text stringlengths 0 188k |
|---|
এইখিনি কৰাৰ পাছতো আপুনি যদি সামাজিক দায়িত্ববোধ বিবেচনা কৰি, আপোনাৰ জ্ঞান, অভিজ্ঞতা বা অনুভৱক চ’চিয়েল মেডিয়া বা সংবাদ মাধ্যমলৈ লিখিবলৈ আৰম্ভ কৰিছে, সেয়া বহুতো এন্দুৰ দৌৰত ভাগৰা সকলৰ বিপৰীতে এক শলাগিবলগীয়া জীৱন-শৈলীহে৷ লাখটকীয়া দৰমহা পোৱা বা বাতানুকূল যন্ত্ৰ থাকিলে আপুনি সমাজৰ দুৰ্দশাৰ কথা অনুভৱ কৰিব নোৱাৰিব বা লেখ... |
আৰু সকলোৱে বেলেগ কাম এৰি নেতা হৈ সমদল কৰিব লাগিব বুলি কথা নাই, তাকে নকৰিলে বুলিয়েই নেতা হ’বলৈ যোৱাসকলৰ বেয়া দেখিলে লিখিব নোৱাৰাৰো কোনা কাৰণ নাই বুলি অনুভৱ কৰোঁ! |
আজিৰ তাৰিখত টকা কাৰ নাই, গুৱালৰো আছে, কচাইৰো আছে; তাতোকৈ বেছি স্থানীয় উন্নয়নমূলক আঁচনিৰ ঠিকাৰ লগত জড়িতসকলৰ৷ তেখেতসকলৰ কিছুমানৰ জুৱা খেলৰ ধনৰ পৰিমাণেই মাহে-দিনে-সপ্তাহেই কেইবালাখো৷ কিন্তু সেই সকলৰ পৰিবৰ্তে কলেজৰ প্ৰৱক্তা, বিষয়া পৰ্যায়ত বা নিজৰ ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰা অসমীয়াসকলহে এই গালিৰ সহজ লক্ষ্য! |
আৰু এটা অনুভৱ, যে সৰ্বভাৰতীয় অসামৰিক পৰীক্ষাত সফল হ’লেহে অসম সন্তানজন অতিশয় উজ্জ্বল বা ভাল বা ৰত্ন বা মহান ধৰণৰ এটা ভাৱনা অসমীয়া মানুহে পোষণ কৰে৷ সেয়া আচলতে স্বয়ংসম্পূৰ্ণ সত্য কথা নহয়, সেই ক্ষেত্ৰৰ বাহিৰতো নিজৰ মেধা প্ৰতিপন্ন কৰা ভাল, চোকা, ৰত্ন অসমীয়া ৰাজ্যৰ, দেশৰ, বিশ্বৰ প্ৰান্তে প্ৰান্তে আছে আৰু সকলো ক্ষেত্ৰতে ব... |
← কলেজ ইণ্টাৰভিউ (বিকাশ শইকীয়া) |
গ্ৰেভিটি (দেৱপ্ৰতিম হাজৰিকা) → |
You May Also Like |
ৰহঘৰা – কুলদীপ ৰঞ্জন দত্ত |
August 19, 2016 0 |
দ্বিধা নে দ্বন্দ্ব নে দায়বদ্ধতা (অনামিকা বৰুৱা) |
November 14, 2012 March 10, 2021 1 |
সাতবিহু (-লক্ষেশ্বৰ হাজৰিকা) |
May 14, 2013 March 10, 2021 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>"অসমৰ আকাশ এতিয়া বন্দুকৰ গুলিৰ ধোৱাই ছানি ধৰিছে।আইন শৃংখলা মুঠেই নোহোৱা হৈ পৰিছে।ৰাজধানী চহৰ গুৱাহাটীৰ মাজমজিয়াত,মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত দিন দুপৰতে ডকাইতি । |
Asomiya Pratidin |
Published on : |
22 Nov, 2022, 2:48 pm |
