text
stringlengths
0
188k
November 29, 2022 8 0 CommentsBy: Sangbad 365
নগাঁও : পুনৰ ভুল কৰিলে নগাঁও আৰক্ষী। নগাঁও আৰক্ষীয়ে গুলীয়ালে (Nagaon Police Firing) এজন নিৰীহ যুৱকক। নগাঁও আৰক্ষীৰ গুলীত
Read More...
Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক
November 28, 2022 9 0 CommentsBy: Sangbad 365
Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ<eot>ডিজিটেল ডেস্ক : গুজৰাটৰ মৰবী নদীৰ ওপৰত থকা ওলমা দলং ভাঙি প্ৰায় ১৪০ জন লোকৰ মৃত্যুৰ ঘটনাই সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি কৰাৰ পাছত এক সংবাদ মেলৰ জৰিয়তে আপৰ জ্যেষ্ঠ নে...
আপৰ জ্যেষ্ঠ নেতা মনীষ চিচোদিয়াই সংবাদ মেলৰ জৰিয়তে, এখন দলং পুনৰ্নিমাণৰ দ্বায়িত্ব কিদৰে এটা ঘড়ী নিৰ্মাতা প্ৰতিষ্ঠানক দিয়া হৈছিল আৰু কোনো চৰকাৰী কাৰ্যৰ বাবে প্ৰয়োজন হোৱা টেণ্ডাৰৰ বিজ্ঞাপন নিদিয়াকৈ কিদৰে প্ৰতিষ্ঠানটোৱে দলং খনৰ ঠিকা লাভ কৰিলে বুলি প্ৰশ্ন কৰে । ইয়াৰ ওপৰিও, দলং খন পুনৰ্নিমাণৰ বাবে ধায্য কৰা হৈছিল ৮ মাহৰ সময়স...
আনহাতে, চিচোদিয়াই ইতিমধ্যে প্ৰতিষ্ঠানটিৰ ওপৰত ৰুজু হোৱা গোচৰত প্ৰতিষ্ঠানটিৰ স্বত্বাধিকাৰীৰ নাম কিয় নাই আৰু এই ঠিকা লাভ কৰাৰ কাৰণ কোনো শীৰ্ষৰ বিজেপি নেতাৰ সৈতে স্বত্বাধিকাৰী গৰাকীৰ ঘনিষ্ঠতা নেকি বুলি বিজেপিক প্ৰশ্ন কৰে ।<eot>কাইলৈ হ’ল লগীয়া নাগৰিকত্ব বিধেয়ক সম্পৰ্কীয় যুটীয়া সংসদীয় কমিটীৰ বৈঠকৰ কেইঘণ্টামান পূৰ্বে কমিটীখন...
আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত কয় যে প্ৰতিবেদন প্ৰস্তুত কৰাৰ পূৰ্বে কমিটীখনৰ ৩০জন সদস্যৰ প্ৰতিজনৰে মত লোৱা হ’ব।
আনহাতে অসমৰ জনগণৰ বিধেয়কখনক লৈ থকা শংকাৰ কথা আৰু তেওঁলোকৰ প্ৰতিবাদৰ কথা প্ৰতিবেদনত সংলগ্ন কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে। আজি তেওঁক সাক্ষাৎ কৰা অগপৰ প্ৰতিনিধিকেইজনৰ আগত এইদৰে প্ৰতিশ্ৰুতি দিয়ে অগ্ৰৱালে। “অসমৰ সকলো জ্বলন্ত সমস্যাক প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰা হ’ব। লগতে আমি বিধেয়কখন সন্দৰ্ভত সকলো সদস্যৰ মতামত ল’ম।” এইদৰে কয়...
