text stringlengths 0 188k |
|---|
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>ছাত্ৰ ৰাজনীতিত আপৰ উত্থান ৷ পোনপ্ৰথম বাৰৰ বাবে মহাবিদ্যালয় ৰাজনীতিত আছুক ওফৰাই আপৰ দখলত টিংখাং মহাবিদ্যালয় ৷ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত 'আপ'ৰ ভাতৃ সংগঠন "ছাত্ৰ যুৱ সংগ্ৰাম সমিতি(Chatra... |
আজি মহালয়া; লোকে লোকাৰণ্য মৰাণৰ ৰাজপথ |
আজি মৰ্তলৈ আগমন ঘটিছে মহিষ মৰ্দিনী দেৱী দুৰ্গাৰ ৷ মহালয়াৰ পুৱাই মৰাণৰ ৰাজপথ হৈ পৰিল লোকে লোকাৰণ্য ৷ ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি মহালয়া উপলক্ষ্যে পুৱাই ৰাজপথলৈ ওলাই আহিছে মৰাণৰ ৰাইজ (People celebrates Mahalaya at Moran) ৷ |
আজি মহালয়া: ধৰালৈ আগমন দেৱী দুৰ্গাৰ |
আজি মহালয়া (Mahalaya celebrated in Jorhat) । ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ আজি আগমন ঘটিছে ধৰাৰ বুকুলৈ । ধৰালৈ দেৱী আগমনৰ মুহূৰ্তৰ সাক্ষী হ’বলৈ ৰাইজ ওলোৱা অহা পৰম্পৰা বিগত দিন ধৰি চলি আহিছে । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাটতো পৰম্পৰা ৰক্ষা কৰি মহালয়া উপলক্ষে পুৱাই ৰাজপথলৈ ওলাই আহিছে অসংখ্য লোক ৷ যাৰবাবে পুৱাৰে পৰা... |
প্ৰতিষ্ঠিত ব্যৱসায়ীৰ বাসগৃহত জি এছ টি ইন্টেলিজেন্সৰ অভিযান |
কৰ ফাঁকিৰ অভিযোগত জিলাখনৰ প্ৰতিষ্ঠিত ব্যৱসায়ী মাখন গাট্ৰানিৰ বাসগৃহত ডাইৰেক্টৰত জেনেৰেল অফ জি এছ টি ইন্টেলিজেন্সৰ দলৰ অভিযান (Raids on Makhan Gattranis residences )৷ |
মুখ্যমন্ত্ৰীক কাষত লৈ জীপ চলালে সদগুৰুৱে, দৰ্শকৰ বাবে মুকলি কৰিলে কাজিৰঙা |
2022-2023 বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰিলে সদগুৰু জগদীশ বাসুদেৱ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি জীপ চাফাৰীও কৰে সদগুৰুৱে (Spiritual guru Sadhguru in Kaziranga)৷ |
চিৰাঙৰ আমটেকাৰত উদ্ধাৰ প্ৰায় এমহীয়া এটা হাতীৰ পোৱালী |
শনিবাৰে বিয়লি চিৰাঙৰ আমটেকাৰত উদ্ধাৰ হয় এটা এমহীয়া হাতীৰ পোৱালী ৷ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ আমটেকা বনাঞ্চলৰ অন্তৰ্গত বান্ধুগুৰী গাঁৱৰ পৰা উদ্ধাৰ কৰা হয় হাতীৰ পোৱালিটোক (Elephant Calf Rescued in Chirang) ৷ চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীৰে উল্লেখ কৰা অনুসৰি, উদ্ধাৰ হোৱা হাতীৰ পোৱালিটোৰ বয়স প্ৰায় এমাহ ৷ তথ্য অ... |
