text stringlengths 0 188k |
|---|
ভংগ হ’বই বংগ ? |
আজমলক গৰিহণা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ |
- Advertisement - |
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>নগাঁও জিলাৰ বঢ়মপুৰ বৰবাৰীত মহিলা হিতাধিকাৰীক গেছ বিতৰণ কৰিবলৈ আহি শনিবাৰে কেন্দ্ৰীয় ৰাজ্যিক ৰে’লমন্ত্ৰী ... |
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী উজ্বলা আঁচনিৰ সুলভ মুল্যৰ গেছ বিতৰণী সভাত উপস্থিত আছিল মন্ত্ৰীগৰাকী। সভা সময়মতেই আৰম্ভ হৈছিল, সময়তে উপস্থিতো আছিল মন্ত্ৰীগৰাকী। সেইদৰে তেওঁ হেপাঁহ পলুৱাই চৰকাৰী বিভিন্ন আঁচনিৰ গুণ-গৰিমাও গালে।সেইখিনি সময়লৈকে সকলোবোৰ ঠিকেই আছিল। |
পিচে, কেনা লাগিল সভাৰ শেষত। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কৈছিল বঢ়মপুৰ বৰবাৰীৰ পথটোৰ দুৰৱস্থাৰ কথা। ইয়াতে খৰ্গহস্ত হৈ পৰিল বঢ়মপুৰ বৰবাৰীৰ ৰাইজ। অতিষ্ঠ ৰাইজৰ মাজৰপৰা কেইগৰাকীমানে আহি আগভেটি ধৰি প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীক। কাৰণ, মন্ত্ৰীগৰাকীয়ে প্ৰতিবাৰেই ভাষণত ৰাস্তাটো বনাই দিম বুলি ৰাইজৰ পৰা বাহ বাহ লৈ আহিছিল। |
উল্লেখযোগ্য যে, ২০১৭ চনৰ জুলাই মাহত ইয়াত অনুষ্ঠিত এখন সভাত মন্ত্ৰীগৰাকীয়ে পথছোৱা নিৰ্মাণৰ বাবে ঘোষণা কৰিছিল ৪০ কোটি টকা । কিন্তু প্ৰতিবাৰেই মিছা প্ৰতিশ্ৰুতি দিয়াত ক্ষোভিত হয় ৰাইজ। যিহেতু উক্ত পথটো বিগত ২৫ বছৰ ধৰি নিৰ্মাণ হোৱা নাই। বঢ়মপুৰ বৰবাৰীৰ ৰাইজে মন্ত্ৰীগৰাকীক অতিশীঘ্ৰে পথটো নিৰ্মাণ কৰিবলৈ দাবী জনাইছে। অন্যথা আহি ... |
Recent News |
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান |
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু |
জন্মৰ প্ৰমাণপত্ৰ নাথাকিলে নাপাব চাকৰি, ড্ৰাইভিং লাইচেন্স,পাছপোৰ্ট, ভোটদানৰ অধিকাৰ! |
ভাৰত মহাসাগৰত দখল শক্তিশালী কৰাৰ চেষ্টা; ভাৰতৰ অনুপস্থিতিত ১৯ খন দেশৰ সৈতে বৈঠক চীনৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
সৰ্ব দলীয় বৈঠকত মোদী অনুপস্থিত থকাৰ বিষয়টোকলৈ বিভিন্ন দলৰ প্ৰতিনিধিৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। |
ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলে মোদীৰ অনুপস্থিতিৰ বিষয়টোকলৈ সৰৱ হৈ পৰাৰ সময়তে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে সৰ্বদলীয় বৈঠকত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীয়েই ইমান দিনে যোগদান কৰি আহিছে যদিও সেই পৰম্পৰা ভংগ কৰি মোদীয়ে প্ৰথমে সৰ্বদলীয় সভাত উপস্থিত থাকিবলৈ আৰম্ভ কৰিছিল। |
কিন্তু আজি বিশেষ অসুবিধাৰ বাবে মোদীয়ে সৰ্বদলীয় বৈঠকত উপস্থিত থাকিব নোৱাৰিলে বুলি প্ৰহ্লাদে কয়। |
ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খৰ্গেই কয় যে সকলোৱে মোদী সৰ্ব দলীয় বৈঠকত উপস্থিত থাকিব বুলি আশা কৰিছিল । |
বিৰোধী দলৰ লগতে আন দলসমূহৰ প্ৰতিনিধিয়ে মোদীক এই বৈঠকতে কৃষি আইনৰ বিলোপ সম্পৰ্কত প্ৰশ্ন কৰিলেহেঁতেন বুলি খৰ্গেই মন্তব্য কৰে।সৰ্দলীয় বৈঠকত বিভিন্ন দলৰ নেতাসকলে মূল্যবৃদ্ধিকে ধৰি পেগাছাচ,নিৱনুৱা সমস্যা আদিৰ বিষয়ত সৰৱ হৈ পৰা পৰিলক্ষিত হয়। |
