text
stringlengths
0
188k
সমাজতত্ত্বৰ সমষ্টিবাদী অধ্যয়নে সমাজৰ বৃহৎ পৰ্যায়ত কৰা অধ্যয়নৰ কথা বুজায়। সাধাৰণতে ই সমাজৰ সংৰচনামূলক অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সমাজৰ ব্যক্তিসকল বিভিন্ন পদবীত অধিষ্ঠিত হৈ থাকে আৰু এই পদবীসমূহ সংগঠিত কৰি একোটা সংৰচনা গঠন কৰে সামাজিক নীতি-নিয়মে। গতিকে এই সংৰচনা ভিত্তিক যিকোনো সামাজিক ঘটনাৰ অধ্যয়নেই হ'ল সমষ্টিব...
ব্যুৎপত্তিসম্পাদনা কৰক
সমাজতত্ত্বৰ ইংৰাজী প্ৰতিশব্দ Sociology শব্দটো লেটিন শব্দ socius যাৰ অৰ্থ হ'ল 'সংগী' বা 'সমাজ' আৰু গ্ৰীক শব্দ logos যাৰ অৰ্থ হ'ল 'জ্ঞান'ৰ সংযোগত গঢ় লৈ উঠিছে ।
সহায়ক গ্ৰন্থপঞ্জীসম্পাদনা কৰক
The American Heritage Science Dictionary.2011.Random House.
Dictionary of Social Sciences.2008.Calhoun,Craig(ed.).New York:Oxford University Press.
Giddens,Anthony,Duneier,Mitchell,Applebaum,Richard.2007.Introduction to Sociology.Sixth Edition.New York:W.W.Norton and Company.Chapter 1.<eot>আই পি এফ টিৰ বিশাল জনসভা : ভূমিপুত্ৰসকলৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ত্ৰিপুৰাতো এন আৰ চিৰ দাবী অগপ সভাপতি অতুল বৰাৰ
by এন ই নাও নিউজ
August 24, 2018 8:08 am
আই পি এফ টিৰ জনসভাত ভাষণ দি থকা মূহুৰ্তত অগপ সভাপতি অতুল বৰা
96
VIEWS
Share on FacebookShare on Twitter
অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ ত্ৰিপুৰাতো হ’ব লাগে এন আৰ চি। কিয়নো বাংলাদেশীৰ আগ্ৰাসনত সৰ্বাধিক জুৰুলা হৈছে ত্ৰিপুৰাৰ খিলঞ্জীয়াসকল। সেয়ে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত অসমৰ দৰে ত্ৰিপুৰাতো হওক এন আৰ চি। এই মন্তব্য অগপ সভাপতি তথা অসমৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ।
সুকীয়া তিপৰালেণ্ড ৰাজ্য গঠনৰ দাবীত ত্ৰিপুৰাৰ খুমলুং চহৰত বৃহস্পতিবাৰে ইণ্ডিজিনিয়াছ পিপলছ ফ্ৰণ্ট অব ত্ৰিপুৰা চমুকৈ আই পি এফ টিৰ আহ্বান ক্ৰমে অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশৰ ভাষণ প্ৰসংগত ত্ৰিপুৰাৰ ভূমিপুত্ৰসকলৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত এন আৰ চিৰ দাবী উত্থাপন কৰে মন্ত্ৰী অতুল বৰাই।
উল্লেখযোগ্য যে ত্ৰিপুৰাৰ বিজেপি মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰী আঞ্চলিক ৰাজনৈতিক দল আই পি এফ টিৰ আমন্ত্ৰণ মৰ্মেই সমাৱেশত অংশগ্ৰহণ কৰা অগপৰ সভাপতিগৰাকীয়ে তাৎপৰ্যমূলক মন্তব্য কৰি কয় যে ত্ৰিপুৰাত খিলঞ্জীয়াসকলৰ অস্তিত্ব সুৰক্ষা হ’লেহে অসমৰ খিলঞ্জীয়াসকল নিৰাপদে থাকিব পাৰিব।
