text
stringlengths
0
188k
Δ
Label
Name*
Email*
Website
Δ
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
মনোজ এম্
1 year ago
সাম্প্ৰতিক সময়ত লিখকৰ নে লেখকৰ দায়িত্ব? লেখকৰ হ’ব লাগে।
1
Reply
Ranjit Kumar Sarma
1 year ago
সম্পাদকীয় পঢ়ি ভাল পালোঁ৷
1
Reply
Shibendra Sinha
1 year ago
সাহিত্য ডট অৰ্গত ‘সাম্প্ৰতিক পৰিস্থিত লিখকৰ দায়িত্ব’ সম্পাদকীয়টো পঢ়িলো. ভাল লাগিল. লিখিব যদি হ’লে লিখিবলৈ বহুত আছে কিন্তু যাক উদ্দেশ্য কৰি লিখা হয় সি নপঢ়ে.যেনে জৰুৰি এটা চিঠিপত্ৰ যদি কুনোবা জিলা উপায়ূক্তক লিখা হয় সেইটোৰ প্ৰতিক্ৰিয়া নাপাও. বছৰ পিছতৌ কুন উত্তৰ পোৱাৰ আশা কৰিব নোৱাৰু. লিখা মৰি যায় ই মেইলত. মন বেয়া লাগে,লিখ...
তথাপিও কিন্তু আমি লিখি আছো.
মই অসমীয়া ভাষী নহয়,সেইকাৰণে মোৰ বানান ভুল হবই, ক্ষমা যাচিছো. ধন্যবাদ.
1
Reply
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ অঞ্চলত কিছু সময় পূৰ্বে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱা দিখৌ নদীৰ ওপৰত থকা জয়া দলঙৰ ওপৰৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলায় এগৰাকী...
প্ৰায় ৬০-৬৫ বছৰীয়া বৃদ্ধা গৰাকীয়ে দলঙৰ পৰা জাঁপ দিয়াৰ সময়ত নদীৰ পাৰত বাঁহ কাটি থকা স্থানীয় দুগৰাকী লোকে শব্দ শুনি নদীৰ কাষ চাপি আহে।
বৃদ্ধাগৰাকী প্ৰায় ৭০ মিটাৰ মান নদীত উটি যোৱাৰ পিছত দুয়ো ব্যক্তিয়ে নদীত জাঁপ দি বৃদ্ধাগৰাকীক পাৰলৈ উঠাই নিয়ে। স্থানীয় লোকৰ তৎপৰতাত অৱশ্যে বৰ্তমান বৃদ্ধাগৰাকী সংকটমুক্ত বুলি জানিব পৰা গৈছে।
স্থানীয় এগৰাকী ব্যক্তিয়ে জানিবলৈ দিয়া মতে, বৃদ্ধাগৰাকীয়ে নদীত জাঁপ দিয়াৰ পূৰ্বে দলঙৰ ফুটপাথত কিছু সময় ধৰি পায়চাৰি কৰি আছিল। কিন্তু ব্যক্তিগৰাকী সেই স্থানৰ পৰা আঁতৰি অহাৰ পিছতে নদীত জাঁপ দিয়ে বৃদ্ধাগৰাকীয়ে।
অৱশ্যে এইপৰ্যন্ত বৃদ্ধাগৰাকীৰ পৰিচয় লাভ কৰিব পৰা নাই স্থানীয় লোকে। ইতিমধ্যে ঘটনাস্থলীত থকা লোকসকলে এই বিষয়ে আৰক্ষীক অৱগত কৰাৰ লগতে এম্বুলেন্স সেৱাৰ জৰিয়তে বৃদ্ধাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
উল্লেখ্য যে, বিগত কিছুদিন ধৰি শিৱসাগৰৰত দিখৌ নদীৰ ওপৰত থকা পুৰণি দিখৌ দলঙৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছিল।
অৱশ্যে শেহতীয়াকৈ জিলা প্ৰশাসনে এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত দলঙৰ কাষত বেৰা দিয়াৰ পাছত এইধৰণৰ ঘটনা ৰোধ পাইছে।
Recent News
পশ্চিম বংগত তৃণমূল নেতাৰ গৃহত বিস্ফোৰণ: তিনি গৰাকীৰ মৃত্যু
অচিনাকি বাহনত যাত্ৰা কৰি বিপদত দুই যুৱক; নিচাযুক্ত বস্তু খুৱাই সকলো লুটি নিলে দুৰ্বৃত্তই
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ বিৰুদ্ধে থিয় দিবলৈ ইউৰোপ যথেষ্ট শক্তিশালী নহয়: ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী
দিল্লীত পুনৰ লিভ-ইন সংগীক নৃশংস হত্যা! দেহ কাটি টুকুৰা-টুকুৰ কৰাৰ চেষ্টা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
বৰপেটাৰ চেঙা সমষ্টিৰ বিষ্ণুপুৰত বিজেপিৰ কিষাণ মৰ্চাৰ গোমাফুলবাৰী মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাৰ অন্তত মৰ্চাৰ জিলা সভাপতি ৰাতুল পাঠকৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত এইদৰে কয় বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খান। বিটিচিত বিজেপিৰে চৰকাৰ হ’ব বুলি মন্তব্য প্ৰকাশ কৰি ...
