text
stringlengths
0
188k
জম্মু আৰু কাশ্মীৰ (৩১ অক্টোবৰ ২০১৯-ৰ পৰা প্ৰস্তাবিত)
দমন আৰু দিউ
দাদৰা আৰু নগৰ হাভেলী
দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল
পুডুছেৰী
লাক্ষাদ্বীপ
লাডাখ (৩১ অক্টোবৰ ২০১৯-ৰ পৰা প্ৰস্তাবিত)
প্ৰ • আ • স
উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহ
ৰাজ্য
অসম
অৰুণাচল প্ৰদেশ
নাগালেণ্ড
মিজোৰাম
মেঘালয়
ত্ৰিপুৰা
ছিক্কিম
মণিপুৰ
"https://as.wikipedia.org/w/index.php?title=মেঘালয়&oldid=270074"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ:
ভাৰতৰ ৰাজ্য
উত্তৰ পূব ভাৰত
মেঘালয়
সাতভনী ৰাজ্যসমূহ
অদৃশ্য শ্ৰেণীসমূহ:
Pages with non-numeric formatnum arguments
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
দ্ব্যৰ্থতা দূৰীকৰণৰ প্ৰয়োজন থকা প্ৰবন্ধ
এই পৃষ্ঠাখন ০৪ এপ্ৰিল, ২০২১ তাৰিখে ১৫:৩৯ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>৫ অক্তোবৰত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত এজন ছাত্ৰৰ আকস্মিক মৃত্যুক কেন্দ্ৰ কৰি ছাত্ৰ সমাজৰ মাজত এতিয়াও অব্যাহত আছে প্ৰতিক্ৰিয়া।
হিমাংশু নেওগ নামৰ যোৰহাটৰ ছাত্ৰজনৰ মৃত্যুক কেন্দ্ৰ কৰি বিশ্ববিদ্যালয়ত এক অস্থিৰ পৰিৱেশ সৃষ্টি হোৱাও দেখা গৈছে। আজি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই ঘটনাটোৰ তদন্তৰ বাবে এখন তদন্ত কমিটী গঠন কৰিছে।
আনহাতে হিমাংশুৰ পিতৃ দেৱজিৎ নেওগে এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিয়ে জালুকবাৰীৰ এ চি পি পনজিৎ দুৱৰাই। দেউতাকে চিকিৎসালয়খনত অক্সিজেনৰ ভাল মাক্স নাই, চিকিৎসাৰ সু-ব্যৱস্থা নাই বুলি এজাহাৰত উল্লেখ কৰিছে। লগতে গুৱাহাটী বিশ্ববিদ্যালয় চিকিৎসা কেন্দ্ৰৰ পৰা মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ নিয়াৰ সময়ত মেডিকেল ষ্...
ইফালে নাম প্ৰকাশত অনিচ্ছুক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ এজনৰ ভাষ্য এনেধৰণৰ,- “হিমাংশুৰ হাৰ্টৰ প্ৰ’বলেম আছিল আৰু চিকিৎসকে কিছুদিন ঘৰতে থাকিবলৈ দিছিল। কিন্তু তেওঁ ঘৰত এমাহ জিৰণি লৈয়ে পুনৰ ক্লাছ কৰিবৰ বাবে আহিছিল। কালি নিশা তেওঁৰ ষ্ট্ৰ’ক হৈছিল। তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয় চিকিৎসালয়লৈ নিয়ে যদিও তাত চিকিৎসাৰ বাবে উন্নত...
ছাত্ৰজনৰ মৃত্যুৰ পিছত কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ছাত্ৰ-ছাত্ৰীসকলে চিকিৎসা কেন্দ্ৰটোৰ সন্মুখত প্ৰতিবাদ কৰে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনত বি টেকৰ তৃতীয় ষান্মাসিকত পঢ়ি থকা আৰু আৰি চি চি-২ হোষ্টেলৰ আৱাসী হিমাংশু নেওগ নামৰ ছাত্ৰজন ৫ অক্তোবৰৰ ৰাতি হঠাৎ অসুস্থ হৈ পৰাত সহপাঠীসকলে বিশ্ববিদ্যালয়খনৰ চৌহদত থকা চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰিছিল। কিন্তু তাত উপযুক্ত চিকিৎসাসেৱা আৰু সঁজুলি নথকা বাবে চিকিৎসা কেন্দ্ৰৰ পৰা পাণবজাৰস্থিত মহেন্দ্...
আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ মৃদুল হাজৰিকাই নৰ্থ-ইষ্ট নাওক জনায় যে এই ঘটনাটোৰ তদন্ত কৰিবলৈ এখন তদন্ত কমিটী গঠন কৰি দিয়া হৈছে। সাংবাদিকতা বিভাগৰ অধ্যাপক অংকুৰণ দত্ত আৰু আন এজনক লৈ এই তদন্ত কমিটী গঠন কৰি দিয়া হৈছে।
উপাচাৰ্য্যজনে কালিৰ ঘটনাটোত চিকিৎসকৰ গাফিলতি থকা বুলি স্বীকাৰ কৰিছে। তেওঁ কয়, “ৰোগীজনক তালৈ নিয়াৰ পাছতেই যিধৰণে তৎপৰ হ’ব লাগিছিল, সেইধৰণে চিকিৎসক তৎপৰ হোৱা নাছিল। গতিকে আমি স্বাস্থ্যকেন্দ্ৰটোৰ মুখ্য চিকিৎসা বিষয়া এন এন তালুকদাৰক তাৎক্ষণিকভাৱে নিলম্বন কৰিছো আৰু লগতে ঘটনাৰ তদন্তৰ ব্যৱস্থা কৰা হৈছে।”
ইফালে উপাচাৰ্য্যজনে কয় যে সেইখন বিশ্ববিদ্যালয়ৰ ভিতৰৰ সৰু চিকিৎসাকেন্দ্ৰ। তাত সাধাৰণতে প্ৰাথমিক চিকিৎসাৰ সুবিধাখিনিহে আছে। তাত উন্নত চিকিৎসা ব্যৱস্থা কৰাটো সম্ভৱপৰ হৈ উঠা নাই, তথাপিতো যিমানখিনি পাৰি সেৱা আগ বঢ়োৱাৰ ব্যৱস্থা আছে।”
Recent News
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
পশ্চিম যোৰহাটত দীৰ্ঘ দিন ধৰি গোপনে ড্ৰাগছৰ বেহা চলাই যোৱা দুজন যুৱকৰ পৰা ১৭টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰৰ লগতে দুটাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ কেছ জব্দ কৰে।
লুকুৱাই ৰখা অৱস্থাত এই বুজন পৰিমাণৰ ড্ৰাগছ খিনি উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাই গোপন সূত্ৰৰ তথ্যৰ পম খেদি পুলিবৰ আৰক্ষীৰ সহযোগ উপস্থিত হয় থানাৰ সমীপৰ পানীচকুৱাত।
তাৰ পিছতেই চলাই অভিযান চলাই ড্ৰাগছ খিনি জব্দ কৰেl
আৰক্ষীয়ে পুলিবৰ থানাৰ অন্তৰ্গত পানীচকুৱা অঞ্চলৰ পৰা সঞ্জীৱ দাস( ২০)আৰু নন্দ কিশোৰ সাহা (২২) নামৰ দুজন যুৱক কৰায়ত্ব কৰিছে।
আৰু কেইবাজনো ড্ৰাগছ সেৱনকাৰীৰ লগতে ড্ৰাগছ বেপাৰী গ্ৰেপ্তাৰ হোৱা সম্ভাৱনা আছে বুলি জানিব দিছে পুলিবৰ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিত্তৰঞ্জন বুঢ়াগোহাঁইয়ে।
Recent News
ইউক্ৰেইন যুদ্ধ : আলোচনাৰ পূৰ্বে দখলকৃত ভূমিক স্বীকৃতি দিয়াৰ দাবী ৰাছিয়াৰ
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
জীৱন শৈলী
CHANGE LANGUAGE
অসমীয়া
ENGLISHहिन्दी मराठीગુજરાતીதமிழ் ಕನ್ನಡ বাংলা മലയാളം తెలుగు ਪੰਜਾਬੀ اردو ଓଡ଼ିଆ
WATCH LIVE TV
DOWNLOAD APP
FOLLOW US ON
অসম
দেশ
অপৰাধনামা
মনোৰঞ্জন
ব্যৱসায়
কেৰিয়াৰ
Explained
ক্ৰীড়া
ফটো
প্ৰযুক্তি
স্বাস্থ্য
জীৱনশৈলী
বিশ্ব
অসম
দেশ
অপৰাধনামা
মনোৰঞ্জন
ব্যৱসায়
কেৰিয়াৰ
Explained
ক্ৰীড়া
ফটো
প্ৰযুক্তি
স্বাস্থ্য
জীৱনশৈলী
বিশ্ব
ভিডিঅ’
LIVE TV
ভিডিঅ’
LIVE TV
#CryptoKiSamajh
ভিডিঅ’
LIVE TV
#CryptoKiSamajh
Home » photogallery » lifestyle »Mangal Gochar 2022: মংগলে কৰিব পাৰে চৰম অমংগল ! ১৭ মে'লৈ এই ৫টা ৰাশিৰ জাতক-জাতিকাসকল সাৱধানে থকা ভাল ...
Mangal Gochar 2022: মংগলে কৰিব পাৰে চৰম অমংগল ! ১৭ মে'লৈ এই ৫টা ৰাশিৰ জাতক-জাতিকাসকল সাৱধানে থকা ভাল ...
Mangal Gochar 2022: মঙ্গল কৰিব পাৰে অমঙ্গল ! এই পাঁচটা ৰাশিৰ লোকসকল অতি সাৱধান হ'ব লাগিব।
News18 Assam