অগপৰ সভাপতিগৰাকীয়ে দিনে দিনে ত্ৰিপুৰাত খিলঞ্জীয়া লোকৰ সংখ্যা হ্ৰাস পাই অহা ঘটনা সন্দৰ্ভতো যথেষ্ট উদ্বেগ প্ৰকাশ কৰি বাংলাদেশীৰ আগ্ৰাসন ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলিও মত প্ৰকাশ কৰে।
আই পি এফ টিৰ সভাপতি এন চি দেৱবাৰ্মাৰ সভাপতিত্বত কালি অনুষ্ঠিত হোৱা এই বিশাল জনসভাত অগপৰ সভাপতি অতুল বৰাৰ উপৰি উপ-সভাপতি তথা কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাও উপস্থিত থাকে।
স্মৰ্তব্য যে বাংলাদেশৰ গাতে লাগি আছে ত্ৰিপুৰা। সেয়ে বাংলাদেশীৰ আগ্ৰাসনৰ দিশেৰে ৰাজ্যখন অধিক ক্ষতিগ্ৰস্ত হৈ পৰিছে। নিজ মাতৃভূমিতে সংখ্যালঘুত পৰিণত হৈছে ত্ৰিপুৰাৰ খিলঞ্জীয়াসকল। সেয়ে বিগত কেইবা দশক ধৰি ভূমিপুত্ৰসকলে নিজৰ অধিকাৰ তথা ভৱিষ্যত সুৰক্ষাৰ দাবীত চলাই গৈছে সংগ্ৰাম।
Recent News
চোৰৰ চুৰিকাণ্ডৰ অভিনৱ কৌশল! কোম্পানীৰ বিষয়াৰ ভাও লৈ লুটি নিলে মোবাইল টাৱাৰ
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
by মানস প্ৰতিম গগৈ
September 14, 2018 11:04 pm
339
VIEWS
Share on FacebookShare on Twitter
এটা সাম্প্ৰদায়িক ফেইচবুক পোষ্টক কেন্দ্ৰ কৰি দুটা গোটৰ মাজত হোৱা সংঘাত শাম কটাবলৈ আৰক্ষীয়ে আজি লাঠীচালনা কৰাৰ পিছত ইয়াক হিন্দু লোকৰ ওপৰত প্ৰশাসনৰ বৰ্বৰতা আখ্যা দি কাইলৈ, অৰ্থাৎ ১৫ ছেপ্তেম্বৰত ২৪ ঘণ্টীয়া তিনিচুকীয়া জিলা বন্ধৰ আহ্বান জনাইছে কেইবাটাও হিন্দুত্ববাদী সংগঠনে।
হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসম, বিশ্ব হিন্দু পৰিষদ (তিনিচুকীয়া জিলা), আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ (অসম), ৰাষ্ট্ৰীয় বজৰং দল (অসম), অসম ঠাকুৰ সংঘ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (ডুমডুমা)ই এই বন্ধৰ আহ্বান দিছে বুলি নৰ্থ-ইষ্ট নাওক জানিবলৈ দিছে। ১৫ ছেপ্তেম্বৰৰ পুৱা ৫ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ এই বন্ধ দিয়া হৈছে।
উল্লেখযোগ্য যে এটা সাম্প্ৰদায়িক ঘৃণাজনিত ফেচবুক প’ষ্টক কেন্দ্ৰ কৰি তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বৰহাপজানত আজি দুটা ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত প্ৰশাসনে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিছিল।
কিন্তু পৰিস্থিতি অধিক অৱনতি ঘটাত আৰক্ষীয়ে লাঠীচালনা কৰাৰ লগতে কন্দুৱা গেছ আৰু শূন্যলৈ গুলীচালনা কৰে। আৰক্ষীৰ লাঠীচালনাত দুয়োটা পক্ষৰ প্ৰায় ২০ জন লোক কিছুপৰিমাণে আহত হয়।
Recent News
নেটফ্লিক্স ৱেব ছিৰিজ ‘খাকী: দ্য বিহাৰ চেপ্টাৰ’ৰ মূল আধাৰ আই পি এছ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ
ভুলৱশত: সোমাল পাকিস্তানৰ ভূখণ্ডত: পাকিস্তান সেনাৰ হাতত বন্দী বি.এছ.এফ জোৱান