সমাপ্ত হ’ল 74 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল; বিজয় অইল ইণ্ডিয়া দুলিয়াজান |
নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত সমাপ্ত হয় 74 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল ৷ এই ফুটবল খেলখনত অসম ৰাইফলছক পৰাস্ত কৰি দুলীয়াজানৰ অ’ইল ইণ্ডিয়া ফুটবল ক্লাৱে চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে (Oil India Duliajan win Independence Cup football) । |
ব্যক্তিগত খণ্ডলৈ পৌৰ নিগমৰ কৰ সংগ্ৰহৰ দায়িত্ব: মুকলি সমৰ্থন মেয়ৰ মৃগেন শৰণীয়াৰ |
পৌৰ নিগমৰ কৰ সংগ্ৰহৰ দায়িত্ব ব্যক্তিগত প্রতিষ্ঠানক গতাবলৈ লোৱা সিদ্ধান্তৰ প্ৰতি মুকলি সমৰ্থন মেয়ৰ মৃগেন শৰণীয়াৰ(Property tax collection on private institution) । মন্ত্রী অশোক সিংঘালে একনায়কত্ববাদ চলোৱাৰ অভিযোগ উত্থাপন পূব-গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ । তিনি বিধায়কৰে আলোচনাৰ পাছতহে চূড়ান্ত সিদ্ধান্ত ল... |
দিল্লীত বাহৰ পাতি গেৰুৱা হোৱাৰ প্ৰস্তুতি কংগ্ৰেছ নেতা প্ৰাঞ্জল ঘাটোৱাৰৰ ! |
প্ৰায়েই চৰ্চালৈ আহে পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰৰ(Congress leader Pranjal Ghatowar) বিজেপিত যোগদানৰ প্ৰসংগ ৷ এই কথাই পুনৰ চৰ্চা লাভ কৰিছে ৰাজনৈতিক মহলত ৷ কংগ্ৰেছ নেতাগৰাকীয়ে দিল্লীত বাহৰ পাতি বিজেপিত যোগদানৰ কুচকাৱাজ আৰম্ভ কৰা বুলিয়েই এইবাৰ খবৰ ওলাইছে ৷ |
মাঞ্জাত ধনদাবীৰ গোচৰত এজনক আটক |
ধনদাবী কৰি ৰঙাঘৰৰ আলহী হ'ল এজন(Man arrested in Manja for extortion case) । ২২ ছেপ্টেম্বৰত নিশাৰ ভাগত মাঞ্জাৰ ৰংপ্লিমপ্লামত এগৰাকী ব্যক্তিৰ ঘৰত সোমাই ধনদাবী কৰিছিল ধৃত লোকজনসহ তিনি চাৰিজনীয়া এটা দলে ।<eot>আসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ ছচাইটীৰ সহযোগত ডিব্ৰুগড় জিলা প্ৰশাসনে আগষ্টৰ ১২ তাৰিখে ৰাজ্যিক পৰ্যায়ৰ আন্তৰ্জাতিক যুৱ দি... |
বুধবাৰে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত লয়া মাদুৰীয়ে এখন সংবাদ মেলক সম্বোধন কৰি কৈছে যে এই বৰ্ষৰ আন্তৰ্জাতিক যুৱ দিৱসৰ থিম হৈছে ‘‘যুৱসকলৰ বাবে নিৰাপদ স্থান’’ |