বিজেপিৰ কিষাণ মৰ্চাৰ উদ্যোগত চেঙাৰ বিভিন্ন পঞ্চায়তত বিজেপিৰ কিষাণ মৰ্চাই সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে কিষান মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ কৌশিক বৰা, সম্পাদক মনোজ ডেকা, বিজেপিৰ জিলা সাধাৰণ সম্পাদক নৱ কুমাৰ দাস, বসন্ত ঠাকুৰীয়া আৰু গোমাফুলবাৰী মণ্ডলৰ সভাপতি আনন্দ তালু...
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা
December 1, 2022 4 0 CommentsBy: Sangbad 365
গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত
Read More...
Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি
December 1, 2022 18 0 CommentsBy: Sangbad 365
নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও
Read More...
Online facility for House Construction Permission : পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মাথোঁ অনলাইনযোগেহে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ব্যৱস্থা
November 30, 2022 9 0 CommentsBy: Sangbad 365
গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান<eot>মিজোৰাম চৰকাৰ আৰু আলোচনাপন্থী বিদ্ৰোহী গোট হামৰ পীপলছ কনভেনশ্যন (ডেম’ক্ৰেট)ৰ মাজত বহু বিলম্বিত শান্তি আলোচনাৰ প্ৰক্ৰিয়া বুধবাৰে আইজলত পুনৰ আৰম্ভ কৰা হ’ব।
মিজোৰাম চৰকাৰৰ গৃহ বিভাগৰ অতিৰিক্ত সচিব লালবাইকজামাই কয় যে আলোচনাৰ দিন ৫ মাৰ্চত নিৰ্দ্ধাৰিত কৰা হৈছিল যদিও এইচপিচি (ডি) বিদ্ৰোহীৰ সুবিধা অনুসৰি সেয়া স্থগিত ৰখা হৈছিল।
বৰ্তমানৰ এই শান্তি আলোচনাৰ প্ৰক্ৰিয়াটো ২০১৬ চনৰ ১০ আগষ্টত বিষয়া পৰ্যায়ত আৰম্ভ হৈছিল আৰু এইবাৰৰ পৰা ৰাজনৈতিক পৰ্যায়ত আৰম্ভ কৰা হ’ব।
এইচপিচি(ডি)ৰ নেতাসকলে শনিবাৰে আশা প্ৰকাশ কৰিছিল যে মিজোৰাম চৰকাৰৰ সৈতে ৰাজনৈতিক পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া আলোচনাই হামৰ সমস্যাটোৰ এটা সমাধানৰ পথ উলিয়াব।
চুবুৰীয়া মণিপুৰত থকা নাম প্ৰকাশত অনিচ্ছুক এইচপিচ(ডি)ৰ নেতাসকলে কয় যে বিদ্ৰোহী সংগঠনটোৱে প্ৰতিনিধি দলটোৰ সদস্য সম্পৰ্কত এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা নাই। অৱশ্যে তেওঁলোকে নিশ্চিত কৰিছে যে গোটটোৰ কাৰ্যবাহী সভাপতি লালথানলিয়েন হামৰ প্ৰতিনিধি দলটোত থাকিবই আৰু মুখপাত্ৰ হিচাপে কাৰ্যভাৰ চলাই যাব।
এইচপিচি(ডি) নেতাসকলে কয় যে শান্তি আলোচনাই দীৰ্ঘদিনীয়া হামৰ সমস্যাটোৰ এটা গ্ৰহণযোগ্য সমাধান বিচাৰি উলিয়াব।
চৰকাৰী সূত্ৰই কয় যে অলপতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা হিচাপে নিযুক্তি দিয়া প্ৰাক্তন শ্ৰম মন্ত্ৰী লালৰিনমাৱাইয়া ৰালটে ৰাজ্য চৰকাৰৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিব।
এইচপিচিয়ে চুক্তি স্বাক্ষৰ হোৱাৰ আগেয়ে মণিপুৰৰ সৈতে লাগি থকা উত্তৰ পূব অংশত বসবাস কৰি থকা হামৰ সম্প্ৰদায়ৰ বাবে সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত সুকীয়া স্বায়ত্ত্ব শাসিত জিলাৰ দাবী কৰিছিল।
এইচপিচি (ডি)য়ে অলপতে হামৰ সমস্যাৰ সমাধানৰ পথ প্ৰশস্ত কৰি তুলিবলৈ ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্ত্ব শাসনৰ দাবীটো পৰিহাৰ কৰিবলৈ মান্তি হৈছিল।
Recent News
ছত্তীশগড়ত মাওবাদীৰ গুলীচালনাত চি আৰ পি এফৰ কমাণ্ডো জোৱানৰ মৃত্যু
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে!