ডিজিটেল সংবাদ, মায়ং: "অসমৰ আকাশ এতিয়া বন্দুকৰ গুলিৰ ধোৱাই ছানি ধৰিছে।আইন শৃংখলা মুঠেই নোহোৱা হৈ পৰিছে।ৰাজধানী চহৰ গুৱাহাটীৰ মাজমজিয়াত,মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীত দিন দুপৰতে ডকাইতি হৈছে, হত্যাকাণ্ড সংঘটিত হৈছে।বৰ্তমান গুৱাহাটী খন চোৰ ডকাইতৰ নিয়ন্ত্ৰণলৈ গুছি গৈছে।অসম পুলিচ এই ক্ষেত্ৰত মৌন,নিদ্ৰামগ্ন হৈ শুই আছে।... |
মঙলবাৰে জাগীৰোড সমষ্টিৰ বুৰাবুৰীৰ পৰা ঘগুৱা লৈ উলিওৱা পদযাত্ৰাত অংশগ্ৰহণ কৰি ভূপেন বৰাই মুখ্যমন্ত্ৰীক সমালোচনা কৰি এই মন্তব্য কৰে। সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই লগতে কয় যে চুবুৰীয়া ৰাজ্যৰ লগত অসমৰ সম্পৰ্ক বিঘ্নিত হৈ পৰিছে।এই সম্পৰ্ক বেয়া কৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ কথা বতৰা আৰু দুৰ্বল স... |
ভূপেন বৰাই বুৰাবুৰী খেলপথাৰত অনুষ্ঠিত সভাতো নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে।দুই সহস্ৰাধিক কংগ্ৰেছৰ নেতা কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত সভা খনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ভালে কেইগৰাকী নেতা উপস্থিত থাকে। |
সভাত সাংসদ প্ৰদ্যুত বৰদলৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসন কালত বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত ভাৰতৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰ লৈ বিভাজনৰ ৰাজনীতি চলি থকাৰ কথা উল্লেখ কৰে। লগতে কয় যে দেশত আজি ভাষা,ধৰ্ম, জাতি,সম্প্ৰদায়,ধনী,দুখীয়াৰ নামত চৰকাৰে ৰাজনীতি কৰি আছে।দেশ খন ভাগ ভাগ কৰি ঘৃণাৰ ৰাজনীতি বিয়পাই দিছে।দৰিদ্ৰতা আৰ... |
সাধাৰণ জনতা অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশ লংঘী মূল্যবৃদ্ধিৰ ফলত জুৰুলা হৈ পৰিছে।সেই ইছ্যু বোৰ তল পেলাবলৈ চৰকাৰে সময়ে সময়ে বিভেদৰ ৰাজনীতিৰ বীজ সিঁচি দিয়ে।তাৰ পৰা পৰিত্ৰাণ পাবলৈ কংগ্ৰেছৰ নেতৃত্বত সমগ্ৰ দেশতে ভাৰত জোৰো যাত্ৰা আৰম্ভ হৈছে বুলি ভাষণত প্ৰকাশ কৰে নগাঁও লোক সভা সমস্তিৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে। |
আজি মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ অন্তৰ্গত বুৰাবুৰীৰ পৰা ঘগুৱা লৈ উলিওৱা ভাৰত জোৰো যাত্ৰাৰ প্ৰাক ক্ষণত বুৰাবুৰী খেলপথাৰত অনুষ্ঠিত বিশাল সভাত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি প্ৰদ্যুত বৰদলৈয়ে লগতে কয় যে বিজেপি দলে বিচৰা ধৰণৰ দেশ আমাক নালাগে। আমাৰ কংগ্ৰেছ দলে সেই খন ভাৰত বিচৰা নাই,যি খন ভাৰতত ঘৃণা, হিংসা,আৰু সাম্প্রদায়িক... |
