text stringlengths 0 188k |
|---|
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>মঙলবাৰে দিল্লীৰ উপমুখ্যমন্ত্ৰী মণীষ চিছ’দিয়াৰ বিৰুদ্ধে জিলা অসামৰিক দণ্ডাধীশৰ আদালত,কামৰূপ মহানগৰ ১০০কোটি টকাৰ মানহানিৰ গোচৰ তৰিলে ৰিণিকি ভূঞা শৰ্মাই |
by Pallabi Devi June 22, 2022 June 22, 2022 |
Share this: |
ফাইল ফটো |
নিউজ ডেস্কঃ দিল্লীৰ উপমুখ্যমন্ত্ৰী মণীষ চিছ’দিয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ যুঁজখন ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। শেহতীয়াকৈ, দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই এখন সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে ক’ভিডকালীন সময়ত পিপিই কিট ক্ৰয় কেলেংকাৰীত জড়িত থকা ... |
মনীষ চিছ’দিয়াই অভিযোগ কৰিছিল যে অসম চৰকাৰে ৬০০ টকাত আন কোম্পানীৰ পৰা পিপিই কিট ক্ৰয় কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই ক’ভিড-১৯ৰ জৰুৰীকালীন সময়ৰ সুবিধা লৈ তেওঁৰ পত্নী আৰু পুত্ৰৰ অংশীদাৰী কোম্পানীক এটা পিপিই কিট ৯৯০ টকাত যোগান ধৰাৰ নিৰ্দেশ দিছিল। |
এখন সংবাদমেলত এই অভিযোগ উত্থাপন কৰাৰ পিছত, হিমন্ত বিশ্ব শৰ্মা আৰু মনীষ চিছ’দিয়াৰ মাজত বাকযুদ্ধও আৰম্ভ হৈছিল। মনীষ চিছ’দিয়াৰ অভিযোগৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে কেৱল আধা কাগজ-পত্ৰ প্ৰদৰ্শন নকৰিব, যদি আপোনাৰ সাহস থাকে, সম্পূৰ্ণ তথ্য দিয়ক। অসম চৰকাৰেও পিপিই কিট ক্ৰয়ত কেলেংকাৰীৰ অভিযোগ অস্বীকাৰ কৰিছিল। |
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মনীষ চিছ’দিয়াৰ অভিযোগ নস্যাৎ কৰি কয় যে যি সময়ত সমগ্ৰ দেশে ১০০ বছৰতকৈও অধিক সময়ৰ ভিতৰত আটাইতকৈ বেয়া মহামাৰীৰ সন্মুখীন হৈছিল, সেই সময়ত অসমত কোনো পিপিই কিট নাছিল। মোৰ পত্নীয়ে আগবাঢ়ি আহিবলৈ সাহস কৰিছিল আৰু তেওঁ ৰাইজৰ জীৱন বচাবলৈ প্ৰায় ১৫০০ পিপিই কিট বিনামূলীয়াকৈ চৰকাৰক দান কৰিছিল। ... |
Related |
দিল্লীৰ উপ-মুখ্য মন্ত্ৰী মনীশ ছিচোদিয়াৰ বিৰুদ্ধে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মানহানি গোচৰ |
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত নহয় কেলেংকাৰীত, ন্যায়ালয়ৰ ৰায় |
পিপিই কিট কেলেংকাৰীঃ ”বিজেপিয়ে এই বিষয়ক লৈ তদন্ত কৰিব নে নকৰে?”- দিল্লীৰ উপ মুখ্যমন্ত্ৰী |
Subscribe to EastMojo Assam |
Enter your email address to receive notifications of new stories by email. |
Email Address |
Subscribe |
{{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}} |
{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}} |
Submitting… |
Join 6,588 other subscribers |