উল্লেখযোগ্য যে অসমৰ পৰা যোৱা অগপৰ প্ৰতিনিধিকেইজনে আজি অধ্যক্ষজনক সাক্ষাৎ কৰিছিল আৰু বিতৰ্কিত বিধেয়কখন সন্দৰ্ভত তেওঁলোকৰ বিৰোধিতাৰ কথা দোহাৰিছিল। কাইলৈ বিধেয়কখনৰ বিষয়ত কমিটীখনৰ বৈঠক অনুষ্ঠিত হ’ব। কমিটীখন লোকসভাৰ ২০ আৰু ৰাজ্যসভাৰ ১০জন, মুঠ ৩০জন সাংসদেৰে গঠিত।
দলটোৰ সূত্ৰই জনোৱা মতে, ইয়াৰ পূৰ্বে অগপৰ প্ৰতিনিধিকেইজনে যুটীয়া সংসদীয় সমিতিৰ সদস্য স্বপন দাশগুপ্তক সাক্ষাৎ কৰে। প্ৰতিনিধিসকলৰ মাজত আছিল সভাপতি অতুল বৰা, কেশৱ মহন্ত, ফণিভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতা।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি আৰু এইখন বাতিলৰ দাবীত অসমত ধাৰাবাহিকভাৱে প্ৰতিবাদ হৈ আহিছে। ৰাজ্যত মিত্ৰতাৰে চৰকাৰত থকা দল অগপয়ো বিধেয়কখনৰ বিৰোধিতা কৰি আহিছে।
Recent News
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ বাঘজান তৈলখাদৰ পৰা মধুবনলৈ যোৱা তৈল পৰিবাহী পাইপলাইনৰপৰা ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত চোট হাপজান চাহবাগিছাৰ ১৯ নং ছেকছনত যোৱা ইং ১৪ ছেপ্টেম্বৰ তাৰিখে খাৰুৱা তেল নিৰ্গত হৈ মাগুৰী, মতাপুং বিল আৰু ইয়াৰ আশ-পাশৰ অঞ্চলত সিচৰিত হৈ পৰে।
খাৰুৱা তেলৰ পৰা চোট হাপজান, লংচোৱাল, হাতীজান, পুৰণি মতাপুং, গৰিয়াটিং, হাতীবাট বাঘজান আৰু নতুন ৰঙাগৰা আদি অঞ্চলৰ স্থানীয় ৰাইজৰ খেতি পথাৰৰ লগতে পোহনীয়া জীৱ জন্তুৰো যথেষ্ট অনিষ্ট হৈছে। উল্লেখযোগ্য যে উক্ত খাৰুৱা তেলৰ পৰা আন্তৰাষ্ট্ৰীয় খ্যাত পক্ষীবিল (IBA – Important Bird Area) মাগুৰী – মতাপুং বিলৰ জৈৱ বৈচিত্ৰ্য তথা পৰিৱেশ...
উল্লেখিত স্মাৰকপত্ৰত সংস্থাই দাবী জনায় যে মাগুৰী-মতাপুং বিলৰ পানী অতি ক্ষিপ্ৰতাৰে সংশোধন কৰাৰ ব্যৱস্থা কৰক। স্থানীয় ক্ষতিগ্ৰস্ত কৃষক আৰু মাছমৰীয়া লোকসকলক উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক আৰু বাঘজান- মধুবন সংযোগী পাইপ লাইনৰ স্থায়ী সুৰক্ষাৰ অৰ্থে নদীসংযোগী অঞ্চলত যথেষ্ট গভীৰতাত পুনৰ পাইপ বহুওৱাৰ ব্যৱস্থা কৰক অন্যথা পৰিব...
