text stringlengths 0 188k |
|---|
কেৰালা ৰাজ্য্খনৰ পূৱে পশ্চিমঘাট পৰ্বতমালা আৰু পশ্চিমে আৰৱ সাগৰ৷ পৰ্বতৰ ওপৰত পৰা বৰষুণৰ পানী সততে কেৰালাৰ বুকুৱেদি বাগৰি আৰৱ সাগৰলৈ যায়৷ পানীৰ সু-ব্যৱহাৰ কৰিবৰ বাবে কেলালাৰ বুকুৱেদি বৈ যোৱা ৪৪খন নদীৰ ওপৰৰ ৪২ খনতে বান্ধ আছে৷ তাৰ পানী আৰু উৎপাদিত শক্তিয়ে কেৰালাৰ লগতে গাতে লাগি থকা তামিলনাডু আৰু কৰ্ণাটকক প্ৰচুৰ সহায় কৰে৷ ... |
যোৱা শনিবাৰে আমাৰ লগতে কাম কৰি থকা টেফী নামৰ সহকৰ্মীজন উধাতু খাই কোঠাটোলৈ সোমাই আহিল৷ কন্নুৰৰ পৰা এশ কিলোমিটাৰ দূৰত থকা সিহঁতৰ ঘৰত পানী সোমাবলৈ আৰম্ভ কৰিছে! ঘৰত মাক আৰু এটি শিশুক লৈ তাৰ পত্নী! লৰালৰিকৈ তাক ঘৰলৈ আগবঢ়াই দিলোঁ৷ ৰাতি খবৰ আহিল, সি গৈ কালিকটত ৰৈ আছে, তাৰ আগলৈ যোৱাৰ বাট-পথ সকলো বন্ধ! পিছদিনা সি ঘুৰি... |
- তাৰ পিছত? |
তাৰ পিছত আৰু নায়াৰ চাহাবে কোনো খবৰ নাপায়৷ মোবাইল সেৱা বন্ধ হৈ গ’ল৷ যোগাযোগৰ কোনো ৰাস্তা নাই! পিছদিনা আবেলি খবৰ আহিল সেনা-বাহিনীৰ লোকে তেওঁলোকক উদ্ধাৰ কৰি এটা আশ্ৰয় শিবিৰত ৰাখিছে! গৈ দেখা কৰাৰো কোনো উপায় নাই৷ এসময়ত নায়াৰ চাহাবে হুকহুকাই কান্দি উঠিল – ‘জীৱনৰ সমস্ত উপাৰ্জন পানীৰ লগত উটি গ’ল!’ |
এমাহতকৈও অধিক সময় বৰষুণ হৈ থকাৰ ব্যতিক্ৰমী কোনো সাৱধানবাণী বা ভৱিষ্যতবাণী নাছিল৷ বান্ধবোৰৰ পানী এনে বিপৰ্যয়ৰ সময়ত কেনেকৈ পৰিচালনা কৰিব লাগে তাৰে কোনো প্ৰশিক্ষণ এতিয়ালৈকে আমাৰ দেশত আৰম্ভই হোৱা নাই৷ ১৯৭৫ চনত চীনদেশত বেংকো দেম দিজেছটাৰ (Banqiao Dam Disaster) বুলি জনাজাত এটা ঘটনা ঘটিছিল৷ নদী এখনৰ বান্ধ এটা ভাগি পৰাত... |
কালি তিনি বজাত এটা খবৰ আহিল, উদ্ধাৰকাৰীক সাহায্য দিবলৈ অহা বিমান এখনে কন্নুৰ এয়াৰপৰ্টত অবতৰণ কৰিব৷ বিমানকোঠটো সাজু হৈ উঠিবলৈ এতিয়াও আৰু অন্ততঃ এমাহ সময় বাকী, এৰোড্ৰোম লাইচেঞ্চেই পোৱা নাই! এনে অৱস্থাত বিমান অৱতৰণ কৰোৱাটো বিপদজনকেই নহয়, অপৰাধ! |
- ৰাণ ৱে ? |
- ৰাণ ৱে’টো সজা হৈ গৈছে৷ |
- এয়াৰ নেভিগেচন ফেচিলিটি? |
- পৰীক্ষা-নিৰীক্ষা চলি আছে, ওপৰৰ পৰা তললৈ কথা পাতিব পৰাৰ সুবিধা আৰু এয়াৰ পৰ্টটোলৈ আহিব পৰা সুবিধা দুয়োটাই সাজু হৈছে কিন্তু আই-এল-এচ (ILS) নামৰ অৱতৰণ কৰিব পৰা সুবিধাটো এতিয়াও সাজু হোৱা নাই! |
- ৰাণ ৱে’-টো সাজু কৰা, আমি আহি আছো৷ |