Tagged: Assam CM Himanta Biswa Sarma, defamation case, Manish Sisodia |
Leave a comment |
Leave a Reply Cancel reply |
Show more |
Search for: |
Search |
Sort by Relevance Newest first Oldest first |
Trending News |
ছাত্ৰ ৰাজনীতি আৰু বিশ্ববিদ্যালয়; জীৱনৰ মানসপতত ক’লা অধ্যায় হিচাপে ৰৈ যোৱা এক বৰ্ণিল যাত্ৰাৰ কাহিনী |
মেচ: ইংলেণ্ড (৩) বনাম ৱেল্ছ (০): বিশ্বকাপৰ Tactical Analysis |
ব্ৰাজিল (১) বনাম ছুইজাৰলেণ্ড (০) - বিশ্বকাপৰ Tactical Analysis |
বিশ্বৰ আটাইতকৈ দীঘল ছাস্পেনছন দলংঃ এঘন্টাৰ পৰিৱৰ্তে মাত্ৰ ৬ মিনিটতে হ'ব পাৰিব পাৰ |
শিলচৰত আজি প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ কেবিনেট বৈঠক |
Latest News |
নুমলীগড় শোধনাগাৰ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ November 30, 2022 |
নগাঁৱত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান; তিনিজনক আটক November 30, 2022 |
মেচ: ইংলেণ্ড (৩) বনাম ৱেল্ছ (০): বিশ্বকাপৰ Tactical Analysis November 30, 2022 |
মৰাণ নবোদয় বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি, শিক্ষয়িত্ৰীক প্ৰহাৰ কৰা ২২ ছাত্ৰক বহিষ্কাৰ November 30, 2022 |
ৰঞ্জন গগৈৰ বিৰুদ্ধে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ চাঞ্চল্যকৰ অভিযোগ November 30, 2022 |
YouTube |
Facebook |
Twitter |
Instagram |
LINKS |
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>ডিজিটেল সংবাদ মঙলদৈঃ বুধবাৰে ৰাজ্যৰ কৃষকৰ মাজত পুষ্টিকৰ খাদ্যৰ গুৰুত্ব বৃদ্ধি আৰু উপাৰ্জন দুগুন কৰাৰ লক্ষ্যৰে শুভাৰম্ভ কৰা হয় মিলেট মিচন। এই আঁচনিৰ লগতে অসমৰ ৬ খন জিলাত ভূমি পৰীক্ষণ-মা... |
মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত এই উদ্দেশ্যে আয়োজন কৰা এক বিশাল সভা সম্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এই দিনতো সমগ্ৰ কৃষক সমাজৰ বাবে এটা অতি গুৰুত্বপূৰ্ন দিন। এই পৰীক্ষাগাৰ কেইটাই কৃষকৰ বহুদিনীয়া সমস্যাৰ সমাধান কৰিব বুলি উল্লেখ কৰে কৃষিমন্ত্ৰী অতুল বৰাই। |
মাটি পৰীক্ষাৰ জৰিয়তে কৃষি খণ্ডৰ গুণগত মান উন্নয়নৰ লগতে উৎপাদন বৃদ্ধি কৰা হ'ব বুলি আশা প্ৰকাশ কৰিছে কৃষি বিভাগে। দৰঙৰ দলগাওঁ কৃষি মহকুমাৰ প্ৰাংগনত অনুষ্ঠিত হোৱা দূৰ সংযোগৰ জৰিয়তে শুভাৰম্ভ কৰা অনুষ্ঠানটিত উপস্থিত থাকে দলগাওঁ বিধানসভা সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান, দৰং জিলাৰ উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মা, জিলা কৃষি বিষয়া জ্যোত... |
