰা ধোঁৱা নিৰ্গত হৈ অঞ্চলটো ধোঁৱাচ্ছন্ন কৰি তুলিছে। |
ইপিনে, ঘটনাৰ খৱৰ পোৱাৰ পাছতে বৃহন্মুম্বাই মিউনিচিপালিটি কৰ্পোৰেশ্যনৰ বিষয়াসকল গৈ ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কাৰ্যৰ তদাৰক কৰে। |
Recent News |
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক |
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক |
বিহাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ: উদ্ধাৰ হত্যাত ব্যৱহৃত কুঠাৰ |
বাংগালুৰুত যুৱকক শিলেৰে আক্ৰমণ কৰি হত্যা ছয়জনীয়া দলৰ: কেমেৰাত বন্দী নৃশংস আক্ৰমণৰ দৃশ্য |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
যুৱ প্ৰাপ্তবয়স্কসকলৰ মাজত ব্যাপকভাৱে বৃদ্ধি পাবলৈ ধৰিছে হৃদৰোগৰ ঘটনা ! কেনেদৰে নিজকে বচাই ৰাখিব এই নীৰৱ ঘাটকৰ পৰা ? |
" উচ্চ ৰক্তচাপে ভাৰতত হোৱা সকলো মৃত্যুৰ ১০.৮ শতাংশত অৰিহণা যোগায় আৰু নগৰ আৰু গ্ৰাম্য অঞ্চল দুয়োটাতে যোৱা তিনি দশকত ই যথেষ্ট বৃদ্ধি পাইছে । " |
" উচ্চ ৰক্তচাপে ভাৰতত হোৱা সকলো মৃত্যুৰ ১০.৮ শতাংশত অৰিহণা যোগায় আৰু নগৰ আৰু গ্ৰাম্য অঞ্চল দুয়োটাতে যোৱা তিনি দশকত ই যথেষ্ট বৃদ্ধি পাইছে । " |
News18 Assam |
Last Updated : October 29, 2021, 08:15 IST |
Share this: |
GAUTOM BORAH |
ভাৰতত প্ৰাপ্তবয়স্ক-যুৱসমাজৰ মাজত হৃদৰোগত আক্ৰান্ত হোৱাৰ হাৰ বৃদ্ধি পোৱা ঘটনাই অশনি সংকেট কঢ়িয়াইছে । ভাৰতত হৃদৰোগত হোৱা মৃত্যুৰ ঘটনা বৃদ্ধি পাবলৈ ধৰাত এই বিষয়টোত অধিক গুৰুত্ব প্ৰদান কৰাটো জৰুৰী হৈ পৰাৰ লগতে জনসাধাৰণক ইয়াৰ বিষয়ে অৱগত কৰা তথা কাৰ্ডিওভাস্কুলাৰ ৰোগৰ বোজা হ্ৰাস কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাটো অত... |
ষ্ট্ৰোক আৰু হৃদৰোগৰ ফলত হোৱা মুঠ মৃত্যুৰ এক-পঞ্চমাংশ ঘটনা ভাৰতত হয় আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ইয়াৰে বহু লোক হৈছে কম বয়সীয়া প্ৰাপ্তবয়স্ক লোকসকল । |
" কাৰ্ডিওভাস্কুলাৰ ৰোগে ভাৰতীয়সকলক বিশেষভাবে প্ৰভাৱিত কৰি আহিছে । ভাৰতত প্ৰতি বছৰে প্ৰায় ৩০ লাখ লোক ষ্ট্ৰোক আৰু হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে । আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল যে হৃদৰোগত আক্ৰান্ত হোৱা লোকসকলৰ ৪০ শতাংশৰ বয়স ৫৫ বছৰৰ তলৰ । ", পঞ্চকুলাৰ পৰাস চিকিৎসালয়ৰ কাৰ্ডিয়াক চায়েন্সৰ অধ্যক্ষ ডাঃ হৰিন্দৰ কে বাল... |