এই সম্পৰ্কে তেওঁ কয় যে এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বিভিন্ন উচ্চতৰ মাধ্যমিক আৰু মাহাবিদ্যালৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমাজিক কাম কৰাৰ সামৰ্থ আৱিস্কাৰ কৰাৰ অৰ্থে জড়িত কৰি বিভিন্ন উদগনিমূলক আৰু সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। |
মাদুৰীয়ে আৰু কৈছে যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী পীয়ুষ হাজৰিকাও অহা ১২ আগষ্টত ডিএইচ্চএছকে মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া এই ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। |
ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত লয়া মাদুৰীয়ে এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ডুলীয়াজান মহাবিদ্যালয়ত এখন তৰ্ক প্ৰতিযোগিতাৰো আয়োজন কৰা হ’ব। উপায়ুক্তগৰাকীয়ে অনুষ্ঠানটোত যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। |
Recent News |
লাচিতলৈ সন্মান, নে অপমান? |
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ! |
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান |
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
১) সাহিত্য ডট অৰ্গ- ছাৰ¸নমস্কাৰ৷ আপোনাক আমাৰ সাহিত্য ডট অৰ্গলৈ আদৰণি জনালোঁ৷ আপুনি একেধাৰে এগৰাকী প্ৰবন্ধকাৰ, কলা-সংস্কৃতিৰ গৱেষক, গীতিকাৰ, সুৰকাৰ, চিত্ৰশিল্পী, শিশুসাহিত্যিক আৰু পৰিৱেশকৰ্মী৷ সেউজপ্ৰাণ আৰু বনতীৰ্থ নামেৰেও আপুনি পৰিচিত৷ আপোনাৰ পৰা আমি বনতীৰ্থৰ সন্দৰ্ভত অলপ কথা জানিব বিচাৰিছোঁ৷ |
প্ৰথমেই আপোনাৰ বনতীৰ্থৰ বিষয়ে আৰু এই তীৰ্থখন গঢ়াৰ ক্ষেত্ৰত কেনেকৈ অনুপ্ৰাণিত হ’ল লগতে অনুপ্ৰাণিত কৰাৰ মূলতে কোন আছিল তাৰ বিষয়ে অলপ জানিব বিচাৰোঁ৷ |
বনতীৰ্থ |
ড° প্ৰবীণ শইকীয়া – হয় ধন্যবাদ, আনৰ পৰা অনুপ্ৰাণিত হোৱাৰ আগতেই মোৰ অন্তৰাত্মাৰ আহ্বান আৰু সুগভীৰ প্ৰকৃতি প্ৰেমে মোক এই উদ্ভিদ জগতখনৰ প্ৰতি ভালপোৱাৰ ভাৱ সৃষ্টি কৰিছিল৷ |
তাৰ পাছতেই এই প্ৰেমত কাৰক হিচাপে অৰিহণা যোগাইছিল মোৰ ককা ধনীৰাম শইকীয়াই৷ ককাৰ দহ পুৰা মাটিৰ এখন বাৰী আছিল আৰু জন্ম পৰাই মই সেই বাৰীখন পাইছিলোঁ৷ |
বাৰীখনত থকা বিভিন্ন গছ-গছনিবোৰ মোক আইতাই হাতত ধৰি চিনাকি কৰাই দিছিল৷ এইক্ষেত্ৰত মই পৰোক্ষভাৱে ককা আৰু প্ৰত্যক্ষভাৱে আইতাৰপৰা অনুপ্ৰাণিত হৈছিলোঁ৷ |