উল্লেখ্য যে বোকাখাতত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে চাহবাগিচা বোৰত। বোকাখাতৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথত হাতীখুলি, ৰঙাজান, মেথনি, লতাবাৰী, ইকৰাজান, লখৌজান, বিহৰা আৰু নুমলীগড়ত চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বত বন্ধৰ সমৰ্থকে পথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। |
আটচাৰ প্ৰতিবাদকাৰী সদস্যসকলে হাতে হাতে চৰকাৰ বিৰোধী প্লেকাৰ্ড লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে৷ |
ইফালে বন্ধৰ ফলত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে প্ৰশাসনে প্ৰায়বোৰ স্থানতে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰিছে৷ ঠাই বিশেষে বোকাখাতৰ মহকুমা দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰিব লগা হয়৷ |
মাৰ্ঘেৰিটাঃ আনহাতে আজি পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা ৪৮ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ তিনিচুকীয়া জিলাতো সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হয়৷ |
জিলাখনৰ শদিয়া,ধলা,কাকপথাৰ,ডুমডুমা,মাকুম,ফিল’বাৰী,মাৰ্ঘেৰিটা,ডিগৱৈ, লিডু, লেখাপানী, বৰগোলাই, টিপং, জাগুনত ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰাৰ লগতে যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে৷ |
মৰাণ,মটক আৰু তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে তিনিচুকীয়াৰ ৰে’লৱে মাণ্ডলীক কাৰ্যালয়ৰ সন্মুখত আৰু ডুমডুমাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ |
উল্লেখযোগ্য যে বন্ধৰ সময়ত অঞ্চলটোৰ বহু কেইখন বহুজাতিক কোম্পানীৰ চাহ বাগান-ফেক্টৰি খোলা থকাত বন্ধ সমৰ্থকসকলে অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। |
Recent News |
বাংগালুৰুত যুৱকক শিলেৰে আক্ৰমণ কৰি হত্যা ছয়জনীয়া দলৰ: কেমেৰাত বন্দী নৃশংস আক্ৰমণৰ দৃশ্য |
খোৱাঙত বাঘৰ আতংক: বাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত |
গুজৰাটৰ মৰ্বি দলং দুৰ্ঘটনা সন্দৰ্ভত ভুৱা টুইট: ৮ ডিচেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ তৃণমূল নেতা চাকেত গোখলেক |
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
দেশৰ স্বাধীনতাৰ ৭০ বছৰ পাছত দেশত থকা ক’লা ধনসমূহ উলিয়াই অনাৰ বাবে এইটোৱেই প্ৰথম সাহসী আৰু বলিষ্ঠ পদক্ষেপ হিচাবে গণ্য কৰিব পাৰি৷ ব্ৰীটিছসকল ভাৰতৰ পৰা আতঁৰি যোৱাৰ পাছত দেশৰ অর্থনৈতিক ব্যৱস্হা বর্তমানলৈ প্ৰায় একে ধৰনেই চলি আছিল বুলি কব পাৰি সেয়েহে কোনো কাঢ়া ঔষধ অবিহনে সমাজৰ পৰা ক’লা ধনৰ ব্যাধি নিৰাময় কৰাটো সম্ভৱপৰ হৈ উঠা ... |
