text
stringlengths
0
188k
Technology
Politics
Health
Live TV
Home
News
ৰাষ্ট্ৰীয়
প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত ভাৰতে গঢ়িলে বিশ্বৰেকৰ্ড
ৰাষ্ট্ৰীয়
Image Credit: Internet
Sep 18, 2021 | moderator
ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১সংখ্যক জন্মদিন একপ্ৰকাৰ উৎসৱৰ দৰে পালন কৰা হ’ল দেশত। শাসকীয় বিজেপিয়ে মহা আড়ম্বেৰে উদযাপন কৰিলে মোদীৰ জন্মদিন। নানা জনহিতকৰ পদক্ষেপো গ্ৰহণ কৰা হৈছে মোদীৰ ৭১সংখ্যক জন্মদিনটোত। কুৰিদিনীয়া কাৰ্যসূচীৰে পালন কৰিবলগীয়া মোদীৰ জন্মদিনৰ প্ৰথমটো দিনতে ভাৰতে গঢ়িলে বিশ্ব ৰেকৰ্ড। প্ৰত...
শুকুৰবাৰে প্ৰথমবাৰৰ বাবে দেশত প্ৰদান কৰা হ’ল ২.৫কোটি পালি প্ৰতিষেধক। শুকুৰবাৰে নিশা প্ৰায় ১২ বজাত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই ভাৰতৰ এই ঐতিহাসিক সাফল্যৰ কথা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়েও প্ৰতিষেধক প্ৰদান অভিযানৰ এই সাফল্যক লৈ প্ৰতিজন দেশবাসী গৰ্বিত বুলি মত প্ৰকাশ কৰে। টুইটযোগে তেওঁ প্ৰতিগৰ...
ক’ভিডক পৰাভূত কৰাৰ বাবে টিকাকৰণক অধিক গতি দিয়াৰ চেষ্টা অব্যাহত ৰাখিবলৈও মোদীয়ে আহ্বান জনায়। উল্লেখ্যে যে, মোদীৰ জন্মদিনৰ দিনটোত চৰকাৰে ২.৫ কোটি পালি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও এই লক্ষ্যতকৈ ১০,৩৯০ পালি অধিক প্ৰতিষেধক প্ৰদান কৰা সম্ভৱ হয়। উল্লখ্যে যে, এদিনতে প্ৰদান কৰা ক’ভিড প্ৰতিষেধকৰ ক্ষেত্ৰত এয়া এক ...
Share :
Sponsor Ad
Click Here To Advertise With Us
Instagram Feed
Follow Us
Sponsor Ad
Click Here To Advertise With Us
Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.<eot>পৱিত্ৰ ঈদৰ প্ৰাক মুহূৰ্তত ছয়গাঁও সমষ্টিৰ আৰ্তজনৰ কাষত প্ৰদেশ যুৱ কংগ্ৰেছৰ ৰাজ্...
বিশ্বজুৰি কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰা বলিয়া বানে অধিক জুৰুলা কৰিছে সৰ্বসাধাৰণ লোকক। এফালে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে লক ডাউনৰ নিচিনা কঠোৰ সিদ্ধান্ত লবলৈ বাধ্য হোৱাত দিন হাজিৰ কৰা দুখীয়া শ্ৰেণীৰ উপাৰ্জনৰ পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আৰু আনফালে বানপানীয়ে কৃষক শ্ৰেণীৰ ৰাইজৰ শস্য ব...
অঞ্চলটোৰ ৩০০ তকৈও অধিক দুখীয়া পৰিয়ালক খাদ্য সামগ্ৰীৰ লগতে কাপোৰ আৰু ১০০ টাকৈ বিতৰণ কৰে কংগ্ৰেছ নেতা গৰাকীয়ে। সংকটৰ এই সময়ত আব্দুৰ ৰেজ্জাকৰ এনে মহানুভৱতাক ভূয়সী প্ৰংশসা কৰে অঞ্চলটোৰ সচেতন মহলে।
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Royal Enfield : জু ৰোডৰ ৪ এচেছ শ্ব’ৰুমত ৰয়েল এনফিল্ড হিমালয়ান তিনিটা ৰঙৰ মুকলি
December 8, 2022 5 0 CommentsBy: Sangbad 365
গুৱাহাটী : গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ বিপৰীতে থকা ৪ এচেছ এনফিল্ড বিটেইল প্রাইভেট লিমিটেডত তিনিটা নতুন ৰঙৰ ৰয়েল এনফিল্ড (Royal
Read More...