নৌ-সেনা বিভাগৰ স্বয়ং পাইলটজনে ফোন কৰি ক’লে৷ যুদ্ধকালীন ক্ষীপ্ৰতাৰে দৌৰা-দৌৰি আৰম্ভ হ’ল৷ আৰু সঁচাকৈয়ে, আবেলি ছয় বজাৰ আগে আগে নৌ-সেনা বিভাগৰ সৰু চেহেৰাৰ বিমান এখন আহি সৰৱ-নতুন এয়াৰপৰ্টটোত প্ৰথম প্ৰথম লেণ্ড কৰিলেহি! খকুৱালৈ পাত কাটোতে নিখকুৱাই মাটিতে খালেহি! |
বহু শুভাকাঙ্খীয়ে ফোন কৰি সুধিছে – ভালে আছনে? |
হোটেলত ভাজি পাচলি কমি আহিছে৷ কেৰালালৈ আহিব লগা শ শ ট্ৰাক ৰাস্তাত ৰৈ আছে, পথ মেৰামতি হোৱালৈ৷ আহত দুৰ্গত জনৰ লগত মিলি ভাল দিন অহালৈ আমি সকলোৱে বাট চাই আছোঁ৷ আৰু আটাইতকৈ আনন্দৰ কথা, আজি পুৱাৰ পৰা ৰ’দ ওলোৱা আৰম্ভ হৈছে৷ হাস্য ৰস অহা সংখ্যালৈ থ’লো৷ |
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)<eot>বৰ্ণ বৈষম্য! আমেৰিকাত ভাৰতীয় মূলৰ পৰিয়ালৰ চাৰি সদস্যক অপহৰণ কৰি নি হত্যা, মৃতকৰ ভিতৰত আছে আঠমহীয়া ... |
by এন ই নাও নিউজ,গুৱাহাটী |
October 6, 2022 10:51 am |
129 |
VIEWS |
Share on FacebookShare on Twitter |
নিষ্ঠুৰতাৰ বলি হ’বলগীয়া হ’ল আমেৰিকাত বাস কৰা এটি ভাৰতীয় মূলৰ পৰিয়াল। গোটেই পৰিয়ালটোকেই সোমবাৰে অপহৰণ কৰি নিয়াৰ পিছত তেওঁলোকৰ মৃতদেহ এখন পাৰ্কত উদ্ধাৰ হৈছে। |
পৰিয়ালটোৰ চাৰিওজন সদস্যৰে মৃতদেহ কেলিফৰ্ণিয়াৰ এখন পাৰ্কত উদ্ধাৰ হোৱাৰ পিছতে শোকৰ ছাঁ পৰিছে। উল্লেখ্য সোমবাৰে কেলিফৰ্ণিয়াৰ মাৰ্কেড কাউণ্টিৰ পৰা আঠ মহীয়া আৰুহী ধেৰী আৰু তেওঁৰ পিতৃ-মাতৃ ২৭ বছৰীয়া জছলীন কৌৰ আৰু ৩৬ বছৰীয়া জছদীপ সিঙক দুৰ্বৃত্তই অপহৰণ কৰি নিছিল। |
অপহৰণকাৰীয়ে কেঁচুৱাটোৰ খুৰাক ৩৯ বছৰীয়া অমনদীপ সিঙকো অপহৰণ কৰিছিল। কালি সন্ধিয়া চাৰিজনৰ মৃতদেহ বুধবাৰে নিশা ইণ্ডিয়ানা ৰোড এণ্ড হাচিনচন ৰোডৰ ওচৰৰ এখন পাৰ্কত উদ্ধাৰ হয়। চিচিটিভিৰ ফুটেজত দেখা গৈছে যে জছদীপ আৰু অমনদীপক একেলগে হাত বান্ধি উলিয়াই নিয়া হৈছে। |
কেইছেকেণ্ডমানৰ পিছত আঠমহীয়া কেঁচুৱাটো আৰু আন এগৰাকী লোকক অপহৰণকাৰীৰ সৈতে ভৱনৰ পৰা ওলাই যোৱা দেখা গৈছে। আৰক্ষীয়ে এজন সন্দেহযুক্ত অপহৰণকাৰী ৪৮ বছৰীয়া যীশু মানুৱেল চালগাডোক গ্ৰেপ্তাৰ কৰিছে। লোকজনে পৰিয়ালটোক অপহৰণ কৰাৰ কথা স্বীকাৰ কৰিছে। পৰিয়ালটো বৰ্ণ বৈষম্যৰ চিকাৰ হ’ব পাৰে বুলি বহুতে ধাৰণা কৰিছে। |
Recent News |
মৰক্কোৰ বিপক্ষে পৰাজয়ৰ পিছতে ব্ৰাছেলছৰ ৰাজপথত হিংসাত্মক কাণ্ড: সংঘৰ্ষত জড়িত কেইবাগৰাকীকো আটক |