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ইয়াৰ পূৰ্বে সুবোধ বিশ্বাসৰ জামিনৰ আবেদন আদালতে বহুবাৰ প্ৰত্যাখ্যান কৰিছিল যদিও অৱশেষত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰায় ডেৰ বছৰৰ মূৰত চিলাপথাৰ কাণ্ডৰ মূল অভিযুক্ত গৰাকীৰ জামিন মঞ্জুৰ কৰে।
এই ৰায়দান প্ৰদান কৰে ন্যায়াধীশ মীৰ আলফাজাৰ আদালতে।
উল্লেখ্য যে বিগত ২০১৭ বর্ষৰ ৬ মার্চত চিলাপথাৰ চিলা জনজাতি হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হোৱা নিব্বাচ নামৰ অখ্যাত সংগঠনটোৰ এখন বিশাল সভাৰ পিছতে উলিওৱা শোভাযাত্রাকাৰী দলে চিলাপথাৰৰ আছুৰ কার্যালয় লণ্ড-ভণ্ড কৰাৰ লগতে শ্বহীদ বেদী আৰু সুধাকণ্ঠৰ প্রতিমূর্তি ভাঙি চূৰমাৰ কৰিছিল।
উক্ত ঘটনাৰ লগত জড়িত খৰা অভিযোগত নিব্বাচৰ সভাপতি সুবোধ বিশ্বাসৰ লগতে সর্বমুঠ ৫৪ জন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰিছিল৷ এতিয়া ইয়াৰে সুবোধ বিশ্বাসৰ লগতে বহি কেইজন লোক ইতিমধ্যে জামিন লাভ কৰিছে।
Recent News
মহাৰাষ্ট্ৰত ফুটব্ৰীজ খহি ৰেলপথত বাগৰি পৰিল যাত্ৰী: এগৰাকী নিহত, আহত ২০ গৰাকী
লাচিতলৈ সন্মান, নে অপমান?
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ!
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
' কণমানিটোক উধাই মুধাই খেলা বস্তু এসোপা আনি দিয়ে। আৰু খেলি থকা কণমানিটোক চোচৰাই নি মাৰে জানা। অভিযোগ এটাই - ' খেলা বস্তু মই দিওঁ, চকলেট চিপচ্ মই আনি দিওঁ, তাৰ পিছতো মাৰেই ভাল? মাৰকে ভালপাৱ ? ' মই তেতিয়া স্কুলত কাম কৰি আছো। ঘৰত শাহু থাকে নীড়ৰ লগত। সেই কণমানি ডেৰ বছৰীয়া ল'ৰাটোৰ ভাতত এদিন ভোট জলকীয়া থেকেচি দিছিল, ভাত খুৱা...
তথাগত বুলিয়েই নহয়, সিহঁত আটাইকেইটাৰে বৰ মৰমৰ নীড়। লাহে লাহে সিও সহজ হ'বলৈ আৰম্ভ কৰিলে। এতিয়া সিহঁত আটাইকেইটা নীড়ৰ মামা। কেতিয়াবা নীড়ৰ লগত সিহঁতে বেডমিণ্টন খেলে, ক্ৰিকেট খেলে, সিহঁতৰ লগত ফুৰিবলৈ যায়। মুঠতে ল'ৰাটোৰ আগৰ আচৰণবোৰ প্ৰায় নোহোৱা হৈছে।
বিবাহ বিচ্ছেদৰ পাছৰে পৰাই অদীতি বাইদেউৰ লগত তেখেতৰ মাক আহি আছেহি। মানুহগৰাকী অকণমান গোমোঠা ধৰণৰ। ইহঁতবোৰ গ'লেও ভালদৰে মাতবোল নকৰে। তথাগতৰ কিবা পচন্দ নহয় মানুহজনীক। অৱশ্যে বৰুণে কোৱাৰ ধৰণৰ কথা এটাও হ'ব পাৰে। অদীতি বাইদেউ মাক দেউতাকৰ একমাত্ৰ সন্তান। সংসাৰখন ৰক্ষা কৰিব নোৱৰা কাৰণে চাগে মাকৰ কিবা এটা দু:চিন্তা হৈ থাকে। এদি...
তথাগতৰ ভাষাত তাৰ ' টেমাটো একেবাৰে গৰম হৈ গ'ল। সি কৈয়েই দিলে- ' আপোনাৰ ছোৱালী আৰু নাতি যদি তাত মৰিলেহেতেন আপুনি চাগে শ্ৰাদ্ধ বহুত ডাঙৰকৈ পাতিলেহেতেন! মাইকী মানুহৰ অকল মৰি মৰি হ'লেও সংসাৰ বচোৱাহে কাম শুনিছো। আপোনাৰ জোৱাইয়ে হেনো ডিভ'ৰ্চৰ এসপ্তাহৰ পিছতে নতুন মাইকী আনি ঘৰ সুমুৱালেহি?'