তাৰ মাজতে ৰাছিয়াই কৰা এক ভুলৰ বাবেই দুই ৰাষ্ট্ৰৰ যুদ্ধ এতিয়া অধিক প্ৰসাৰ হোৱাৰ সম্ভাৱনাই দেখা দিছে। এই যুদ্ধত শীঘ্ৰেই নামি পৰিব পাৰে তৃতীয় পক্ষ। যাৰ পৰিণতিত তৃতীয় বিশ্বযুদ্ধৰ দিশে বিশ্ব গতি কৰিলেও আচৰিত হ'বলগীয়া একো নাথাকিব। |
ৰাছিয়াই ইউক্ৰেইনলৈ নিক্ষেপ কৰা মিছাইল ভুল ক্ৰমে পৰিছেগৈ ইউক্ৰেইনৰ চুবুৰীয়া দেশ পোলেণ্ডত। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ৰাছিয়াই নিক্ষেপ কৰা দুটাকৈ মিছাইল ইউক্ৰেইন সীমান্তৰ লুবিলন ভইভ’ড’শ্বিপৰ জনবসতিপূৰ্ণ এলেকাত পৰিছেগৈ। |
যাৰ ফলত অঞ্চলটোৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে দুজন লোকৰ প্ৰাণ নাশ হৈছে। ৰাছিয়াৰ এই আক্ৰমণৰ লগে লগে পোলেণ্ডৰ সেনাও সক্ৰিয় হৈ পৰিছে। পোলেণ্ডৰ সেনা বাহিনীক যিকোনো পৰিস্থিতিৰ মুখামুখী হবলৈ সষ্টম কৰি দিয়া হৈছে। |
সমান্তৰালকৈ এই আক্ৰমণৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে জি-৭ আৰু নাটোৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত জৰুৰী বৈঠক আহ্বান কৰিছে। উল্লেখ্যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ সমাপ্ত কৰিবলৈ বিশ্ববাসীয়ে আহ্বান জনোৱাৰ সমান্তৰালকৈ ৰাছিয়ান নাগৰিকেও এই যুদ্ধৰ বিৰোধিতা কৰিছে।<eot>চিনেমাৰ নামটিয়েই সূচাই অজ্ঞাত আততায়ীৰ কথা। আৰু অজ্ঞাত আততায়ী... |
সংযুক্ত মুক্তি বাহিনী অসম (আলফা)আৰু ৰাষ্ট্ৰীয় প্ৰতিপক্ষৰ মাজৰ সংঘাতত পিষ্ট হোৱা সাধাৰণ নিৰীহ জনতাৰ তেজেধোৱা ইতিহাসৰ এটি অংশ-গুপ্তহত্যা। ১৯৯৮ চনৰ পৰা ২০০১ চন পৰ্যন্ত চলা এই হত্যালীলা অতীত হৈ পৰিলেও অসমীয়া মানুহে কাহানিও পাহৰিব নোৱাৰা এক অধ্যায়। এই গুপ্তহত্যাক বিষয়বস্তুৰূপে লৈ এইখন প্ৰথম চিনেমা,আৰু বিষয়বস্তুৰ নিৰ্বাচন প্... |
বাস্তৱধৰ্মী এই চিনেমাখন সত্য ঘটনাৰ আলমত নিৰ্মাণ কৰা বুলি আৰম্ভণিতেই উল্লেখ কৰিছে আৰু বাস্তৱ ঘটনাৰ সঁচা এক প্ৰতিফলন ছবিখনত দেখিবলৈ পাব, লগতেই খবৰ ৰখা আৰু জনাসকলে অৱশ্যেই স্পষ্টকৈ বুজি পাব-সেই বিশেষ পৰিয়ালটিৰ সঁচা চৰিত্ৰকেইটা কোন কোন আছিল। |
চিনেমাৰ আৰম্ভণি উত্তেজনাময় আৱহ সংগীতেৰে, একেই গতিশীলতাৰে। গুপ্তহত্যা ঘটা অঞ্চলৰ পৰা ৰিপৰ্টিং কৰি থকা স্থানৰ পৰা সেই দৃশ্য টেলিভিছনৰ পৰ্দাৰ সিপাৰে থকা এহাল পুৰুষ-নাৰীৰ শাৰিৰীক মিলনৰ দৃশ্য (আংশিকভাৱে প্ৰদৰ্শন)লৈকে সুষম গতিত লৈ যোৱা হৈছে। চৰিত্ৰসমূহক প্ৰতিষ্ঠা আৰু কাহিনীৰ গতিশীলতা সহজ, স্বাভাৱিক। কাহিনীৰ সংবেদনশীলতাক প্ৰথ... |
