text stringlengths 0 188k |
|---|
গুজৰাটৰ মৰ্বি দলং দুৰ্ঘটনা সন্দৰ্ভত ভুৱা টুইট: ৮ ডিচেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ তৃণমূল নেতা চাকেত গোখলেক |
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
খেলুৱৈক প্ৰৱঞ্চনা কৰাৰ অভিযোগত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। প্ৰাপ্ত তথ্য মতে তেওঁৰ বিৰুদ্ধে শেহতিয়াকৈ হিমাচল প্ৰদেশত অনুষ্ঠিত হৈ যোৱা ১৪ বছৰ অনুৰ্ধ্ব ৰাষ্ট্ৰীয় বাস্কেটবল প্ৰতিযোগিতাত অংশ লোৱা খেলুৱৈসকলক প্ৰতাৰণা কৰাৰ অভিযোগ আছে। |
অভিযোগ অনুসৰি অসম অলিম্পিক সন্থাৰো প্ৰাক্তন সাধাৰণ সম্পাদক মেধিয়ে ‘বাস্কেটবল ফেডাৰেশ্যন অব ইণ্ডিয়াৰ’ অনুমোদন নোহোৱাকৈ খেলুৱৈসকলক হিমাচললৈ লৈ গৈছিল। যাৰ ফলত অসমৰ দলটোৱে প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰাকৈয়ে তাৰ পৰা ওভতি আহিব লগীয়া হৈছিল। |
উল্লেখযোগ্য যে অসমৰ দলটোক হিমাচললৈ লৈ যোৱাৰ বিনিময়ত তেওঁ খেলুৱৈসকলৰ অভিভাৱকৰ পৰা ধন আদায় কৰাৰো অভিযোগ উত্থাপন কৰিছে অভিভাৱক সকলে। |
পল্টন বজাৰ আৰক্ষীৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে ১৪ বছৰ অনুৰ্ধ্ব বাস্কেটবল খেলুৱৈৰ একাংশ অভিভাৱকে দিয়া এজাহাৰৰ ভিত্তিত মুকুট মেধিক গ্ৰেপ্তাৰ কৰা হয়। |
Recent News |
বাছ চলাই থাকোতেই হাৰ্ট এটেক চালকৰ; খুন্দিয়ালে এখনৰ পিছত আনখন গাড়ীত, নিহত ২ জন |
পুনৰ ফিল্ডত নামিছে সাংসদ বদৰুদ্দিন আজমল! সাম্প্ৰদায়িক মন্তব্যৰে এইবাৰ কি লক্ষ্য মৌলানাৰ? |
FIFA World Cup 2022: বিশ্বকাপ ফুটবলত এছিয়াৰ জয়জয়কাৰ! পৰ্তুগালক পৰাস্ত কৰি নকআউটত দক্ষিণ কোৰিয়া |
FIFA World Cup 2022: বিশ্বকাপ ফুটবলত বৃহৎ অঘটন! ব্ৰাজিলক পৰাস্ত কৰি ইতিহাস গঢ়িলে কেমেৰুনে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত হাতীগড় চাহ বাগিচাৰ সমীপৰ সাতঘৰীয়া গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ অঘটন । |
খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা এটা হাতীৰ জাকৰ আক্ৰমনত অতি কৰুণ ভাৱে প্ৰাণ হেৰুৱাব লগীয়া হৈছে এজন লোকে । লোকজন কাডে হেমৰম বুলি জানিব পৰা গৈছে।লোক জনৰ বয়স প্ৰায় ৫৪ বছৰ বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে । |
খাদ্যৰ সন্ধানত ওলাই আহি হাতীৰ জাকটোৱে অঞ্চলটোৰ কেইবাটাও বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে খাই তহিলং কৰে বিঘাই বিঘাই পকা ধান ।অঞ্চলতোৰ বিভিন্ন ঠাইত বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে ঘৰত মজুত কৰি ৰখা খাদ্য সামগ্ৰী খাই তহিলং কৰে । |
বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে বহুকেইটা পৰিয়াল । বনৰীয়া হাতীৰ আক্ৰমনত এতিয়া নিদ্ৰা বিহীন ৰজনী পাৰ কৰিবলগীয়া হৈছে ৰাইজে । |
উল্লেখ্য যে, বিগত এমাহ ধৰি বনৰীয়া হাতীৰ জাকটোৱে অঞ্চলটোত জনসাধাৰণৰ নিদ্ৰাহৰণ কৰিছে আহিছে যদিও হাতীৰ জাকটোক খেদি পঠিওৱাৰ বাবে বন বিভাগে কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী ৰাইজে ৷ |
Categories: ব্ৰেকিং নিউজ |
Sentinel Digital Desk |
Next Story |
চাকৰি |
Similar Posts |
News |
ব্ৰেকিং নিউজশীৰ্ষ বাতৰিৰাজ্যিক-বাতৰিচাকৰিখেলৰ পৃথিৱীমনোৰঞ্জনবিবিধ |
Supplements |
Language |