সেইদিনাৰ পৰা মানুহজনীয়ে তথাগত আহিলে একেবাৰে মাত নিদিয়া হ'ল। আনকি সি আহিলে ভিতৰৰ কোঠাত ডাঙৰকৈ টি ভি টো লগাই চাই থকা হ'ল। তথাগতই বেয়া নাপায়। এনেকুৱা মাণ্ঢাত্তাৰ আমোলৰ চিন্তা কৰা মানুহৰ লগত তাৰ একো কথাই পাতিব লগা নাথাকে।কিন্তু সি অদীতি বাইদেউৱে বাধা নিদিয়ালৈকে সেইখন ঘৰলৈ গৈয়েই থাকিব।
নীড় অদীতি বাইদেউৰ আটাইতকৈ ডাঙৰ দূৰ্বলতা। আজি তিনি বছৰে এই মানুহজনীয়ে তথাগতক ভবাই তুলিছে। এনেকৈ ধুমুহাই তচনচ কৰি থৈ যোৱাৰ পিছতো ইমান মানুহ ইমান স্নিগ্ধ হৈ থাকেনে ? থাকিব পাৰেনে ?
অদীতি বাইদেউৰ ছবি এখন আকিবলৈ বৰ মন যায় তথাগতৰ।
আকিব, এদিন সেই ছবিখন তথাগতই আকিব। এসোপা ৰামধেনু ৰঙৰ ফুলৰ মাজত আকাশলৈ মূ কৰি পৰি থকা ফুলৰ দৰে আলফুলীয়া মানুহ জনীৰ ছবি সি আকিব।
' অই তহঁতৰ কি হ'ল ? ইমান চুপ- চাপ আন্ধাৰে মুন্ধাৰে বহি আছ যে ? '
হুৰমূৰাই সোমাই আহিল বৰুণ আৰু সমীৰণ।
দুয়োটা সোমাই অহাৰ লগে লগে চিগাৰেটৰ উগ্ৰ গোন্ধ এটা কোঠাটোত বিয়পি পৰিল। অম্লানে তথাগতৰ তুলিখনতে বাগৰি কাৰোবাৰ লগত কথা পাতি আছে। বেচেৰাই তাৰ গানকেইটা ভালদৰে কৰিব বিচাৰিছে। প্ৰতিদিনে কেইবাজনো প্ৰডিউশ্যাৰৰ লগত কথা পাতিছে। কোনেও পাত্তাই দিয়া নাই। অদীতি বাইদেউৰ চিনাকি কোনোবা এজনৰ নাম্বাৰ দিছিল। মানুহজনে কাইলৈ তাক মাতিছে। সেই ...
অম্লানে শেষ চেষ্টা এটা কৰিব বিচাৰিছে। মনে বিচৰা কাম এটা জীয়াই ৰাখিবলৈ যে কিমান কষ্ট কৰিব লগা হয়, সেই কথা আজিকালি অম্লানে ভালকৈ বুজে। সৱতকৈ কষ্ট ঘৰৰ মানুহক বুজোৱা। কেতিয়াবা অম্লানৰ লাগে, তেজ মঙহৰ আপোন মানুহবোৰে ঢেৰ ' condition ' ৰ বিনিময়তহে মৰম ভালপোৱা দিয়ে যেন। কেতিয়াবা তাৰ নিয়ন্ত্ৰণ কৰিব নোৱৰা খং উঠি যায়। অৱশ্যে মাকৰ ...
