text
stringlengths
0
188k
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>বিশ্বনাথৰ বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভ্ৰাম্যমান শিবিৰৰ জৰিয়তে অংগনবাদী কেন্দ্ৰত প্ৰদান কৰা বিনামূলীয়া দৰব সেৱন কৰি এজনী ৪ বছৰীয়া কন্যাশিশু শিশু অসুস্থ হৈ পৰিছে।বিনামূলীয় দৰবৰ প...
বহু দিন ধৰি চিকিৎসক তথা চিকিৎসা সেৱাৰ লগত জড়িত একাংশ চিকিৎসক-কৰ্মচাৰীৰ দৌৰাত্ম্যই বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে বিশ্বনাথৰ ৰাইজক৷
বিহালীৰ বাঘমৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ ৰতোৱা মাহিলী বস্তি অংগনবাদী কেন্দ্ৰত বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই ভ্ৰাম্যমান শিবিৰৰ জৰিয়তে এটা শিশুৰস্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছিল। এই স্বাস্থ্য পৰীক্ষা শিবিৰটোত নাছিৰ মোল্লা নামৰ চৰকাৰী ঔষধ বিতৰক এজনৰ তত্বাৱধানত কেন্দ্ৰটোৰ শিশু সকলৰ স্বাস্থ্য পৰীক্ষা কৰি...
এই স্বাস্থ্য শিবিৰটোত স্থানীয় ৰুস্তম আলী নামৰ ব্যক্তি জনৰ আৰিজা খাতুন নামৰ ৪ বছৰীয়া কন্যা সন্তানটিক স্বাস্থ্য পৰীক্ষাৰ অন্তত চিকিৎসকে “DOMPERIDONE SUSPENSION IP” নামৰ এটা দৰবৰ বটল দিয়ে। ঘৰলৈ আনি অভিভাৱকে দৰব খুৱাই দিয়াৰ পিচতে শিশুটি চেতনাহীন হৈ পৰে। লগে লগে শিশুটিক স্থানীয় চিকিৎসকৰ ওচৰলৈ নি চিকিৎসা কৰোৱাৰ পিচত শিশুটি স...
পিছত উক্ত ভ্ৰাম্যমান শিবিৰত দিয়া দৰবৰ বটলটো পৰীক্ষা কৰাত প্ৰকৃত ৰহস্য পোহৰলৈ আহে।
২০১৭ চনৰ জানুৱাৰী মাহতে দৰবৰ বটলটোৰ উকলি গৈছিল ম্যাদ। ঘটনা পোহৰলৈ অহাৰ পিছতে স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে৷ ঔষধ বিতৰকজনক এই বিষয়ে সোধা-পোছা কৰাত তেওঁ তুলুঙা যুক্তিৰে দায় সৰাৰ চেষ্টা কৰা দেখা যায়৷
এনেদৰে কণমানি শিশুক ম্যাদ উকলা দৰৱ বিতৰণ কৰা কাৰ্যই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
Recent News
FIFA World Cup 2022: বিশ্বকাপ ফুটবলত বৃহৎ অঘটন! ব্ৰাজিলক পৰাস্ত কৰি ইতিহাস গঢ়িলে কেমেৰুনে
ইউক্ৰেইন যুদ্ধ : আলোচনাৰ পূৰ্বে দখলকৃত ভূমিক স্বীকৃতি দিয়াৰ দাবী ৰাছিয়াৰ
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
প্ৰাপ্ত তথ্য অনুসৰি জাগুনৰ এটা ব্যক্তিগত চাহ ফেক্টৰীলৈ গেছ যোগান ধৰা পাইপ লাইনত পুৱা ৭ মান বজাত এক প্ৰচণ্ড শব্দ হৈ জুই জ্বলি উঠে। স্থানীয় ৰাইজ আৰু গাঁও ৰক্ষী বাহিনীৰ তৎপৰতাত অঞ্চলবাসী ৰক্ষা পৰে যদিও অঞ্চলটোত উত্তেজনা অব্যাহত আছে।
খবৰ পোৱাৰ লগে লগে আৰক্ষী প্ৰশাসন আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ বাবে অগ্নিকাণ্ডই তীব্ৰ ৰূপ ধাৰণ কৰিব নোৱাৰিলে।
অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও স্থানীয় গাঁওবাসীৰ অভিযোগ অনুসৰি গেছ সৰবৰাহ কৰা পাইপ সমূহ মাটিৰ তলেৰে নিব লাগে যদিও কোনো কোনো ঠাইত একেবাৰে ওপৰত মুকলিকৈ দেখা যায়৷ যাৰ ফলত উক্ত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ৰাইজে ক’ব খোজে।
অঞ্চলটোৰ ৰাইজে এনে বিপদজনক থকা গেছ পাইপ লাইনসমূহ সুৰক্ষিত কৰাৰ দাবী তোলে। এইক্ষেত্ৰত অসম গ্ৰেছ কোম্পানীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।
অনতিপ্ৰলমে সুৰাক্ষা ব্যৱস্থা সুনিশ্চিত নকৰিলে স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব বুলি উল্লেখ কৰিছে৷ আনহাতে আজি অগ্নিকাণ্ডৰ খবৰ বিয়পী পৰাৰ লগে ঘটনাস্থলীত যথেষ্ট সংখ্যক লোকে ভিৰ কৰা পৰিলক্ষিত হয়।
Recent News
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও
যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে
Assam Government Holiday List 2023:২০২৩ বৰ্ষৰ অসম চৰকাৰৰ সম্পূৰ্ণ চৰকাৰী বন্ধৰ তালিকা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি কিশোৰজ্যোতি ৰায় আৰু সাধাৰণ সম্পাদক হিতেশ সিংহই কয় যে বিগত ২০২০ বৰ্ষৰ ২৭ জানুৱাৰীত অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু এন ডি এফ বি, এবছু, বিপিএফকে ধৰি কেইবাটাও সংগঠনৰ সৈতে নতুন দিল্লীত বি টি আৰ চুক্তি স্বাক্ষৰিত হৈছিল ৷
উক্ত চুক্তি মৰ্মে বি টি আৰ ত সোমাই থকা সীমামূৰীয়া গাঁও সমূহত ৫০ শতাংশ বড়ো লোক নথকা অবড়ো গাঁও উক্ত অঞ্চলৰ পৰা কৰ্তন কৰাৰ কথা লিপিবদ্ধ আছে ৷ এই ক্ষেত্ৰত গাঁও কৰ্তন আয়োগ গঠন কৰি চৰকাৰে বি টি আৰ ৰ পৰা ওলাই আহিব বিচৰা গাঁওসমূহৰ অবড়ো জনলাধাৰণৰ পৰা গাঁৱৰ তালিকা সংগ্ৰহ কৰি ৷
কিন্তু আচৰিত কথা এয়ে যে গাঁও কৰ্তন আয়োগে আজিলৈকে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ সেয়ে বি টি আৰ চুক্তি কাৰ্যকৰী হোৱাৰ আজি দুবছৰ হ’ল যদিও চৰকাৰে গাঁও কৰ্তনৰ ক্ষেত্ৰত কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰাত সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷
লগতে আন অবড়োৰ সৈতে ভূমিপুত্ৰ কোচ ৰাজবংশী গাঁওসমূহক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰি বি টি আৰ ত জোৰকৈ সোমাই ৰাখিব বিচৰা কাৰ্যক সংগঠনটোৱে কেতিয়াও মানি নলয় বুলিও প্ৰেছ বিবৃতিটোত উল্লেখ কৰি শীঘ্ৰে উক্ত অবড়ো গাঁওসমূহ কৰ্তন কৰি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত চামিল কৰাৰ বাবেও সভাপতি কিশোৰজ্যোতি ৰায় আৰু সাধাৰণ সম্পাদক হিতেশ সি...
Recent News
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে!
