text stringlengths 0 188k |
|---|
Clear Study Doubts |
CAprep18 |
Education Franchisee Opportunity |
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the int... |
মই সদ্যহতে বায়ু শক্তি (wind energy) খণ্ডটোৰ লগত জৰিত থকা হেতুকে মোৰ সীমিত জ্ঞানেৰে এই বিষয়ে যত্কিঞ্চিত আলোচনা কৰিম । বৰ বেছি গভীৰতালৈ নগৈ অলপ সম্যক তথ্য দিয়াহে এই লেখাৰ উদ্দেশ্য । |
বায়ু শক্তিৰ পৰা বিদ্যুত শক্তি উৎপাদন কৰা যন্ত্ৰটোক কাৰিকৰী ভাষাত wind turbine, wind energy converter বা সহজ ভাষাত wind mill বুলি কোৱা যায় ।ইয়াৰ সঠিক অসমীয়া প্ৰতিশব্দৰ অভাবত ওপৰোক্ত শব্দ কেইটাকে ব্যবহাৰ কৰিম । এটা ৱিন্দ মিলৰ কেবাটাও গুৰুত্বপুৰ্ণ অংশ থাকে- জেনেৰেটৰ (এইটো বায়ু শক্তিৰ পৰা বিদ্যুত উৎপন্ন কৰা মুখ্য অংশ ... |
তামিলনাডু,কৰ্নাটক,অন্ধ্ৰপ্ৰদেশ,গুজৰাট,মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু মধ্যপ্ৰদেশ- এইকেইখন ৰাজ্যত বায়ু শক্তিয়ে ৰাজ্যৰ আৰু লগতে দেশৰ শক্তি প্ৰয়োজনৰ আপুৰ্তিত উল্লেখযোগ্য অৰিহণা আগবঢ়াইছে । ইয়াৰ মুখ্য কাৰণ হৈছে এই কেইখন ৰাজ্যত প্ৰচুৰ পৰিমানে শক্তি উৎপাদনযোগ্য বায়ুৰ উপস্থিতি । ৰাজস্থানৰ বিস্তীৰ্ণ মৰুভুমি, গুজৰাট, তামিলনাডু কৰ... |
বায়ুৰ গতি আৰু দিশ নিৰ্ণয়ৰ কাৰণে টাৰবাইনৰ ওপৰত (নেচেলৰ ওপৰত) ক্ৰমে এনিম’মিটাৰ আৰু ৱিন্দ ৱেন থাকে । টাৰ্বাইনত এনে ব্যবস্থা থাকে যে ৩ মি./ছে.ত্কৈ কম বেগৰ বায়ুত ই নচলে আৰু ১০-১২মি./ছে. বা ততোধিক বেগৰ ধুমুহা বতাহৰ সময়ত ইয়াত থকা চেঞ্চৰে (sensor) মেচিনটোক বন্ধ কৰি দিয়ে যাতে ই সাম্ভাব্য দুৰ্ঘটনা তথা ক্ষতিৰ পৰা ৰক্ষা পৰে ... |
বায়ু শক্তি, সৌৰ শক্তি আদি অপৰম্পৰাগত শক্তিৰ বৃদ্ধিত উৎসাহ যোগাবৰ বাবে চৰকাৰে এই ক্ষেত্ৰত টেক্স ৰেহায়ৰ নীতি লৈছে । ৱিন্দ টাৰ্বাইনত নিজৰ আয়ৰ এটা অংশ বিনিয়োগ কৰা দেখালে সেই পৰিমাণৰ আয়ৰ বাবে কৰ ৰেহায়্ দিয়া যায় ।সেয়েহে বহুতো ব্যক্তি তথা অনুষ্ঠানে (যাৰ এই ক্ষেত্ৰত দুৰ দুৰণিলৈকে কোনো সম্পৰ্ক নাই ) নিজৰ আয়ৰ এটা অংশ ৱ... |
ভাৰতত এতিয়ালৈকে ৬০০ কিলোৱাটৰ পৰা ২.১ মেগাৱাট পৰ্য্যন্ত ক্ষমতাৰ ৱিন্দ টাৰবাইন স্থাপিত (installed) হৈছে, যদিও ৫ মেগাৱাট পৰ্য্যন্ত ক্ষমতাৰ দৈত্যাকাৰ টাৰ্বাইন ইউৰোপৰ কিছুমান ঠাইত আৰু সাগৰৰ মাজত (offshore) স্থাপিত হৈছে ।ভাৰতত স্থাপিত টাৰ্বাইন সমুহৰ ব্লেডৰ দৈৰ্ঘ্য ২৫ মি.ৰ পৰা ৪৭ মি. পৰ্য্যন্ত (প্ৰায় আটাইবোৰ ডিজাইনৰ ব্লেড উ... |
টাৰ্বাইন স্থাপনৰ কাৰণে উপযুক্ত ঠাইৰ পৰ্য্যবেক্ষণ কৰোতে এবছৰ পৰ্য্যন্ত লাগি যায় । সাম্ভাব্য ঠাইখনত বায়ুৰ উপস্থিতি, বেগ, দিশ আদি শক্তি আহৰণৰ কাৰণে যথেষ্ট হয় নে নহ্য় সেয়া এবছৰ পৰ্য্যন্ত অধ্যয়ণ কৰা যায় । এইটো কাম প্রতিষ্ঠানটোৰ বায়ু সম্পদ গৱেষণা বিভাগে কৰে (wind resource research department)| |
ওপৰত উল্লেখ কৰি অহা ৰাজ্যকেইখনৰ চৰকাৰে অপৰম্পৰাগত শক্তিক যথেষ্ট উৎসাহ দিয়ে । গুজৰাটত সৌৰশক্তিৰে ষ্ট্ৰীট্ লাইট জলোৱাৰ ব্যবস্থা কৰা হৈছে । কচ্চৰ ৰণ্ অঞ্চল (মৰু সদৃশ অঞ্চল, যত খেতি-বাতি নহয় আৰু বসতি পাতল)ত বিশাল সৌৰ আৰু বায়ু শক্তি উদ্যান স্থাপন কৰি সেই অনুৰ্বৰ বৰ্জিত অঞ্চলৰ সদ্ব্যহাৰ কৰিছে । এই ক্ষেত্ৰত তামিলনাডু আৰু গ... |