বৰুণ আৰু সমীৰণৰ লগে লগে কোঠাটো আকৌ উচ্ছল হৈ পৰিল।তথাগতই আগৰ কাগজখন লুটিয়াই নতুনকৈ লিখিলে -
' আহক, বহক, অলপ কথা পাতো। '
(আগলৈ)
Fiction
শূন্যতাৰ সিপাৰে তথাগত (উপন্যাস)
68 views0 comments
3 likes. Post not marked as liked3
Recent Posts
See All
শূন্যতাৰ সিপাৰে তথাগত খণ্ড-২৮
'কোনোবাখিনিত মই একেবাৰেই ভৰষাত ল'ব নোৱাৰো পুৰুষক। ভালপোৱাক আস্থাত ল'ব নোৱাৰো। তুমি জানা। তুমি সকলো জানা। কিজানি মই বৰ প্ৰেমহীন মানুহ।তোমাক হেৰুৱাব বিচৰা নাছিলো।কিন্তু হেৰুৱাই পেলালো।একেবাৰেই হেৰুৱাই প
250
1 like. Post not marked as liked1
শূন্যতাৰ সিপাৰে তথাগত খণ্ড-২৭
কেইবাদিনৰ মূৰত তথাগত আজি আদিংগীৰিলৈ আহিছে। সি অহা দেখি ল'ৰা ছোৱালী জাক উফৰি অহাদি আহিলে তাৰ ওচৰলৈ। আটাইতকৈ থোপোকাটোৰ Direct complain- 'তই আমাক পাহৰি গ'লি ককাই'। তথাগতই সিহঁতক 'ককাই' সম্বোধনটো শিকাইছিল
280
Post not marked as liked
শূন্যতাৰ সিপাৰে তথাগত খণ্ড -২৬
অহা যোৱা কৰিব পৰা বাটটোৰ একেবাৰে মাজতে গছজোপা। প্ৰকাণ্ড গা গছেৰে নদীখনৰ ফালে হাউলি গৈছে।গেটৰ মুখত 'সতী ৰাধিকা উদ্যান বা ৰিভাৰ ফ্ৰণ্ট পাৰ্ক' বুলি লিখা আছে যদিও এইখনক পাৰ্ক বুলি ক'বলৈ বৰুণৰ মন নাযায়। '<eot>লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ৰংপুৰ প্ৰাচীন কীৰ্তি চিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত শিৱসাগৰীয়া ...
Thursday, July 2, 2020
ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ৩
ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)
খণ্ড- ৩
মৰুভূমিৰ মাজৰ মোৰ গাওঁখনি
হাদালিত উল্লেখযোগ্য একো ঘটনা ঘটাৰ কথা এতিয়া মোৰ মনত পৰা নাই৷ বৰ নিৰলস আছিল গাঁৱৰ দিনবোৰ৷ ৰাতিপুৱা বেলি নোলাওঁতেই আইতা উঠি গাখীৰ খীৰাবলৈ লৈছিল৷ মাটিৰ ডাঙৰ পাত্ৰ এটাত গোবৰ পুৰি ধৰা জুইৰ ওপৰত গাখীৰ গৰম কৰা দৃশ্যটো এতিয়াও মোৰ মনত আছে৷ ওচৰৰ আন তিৰোতাৰ লগত একেলগ হৈ ওচৰৰে মুকলি ঠাইত আইতা প্ৰাতঃকৃত্য সমাপন কৰিবলৈ গৈছিল৷ তাৰপিছ...
ধৰমশালা বা পঢ়াশালিখন আমাৰ ঘৰৰপৰা বেছি দূৰত্বত নাছিল৷ তাত মোক “ভাই-হৰি-সিঙ”ক গতাই দিয়া হৈছিল - তেওঁৱেই গ্ৰন্থি আৰু শিক্ষক দুয়োটাৰে কাম কৰিছিল৷ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ আন ছাত্ৰৰ লগত মই মজিয়াতে বহি সুৰ লগাই লগাই নেওঁতা মুখস্থ কৰিছিলোঁ৷ সেই সময়ত আইতা কাষতে থকা ডাঙৰ কোঠা এটালৈ গৈছিল৷ তাত চাপৰ টেবুল এখনৰ ওপৰত তিনিখন গ্ৰন্থ...
আবেলি আমি কি কৰিছিলোঁ সেইটো নিৰ্ভৰ কৰিছিল ঋতুৰ ওপৰত৷ শীতকালৰ আবেলিবোৰ আছিল সাংঘাতিক ধৰণে শীতল৷ ঠাণ্ডা দিনত কৰিবলগীয়া কাম থাকে বেছি কিন্তু সময় থাকে কম৷ অৱশ্যে সেই সাংঘাতিক শীতৰ দিনবোৰ বছৰটোত মুঠতে ছল্লিশ দিনমানহে আছিল৷ তাৰপিছত বসন্ত কালৰ দিনকেইটা ক’ব নোৱাৰাকৈয়ে পাৰ হৈ যোৱাৰ পিছতে আৰম্ভ হৈছিল জহকালি৷ দিনে দিনে গৰমৰ প্ৰকো...
