text stringlengths 0 188k |
|---|
ইয়াত লহপহকৈ বাঢ়ি অহা লাইশাক, লফাশাক, খুতুৰা শাকৰ লগত লহপহকৈ বাঢ়ি অহা ছোৱালীজনীক তুলনা কৰা হৈছে৷ লহপহকৈ বাঢ়ি অহা শাকনিবাৰীৰ শাক দেখিলে সেইবোৰক তুলি আনি খাবলৈ আমাৰ হেঁপাহ হোৱাৰ দৰে লহপহকৈ বাঢ়ি অহা ছোৱালীজনীকো বিয়া কৰাই নি তাইৰ যৌৱন উপভোগ কৰিবলৈ বহুতো পুৰুষৰ হেঁপাহ জাগে৷ সেইটোৱেই যেন ছোৱালীজনীৰ দুখৰ মূল কাৰক৷ মাকৰ বুকুৰ ম... |
আকৌ কোনোবাটো লোকগীতত পিতাকৰ ঘৰত সদায় মাক-পিতাকৰ আশ্ৰয়ত, কোনো বাধা-বিঘিণি নোপোৱাকৈ ডাঙৰ-দীঘল হোৱা ছোৱালীজনীক পাতৰ তলত লহপহকৈ বাঢ়ি অহা জালি কোমোৰাৰ লগত চহাকবিয়ে তুলনা কৰিছে৷ |
পাতৰে তলতে হ’লি ডাঙৰ-দীঘল |
যেন কোমোৰাৰে জালি |
পৰৰে ঘৰতে কিমতে বঞ্চিবি |
আজলী-অবুজ ছোৱালী |
(অ’ ফুলেশ্বৰী বুকুৰে লগৰী অ’) |
গীতটিত কোনোদিন সংসাৰৰ একো জটিলতা বা কপটতাৰ মুখা-মুখি নোহোৱা ‘বুকুৰ লগৰী’য়ে নতুন ঘৰখনত কিদৰে দিন কটাব তাকে ভাবি সখীয়েক কাতৰ হৈ পৰিছে৷ |
মানুহৰ নিত্যনৈমিত্তিক জীৱনত ব্যৱহাৰ হোৱা কিছুমান বস্তুৰ উল্লেখ আৰু সেইবোৰৰ প্ৰতীকি প্ৰয়োগো লোকগীতৰ মনকৰিবলগীয়া দিশ৷ |
“আঠিয়া কলৰে দনা হৰি হৰি |
আঠিয়া কলৰে দনা |
অ’ কু-খাওতা ধেনেমাই |
ছল কৰি লৈ গেল |
কাণতো নেদিলা সণা” |
(টুপুনি টুপুনি অ’ আই টুপুনি) |
‘দনা’ মানে কলগছৰ গা-গছেৰে সজা ‘দোনা’ আৰু ‘সণা’ মানে সোণ৷ কিন্তু ইয়াত ‘সণা’ মানে কাণফুলিৰ কথাহে বুজোৱা হৈছে৷ কামৰূপ অঞ্চলত কাণত পিন্ধা অলংকাৰপদক ‘সণা’ বুলি কোৱা হয়, লাগিলে সি যি ধাতুৰে নহওক কিয়! প্ৰথম দৃষ্টিত ‘দনা’ আৰু ‘সণা’ ছন্দ মিলাবলৈ ব্যৱহাৰ কৰা যেন লাগিলেও গীতটোৰ কথাংশ বিশ্লেষণ কৰিলে তাৰ প্ৰকৃত অৰ্থ ওলাই পৰে৷ কলগছৰ... |
অসমীয়া সমাজ জীৱনত কামৰূপী লোকগীতৰ সমাদৰ আছে যদিও এই সমাদৰ এচাম মানুহৰ মাজতে সীমাবদ্ধ৷ হয়তো কামৰূপ অঞ্চলৰ উপভাষাত গোৱা এই গীতবোৰ, গীতৰ কথা, গীতৰ শব্দবোৰ সৰ্বসাধাৰণ অসমীয়া শ্ৰোতাই বুজি নাপায়৷ কিন্তু বুজি নোপোৱাৰ আচিলা লৈ তাক চৰ্চা নকৰিলে আন নালাগে কামৰূপ অঞ্চলৰ উঠি অহা প্ৰজন্ময়ো এই গীতসমূহ বুজি নোপোৱা হ’ব৷ শব্দবোৰ নুবুজা... |
————————— |
← অথিৰ এহু সংসাৰ- অনুপমা বৰগোহাঁই |
জীৱনে গজালি মেলিব -হৰেকৃষ্ণ ডেকা → |
You May Also Like |
লাডাখ, ইয়াৰ ইতিহাস আৰু ভাৰত-চীন ভূমি বিবাদ—বিকাশ দত্ত |
August 18, 2020 0 |
সবল নাৰীৰ অনন্য ছবি – মানসী বৰা |
March 20, 2019 1 |
ডাক্তৰৰ ফীজঃ এটি ব্যক্তিগত অনুভৱ(-টুৱাৰাম দত্ত) |
March 16, 2014 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>ডব্লিউ এফ এফ-ডব্লিউ বি বি এফে য়ুৰোপৰ লিথুৱানিয়াত আয়োজন কৰা শৰীৰ চৰ্চা প্ৰতিযোগিতাত অসমৰ গোলাপ ৰাভাই মিষ্টাৰ ৱৰ্ল্ড, ২০১৮ খিতাপ অৰ্জনেৰে ৰাজ্যৰ লগতে দেশবাসীক গৌৰৱান্বিত কৰাৰ বাবে মুখ্য ... |
