text stringlengths 0 188k |
|---|
অৱশ্যে গাড়ীত থকা আৰোহী আৰু চালকক স্থানীয় ৰাইজৰ সহযোগত লগে লগে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়া হয়। দুয়োজনৰে অৱস্থা সংকটজনক বুলি জনাইছে আত্মীয় লোকে। |
জানিব পৰা মতে, গাড়ীখনত থাওৰা সমষ্টিৰ বিজেপিৰ বিধায়ক কুশল দুৱৰীৰ ভায়েক বকুল দুৱৰী আৰু লগৰ এজন আহিছিল। কিন্তু সৰু নদীখনৰ ওপৰত থকা পুলত উঠিব খোজোতেই চালকৰ ভুলৰ বাবে গাড়ীখনে খুন্দা মাৰে আৰু তললৈ বাগৰি পৰে। |
বকুল দুৱৰীৰ লগৰজনৰ নাম এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই। দুয়োকে বৰ্তমান ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হস্পিটেলত চিকিৎসা প্ৰদান কৰি থকা হৈছে। |
Recent News |
Gujarat Election: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ; ভোটদানৰ হাৰ ৬০ শতাংশ অতিক্ৰম |
শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে; কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী? |
দেশৰ পৰাজয় উদযাপন! ইৰাণত যুৱকক মুকলিকৈ গুলীয়াই হত্যা আৰক্ষীৰ |
Gujarat Election 2022: মুচ নেহী তো কুচ নেহী! গোঁফেৰেই নিৰ্বাচনত ওলট-পালট কৰিব বিচাৰে হিচাপ-নিকাচ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
Share FacebookTwitterWhatsAppEmailPrint |
Prev Post |
কামৰূপ মহানগৰ জিলাত নৱ-নিযুক্ত উপায়ুক্তৰ কাৰ্যভাৰ গ্ৰহণ। |
Next Post |
গুৱাহাটী ৰেলৱে ষ্টেচনত সংৰক্ষিত আৰু অসংৰক্ষিত টিকট কাউণ্টাৰক একলগ কৰাৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ষ্টেচনৰ সন্মুখত এন এফ ৰেলৱে এম্প’লয়িজ ইউনিয়নৰ অৱস্থান ধৰ্মঘট।<eot>বি টি এ ডিৰ কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পানবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। উক্ত পথ দুৰ্ঘটনাত এজন দহ বছৰী... |
ঘটনা অনুসৰি এএছ-১৭ বি /৬১৩০ নম্বৰৰ জোন বেলি নামৰ আলট্ৰাবাছ খন ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে তীব্ৰবেগে গৈ থকা অৱস্থাত পানবাৰীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এজন দহ বছৰীয়া শিশুক মহতিয়াই লৈ যোৱাত শিশুটি থিতাতেই নিহত হয়। |
ঘটনাস্থলীত নিহত হোৱা শিশুটিক ওয়াজেদ আলী বুলি চিনাক্ত কৰা হৈছে। দালানেৰ আলগা দ্বিতীয় খণ্ড গাঁৱৰ ৰহম আলীৰ পুত্র ওৱাজেদে ৰাস্তা পাৰ হোৱা অৱস্থাত তীব্ৰ বোগী আলট্ৰা বাছখনে মহতিয়াই থৈ যায়। |