এইক্ষেত্ৰত জিলা প্ৰশাসন তথা অইল ইণ্ডিয়াই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অতি লক্ষণীয় হ’ব।
Recent News
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’)
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয়
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত ম’ৰি দীৰ্ঘ গাঁওৰ সাত বছৰীয়া কন্যা শিশুগৰাকীক চৰাইমৰীয়া গাঁওৰ ভোলা গগৈ আৰু চিলনীবাৰি আৰক্ষী চকীৰ দুই নং বালিজান গাঁওৰ অঞ্জনা নায়কে বিগত ৫ জানুৱাৰীত অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল শিশুগৰাকীৰ পিতৃয়ে।
আনহাতে, পিতৃৰ এজাহাৰৰ ভিত্তিত যদিও অঞ্জনা নায়কক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল যদিও সৰবৰাহ কৰা শিশুগৰাকীৰ সন্ধান লাভ কৰা নাছিল।
পৰৱৰ্তী সময়ত লখিমপুৰৰ উপ আৰক্ষী অধীক্ষক ৰুনা নেওগৰ তৎপৰতাত বগীনদী আৰক্ষীয়ে অৰুণাচল আৰক্ষীৰ সহযোগত শনিবাৰে অৰুণাচল প্ৰদেশৰ গংগা বস্তিৰ পৰা শিশুগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উল্লেযোগ্য যে, উত্তৰ লখিমপুৰত থকা শিশু কেন্দ্ৰত শিশুগৰাকীক এৰাটি ৰখাৰ পাছত বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছে।
Recent News
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’)
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয়
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
কথাষাৰ তিক্ত যদিও এয়া সত্য৷
এক পাৰম্পৰিক ধাৰণাৰে আমি ভাৰতীয় অৰ্থনীতিক যদি চাবলৈ যাওঁ, তেন্তে আমাৰ এনে ভাব হ’ব যেন ভাৰতীয় অৰ্থনীতিৰ উন্নয়ন এক সন্তুোষজনক স্থিতিত আছে আৰু বিশ্বৰ আন যি কোনো উন্নয়নশীল অৰ্থনীতিতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে। শেহতীয়াকৈ আমি আনন্দ লভাৰ তেনে এক কল্পনাপ্ৰসূত ধাৰণা হ’ল যে আমি গ্ৰেট বৃটেইনৰ অৰ্থনীতিৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ক অত...
আপাত দৃষ্টিত ই এক সুখবৰ। কিন্তু প্ৰকৃতাৰ্থত জিডিপিৰ ক্ষেত্ৰত এই সফলতাক লৈ আত্মতুষ্টি লভাৰ কোনো কাৰণ নাই৷ কিয়নো প্ৰকৃত অৰ্থনৈতিক বিকাশৰ ছবিখন কেৱল সম্পদ সৃষ্টি আৰু বিকাশতে নিহিত নাথাকে, থাকে ৰাষ্ট্ৰত বাস কৰা লোকসকলৰ সামগ্ৰিক বিকাশত।সম্পদৰ প্ৰকৃত মূল্য, মানুহৰ জীৱনধাৰণৰ মানদণ্ড, শিক্ষাৰ ন্যূনতম ব্যয়, স্বাস্থ্যখণ্ডৰ ন্যূন...
কিন্তু সম্প্ৰতি দেশৰ অৰ্থনৈতিক ব্যৱস্থা সকলো দিশৰ পৰাই সুস্থিৰ আৰু উন্নয়নমূলক বুলি দেশৰ জনতাক প্ৰতিপন্ন কৰোৱাৰ ক্ষেত্ৰত শাসকগোষ্ঠীয়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু মূল প্ৰসংগটো 'বাহিৰে ৰংচং, ভিতৰে কোৱাভাতুৰীৰ' দৰে। অৰ্থাৎ প্ৰকৃত সত্যৰ এক পৃথক দৃষ্টিভংগী আছে।
দেশত প্ৰতিদিনে খুচুৰা মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে, জনমূৰি ঘৰুৱা উৎপাদন সন্তুোষজনক নহয়, নিবনুৱা সমস্যাই নতুন উচ্চতা স্পৰ্শ কৰিছে। যদি সকলোবোৰ ইমান ভাল অৱস্থাতেই আছে তেন্তে উল্লিখিত মৌলিক সমস্যাসমূহৰ সমাধানৰ পথ কিয় নোলায় !