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
কোকৰাঝাৰ জিলা উপায়ুক্ত চৌহদৰ শিশু উদ্যানত কোকৰাঝাৰ সাংবাদিকসকলে এঘন্টীয়া ধৰ্ণাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ শাসক পক্ষৰ শ্ৰুতলিপি মানি কাম কৰিবলৈ অনিচ্ছুক সাংবাদিকসকলৰ ওপৰত চলাই অহা নির্যাতনৰ প্ৰতিবাদত আজিৰ এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হয়৷
আজিৰ কাৰ্যসূচীত কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ সভাপতি প্ৰীতম ব্ৰহ্ম চৌধুৰী, সম্পাদক হৰিশংকৰ ঠাকুৰকে ধৰি প্ৰায় ২৫ গৰাকীকৈ সাংবাদিকে অংশগ্ৰহণ কৰে৷<eot>অসমত বিগত দেশককেইটাৰ ভিতৰত সাম্প্ৰতিকভাৱে ধন দাবী আৰু অপহৰণৰ ঘটনাই নৈমিত্তিক শিৰোনাম দখল কৰা দেখা গৈছে৷ বিশেষ স্বায়ত্ত্ব পৰিষদৰ অধীনৰ অঞ্চল বা তাৰ বাহিৰৰ বুলি কথা নাই, সমগ্ৰ অসমতে...
এয়া ওদালগুৰিয়েই হওক, বা গুৱাহাটীয়েই হওক বা তিনিচুকীয়াই হওক, পৰিস্থিতি সকলোতে একেই৷ মাত্ৰ প্ৰকোপৰ হেৰফেৰ৷ এই অবৈধ ধন দাবী যে মাত্ৰ নিষিদ্ধ ঘোষিত সংগঠনৰ দ্বাৰাই হৈছে এনে নহয়৷ এনে ধন সংগ্ৰহ বা চান্দাৰ বাবে যাওঁতে ভীতি প্ৰদৰ্শন কৰাৰ ঘটনাৰ অভিযোগে নামজ্বলা জাতীয় সংগঠনবোৰৰো বিষয়ববীয়াক চুই গৈছে৷ অৰাজনৈতিক সংগঠন, জনগোষ্...
যোৱা বৰ্ষতে অইল কৰ্তৃপক্ষই প্ৰায় তিনিশ সংগঠনে ধনৰ বাবে বা সামাজিক উন্নয়নৰ পুঁজিৰ অংশৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ কথা কওঁতে দুদিন মান সংবাদ মাধ্যমত তোলপাৰ লগা কথাটো প্ৰত্যক্ষ কৰিছিলোঁ৷ কিন্তু কথাটো প্ৰকৃততে নিশ্চয়কৈ নুই কৰিব নোৱাৰাঁ৷ তৈলক্ষেত্ৰত কাম কৰিবৰ বাবে যোৱা শ্ৰমিক বা বিষয়াৰ পৰা হকে-বিহকে চান্দা সংগ্ৰহ কৰাৰ ব...
মাত্ৰ প্ৰতিষ্ঠিত চৰকাৰী কোম্পানী বুলিয়েই নহয়, সৰু-বৰ পথ নিৰ্মাণ সংস্থা, মটৰ পৰিবহন সংস্থা বা যিকোনো সৰু-বৰ বাণিজ্যিক কেন্দ্ৰই এনে ধনদাবীত কিমান অতীষ্ঠ হৈছে সেয়া ক্ষেত্ৰভিত্তিক অনুসন্ধানে ইয়াৰ জলন্ত ৰূপটো সঁচাকৈয়ে দাঙি ধৰে৷ সৌ সিদিনা গোলাঘাটত নে নগাঁৱত ব্যৱসায়ী সন্থাই এনে ভাবুকিৰে চান্দা বৰঙনি সংগ্ৰহৰ বিৰুদ্ধে ইলেক...