পিছে এই আটাইখিনি আৰু সমগ্ৰ চিনেমাখনেই নাটকীয়তাবিহীন। বাস্তৱধৰ্মী চিনেমাৰ নিৰ্মেদ ৰূপ ই। অপ্ৰয়োজনীয় সংলাপ, দৃশ্যাংশৰ অৱতাৰণা নকৰাও এক যোগাত্মক দিশ চিনেমাখনৰ। গান-নাচৰ মাজেৰে মেহফিল জমি উঠাৰ দৃশ্যাংশই পৰৱৰ্তী সময়ত ঘটিবলগা অনাহুত কোনো ঘটনাৰ ইংগিত বহন কৰে,আৰু সেয়া ঘটেও। নিৰীহৰ হত্যাৰ নাৰকীয়তাৰ দৃশ্যায়নতো নাটকীয়তা নাই যদিও... |
নৃশংসতা,ভাৱগধুৰতা সকলো আছে যদিও ক’তো সময়ৰ অযথা অপচয় নাই। নৱনীতা সেনৰ সম্পাদনাৰ দিশটি প্ৰশংসনীয়। থানাত আৰক্ষীৰ অমানৱীয় আচৰণৰ সমান্তৰালকৈ বেৰত লিখা-“অহিংসাই পৰম ধৰ্ম”বাক্যশাৰীৰে প্ৰতীকীৰূপত এক ভ্ৰূকুটিক দৰ্শাইছে। আৱহ-সংগীত আৰু আলোকশিল্পৰ কাম পৰিস্থিতি সাপেক্ষ আৰু মনোগ্ৰাহী। চিতাৰ উৰ্দ্ধগামী জুইৰ কাষত লুইতৰ বালিচৰ-ড্ৰ’নেৰ... |
দুটি গীতৰ এটিত জুবিন গাৰ্গ আৰু আনটিত জাভেদ আলীয়ে কন্ঠদান কৰিছে। সন্ত্ৰাসবাদ,হিংসা,ঘৃণাক কেন্দ্ৰ কৰি নিৰ্ভয়ৰ মুখত শক্তিশালী সংলাপ দিয়া হৈছে,যদিও পৰৱৰ্তী সময়ত নিৰ্ভয়ৰ পদক্ষেপৰ লগত সামঞ্জস্য ৰক্ষাত এই সংলাপৰ গ্ৰহণযোগ্যতাক বহুলাংশে নুই কৰিছে। ই কাহিনীৰ এক দুৰ্বল অংশ। নিৰ্ভয়ৰ প্ৰেয়সীৰ চৰিত্ৰত ৰিমলীৰ অভিনয় সহজ যদিও,সেই সময় অ... |
হত্যা-হিংসা চলি থকাৰ মাজতে ক্ষণিকৰ বাবে এটি কিশোৰে এটি শিশুক গীটাৰ বজাই শুনাই থকাৰ দৃশ্য প্ৰতীকী। মূলতঃ হিংসা-প্ৰতিহিংসা যে কোনো সমস্যাৰেই সমাধান হ’ব নোৱাৰে-এয়াই বাৰ্তা চিনেমাখনৰ। আৰু এই বাৰ্তা বিশ্বজনীন। অভিনয়ৰ দিশত নাম ল’ব লাগিব মূখ্য ভূমিকাত অভিনয় কৰা অনুৰাগ সিনহা(নিৰ্ভয়)ৰ চৰিত্ৰৰ সৈতে একাত্ম অভিনয় আৰু এজন সন্ত্ৰাস... |
Recent News |
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ |
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী |
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ |
যোগীৰ উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ কাণ্ড: দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
আজি আদিবাসী জাতীয় মহাসভাৰ উদ্যোগত আদিবাসী জাতীয় মহাসভাৰ অন্তৰ্ভুক্ত সংগঠন আদিবাসী সুৰক্ষা সমিতিয়ে দিনৰ ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী গ্ৰহণ কৰে। লগতে তেওঁলোকৰ দাবী পূৰণ নকৰাৰ বাবে নাগাৰা বাদনেৰেও প্ৰতিবাদ সাব্যস্ত কৰে। |