Gate Hospital : গেট হস্পিতালত সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি
December 7, 2022 18 0 CommentsBy: Sangbad 365
গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ'ল "গেট হস্পিতাল জনকল্যান সমিতি"।
Read More...
Two Arrested : ওৰাং আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন
December 6, 2022 29 0 CommentsBy: Sangbad 365
Jatin Nath ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)।<eot>’১৯ৰ লোকসভা নিৰ্বাচনৰ পদধ্বনি দেশবাসীৰ কাণত পৰাৰ সময়তে বিজেপিৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্য্যালয়ে ‘যোগাযোগ’ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ববিতা শৰ্মাক!
কংগ্ৰেছৰ মানুহেৰে দল ভৰোৱা বুলি সমালোচিত বিজেপিয়ে পিছে দলত যোগ দিয়াৰ বাবে নহয়, সাংবাদিকৰ ছদ্মৱেশত তথ্য গোটোৱাৰ চেষ্টা কৰা বুলিহে অভিযোগ তুলিছে শৰ্মাই। বিজেপিক তেওঁ ‘ঠগ’ বুলিও কটাক্ষ কৰিছে।
What nonsense ! They were calling up others too ! CLP leader @DsaikiaOfficial , @Bismita Gogoi and Dulu Ahmed by impersonating as journalists & researchers. BIG deceivers ! #BJP #Imposters https://t.co/MRJgXHZcIO
— Bobbeeta Sharma (@bobbeeta) September 22, 2018
জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী তথা অভিনেত্ৰী-পৰিচালিকা গৰাকীয়ে শনিবাৰে টুইটাৰ আৰু ফে’ছবুকযোগে অভিযোগ কৰে যে ৰাষ্ট্ৰীয় টিভি চেনেল এনডিটিভি–ৰ সাংবাদিক ‘ৰবিন’ৰূপে পৰিচয় দি এজন লোকে শুকুৰবাৰে আবেলি শৰ্মাই পূৰ্বে প্ৰতিদ্বন্দ্বিতা কৰা পূব গুৱাহাটী সমষ্টিৰ লগতে কাষৰীয়া সমষ্টিসমূহৰ জনবিন্যাসৰ তথ্য বিচাৰে। উদ্দেশ্য ’১৯ৰ লোকসভা নিৰ্বাচন...
A person named Robin called claiming to be a TV journo from @ndtv doing survey on 2019 exit polls wanting info on my East Guw Constituency. Later checked mtnl directory & found the call came from 11 Ashoka Road BJP party office (011 23385375 /23385395)! ?
— Bobbeeta Sharma (@bobbeeta) September 21, 2018
ববিতা শৰ্মাই ফে’ছবুকত ৰাজহুৱা কৰা এম টি এন এলৰ তথ্যৰ ছবি।
কিন্তু পিছত শৰ্মাই এম টি এন এল-ৰ ডাইৰেক্তৰি পৰীক্ষা কৰি দেখে যে সেই নম্বৰটো এনডিটিভি নহয়, নতুন দিল্লীস্থিত বিজেপি মুখ্য কাৰ্য্যালয়ৰহে নম্বৰ!
তেৱেঁই নহয়, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়েও অনুৰূপ ফ’ন পোৱা বুলি শনিবাৰে টুইটাৰযোগে প্ৰকাশ কৰি শৰ্মাই বিজেপিক ‘ঠগ’ৰূপে সমালোচনা কৰিছে।
জ্যেষ্ঠ কংগ্ৰেছী নেত্ৰীগৰাকীৰ এই অভিযোগে চ’চিয়েল মিডিয়াত বিজেপিক হাঁহিয়াতৰ পাত্ৰ কৰি তোলাৰ পিছত এই সন্দৰ্ভত বিজেপিৰ প্ৰতিক্ৰিয়া লক্ষণীয় হ’ব।
Recent News
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন?
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ?