মুম্বাই বিমানবন্দৰত জব্দ ৫০ কোটি টকা মূল্যৰ হেৰ’ইন: ইথিওপিয়ান নাগৰিকক গ্ৰেপ্তাৰ |
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা |
বিয়াত বহাৰ প্ৰস্তাৱ অস্বীকাৰ: কিশোৰীক টুকুৰা-টুকুৰকৈ কটাৰ ভাবুকি দিলে যুৱকে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
আৰম্ভণি আৰু শেষ এই দুয়োটা শব্দই হয়তো জীৱনক আৰু বেছি লোভনীয় কৰি তুলিছে। আৰম্ভণি আৰু শেষৰ মাজৰ সময়চোৱাক অৰ্থপূৰ্ণ কৰি নুতুলিলে জীৱন কেৱল সময়ৰ সমষ্টি মাত্ৰ। গুচি যোৱা সময়ে জীৱনক তেতিয়াহে মান্যতা দিয়ে যেতিয়া সেই সময়ক আমি 'priority' অনুসৰি সজাব পাৰো। আৰু সৰহসময়ত আমি এই ক্ষেত্ৰতে হাৰি যাওঁ। হাৰি যাওঁ কাৰণেই আমাৰ হা হুমুনিয়াহ... |
লকডাউনৰ মাজতো যথেষ্ট কষ্টৰে সেৱা আগবঢ়োৱা অসমৰ ১৪০০ অসমীয়া যুৱক-যুৱতীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ প্ৰস্তুতি চলাইছে অসমৰ স্বাস্থ্যবিভাগে। সেয়েহে অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক কাতৰ আহ্বান জনালে ১৪০০ অসমীয়া যুৱক-যুৱতীয়ে। আমাক চাকৰিৰ পৰা নেখেদিব হিমন্ত বিশ্ব ডাঙৰীয়া, আমাক ৰক্ষা কৰক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এই আহ্... |
লকডাউনত সেৱা আগবঢ়োৱা স্বাস্থ্যকৰ্মীৰ মাজত হাহাকাৰ পৰিস্থিতি। লকডাউনৰ মাজতো যথেষ্ট কষ্টৰে সেৱা আগবঢ়োৱা অসমৰ ১৪০০ আয়ুস্মান মিত্ৰ আৰু আৰোগ্য মিত্ৰক কৰ্মসংস্থাপনহীন কৰাৰ দিশে আগবাঢ়িছে অসমৰ স্বাস্থ্যবিভাগ। জাতি-মাটি-ভেটিৰ কথা কোৱা বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ আমোলত বৰ্তমান গভীৰ অনিশ্চয়তাত ১৪০০ অসমীয়া যুৱক-যুৱতীৰ কৰ্মসংস্থা... |
ইপিনে বিগত ৩ মাহে দৰমহা নোপোৱা এইসকল কৰ্মচাৰীয়ে ক’ৰণাৰ সময়ত যথেষ্ট কষ্টৰ সন্মুখীন হৈছে। দৰমহা নোপোৱাৰ বাবেই বহু কৰ্মচাৰীয়ে পৰিশোধ কৰিব পৰা নাই ঘৰভাড়া। আনহাতে প্ৰথম অৱস্থাত এম ডি ইণ্ডিয়া নামৰ এটা কোম্পানীয়ে ২০১৮ চনৰ অক্টোবৰ মাহত এইসকল কৰ্মচাৰীক চাকৰিত মকৰল কৰিছিল যদিও ২০২০ চনৰ মাৰ্চ মাহত সেই কোম্পানীৰ সৈতে চৰকাৰৰ চুক্তি... |
এতিয়া প্ৰশ্ন হয় জাতীয় নায়ক হিচাপে পৰিচিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমীয়া যুৱক-যুৱতীৰ ভৱিষ্যতৰ সুৰক্ষাৰ কথা কোৱা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত সুৰক্ষিত হ’বনে এইসকল দুৰ্ভগীয়া অসমীয়াৰ ভৱিষ্যত? |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক |
November 28, 2022 5 0 CommentsBy: Sangbad 365 |
Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ |
Read More... |
Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে |
November 28, 2022 15 0 CommentsBy: Sangbad 365 |
Basiruddin Ahmed ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক |
Read More... |
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট |
November 27, 2022 18 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো<eot>মুকালমুৱাৰ বৰতলাত চি আৰ পি এফ জোৱানৰ ঘৰত চোৰে চলালে চাফাই অভিযান। চোৰে লুটি নিলে বহু মূল্যবান সামগ্ৰীসহ নগদ ধন। মুকালমুৱাৰ আৰক্ষীৰ নাকৰ তলতে চোৰে চিআৰপিএফ জোৱানৰ ঘৰত ... |
যি সময়ত অসম আৰক্ষী অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে সেই সময়তে নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী সম্পূৰ্ণ বিফল হৈছে অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত। মুকালমুৱা আৰক্ষীৰ বিফলতাৰ ফলতে অঞ্চলটোত সঘনাই সংঘটিত হৈ আছে বিভিন্ন অপৰাধমূলক ঘটনা। বিশেষকৈ চুৰি-ডকাইৰ ঘটনা প্ৰতিদিনে সংঘটিত হৈ আছে মুকালমুৱাত। |
মুকালমুৱাৰ বৰতলাত পুনৰ এক চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হয়। এজন চিআৰপিএফ জোৱানৰ ঘৰত চোৰে চাফাই অভিযান চলোৱা ঘটনাই সহজভাৱে ল’ব পৰা নাই ৰাইজে। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চিআৰপিএফ জোৱানজনৰ ঘৰৰ পৰা লুটি নিয়ে বহু মূল্যবান সামগ্ৰীসহ নগদ ধন। |
বৰতলা গাৱঁৰ চিআৰপিএফ জোৱান ৰাতুল দাসৰ ঘৰত চোৰে চাফাই অভিযান চলাই সোণৰ আ-অলংকাৰ, বাচন-বৰ্তনসহ নগদ ধন লুটি নিয়ে। চোৰে প্ৰায় পাঁচ লাখ টকাৰ সা-সম্পত্তিসহ বিশ হাজাৰ নগদ ধন লুটি নিয়া বুলি চি আৰ পি এফ জোৱানজনৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। ঘটনা সংক্ৰান্তত মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৰাতুল দাসৰ পৰিয়ালে। |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক |
November 28, 2022 5 0 CommentsBy: Sangbad 365 |
Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ |
Read More... |
Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে |
November 28, 2022 15 0 CommentsBy: Sangbad 365 |
Basiruddin Ahmed ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক |
Read More... |
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট |
November 27, 2022 18 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো<eot>এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল... |
সমাজতত্ত্ব (ইংৰাজী: Sociology) হ'ল মানুহৰ সামাজিক আচৰণ, সমাজ, সামাজিক সমন্ধ, সামাজিক আন্তঃক্ৰিয়া আৰু সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰা বিষয়। ই হ'ল এক সমাজ বিজ্ঞান যি সামাজিক শৃংখলা আৰু সামাজিক পৰিবৰ্তনৰ বিষয়ে জ্ঞান অৰ্জন কৰিবৰ বাবে পৰীক্ষালব্ধ অনুসন্ধান আৰু সমালোচনাত্মক বিশ্লেষণৰ বিভিন্ন পদ্ধতি প্ৰয়োগ কৰে। সমাজতত্ত্বৰ গ... |
সূচী |
1 বিষয় বস্তু |
2 সমাজতত্ত্বীয় অধ্যয়নৰ বিভাজন |
2.1 ব্যষ্টিবাদী অধ্যয়ন |
2.2 সমষ্টিবাদী অধ্যয়ন |
3 ব্যুৎপত্তি |
4 সহায়ক গ্ৰন্থপঞ্জী |
5 তথ্য সংগ্ৰহ |
6 বাহ্যিক সংযোগ |
বিষয় বস্তুসম্পাদনা কৰক |
পৰম্পৰাগতভাৱে সমাজতত্ত্বৰ অন্তৰ্গত বিষয়বোৰ হ'ল- |
সামাজিক স্তৰীকৰণ, |
সামাজিক শ্ৰেণী, |
সামাজিক গতিশীলতা, |
সামাজিক আন্তঃক্ৰিয়া, |
সামাজিক সংস্থা, |
সামাজিক সমূহ, |
সামাজিক পদ্ধতি, |
সামাজিক শৃংখলা, |
বিচ্যুতি, |
প্ৰতিমান, |
লিঙ্গ, ইত্যাদি। |
সমাজতত্ত্বীয় অধ্যয়নৰ বিভাজনসম্পাদনা কৰক |
সমাজতত্ত্বীয় অধ্যয়নক মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি। সেয়া হ'ল- |
ব্যষ্টিবাদী অধ্যয়ন (Micro Study) |
সমষ্টিবাদী অধ্যয়ন (Macro Study) |
ব্যষ্টিবাদী অধ্যয়নসম্পাদনা কৰক |
সমাজতত্ত্বৰ ব্যষ্টিবাদী অধ্যয়ন হ'ল সমাজৰ ক্ষুদ্ৰ পৰ্যায়ৰ অধ্যয়ন। সমাজৰ ক্ষুদ্ৰ পৰ্যায় হ'ল ব্যক্তিৰ ক্ৰিয়া আৰু আন্তঃক্ৰিয়া (সমাজতত্ত্বত যিহেতু ব্যক্তিক অধ্যয়ন কৰা নহয়) । গতিকে ব্যক্তিৰ ক্ৰিয়া আৰু আন্তঃক্ৰিয়াৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা সামাজিক ঘটনাৰ বিষয়ে অধ্যয়নেই হ'ল ব্যষ্টিবাদী অধ্যয়ন। |
সমষ্টিবাদী অধ্যয়নসম্পাদনা কৰক |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.