দুৰ্ঘটনাটোৰ খৱৰ পোৱাৰ পিছতেই বগৰীবাৰী আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিশুটিৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে। |
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। বহু সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰে। পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰন কৰি পথছোৱা মুকলি কৰি দিয়ে। |
আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা বাছখন বৰ্তমান বগৰীবাৰী আৰক্ষীৰ জিম্মাত আছে। |
Recent News |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা |
“ইয়াত ইতিহাসৰ পুন: বিচাৰ কৰা নহয়”: তাজমহলৰ ঐতিহাসিক তথ্য পুনৰ বিচাৰৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ |
লখিমপুৰ খেৰী হত্যাকাণ্ডৰ গোচৰত আশীষ মিশ্ৰৰ ডিচচাৰ্জ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
উল্লেখযোগ্য যে নিউ লাইনৰ সুনিল নাহকে চাইকেলেৰে বজাৰৰ পৰা ঘৰলৈ ওভতাৰ পথতে এখন তীব্ৰ বেগত অহা চাহপাত কঢ়িওৱা বলেৰ’ পিক আপ ভানে প্ৰচণ্ড জোৰত খুন্দা মাৰে। ফলত থিতাতে নিহত হয় সুনিল নাহক। আৰু দুৰ্ঘটনা সংঘটিত কৰি চাহপাত কঢ়িওৱা বলেৰ’ পিক আপ ভানখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। |
আনহাতে এই দুৰ্ঘটনাক লৈ অঞ্চলটোত এক তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। স্থানীয় ৰাইজে মৃতদেহ লৈ ৰাজপথতে প্ৰতিবাদ সাব্যস্ত কৰে। লগতে উত্তেজিত ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথতে জুই জ্বলাই পথ অৱৰোধ কৰে। |
ইফালে উত্তেজিত ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। অৱশ্যে ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে। |
Recent News |
কলেজীয়া দিনত হাত খৰচ উলিয়াবলৈ কি কাম কৰিছিল দেশৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে? জনালে নিজেই |
Oxford English Dictionary: ২০২২ চনৰ ‘বছৰটোৰ শব্দ’ ঘোষণা কৰিছে অক্সফৰ্ড অভিধানে; শব্দটো কি? |
ৰেগিং কৰাৰ বাবে শিলচৰৰ ১৪ জন দন্ত চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক হোষ্টেলৰ পৰা বহিস্কাৰ |
ছাত্ৰীক দুবছৰ ধৰি ধৰ্ষণ শিক্ষকৰ! মুখ খুলিলে গোটেই পৰিয়ালকে শেষ কৰি দিয়াৰ ভাবুকি |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