২) সাহিত্য ডট অৰ্গ- অপুনি অসমীয়া বিষয়ৰ প্ৰবক্তা হৈয়ো উদ্ভিদ বিজ্ঞানৰ প্ৰতি ( গছ-গছনিৰ প্ৰতি ) আকৃষ্ট হোৱাৰ মূল কাৰণ কি? |
ড° প্ৰবীণ শইকীয়া – মূল কাৰণটো ইতিমধ্যে কৈছোয়েই যে মোৰ অন্তৰাত্মাৰ আহ্বান আছিল৷ মই গছ-বৰ আন্তৰিকতাৰে ভাল পাওঁ৷ গতিকে এই ভাল পোৱা থকা কাৰণেই অন্য বিষয়ৰ চৰ্চা থকা কৰি থকা সময়তো বা ভাষা সাহিত্যৰ ছাত্ৰ হোৱা সত্ত্বেও উদ্ভিদ বিজ্ঞানৰ প্ৰতি আমাৰ আগ্ৰহ বাঢ়ি গ’ল৷ আনকি মই খামতিসকলৰ বিষয়ে গৱেষণা কৰি থকা সময়তো তেওঁলোকৰ খাদ্যাভ্যাসত... |
তৰাবাঘিনী |
৩) সাহিত্য ডট অৰ্গ- এখন ঘৰৰ সুস্থ বাতাৱৰণৰ কাৰণে ঘৰৰ চৌপাশে কেনে ধৰণৰ গছ- গছনি থকাটো প্ৰয়োজন? |
ড° প্ৰবীণ শইকীয়া – হয়, এখন ঘৰৰ বাতাবৰণ বায়ু প্ৰদূষণমুক্ত হোৱা খুবেই প্ৰয়োজন৷ এই ক্ষেত্ৰত ডাঙৰ গছ হিচাপে ঘৰৰ চৌপাশত মহানিমৰ গছ, ঘৰৰ খিৰিকীৰ কাষত এজোপা ক’লা তুলসী ৰুব লাগে৷ এই ক’লা তুলসীয়ে বায়ু পৰিশোধন কৰাৰ লগতে তাৰ পাতেৰে বিভিন্ন ধৰণৰ বিভিন্ন প্ৰকাৰৰ ঔষধিৰ কাম কৰে৷ তুলসী বহুত প্ৰকাৰৰ আছে৷ আমাৰ বনতীৰ্থতে ৩০ বিধ তুলসীৰ গছ... |
আমাৰ খাদ্যাভ্যাসত প্ৰয়োজন হোৱা পদিনা, মচন্দৰী, মানিমুনি এইবোৰো বহুত উপকাৰী আৰু কম ঠাইতে ৰাখিব পাৰি৷ এইবোৰ উদ্ভিদে সুস্বাস্থ্যৰ লগতে বাৰীখনৰো বাতাবৰণ সুস্থ কৰি ৰাখে৷ |
ঘৰ এখনৰ সুস্থ পৰিৱেশ লগতে ঔষধি গুণেৰে সমৃদ্ধ কিছুমান লতাজাতীয় গছেও আমাক সহায় কৰে৷ ভেদাইলতা, শগুনীলতা যিজোপা উদ্ভিদক এশটা গুণৰ অধিকাৰী বুলি জনা যায়৷ শগুনীলতা ইংৰাজীত ‘গিলোই’ বুলি কোৱা হয়৷ অসমৰ ঠায়ে ঠায়ে অমৰলতা, অমৃতলতা বা আমৈলতা নামেৰেও জনা যায়৷ এনেধৰণৰ উদ্ভিদে ঘৰখনক বিভিন্ন ধৰণে উপকৃত কৰিব পাৰে৷ |
লতাজাতীয় উদ্ভিদৰ ভিতৰত আৰু এবিধ উপকাৰী উদ্ভিদ হ’ল মাথোকথোকা৷ বিশেষকৈ এই মাথোকথোকা পাহাৰীয়া মানুহৰ প্ৰিয় খাদ্য৷ বয়সিয়াল খেলুৱৈসকলক সুস্থ সবল কৰি ৰখাৰ বাবে মাথোকথোকা এবিধ উৎকৃষ্ট খাদ্য৷ এই গছ-গছনিবোৰ ৰোপণ কৰোঁতে শৃংখলাবদ্ধভাৱে ৰোপণ কৰাটো বিশেষ প্ৰয়োজন৷ |
পান্ততৰু বা দামকল |
৪) সাহিত্য ডট অৰ্গ- আপোনাৰ বাৰীত পান্থতৰুও আছে৷ তাৰ বিষয়ে অলপ আভাস জানিব বিচাৰিছোঁ৷ |
ড° প্ৰবীণ শইকীয়া – হয় পান্থতৰুও আছে৷ পান্থতৰু মৰুভূমিত হোৱা উদ্ভিদ৷ আগতে মাদাগাস্কাৰ দ্বীপসমূহত পোৱা গৈছিল৷ মৰুভূমিৰ মাজেৰে পাৰ হৈ যোৱা বাটৰুৱাই এই উদ্ভিদৰ গাত সংৰক্ষিত হৈ থকা পানী খাইছিল৷ |
