text stringlengths 0 188k |
|---|
অসমত ৰাজত্ব কৰা নৰকাসুৰ ভূমধ্য সাগৰীয় প্ৰজাতিৰ লোক আছিল আৰু নৰকাসুৰৰ সময়তে অসমলৈ ভূমধ্য সাগৰীয় উপাদান অহাৰ সম্ভাৱনা আছে বুলি বহু পণ্ডিতে মত পোষণ কৰে৷ (Baruah,1978, p.20 ; Das, 2010, p. 116) অৱশ্যে আন এচাম পণ্ডিতে তেওঁ কিৰাত আছিল বুলিহে মতপোষণ কৰে৷ প্ৰফুল্ল মহন্তই তেওঁৰ জনগোষ্ঠীগত চেতনা : আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন নামৰ গ... |
ককেছীয় প্ৰজাতিৰ আন এটা ঠাল আলপাইন-আৰ্মেনীয়সকলেও হিমালয়ৰ পাদদেশেৰে আহি অসমত প্ৰৱেশ কৰিছিল বুলি কনকলাল বৰুৱাই অনুমান কৰে (Baruah,1978, p.19) আৰু ভুৱন মোহন দাসে ‘‘ভূমধ্য সাগৰীয়ৰ লগতে আলপাইন-আৰ্মেনীয়ৰ উপাদানৰ অৱস্থিতিও দেখি অহা হৈছে৷… …কিন্তু প্ৰকৃত আলপাইন-আৰ্মেনীয় উপাদানৰ প্ৰাবল্য আধুনিক অসমৰ মানুহৰ মাজত কম ’’(দাস, ... |
ইয়াৰ উপৰি ককেছীয়ৰ অন্তৰ্গত ইৰানো-চীথীয় নামৰ আন এটা গোষ্ঠীও ভাৰতৰ লগতে অসমলৈও প্ৰব্ৰজিত হৈছিল৷ ভূবন মোহন দাসে এই গোষ্ঠীটোৰ লক্ষণৰ লগত অসমৰ কেইবাটিও জাতিৰ লক্ষণসমূহ বিচাৰ কৰি ঠিৰাং কৰিছে যে ‘‘অসমৰ বিভিন্ন জাতিগোটৰ মাজত ইৰানো-চীথীয় উপাদানৰ প্ৰাবল্য বেছি যেন অনুমান হয়৷’’(দাস, ২০০৫, পৃ. ২৩) |
অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষলৈ প্ৰব্ৰজিত হোৱা শেষ ফৈদটো হ’ল আৰ্যসকল৷ আৰ্যসকলৰ প্ৰব্ৰজনৰ কাল খ্ৰীঃ পূঃ ১২০০ শতিকা বুলি অনুমান কৰা হয়৷ অৱশ্যে বহু বুৰঞ্জীবিদে আৰ্যসকলক এটা নিৰ্দিষ্ট নৃগোষ্ঠী হিচাপে বিবেচনা কৰিব নিবিচাৰে৷ ( Kosambi, 1965, p. 73) এই সম্পৰ্কে ৰমিলা থাপাৰেও কৈ গৈছে — ‘‘Aryan is in fact a linguistic term indicati... |
ঠিক সেইদৰে ৰামচৰণ শৰ্মাই আৰ্যসকলৰ সম্পৰ্কে বিভিন্ন পণ্ডিতে আগবঢ়োৱা মতামত বিশ্লেষণ কৰি এক নিৰ্দিষ্ট মতত উপনীত হৈছে যে ঋগ্বেদত যি আৰ্য জনগোষ্ঠীৰ কথা কোৱা হৈছে সিহঁত হয়তো এক নৃকুলভুক্ত নাছিল, কিন্তু তেওঁলোকে এক হৈ আছিল এক সাধাৰণ ভাষা আৰু একে ধৰণৰ জীৱন যাত্ৰাৰ বন্ধনত৷ (Sharma,1990, pp. 7-8) এই কথাৰ প্ৰমাণস্বৰূপে আমি গুহ... |
আৰ্যসকলৰ এক নৃগোষ্ঠী সম্ভূত নহয় যদিও তেওঁলোক আছিল উন্নত কৃষি পদ্ধতি সমৃদ্ধ, সাংগঠনিক শক্তি সম্পন্ন, সহজে সকলোৰে লগত মিলি যাব পৰা, মিলাব পৰা গুণযুক্ত আৰু এখন নতুন সমাজ গঢ়াৰ বাবে অত্যাৱশ্যক বহু উপাদানৰ সমাহাৰেৰে গঠিত এক সংমিশ্ৰিত জনসমষ্টি৷ মন কৰিবলগীয়া যে, আৰ্যসকলৰ জাতিগত প্ৰসাৰতকৈ তেওঁলোকৰ উৎপাদন কৌশল আৰু জীৱন যাত্ৰা... |