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ইপিনে, সংকল্প যাত্ৰাৰ বিক্ষোভ কাৰ্যসূচী প্ৰতিৰোধ কৰিবলৈ মহানগৰ আৰক্ষীয়ে জনতা ভৱনৰ সন্মুখত শতাধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰি নিছিদ্ৰ বেষ্টনি গঢ়ি তুলিছে। যিকোনো উপায়ে প্ৰতিবাদকাৰীক দিচপুৰত প্ৰৱেশত বাধা দিয়াৰ বাবে আৰক্ষী-প্ৰশাসনে গ্ৰহণ কৰিছে কটকটীয়া সুৰক্ষা ব্যৱস্থা।
উল্লেখযোগ্য যে ৭০ টা জাতীয় সংগঠনৰ সংকল্প যাত্ৰাৰ প্ৰতিবাদকাৰীসকলে দিচপুৰ ঘেৰাও কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল। প্ৰতিবাদকাৰীসকলক এইক্ষেত্ৰত প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে প্ৰশাসনে মহানগৰীত ১৪৪ ধাৰা জাৰি কৰিছে।
আনহাতে, আৰক্ষীয়ে সংকল্প যাত্ৰাৰ বাবে গুৱাহাটী অভিমুখী প্ৰতিবাদকাৰীসকলক ৰাজ্যৰ বিভিন্ন স্থানত আটক কৰাৰ কথা জানিব পৰা গৈছে।
বঙাইগাঁৱত সংকল্প যাত্ৰাৰ অৰ্দ্ধ শতাধিক প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰিছে। বঙাইগাঁও জিলাৰ মাণিকপুৰত সংকল্প যাত্ৰালৈ অহাৰ পথত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰকে ধৰি সংগঠনটোৰ প্ৰতিবাদকাৰী দলটোক আটক কৰে।
সেইদৰে, গোৱালপাৰাতো দিচপুৰৰ গণবিক্ষোভ কাৰ্যসূচীলৈ আহি থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ২০ জন সদস্যক আৰক্ষীয়ে আটক কৰিছে।
আনহাতে, জাগীৰোডত সংকল্প যাত্ৰাৰ প্ৰতিবাদকাৰী দলক আৰক্ষীয়ে বাধা প্ৰদান কৰা বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদকাৰীক বাধা দিয়াৰ বাবে বেৰিকেড স্থাপন কৰা হৈছে। অৱশ্যে প্ৰতিবাদকাৰীৰ ওচৰত সেও মানি পাছত আৰক্ষীয়ে এখন এখনকৈ বাইক অহাৰ অনুমতি প্ৰদান কৰে।
উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে ১১ নৱেম্বৰৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৭০ টা সংগঠনে ৰাজ্যখনৰ মুঠ ৪টা স্থানৰ পৰা আৰম্ভ কৰিছিল সংকল্প শিখা যাত্ৰা।
ৰাজ্যখনৰ শদিয়া, জোনাই, ডিফু আৰু ধুবুৰীৰ পৰা এক বৃহৎ বাইক ৰেলীৰে এই সংকল্প যাত্ৰাৰ শুভাৰম্ভ ঘটোৱা হৈছিল। তদুপৰি, এই সংকল্প যাত্ৰাৰ সময়ত বিভিন্ন স্থানত পথ সভা, বিক্ষোভ আদি অনুষ্ঠিত কৰি সংগঠন কেইটাই নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছিল।
ইয়াৰ পাছতে শুকুৰবাৰে এই সংকল্প যাত্ৰাৰ প্ৰতিবাদী সমদল গুৱাহাটীত উপস্থিত হৈ দিচপুৰত এক বিশাল গণ বিক্ষোভৰ কাৰ্যসূচী ৰূপায়ন কৰি জাতিধ্বংসী বিধেয়কখন বাতিলৰ বাবে চৰকাৰক শেষ সকীয়নি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল।
Recent News
লাচিতলৈ সন্মান, নে অপমান?
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ!