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ঘটনাৰ বিবৰণী মতে, আজি আবেলি সাপকাটা গাঁৱৰ নিজৰ বাসগৃহৰ পৰা বিনু শৰণীয়াই সম্পৰ্কীয় দেওৰেক এজনৰ লগত এখন মটৰ চাইকেলেৰে নিজৰ সন্তানক কুমাৰীকাটাৰ এখন বিদ্যালয়ৰ হোষ্টেলত থৈ তাৰ পৰা ওভতি আহি থাকোঁতে ৰঙিয়া-তামুলপুৰ-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমা সংযোগী পথৰ উলুবাৰী পাৰ্বতী চকত মটৰ চাইকেলখনৰ পৰা পৰি গুৰুতৰভাবে আহত হৈ সংজ্ঞাহীন হৈ পৰে...
আনহাতে, সংজ্ঞাহীন মহিলা গৰাকীক উঠাবলৈ লগত অহা যুৱকজনে আপ্ৰান চেষ্টা চলায়ু ব্যৰ্থ হয়। ঠিক সেই সময়তে বাতৰি সংগ্ৰহ কৰি কুমাৰীকাটাৰ পৰা তামুলপুৰ অভিমুখে আহি থকা এটা ৫ পাঁচ জনীয়া সাংবাদিকৰ দল সেই ঠাইত উপস্থিত হোৱাত তেওঁলোকে আহত মহিলা গৰাকীক ঠাইতে শুশ্ৰূষা কৰাৰ লগতে তাৎক্ষণিকভাৱে এখন চাৰি চকীয়া গাড়ীৰ ব্যৱস্থা কৰি তামুলপুৰ প্...
তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মহিলা গৰাকীক চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ নিয়াৰ পৰামৰ্শ দিয়াত পৰিয়ালৰ লোকে সাংবাদিকৰ দলটোৰ সহযোগত মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে অতি সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে।
Recent News
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন?
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ?
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
যি ঘটনাৰ অন্তত আহোম ৰাজে মোগলৰ সৈতে ঘিলাঝাৰীঘাটত অতি এক অপমানজনক চুক্তিত (১৬৬২) স্বাক্ষৰ কৰিব লগা হৈছিল।
মিৰজুমলাৰ প্ৰত্যাবৰ্তনৰ পাছত জয়ধ্বজ সিংহই ১৬৬৩ চনৰ নৱেম্বৰ মাহত ধ্বংসস্তূপত পৰিণত হোৱা ৰাজধানী গড়গাঁৱত প্ৰৱেশ কৰি শোকত ম্ৰিয়মান হৈ এক বিফল মন আৰু ভগ্ন হৃদয় তথা পৰাজয়ৰ গ্লানি মূৰ পাতি লৈ মৃত্যুবৰণ কৰে।
RelatedPosts
বুৰঞ্জীবোধ
December 1, 2022
অসমৰ বুৰঞ্জী
December 1, 2022
Making a mockery of the Constitution Day
November 26, 2022
তেওঁৰ মৃত্যুৰ পাছত ভায়েক চক্ৰধ্বজ সিংহই আহোম ৰাজসিংহাসনত অধিষ্ঠিত হৈ মোগলৰ পৰাধীনতাৰ পৰা নিজক মুক্ত কৰাৰ উপায় চিন্তিলে।
এইজনা স্বাধীনচেতিয়া, নিৰ্ভীক দেশপ্ৰেমীক ৰজাই সিংহাসন আৰোহণ কৰিয়েই এনেদৰে কৈছিল “বঙাল তথা বিদেশীৰ অধীন হৈ থকাতকৈ মৰণেই শ্ৰেষ্ঠ। মোৰ উপৰিপুৰুষসকল কেতিয়াও কাৰো তলত নাছিল আৰু ময়ো মোগলৰ কৰতলীয়া হৈ থাকিব নোৱাৰোঁ।”
এইজনা স্বাধীনচেতিয়া ৰজাই লাচিতৰ দৰে এজন বীৰক চিনাক্ত কৰি মোগলৰ বিৰুদ্ধে কৰিবলগীয়া আগন্তক মহাৰণৰ সেনানায়কৰ গুৰুদায়িত্ব অৰ্পণ কৰি তেওঁক বৰফুকন পদত অধিষ্ঠিত কৰিছিল।
১৬৬৭ চনৰ বাৰিষাকালৰ ভিতৰত যুদ্ধৰ সকলো যা-যোগাৰ সম্পূৰ্ণ কৰি আগষ্ট মাহৰ ২০ তাৰিখে লাচিতক নামনি অসমৰ ফালে মোগলৰ বিৰুদ্ধে প্ৰেৰণ কৰা হ’ল। সেই একে সময়তেই প্ৰায় ২০,০০০ জয়ন্তীয়া সৈন্যসহ ৰাণী, লুকী, বেলতলা আদিৰ জনজাতীয় ৰজাসকলেও আহোম সেনাত যোগ দি শক্তি বঢ়ালে। লাচিত বৰফুকনৰ সুদক্ষ পৰিচালনাত এই সন্মিলিত বাহিনীয়ে বাঁহবাৰী,...