সৰ্বদলীয় বৈঠকত দেশৰ বিভিন্ন ৰাজ্যত বিএছএফৰ ক্ষমতা বৃদ্ধিৰ বিষয়টোকলৈয়ো বহু নেতা সৰৱ হৈ পৰা দেখা যায়। |
বিশেষকৈ তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অ’ ব্ৰিয়েন আৰু সুদীপ বন্দোপাধ্যায়ে বিষয়টোকলৈ সৰৱ হৈ পৰে। |
উল্লেখ্য সংসদৰ শীতকালীন অধিৱেশন ২৯ নৱেম্বৰত আৰম্ভ হৈ ২৩ ডিচেম্বৰ পৰ্যন্ত চলাৰ সম্ভাৱনা আছে। |
Recent News |
উত্তৰ প্ৰদেশত ইলেকট্ৰনিক সামগ্ৰীৰ দোকানত ভয়াৱহ অগ্নিকাণ্ড: তিনি শিশুসহ একেটা পৰিয়ালৰ ছয়গৰাকীৰ মৃত্যু |
বিজেপি সাংসদৰ বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে ন বৰ্ষীয় শিশুৱে: খুন্দা মৰাৰ পাছতো আহত শিশুক পথতে এৰি যোৱাৰ অভিযোগ |
ছত্তীশগড়ত মাওবাদীৰ গুলীচালনাত চি আৰ পি এফৰ কমাণ্ডো জোৱানৰ মৃত্যু |
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
নগাঁৱৰ বেবেজীয়া ৰে’ল ষ্টেশ্যনৰ প্লেটফৰ্মৰ এপ্ৰ’চ নিৰ্মাণৰ নামত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে, এসপ্তাহ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা এপ্ৰ’চ ৰোডৰ এতিয়া পুতৌজনক অৱস্থা। নিৰ্মাণৰ এসপ্তাহতে জহি-খহি গৈছে এপ্ৰ’চ ৰোডটো। |
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰীৰ আশিসধন্য ফিৰোজ গুপ্তা নামৰ ঠিকাদাৰজনে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰে এই পথটো। যাৰ ফলত এসপ্তাহতে নৱনিৰ্মিত পথটোৰ অৱস্থা এনে হৈছে বুলি স্থানীয় ৰাইজে মত পোষণ কৰাৰ উপৰি পথটোৰ পুনৰ নিৰ্মাণৰ লগতে এই অনিয়মৰ সন্দৰ্ভত এক উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে। |
আনহাতে, ৰাজেন গোঁহাইৰ আশিসধন্য এইগৰাকী ঠিকাদাৰেই শেনচোৱা ৰে’ল জংশ্যনৰ এপ্ৰ’চ নিৰ্মাণৰ নামতো ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । |
Recent News |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? |
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
দ্বাদশ বৰ্ষ,চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৪ শক, নৱেম্বৰ , ২০২২ |
মুখ্যপৃষ্ঠা |
সম্পাদকীয় |
সাক্ষাৎকাৰ |
প্ৰবন্ধ |
গল্প |
কবিতা |
ধাৰাবাহিক |
ভিন্নস্বাদ |
ৰহঘৰা |
আমাৰ বিষয়ে |
দ্বাদশ বৰ্ষ, চতুৰ্থ সংখ্যা আঘোণ, ১৯৪৪ শক, নৱেম্বৰ, ২০২২ |
মুখ্যপৃষ্ঠা |
সম্পাদকীয় |
সাক্ষাৎকাৰ |
প্ৰবন্ধ |
গল্প |
কবিতা |
ধাৰাবাহিক |
ভিন্নস্বাদ |
ৰহঘৰা |
আখল |
স্বাস্থ্যকথা |
বোলছবি |
গ্ৰন্থ আলোচনা |
দেশে-বিদেশে |
ক্ৰীড়া |
অনুভৱ |
অনুবাদ |
শিশু-শিতান |
সম্পাদকলৈ চিঠি |
ভাল খবৰ |
শিল্প-ভাস্কৰ্য্য |
শ্ৰব্য-নাট |
ৱিকিপিডিয়া বাৰ্তা |
সৰিয়হ ফুল |
অসমীয়া লিখন সঁজুলি |
ই-কিতাপ |
সংখ্যাটোত আঁৰত |
সম্পাদনা সমিতি |
প্ৰাক্তন সম্পাদকসকল |
সাহিত্যৰ এপ |
আমাৰ বিষয়ে |
Skip to content |
সাহিত্য ডট অৰ্গ |
চিৰ চেনেহী মোৰ ভাষা জননী |
home |
Privacy Policy for Xahitya Dot ORG |
অনুবাদ |
অনুভৱ |
অসমীয়া লিখন সঁজুলি |
আখল |
আমাৰ বিষয়ে |
ই-কিতাপ |
কবিতা |
ক্ৰীড়া |
গল্প |
গ্ৰন্থ আলোচনা |
দেশে-বিদেশে |
ধাৰাবাহিক |
প্ৰবন্ধ |
প্ৰাক্তন সম্পাদকসকল |
বোলছবি |
ভাল খবৰ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.