পান্থ মানে বাটৰুৱা তৰু মানে গছ, অৰ্থাৎ বাটৰুৱাৰ গছ৷ ইংৰাজীৰ নামটো “Travellers tree৷” |
অসমীয়াত ইয়াক দামকল বুলি কয়৷ দামকলৰ বিষয়ে পুৰণি অসমীয়া গীত মাততো পোৱা যায়৷ আপোনালোকে নিশ্চয়ে খগেন মহন্তৰ এফাকি বিহু গীত শুনিছে৷ |
“ ঐ জান ঐ কি কথা কৰিলি, |
ঐ জান ঐ নিগমে মৰিলি, |
ঐ জান ঐ, মোৰ জান ঐ বাৰীত দামে কলে ৰুই |
ঐ জান ঐ আগেয়ে বুজা নাই |
ঐ জান ঐ এতিয়া বুজিলোঁ |
ঐ জান ঐ, মোৰ জান ঐ শৰীৰত একুৰা জুই?” |
ঠিক তেনেদৰে জিকিৰতো ইয়াৰ বিষয়ে উল্লেখ আছে৷ |
“কি কামে কৰিলো, কি বুদ্ধি কৰিলো, বাৰীত দামেকলে ৰুই |
আগেয়ে বুজা নাই, এতিয়া বুজিলো, শৰীৰত একোৰা জুই” |
এই গীতসমূহৰ ৰচনা কাললৈ চাই গছ জোপা অসমত কিমান পুৰণি হ’ব সেইয়া অনুমান কৰিব পৰা যায়৷ এই পান্থতৰু গা পানীৰে পৰিপূৰ্ণ হ’লেও গছজোপাৰ ফল খোৱাৰ অনুপযোগী৷ |
সেইবাবে মানুহৰ জীৱনত এইটো এটা প্ৰতীকী হিচাপে লৈ দামকলৰ লগত তুলনা কৰি গীতসমূহ ৰচনা কৰিছিল৷ গতিকে দামকল অসমীয়া সমাজ, সংস্কৃতি, লোক সংগীততো বিশেষ ভাৱে উল্লেখযোগ্য৷ |
মৌ- ডিমৰু ( ইয়াৰ ফলবোৰ বান্দৰৰ প্ৰিয় খাদ্য ৷এই খাদ্যই বান্দৰৰ জন্ম নিয়ন্ত্ৰণত বিশেষ ভাৱে সহায় কৰে বুলি জনা গৈছে ৷) |
৫) সাহিত্য ডট অৰ্গ- বৰ্তমান সময়ত অসময় প্ৰায় বিলাক ঔষধি গছেই লুপ্ত হৈ পৰিছে, সেই গছসমূহক আমি কেনে ধৰণে সংৰক্ষণ কৰিব পাৰো? |
ড° প্ৰবীণ শইকীয়া – প্ৰথম কথাটো হ’ল তাৰ গুৰুত্বটো উপলব্ধি কৰিব পাৰিব লাগিব৷ একদম সৰু কালৰে পৰা, বা ডাঙৰ সকলেও, নতুন প্ৰজন্মৰ পৰা পুৰণা প্ৰজন্মলৈ সকলোৱে তাৰ গুৰুত্বটো উপলব্ধি কৰিব পাৰিব লাগিব৷ |
এইখিনিতে কওঁ, আৰ্য়ুবেদিক চিকিৎসকসকলে ৰোগীসকলক চিকিৎসাৰ ক্ষেত্ৰত আৰু আৰোগ্যৰ লাভৰ বাবে বনৌষধিযুক্ত কিছুমান উদ্ভিদ খোৱাৰ কথা কয়৷ তেনে এবিধ উদ্ভিদ হৈছে পনৌনোৱা৷ যাক সংস্কৃতত পুনৰ্নৱা বুলি জনা যায়৷ |
এই পনৌনোৱা দুই প্ৰকাৰৰ৷ এবিধ সাধাৰণভাৱে হয় মাটিতে গজে৷ আনবিধ পনৌনোৱা লতাজাতীয়৷ সেইবিধক বগাবলৈ সহায় লাগে৷ এইবিধ উদ্ভিদক ঘৰতে থকা নিমগছ আদিত লগাইয়ো সংৰক্ষণ কৰিব পাৰি৷ |
কাৰণ এই লতাজাতীয় পনৌনোৱাৰ বাবে বেছি পানী থকা ঠাই প্ৰয়োজন নহয়৷ সেইবাবে ওখ ঢাপ থকা ঠাই হ’ব লাগে৷ ইয়াৰ আগবোৰ চিঙি ভাজি খাব পাৰি৷ ই বহুক্ষেত্ৰত উপকাৰী৷ |
পনৌনোৱা মাত্ৰ এটা উদাহৰণহে৷ তেনেকুৱা বহুতো চিকিৎসা শাস্ত্ৰত প্ৰয়োগ কৰা উদ্ভিদ অসমত ভৰি আছে৷ |