Englishসময় প্ৰবাহআজিৰ অসমहिन्दी सेंन्टिनेलबर’ सेंन्टिनेल |
The Sentinel |
AboutContact UsAdvertise With Us |
Contact |
The Sentinel Building, |
G.S. Road, Six Mile, Guwahati |
Assam. Pin - 781022 |
Mail: sentinelgroup@gmail.com |
thesentinelmedia@gmail.com |
Ph: 0361 2229312, 0361 2262048 |
© 2019-20. All rights reserved under Omega Printers & Publishers Pvt. Ltd. |
Powered By Hocalwire |
We use cookies for analytics, advertising and to improve our site. You agree to our use of cookies by continuing to use our site. To know more, see our Cookie Policy and Cookie Settings.Ok<eot>বহিৰাগত গামোচাৰ পৰিৱৰ্তে থলুৱা গামোচাৰে অসমৰ স্বাভিমান ৰক্ষা কৰাৰ প্ৰচেষ্টা কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ |
by ৰিদীপ শৰ্মা, কলিয়াবৰ |
March 8, 2022 6:22 pm |
ফটো: নৰ্থইষ্ট নাও। |
142 |
VIEWS |
Share on FacebookShare on Twitter |
বহিৰাগত গামোচাৰ পৰিৱৰ্তে থলুৱা গামোচাৰে অসমৰ স্বাভিমান ৰক্ষা কৰাৰ প্ৰচেষ্টা চলাইছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ লগতে কলিয়াবৰ শিপিনী গাঁও হিচাপে পৰিচিত নিজ চিলাবন্ধা গাওঁৰ মহিলা সকলে। |
কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা আৰু অসম উন্নতি সভা তথা কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত নিজ চিলাবন্ধা শিপিনী গাওঁৰ ব্যৱস্থাপনাত থলুৱা গামোচা উৎপাদনৰ কাৰণে আজি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই এক সূতা বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে। |
মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যে আৰু বজাৰত বিদেশী গামোচাৰ পৰিৱৰ্তে থলুৱা গামোচা প্ৰসাৰ কৰাৰ উদ্দেশ্যে এইদৰে সূতা বিতৰণ কৰা বুলি কলিয়াবৰৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উপদেষ্টা মৃগাংক শেখৰ ভৰালী হাজৰিকাই মন্তব্য কৰে। সভাত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকৰ লগতে নগাঁও জিলাৰ ভাৰপ্ৰাপ্ত সম্পাদকগৰাকীও উপস্থিত থ... |
লগতে পঢ়ক: ৰাজ্যিক কেবিনেটে আজি কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে? চাওক সিদ্ধান্তসমূহ |
ইপিনে, কলিয়াবৰৰ শিপিনী গাঁও হিচাপে পৰিচিত নিজ চিলাবন্ধা গাওঁৰ এশৰো অধিক শিপিনীয়ে ১২ মাহেই গামোচা, চাদৰ, মেখেলা, চেলেঙকে ধৰি বিভিন্ন ধৰণৰ বোৱা-কটা কৰি পৰিয়াল পোহপালৰে স্বাৱলম্বিতাৰ পথ মুকলাই লোৱা পৰিলক্ষিত হৈছে। সেয়ে এই মহিলা সকলক লগত লৈ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই বিগত ২০১৭ চনৰ পৰাই প্ৰতি বছৰে ব’হাগ বিহুৰ আগে আগে বি... |
আনহাতে, আজিকোপতি এই শিপিনী সকলে চৰকাৰৰ পৰা কোনো ধৰণৰ সাহায্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। আজিলৈকে এই সকল শিপিনীয়ে অত্যাধুনিক একোখনকৈ শাল লাভ নকৰিলে। যাৰ বাবে শিপিনী সকলে যথেষ্ট অসুবিধাৰ মাজেৰে কাম কৰিব লগা হৈছে। |
লগতে পঢ়ক: ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা: ৩১ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন |
সেয়ে, চৰকাৰ তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানলৈ তেওঁলোকৰ আহ্বান যে শিপিনীসকলক একোখনকৈ অত্যাধুনিক শালৰ লগতে যাৱতীয় সকলোখিনি সুবিধা প্ৰদান কৰক লগতে বহিৰাগত চেলেং,গামোচাৰ পৰিৱৰ্তে থলুৱা গামোচা আৰু থলুৱা সাজ-পোছাক ব্যৱহাৰ কৰাত সহায় কৰক। |
UTTARAKHAND |
Leads |
Wins |
Total |
BJP+ 00 47 47 |
CONG+ 00 19 19 |
AAP 00 00 00 |
Others 00 04 04 |
Recent News |
দলৰ মুৰব্বী আবু আল-হাছানৰ মৃত্যুৰ ঘোষণা ইছলামিক ষ্টেটৰ; কোন হ’ল নতুন নেতা? |
Gujarat Elections 2022 Voting: এটা যৌথ পৰিয়ালত একেলগে বাস কৰে ৮১ জন লোক; ঐক্যবদ্ধভাৱে ভোট দিব নিৰ্বাচনত |
সংকটমোচক নেতা! চীনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ ৯৬ বছৰ বয়সত মৃত্যু |
মুম্বাইৰ ৰাজপথত দক্ষিণ কোৰিয়াৰ মহিলা ইউটিউবাৰক অশালীন আচৰণ দুৰ্বৃত্তৰ: দুই অভিযুক্তক গ্ৰেপ্তাৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
Many countries celebrate their teachers day on 5th Octobor in conjunction with World Teachers day, which ... Read article |
অতি সুন্দৰ হৈছে |
ডঃ শৰৎ বৰকটকী অধ্যক্ষ, নগাওঁ কলেজ |
অতি সুন্দৰ হৈছে, কভিদ-১৯ ৰ সংক্ৰমণৰ সময়ত এনেদৰে অনলাইন আলোচনী প্ৰকাশ কৰাটো বৰ সহজ কথা নহয়.... Read article |
গুৰুবাৰ্তা আলোচনীখনৰ দ্বিতীয় সংখ্যা |
গীতা গগৈ সহ: শিক্ষয়িত্ৰী, ৩০০নংভুৰাপাৰা প্ৰাথমিক বিদ্যালয়। ৰামপুৰ |
গুৰুবাৰ্তা আলোচনীখনৰ দ্বিতীয় সংখ্যা পঢ়ি খুব ভাল লাগিল।আলোচনী খনত প্ৰকাশ পোৱা প্ৰতিটো শিতান সুন্দৰ আৰু মনোগ্ৰাহী হৈছে।আলোচনী খনত জঢ়িত সকলোলৈকে আন্তৰিক অভিনন্দন জনালোঁ। কোভিদ সৃষ্ট পৰিবেশত ছাত্ৰ ছাত্ৰীৰ শিক্ষা অবিৰত ৰাখিবৰ বাবে .... Read article |
বৰ ভাল হৈছে |
পৰেশ বৈশ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ, দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় |
বৰ ভাল হৈছে।এখন উন্নত মানৰ ই আলোচনী হৈছে.... Read article |
গুৰুবাৰ্তা সম্পৰ্কত আমাৰ প্ৰতিক্ৰিয়া |
দিগন্ত কুমাৰ বড়া স্নাতকোত্তৰ শিক্ষক, ভূগোল বিভাগ,ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, কামৰূপ (মহানগৰ) |
জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ আৰু সমগ্ৰ শিক্ষা, কামৰূপ অসমৰ যৌথ উদ্যোগত জিলা শৈক্ষিক অন্তঃকৰণ গোটৰ দ্বাৰা প্ৰকাশিত অনলাইন শৈক্ষিক পত্ৰিকা "গুৰুবাৰ্তা"ৰ ইতিমধ্যে দুটা সংখ্যা প্ৰকাশ ... Read article |
মৰমৰ, সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ সকলো পৰীক্ষাৰ্থী |
আখতাৰা বেগম সহকাৰী শিক্ষয়িত্ৰী, চাংসাৰি বিদ্যাপীঠ হাইস্কুল |
মৰমৰ, সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ সকলো পৰীক্ষাৰ্থীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। তোমালোকৰ অন্তৰৰ অৱস্থা আমি বাৰুকৈয়ে বুজিছো। ইমান দিনে পৰীক্ষা হোৱাৰ আশাত যি দিন ৰাতি এক কৰি পঢ়িলা ই.... Read article<eot>অৱতাৰী পুৰুষ ভগৱান শ্ৰীৰামচন্দ্ৰই দশানন ৰাৱণ বধৰ বাবে অকালবোধনৰ দ্বাৰা আদ... |
শৰতৰ বতৰ মানেই যেন কঁহুৱা ফুলৰ সৌন্দৰ্য, আকাশত বিৰহী যক্ষৰ বতৰা লৈ শ্বেতবৰণৰ মেঘৰ অহা-যোৱা । শৰত মানেই যেন বেলুন, এসোপা জেলেপি, আৰু অলেখ আনন্দৰ সমাহাৰ । শৰতে যেন ধুই নিয়ে মানুহৰ মনৰ ভিতৰৰ অসূয়া অপ্ৰীতি l |