প্ৰায় দুমাহ অৱৰোধ কৰাৰ পাছত গুৱাহাটী আৰু পাণ্ডুও অসমীয়া সেনাই অধিকাৰ কৰে। আনফালে অসমত থকা মোগল সেনাক সহায়ৰ বাবে চৈয়দ চানা আৰু চৈয়দ ফিৰোজৰ নেতৃত্বত এক শকত মোগল বাহিনী আহি অসমত উপস্থিত হ’লহি।
কিন্তু লাচিতৰ সুদক্ষ ৰণকৌশলৰ আগত মোগল সেনাই বেছিপৰ টিকি থাকিব নোৱাৰিলে। চৈয়দ চানা, চৈয়দ ফিৰোজ আদিকে ধৰি ভালেসংখ্যক মোগল আক্ৰমণকাৰীক বন্দী কৰি ৰাজধানী গড়গাঁৱলৈ প্ৰেৰণ কৰিলে। স্বৰ্গদেউ চক্ৰধ্বজ সিংহই এই বিজয়ৰ বাতৰি পাই উৎফুল্লিত হৈ এনেদৰে মন্তব্য কৰিছিল “এতিয়াহে মই এগৰাহ ভাত সুখেৰে খাব পাৰিম।”
ইয়াৰ পাছত লাচিত বৰফুকনক চক্ৰধ্বজ সিংহই গুৱাহাটীৰ সিপাৰে মোগলৰ গতি-বিধি লক্ষ্য কৰি থাকিবলৈ নিৰ্দেশ দিলে। গুৱাহাটীত থকা কালতেই তেওঁ পাণ্ডু আৰু শৰাইঘাটৰ দুৰ্গক সুৰক্ষিত ৰূপত নিৰ্মাণ কৰি উলিয়ালে। মোগলৰ হাতৰপৰা উদ্ধাৰ কৰা অঞ্চলসমূহত পুনৰ আহোম শাসন ব্যৱস্থা প্ৰবৰ্তন কৰা হ’ল। এইখিনি লৈকে সকলো ঠিকেই আছিল।
কিন্তু যেতিয়াই অসমীয়া সেনাৰ হাতত মোগল সেনাৰ পৰাজয়ৰ বাতৰি গৈ দিল্লী পালেগৈ তেতিয়াই লগে-লগে মোগল সম্ৰাট ঔৰংজেৱে অসমক এশিকনি দিবলৈ বুলি অম্বৰৰ ৰাজপুত ৰজা জয়সিংহৰ পুতেক ৰামসিংহক অসমৰ বিৰুদ্ধে প্ৰেৰণ কৰে। আৰু এই ৰামসিংহৰ অসম আগমন তথা আহোম ৰাজ্য আক্ৰমণেই ইতিহাসপ্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধৰ ঐতিহাসিক বীজ ৰোপণ কৰে।
অসম তথা আহোম ৰাজ্য আক্ৰমণ কৰাৰ উদ্দেশ্যে ১৬৬৯ চনৰ মাৰ্চ মাহত ৰামসিংহই ৩০,০০০ পদাতিক, ১৮,০০০ আশ্বাৰোহি, ৩০,০০০ কাঁড়ী আৰু ৩০ খন যুদ্ধ জাহাজসহ এক বিশাল মোগল সেনাবাহিনী লৈ গোৱালপাৰাত উপস্থিত হ’লহি। ৰামসিংহৰ সহকাৰী সেনাপতি হিচাপে প্ৰেৰণ কৰা হ’ল গুৱাহাটীৰ প্ৰাক্তন থানাদাৰ ৰচিদ খাঁক।
মোগল বাহিনী আগমনৰ বাতৰি পাই অসমীয়া বাহিনীয়ে মানাহ অঞ্চলৰ পৰা গুৱাহাটীলৈ পিছুৱাই অহাত বিনাবাধাই ৰামসিংহই গুৱাহাটী পালেহি। মোগল বাহিনীৰ আগমনত ভীতিগ্ৰস্ত হৈ অসমীয়াই সেনাই প্ৰকৃততে পিছ হোঁহকা নাছিল। ইয়াৰ অন্তৰালত থকা মূল কাৰণ হ’ল, সেইসময়ত গুৱাহাটী আৰু ইয়াৰ উপকন্ঠ অঞ্চলতহে মোগলক ভেটিবৰ বাবে প্ৰকৃত ব্যৱস্থাসমূহ গ্ৰহণ ক...