উন্নত কৃষি কৰ্মৰ অধিকাৰী, ধাতুবিদ্যাত পাৰদৰ্শী এই আৰ্যসকলে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিছিল৷ এই ক্ষেত্ৰত ডি. ডি. কৌশাম্বীয়ে কোৱা এষাৰ মন্তব্য উল্লেখযোগ্য — ‘‘আৰ্যসকলে যিহকে শুজা যেন পাইছিল তাকে সংস্পৰ্শলৈ অহা সকলো লোকৰ পৰা গ্ৰহণ কৰিছিল৷ সাধাৰণতে তেওঁলোকৰ দৈহিক আৰু প্ৰজননমূলক বৈশি... |
এনেদৰে বিচাৰ কৰি চালে দেখা যায় যে বিভিন্ন সময়ত অসমলৈ ভিন্ ভিন্ নৃগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল৷ তেওঁলোকৰ মাজত অৱশ্যম্ভাৱীভাৱে সংঘটিত হৈছিল সংঘাত; কিন্তু এটা সময়ত আৰ্যসকলে নিজৰ প্ৰভাৱ বৃদ্ধি কৰি আৰ্যীকৰণ প্ৰক্রিয়াৰে প্ৰায় সকলোৰে ওপৰত প্ৰভাৱ বিস্তাৰ কৰিলে আৰু অসমতো বৰ্ণবাদী প্ৰথাৰ আৰম্ভ কৰে৷ উল্লেখ্য যে, অসমত বসবাস কৰা ... |
অসমৰ জনগাঁথনিক ইয়াত প্ৰচলিত ধৰ্মীয় দিশৰ পৰাও আলোচনা কৰিব পাৰি৷ সমাজ তথা সাংস্কৃতিক ইতিহাসত ধৰ্ম আৰু বিশ্বাসৰ স্থান অতি উচ্চ৷ এই বিশ্ব জগতত বসবাস কৰা মানৱৰ প্ৰতিটো আচাৰ-অনুষ্ঠানৰ মূলতে আছে বিভিন্ন বিশ্বাস, যাদু আৰু ধৰ্ম৷ এনে ধৰণৰ আচাৰ-অনুষ্ঠানসমূহে সংস্কৃতি প্ৰসাৰণৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰে৷ অসমতো বিভিন্ন উ... |
অসমৰ জাতীয় জীৱনত ইছলাম ধৰ্মাৱলম্বী লোকসকলেও এক গভীৰ স্থান অধিকাৰ কৰি আছে৷ প্ৰথম অৱস্থাত এইসকল লোক মূলতঃ যুদ্ধ কৰিবলৈ আহি বিভিন্ন কাৰণত অসমত থাকি গৈছিল৷ পৰৱৰ্তীসময়ত অসমলৈ ধৰ্ম প্ৰচাৰৰ বাবে অহা কেইবাজনো ইছলাম ধৰ্মগুৰুৰ তৎপৰাততো বহু হিন্দু লোক ধৰ্মান্তৰিত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল৷ (Das, 2010, p. 42) ব্ৰিটিছৰ দিনতো তেও... |
ঠিক সেইদৰে ইংৰাজসকলে অসম অধিকাৰ কৰাৰ পাছত ধৰ্ম প্ৰচাৰৰ বাবে খ্ৰীষ্টানসকল আহে আৰু অসমৰ বিভিন্ন ঠাইত, বিশেষকৈ জনজাতি অধ্যুষিত অঞ্চলত ধৰ্মপ্ৰচাৰ কৰি আহিছে৷ স্বৰাজোত্তৰ কালত বিভিন্ন কাৰণত ভাৰতৰ বিভিন্ন ঠাইৰ লগতে অসমৰ কাষতে থকা চুবুৰীয়া দেশৰ পৰাও বিভিন্ন ধৰ্মাৱলম্বী লোকৰ অসমলৈ প্ৰব্ৰজন কৰিছে৷ অৱশ্যে এটা কথা ঠিক যে, তেতিয়া... |
