text stringlengths 0 188k |
|---|
Share : |
Sponsor Ad |
Click Here To Advertise With Us |
Instagram Feed |
Follow Us |
Sponsor Ad |
Click Here To Advertise With Us |
Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.<eot>এবাৰ মথুৰাৰ গোৱৰ্ধন পৰ্বতৰ নামনিত কেইজনমান অতি সাধাৰণ মানুহৰ মাজত এটা আলোচনা হ... |
প্ৰেমৰ বন্ধনত ভগৱানো বন্দী হয়। আনকি ভক্তৰ প্ৰেম-বন্ধনত বন্দী হৈ ভগৱানে কেতিয়াবা পাহৰিয়ে যায় যে তেওঁ ভগৱান। পৰম ব্ৰহ্ম কৃষ্ণই গোটেই জীৱন ভক্তৰ প্ৰেম-বন্ধনত বন্দী হৈ আছিল। যাক তেওঁ মাতৃ বুলি মানি লৈছিল সেই যশোদাৰ হাতত তেওঁ মাৰ খাবলৈও সাজু আছিল। মাতৃৰ পৰা মৰমৰ গালি কেইটা খাবলৈকে তেওঁ গকুল-নন্দগাঁৱত আন যিকোনো এজন দুষ্ট... |
জগতৰ ঈশ্বৰ কৃষ্ণই সমনীয়া গোপ বালকসকলৰ প্ৰেমত বন্দী হৈ তেওঁলোকৰ সৈতে ব্ৰজধামত গৰু চৰাই ফুৰিছিল। পুতনা, কেশী, অঘাসুৰ আদি দানৱক পৰাজিত কৰা সেই কৃষ্ণই খেলত সাধাৰণ গোপবালকসকলৰ হাতত হাৰি গৈছিল। ব্ৰজৰ গোপীসকলৰ প্ৰেম বন্ধনত বন্দী হৈ তেওঁ গোপীসকলৰ ঘৰত মাখন চুৰ কৰি খাইছিল। চুৰ কৰি ধৰা পৰি গোপীসকলৰ আদেশ মতে জগতৰ ঈশ্বৰে তেওঁলোকক ... |
ৰাধাৰ প্ৰতি কৃষ্ণৰ প্ৰেমৰ তুলনা নাই। কবিয়ে গাইছে – |
“যাৰ ইচ্ছা নহ’লে এই জগতত গছৰ পাত এখিলাও লৰচৰ নহয়, |
এই জগতৰ যি সৃষ্টি কৰ্তা |
সেই কৃষ্ণক বৃন্দাবনত ৰাধাৰ ভৃত্য বুলি কোৱা হয়।“ |
এবাৰ কৃষ্ণই যমুনাৰ বালিত খেলি থাকোঁতে ৰাধাৰ ভৰিৰ খোজৰ চিন এটা পাইছিল। চিনটোত সেই সময়ত দুপৰীয়াৰ ৰ’দ পৰি আছিল। কৃষ্ণই নিজৰ গাটোৰে ৰাধাৰ ভৰিৰ খোজৰ সেই চিনটোত ছাঁ দি থিয় হৈ আছিল। এয়া প্ৰেম। |
অৰ্জুনৰ বন্ধুত্বৰ প্ৰেম-বন্ধনত বন্দী হৈ কৃষ্ণই কুৰুক্ষেত্ৰৰ যুদ্ধৰ বহু আগৰে পৰাই অৰ্জুনৰ ৰথৰ সাৰথি হৈছিল। |
কবিয়ে গাইছে – |
“প্ৰেমৰ বশ হৈ অৰ্জুনৰ ৰথখন চলাই ফুৰোঁতে |
তেওঁ নিজৰ ব্ৰহ্মত্ব পাহৰিয়ে থাকিল।“ |
দ্ৰৌপদীয়ে কৃষ্ণৰ সৈতে ভাতৃৰ সম্বন্ধ স্থাপন কৰিছিল। দ্ৰৌপদীৰ সেই ভাতৃ প্ৰেমৰ বন্ধনত বন্দী হৈ তেওঁ গোটেই জীৱন দ্ৰৌপদীক সকলো বিপদ পৰা ৰক্ষা কৰিছিল। দুৰ্বাসা, ভীষ্ম, ব্যাস প্ৰভৃতিয়ে কৃষ্ণক পুত্ৰৱৎ স্নেহ কৰিছিল। |
কৃষ্ণৰ প্ৰতি এই ভক্তসকলৰ আৰু এই ভক্তসকলৰ প্ৰতি কৃষ্ণৰ প্ৰেম আৰু সমৰ্পনৰ তুলনা নাই। |
← ভালপোৱা (১ম খণ্ড ) (কৌস্তুভমণিশইকীয়াদত্ত) |
বিষয়ঃ প্রেম (সুৰজিত নেওগ) → |
You May Also Like |
এগৰাকী মাতৃৰ জীৱনৰ সত্য কাহিনী (ডা০ ভূপেন শইকীয়া) |
December 14, 2012 0 |
বিষয়:- পতি (পতি মানে পতিয়েই, ই না সভাপতি না নাচপতি) (মনজিৎ) |
March 14, 2013 0 |
চিকিৎসকৰ দিনলিপি ( ডাঃ ভূপেন্দ্ৰ শইকীয়া ) |
March 15, 2012 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত ভাৰতে গঢ়িলে বিশ্বৰেকৰ্ড Prag News : Latest Assam News , Best Assamese News Channel, Assam News Live Today , North East Brea |
Home |
Regional |
National |
International |
Business |
Entertainment |
Sports |
Lifestyle |
Technology |
Politics |
Health |
Live TV |
Home |
Regional |
National |
International |
Business |
Entertainment |
Sports |
Lifestyle |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.