Read more |
Recent News |
লখিমপুৰ খেৰী হত্যাকাণ্ডৰ গোচৰত আশীষ মিশ্ৰৰ ডিচচাৰ্জ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ |
ভাৰত জোড়ো যাত্ৰাক উদ্দেশ্যি বিজেপি সমৰ্থকৰ ‘মোদী, মোদী’ ধ্বনি: ‘ফ্লাইং কিছ’-এৰে সঁহাৰি ৰাহুল গান্ধীৰ |
ছিংগাপুৰত সফলতাৰে সম্পন্ন লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ: জনালে পুত্ৰ তেজস্বীয়ে |
কিম জঙ উনৰ নতুন ফতোৱা; দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব ‘বোমা’,’বন্দুক’! |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
বাতৰি অনুসৰি, ছাত্তেপ্পা নামৰ বন্দুকধাৰী জোৱানজনে দেওবাৰে পুৱাই শিৱিৰত হঠাতে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। জোৱানজনৰ নিৰ্বিচাৰ গুলীত বহুকেইজন জোৱান আহত হয়। এই ঘটনাৰ সময়তে আক্ৰমণকাৰী জোৱানজনো আহত হয়। |
আহত জোৱানসকলক হাস্পাতাললৈ নিয়াৰ পিছত মুঠ পাঁচজন জোৱানক মৃত বুলি ঘোষণা কৰা হয়। অমৃতসৰ চহৰৰ পৰা আটাৰি সীমান্তলৈ যোৱাৰ পথতে খাচাত থকা শিৱিৰটোত এই ঘটনাটো ঘটে। |
লগতে পঢ়ক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰভাৱ! গোৱালপাৰাৰ বজাৰত পাইকাৰী ব্যৱসায়ীৰ লুণ্ঠন |
বিএছএফৰ তৰফৰ পৰা এটা বিবৃতিত কয়, ‘’৬ মাৰ্চ দেওবাৰে এটা দুৰ্ভাগ্যজনক ঘটনাত অমৃতসৰৰ সদৰ কাৰ্যালয় ১৪৪বিএন খাচাত জোৱান ছাত্তেপ্পা এছকেই নিজৰ সহকৰ্মীসকললৈ গুলী চলায়। ইয়াৰ ফলত পাঁচজন বিএছএফ জোৱান আহত হয় (পিছত হাস্পাতালত নিয়াত তেওঁলোকক মৃত বুলি ঘোষণা কৰা হয়)। এই ঘটনাত জোৱান ছাত্তেপ্পা এছকেও আহত হয় আৰু পিছত তেওঁৰ মৃত্যু হয়। |
এই সমগ্ৰ ঘটনাৰ কাৰণ আৰু সত্য উদ্ঘাটনৰ বাবে তদন্ত ঘোষণা কৰা হৈছে। |
Recent News |
লাচিতলৈ সন্মান, নে অপমান? |
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ! |
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান |
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
আৰক্ষীয়ে আটক কৰিলে আন এজনক আৰু সোধা পোছাৰ বাবে আনিলে আন এজনক। ছোনি সোনাৰ নামৰ এজন গাড়ীচালকক গ্ৰেপ্তাৰ কৰা হৈছে। |
আৰক্ষীয়ে প্ৰতীক আগৰৱালা নামৰ মাৰোৱাৰী ব্যৱসায়ীক আটক কৰে যদিও সোধা পোছাৰ বাবে আনিলে গাড়ী চালক ছেনিংঠন মাৰাকক। |
সুত্ৰ অনুসৰি দুই নাইজেৰিয়ানৰ পৰা কোকেইন সংগ্ৰহ কৰিবলৈ প্ৰতীক আগৰৱালাই পঠাইছিল গাড়ীচালক ছোনি সোনাৰক। |