যোৱা ২৬ বছৰত ভাৰতত হৃদৰোগত হোৱা মৃত্যুৰ ঘটনা ৩৪ শতাংশ বৃদ্ধি পাইছে । এই গুৰুতৰ বিষয়টোৰ বিষয়ে জনসাধাৰণৰ মাজত সচেতনতাৰ সৃষ্টি কৰা তথা দেশত কাৰ্ডিওভাস্কুলাৰ ৰোগৰ বোজা হ্ৰাস কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ সময় আহি পৰিছে বুলি চিকিৎসকগৰাকীয়ে কয় । |
হৃদৰোগৰ মূল কাৰকবোৰ কি ? |
হৃদৰোগৰ আশঙ্কা বৃদ্ধি কৰা কাৰকবোৰৰ বিষয়ে অৱগত হ'লে মানুহে এই সন্দৰ্ভত সজাগ হব পাৰে আৰু হঠাতে কাৰ্ডিয়াক এৰেষ্ট হোৱাৰ পৰা নিজকে দূৰত ৰাখিব পাৰে । |
মেদবহুলতা : |
বিশেষজ্ঞৰ মতে ভাৰতত অত্যাধিক ওজনৰ আৰু মেদবহুল শিশু বহু আছে যি প্ৰাপ্তবয়স্ক হোৱাৰ পিছত কাৰ্ডিওভাস্কুলাৰ ৰোগ আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ হাৰত অৰিহণা যোগোৱাৰ বহু সম্ভাৱনা আছে । বিশেষজ্ঞৰ মতে মেদবহুল লোকসকল উচ্চ ৰক্তচাপত ভুগিব পাৰে যিটো হৈছে হৃদ ৰোগৰ বলি হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ । |
উচ্চ ৰক্তচাপ : |
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে ভাৰতত যুৱ প্ৰাপ্তবয়স্কসকলৰ মাজত উচ্চ ৰক্তচাপ মধ্য আৰু পূৱ ইউৰোপতকৈ অধিক । |
" উচ্চ ৰক্তচাপে ভাৰতত হোৱা সকলো মৃত্যুৰ ১০.৮ শতাংশত অৰিহণা যোগায় আৰু নগৰ আৰু গ্ৰাম্য অঞ্চল দুয়োটাতে যোৱা তিনি দশকত ই যথেষ্ট বৃদ্ধি পাইছে । উচ্চ ৰক্তচাপে অৱশেষত ডায়েবেটিচ হোৱাৰ আশংকাও বৃদ্ধি কৰে " । বিশেষজ্ঞ চিকিৎসক ডাঃ হৰিন্দৰ কে বালিয়ে এনেদৰ কয় । |
মধুমেহ বা ডায়েবেটিছ : |
ভাৰতত যোৱা ৩০ বছৰত টাইপ ২ ডায়েবেটিচ ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে যিয়ে বিশ্বৰ পৰিসঙখ্যাটো গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে । ভাৰতত , 25 বছৰৰ তলৰ লোকসকলৰ মাজতো টাইপ-2 ডায়েবেটিচ আৰু হৃদৰোগৰ দৰে জীৱনৰ বাবে বিপদজনক ৰোগৰ জটিলতাৰ আশংকা বৃদ্ধি পাইছে । |
যুৱ ভাৰতীয়সকলৰ বাবে হৃদৰোগ প্ৰতিৰোধ কৰাৰ উপায় কি ! |
যুৱ প্ৰাপ্তবয়স্কসকল অত্যাধিক কামৰ বোজা , পাৰিবাৰিক সমস্যা , চাকৰিৰ সুৰক্ষা আৰু বহু সময়ত নিৰন্তৰ মানসিক আৰু শাৰীৰিক চাপত থাকিব লগা হয় । এই চাপৰ সৈতে উচ্চ ৰক্তচাপ আৰু ডায়েবেটিচৰ ওতঃপ্ৰোত সম্পৰ্ক আছে । |
" যুৱ প্ৰাপ্তবয়স্কসকলে প্ৰায়ে ধূমপান আৰু অত্যাধিক সুৰাপানৰ চিকাৰ হয় যাতে অত্যাধিক ভাৰাক্ৰান্ত চাপৰ সৈতে মোকাবিলা কৰিব পাৰে । জীৱনশৈলীৰ পৰিৱৰ্তন কৰাটোৱে হৈছে এই বিপদাশংকা হ্ৰাস কৰা আৰু অকালতে হোৱা হৃদ ৰোগৰ পৰা নিজকে ৰক্ষা কৰা " , ড০ বালিয়ে আৰু এনেদৰে কয় । |
যুৱক সকলে নিয়মীয়া সময়ৰ বাবে মজলীয়াৰ পৰা কঠিন ব্যায়াম যেনে জগিং , চাইকেল চলোৱা, দ্ৰুত খোজ কঢ়া, যোগ, এৰোবিক্স তথা সাঁতোৰৰ দৰে বিষয়সমূহত নিজকে জড়িত কৰিব লাগিব । লগতে, অত্যাধিক সুৰা পান আৰু ধূমপানৰ পৰা আঁতৰি থাকিব লাগিব । |