ভাৰতীয় অৰ্থনীতিৰ উত্থান আৰু পতন এক অতি দীঘলীয়া আৰু জটিল বিষয়। এনে চমু প্ৰৱন্ধত ইয়াক সংক্ষিপ্ত কৰা সম্ভৱ নহয়। মই কিছু গুৰুত্বপূৰ্ণ দিশ চমুকৈ উন্মোচন কৰাৰ চেষ্টাহে কৰিম ৷
বহুতৰে জ্ঞাত যে দেশ স্বাধীন হোৱাৰ সময়ছোৱাত ভাৰতীয় টকাৰ মূল্যমান (১টকা) আমেৰিকান ডলাৰৰ মূল্যমানৰ (১ ডলাৰ) সমান আছিল।প্ৰতিটো বছৰ পাৰ হৈ যোৱাৰ লগেলগে ভাৰতীয় মুদ্ৰাৰ মূল্যমান হ্ৰাস হ’বলৈ ধৰিলে আৰু এতিয়া আমি ১ ডলাৰৰ তুলনা প্ৰায় ৮৩ টকা হোৱাৰ পৰ্য্যায়ত উপনীত হৈছোঁহি।
এই কথা মানিবই লাগিব যে বছৰে বছৰে আমেৰিকান ডলাৰৰ স্বীকৃতি বাঢ়ি গৈ থাকিল আৰু বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি গ্ৰহণযোগ্য মুদ্ৰা হিচাপে পৰিগণিত হ’ল আৰু এই ক্ষেত্ৰত ভাৰতীয় মুদ্ৰাৰ বাবে আমেৰিকান ডলাৰৰ সৈতে মোকাবিলা কৰা কঠিন হৈ পৰিল ।কিন্তু মুখ্যতঃ ভাৰত এখন আমদানি নিৰ্ভৰশীল দেশ। এই ক্ষেত্ৰত ভাৰতীয় টকাই ১ মাৰ্কিন ডলাৰৰ মূল্যমান ৮৩ ...
কাৰণ বৰ্তমানৰ শাসন ব্যৱস্থাই এই ক্ষেত্ৰত কেৱল আমাৰ দেশৰ অৰ্থনৈতিক কাৰ্য্যকলাপবোৰই নহয়, আন আনুষংগিক বিভাগসমূহৰ তত্বাৱধানৰ বাবেও বহুতো প্ৰতিষ্ঠান - অনুষ্ঠানৰ সৃষ্টি কৰিছে। নীতি আয়োগ হ’ল তেনে এক প্ৰভাৱশালী প্ৰতিষ্ঠান। কিন্তু ব্যক্তিগতভাৱে মই নীতি আয়োগ মোৰ বাবে এক চৰম হতাশা বুলি ক’ম।
মুঠতে আয়োগে যাৱতীয় সকলো প্ৰসংগ সংবাদ মাধ্যমৰ আগত চমু চমুকৈ হ’লেও সদৰি কৰাটো বিচাৰিম, লাগিলে সেয়া পুনঃউৎপাদনশীল হাৰৰ (repo rate ) বিষয়ে হওক, ক’ভিড-১৯ টিকাকৰণৰ স্থিতিৰ বিষয়েই হওক , সেয়া ৫জি স্পেকট্ৰামৰ বিষয়েই হওক নতুবা বেচৰকাৰী সংস্থাৰ পঞ্জীয়নৰ সন্দৰ্ভতেই হওক।
অৰ্থাৎ প্ৰসংগ যিয়েই নহওক, নীতি আয়োগৰ হস্তক্ষেপ তাত থাকিব আৰু সকলোবোৰ তথ্য নখদৰ্পণত ৰ’ব। কাৰণ 'NITI - National Institution For Transforming India', এই নামটোৱেই দেশৰ প্ৰগতিশীল চিন্তাধাৰাসম্পন্ন সংস্থাৰূপে তাৎপৰ্য্য বহন কৰিছে ৷
আমি যদি নীতি আয়োগৰ বহু বছৰ ধৰা কাৰ্য্যকলাপবোৰ সূক্ষ্মভাৱে বিশ্লেষণ কৰোঁ তেন্তে আমি গম পাম যে প্ৰকৃততে এই অভিজাত সংস্থাটোৱে দেশৰ উন্নয়নমূলক কি কি সাধিলে!