লগতে পঢ়ক: হাজোৰ কুলহাটীত ভয়ংকৰ বিস্ফোৰণ; চিচিটিভিত বন্দী হ’ল সমগ্ৰ দৃশ্য |
গাড়ীৰ মালিক প্ৰতীক আগৰৱালাৰ নিৰ্দেশ মতেই শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহিছিল ছোনি সোনাৰ। |
আনহাতে, প্ৰতীক আগৰৱালাক ড্ৰাগছ সংগ্ৰহ কৰাৰ নিৰ্দেশ দিছিল দুই মাৰোৱাৰীয়ে। |
ইপিনে, দুই মাৰোৱাৰীৰ সন্ধানত ক্ৰাইম ব্ৰান্সে অভিযান চলায় যদিও বৰ্তমানো দুয়োজন পলাতক হৈ আছে। সূত্ৰ অনুসৰি ডাউকী সীমান্ত পাৰ কৰাৰ দায়িত্ব আছিল ছোনি সোনাৰক। |
দুই নাইজেৰিয়ানে বাংলাদেশৰ পৰাই মেঘালয় হৈ সোমাইছিল অসমত। তাৰ পিছত দিল্লীলৈ গৈ কোকেইন বিক্ৰী কৰি পুনৰ উভতি আহিছিল অসমলৈ। লগত আছিল কোকেইন। অসমৰ পৰা পুনৰ বাংলাদেশ যোৱাৰ কথা আছিল দুই নাইজেৰিয়ানৰ। |
মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ পঠোৱাৰ দায়িত্ব আছিল গাড়ীচালক ছোনি সোনাৰৰ। |
প্ৰতীক আগৰৱালাৰ IPC ৰ অধীনত 164 ষ্টেটমেণ্ট আদালতত ৰেকৰ্ড হৈছে। |
ইপিনে, এদিনৰ জিম্মাত থকা দুই নাইজেৰিয়ানক হাজিৰ কৰোৱা হয় আদালতত। দুই নাইজেৰিয়ানক পুনৰ ১০ দিনৰ জিম্মাত বিচাৰিছে আৰক্ষীয়ে। |
লগতে পঢ়ক: মহানগৰীৰ স্পা পাৰ্লাৰত GMCৰ অভিযান; সন্দেহজনক অৱস্থাত উদ্ধাৰ যুৱক-যুৱতী |
উল্লেখযোগ্য যে, শনিবাৰে গুৱাহাটী ৰে’লৱে ষ্টেছনত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত ক্ৰাইম ব্ৰান্সে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল ইমানুৱেল এনুমা ডাইক আৰু ইফিনি চাৰ্লচ অকোৱাকাজ নামৰ দুই নাইজেৰিয়ানক। দুই নাইজেৰিয়ানৰ পৰা ২০ গ্ৰাম কোকেইন জব্দ কৰিছিল ক্ৰাইম ব্ৰান্সে। |
অতি শীঘ্ৰে জালত পৰাৰ সম্ভাৱনা আছে বহু সম্ভ্ৰান্ত ঘৰৰ লোক। পলাতক মাৰোৱাৰী ব্যৱসায়ী এজনৰ নাম কিষাণ আগৰৱাল বুলি জানিব পৰা গৈছে। |
Recent News |
লাচিতলৈ সন্মান, নে অপমান? |
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ! |
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান |
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
নৃতাত্ত্বিক দৃষ্টিভংগীৰে আলোচনা কৰিলে আমি দেখোঁ যে অসমৰ জনগাঁথনি বা অসমৰ সমাজ গঠন প্ৰক্রিয়াত মূলতঃ তিনিটা প্ৰজাতিয়ে অংশগ্ৰহণ কৰিছে, যথা— অষ্ট্ৰলয়ড, মংগোলয়ড আৰু ককেছীয়৷ উল্লেখযোগ্য যে সাম্প্ৰতিক সময়ত পৃথিৱীৰ সমগ্ৰ মানৱকে এটা জীৱগোষ্ঠীৰ অন্তৰ্ভুক্ত কৰা হৈছে৷ সেই গোষ্ঠীটো হ’ল মানৱ জীৱগোষ্ঠী আৰু ইয়াৰ বৈজ্ঞানিক নাম হ... |