এইবোৰৰ প্ৰকোপৰ পৰা হাত সাৰিবলৈ আমাৰ গৃহ চহৰ ধেমাজিতে সৰু-বৰ মোবাইল ভাল কৰা দোকানৰ পৰা মটৰ চাইকেল-গাড়ী বিক্ৰী কৰা শ্বো-ৰুমত এতিয়া ক্ল’জ চাৰ্কিট কেমেৰা স্থাপনৰ ধুম উঠিছে৷ প্ৰত্যক্ষদৰ্শী হিচাবে প্ৰথমে সেয়া বিশ্বাস কৰিবলৈ টান পাইছিলোঁ যদিও সেয়াই অতি চিন্তনীয় সত্য কথা আৰু এখন মটৰ চাইকেলৰ শ্ব-ৰুমত এনে ধন-দাবী কৰাৰ পাছত...
কিন্তু এনে সৰু-বৰ প্ৰতিৰোধ ব্যৱস্থাৰ বিপৰীতে জাতীয় সংগঠনৰ স্থানীয় নেতাই ব্যৱসায়ীক ভদ্ৰ ভাষাৰে মিঠা মাতেৰে মাতি নি হোটেলৰ পাছফালে এন্ধাৰত চৰ-ঠাপৰ সোধাই ভাবুকি দিয়া আৰু কাৰ্যসূচীৰ বাবে ভাবুকিৰে ধন সংগ্ৰহ কৰাটো চলিয়েই আছে৷ ক্ষুদ্ৰ চাহ বাগিচা চলোৱা ব্যৱসায়ীসকল বা আনসকল ব্যৱসায়ীৰ বাবে কোনো প্ৰতিৰোধ ব্যৱস্থাই আমি প্ৰ...
(২)
কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চাকৰি, বিশেষকৈ চৰকাৰী উদ্যমৰ ৰাজহুৱা কোম্পানীবোৰত উত্তৰ-পূৱ ভাৰতত ন্যুনতম তিনি বছৰ সেৱা কৰাটো বাধ্যতামূলক৷ কিন্তু আমাৰ অঞ্চলবোৰত বিগত তিনি-চাৰি দশকত চলি থকা বিভিন্ন হত্যা-অপহৰণ-ধনদাবী-লুণ্ঠন আদিৰ ঘটনাই সৰ্বভাৰতীয় পৰ্যায়ত এক ঋণাত্মক ছবি দাঙি ধৰিছে আৰু এই ছবি কোনোপধ্যেই মিছা নহয়৷ আমি সেৱা আগব...
আৰ্মী আৰু আলফাৰ সেই ভয়াবহ দিনবোৰতে আমাৰ কোম্পানীৰ এজন সহকৰ্মীৰ অপহৰণ, গ্ৰীটচাংকো চাৰ্গেৰ হত্যা আদিয়ে এই ক্ষেত্ৰত বেয়া ছবিৰ সৃষ্টি কৰিছিল৷ তাৰ পাছত সময়ৰ স’তে মাজতে উগ্ৰপন্থী সংগঠনসমূহে এনে কাৰ্য কমাই দিয়া হেন পৰিলক্ষিত হৈছিল আৰু তেতিয়া পৰিয়ালসহও বহু লোকে উত্তৰ-পূৱলৈ গৈ সেৱা আগবঢ়াইছিল৷ কিন্তু পুনৰ ভাৰতীয় খাদ্য নিগমৰ ...
ভাগ্য ভাল যে এতিয়াও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দিল্লী বা গাজিয়াবাদৰ সৰু-বৰ হত্যা-অপৰাধৰ খবৰ দিয়াদি অসমৰ বা উত্তৰ-পূৱৰ খবৰ ৰাষ্ট্ৰীয় মাধ্যমত সজোৰে তুলি ধৰা নাই৷ কিন্তু তথাপিও মুক্ত মাধ্যম ইণ্টাৰনেট, ইউটিউব, ফেচবুকৰ যোগেদি যিকোনো কোণতে হোৱা অপৰাধী ঘটনাই ক্ষন্তেকতে ৰাষ্ট্ৰ কি পৃথিৱীজুৰি বিয়পি পৰাৰ ব্যৱস্থা হৈছে৷ অসমীয়া...
