text stringlengths 0 188k |
|---|
কলেজীয়া দিনত হাত খৰচ উলিয়াবলৈ কি কাম কৰিছিল দেশৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে? জনালে নিজেই |
Oxford English Dictionary: ২০২২ চনৰ ‘বছৰটোৰ শব্দ’ ঘোষণা কৰিছে অক্সফৰ্ড অভিধানে; শব্দটো কি? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
Home |
Regional |
National |
International |
Business |
Entertainment |
Sports |
Lifestyle |
Technology |
Politics |
Health |
Live TV |
Home |
Regional |
National |
International |
Business |
Entertainment |
Sports |
Lifestyle |
Technology |
Politics |
Health |
Live TV |
Home |
News |
আঞ্চলিক |
প্ৰতিদ্বন্দ্বিতাপূৰ্ণ অলিম্পিকত ২ ভাতৃৰ পুনঃমিলন... |
আঞ্চলিক |
Image Credit: Internet |
Jul 28, 2021 | moderator |
ট’কিঅ’ : সমগ্ৰ বিশ্বত অলিম্পিকৰ উন্মাদনা অব্যাহত থকাৰ সময়ত সংঘটিত হৈছে এক হৃদয়স্পৰ্শী ঘটনা। প্ৰতিযোগিতা চলাকালীন, সুদীৰ্ঘ সময়ৰ অন্তৰালত দুই ভাতৃৰ পুনঃমিলনৰ ঘটনা পোহৰলৈ আহিছে। উল্লেখ্য যে, দুয়োজনে ২টা ভিন্ন দলক প্ৰতিনিধিত্ব কৰিছে। এজনে শৰণাৰ্থী দলক, আনজনে জাতীয় ছিৰিয়ান দলক প্ৰতিনিধিত্ব কৰিছে। শুকুৰবাৰে আৰম্ভ হোৱা আন্তঃ... |
আনে যোৱা বাটেৰে নগৈ আলাই গ্ৰহণ কৰিছিল সাঁতোৰবিদ্যা, আনহাতে মহম্মদ মাছ’-এ ট্ৰাইথ’লনৰ প্ৰশিক্ষণ লৈছিল। আন্তৰ্জাতিক অলিম্পিক সমিতিৰ ৱেবছাইটত তেওঁৰ প্ৰ'ফাইল অনুসৰি, ২০১১ চনত ছিৰিয়াৰ যুদ্ধসদৃশ পৰিৱেশৰ বাবে প্ৰশিক্ষণত ব্যাপক প্ৰভাৱ পৰিছিল। তাৰ ফলত, আলা মাছ’ই ২০১৫ চনত ছিৰিয়া ত্যাগ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ জাৰ্মানীত নিগাজীকৈ... |
প্ৰতিযোগিতাৰ সময়ত, তেওঁ আন এজন ছিৰিয়ান শৰণাৰ্থী সাঁতোৰবিদ য়ুছ’ৰা মাৰ্দিনীৰ সৈতে অংশ লৈছিল। যুদ্ধৰ ফলত তেওঁৰ সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি হোৱাৰ পাছত মহম্মদ মাছ’-এ ২০১৫ চনত ইউৰোপলৈ ৰাওনা হৈছিল। স্বাভাৱিকতে ক্ৰীড়াৰ প্ৰাংগণ কেৱল প্ৰতিদ্বন্দ্বীৰ চমকে আলোডি়ত কৰি ৰখা নাই। এনে কিছু মৰ্মস্পৰ্শী ঘটনায়ো অন্তৰত পুলক জগায়। |
Share : |
Sponsor Ad |
Click Here To Advertise With Us |
Instagram Feed |
Follow Us |
Sponsor Ad |
Click Here To Advertise With Us |
Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.<eot>এন আৰ চিক লৈ বিভিন্ন বিতৰ্কিত মন্তব্য আৰু অসন্তোষ প্ৰকাশ কৰাসকলৰ তালিকাত নাম ল... |
“অখিলঞ্জীয়া মূলৰ লোকক এন আৰ চিৰ চাৰ্কল ছুপাৰ্ভাইজাৰৰ দায়িত্ব অৰ্পণ কৰাৰ কাৰণেই বহু খিলঞ্জীয়া মানুহৰ নাম বাদ পৰিছে।” এইদৰে আজৱ মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। |
আজি ৩ আগষ্টত বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত বিজেপিৰ মাহেকীয়া আলোচনী ‘বিজেপি বাৰ্তা’ উন্মোচন কৰাৰ পাছতেই এন আৰ চিক লৈ এই বিতৰ্কিত মন্তব্য কৰে সভাপতিজনে। |
উল্লেখযোগ্য যে যোৱা ৩০ জুলাইত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছতেই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সন্তুষ্টি প্ৰকাশ কৰি এই প্ৰক্ৰিয়াটোৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকলৰ যথেষ্ট অৰিহণা আছে বুলি স্বীকাৰ কৰিছিল। তাৰ বিপৰীতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আজি ওলোটা মন্তব্য কৰাত সকলো আচৰিত হৈছে। |
তেওঁ কয়, “বিভিন্ন ঠাইত দেখিছো অখিলঞ্জীয়া লোক চাৰ্কল প্ৰজেক্ট ছুপাৰভাইজাৰ হোৱাৰ কাৰণে সেই অঞ্চলসমূহত অন্য চাৰ্কলৰ তুলনাত খিলঞ্জীয়া লোকৰ নাম কিছু কমকৈ আহিছে।” |
