text
stringlengths
0
188k
0 shares
Share 0 Tweet 0
বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা
0 shares
Share 0 Tweet 0
শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য
0 shares
Share 0 Tweet 0
“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।<eot>চৰাইদেউৰ মাইবেলাত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলা...
চৰাইদেউৰ জিলাৰ মাইবেলাত দীৰ্ঘ দিনৰ পৰা সন্ত্ৰাসৰ সৃষ্টি কৰি অহা নাহৰফুটুকীটোৱে অঞ্চলটোত বিচৰণ কৰি থকাৰ খবৰ লাভ কৰি অঞ্চলবাসীয়ে বনবিভাগক অৱগত কৰে। দীৰ্ঘদিন ধৰি বাঘটোৱে সৃষ্টি কৰি অহা সন্ত্ৰাসত অঞ্চলটোৰ বাসিন্দাসকল অতিষ্ঠ হৈ পৰিছিল।
ইপিনে সন্ত্ৰাস সৃষ্টি কৰি অহা নাহৰফুটুকীটোৰ উপস্থিতিৰ বিষয়ে নিশ্চিত হোৱাৰ পিছত বাঘটোক বন্দী কৰাৰ বাবে বন বিভাগৰ বিষয়াসকল তৎপৰ হৈ পৰে। সেই অনুযায়ী বৃহস্পতিবাৰে সোণাৰি আঞ্চলিক বন বিভাগে অঞ্চলটোত এটা পিঞ্জৰা স্থাপন কৰে।
অৱশেষত বন বিভাগে স্থাপন কৰা পিঞ্জৰাতে প্ৰকাণ্ড নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয়। বৰ্তমান বাঘটো সোণাৰি আঞ্চলিক বন বিষয়া কাৰ্যালয়ত ৰখা হৈছে।
নাহৰফুটুকীটো চাবলৈ বন বিষয়াৰ কাৰ্যালয়ত স্থানীয় ৰাইজৰ হেতা ওপৰা লাগিছে।
Recent News
মুম্বাই বিমানবন্দৰত জব্দ ৫০ কোটি টকা মূল্যৰ হেৰ’ইন: ইথিওপিয়ান নাগৰিকক গ্ৰেপ্তাৰ
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা
বিয়াত বহাৰ প্ৰস্তাৱ অস্বীকাৰ: কিশোৰীক টুকুৰা-টুকুৰকৈ কটাৰ ভাবুকি দিলে যুৱকে
লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ চীন, ৰাজপথত জিনপিঙৰ বিৰুদ্ধে ধ্বনি
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ধৃত চোৰাং চিকাৰী দুজনৰ এজন দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপস্থ কাচাৰীভেটিটোপৰ মইদুল ইছলাম আৰু আনজন নগাওঁ জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিঘাট গাঁওৰ আব্দুল আলী বুলি চিনাক্ত কৰা হৈছে। চোৰাং চিকাৰী কেইজনৰ পৰা অন্যন্য বস্তুৰ লগতে এটা ৩০৩ মাৰ্ক ৪ ৰাইফল, এটা মেগাজিন, ১২ ৰাউণ্ড সজীৱ গুলী এডাল ছাই...
আৰক্ষীয়ে জনাইছে যে এটা নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা শিলবাৰী এলেকাত অস্ত্ৰ-শস্ত্ৰসহ মইদুল ইছলাম নামৰ এজন গঁড় চিকাৰীৰ উপস্থিতিৰ কথা জানিব পাৰি দলগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জগদীশ শৰ্মা আৰু সহকাৰী আৰক্ষী অধীক্ষক (প্ৰবেশ্যনাৰী) পি ৰাজখোৱা, এছ আই জে দৈমাৰী আৰু আৰক্ষীৰ লোকে শিলবাৰীত এঠা তালাচী অভিযান চলায় আৰু ২নং কাচাৰীভেটী...