ক’ভিড কালত জনসাধাৰণে 'কৰিবলগীয়া'আৰু 'নকৰিবলগীয়া'বোৰতে গুৰুত্ব দি লাগি থকাৰ পৰিৱৰ্তে সংস্থাটোৱে আমাৰ মুদ্ৰাৰ অৱমূল্যায়ন বন্ধ কৰিবলৈ কিছু প্ৰতিৰোধমূলক ব্যৱস্থাৰ পোষকতা কৰিব পাৰিলেহেঁতেন ৷ কিন্তু সংস্থাটোৱে তেনে ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰাটো পৰিলক্ষিত নহ’ল।
দেশৰ এনে সৰ্বোচ্চ সংস্থা একোটাই যেতিয়া ক’ভিড-১৯ দৰে ব্যাধিৰ ওপৰত পৰামৰ্শ আগবঢ়াবলৈ শিশুৰোগ বিশেষজ্ঞক দায়িত্বভাৰ দিয়ে, তাতোকৈ আৰু আমোদজনক তথা হাস্যকৰ কথা কি হ’ব পাৰে !
আমি সকলোৱে জানো যে মহামাৰী একোটাৰ প্ৰতিৰোধী ব্যৱস্থাৰ ক্ষেত্ৰত মহামাৰী বিশেষজ্ঞসকলহে উপযুক্ত সমল ৷ কিন্তু নীতি আয়োগৰ দৰে সংস্থাক বুজাব কোনে! উন্নত জীৱিকাৰ বাবে দেশৰ জনতাক নিয়োজিত কৰাৰ ক্ষেত্ৰত একোটা সুস্থ-সবল পৰিকল্পনা, নক্সা প্ৰস্তুত কৰা ধৰণৰ নীতিগত পদক্ষেপ গ্ৰহণ কৰা, তেওঁলোকক চাকৰি প্ৰদান কৰা, উন্নত ব্যাৱসায়িক সুযোগ ...
F-1.2 ইংলণ্ডৰ জীৱনৰ বাবে প্ৰস্তুতি :
ইয়াৰ পিছত আহিছিল ইংলেণ্ডৰ জীৱনৰ বাবে প্ৰয়োজনীয়খিনিৰ বাবে সাজোন-কাচোনখিনি। সেই সময়ত, লিটল্ হেইলে স্বাভাৱিক গৌৰৱেৰে ৰামানুজনক চাইড্ কাৰখনত তুলি লৈ, তেওঁৰ প্ৰয়োজনীয়খিনি সংগ্ৰহৰ বাবে মটৰ-চাইকেল চলোৱা কৰিছিল। তেওঁ আৰু নেভিল দুয়োজনে ইংলণ্ডৰ জীৱন সম্পৰ্কত লাহে লাহে তেওঁক অৱগত কৰি আনিছিল। ৰামানুজনে ইউৰোপীয় কাপোৰ পিন্ধিবলৈ শিকি...