(1) Negrito |
(2) Proto-Australoid |
(3) Mongoloid |
(a) Palae-Mongoloid divided in to |
(i) Longheaded and |
(ii) broad- headed |
(b) Tibeto-Mongoloid |
(4) Mediterranean |
(a) Palae- Mediterranean |
(b) Mediterranean |
(c) Oriental type |
(5) Western Brachylephal |
(a) alpinoid |
(b) Donaric |
(c) Armenoid |
(6) Nordic (Q.I. Das, 2010, p. 67-68) |
গুহৰ প্ৰজাতিগত তালিকা সম্পৰ্কে ভূৱন মোহন দাসৰ এষাৰ মন্তব্য উল্লেখযোগ্য ‘‘…নেগ্ৰিটো নিগ্ৰো প্ৰজাতিৰ প্ৰতিনিধি৷ প্ৰায়-অষ্ট্ৰেলীয়বোৰেই অষ্ট্ৰেলীয়; ভূমধ্য সাগৰীয়, পশ্চিমীয় প্ৰশস্তমস্তকী আৰু নাৰ্ডিক ককেছীয়ৰ অন্তৰ্ভূক্ত৷ মংগোলীয় লোক আছেই৷ গুহৰ মতে ভাৰতৰ আদিবাসীবোৰ প্ৰধানকৈ প্ৰায়-অষ্ট্ৰলীয় আৰু মংগোলীয় উপাদানেৰে গঠিত... |
এই কথাৰ আধাৰত ধাৰণা কৰিব পাৰি যে অসমৰ জনগাঁথনিও এই কেইটা প্ৰজাতীয় উপাদানেৰেই গঠিত৷ অৱশ্যে এটা কথা ঠিক যে সময়ৰ গতিত এই প্ৰজাতিগত উপাদানসমূহ এনেদৰে সংমিশ্ৰিত হৈ পৰিছে যে কোনো এটা জাতিৰ মাজতেই সম্পূৰ্ণ ৰূপত প্ৰজাতিগত উপাদানসমূহ সংৰক্ষিত হোৱা নাই৷ |
গুহৰ প্ৰজাতিগত তালিকাত থকা প্ৰথম প্ৰজাতিটো হ’ল নেগ্ৰিটো৷ অসমৰ জনগাঁথনিৰ ক্ষেত্ৰত কোনো কোনো নৃতত্ত্ববিদে নেগ্ৰিট প্ৰজাতিৰ উপাদান সংমিশ্ৰিত হৈ আছে বুলি মত পোষণ কৰিছিল (Chatterji, 1974, p.7; Q. I. Das, 2010, p. 71) যদিও সাম্প্ৰতিক কালত সম্পন্ন কৰা ৰক্তজিন পৰীক্ষাত প্ৰমাণ হৈছে যে এই ভূখণ্ডৰ কোনো জনসমষ্টিৰ গাত নেগ্ৰিট প্ৰজা... |
এই ভূখণ্ডৰ লগতে সমগ্ৰ ভাৰতৰে আদিম অধিবাসীসকল অষ্ট্ৰেলীয় প্ৰজাতিৰ আছিল বুলি বিভিন্ন নৃতাত্ত্বিকে মত পোষণ কৰিছে৷ ‘‘অষ্ট্ৰেলীয়সকল বিভিন্ন নামেৰে পৰিচিত৷ কোনোৱে এই বিধ লোকৰ নাম দিছে প্ৰাক্-দ্ৰাবিড়, কোনোৱে প্ৰাক্-অষ্ট্ৰেলীয়, কোনোৱে ভেড্ডীয়, কোনোৱে বা নিষাদ৷’’ (দাস, ২০০৫, পৃ. ১০) নৃতাত্ত্বিকভাৱে অষ্ট্ৰেলীয় বা অষ্ট্ৰল... |
মন কৰিবলগীয়া যে, অসমৰ কোনো জনগোষ্ঠীয়েই অষ্ট্ৰেলীয় প্ৰজাতিৰ অন্তৰ্গত নহয়৷ অৱশ্যে সাম্প্ৰতিক কালত হোৱা ৰক্তজিন পৰীক্ষাত নিৰ্ণিত হৈছে ‘‘একালত অসম, উত্তৰ বংগ আৰু আনকি নেপালৰ একাংশলৈকে অষ্ট্ৰো-এছীয় জনজাতিৰ লোক বিস্তৃত হৈ আছিল৷ পিছলৈ দক্ষিণ-পূব এছিয়াৰ পৰা অহা এটা প্ৰব্ৰজনৰ সোঁতে অন্য ধৰণৰ ৰক্তজিন এওঁলোকৰ মাজত প্ৰৱেশ কৰ... |