আমি Nefocus.com পৰিয়ালৰ তৰফৰ পৰা সমূহ ৰাইজলৈ জনাইছো শাৰদীয় দূৰ্গোৎসৱৰ হিয়াভৰা ওলগ । আজিৰ এই বিশেষ শিতানটো আমি সজাইছো পূজাৰ বিভিন্ন ফটোৰে ।<eot>ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ জৰাজীৰ্ণ অৱস্থায়ে বিতুষ্ট কৰি তুলিছে স্বয়ং ৰাজ্যৰ মুখ্য মন্ত্ৰীক। অতি শীঘ্ৰে ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম সমাপ্ত কৰিবলৈ আজি মুখ্য ম... |
আজি ডিব্ৰুগড়ত এন এইচ আই ডি চি এলৰ সৈতে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত মুখ্য মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থায়ে ৰাইজৰ মাজত যতেষ্ট ক্ষোভৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰে। |
পথত গাঁতৰ সৃষ্টি হ’লেই যাতে মেৰামতিৰ কাম কৰিব পাৰে তাৰ বাবে এন এইচ আই ডি চি এলক বিভিন্ন ঠাইত গোট স্থাপন কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে। পথ নিৰ্মাণত আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ এইক্ষেত্ৰত কম্বোডিয়াৰ পথ নিৰ্মাণৰ প্ৰযুক্তিৰ কৌশল প্ৰয়োগ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। |
উল্লেখযোগ্য যে কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে কাজিৰঙাত অনুষ্ঠিত বৈঠকত কঠোৰ নিৰ্দেশ দিয়াৰ পিছতো এন এইচ আই ডি চি এলে তৎপৰ ব্যৱস্থা গ্ৰহণ নকৰাত মুখ্য মন্ত্ৰীয়ে অসন্তুষ্টি প্ৰকাশ কৰে। |
আনহাতে আজি পুৱাৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কাম আৰম্ভ হৈছে বুলি বৈঠকত এন এইচ আই ডি চি এলৰ মহাপ্ৰবন্ধক গৰাকীয়ে মুখ্য মন্ত্ৰীক অৱগত কৰে। |
আজিৰ উক্ত বৈঠকত বিধায়ক প্ৰশান্ত ফুকন, বিনোদ হাজৰিকাৰ লগতে এন এইচ আই ডি চি এলৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকে। |
Recent News |
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! |
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই |
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও |
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
প্ৰকৃত্বতে খোবা-খুবী দুয়ো উমা(পাৰ্ব্বতী)ৰ মানস দম্পতী আছিল। শিৱ-দুৰ্গা কৈলাশ পৰ্ব্বতত থাকোতে এদিন লক্ষীদেৱী তেওঁলোকৰ কুটীৰলৈ আহিল। সেই সময়ত শিৱ ভিক্ষাৰ বাবে বাহিৰলৈ গৈছিল। উমাদেৱীয়ে কমলাক আসন, ভূষণ, পাদ্য, অৰ্ঘ আদিৰে অভ্যৰ্থনা কৰি আগমনৰ কাৰণ সুধিলে, তাৰ উত্তৰত ভিক্ষুক কলৈ গল বুলি লক্ষীদেৱীয়ে প্ৰশ্ন কৰিলে। সেই প্ৰশ্... |
পত্নীৰ উদ্দেশ্য বুজি আৰু দেশৰ ভবিষ্যত চিন্তা কৰি নাৰায়ণে তেখেতৰ পাৰিষদ চাৰিজন সনক,সনন্দ, সনাতন, সনত কুমাৰক শিৱৰ ওচৰত ভিক্ষা বিচাৰি পথালে। তেওঁলোকেও গৈ কৈলাসত একাকিনী পাৰ্ব্বতীক লগ পাই ভিক্ষা বিাচৰিলে। ভিক্ষা দিব নোৱাৰি অত্যন্ত দুঃখিত হৈ কলে স্বামীয়ে আনিলেহে ভিক্ষা দিব পৰা হৱ, ঘৰত একো নাই। যদি ফলমূল লাগে তেন্তে তাকে দ... |
ভিক্ষাৰ পৰা গধূলি আহি দুৱাৰ বন্ধ দেখি শিৱই চিন্তিত মনেৰে ৰৈ আছে। তেনেতে ভিতৰৰ পৰা মাত লগালে দুৱাৰ মুখত কোন ? তাৰ উত্তৰত শিৱই নিজৰ পৰিচয় দি কলে মই শূলী অৰ্থাত্ ‘’ত্ৰিশূলধাৰী’’,—- শিৱক ব্যঙ্গ ভাষাত উমাই কলে শূলৰোগীৰ বাবে ইয়াত দৰব নাই, বেজৰ ওচৰলৈ যোৱা। তেতিয়া শিৱই ভাবিলে মোক চিনি পোৱা নাই। গতিকে এইবাৰ কলে মই ‘’স্থানু’’... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.