আজি ধৰ্মঘটস্থলীৰ পৰাই বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে সমাধান কৰিব নোৱাৰা জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা বিপেজি চৰকাৰৰ দিনত ই এক প্ৰহসনত পৰিণত হোৱা বুলি উল্লেখ কৰে আদিবাসী জাতীয় মহাসভাই। |
আদিবাসী সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে নৰ্থ ইষ্ট নাওৰ আগত ক্ষোভ উজাৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰখনে আদিবাসীসকলক চূড়ান্ত অৱহেলা কৰি অহা বুলি কয়। |
তাৰোপৰি সভাপতি গাৰকীয়ে কয় যে ‘ৰাজ্যৰ বিজেপি চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে কৈছিল যে চৰকাৰ পৰিৱৰ্তন হ’লে ৬ মাহৰ ভিতৰত ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব। কেন্দ্ৰীয় চৰকাৰেও লোকসভা নিৰ্বাচনৰ পূৰ্বে সেই একে প্ৰতিশ্ৰুতিয়েই প্ৰদান কৰিছিল যদিও সময় উকলি যাবৰ হ’ল, কিন্তু আদিবাসীসকলৰ সমস্যাসমূহ সমাধান কৰিব নোৱাৰিলে।‘ |
লগতে সভাপতি গৰাকীয়ে ডনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে অসমৰ পৰা আলোচনাৰ বাবে অহা সংগঠনৰ নেতা সকলে কেৱল ফটো উঠিবৰ বাবেহে অহা বুলি কোৱা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। |
আনকি দিল্লীলৈ আলোচনাৰ বাবে জনগোষ্ঠীয় নেতাসকলক মাতি নি একপ্ৰকাৰৰ ভেকো-ভাওনা কৰে বুলিও গুৰুতৰ অভিযোগ তুলি আদিবাসী জাতীয় মহাসভাই ‘বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ অসমৰ সংগঠনসমূহৰ পক্ষত নাই’ বুলি আজিৰ প্ৰতিবাদস্থলীত উল্লেখ কৰে। |
আজি ধৰ্মঘটস্থলীতে জনজাতিকৰণৰ অন্তৰ্ভুক্ত হোৱাটো আদিবাসীসকলৰ জন্মগত অধিকাৰ বুলি দাবী কৰি বলদেৱ তেলীয়ে আদিবাসী চাহ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান কৰাৰ উপৰিও বেআইনীভাৱে দখল কৰা আদিবাসীসকলৰ ভূমি পট্টা ঘূৰাই দিয়াৰ বাবে দাবী জনায়। |
তাৰোপৰি আদিবাসী জাতীয় মহাসভাৰ আন আন দাবীসমূহ হ’ল ক্ৰমে ‘আদিবাসী বিদ্ৰোহী সংগঠনসমূহৰ দাবীসমূহ ৰাজনৈতিক আলোচনাৰ মাজেৰে সমাধান কৰা, অসমত চাহ জনগোষ্ঠী নামটো সলনি কৰি আদিবাসী নামেৰে নামাকৰণ কৰা আৰু উচ্ছেদিত আদিবাসী কৃষকসকলক ভূমি আবণ্টন দি পুনৰ সংস্থাপন কৰা’ আদি। |
Recent News |
বাংগালুৰুত যুৱকক শিলেৰে আক্ৰমণ কৰি হত্যা ছয়জনীয়া দলৰ: কেমেৰাত বন্দী নৃশংস আক্ৰমণৰ দৃশ্য |
খোৱাঙত বাঘৰ আতংক: বাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.