আমাৰ অসমখনেই বনৌষধিৰে ভৰপূৰ৷ বনৌষধিত চহকী৷ কিন্তু সেইবোৰৰ গুৰুত্ব বুজি সংৰক্ষণ কৰিবলৈ সকলোৰে আগ্ৰহ থাকিব লাগিব৷ |
সটফুল |
৬) সাহিত্য ডট অৰ্গ- বৰ্তমান আপোনাৰ বনতীৰ্থ ত কিমান বিধ থলুৱা উদ্ভিদ সংৰক্ষণ কৰিছে৷ গছ-গছনি বোৰ আপুনি কেনেকৈ সংগ্ৰহ কৰে? |
ড° প্ৰবীণ শইকীয়া -মোৰ বনতীৰ্থ পাঁচ বিঘা মাটিত প্ৰায় দুশমান বিৰল প্ৰজাতিৰ গছ আৰু দুশমান অৰ্কিড আছে৷ এই বিভিন্ন প্ৰকাৰৰ গছসমূহ সংৰক্ষণ কৰাৰ বাবে মই কোনো প্ৰশিক্ষণ লোৱা নাই৷ |
প্ৰশিক্ষণপ্ৰাপ্ত নোহোৱাকৈয়ে কেৱল অভিজ্ঞতাৰ ফালৰপৰাই সংৰক্ষণ কৰিছোঁ৷ এজোপা গছৰ গুৰুত্ব বুজি আৰু গছজোপাক পৰ্য্যৱেক্ষণ কৰি কোন ঠাইত ৰুব লাগিব, কোনজোপা গছক বেছি পানীৰ প্ৰয়োজন আৰু কোনজোপা গছে বেছি পানী সহ্য কৰিব নোৱাৰে এনেবোৰ কথা চাই মই সেইমতে গছবোৰ লগাই যত্ন লওঁ৷ মই ভাবোঁ আগ্ৰহ থাকিলে, প্ৰতিজোপা গছৰ গুৰুত্ব বুজিলে সকলোয়েই ... |
৭) সাহিত্য ডট অৰ্গ- আপুনি শিক্ষাদান, প্ৰকৃতিপ্ৰেম আৰু সাহিত্য চৰ্চাৰ মাজত কি যোগসূত্ৰৰ সৃষ্টি কৰি লৈছিল? |
ড° প্ৰবীণ শইকীয়া ছাৰ–প্ৰবন্ধ লিখাটো মোৰ হবি৷ মই মূলতে ভাষা সাহিত্যৰ ছাত্ৰ আছিলোঁ৷ বহুত আগৰে পৰাই মই লিখা-মেলা কৰিছোঁ৷ বৰ্তমানেও কৰি আছোঁ৷ ভবেন্দ্ৰনাথ শইকীয়াই সম্পাদনা কৰা সময়ৰে পৰা সঁফুৰাত মই লিখিছোঁ৷ |
এইক্ষেত্ৰত মোক ভিতৰৰ এটা শক্তিয়ে কৰে বুলি মই ভাবো৷ তদুপৰি মই এটা এটা সময়ৰ মূল্য দিওঁ৷ অবাবত সময়ক খৰচ নকৰোঁ৷ ঠিক গানৰ দৰে, “এটি এটি পল মুকুতাৰে ধন৷” সময়ক ভগাই লৈ কামবোৰ কৰাৰ বাবে মই এই আটাইকেইটা ক্ষেত্ৰ মিলাই ল’ব পাৰিছো বুলি ভাবোঁ৷ |
৮) সাহিত্য ডট অৰ্গ- নতুন প্ৰজন্মক লৈ আপুনি কোনোধৰণৰ প্ৰকল্প হাতত লৈছে নেকি বা নতুন প্ৰজন্মক প্ৰকৃতি ৰক্ষাৰ বিষয়ে কেনে বাৰ্তা দিব বিচাৰে? |
ড° প্ৰবীণ শইকীয়া -আপুনি জানিব বিচৰা কামটো মই কৰি আছোঁ৷ প্ৰথমতেই ক’ব বিচাৰোঁ আমাৰ শিশুসকলক প্ৰকৃতিপ্ৰেমী কৰি তুলিবলৈ প্ৰতিজন অভিভাৱকে প্ৰথমে নিজেই প্ৰকৃতিক ভাল পাব লাগিব আৰু এইক্ষেত্ৰত নিজৰ সন্তানক আগবঢ়াই নিব লাগিব৷ |
বনতীৰ্থৰ আৰম্ভণিৰেপৰা মই স্থানীয় শিশুসকলক লৈ এটা কৰ্মশালা পাতি আহিছোঁ৷ কৰ্মশালাখনত নাচ, গান শিকোৱাৰ লগতে মই সিহঁতক গছবিলাকৰ লগতো পৰিচয় কৰাই দিওঁ৷ মোৰ স্বৰচিত আকাৰ-ইকাৰ নথকা গছবোৰৰ নামেৰে ৰচনা কৰা গীতেৰে কৰ্মশালাখন আৰম্ভ কৰাৰ লগতে বহত, |