আনহাতে, চাৰ্কল প্ৰজেক্ট ছুপাৰ্ভাইজাৰসমূহৰ জাতি-জনগোষ্ঠী সন্দৰ্ভত জ্ঞান সীমিত হোৱাৰ বাবে আমাৰ যি খিলঞ্জীয়া বা ভাৰতৰ অন্য প্ৰদেশৰ ভাৰতীয় নাগৰিকৰ নামো অন্তৰ্ভুক্ত হোৱা নাই বুলিও তেওঁ সাংঘাতিক অজ্ঞনতাসম্ভূত মন্তব্য কৰে। |
য’ত এন আৰ চি যাৰ নেতৃত্বত চলি আছে, সেইজন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই অখিলঞ্জীয়া, অনা অসমীয়া, তেনেস্থলত অনেকেই ৰঞ্জিত দাসৰ এই মন্তব্য অজ্ঞানতাৰ নামান্তৰ বুলি মত দিছে। আনহাতে নথিৰ ওপৰত ভৰসা কৰিহে এন আৰ চিত নাম সোমোৱা বা বাদ পৰাটো নিৰ্ভৰ নকৰে। চাৰ্কল প্ৰজেক্ট ছুপাৰভাইজাৰৰ ষ্টেটাছৰ ওপৰত নহয়। |
এই মন্তব্যৰ উপৰি, বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে এন আৰ চি কৰ্তৃপক্ষক আহ্বান জনাই কয় “যাতে আগন্তুক দিনত যিসকল চাৰ্কল প্ৰজেক্ট ছুপাৰভাইজাৰ বা চাৰ্কলৰ ভিত্তিত যিসকল বিষয়াক নিযুক্তি দিয়া হ’ব, সেইসকলৰ ১০০ শতাংশই যেন খিলঞ্জীয়া লোকক নিয়োগ কৰে। তেতিয়াহে এখন শুদ্ধ ভাৰতীয় নাগৰিকৰ নাম থকা পূৰ্ণাংগ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী পাম।” |
তাৎপৰ্য্যপূৰ্ণভাৱে, সংবাদ মাধ্যমৰ আগত ৰঞ্জিত দাসৰ এনে মন্তব্যই প্ৰমাণ কৰিছে বিজেপি চৰকাৰৰ দিনতে উচ্চতম ন্যায়ালয়ৰ সম্পূৰ্ণ তদাৰকত চলি থকা এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াত ৰাজ্যিক বিজেপি মুঠেই সন্তুষ্ট নহয় তথা তেওঁলোকেও বৰ্তমান সময়ত খিলঞ্জীয়া-অখিলঞ্জীয়াক লৈ বিভাজনৰ ৰাজনীতিত উঠি-পৰি লাগিছে। |
ইয়াৰোপৰি, তেওঁ এন আৰ চি কৰ্তৃপক্ষক পুনৰবাৰ আহ্বান জনাই কয় যে এন আৰ চিৰ কামত নিয়োজিত সেইসকল বিষয়া যাতে খিলঞ্জীয়া তথা ভাৰতীয় মূলৰ হয়, যাতে তেওঁলোকৰ ভাৰত সম্পৰ্কে সাম্যক জ্ঞান থাকে, তেনেকুৱা ব্যক্তিক এনে কামত নিয়োজিত কৰিলে নিশ্চয় এখন পূৰ্ণাংগ ভাল ভাৰতীয় থকা এন আৰ চি পাবলৈ সক্ষম হ’ব। অৰ্থাৎ বিধায়ক শিলাদিত্য দেবৰ দৰেই তেৱোঁ... |
তদুপৰি উচ্চতম ন্যায়ালয়ে প্ৰব্ৰজনৰ প্ৰমাণ পত্ৰ আৰু শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ থকা লোকসকলৰ নাম আঁতৰ কৰাৰ কোনো নিৰ্দেশ দিয়া নাই বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত সদৰী কৰে। |
আনহাতে, তেওঁ এন আৰ চি কৰ্তৃপক্ষক প্ৰব্ৰজন আৰু শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ থকাসকলৰ আগন্তুক দিনত অন্তৰ্ভুক্ত কৰিবৰ বাবে অনুৰোধ জনায়। “তেনে লোক ২ লাখ ৪৮ হাজাৰ বাদ পৰি আছে, সেইসকল ভাৰতীয় মানুহ, গতিকে তেনে লোকৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে বুলি আমি আবেদন জনাইছো।” এইদৰে কয় সভাপতিজনে। |
Recent News |
মাৰ্ঘেৰিটাৰ বৰগোলাইত কয়লা সৰবৰাহ কৰিবলৈ অহা ট্ৰাকৰ খুণ্ডাত এজন লোকৰ মৃত্যু |
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ |
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী |
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
অপৰাধনামা |
CHANGE LANGUAGE |
অসমীয়া |
ENGLISHहिन्दी मराठीગુજરાતીதமிழ் ಕನ್ನಡ বাংলা മലയാളം తెలుగు ਪੰਜਾਬੀ اردو ଓଡ଼ିଆ |
WATCH LIVE TV |
DOWNLOAD APP |
FOLLOW US ON |
অসম |
দেশ |
অপৰাধনামা |
মনোৰঞ্জন |
ব্যৱসায় |
কেৰিয়াৰ |
Explained |
ক্ৰীড়া |
ফটো |
প্ৰযুক্তি |
স্বাস্থ্য |
জীৱনশৈলী |
বিশ্ব |
অসম |
দেশ |
অপৰাধনামা |
মনোৰঞ্জন |
ব্যৱসায় |
কেৰিয়াৰ |
Explained |
ক্ৰীড়া |
ফটো |
প্ৰযুক্তি |
স্বাস্থ্য |
জীৱনশৈলী |
বিশ্ব |
ভিডিঅ’ |
LIVE TV |
ভিডিঅ’ |
LIVE TV |
#CryptoKiSamajh |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.