অভিযুক্তজনে দেখুৱাই দিয়া অনুসৰি এখন ধাননি পথাৰৰ পৰা এটা ৩০৩ মাৰ্ক ৪ ৰাইফল, এটা মেগাজিন, এডাল ছাইলেঞ্চাৰ পাইপ আৰু ১২টা বিডিআৰ গুলী জব্দ কৰে।
জেৰাৰ সময়ত অভিযুক্তজনে নগাঁৱৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিঘাট গাঁৱৰ শ্বেইখ চান্দৰ পুত্ৰ আব্দুল আলী জড়িত থকাৰ কথাও উল্লেখ কৰে। তাৰ পাছত জুৰীয়া আৰক্ষীৰ সহযোগত দৰং আৰক্ষীয়ে অভিযুক্ত আব্দুল আলীক আটক কৰে। বৰ্তমান আৰক্ষঙীয়ে অভিযুক্ত কেইজনক জেৰা কৰি আছে।
Recent News
মুম্বাই বিমানবন্দৰত জব্দ ৫০ কোটি টকা মূল্যৰ হেৰ’ইন: ইথিওপিয়ান নাগৰিকক গ্ৰেপ্তাৰ
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা
বিয়াত বহাৰ প্ৰস্তাৱ অস্বীকাৰ: কিশোৰীক টুকুৰা-টুকুৰকৈ কটাৰ ভাবুকি দিলে যুৱকে
লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ চীন, ৰাজপথত জিনপিঙৰ বিৰুদ্ধে ধ্বনি
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
# অশ্ৰুলিপি
# পুতগ্নি
# পুত্ৰৰ বাবে এটা গৰম জেকেট
# আৰ্তি
# চহৰখনত মাজনিশা সোমোৱা আধাপোৰা গাড়ীখন
# শুভদিন
# তাল গছৰ পুলি লগোৱা মানুহজন
# বৃন্দা খুৰীৰ হাতৰ একাপ কফি
# নিজৰা
# মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা
…….এই সংকলনত অন্তৰ্ভুক্ত গল্লসমূহে অৰূপা পটঙ্গীয়া কলিতাৰ সৃষ্টিশীলতাৰ অনন্যতা, বৈশিষ্ট্য আৰু বৈচিত্ৰ্য কোনো ছেদ নোহোৱাকৈ বহন কৰিছে। প্ৰতিটো গল্পৰে পটভূমি সুকীয়া, পৰিবেশ সুকীয়া। চৰিত্ৰসমূহে পাঠকক কাহিনীৰ সৈতে একাত্ম হ’বলৈ বাধ্য কৰে। প্ৰতিটো কাহিনীতে আছে পৰিৱৰ্তনশীল সমাজ ব্যৱস্থাৰ একো একোটা ৰূপ।
……’অশ্ৰুলিপি’ত কেইবাটাও সৰু সৰু কাহিনী আছে। আশ্ৰয় শিবিৰৰ বেশ্যাকেইগৰাকী, কেশৱতী কন্যা মাইনাও, পদূলিত দুজোপা বকুল গছেৰে ঘৰটোৰ নিভা বৌ, শিলপৰা কপৌ আয়েংলা, পিঠাখোৱা ৰাক্ষসীৰ সাধু কোৱা সুৱাগমণিৰ মাক, ঘোঁৰাৰ চেঁকুৰৰ ছন্দৰ কবিতা ভাল পোৱা সুৰভি বৰুৱা। টুকুৰা টুকুৰ কাহিনীবোৰ ভিন্ন, কিন্তু প্ৰতিটো কাহিনী একেধাৰাৰ। প্ৰতিটোৱে বুক...
……’পুতগ্নি’য়ে কৰ্কশভাৱে চকুৰ আগত দাঙি ধৰে অতিআধুনিকতাই গ্ৰাস কৰা সমাজখনৰ নগ্ন ৰূপ, ধনৱান পিতৃ-মাতৃৰ আলসুৱা সন্তানৰ বিধস্ত ছবি। যুৱ পুত্ৰ সন্তানৰ বাবে –MY DAD IS AN ATM, আৰু গাভৰু কন্যা সন্তানে I AM SEXY বুলি নিজৰেই বিজ্ঞাপন দিয়ে। সন্তানে দাবী কৰা বুলিয়েই কোনো চিন্তা-ভাৱনা নোহোৱাকৈ সকলো দি দিব পাৰিনে? নিজকে চেক্সী বুলি ...
………’পু্ত্ৰৰ বাবে এটা গৰম জেকেট’ত এগৰাকী মাতৃৰ নিঃস্বাৰ্থ মমতাৰ উমান আছে। যিয়ে নহওক, যেনেকুৱায় লাগে মাকৰ বাবে পুত্ৰপ্ৰেম আপুৰূগীয়া। এক আবেগ, এক স্নেহে অহৰহ আবৰি ৰাখে পুত্ৰৰ দৈন্যতা। ‘আৰ্তি’ত আছে প্ৰায় প্ৰতিদিনে বাঢ়ি অহা অন্যায়-অনিয়ম, দুৰ্য্যোগ-দুৰ্নীতি, পাপ-ব্যভিচাৰে কোঙা কৰি পেলোৱা মানুহৰ মনবোৰৰ এখন জীৱন্ত অথচ ভয়ংকৰ ছব...
……’মৰিয়ম আষ্টিন এগৰাকী বিদেশী মহিলা। একেবাৰে অকলশৰীয়া। কৰ্মসূত্ৰে পুত্ৰ-কন্যা দূৰৈত থাকে। স্বামীহাৰা হোৱা নব্বৈ বছৰীয়া বৃদ্ধা গৰাকীয়ে কুকুৰ এটাৰ সৈতে অকলে থাকে। সৰুতে মোমায়েকৰ মুখত শুনা এই বৃদ্ধাৰ কাহিনীয়ে এদিন জীৱন্ত হৈ উঠেগৈ হীৰা বৰুৱাৰ কপালত। পতিৰ মৃত্যুৰ পাছত নীৰৱে একাকীত্বৰ বোজা মূৰ পাতি ল’বলগীয়া হীৰা বৰুৱাৰ কাহিন...
← দেৱশ্ৰী বৰগোহাঁইৰ পত্ৰ
এই বিহুৰ দিনত বিহু-সম্রাট সংগীতাচাৰ্য খগেন মহন্তক মনত পেলাওঁ আহক (চৰিফুল ইছলাম) →
You May Also Like
চৰাই পৰ্যবেক্ষণৰ অনুপম হাতপুথি – ভাস্কৰ ভূঞা
February 19, 2020 0
জুতি লগাই এসাঁজ – ৰাজ পি দুৱৰা
December 17, 2017 0
কথাবোৰ মনত পৰে
April 23, 2022 April 26, 2022 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