বকফুল আদি গছবোৰৰ লগত শিশুসকলক চিনাকি কৰি দিওঁ৷ গছবোৰ চাই চাই সিহঁতক ছবি আঁকিবলৈ দিওঁ, সিহঁতে বৰ ফূৰ্তি পায়৷ |
আনকি মোৰ বনতীৰ্থত তিনিটা প্ৰজাতিৰ চোৰাত গছ আছে৷ যিবোৰ গাত লাগিলে ডাকে৷ সেইবোৰৰ লগত খেলিও শিশুসকলে আনন্দ পায়৷ নতুন প্ৰজন্মৰ এই শিশুসকলৰ বাবে কৰা মোৰ এই প্ৰয়াসত মই সুখী আৰু এইক্ষেত্ৰত সফল বুলি ভাবোঁ৷ |
৯) সাহিত্য ডট অৰ্গ- আপুনি বিভিন্ন সংস্থাৰ পৰা বিভিন্ন সময়ত সন্মানীয় বঁটা লাভ কৰিছে ( গৌৰৱ বঁটা, ২০১৮, মাধৱদেৱ মহাবিদ্যালয়, নাৰায়ণপুৰ আৰু Plant Genome Saviour Farmer’s Reward নামৰ ৰাষ্ট্ৰীয় বঁটা, ২০১৬-১৭)৷ |
আপোনাৰ বনতীৰ্থ আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা লাভ কৰিছে নে? |
ড° প্ৰবীণ শইকীয়া – নাই, এইক্ষেত্ৰত মই আজিৰলৈকে অসম চৰকাৰৰপৰা একো পোৱা নাই৷ Plant Genome Saviour Farmer’s Reward নামৰ বঁটা হিচাপে কেন্দ্ৰীয় চৰকাৰৰ পৰা এক লাখ টকা পাইছিলোঁ৷ তাৰ বাহিৰে আন কোনো সাহায্য পোৱা নাই৷ এই বনতীৰ্থৰ বিষয়ে অসম চৰকাৰে বা আমাৰ স্থানীয় বিধায়ক আৰু স্থানীয় এম পিয়ে গমেই নেপায়৷ গতিকে অসম চৰকাৰৰ ফালৰপৰা কোন... |
কলেজ শিক্ষক হিচাপে অলপ পইচা- পাতি পাইছিলোঁ, গোটেইখিনি ইয়াতে ব্যয় কৰিলোঁ৷ মোৰ এটা আত্মসন্তুষ্টি আহি গ’ল যে মোৰ পইচাখিনি অথলে নগ’ল৷ যিমান টকা পইচা পাইছিলোঁ তাৰে এটা ভাল কাম হ’ল, ভৱিষ্যতে আমাৰ শিশুসকলৰ কাৰণে, উদ্ভিদ সংৰক্ষণৰ কাৰণে কামটো চলি থাকিব৷ মই এটা ট্ৰাষ্ট |
গঠন কৰি লৈছোঁ, ট্ৰাষ্টটোৱে চলাই থাকিব৷ এই কথাটো ভাবি মই এটা আত্মসন্তুষ্টি লাভ কৰোঁ৷ |
১০) সাহিত্য ডট অৰ্গ- আপুনি সাহিত্য চৰ্চা আৰু সাংস্কৃতিক জগত খনৰ লগতো জড়িত, সেই বিষয়ে অলপ ক’ব নেকি? |
ড° প্ৰবীণ শইকীয়া ছাৰ– মই সৰুৰেপৰাই লিখা-মেলা কৰিছিলোঁ৷ ক্লাচ ফাইভতেই এটা কবিতা লিখিছিলোঁ৷ সেই সময়ত ‘অসম বাতৰি’ নামেৰে এখন সাদিনীয়া বাতৰি কাকতত শিশুচ’ৰা বুলি এটা শিতান আছিল৷ সপোন ককা নামেৰে এখুদ ককাইদেউ নৱকান্ত বৰুৱাদেৱে তাত লিখিছিল৷ |
মই তেতিয়া নামটো জনা নাছিলোঁ যদিও তেওঁ ল’ৰা-ছোৱালীৰ প্ৰতি দেখুওৱা মৰম-প্ৰীতি বোৰ মোৰ খুব ভাল লাগিছিল৷ তাতে মই ‘মোৰ দৃষ্টিত সপোন ককা’ নামৰ এটা কবিতা লিখিছিলোঁ, কবিতাটো নবকান্ত বৰুৱাদেৱে ইমানেই ভাল পালে যে তেওঁ মোলৈ পোষ্ট কাৰ্ড এখন লগতে চিঠি এখনো পঠিয়াই লিখিলে যে মই তোমাৰ এই বিষয়টোত এটা প্ৰতিযোগিতা পাতিম৷ |