স্বাস্থ্যবান হৃদযন্ত্ৰৰ বাবে এক সঠিক সন্তুলিত আহাৰ হৈছে আন এক প্ৰয়োজনীয়তা । জাংক ফুড খোৱাৰ সলনি, যুৱক-যুৱতীসকলে ফল-মূল , ফলৰ ৰস , চয়া সামগ্ৰী আৰু বাদামৰ দৰে স্বাস্থ্যকৰ খাদ্যৰ বিকল্প বিচাৰিব লাগে । ট্ৰেন্স-ফেটি এচিড পৰিহাৰ কৰা আৰু খনিজ আৰু কেলচিয়ামসমৃদ্ধ আহাৰত যথেষ্ট পৰিমাণে সতেজ, সেউজীয়া পাচলি অন্তৰ্ভুক্ত কৰাটো গ... |
বিশেষজ্ঞগৰাকীৰ মতে এইটো দেখা গৈছে যে যদি এজন ব্যক্তিৰ কম বয়সত হৃদৰোগ হয় , তেন্তে জীৱনৰ পিছৰ পৰ্যায়ত আন এটা কাৰ্ডিয়াক এৰেষ্ট বা ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায় । সেয়েহে আগতীয়াকৈ এই ৰোগ চিনাক্তকৰণ কৰি প্ৰতিৰোধৰ বিষয়ে সজাগতা বিয়পোৱাটো এই ৰোগৰ সফল প্ৰতিৰোধ আৰু ব্যৱস্থাপনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি চিকিৎসকসকলে ক... |
(বি: দ্ৰ : বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত তথ্যৰ আধাৰত এই লেখাটো যুগুত কৰা হৈছে ।) |
Published by:Kokil Sarma |
First published: October 29, 2021, 08:08 IST |
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া| |
HealthHeart Diseaseyouth |
ফটো |
... |
... |
... |
শেহতীয়া বাতৰি |
... |
... |
... |
... |
... |
LIVE TV |
শাখা |
অসম |
খবৰ |
দেশ |
বিশ্ব |
জীৱন শৈলী |
ফটো |
ভিডিঅ |
লাইভ টিভি |
শেহতীয়া বাতৰি |
কবিতাৰে সমস্যাৰ সমাধান নহয়, ভাৰত জোড়োই কৰক বা কবিতাই গাওক: ভূপেন বৰাৰ কবিতাক লৈ সাংসদ ভূৱনেশ্বৰ কলিতা |
ৰহাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত থিতাতে নিহত দুজন, আহত দুজন ... |
Viral Video: বিয়াৰ ফটো লোৱাৰ সময়ত দৰাই ফটোগ্ৰাফাৰক মাৰিলে চৰ ! তাৰ পিছত হ'ল এই অৱস্থা, চাওক Video ... |
মাতৃ-পিতৃ বন্দনা আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীলৈ নৈমিত্তিক ছুটী |
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ দ্বাৰা শিৱসাগৰ জিলাৰ ১৪৬৪ গৰাকী মেধাৱী শিক্ষাৰ্থীক ড৹ বাণীকান্ত কাকতি মেধা বঁটাৰূপে স্কুটী প্ৰদান |
আমাৰ বিষয়ে |
আমাক যোগাযোগ কৰক |
ব্যক্তিগত নীতি |
কুকি পলিচী |
চাইট মেপ |
NETWORK 18 SITES |
News18 India |
CricketNext |
News18 States |
Bangla News |
Gujarati News |
Urdu News |
Marathi News |
TopperLearning |
Moneycontrol |
Firstpost |
CompareIndia |
History India |
MTV India |
In.com |
Burrp |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.