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
Utpal Badol Baruah * উৎপল বাদল বৰুৱা
মোৰ আজৰি সময়ৰ এয়া "হাতৰ কাম"...... If you would not be forgotten/ As soon as you are dead and rotten/ Either write things worth reading/ Or do things worth writing - Benjamin Franklin
Thursday, April 5, 2018
সু-পৰিকল্পনা আৰু প্ৰগতিৰ এটা উদাহৰণ “নেহৰু অ’-আৰ্‌ -আৰ্‌” Sadin 6-April-2018
সু-পৰিকল্পনা আৰু প্ৰগতিৰ এটা উদাহৰণ “নেহৰু অ’-আৰ্‌ -আৰ্‌”
সু-পৰিকল্পনা আৰু প্ৰগতিক এটা মুদ্ৰাৰেই ইপিঠি-সিপিঠি বুলি বিনাদ্বিধাই ক’ব পাৰি৷ ব্যক্তিগত সফলতাৰ বাবেই হওক বা সামগ্ৰিক প্ৰাপ্তিৰ বাবেই হওক সু-পৰিকল্পনা আৰু সু-চিন্তিত আঁচনিৰ প্ৰয়োজন আটাইতকৈ বেছি৷ ব্যক্তিগত জীৱনৰ সাফল্যৰ বাবে এটা স্থিৰ লক্ষ্যৰ (Goal) প্ৰযোজন আৰু তাক ফলৱতী কৰিবৰ বাবে লাগে এক সুপৰিকল্পিত আঁচনি৷ এই স্থিৰ ...
সূক্ষ্ম ভাবে পৰিকল্পনা কৰি জনসাধাৰণৰ প্ৰচুৰ কল্যান সাধন কৰি সফল হোৱাৰ উদাহৰণ দেখুৱাব পৰা ভাৰতবৰ্ষৰ এখন চহৰ হায়দৰাবাদ আৰু হায়দৰাবাদত থকা নেহৰু অ’-আৰ্‌-আৰ্‌ (Nehru Outer Ring Road) নামৰ ৰাষ্টাটো৷ ১৯৯৫ চনৰ পৰা ২০০৪ চনলৈ অবিভক্ত অন্ধ্ৰপ্ৰদেশৰ মূখ্যমন্ত্ৰী আছিল চন্দ্ৰবাবু নাইডু৷ তেওঁ প্ৰথমতেই হায়দৰাবাদক তথ্য-প্ৰযুক্তিৰ (I...
হায়দৰাবাদ চহৰৰ যিকোনো জনাকীৰ্ণ ঠাইৰ পৰা এই আউটাৰ ৰিঙ ৰোডলৈ ওলাই ল’ব পাৰিলে ঘন্টাত ১২০ কিঃ মিঃ বেগত গাড়ী চলাই কম সময়তে গৈ চহৰখনৰ আন এটা প্ৰান্তত উপস্থিত হবগৈ পাৰি৷ মহানগৰখনৰ মাজেদি পাৰ হৈ যোৱা আটাইকেইটা ৰাষ্ট্ৰীয় ঘাঁই পথেই এই ৰাষ্টাটোৰে তীব্ৰ বেগেৰে মহানগৰখন একাষে থৈ পাৰ হৈ গুচি যাব পাৰে৷ এটা ফালে যাব পৰা চাৰিটা ল...
অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা বিভাজন হোৱাৰ পিচত চন্দ্ৰবাবু নাইডুৱে এইবাৰ নতুন ৰাজধানী চহৰ অমৰাৱতীক প্ৰগতিৰ দিশত আগুৱাই নিবলৈ নতুন চহৰৰ ব্লু-প্ৰিন্ট তৈয়াৰ কৰিছে৷ অহা কুৰী বছৰৰ ভিতৰত অমৰাৱতী আমাৰ দেশৰ এখন উন্নতমানৰ চহৰ হিচাপে পৰিচিত হ’ব৷
আমাৰ মুলুকত সুক্ষ্ম চিন্তা আৰু সু-পৰিকল্পিত আঁচনিৰে কৰা কামৰ নমুনা বৰ বেছি নাই৷ কলাক্ষেত্ৰ নিৰ্মাণৰ সময়ত ড˚ ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ হস্তক্ষেপত কিছু সু-চিন্তিত আঁচনিক কামত লগোৱা হৈছিল৷ তাৰ ফল অসমবাসীয়ে এতিয়া ভোগ কৰি আছে৷ আমাৰ ৰাজ্যখনে সু-চিন্তিত পৰিকল্পনাৰে কৰিব পৰা আন এটা কাম আছিল পৰ্যটন উদ্যোগৰ বিকাশ৷ ক্ষণিক চমক সৃ...