অসমৰ অধিকাংশ জনসাধাৰণেই হিন্দু ধৰ্মাৱলম্বী৷ ভুবন মোহন দাসৰ মতে “The majority of the people are Hindu by religion. A sizable section is formed by the Muslims. Christian, Sikh, Jain and Buddhist people are also there, but in very small numbers. Some practice tribal religions” (Das, 2010, p. 27) ২০০১ চনৰ লোকপিয়ল অনুসৰি অ... |
হিন্দু – ৬৫ % |
মুছলমান – ৩১ % |
খ্ৰীষ্টান – ৪ % |
বৌদ্ধ – < ১ % শিখ - < ১ % অন্যান্য - < ১ % ( CRI, 2011) ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি যে অসমত হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা সৰ্বাধিক৷ লগতে এই তালিকাখনেই আন এটি কথাও প্ৰমাণ কৰে যে এই ভূখণ্ডত বিভিন্ন ধৰ্মাৱলম্বী মানুহে পাৰস্পৰিক সৌহাৰ্দ্যৰে, সম্প্ৰীতিৰে বাস কৰি আহিছে আৰু অসমৰ জনগাঁথনিক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে৷ ভাষাতাত... |
অসমীয়া গ্ৰন্থ |
কলিতা, ৰমেশ চন্দ্ৰ (২০০৬); অসমৰ কালানুক্ৰমিক ইতিহাস; গুৱাহাটীঃ অসম প্ৰকাশন পৰিষদ৷ |
কৌশাম্বী, ডি. ডি. (১৯৮১); ভাৰতৰ ইতিহাস; (ভট্টাচাৰ্য, বীৰেন্দৰ কুমাৰৰ অনুঃ)গুৱাহাটীঃ অসম প্ৰকাশন পৰিষদ ( |
← সংকটকালত মাধ্যম বিতৰ্ক (পংকজ ঠাকুৰীয়া) |
স্বাধীনতা দিৱসৰ অনুভৱ → |
You May Also Like |
গোৱালপৰীয়া লোকগীত -( জয়দীপ চক্ৰৱৰ্তী) |
November 15, 2013 March 10, 2021 0 |
অসম, অসমীয়া, অসমবাসী আৰু বাংলাদেশী (আমিনুজ জামান) |
June 15, 2015 March 10, 2021 2 |
'বিস্ময়'ৰ বিস্ময়কৰ যাত্ৰা – জ্যোতিৰূপম দত্ত |
December 17, 2017 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>বিশ্বনাথ জিলাত চৰকাৰীভাৱে প্ৰচলিত খুচুৰা মুদ্ৰাকলৈ এইবাৰ সমস্যাৰ সৃষ্টি হৈছে। চৰকাৰীভাৱে প্ৰচলিত দ’ম দ’ম খুচুৰা পইচা এতিয়া ভালুকৰ সাঙীত পৰিণত হৈছে ক্ৰেতা বিক্ৰেতাৰ বাবে। বৰ্তমান পৰিস্থ... |
বিশ্বনাথত এতিয়া কোনো লোকেই নিবিচাৰে ল’বলৈ এই মুদ্ৰাসমূহ। আশ্চৰ্যজনক কথাটো হৈছে আনকি বিশ্বনাথ চাৰিআলিৰ ষ্টেট বেংক, ইউক’ বেংক, এক্সিচ বেংককে ধৰি সকলো বেংকতে এনেধৰণৰ মুদ্ৰা জমা লোৱাৰ ক্ষেত্ৰত যেন অঘোষিত নিষেধাজ্ঞা বলবৎ কৰা হৈছে। |
‘ডিজিটেল ইণ্ডিয়া’ৰ কথা কোৱা চৰকাৰখনে দৰিদ্ৰ ৰাইজৰ হাতত থকা এনে মুদ্ৰা বন্ধ কৰাৰ ষড়যন্ত্ৰত লিপ্ত থকাৰো অভিযোগ উত্থাপন হৈছে। বহুজনে আনকি আপদ বিপদৰ কাৰণে সঞ্চয় কৰা এনে মুদ্ৰাক লৈ বিপাঙত পৰা পৰিলক্ষিত হৈছে । |