ব্ৰহ্মপুত্ৰৰ উত্তৰে আমিনগাঁৱৰ শৰাইঘাট দুৰ্গত আতন বুঢ়াগোহাঁই, পাণ্ডুত বৰগোঁহাই, কুৰুৱাত বৰপাত্ৰগোহাঁই, অসুৰ আলিত কলীয়াবৰীয়া ফুকন, ইটাখুলিত স্বয়ং লাচিত বৰফুকন আৰু নৌবিভাগৰ দায়িত্বত নাওবৈছা ফুকনে প্ৰতিৰক্ষাৰ বাবে সাজু হৈছিল। মোগল বাহিনীৰ দুৰ্জয় অভিযান অধিক দক্ষতাৰে প্ৰতিৰোধ কৰিবৰ বাবে লাচিতে একে ৰাতিৰ ভিতৰতে শৰাইঘাট...
এই গড় ৰাতিটোৰ ভিতৰতে সম্পন্ন কৰাৰ দায়িত্ব অৰ্পণ কৰিলে নিজ মোমায়েকক। কিন্তু নিৰ্দিষ্ট সময়ৰ ভিতৰত গড় নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত গাফিলতি কৰাত লাচিতে মোমায়েকক মৃত্যুদণ্ড দি ৰনুৱা তথা বনুৱাসকলৰ মনত ভয়ৰ সঞ্চাৰ কৰি একে ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ কৰি তুলিবলৈ বাধ্য কৰাইছিল। আনফালে ৰামসিংহই এই খবৰ পাই শৰাইঘাট...
কিন্তু তেওঁ এই কাৰ্যত বিফল হৈ দৰঙৰ ফালে আগবাঢ়িল। দৰঙত হোৱা স্থল যুদ্ধত ৰামসিংহই জয়লাভ কৰিলে যদিও পৰৱৰ্তী নৌযুদ্ধত তেওঁ পৰাজয় বৰণ কৰি হাজো ফাললৈ পিছ হোঁহকিবলৈ বাধ্য হয়। তেনেতে ৰামসিংহ আৰু গুৱাহাটীৰ প্ৰাক্তন থানাদাৰ ৰছিদ খাঁনৰ মাজত হোৱা মনোমালিন্যৰ ফলত মোগল সেনাবাহিনীৰ মাজত এক বিশৃংখল পৰিস্থিতিয়ে দেখা দিয়ে।
পৰিস্থিতিৰ পূৰ্ণ সুযোগ লৈ আহোম সেনাই শুৱালকুচি, চেঁচা আদিৰ যুদ্ধত মোগলক পৰাস্ত কৰি আগীয়াঠুটিত থকা মোগলৰ সেনাচাউনি অধিকাৰ কৰে। উপায়হীন হৈ ৰামসিংহই হাজো ত্যাগ কৰি দলিবাৰীৰ ওচৰৰ আলাবৈ পাহাৰৰ ওপৰত এক সুচল ঠাইত সেনাচাউনি পাতে। এইখিনি ঠাইতেই আহোম সেনাপতি লাচিত বৰফুকনৰ তীব্ৰ অনিচ্ছা স্বত্বেও আহোম ৰজা চক্ৰধ্বজ সিংহৰ নিৰ্দেশক...