Home
E-Paper
অসম
ৰাষ্ট্ৰীয়
আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
অর্থনীতি
গুৱাহাটী
বিনোদন
Home
E-Paper
অসম
ৰাষ্ট্ৰীয়
আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
অর্থনীতি
গুৱাহাটী
বিনোদন
ৰাষ্ট্ৰীয়
২.২৬ লাখ কোটি টকাৰ সম্পত্তিৰে বিশ্বৰ আটাইতকৈ ধনী মন্দিৰ তিৰুপতিঃ পৰ্বতসম সম্পত্তিক লৈ সৃষ্টি হৈছে বিতৰ্ক...
tirupati
Asomiya Pratidin
Published on :
6 Nov, 2022, 12:47 pm
ডিজিটেল ডেস্কঃ অৱশেষত স্পষ্টিকৰণ প্ৰকাশ কৰিলে তিৰুমালা তিৰুপতি দেৱস্থানমছে। বিশ্বৰ ভিতৰতে আটাইতকৈ ধনী মন্দিৰ হিচাপে পৰিচিত এই মন্দিৰৰ সম্পত্তি অন্ধ্ৰপ্ৰদেশ চৰকাৰত বিনিয়োগ কৰা বুলি চলো চৰ্চাৰ মাজতে টিটিডিয়ে প্ৰকাশ কৰিলে স্পষ্টিকৰণ।
কেৱল স্পষ্টিকৰণেই নহয়, ট্ৰাষ্টে এক শ্বেটপত্ৰৰ জৰিয়তে মন্দিৰৰ মুঠ সম্পত্তিৰ বিষয়েও প্ৰকাশ কৰিছে। শনিবাৰে এক শ্বেতপত্ৰ মুকলি কৰি টি টি ডিয়ে কৈছে যে, এই মন্দিৰ মুঠ সম্পত্তিৰ পৰিমাণ ২.২৬ লাখ কোটি টকা। মন্দিৰৰ নামত আছে প্ৰায় ৫ হাজাৰ ৩০০ কোটি টকাৰ ১০.৩ টন সোণ আৰু ৰাষ্ট্ৰীয়কৃত বেংকত জমা আছে ১৫ হাজাৰ ৯৩৮ কোটি টকা।
টি টি ডিৰ কাৰ্যবাহী বিষয়া অৱ ধৰ্ম ৰেড্ডীয়ে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে, ট্ৰাষ্ট ব'ৰ্ডে ২০১৯ চনৰ পৰা বিনিয়োগ নিৰ্দেশনা শক্তিশালী কৰিছে। ২০১৯ ত বিভিন্ন ৰাষ্ট্ৰীয়কৃত বেংকত নগত ১৩ হাজাৰ ২৫ কোটি টকা জমা আছিল। সেই পৰিমাণ ২০২২ ত ১৫ হাজাৰ ৯৩৮ কোটিলৈ বৃদ্ধি পাইছে।
ইফালে তিৰুমালা তিৰুপতি দেৱস্থানমছে তেওঁলোকৰ সম্পত্তি অন্ধ্ৰ প্ৰদেশৰ চৰকাৰৰ নিৰাপত্তৰ ওপৰত পুঁজি বিনিয়োগ কৰাৰ বুলি যি খবৰ প্ৰকাশ পাইছিল সেই খবৰ অস্বীকাৰ কৰিছে। এক প্ৰেছ বিজ্ঞপ্তিত ট্ৰাষ্টে কয় যে, শ্ৰীবৰীৰ ভক্তসকলক এনে মিছা প্ৰচাৰত বিশ্বাস নকৰিবলৈ অনুৰোধ জনোৱা হৈছে। বেংকত জমা কৰা নগদ ধন আৰু সোণৰ বিনিয়োগ অতি স্বচ্ছ আৰু ...