পেট্ৰ’লিয়ামজাত ইন্ধনৰ পৰিমাণ কমি যোৱাৰ আৰু ইয়াৰ মুল্য আন্তৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি পোৱাৰ ফলত অপৰম্পৰাগত শক্তিখণ্ডৰ গুৰুত্ব বৃদ্ধি হৈছে ।কিন্তু এতিয়াও ই বাল্য অবস্থাতে আছে । আশা কৰো অদুৰ ভবিষ্যতে এইবিধ ঈশ্বৰপ্রদত্ত নিৰ্মল শক্তিয়ে দেশৰ উন্নতি আৰু শক্তি প্ৰয়োজন আপুৰ্তিত উল্লেখযোগ্য বৰঙণি আগ বঢ়াব । |
← ২০১৩-১৪ চনৰ বাজেট আৰু কিছু অনুভৱ (দীপাঙ্কৰ মল্ল বৰুৱা) |
এখন ভাঙি যোৱা দলং আৰু প্রাচীন ভাৰতীয় সভ্যতাৰ সংকট (উচ্চজিৎ কলিতা) → |
You May Also Like |
আন্দামানৰ জাৰাৱা জনজাতি আৰু পৃথিবীৰ পৰা লুপ্ত হোৱা ১০ টা জনগোষ্ঠী:(মংগলসিং ৰংফাৰ) |
October 14, 2013 March 10, 2021 0 |
পাইথাগোৰাছৰ উপপাদ্য জানিনো কৰিম কি? |
October 17, 2021 October 17, 2021 0 |
প্ৰসংগ- ভাষাৰ বিলুপ্তি আৰু “হিংলিছমীয়া” : অসমীয়া ভাষালৈ অশনি সংকেত ? |
July 22, 2011 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>বিটিচিত সংখ্যাগৰিষ্ঠ দল হিচাপে চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ লাভ নকৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী। |
বিটিচিত সংখ্যাগৰিষ্ঠ দল হিচাপে চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ লাভ নকৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী। |
News18 Assam |
Last Updated : December 24, 2020, 16:40 IST |
Share this: |
News18 Assam |
বিটিচিত আস্থা ভোটত জয়ী প্ৰমোদ বড়ো। আস্থাভোটত সংখ্যাগৰিষ্ঠতা লাভ কৰে বিজেপি–ইউপিপিএল–জিএছপি মিত্ৰজোঁটে। হাত দাঙি প্ৰমোদ বড়োৰ প্ৰতি সমৰ্থন। |
উল্লেখযোগ্য বিটিচিত সংখ্যাগৰিষ্ঠ দল হিচাপে চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ লাভ নকৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী। আৰু উক্ত আবেদনৰ শুনানি গ্ৰহণ কৰি আস্থা ভোটৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে। |
আস্থা ভোটত জয়ী হোৱাৰ পিছত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে কয় যে বিটিচিত ১৭ বছৰে এখন অগণতান্ত্ৰিক চৰকাৰ চলি আছিল। ইমানবোৰ দুৰ্নীতি–ভ্ৰষ্টাচাৰ, হত্যা–হিংসা হৈ গ’ল, সেইসকলে সেইটো কৰিবই। আমি তাৰ মুখামুখি হৈ ৰাইজক তেনে সমস্যাৰ পৰা উদ্ধাৰ কৰিম বুলি নিৰ্বাচিত হৈ আহিছো। আমি সকলোকে লগত লৈ সকলো জাতি–জনগোষ্ঠীৰ বাবে কাম কৰি যাম, সুন্দ... |
‘‘৪০টা সমষ্টিৰে ৰাইজক আগুৱাই লৈ যোৱাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। বিপিএফৰ সময়ত যি সমষ্টিত তেওঁলোকৰ এমচিএলএ নাছিল, তাত তেওঁলোকে ৰাইজক বঞ্চিত কৰিছিল। কিন্তু ৪০টা সমষ্টিৰ ৰাইজকে সমান মৰ্যাদা সমান অধিকাৰ দিম।’’ – ক’লে প্ৰমোদ বড়োৱে। |
হাগ্ৰামা মহিলাৰীৰ লগতে ৰাইজলৈ বৰদিনৰ শুভেচ্ছা জনাই প্ৰমোদ বড়োৱে কয় যে বিপিএফৰ নিৰ্বাচিত এমচিএলএ সকলেও আগন্তুক দিনত সকলো কামতে সহযোগ কৰি যাব বুলি আমি আশা ৰাখিছো। |
Published by:Sanjay Kumar Das |
First published: December 24, 2020, 15:24 IST |
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া| |
assamBTC Election |
ফটো |
... |
... |
... |
শেহতীয়া বাতৰি |
... |
... |
... |
... |
... |
LIVE TV |
শাখা |
অসম |
খবৰ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.