ভূতৰ ওপৰত দানৱ পৰাদি আকৌ বন্ধ-অৱৰোধ, অৰ্থনৈতিক-অৱৰোধ, জাতীয় প্ৰতিৰোধবোৰ আছেই, যিয়ে ব্যৱসায়ীক দিশৰ পৰা অসমক এতিয়া কোনো দিশৰ পৰাই সুচল বুলি ভাবিবলৈ নিদিয়ে৷
(৩)
আজি ৰাষ্ট্ৰীয় জল-বিদ্যুত নিগমৰ এজন মহা-প্ৰৱন্ধকক প্ৰায় দুমাহ পাছত অপহৰণকাৰীৰ হাতৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে৷ সেয়াও এক ভাল খবৰ বুলিয়েই গণ্য কৰিব লাগিব৷ এন.এইচ.পি.চি-ৰ জল-বিদ্যুত প্ৰকল্পক আৰম্ভণিৰ সময়চোৱাত আওকাণ কৰা বুদ্ধিজীৱিসকলেও আজিৰ তাৰিখত ৬০০০ কৌটিমান খৰছ হোৱাৰ পাছত বুদ্ধত্বপ্ৰাপ্তি হৈ এক জলবোমাৰ আখ্যাৰে তাক বন্ধ...
জন-মানসত সেয়ে হয়তো এন.এইচ.পি.চি-ৰ এজন মহা-প্ৰৱন্ধক অপহৃত হোৱাৰ খবৰটোৱে মানুহৰ মাজত সহানূভূতিৰ ঢৌ সৃষ্টি কৰাবলৈ সক্ষম নহ’ল৷ এজনেতো একবাৰতে ক’লে, ভালেই হ’ল, বৃহৎ নদী-বান্ধ নিৰ্মাণ কৰে! এইদৰে ৰাজহুৱা সহানুভূতি সৃষ্টি হওঁক বা নহওঁক, উপৰুৱা প্ৰতিক্ৰিয়া যিয়েই নহওঁক, কিন্তু সেই অপহৃত বিষয়াজনৰ ফালৰ পৰাও আমি কথাবোৰ অনুভৱ ক...
আকৌ এন.এইচ.পি.চি-ৰ এই বৃহৎ নদী-বান্ধ প্ৰতিষ্ঠা হোৱাৰ কাম আগবাঢ়িছিল ৰাষ্ট্ৰীয় জল-বিদ্যুৎ নীতিৰ আধাৰতহে৷ সেই নীতিৰ আধাৰত হোৱা প্ৰকল্প এটা ৰূপায়ণৰ কামৰ দ্বায়িত্ব পোৱা এটা চৰকাৰী কোম্পানীৰ বিষয়া এজনে এটা নীতিক বাধা দিব নোৱাৰে, ৰাইজে সেই কথা স্পষ্টকৈ জনা উচিত বা সেইজন মানুহক অপহৰণ কৰিলে বা হত্যা কৰিলে প্ৰকল্প বন্ধ হ’ব ...
বহুতো সচেতন ৰাইজে চ’চিয়েল মেডিয়াতে এইজন লাখ টকীয়া দৰমহা পোৱা বিষয়া বাবেহে গুৰুত্ব দিলে, সাধাৰণ মানুহ হোৱা হ’লে আৰক্ষীয়ে গুৰুত্ব দিলেহেঁতেননে ধৰণৰ প্ৰশ্নও অৱতাৰণা কৰিছে৷ কিন্তু এজন চৰকাৰী কোম্পানীৰ শীৰ্ষ বিষয়াক উদ্ধাৰ কৰাটো অসমৰ বা উত্তৰ-পূৱৰ ইমেজৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়াও আমি ভাবিব পাৰিব লাগিব৷ আজি যদি তেনে এ...
পুনশ্চঃ
লাখ টকীয়া দৰমহা, বাতানুকূল যন্ত্ৰৰ সেৱা, এই দুটা চ’চিয়েল মেডিয়াত বাঢ়ি অহা এক গালি স্বৰূপ বুলি গণ্য কৰিছোঁ৷ আপুনি যেতিয়া প্ৰতিযোগিতামূলক পৰীক্ষাৰে সৰ্বভাৰতীয় ক্ষেত্ৰত আপোনাৰ মেধা প্ৰমাণিত কৰে, তেতিয়া আপুনি যদি চৰকাৰী বা বেচৰকাৰী সংস্থাত চাকৰি কৰে, আপোনাৰ মেধা তথা সাধনাই আপোনাক লাখটকীয়া দৰমহা আৰ্জন কৰিব পৰা কৰি তুলি...