আশ্চৰ্যকৰ বিষয় এই যে বহু সৰু-সৰা ব্যৱসায়ীয়ে দোকানত মৰ্টনৰ সলনি বৈয়ামত সজাই ৰাখিছে অচল হ’বলৈ ধৰা প্ৰচলিত মুদ্ৰাবোৰ । খুচুৰা মুদ্ৰাৰ বাবেই এতিয়া তামোল আৰু মৰ্টন বিক্ৰী কৰিবলৈ এৰি দিছে একাংশ পাণ দোকানীয়ে । খুচুৰা মুদ্ৰা সমুহ অচল হ’বলৈ ধৰা ঘটনাৰ বাবে বিশ্বনাথবাসী ৰাইজৰ এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে। এতিয়া এই খুচুৰা মুদ্ৰাৰে ... |
Recent News |
পশ্চিম বংগত তৃণমূল নেতাৰ গৃহত বিস্ফোৰণ: তিনি গৰাকীৰ মৃত্যু |
অচিনাকি বাহনত যাত্ৰা কৰি বিপদত দুই যুৱক; নিচাযুক্ত বস্তু খুৱাই সকলো লুটি নিলে দুৰ্বৃত্তই |
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ বিৰুদ্ধে থিয় দিবলৈ ইউৰোপ যথেষ্ট শক্তিশালী নহয়: ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী |
দিল্লীত পুনৰ লিভ-ইন সংগীক নৃশংস হত্যা! দেহ কাটি টুকুৰা-টুকুৰ কৰাৰ চেষ্টা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
মৰাণত এক শোকাবহ ঘটনা সংঘটিত হৈছে। মৰাণৰ চেপন আৰক্ষী চকীৰ অন্তৰ্গত ডোমৰ দলং চাহ বাগিচা বৰুৱাহোলা শাখাৰ ১২ নম্বৰ লাইনত সংঘটিত হোৱা এক অগ্নিকাণ্ডৰ ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ তিনিটিকৈ শিশুৰ কৰুণ মৃত্যু ঘটিছে। |
অগ্নিদগ্ধ হৈ মৃত্যু হোৱা শিশু তিনিটি ৫ বছৰীয়া অনুদ মুণ্ডা, ৩ বছৰীয়া কহিনুৰ কৰুৱা আৰু ২ বছৰীয়া অনুদ মুণ্ডা বুলি জানিব পৰা গৈছে। পথাৰৰ টঙীঘৰত শিশু তিনিটি খেলি থকা অৱস্থাত হঠাৎ সংঘটিত হোৱা অগ্নিকাণ্ডত শিশু তিনিটি অগ্নিদগ্ধ হয়। |
এই শোকাবহ ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শিশু তিনিটি মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অগ্নিকাণ্ডৰ কাণৰ জানিব পৰা হোৱা নাই। এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Mahesh Motors : গুৱাহাটীৰ মহেশ মটৰ্ছত অল নিউ গ্ৰেণ্ড চেৰ’কি মুকলি |
November 29, 2022 11 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : গুৱাহাটীৰ মহেশ মটৰ্ছত (Mahesh Motors) অল নিউ গ্ৰেণ্ড চেৰ'কি মুকলি। বাহনখন মুকলি কৰিলে অভিনেত্রী মেঘৰঞ্জনী মেধিয়ে। এক্স |
Read More... |
Nagaon Police Firing : পুনৰ ভুল কৰিলে নগাঁও আৰক্ষীয়ে : গুলীয়ালে এজন নিৰীহ যুৱকক |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.