ভাৰতবর্ষত অবাধ দুর্নীতিয়ে শিপা মেলাৰ মূলতে জগৰীয়া হৈছে দেশৰ মুদ্ৰা অর্থনীতি৷ হিচাপ বর্হিভূত ভাবে দেশত বহু নোটৰ প্ৰচলন চলি আহিছে৷ বিমুদ্ৰাকৰণৰ ফলত যে দুর্নীতি সম্পূর্ণ উৎখাত হব তেনে নহয় কিন্তু দেশৰ অর্থনৈতিক ব্যৱস্হাটোক ই এক নতুন মাত্ৰা প্ৰদান কৰিব তদুপৰি নোটৰ প্ৰচলনৰ ওপৰত ভৱিষ্যতে চোকা দৃষ্টি ৰাখিবলৈ চৰকাৰৰ সহায়ক হব৷ ব... |
বিশ্ব তথা ভাৰতবর্ষত বিমুদ্ৰাকৰণৰ পদক্ষেপ এয়াই প্ৰথম নহয়৷ ইয়াৰ আগতেও স্বাধীনতাৰ পূর্বে ১৯৪৬ চনত আৰু স্বাধীনতাৰ পাছত ১৯৭৮ চনত এনে ঘটনা ঘটিছিল যদিও ই সফল নোহোৱাৰ মূলতে আছিল জনতাৰ সহযোগৰ অভাৱ তথা ক’লা ধনক বগা কৰিবলৈ পোৱা পর্যাপ্ত সময়৷ তদুপৰি সেই সময়ত উচ্চ মুদ্ৰাৰ নোটো আজিৰ দৰে ৮৬% নাছিল৷ কিন্তু ৮ তাৰিখৰ ঘোষনাৰ পাছত ক’লা ধন... |
এনে এক ডাঙৰ তথা যুগান্তকাৰী সিদ্ধান্ত কার্যকাৰী কৰিবলৈ যাওতে সাধাৰণ ৰাইজে সাময়িক কিছু অসুবিধা বা কষ্ট ভোগ কৰিবলগীয়া হোৱাটো স্বাভাৱিক৷ কেৱল এটিএম মেচিনকেই সংশোধন কৰা হোৱা নাই, সমগ্ৰ অর্থনীতিক সংশোধন কৰাৰ ই এক সময়োচিত পদক্ষেপ৷ আনন্দৰ কথা এয়ে যে ভ্ৰষ্টাচাৰী আৰু ক’লা ধনৰ বিৰুদ্ধে এই যুদ্ধত জনসাধাৰণে কষ্ট স্বীকাৰ কৰি হলেও স... |
আন্তঃৰাষ্ট্ৰীয় সমৰকলাত ভাৰতৰ হৈ খেলি সাফল্য অৰ্জন কৰা খেলুৱৈ কেই গৰাকী হৈছে ক্ৰমে- মৃণাল কুমাৰ মহন্ত, ৰিপুঞ্জয় কলিতা, আদ্ৰিক শইকীয়া, হেপ্পী দাস, অনুৰাগ লস্কৰ, প্ৰাচুৰ্য বৰা, মন মাধুৰ্য গোস্বামী আৰু গৌৰৱ শৰ্মা। |
হিমাচল প্ৰদেশৰ পালমপুৰত ২১-২২ জুলাইলৈ অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ইউনিফাইড সমৰকলা চেম্পিয়ন শ্বিপ ২০১৮’ ত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰি ৭০-৭৪ কেজি (পুৰুষ) শাখাত মৃণাল কুমাৰ মহন্তই স্বৰ্ণ, ৭৫-৭৯ কেজি( পুৰুষ) শাখাত ৰিপুঞ্জয় কলিতাই স্বৰ্ণ, ৪০-৪৪ কেজি শাখাত আদ্ৰিক শইকীয়াই স্বৰ্ণ, ৩০-৩৪ কেজি শাখাত হেপ্পী দাসে স্বৰ্ণপদক লাভ কৰিব... |
আনহাতে, ৩০-৩৪ কেজি শাখাত অনুৰাগ লস্কৰ আৰু ৫০-৫৫ কেজি শাখাত প্ৰাচুৰ্য বৰাই ৰূপৰ পদক অৰ্জন কৰাৰ লগতে ৫৫-৫৯ কেজি শাখাত মন মাধুৰ্য গোস্বামী, ৪৫-৪৯ কেজি শাখাত গৌৰৱ শৰ্মাই ব্ৰঞ্জৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে। |
উল্লেখ্য যে, এই খেলুৱৈগৰাকীয়ে বৰ্তমান নগাঁৱৰ ‘নাইটছ সমৰকলা প্ৰশিক্ষণ কেন্দ্ৰ’ৰ মুখ্য প্ৰশিক্ষক মিন্টু গোস্বামীৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। ইপিনে, ক্ৰীড়াৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এজনৰ পাছত আন এজন নগঞা সু-সন্তানে কঢ়িয়াই অনা সফলতাই নগাঁওবাসীক উৎফুল্লিত কৰি তুলিছে। |
Recent News |
সোণাৰীত থানাৰ ভিতৰতে আৰক্ষী কনিষ্টবলৰ গুলীত নিহত সতীৰ্থ কনিষ্টবল |
কাক ভোট দিলে নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে? |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.