প্ৰতিযোগিতাৰ নাম হ’ব, “মোৰ কল্পনাৰ সপোন ককা৷” তাৰ পাছত তেওঁ প্ৰতিযোগিতাও পাতিলে৷ |
এনেকৈ সৰুতেই জীৱনৰ প্ৰথম কবিতাটোৰ পৰা ইমান ডাঙৰ উৎসাহ এটা পাই মই লিখিবলৈ আৰম্ভ কৰিলোঁ৷ তাৰ পাছতেই ইটো-সিটো কবিতা, প্ৰবন্ধ আদি লিখিবলৈ আৰম্ভ কৰিলোঁ৷ বিভিন্ন ঠাইত প্ৰকাশো হ’ল৷ কলেজীয়া শিক্ষা সমাপ্ত কৰি গৱেষণামূলক প্ৰবন্ধ-পাতি প্ৰান্তিকত লিখিবলৈ আৰম্ভ কৰিলো৷ ১৯৮৪, ৮৫ ৰ পৰাই লিখিছোঁ প্ৰান্তিকত৷ |
সাংস্কৃতিক ক্ষেত্ৰত, মই সৰুৰেপৰা গান গাইছিলোঁ, ক খ শিকাৰ লগে লগে চা ৰে গা মা ও শিকিছিলোঁ৷ সৰুৰে পৰা সংগীতৰ ভিত্তি, সংগীতৰ প্ৰাথমিক জ্ঞানখিনি শিকি লোৱাৰ কাৰণে একো অনুষ্ঠানিক শিক্ষা নোলোৱাকৈ পাছলৈ নিজে গীতবোৰত সুৰ দিবলৈ সক্ষম হৈছিলোঁ৷ স্কুলীয়া দিনত মই নিজৰ গীতেই গাইছিলোঁ আৰু পাছলৈ ৰেডিঅ’ত, যুৱবাণীতো নিজৰ গীতকেই গাইছিলোঁ৷... |
পৰৱৰ্ত্তী সময়ত মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ কিছুমান শিশু গীতত সুৰ কৰি এখন “বগা ডাৱৰৰে নাও” নামৰ তেওঁৰ ভাষাৰেই নাম দি কেচেট এখন কৰিলোঁ৷ আমাৰ অঞ্চলৰে বাৰজন মান ল’ৰা-ছোৱালীক শিকাই বুজাই গোৱাইছিলোঁ৷ কেচেটখন জ্যোতিচিত্ৰবনতেই ৰেক’ৰ্ডিং হৈছিল৷ মিউজিক দিছিল ৰমেন চৌধুৰীয়ে৷ |
তদুপৰি প্ৰায় ডেৰকুৰিমান প্ৰবন্ধ পাতি লিখিছিলোঁ৷ সেইবোৰ আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড়ত কথিকা হিচাপে প্ৰচাৰ হৈছিল৷ ইয়াৰ উপৰিও দূৰদৰ্শনত দুখন তথ্যচিত্ৰও কৰিছিলোঁ৷ এখন আছিল খামতিসকলৰ লোক উৎসৱৰ বিষয়ে, আনখন আছিল মাধৱদেৱৰ জন্ম স্থান৷ গুৱাহাটী দূৰদৰ্শনে প্ৰযোজনা কৰিছিল৷ গাইছিলে মিনতি চৌধুৰীয়ে৷ |
অসমীয়া নিচুকণি গীতৰ বিষয়তো গুৱাহাটী দুৰদৰ্শনত এটা অনুষ্ঠান কৰিছিলোঁ, বিশেষকৈ উজনি অসমৰ নিচুকণি গীতখিনিৰ ওপৰত৷ মাজে-মাজে বিভিন্ন গাওঁবোৰলৈ গৈ অসমীয়া লোকগীত, বিয়াগীত এইবোৰৰো সুৰ সংগ্ৰহ কৰোঁ৷ এই লোকসংগীতবোৰ ল’ৰা-ছোৱালীবোৰক শিকাও৷ মণিৰাম দেৱানৰ গীত, জুনা গাভৰুৰ গীত এইবোৰো আমি শিকাও৷ |
১১) সাহিত্য ডট অৰ্গ- আপদীয়া পদ্যৰ দ্বাৰা আপুনি প্ৰসিদ্ধি লাভ কৰিছে৷ এই পদ্য সৃষ্টিৰ আঁৰত কিবা বিশেষ কথা নাইবা কাৰোবাৰ দ্বাৰা আপুনি অনুপ্ৰাণিত হৈছিল নেকি? |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.