F-1.3 পৰিয়ালৰ ভাট্টা :
ইয়াৰ পিছত আহিছিল তেওঁৰ মাক-দেউতাকৰ প্ৰতি থকা কৰ্তব্য সম্পৰ্কত। এই কৰ্তব্য পালনৰ বাবে মাদ্ৰাজ বিশ্ববিদ্যালয়ক অনুৰোধ কৰিছিল যাতে তেওঁৰ মাক-দেউতাকক ৫০ পাউণ্ডৰ এক বছৰেকীয়া অনুদান দিয়ে।
F-1.4 যাত্ৰাটোৰ খাদ্য :
১১ মাৰ্চত ষ্টীমাৰ এজেণ্টলৈ ফ্ৰেন্সিচ স্প্ৰীঙে লিখিছিল ৰামানুজনক গোটেই যাত্ৰাটোত নিৰামিষ খাদ্যৰ যোগান ধৰিবলৈ বুলি।
এইখিনিত আমি মন কৰো যে সমাজখনৰ চাৰিওফালৰ পৰায়েই এই প্ৰতিভাধৰক এক অনুকূল বাতাবৰণ তথা পৰিৱেশৰ উপস্থিতিৰে তেওঁৰ জ্ঞানৰ অন্বেষণৰ বাবে কৰিব খোজা যাত্ৰাটোত সকলো ধৰণৰ সহায় আগবঢ়াইছিল।
F-1.5 যাত্ৰা আৰম্ভ :
এনেদৰে ৰামানুজন ইংলণ্ডৰ জীৱনৰ বাবে সু-সজ্জিত হৈ উঠিছিল তেওঁৰ বন্ধু আৰু শুভাকাংক্ষীসকলৰ যোগে। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ সমস্ত শুভেচ্ছা কঢ়িয়াই নিছিল। মাদ্ৰাজৰ পৰা ৰামানুজনে সাগৰত পাৰি দিছিল ‘এচ. এচ. নেভেচা’ত ১৯১৪ চনৰ ১৭ মাৰ্চত। এক মহান যাত্ৰা আৰম্ভ হৈছিল, উদ্দেশ্য আছিল এক মহান জ্ঞানৰ অন্বেষণ।
F-1.6 ৰামানুজন কেম্ব্ৰিজ পালেহি :
১৯১৪ চনৰ ১৩ মে’ৰ ‘মাদ্ৰাজ-দেইলী’ত তলৰ বাতৰিটো ওলাল—
“Mr. S. Ramanujan of Madras, whose work in higher mathematics has excited the wonder of Cambridge, is now in residence at Trinity. He will read mainly with two fellows of the college— Mr. Hardy and Mr. Littlewood. They are going through masses of work he has already done, and are making some surprising discovering in i...
এক শিহৰণকাৰী ভৱিষ্যতৰ সম্ভাৱনাৰ ইংগিত।
F-2 সহজতেই বেমাৰী :
ৰামানুজনে লগত লৈ গৈছিল গণিতজ্ঞসকলৰ আৰু মাদ্ৰাজৰ অইন বন্ধু-বান্ধৱসকলৰ শুভেচ্ছা। কেম্ব্ৰিজত তেওঁক অতি প্ৰশংসা আৰু উল্লাসেৰে আদৰা হৈছিল। এই সকলো সত্বেও পিছে, যাত্ৰাটোত আৰু ইংলেণ্ডত থকা সময়চোৱাত সহজতেই বেমাৰী হৈ পৰিল। এই বিষয়ে ৰংগনাথন ১৯১৫ চনৰ আদি ভাগতেই অৱগত হৈছিল। সেই বছৰৰে জানুৱাৰীৰ কোনো এদিন তেওঁ বিশ্ববিদ্যালয়ৰ লাইব্ৰে...
F-3 পাগুৰী সমস্যা :
মিছেছ্ নেভিলে ৰংগনাথনক কৈছিল যে, গোটেই যাত্ৰাটোত বা ইংলণ্ডত থকা সময়ছোৱাত টুপী পিন্ধাটো ৰমানুজনৰ বাবে যেনিবা এক শাস্তি আছিল। তেওঁ ৰংগনাথনক পুনৰ কৈছিল, মানুহবোৰে ৰামানুজনক পাগুৰিৰ ঠাইত টুপী পিন্ধিবলৈ কিয় জোৰ কৰিছিল? এইখিনিতে এগৰাকী বিদেশী নাৰীৰ প্ৰকৃত মূল্যায়নখিনি প্ৰশংসনীয়। তেওঁ কৈছিল যে, ই চাগে পৰাধীনতাৰ এক সন্মোহিত মন...