উল্লেখ্যে যে সৌন্দৰ্য আৰু স্বমহিমাৰ বাবে বিখ্যাত দক্ষিণ ভাৰতৰ তিৰুপতি বালাজী মন্দিৰ বিশ্বৰে আটাইতকৈ ধনী মন্দিৰ। প্ৰতিদিনে এই মন্দিৰলৈ হাজাৰ হাজাৰ ভক্তৰ আগমণ ঘটে আৰু তেওঁলোকৰ পৰা প্ৰতিদিনে কোটিৰ ঘৰত দান মন্দিৰলৈ আহে।
এই মন্দিৰত ভক্তই নিজৰ চুলি দান কৰে। এই চুলিও আকৌ বিভিন্ন কোম্পানীয়ে ক্ৰয় কৰে। সেই ফালৰ পৰাও বহু কোটি ধন উপাৰ্জন কৰে মন্দিৰৰ ট্ৰাষ্টে। জন বিশ্বাস অনুসৰি এই মন্দিৰলৈ আহি ভক্তই পাপ অৰু মনৰ কপটতা দূৰ কৰে। এই মন্দিৰ দৰ্শন কৰিলে দেৱী লক্ষ্মীয়ে ভক্তৰ সকলো দুখ দূৰ কৰে। সেয়েহে ভক্তই তেওঁলোকৰ পাপ অৰু কপটতা দূৰ কৰাৰ নিমিত্তে নিজৰ...
Sunday, August 19, 2018
জীৱন বাটৰ ৰসঃ অলপ নিজৰ কথাৰে (৬১)
জীৱন বাটৰ ৰসঃ অলপ নিজৰ কথাৰে (৬১)
‘জীৱন বাটৰ ৰস’ নামৰ এইলানি ৰস ৰচনাৰ যোৱ ৬০টা খণ্ডৰ মাত্ৰ দুটা খণ্ড মই লিখিব পৰা নাছিলোঁ৷ এই বছৰৰে ২৫ ফেব্ৰুৱাৰীৰ দিনা হঠাতে শ্ৰীদেৱীৰ মৃত্যু হোৱাৰ দুখত আৰু ১০ জুন তাৰিখে অভিজিত-নিলোৎপলক নিৰ্মমভাবে হত্যা কৰাৰ শোকত অসমবাসী ম্ৰিয়মান হৈ থকাৰ সময়ত৷ আজি তৃতীয়দিন৷
১৬ জুলাই তাৰিখে মই যেতিয়া লগত দুটা শকত বেগ লৈ উত্তৰ কেৰালাৰ কন্নুৰ নামৰ ষ্টেচনটোত সন্ধ্যা সময়ত নামিছিলোহি তেতিয়া বাহিৰত মূষলধাৰে বৰষুণ হৈ আছে, ডবাপিটা বৰষুণৰ লগত হু-হু বতাহ, এয়াৰপৰ্টৰ ভাষাত উইণ্ড স্পীড্‌ ত্ৰিশ নটতকৈও বেছি হ’ব যেন লাগিছে৷ ষ্টেচনৰ এটা প্লেটফৰ্মৰ পৰা সংযোগী দলঙখনেৰে আন এটা প্লেটফৰ্মলৈ যোৱাৰ উপায় নাই, ...
সেইদিনা গোটেই ৰাতি বৰষুণ হৈয়েই থাকিল৷ তাৰ পিছদিনাও, তাৰ পিছদিনাও, তাৰ পিছদিনাও!
- এনেকৈ ইয়াত বৰষুণ একেৰাহে হৈয়েই থাকে নেকি?
- নাথাকে, এইবাৰহে জানো কি হ’ল!
কেৰালাৰ পাৰিপাৰ্শ্বিক দৃশ্য অসমৰ লগত বহুখিনি একে৷ তামোল গছ, নাৰিকল গছ, কল গছ, কঠাল গছ, কচু-ঢেকীয়া-বিহলঙনীৰ জোপোহা আৰু লতাৰে ঢাকি ধৰা ঘৰৰ চৌহদৰে ঠাইখন অসম-অসম লাগে৷ মোৰ কোঠাৰ বাহিৰৰ নাৰিকল গছজোপাত কলহৰ কাণে ঢলা বৰষুণৰ ৰোমান্টিক শব্দই প্ৰথম কেইদিনমান মোক মোহাচ্ছন্ন কৰি ৰাখিছিল, শৈশৱতে গাঁৱৰ ঘৰখনত কটোৱা বৰ্ষামূ...