যিখন যুদ্ধত এটা দিনতেই প্ৰায় ১০,০০০ অসমীয়া সৈন্যৰ প্ৰাণ গৈছিল। আহোম ৰজাৰ ভুল নিৰ্দেশত সংঘটিত এই আলাবৈ যুদ্ধৰ ক্ষতিৰ সংবাদে ৰজা চক্ৰধ্বজ সিংহক শোকত ম্ৰিয়মান কৰি তুলিলে। এই শোকতে সেই বছৰৰ শেষৰফালে তেওঁৰ মৃত্যু হয়। এইজনা স্বাধীনচেতিয়া ৰজাৰ মৃত্যুৰ পাছত উদয়াদিত্য সিংহই এক সংকটকালত ৰজা হয়। এইজনা ৰজাৰ দিনতেই অসমৰ ইতিহ...
উল্লেখযোগ্য যে, আলাবৈ যুদ্ধত জয়লাভ কৰাৰ পাছত ৰামসিংহই যুদ্ধ কৰাৰ পৰিৱৰ্তে আহোম পক্ষৰ সৈতে সন্ধি কৰিবৰ বাবে চেষ্টা কৰিছিল আৰু লগতে এই সন্ধিৰ দ্বাৰাই গুৱাহাটীক মোগলক এৰি দিবলৈ বাধ্য কৰাব খুজিছিল। কিন্তু আহোম ৰজাই ইয়াক মানি লোৱাৰ পৰিৱৰ্তে আতন বুঢ়াগোহাঁইৰ নেতৃত্বত লাচিতৰ সহায়ৰ বাবে পুনৰ ২০,০০০ সৈন্য প্ৰেৰণ কৰিলে।
তেনেতে মোগল সম্ৰাট ঔৰংজেৱৰ পৰাও আহোমৰ বিৰুদ্ধে যুদ্ধ দিবৰ বাবে ৰামসিংহলৈ কাঢ়া নিৰ্দেশ অহাত ৰামসিংহয়ো নতুন উদ্যমেৰে সৈন্য সঞ্চালন কৰিবলৈ আঁচনি ল’লে। কিন্তু স্থলযুদ্ধত তেওঁ বহু চেষ্টা কৰিও সফল হ’ব নোৱাৰি নৌযুদ্ধত নমাৰ সিদ্ধান্ত ল’লে। এইখিনি সময়তেই ইউৰোপীয় নাবিকসহ এক বিশাল নৌবাহিনী ৰামসিংহৰ সহায়ৰ বাবে বংগদেশৰ পৰা আহি...
দুৰ্ভাগ্যবশতঃ এইখিনি সময়তেই অসমীয়া সেনা বাহিনীৰ নায়ক লাচিত বৰফুকন কঠিন নৰীয়াত শয্যাশায়ী হয়। এনে অৱস্থাত নেতৃত্ববিহীন হৈ পৰা অসমীয়া সৈন্যৰ ওপৰত তীব্ৰগতিত মোগলৰ আক্ৰমণ চলিল। জয়ৰ আশা নেদেখি অসমীয়া সৈন্যই পিছ হোঁহকিবলৈ ধৰিলে। শত্ৰুৰ এনে আগ্ৰাসন দেখি লাচিতৰ ধৈৰ্যৰ বান্ধ খুলখাই গ’ল। তীৰ কঁপা জ্বৰৰ গাৰেই নিজৰ নাৱত জপ...
বৰফুকনৰ এই উদ্যম দেখি অসমীয়া নৌবাহিনীৰ মনোবল ঘূৰি আহিল। ব্ৰহ্মপুত্ৰৰ বুকু যুদ্ধ নাৱেৰে ভৰি পৰিল। পাহাৰৰ ওপৰৰ পৰাও অসমীয়া স্থল সেনাই শত্ৰুৰ ওপৰত কাঁড়, হিলৈ, বৰটোপ আদিৰে উপৰ্যুপৰি আক্ৰমণ চলালে। ১৬৭১ চনৰ মাৰ্চ মাহত হোৱা এই ইতিহাসপ্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধত ৰামসিংহৰ নেতৃত্বত অসমলৈ অহা আক্ৰমণকাৰী মোগল বাহিনী সম্পূৰ্ণৰূপে বি...