F-4 কেশ-গুচ্ছৰ সমস্যা :
তেতিয়া মিচেচ্ নেভিলে ৰংগনাথনক কৈছিল যে ৰামানুজনক অতি দুখ দিয়া কাৰকটো হৈছিল তেওঁ ইংলণ্ডলৈ যোৱাৰ সময়ত চুলিৰ গুচ্চ কাটি পেলাবলগীয়া হোৱাটো। তেওঁ ৰংগনাথনক সুধিছিল যে তেৱোঁ তেনে কৰিবলগীয়া হৈছিল নেকি? তেওঁ নহয় বুলি কৈছিল। তেওঁক সুধিছিল, তুমি এতিয়াও কেশ-গুচ্ছ ৰাখিছানে? ৰংগনাথনে ভাবিছিল যে কেৱল ‘হয়’ বুলি ক’লে তেওঁ বিশ্বাস নকৰিব...
F-5 খাদ্য সমস্যা :
মিচেচ্ নেভিলে ৰংগনাথনক কৈছিল যে দুৰ্ভাগ্যৱশতঃ ৰামানুজন আহি পোৱাৰ কেইমাহমান পিছতেই প্ৰথম মহাসমৰ আৰম্ভ হয় আৰু খাদ্য প্ৰধানতঃ ফল আৰু শাক-পচলিৰ এক ভয়ংকৰ সমস্যাই দেখা দিয়ে। তেওঁ কৈছিল যে ৰামানুজনে তেওঁৰ খাদ্য নিজেই ৰন্ধা-বঢ়া কৰিছিল। যিহেতু তেওঁ গণিততেই সদায় মনোনিৱেশ কৰি আছিল, এদিন বা দুদিনৰ মূৰতহে এবাৰ ৰান্ধিছিল। ৰংগনাথনে ...
F-6 পোছাকৰ সমস্যা :
মিচেচ্ নেভিলে এয়াও ৰংগনাথনক অৱগত কৰিছিল যে ৰামানুজনৰ বাবে ইউৰোপীয় পোছাক পৰিধান কৰাটোও এক সমস্যা হৈছিল। তেওঁ তেওঁৰ ‘আউট্-লেণ্ডিচ্’ পোছাক সম্পৰ্কে অতি সচেতন আছিল। তেওঁ জোতা-মোজা পিন্ধা সাজটোৰ স’তে নিজক সন্মত কৰাব পৰা নাছিল। মিচেচ্ নেভিলে ৰংগনাথনক সুধিছিল যে, যিহেতু তেওঁ নিজৰ ভাৰতীয় সাজ-কেশ আছেই, সেয়ে নিশ্চয় তেওঁ অইন ভাৰত...
F-7 অস্বাভাৱিক জলবায়ু :
মিচেচ্ নেভিলে ৰংগনাথনক কৈছিল যে ৰামানুজনে ইংলণ্ডৰ জলবায়ু খাপ খুৱাই লোৱাৰ বিপৰীতে আচহুৱা আৰু অচিনাকিহে পাইছিল। সেয়ে তেওঁ ঠাণ্ডাৰ স’তে খাপ খাব পৰা নাছিল। তেওঁৰ মনটো অহৰহ গণিত গৱেষণাৰ স’তে থাকিলেও বিশেষকৈ শীতকালৰ মাহকেইটাত তেওঁ বেচ শাৰিৰীক অসুবিধাৰ মাজত কটাইছিল।
মূল : এছ. ৰংগনাথন
মুকলি অনুবাদ : খনীন চৌধুৰী
ৰামানুজন – গণিতজ্ঞ আৰু মানুহজন
[ad#ad-2]
পংকজ জ্যোতি মহন্ত
pankajjyoti.com
WhatsApp
Tweet
More
Email
Print
Tags:
ৰামানুজন
No Comments
Post A Comment
Cancel Reply
Save my name, email, and website in this browser for the next time I comment.
Δ
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.
Please submit your article by email to : [email protected]
বিনামূলীয়া ই-বুক