দীঘল জহকালিৰ দিনবোৰ কি যে এক বিড়ম্বনা! গৰম বালিত গেৰোৱা পুৰি গৈছিল৷ এঘৰৰ পৰা আন ঘৰলৈ যাওঁতে বেৰৰ ছাঁ লৈ লৈ পিৰালিয়ে পিৰালিয়ে বগাই গৈছিলো৷ তেনেকৈ যাওঁতেও বিষ্ঠাৰ দ’মৰ মাজেদি দেও দি দি যাব লগা হৈছিল৷ কাৰণ সেই ভয়ংকৰ গৰমত ছাঁ পৰা সেই ঠাইবোৰেই আছিল সৰু ল’ৰা-ছোৱালীৰ বাবে আৰামেৰে বহি পায়খানা কৰাৰ বাবে সুবিধাজনক ঠাই৷ দিনৰ বেলা...
ডকাইতৰ পিছতে আমাৰ ভয় লাগিছিল বালিৰ ধুমুহালৈ৷ সাধাৰণ বালিৰ ধুমুহা আমাৰ কাৰণে ভাতৰ লগত পানী খোৱাৰ নিচিনা, কিন্তু ‘হানেৰী’, ‘ঝাখাৰ’ আদি ধুমুহা আছিল আমাৰ বাবে দুঃস্বপ্নৰ দৰে। তেনে ধুমুহাত নাক কাণক বালিৰ পৰা বচাবলৈ মূৰটো আঁঠুৰ মাজত সুমুৱাই মাটিত বহি পৰাৰ বাদে আন কোনো উপায় নাছিল৷ একো সময়ত বালিৰ ধুমুহা ইমানেই তীব্ৰ আছিল যে ৰে...
এন আৰ চিৰ ৰাজ্যিক সমম্বয়ক হাজেলাই শেহতীয়াকৈ এন আৰ চিৰ চূড়ান্ত খচৰাৰপৰা বাদ পৰা ৪০ লাখ লোকৰ ওজৰ-আপত্তি দাখিলৰ ক্ষেত্ৰত পূৰ্বৰ ১৫ বিধ নথিৰ বিপৰীতে ১০ বিধ নথিহে গ্ৰহণযোগ্য হ’ব লাগে বুলি উচ্চতম ন্যায়ালয়ক পৰামৰ্শ দিছিল। হাজেলাই ১৯৫১ চনৰ নাগৰিকপঞ্জী আৰু ১৯৭১ চনৰ পূৰ্বৰ ভোটাৰ তালিকাত থকা নাম নাগৰিকত্ব প্ৰমাণৰ নথি হ’ব নালাগে ব...
হাজেলাৰ উক্ত স্থিতিক শাসক-বিৰোধী উভয় পক্ষই সমালোচনা কৰিছে। কংগ্ৰেছ নেতা তথা অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই আদালতক বিপথে পৰিচালিত কৰিছে বুলি অভিযোগ উত্থাপন কৰাৰ লগতে হাজেলাক উক্ত পদৰপৰা অপসাৰণ কৰাৰো দাবী জনাইছে।
আনহাতে, শাসকীয় দল বিজেপিয়ে শুকুৰবাৰে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই ন্যায়ালয়ত প্ৰদান কৰা মতামত উদ্দেশ্যপ্ৰণোদিত বুলি মন্তব্য কৰিছে। হাজেলাৰ মতামতে পৰিস্থিতি জটিল কৰি তোলা বুলি সদৰী কৰিছে বিজেপিয়ে।
হাজেলাৰ এই ভূমিকা তথা বাদ পৰা এই লোকসকলৰ নাম চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত কৰা আৰু ভৱিষ্যৎ কৰ্মপন্থা সম্পৰ্কত আলোচনা কৰাৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে আন নেতৃত্বই ৮ আৰু ৯ ছেপ্টেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে বৈঠকত মিলিত হ’ব।
ইপিনে,বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিলীপ শইকীয়াই জানিবলৈ দিয়ে যে অহা ১০ ছেপ্টেম্বৰত বিজেপিয়ে এক সংবাদমেলযোগে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা আৰু এন আৰ চিৰ পৰা নাম বাদ পৰাসকলৰ সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিব।
এন আৰ চিৰ ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাৰ সম্পৰ্কত বিভিন্ন দল-সংগঠনে আপত্তি কৰি অহাৰ পিছত ৰাজ্যখনৰ দুই প্ৰধান ৰাজনৈতিক দল বিজেপি আৰু কংগ্ৰেছে অসন্তুষ্টি প্ৰকাশ কৰাত হাজেলাৰ বাবে বিষয়টো অস্বস্তিৰ কাৰণ হৈ পৰাৰ সম্ভাৱনা আছে।
Recent News