মুখ্য মন্ত্ৰী সোণোৱালে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰি কয় যে গোলাপ ৰাভাৰ কৃতিত্বত আজি ৰাজ্যবাসীৰ লগতে দেশবাসীও গৌৰৱান্বিত আৰু উৎফুল্লিত। ৰাভাৰ কৃতিত্বই অসমৰ নৱ প্ৰজন্মক এই ক্ৰীড়া বিধৰ প্ৰতি আৰু অধিক আকৰ্ষিত কৰিব। |
ইয়াৰ উপৰি মুখ্য মন্ত্ৰী সোণোৱালে আৰু কয় যে ৰাজ্যৰ ক্ৰীড়া প্ৰেক্ষাপটৰ উত্তৰণৰ দিশত ৰাভাৰ সাফল্যই বৃহৎ প্ৰেৰণা যোগাব। তদুপৰি ভৱিষ্যতেও গোলাপ ৰাভাই এনেদৰে অনন্য কৃতিত্বৰে অসমবাসীৰ লগতে দেশবাসীক গৌৰৱান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে। |
উল্লেখ্য যে বকোৰ কলিয়াবৰীৰ নিবাসী গোলাপ ৰাভাই ইয়াৰ পূৰ্বেও ২০১৭ আৰু ১৮ বৰ্ষত মিষ্টাৰ ইণ্ডিয়া আৰু ২০১৮ বৰ্ষতে মিষ্টাৰ এছিয়া খিতাপ দখল কৰি অসমবাসীক গৌৰৱান্বিত কৰিছিল। |
Recent News |
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! |
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই |
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও |
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
এল কে আদৱানিৰ পৰিচালনা আৰু বিজেপিৰ প্ৰযোজনাৰে নেটফ্লিক্সত উপলব্ধ ‘চিলিণ্ডাৰেল্লা’! |
The CrossCurrent Apr 11, 2022 |
অভিনয়ত স্মৃতি ইৰানী,এল কে আদৱানিৰ পৰিচালনা আৰু বিজেপিৰ প্ৰযোজনাৰে নেটফ্লিক্সত উপলব্ধ 'চিলিণ্ডাৰেল্লা'! টক অফ দ্য টাউনত চাওক কি আছে চিলিণ্ডাৰেল্লাত- https://youtu.be/l7soaUloZR8 |
‘অসমত আদালতৰ প্ৰয়োজন নাই৷হিমন্ত বিশ্ব শর্মাই এতিয়া মুখ্যমন্ত্ৰী,পুলিচ,আইন আদালত আৰু… |
The CrossCurrent Apr 11, 2022 |
'অসমত আদালতৰ প্ৰয়োজন নাই৷হিমন্ত বিশ্ব শর্মাই এতিয়া মুখ্যমন্ত্ৰী,পুলিচ,আইন আদালত আৰু বিচাৰক৷' মূল্যবৃদ্ধি আৰু এনকাউন্টাৰক লৈ সৰৱ হল অখিল গগৈ৷৬০ টকা দামৰ পেট্ৰল ৰাইজে কিনিব লগা হৈছে এশ টকাত৷কেনেকৈ কমিব মূল্যবৃদ্ধি?বাখ্যা অখিল গগৈৰ৷… |
পেট্ৰ’লৰ দাম আৰু টোলটেক্সৰ বাবে জনতা নামিছে ৰাজপথত |
The CrossCurrent Apr 8, 2022 |
বাঢ়িছে পেট্ৰ’লৰ দাম ৷ বাঢ়িছে টোলটেক্স ৷ ইয়াকে লৈ উত্তাল হৈ পৰিছে ৰাজপথ ৷ কঁপিছে চৰকাৰ ৷ শ্ৰীলংকাৰ পাছত ক’ত উদ্ভৱ হৈছে এই পৰিস্থিতি , চাওক ৰাউণ্ড দ্য ক্লকত – স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে… |
জনপ্ৰিয় |
দৃষ্টি কেৱল জাৰ্ছী নম্বৰ ১০ ত ! |
খাৰ্গেই হ’ব বিৰোধী দলপতি |
বিবাহথলীতে মৃত্যু কইনাৰ |
বিনামূলীয়া স্বাস্থ্য শিবিৰ কাহিলীপাৰাত |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.