ঊনবিংশ শতিকাত বৃটিছসকলে অসমত চাহ খেতি আৰম্ভ কৰে আৰু চাহবাগানত কাম কৰিবলৈ বনুৱা হিচাপে মধ্য ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অজস্ৰ লোক আনে৷ এনেদৰে অহা বনুৱাসকল আৰু তেওঁলোকৰ বংশধৰসকলক লৈয়েই অসমৰ চাহ জনগোষ্ঠীৰ সৃষ্টি হ’ল৷ চাহ জনগোষ্ঠীৰ অন্তৰ্গত কোল, মুণ্ডা, খাৰীয়া, ভূমিজ, চাওতাল আদি লোকসকল অষ্ট্ৰেলীয় প্ৰজাতিৰ, তেওঁলোকৰ ভাষাও অষ্... |
অসমৰ প্ৰাচীন বাসিন্দাসকলৰ ভিতৰত অষ্ট্ৰেলীয়সকলৰ পিছতে আমি পাওঁ মংগোলীয়সকলক৷ প্ৰাচীন সংস্কৃত গ্ৰন্থত এওঁলোককে ‘কিৰাত’ আখ্যা দিয়া হৈছে৷ কিৰাতসকলৰ প্ৰথম উল্লেখ পোৱা যায় যজুৰ্বেদত৷ (দাস, ২০০৫ , পৃ. ১৫; বৰা, ২০০৮ , পৃ. ৩৬) বিষুপুৰাণ আৰু মাৰ্কণ্ডেয় পুৰাণত বৰ্ণিত আছে যে ভাৰতৰ মধ্য অঞ্চলত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ... |
কিংবদন্তি অনুসাৰে প্ৰাচীন কালত প্ৰাগ্জ্যোতিষত মহীৰঙ্গ দানৱ নামেৰে এজন ৰজাই ৰাজত্ব কৰিছিল৷ গুৱাহাটীৰ ওচৰৰ মৈৰাং পৰ্বতৰ নামৰ পৰা মহীৰঙ্গৰ নাম হৈছিল বুলি কোৱা হয়৷ মৈৰাং শব্দৰ উৎপত্তি বড়ো ভাষাৰ পৰা হৈছে৷ মহীৰঙ্গৰ পিছত ক্রমে হটকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ আৰু ঘটকাসুৰ ৰজা হৈছিল৷ মহীৰঙ্গৰ পৰা ঘটকাসুৰলৈ এই সকল ৰজা আছিল কিৰাত ... |
কিৰাত আখ্যাৰে আখ্যায়িত মংগোলীয় প্ৰজাতিৰ অন্তৰ্গত কাৰ্বি, মিছিং, বড়ো, ডিমাছা, গাৰো, ৰাভা, দেউৰী, মেছ, লালুং, সোণোৱাল, হাজং আদি জনজাতিসমূহে প্ৰাচীন কালৰে পৰা অসমৰ পাহাৰে-ভৈয়ামে বসবাস কৰি আহিছে৷ একে প্ৰজাতিৰে টাই-আহোমসকল ত্ৰয়োদশ শতিকাত ব্ৰহ্মদেশৰ পৰা অসমলৈ আহে আৰু পৰৱৰ্তীকালত তেওঁলোকৰ নেতৃত্বতে আটাইবোৰ জাতিৰ মাজত সং... |
অসমৰ জাতি গঠন প্ৰক্রিয়াত অংশগ্ৰহণ কৰা তৃতীয়টো প্ৰজাতি হ’ল ককেছীয়৷ এই ককেছীয় প্ৰজাতিৰ কেইবাটিও উপ-প্ৰজাতিয়ে বিভিন্ন সময়ত অসমলৈ প্ৰব্ৰজিত হৈছে৷ ককেছীয় প্ৰজাতিৰ ঠাল-ঠেঙুলি বোৰ হ’ল ভূমধ্য সাগৰীয়, পশ্চিম প্ৰশান্তমস্তকী, ইৰানো-চীথীয় ইত্যাদি৷ |
ককেছীয় প্ৰজাতিৰ অন্তৰ্গত ভূমধ্য সাগৰীয় প্ৰজাতিৰ লোকসকলেই প্ৰাচীন সিন্ধু সভ্যতা গঢ়ি তুলিছিল৷ বৰ্তমান ভাৰতত তেওঁলোকৰ বিস্তাৰ দাক্ষিণাত্যতে বেছি যদিও ভাৰতৰ আন আন ঠাইৰ লগতে উত্তৰ-পূৱ ভাৰতৰ লোকৰ মাজতো ভূমধ্য সাগৰীয় উপাদান বিদ্যমান৷ তেওঁলোক ইণ্ডো-দ্ৰাবিড় নামেৰে পৰিচিত আৰু দ্ৰাবিড় ভাষা ভাষী৷ পূৰ্বতে তেওঁলোকৰ বিস্তাৰ ভাৰ... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.