পৰাজয়ৰ গ্লানি লৈ ৰামসিংহই এপ্ৰিল মাহৰ ৫ তাৰিখে অসমৰপৰা প্ৰত্যাবৰ্তন কৰিবলৈ বাধ্য হয়। অসমীয়া সেনাই মোগল বাহিনীক খেদি নি মানাহ নদী পাৰ কৰি থৈ ইয়াতেই মোগল আৰু আহোম ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰে। এই ইতিহাসপ্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধৰ ঠিক পিছৰ বছৰতেই ১৬৭২ চনৰ এপ্ৰিল মাহত অসমীয়া ৰজা আৰু প্ৰজাক বিজয়ৰ মুকুট পিন্ধোৱা মহাবীৰ লাচিত ...
শেষত, আমি আমাৰ লেখাৰ শেষ মূল বিষয়লৈ যাব খুজিছোঁ। য’ত শৰাইঘাটৰ যুদ্ধৰ পৰিণতি তথা তাৎপৰ্যৰ বিষয়ে আলোকপাত কৰিম।
প্ৰথম তাৎপৰ্য: সপ্তদশ শতিকাৰ আহোম-মোগলৰ দীঘলীয়া সংঘৰ্ষৰ ক্ষেত্ৰত শৰাইঘাটৰ যুদ্ধৰ বিশেষ গুৰুত্ব আছে। কিয়নো, শৰাইঘাটৰ এই যুদ্ধখন আছিল চৰকাৰীভাৱে আহোম আৰু মোগলৰ মাজৰ অন্তিম যুদ্ধ। ১৬৮২ চনত গদাধৰ সিংহৰ দিনত সংঘটিত ইটাখুলিৰ যুদ্ধখন যদিও শেষ আহোম-মোগল যুদ্ধ বুলি জনা যায় কিন্তু এই যুদ্ধখন মোগলৰ পক্ষৰ পৰা হোৱা নাছিল। স্বাৰ্...
দ্বিতীয় তাৎপৰ্য: শৰাইঘাটৰ যুদ্ধত আহোম সেনাৰ হাতত মোগলৰ শ্ৰেষ্ঠ সেনাপতি ৰামসিংহৰ পৰাজয় সমগ্ৰ ভাৰতবৰ্ষৰ ইতিহাসৰ বাবেই এক প্ৰভাৱসম্পন্ন ঘটনা। উত্তৰ-পূব ভাৰতৰ এটি ক্ষুদ্ৰ শক্তিৰ হাতত মোগল সেনাৰ এই ধৰাসায়ী হোৱা অৱস্থাই সমসাময়িক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা মোগল বিৰোধী শক্তিসমূহক প্ৰবল প্ৰেৰণা যোগাইছিল। বিশেষকৈ মাৰঠা, ...
তৃতীয় তাৎপৰ্য: মিৰজুমলা অসম আক্ৰমণৰ পৰিণতি স্বৰূপে আহোম আৰু মোগলৰ মাজত হোৱা ঘিলাঝাৰী ঘাটৰ সন্ধিৰ চৰ্তসমূহ আহোম সেনাৰ বাবে চৰম অপমানজনক হিচাপে চিহ্নিত হৈছিল। অসমীয়া তথা আহোম সেনাই শৰাইঘাটৰ যুদ্ধৰ জৰিয়তে সেই অপমান আঁতৰাই হেৰুৱা গৌৰৱ পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।
যুদ্ধৰ পৰিণতি স্বৰূপে অসমীয়া সেনাই গুৱাহাটীসহিতে মানাহ নৈ পৰ্যন্ত নিজ ৰাজ্যখণ্ড পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অসমীয়া সেনাৰ এই বল-বিক্ৰম দেখি শত্ৰুৰ সেনানায়ক স্বয়ং ৰামসিংহয়ো এইবুলি প্ৰশংসা কৰিছিল। “এই দেশৰ ৰজাৰ গৌৰৱ, পাত্ৰমন্ত্ৰীসকলৰ গৌৰৱ, সেনাপতিসকলৰ গৌৰৱ সমগ্ৰ দেশখনৰ গৌৰৱ। য’ত প্ৰতিজন সৈন্যই নাও চলোৱা, কাঁড় মৰা,...
তদুপৰি ৰামসিংহৰ লগত অসমলৈ অহা নৱম শিখ গুৰু টেগবাহাদুৰৰ লিখনিৰ দ্বাৰাও অসমীয়া সেনাৰ বীৰত্বৰ বতৰা সমগ্ৰ জগতে জানিলে।